ডি বি ষ্টক ব্ৰকিঙৰ প্ৰৱঞ্চক দীপাংকৰৰ প্ৰেয়সী মনালিছাক গ্ৰেপ্তাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত মনালিছাই প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ তথ্য। ২৭ নৱেম্বৰত বিবাহ ঠিক হৈ আছিল দীপাংকৰ-মনালিছাৰ। হোটেল তাজত অনুষ্ঠিত হোৱাৰ কথা আছিল অভ্যৰ্থনা অনুষ্ঠান।
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
11 сен 2024