Тёмный

100 টা অসম কুইজ | Most important Assam GK Questions and Answer in Assamese | Assam Quiz 

Assam GK Question Answer (অসমীয়া সাধাৰণ জ্ঞান )
Просмотров 8 тыс.
50% 1

100 টা আটাইতকৈ গুৰুত্বপূৰ্ণ অসম সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ - Assam GK | Assamese GK - অসম কুইজ - Assam Quiz
Most Important GK questions and answers in Assamese GK. Most important for UPSC, APSC, SSC, Assam TET, CTET, Banking, IBPS, Assam Secretariat, Railways, PNRD, Assam Police, and State Government recruitment exams.
1. 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি ?
2. শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে ?
3.'গুৰু ভটিমা'ৰ প্রৱর্তক কোন আছিল?
4. শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল ?
5. শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান আছিল?
6.'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল ?
7. শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
8. শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি আছিল?
9. শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি আছিল?
10. 'বঢ়াৰ পো' কোন ?
11. লোকগীত প্রধানকৈ কেই প্ৰকাৰৰ ?
12. 'অসমীয়া লোকগীত' গ্রন্থখন কাৰ ৰচনা ?
13. বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীৰ অন্তর্ভুক্ত ?
14. জিকিৰ আৰু জাৰি গীতসমূহক কোন শ্ৰেণী সাহিত্যৰ অন্তর্ভুক্ত কৰিব পাৰি ?
15. 'জোনাকী' কাকতৰ প্রথম সম্পাদক কোন আছিল?
16. 'বিজুলী' কাকতখন কিমান চনত প্ৰকাশিত হয়?
17. প্রথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি আছিল?
18. 'জোনাকী' মাহেকীয়া আলোচনী কোন চনত প্ৰকাশিত হয়?
19. 'অসমীয়া ব্যাকৰণ' আৰু 'ভাষাতত্ত্ব' কাৰ ৰচনা?
20. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
21. লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ হৈছিল?
22. লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
23. প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি?
25. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি আছিল?
26. প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ নাম কি আছিল?
27. অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি আছিল?
28. প্ৰথম অসমীয়া সাদিনীয়া আলোচনীখনৰ নাম কি আছিল?
29. অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
30. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
31. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি আছিল?
32. ‘বিহগী কবি’ হিচাপে কোনজন কবিক জনা যায় ?
33. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল?
34. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?
35. অসমীয়া ভাষাৰ ব্যাকৰণ কোনে ৰচনা কৰিছিল?
36. ধলা-শদিয়া দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
37. এজন প্ৰখ্যাত গায়ক খগেন মহন্তই অভিনয় কৰা বোলছবিখনৰ নাম কি আছিল?
38. কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত?
40. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অবস্থিত?
41. অসম দিৱস কেতিয়া পালন কৰা হয়?
42. শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল?
43. কাৰ শাসনকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল?
45. প্ৰথম আহোম মুদ্ৰা কোনে প্ৰৱৰ্তন কৰিছিল?
46. আহোম সকলৰ শেষ ৰাজধানী ক'ত আছিল?
47. অসমৰ সৰ্ব প্ৰাচীন জনগোষ্ঠীটো কি আছিল?
48. অসমীয়া সাহিত্যত ভাষাৰ ওজা বুলি কাক কোৱা হয়?
49. অসমীয়া সাহিত্যত "বকুলবনৰ" কবি হিচাপে কাক জনা যায়?
50. জয়ন্তী আলোচনীৰ সম্পাদক কোন আছিল?
51. ভূটানৰ সীমাৰ কাষত তলৰ কোনখন জিলা নাই?
52. তলৰ কোনখন অসমৰ জিলা নহয়?
53. অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখন হ'ল -
54. অসমত কলাগুৰু বুলি কাক কোৱা হয়?
55. অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল?
56. গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল?
57. অসমৰ অগ্নিকবিজনৰ নাম কি?
58. অসমৰ দেশভক্ত কোন আছিল?
59. অসমৰ সংগীত সূৰ্য ৰূপে কোনজন ব্যক্তিক জনা যায়?
60. অসমৰ প্ৰথম মহিলা I.A.S. কোন আছিল?
61. অসমত মৰাপাটৰ কল ক’ত অবস্থিত?
62. শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল?
63. অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?
64. অসম কেশৰী ৰূপে কোনজন ব্যক্তিক জনা যায়?
65. অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজনৰ নাম কি?
66. অসমৰ উপন্যাস সম্ৰাট কোন আছিল?
67. বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি আছিল?
68. কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?
69. গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল?
70. ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?
71. গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল?
72. প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি?
73. অসমৰ মুঠ জিলা কেইখন ?
74. অসমৰ প্ৰধান নদী কেইখনৰ নাম কি ?
75. কিমান চনত ‘অসম চুক্তি’স্বাক্ষৰিত হৈছিল ?
76. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
77. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা গৰাকী কোন আছিল?
78. চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল?
79. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি আছিল?
80. উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো কোন ঠাইত অবস্থিত ?
81. লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন কবিতা পুথি কি কি ?
82. প্ৰথম অসমীয়া ছপা পুথি খনৰ নাম কি?
83. অসমীয়া গদ্য সাহিত্যৰ জনক কোন আছিল?
84. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি আছিল?
85. উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?
86. অসমৰ জাতীয় প্ৰতীক কি?
87. অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?
88. লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?
89. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
90. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
#AssamGK #Assamese_GK #অসমীয়া_সাধাৰণ_জ্ঞান
@assamgkquestionanswer3737

Опубликовано:

 

16 май 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 5   
@jitupator9652
@jitupator9652 Месяц назад
Good morning sir
@joykardong8475
@joykardong8475 2 месяца назад
Nice
@Digitalfunnyvedio
@Digitalfunnyvedio 2 месяца назад
Nice bhai ❤❤❤ GK
@shiborabha6036
@shiborabha6036 2 месяца назад
Good 👍
@SuniyaPermeyAngurlataPermey
@SuniyaPermeyAngurlataPermey 2 месяца назад
Goid Newsh
Далее
World Record Tunnel Glide 🪂
00:19
Просмотров 22 млн
НОВАЯ ПАСХАЛКА В ЯНДЕКСЕ
00:20
Просмотров 333 тыс.