Тёмный

৫০ টা অসমীয়া ভাষা- সাহিত্যৰ অতিকৈ দৰকাৰী প্ৰশ্ন উত্তৰ | প্ৰথম অসমীয়া | First in Assam GK | 

Assam Job GK
Подписаться 17 тыс.
Просмотров 30 тыс.
50% 1

এই ভিডিঅ টোত আমি অসমীয়া ভাষা সাহিত্যৰ ৫০ টা অতিকৈ দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ । যি সমূহ প্ৰশ্ন অসম চৰকাৰৰ যিকোনো প্ৰতিযোগীতা মূলক পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰী।
In this video, we have discussed 50 most important First in Assam Literature GK. These 50 First in Assam GK are most common and it repeats every exam.
These questions are Most important for Assam Police, APSC, SSC, Assam TET, CTET, Banking, IBPS, Assam Secretariat, Railways, PNRD , Assam Combined Exam and State Government recruitment exams.
অসমীয়া ভাষা- সাহিত্যৰ প্ৰথম | 50 টা অসমীয়া ভাষা- সাহিত্যৰ অতিকৈ দৰকাৰী প্ৰশ্ন উত্তৰ | প্ৰথম অসমীয়া | First in Assam GK | First in Assam |
======আজি আমি নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰিম=================
কোনে সৰ্বপ্ৰথম অসম ৰত্ন বঁটা লাভ কৰিছিল?
‘সৰস্বতী সন্মান ’ বঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল?
ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল?
শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
দাদাচাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল?
অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল?
সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?
সাহিত্য একাডেমীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰু একমাত্ৰ লেখিকা গৰাকীৰ নাম কি?
জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক জন কোন আছিল?
বিষ্ণু ৰাভা বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
কাক অসমীয়া গদ্যৰ জনক বুলি জনা যায়?
প্ৰথম অসমীয়া গদ্যৰ নামটো কি?
প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?
অসমীয়া চুটিগল্পৰ জনক কোন ?
প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি ?
প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
কাক অসমীয়া গদ্যৰ জনক বুলি জনা যায়?
প্ৰথম অসমীয়া গদ্যৰ নামটো কি?
প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?
প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি ?
অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?
অসমৰ প্ৰথম চনেট কবি কোন ?
প্ৰথম অসমীয়া চনেট পুথি খনৰ নাম কি?
প্ৰথম অসমীয়া ছপা পুথি খনৰ নাম কি?
অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?
অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?
প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ নাম কি?
প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস খনৰ নাম কি?
প্ৰথম অসমীয়া শিশু উপন্যাস খনৰ নাম কি?
জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?
প্ৰথম অসমীয়া নাটক খনৰ নাম কি?
প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি ?
অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন ?
অসম সাহিত্যসভাৰ প্ৰথম অধিবেশন কোন ঠাইত আৰু কিমান চনত হৈছিল?
অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে ?
অসম সাহিত্যসভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
প্ৰথম অসমীয়া ছনেট পুথি খনৰ নাম কি ?
প্ৰথম অসমীয়া আধুনিক নাটক খনৰ নাম কি?
প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?
অসমৰ প্ৰথম সংবাদপত্ৰ খনৰ নাম কি ?
প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?
প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি?
প্ৰথম অসমীয়া মিনি আলোচনী খনৰ নাম কি?
প্ৰথম অসমীয়া ব্যঙ্গ আলোচনী খনৰ নাম কি?
অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি?
প্ৰথম অসমীয়া সাদিনীয়া আলোচনী খনৰ নাম কি ?
অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকত খনৰ নাম কি ?
কৃষি বিষয়ক প্ৰথম আলোচনীখনৰ নাম কি?
প্ৰথম অসমীয়া মহিলা আলোচনী খনৰ নাম কি?
#first_in_assam
#first_in_assam_gk
#assamjobgk

Опубликовано:

 

