Тёмный

ৰহস্য ফাদিল Remote ত চলা ট্ৰেক্টৰৰ 🔥 চকু কপালত উঠিব আপোনাৰ 

purbanchal
Подписаться 397 тыс.
Просмотров 96 тыс.
50% 1

#assam #assamesevideo #purbanchal

Опубликовано:

 

10 июл 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 195   
@itsmedipon8370
@itsmedipon8370 2 года назад
অসমত সচা প্ৰতিভাৰ অভাৱ নাই।।salute young boy ❤️🖐️
@hiranyarabha8867
@hiranyarabha8867 2 года назад
ধন্যবাদ দাদা লৰাজনক এনেকৈ কেমেৰা সন্মুখত অনাৰ বাবে,,,আগুৱাই যাওঁক লৰা জন তাকে কামনা কৰিলোঁ।
@mahendradeka6783
@mahendradeka6783 2 года назад
সচাঁই, অদ্ভূত কাৰ্য্য। ভাইটি আৰু আগুৱাই যাওঁক।শুভেচ্ছা থাকিল।
@jintuchoudhury2007
@jintuchoudhury2007 2 года назад
Dada jodi pare Anand Mahindra Sir k tag kori diok...tekhete xodai enekua talent ok support kore aru aasha koru eijon lora e Assam loi xunam loi ahibo
@AsomiyaBuwariNita
@AsomiyaBuwariNita 2 года назад
ভাল লাগিল ভাস্কৰ দা, লৰা জনক এনেদৰে সকলোৰে আগত চিনাকি কৰি দিয়াৰ বাবে। আপোনাৰ ভিডিঅবোৰ সেইকাৰণে ভাল লাগে সদায় কিবা এটা নতুনত্ব দেখা পাওঁ।
@kamlakantayadav8404
@kamlakantayadav8404 2 года назад
অসমৰ বৈজ্ঞানিকজনক চৰকাৰী সুবিধা কৰি দিলে দেশৰ লাভ হব। শুভেচ্ছা জনাওঁ।
@rupkantapathori2852
@rupkantapathori2852 2 года назад
ল'ৰা জনক আশীৰ্বাদ দি ভবিষ্যতৰ মংগল কামনা কৰিলো
@nirusaikia7631
@nirusaikia7631 2 года назад
অয়ন আমাৰ তথা অসমৰ ভৱিষ্যত হ'ব ।আৰু আগুৱাই যোৱা
@purabidas2186
@purabidas2186 2 года назад
ভাল লাগিল ..লগতে গৌৰব অনুভব কৰিলো...মই দুলীয়াজানৰ যদিও এই ভিদিও টো চাইহে গম পালো অয়নৰ বিষয়ে...ধন্যবাদ আপোনালৈও তেওঁৰ বিষয়ে জনোৱাৰ বাবে...👍👍
@cookingwithas136
@cookingwithas136 2 года назад
ইমানখিনি কষ্ট কৰি এনেবোৰ ভিডিওবোৰ আমালৈ দিয়াৰ বাবে ধন্যবাদ। নিজৰ কামৰ লগতে আমাৰ বাবে এনেকুৱা কষ্টবোৰ কৰাৰ বাবে। আৰু ল'ৰা জনকো বহুত বহুত ধন্যবাদ, শুভকামনা, আগবাঢ়ি যোৱা
@Kritikachintey
@Kritikachintey 2 года назад
Balegor kostra korabur video di ase puse apunar talent ki sibur deluwaok
@Kritikachintey
@Kritikachintey 2 года назад
Nije kiba atbhot kam kori dekuwaok
@Kdeka1987
@Kdeka1987 2 года назад
ধুনীয়া দে । 👍🏿👍🏿👍🏿👍🏿
@bitubikashnath9742
@bitubikashnath9742 2 года назад
সঁচাকৈয়ে বহুত ভাল লাগিছে দেই ♥️
@jitulkalita4455
@jitulkalita4455 2 года назад
এই আমাৰ গৌৰব , অসমৰ গৌৰব ভাস্কৰ দা , ৰঙিয়াৰ পৰা অয়ন'ক পৰাই ধন্যবাদ জ্ঞাপন কৰিলো ,
@thepoliticalawareness1021
@thepoliticalawareness1021 2 года назад
