ৰসগোল্লা ৰেচিপি | ফটা গাখীৰৰ পৰা বনালো Rosgulla | গাখীৰ ফাটিলে পেলাই দিয়ে নেকি? | Sweet dish |Aakhol
গাখীৰ ফাটিলে পেলাই দিয়ে নেকি ? যদি পেলাই দিয়ে তেনেহলে এতিয়াৰ পৰা একেবাৰে নেপেলাব।কাৰণ ফটা গাখীৰৰ পৰা বহুত ৰেচিপি বনাব পাৰি। আজি মই ফটা গাখীৰৰ পৰা বনালো ৰসগোল্লা।বহুত কোমল আৰু খাবলৈও বহুত টেষ্টি হৈছে। তেনেহলে আপোনালোকেওঁ এই ধৰণেৰে বনাবচোন।একেবাৰে সহজে বনাব পাৰি আৰু বহুত ভাল হয়।
Music :- www.bensound.com
Share, Support, Subscribe!!!
►RU-vid: / @aakholtheassamesekitchen
►Like us on Facebook: / aakholtheassamesekitchen
►Follow us on Twitter: / aakhol_kitchen
►Follow us on Instagram: / aakholtheassamesekitchen
27 окт 2024