16 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 66   
@AssamJobGK
@AssamJobGK 2 года назад
Correction Q 1 উত্তৰ হব= ভূপেন হাজৰিকা (২০০৮) Q 23 প্ৰশ্ন টোত পুথি হব নালাগিছিল, শুদ্ধ প্ৰশ্ন টো হব Q 23) প্ৰথম অসমীয়া চনেট খনৰ নাম কি? উত্তৰ-প্ৰিয়তমাৰ চিঠি
@hemenray8072
@hemenray8072 2 года назад
প্ৰথম অসমীয়া চুটি গল্প-কন্যা
@rinakalita2820
@rinakalita2820 2 года назад
সুন্দৰ সময়োপযোগী প্ৰশ্নোত্তৰ।
@manishamomin5526
@manishamomin5526 2 года назад
q23 .. .. prothom ahomiya sonet puthi=malos (1918)hiteshawar borua .and.(2) prothom ahomiya sonet =ans. priyotomar sithi.
@basirandi2416
@basirandi2416 11 месяцев назад
Verry help full vedio sir
@lakhidhardas6828
@lakhidhardas6828 Год назад
Thank you
@zahirulislam2131
@zahirulislam2131 2 года назад
Thanks
@dipikadevi320
@dipikadevi320 2 года назад
Tq sir
@kashmireesaikiagyanmondir
@kashmireesaikiagyanmondir 2 года назад
২ নম্বৰটোৰ লিখিছে ৯১ কৈছে ৫১
@samarjitmedhi7416
@samarjitmedhi7416 8 месяцев назад
❤❤❤❤
@udiptamudoi9260
@udiptamudoi9260 2 года назад
Very helpful vdo tnq sir continue the series
@pdass4843
@pdass4843 2 года назад
Video tu sai bhal lagise..thnx
@maheswardas8880
@maheswardas8880 2 года назад
যতীন্দ্ৰ নাথ দুৱৰা ।বৰুৱা নহয়।
@nakibzaman88
@nakibzaman88 2 года назад
Very knowledgeable video
@satyasenapati1992
@satyasenapati1992 2 года назад
ThnQ sir
@minigamerak4436
@minigamerak4436 2 года назад
Bhut important video diye. Moi sai thaku video bor
@AssamJobGK
@AssamJobGK 2 года назад
Thanks, Keep watching our videos
@smritiranigoswamisarma8026
@smritiranigoswamisarma8026 Год назад
আপোনাৰ সাহিত্যৰ লগত জড়িত কুইজবোৰ পঢ়ি বহুত উপকৃত হৈছোঁ, অশেষ ধন্যবাদ 🙏🙏 আগলৈও এনে প্ৰয়োজনীয় কুইজ বোৰ দিব বুলি আশা ৰাখিলোঁ
@mithundas1291
@mithundas1291 2 года назад
Bohut important video sir
@dipuadhikary595
@dipuadhikary595 2 года назад
Moja disa sir
@ruhinidas9067
@ruhinidas9067 2 года назад
বহুত বহুত ভাল qustison answers ❤️❤️❤️🙏🙏🙏🙏
@nizarabegam5959
@nizarabegam5959 2 года назад
Fantastic
@manujvlogs4092
@manujvlogs4092 2 года назад
Sir marathon class di dibo komew 200 question
@pradyut_69
@pradyut_69 28 дней назад
২৩. নম্বৰ প্ৰশ্ন তোৰ উত্তৰ ভূল আছে,, "মালচ" হয় প্রথম চনেত পুথি,
@rupamdas2201
@rupamdas2201 2 года назад
Sir apunak sinaki Jen lagise
@AssamJobGK
@AssamJobGK 2 года назад
হই নেকি?
@abhijitdas2555
@abhijitdas2555 2 года назад
🙏🙏🙏🙏
@bigfanofvirat5606
@bigfanofvirat5606 2 года назад
💥💥💥
@rajibkishan2419
@rajibkishan2419 2 года назад
Sir pdf tu telegramt didibo sun plz sir.
@AnupamChutia-x5y
@AnupamChutia-x5y 2 года назад
23 no tu..hiteswar borborua hoi
@kashmireesaikiagyanmondir
@kashmireesaikiagyanmondir 2 года назад
হিতেশ্বৰ বৰবৰুৱাৰ মালচ
@deepdas7971
@deepdas7971 2 года назад
Sir Assam history ancient Assam, Modern Assam and Mediaeval Assam questions diok sir🙏🙏🙏
@surajitmorandhulijan5002
@surajitmorandhulijan5002 2 года назад
27 quetion lahori hobo nalage bhanumoti hobo lage
@abhijitrabha1063
@abhijitrabha1063 2 года назад
Sir option dile vl hoi
@AssamJobGK
@AssamJobGK 2 года назад