(১) অসমৰ ৰাইজ আৰু চৰকাৰলৈ বিম্নম্ৰ অনুৰোধ। চৰকাৰে কেতবোৰ অদৰকাৰী ব‍্যয় বন্ধ কৰা উচিত। চৰকাৰে বহুতো চৰকাৰী কাৰ্য্যলয় আকৌ পুনৰ বনোৱাৰ কথা চিন্তা কৰিছে। বৰ্তমান গুৱাহাটীৰ বেটকুচীত Directorate office, জাগীৰোদত বিধানসভা আৰু অন্যান্য কাৰ্য্যালয় বনোৱাৰ কথা চিন্তা কৰিছে। চৰকাৰে এনেবোৰ অদৰকাৰী ব‍্যয় (Expenditure) কৰা অনুচিত। যিটো কাৰ্য্যালয়ৰ নিজৰ মাটি আৰু নিজৰ Office building আছে, সেই একেটা Office কে পুনৰ নিৰ্মাণ কৰি চৰকাৰী ধন খৰছ কৰি commission ৰ বাট ওলোৱাৰ কি প্ৰয়োজন আছে। চৰকাৰে তাৰ সলনি অন‍্য Development activity কৰা উচিত। Upper Assam আৰু Barak Valley ত এটাকৈ Secretariat বনোৱা উচিত। মাথাউৰি, ৰাস্তা, বিদ্যালয়, চিকিৎসালয়, Industrial corridor, পানী যোগান আচনি আদিত খৰচ কৰা উচিত। *ৰাইজ অলপ সজাগ হোৱা উচিত, কিদৰে চৰকাৰে ৰাইজৰ ধন খৰচ কৰে।* (২) শুনামতে চৰকাৰে ডিমাহাছাও জিলাত ৫০০০ কোটি টকাৰে এটা Solar plant সৌৰশক্তি প্ৰকল্প কৰাৰ কথা চিন্তা কৰিছে। যিটো ৰাইজে analysis কৰি তাৰ বিৰোধিতা কৰা উচিত। অসম সৌৰশক্তি প্ৰকল্পৰ বাবে উপযুক্ত ঠাই নহয়। তথাপিও যদি কৰিব বিচাৰিছে তেনেহলে ডিমাহাছাও জিলাৰ গছ গছনি কাটি কৰা অনুচিত। অসমত বহুতো বিল অথবা অন্যান্য ঠাই আছে যত চৰকাৰে পানীত Floating Solar project কৰিব পাৰে। (৩) অসমৰ প্ৰতিখন জিলাৰ কিছুমান দ ঠাই যত বানপানীৰ সমস্যা হয়, তাত চৰকাৰে কেতবোৰ বৃহৎ অমৃত সৰোবৰ বনোৱা উচিত। এই সৰোবৰ বোৰে বানপানীৰ সময়ত কিছু সকাহ দিব লগতে এই সৰোবৰ সমূহ যদি সম্ভৱ তেনেহলে পিছলৈ Hydrogen Fuel বনোৱা company ক lease ত দিব পৰা যাব। অলপতে তামিলনাডু চৰকাৰে মাত্ৰ এটা company ৰ পৰাই ৫০০০০ কোটি টকাৰ investment proposal পাইছে Hydrogen fuel ৰ ক্ষেত্ৰত। অসমেও ভৱিষ্যতৰ কথা লক্ষ্য কৰি OIL, ONGC, Reliance অথবা অন্যান্য Company ক অসমত Hydrogen Fuel Production ৰ বাবে আহ্বান জনোৱা উচিত। লগতে অসমত National Highway আৰু Railway connectivity উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰা উচিত। অসমত যদি ভাল Infrastructure নহয় তেনেহলে অসমে Investment অনাত ব‍্যৰ্থ হব। কেন্দ্ৰীয় চৰকাৰে অসমত Infrastructure বনোৱাৰ ক্ষেত্ৰত পালা মাৰা কাম কৰি আছে। অসমৰ ৰাইজ আৰু চৰকাৰে কেন্দ্ৰীয় চৰকাৰক এশিকনী নিদিলে কামৰ quality ভাল নকৰিব। উদাহৰণ স্বৰূপে অসমৰ Highway কেইটাৰ অৱস্থা পুতৌজনক। (৪) লৰা ছোৱালীক চৰকাৰী/ৰাইজৰ ধন খৰচ কৰি Free scooter দিয়াৰ সলনি Free Skill Training দিয়ক। অসমৰ লৰা ছোৱালীৰ competitive exam কিছুমানত performance সৰ্বভাৰতীয় পৰ্য্যায়ত যথেষ্ট বেয়া। চৰকাৰে ৰাইজৰ ধনৰ অপব‍্যয় সোনকালে বন্ধ কৰি ভাল কামত লগোৱা উচিত। (৫) চৰকাৰে চহৰ সমূহত কিছুমান Park নিৰ্মাণ কৰিব ওলাইছে। ভাল কথা কিন্তু এই Park বিলাকত একোটাকৈ ডাঙৰ ডাঙৰ পুখুৰী (দীঘলীপুখুৰীৰ দৰে) বনোৱা উচিত। পুখুৰী আৰু গছ থাকিলে ধুনীয়া হোৱাৰ লগতে Ground Water Recharge হোৱাত সহায়ক হয়।
@momiboruah355
@momiboruah355 2 года назад
একদন সচা
@mrx4495
@mrx4495 2 года назад
Future Engineer of India. He is really extraordinary and very gifted. He deserves recognition at International Level. He is a proud of Assam
@munna3118
@munna3118 2 года назад
বেটা মাল মাগুৰ, ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ভাই।
@bongaonacademyphysicalguwa3973
@bongaonacademyphysicalguwa3973 2 года назад
Xosakoi ki talented Lora eman kom boyokh ot eman dangor talent great bro God bless you n thank you Purbanchal channel Dipankar da apunar topic bur bohut Dhunia RU-vidr xdai anekuwa hbo lge
@moigaouliyabuaripoligogoiv7967
@moigaouliyabuaripoligogoiv7967 2 года назад
সুন্দৰ ভিডিও
@manikantamoran6459
@manikantamoran6459 2 года назад
All the very best to Ayan...God bless him...and thanq Bhaskar daa
@kirangogoi4748
@kirangogoi4748 2 года назад
অতি সুন্দৰ, উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
@kakusaikia4147
@kakusaikia4147 2 года назад
mozaa apunar videot mur ghoror mitiror manuh dekha palu
@tulshichangmai
@tulshichangmai 2 года назад
Welcome to duliajan Love from duliajan chalakataki❤❤❤❤❤
@kanakrabha3239
@kanakrabha3239 2 года назад
ভালকৈ সুবিধা পালে আৰু ভাল ভাল tecnologi সৃষ্টি কৰিব পাৰিব
@bonditaishan5024
@bonditaishan5024 2 года назад
সুন্দৰ ভিডিঅ। অয়নক ভগৱানে অঞ্জলি দিয়ক।
@Amiya-b6q
@Amiya-b6q 2 года назад
অতি সুন্দৰ
@jyotiprosadgogoi9557
@jyotiprosadgogoi9557 2 года назад
সুন্দৰ
@kalyan_jyoti_gogoi657
@kalyan_jyoti_gogoi657 2 года назад
Hundor 👍👍👍
@cheniramrobidas8369
@cheniramrobidas8369 2 года назад
Tractor Khon Olop Potharot Ni Hal Bai Dekhale Aru Bhal Lagil Heten Jihetu Atia Khetir Din
@mvmanab3268
@mvmanab3268 2 года назад
আমাৰ অসমীয়া থলগিৰি মানুহখিনিৰ গৌৰৱ 🙏🏽
@junbora8927
@junbora8927 2 года назад
Bohut Vl lagil tumar Vlog 👌👌👌 Ayon k 🙏🙏🙏🙏🙏🙏
@letsgo9317
@letsgo9317 2 года назад
ভাল লাগিল ভাইটি... আগুৱাই যোৱা সদায় 🎊..এটা কথা কও- মেইন খেলখন remote আৰু Receiver য়ে খেলি আছে😂... আৰু সেই দুইটা কিনি আনি লগাই দিলা...I think it's not an innovative 🙂... Remote and Receiver দুইটা নিজে বনাবলে চেষ্টা কৰা 🎇 ভৱিষ্যতে আৰু আগবাঢ়ি যাবা🌝❤️🎉
@ALC0A021
@ALC0A021 2 года назад
Nice innovation ayan
@rocktootpalborthakur3982
@rocktootpalborthakur3982 2 года назад
শুভেচ্ছা জনালো অয়ন । আগবাঢ়ি যোৱা ।
@nsvlogs40
@nsvlogs40 2 года назад
Bohut val lagil
@bhrigukalita6479
@bhrigukalita6479 2 года назад
দেখি ভাল লাগিছে আগলৈকে আগুৱাই জাওক ধুনিয়া 🔥🔥👌👌
@meghaliborgohain407
@meghaliborgohain407 2 года назад
Nice vlog....Good wishes to Aayan....i m so happy to see my brother in ur vlog....Abhijeet Mur Mama r lora hoi.