Ok
@manishparajuli3737
@manishparajuli3737 2 года назад
3to4 question of this series confirm ahibo assam police SI exam ot
@lakhiganjsutu2055
@lakhiganjsutu2055 2 года назад
Asomor sorboccho sahita bota GYANPITH NE ASOM UPOTOKA BOTA PLZ JONABO
@AssamJobGK
@AssamJobGK 2 года назад
জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্ব্বোচ্চ সাহিত্য সন্মান, আনহাতে অসমৰ সৰ্বোচ্চ সাহিত্য পুৰষ্কাৰ হৈছে অসম উপত্যকা সাহিত্য বঁটা
@surajitmorandhulijan5002
@surajitmorandhulijan5002 2 года назад
8) nmbr puthi bulile olp khelimeli lage sir b k bhattacharya yaruingam hobo jen onubhob kobita puthi bonful jatindranath duwara
@jborah9177
@jborah9177 2 года назад
Sir options দিব চূণ মুখস্থ কৰিব সুবিধা হয় এনেকৈ prblm হয় এতিয়া ঋতেনলৈ টাইম ও বেছি নাই
@AssamJobGK
@AssamJobGK 2 года назад
Okay
@mithundas1291
@mithundas1291 2 года назад
Logot yeat Tu dile aru vlo hol heten
@gubindakardong8426
@gubindakardong8426 2 года назад
Nilamani phukan 2021 hbo lagishil
@AssamJobGK
@AssamJobGK 2 года назад
হয় আপুনি ঠিকেই কৈছে।
@kukilgogoi7282
@kukilgogoi7282 2 года назад
37 /no question r answer 1955 hoi
@afaidulkhan3913
@afaidulkhan3913 2 года назад
1.2008 hbo....janane book ase
@riturajsvlogs8691
@riturajsvlogs8691 2 года назад
Assam rotno Bhupan hazarika dev a 2008 t paisel
@AssamJobGK
@AssamJobGK 2 года назад
ধন্যবাদ শুধৰাই দিয়াৰ বাবে।
@kaushikdas6966
@kaushikdas6966 2 года назад
ans najanile vieo nobonabi na vull koi kio koi ase
@gunamanideka3100
@gunamanideka3100 2 года назад
Sir 24 no ans to ki hbo. Moi তথ্য সংকলনত আসাম বুৰঞ্জী পাইছো ।
@manishparajuli3737
@manishparajuli3737 2 года назад
Noo you are wrong
@gunamanideka3100
@gunamanideka3100 2 года назад
@@manishparajuli3737 eta reply disaaaa reply nidilo hoi son. Time jodi diba nra aibilak dia bondha kora
@pulakdas5157
@pulakdas5157 2 года назад
১৮/নম্বৰ টো ভুল হৈছে (কন্যা) হব লাগে
@manishparajuli3737
@manishparajuli3737 2 года назад
Noo... You are wrong
@turaskabora4360
@turaskabora4360 5 месяцев назад
Right
@RajuDas-rq4sp
@RajuDas-rq4sp 2 года назад
Sir pdf lge
@AssamJobGK
@AssamJobGK 2 года назад
মোৰ telegram channel টো subscribe কৰক তাতে মই দিম
@usmanali-pk3yb
@usmanali-pk3yb 2 года назад
অসমীয়া বাষা😆👙
@ankurrajroy1854
@ankurrajroy1854 2 года назад
Questions bur PDF file kari dibo sun please ❤️🙏
@AssamJobGK
@AssamJobGK 2 года назад
মোৰ telegram channel টো subscribe কৰক তাতে মই দিম
@deepdas7971
@deepdas7971 2 года назад
Sir apunar telegram channel tur link tu diok sir description boxot🙏🙏
@surajitmorandhulijan5002
@surajitmorandhulijan5002 2 года назад
nice1 ata onurudh mathu books follow kori quetion nidibo nijeu olp odhyon kori hudhotu prokhep kore jen🙏👫
@misonjitpegu4011
@misonjitpegu4011 2 года назад
Pagol manuh be ..
@rajdeepvlogsofficial1806
@rajdeepvlogsofficial1806 2 года назад
Ako najne mora goru
@manishamomin5526
@manishamomin5526 2 года назад
2008.. hoi.. ahom rattna botta paicl
Далее
😂😂
00:16
Просмотров 943 тыс.
ADRE 2.0 //Assam economy// Tea Industry of Assam
4:13