@DhonjeetDas123
@DhonjeetDas123 2 года назад
wow amazing..Best wishes Ayan
@risha2goritrishagogoi477
@risha2goritrishagogoi477 Год назад
Moja lagil sai
@bonjitarahang729
@bonjitarahang729 2 года назад
বহুত ভাল লাগিল আজি নিউজ ত দেখিছিলোঁ হে এতিয়া ভালকৈ দেখিলোঁ ভাস্কৰ দাৰ ভিডিঅ ত 😍 আৰু জীৱনত আগুৱাই যোৱা ভাইটি ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক তাৰে কামনা কৰিলো ঈশ্বৰৰ ওচৰত 🥰🙌🏻 আমাৰ অসমৰ গৌৰৱ তুমি 😍🥳🥳👍🏻👍🏻❤❤
@dreamsboy3754
@dreamsboy3754 2 года назад
Mja video disa dada
@mridupobanborah453
@mridupobanborah453 2 года назад
Proud of you brother...god bless you
@PritirajPatir
@PritirajPatir 2 года назад
Wow😮😮😮বেলেখ ধৰণৰ ট্রেক্টৰ আচৰিত 😯😯😮😮😲😲
@satyajitgogoi968
@satyajitgogoi968 2 года назад
Ayan adin gutei worldot jiliki thakibo mur biswakh.
@DEDAISVLOGS
@DEDAISVLOGS 2 года назад
Ayanor ujjal vobisyot kamona korilu 😇🤗👌👍🥰
@djvloggs9399
@djvloggs9399 2 года назад
Love from nalbari
@nayandas2581
@nayandas2581 2 года назад
Moja 👍👍👍👍
@sivasagarbaruah2897
@sivasagarbaruah2897 2 года назад
Excellent job 👍👍
@dxmaya
@dxmaya 2 года назад
Moja bhaskar da
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 2 года назад
Salute ayan bro moi gogoie tumaloi huvesha jonalu, tumi aru aguai jua 🙏🙏 aru channel creator apunaku bahut bahut dhoiniyobaad jonalu 🙏🙏amar majoloi ayan bhaik tuli dhora babe anekoi
@rtsvlogsassam1074
@rtsvlogsassam1074 2 года назад
Love form assame
@user-jq8po5gm5j
@user-jq8po5gm5j 2 года назад
ভাল লাগিছে দাদা😊😊
@PadmoGogoiVlog
@PadmoGogoiVlog 2 года назад
সুন্দৰ দাদা অসমৰ গৌৰব 🙏
@himangshudeka69
@himangshudeka69 2 года назад
mza lagise...
@jugasvlog
@jugasvlog 2 года назад
বহুত ভাল লাগিল ভিডিঅটি চাই।
@puneswar2409
@puneswar2409 2 года назад
Mojjja 🔥🔥🔥🔥💥💐👍👍👌👌
@junakorpuhoroni2786
@junakorpuhoroni2786 2 года назад
ভাল লাগিল।।। দাদা
@gautamchangmai1605
@gautamchangmai1605 2 года назад
Excellent concept..
@vijayjulius668
@vijayjulius668 2 года назад
Nayan is always super 👌 God bless you
@kabitabora4303
@kabitabora4303 2 года назад
Dhuniya khosai
@bimansaikia4305
@bimansaikia4305 2 года назад
বহু ত বহুত ধন্যবাদ।
@MajuliBikashvlogs
@MajuliBikashvlogs 2 года назад
অতি সুন্দৰ boss
@sanjibmixture7962
@sanjibmixture7962 2 года назад
Verry nice video bhaskar da
@brahmaputrastudio1035
@brahmaputrastudio1035 2 года назад
Wish you all the best...
@priyamshii2138
@priyamshii2138 2 года назад
খুব মজা
@krishnamonichangmai3683
@krishnamonichangmai3683 2 года назад
Duliajan❤️
@narayanchilakala22
@narayanchilakala22 2 года назад
ভাল লাগিল ❤️👍
@jitendrasvlogs3638
@jitendrasvlogs3638 2 года назад
Dada Apunar video sai bohut vl lage 🥰 love from BoKo 🤟
@nabinsaikia4342
@nabinsaikia4342 2 года назад
Very nice Aaryan 👍👍👍
@UjjalTime
@UjjalTime 2 года назад
Bahut val lagile
@JasmineAsomiya
@JasmineAsomiya 2 года назад
Video tu val lagil val. Love from Dhemaji❤ Mur video buru saba sun akha koru sai val pabo.
@JantuBoruahAxom
@JantuBoruahAxom 2 года назад
মজা
@Sundor1992
@Sundor1992 2 года назад
Borhia ..bhaskar da loi anok sivsagarloi..
@user-zf4jk2vk4d
@user-zf4jk2vk4d 2 года назад
Vaskor da aupunr video sai vl laga
@lakshya4007
@lakshya4007 2 года назад
Moi sini pau tak he is good badnention player
@davidassam2168
@davidassam2168 2 года назад
Next level video
@pritombora5242
@pritombora5242 2 года назад
Big salute👏
@BedantaSaikia
@BedantaSaikia 2 года назад
I think he is using 6 channel radio transmitter and reciver with some gear motors and servos. Its a simple thing who knows about RC.
@MrigenAssam
@MrigenAssam 2 года назад
Very nice Wow Good job
@jintudutta7255
@jintudutta7255 2 года назад
Good job
@manashbourah6438
@manashbourah6438 2 года назад
nice work bro
@chandanallrounder3611
@chandanallrounder3611 2 года назад
great work
@axom__king1878
@axom__king1878 2 года назад
Best video dada❤
@digantajyotibordoloi6869
@digantajyotibordoloi6869 2 года назад
লগতে তোমালৈ অশেষ ধন্যবাদ জনালোঁ তুমি ও আগবাঢ়ি যোৱা
@kamaldeka3512
@kamaldeka3512 2 года назад
Best video.
@dewrilife9031
@dewrilife9031 2 года назад
This is very extraordinary talent,, he deserves lots of respect
@CdLimited
@CdLimited 2 года назад
আপোনাৰ ভিডিও বৰ চাই বহুত ভাল লাগে দাদা। মই আপোনাৰ ভিদিওবোৰ চাই মইও ইউটিউব অত ভিডিও বনা কৰিছো আৰু আপুনি মকো আকবাঢ়ি যাবলৈ যাতে সুবিধা কৰেযেন দাদা আপোনালৈ মই বহুত আশা ৰাখিলোঁ দাদা। আৰু আপুনিও মোৰ ভিডিও বৰ চাব দাদা । ♥️♥️♥️🙏
@chowlengdonahom1105
@chowlengdonahom1105 2 года назад
আহোমৰ গৌৰৱ।। ♥
@chowlengdonahom1105
@chowlengdonahom1105 2 года назад
@@puspendrakalitapuspendraka2771 প্রথমতে আহোমৰ গৌৰৱ তাৰ পাছতহে অসমীয়াৰ গৌৰৱ, কিয়নো জনগোষ্ঠীয় পৰিচয়ৰ পৰাহে জাতীয় পৰিচয়ৰ সৃষ্টি হয়।। গতিকে আহোমৰ গৌৰৱ প্রথমে।।♥✊✊
@assamjobandexam7209
@assamjobandexam7209 2 года назад
Ha ha
@parthaamchi3529
@parthaamchi3529 2 года назад
Bandhu anekoi ahom .lalung.mising buli axom khon bhag bhag nokoriba.axomiya buli koba beya napaba kolo aru
@chowlengdonahom1105
@chowlengdonahom1105 2 года назад
@@parthaamchi3529 আহোমে আহোম বুলি ক'লেই অসম খন ভাগ ভাগ হৈ যায়, সেইটো কেনেকুৱা কথা.? অসমৰ অইনবোৰ মংগোলইদ ভূমি পুত্র যেনে বড়ো, মিচিং, কছাৰী, দেউৰী, খামটি, ৰাভা, হাজং, তিৱা, ডিমাছা সকল অসমীয়া নহয় নেকি.? শুনক মহাশয় অসমত বসবাস কৰা জনজাতিয়েই হৱক বা অজনজাতিয়েই হৱক সকলোৱেই অসমীয়া। জনগোষ্ঠীয় পৰিচয়ৰ পৰাহে জাতীয় পৰিচয়ৰ সৃষ্টি হয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একেলগ কৰি তাহানিতেই চাও-লুং-ছ্যু-কা-ফা ই অসমীয়া জাতি গঠন কৰি থৈ গৈছে।। কেৱল শংকৰদেৱ আৰু শংকৰী বৈষ্ণৱী ধৰ্মক মূৰত তুলি লৈ অসমীয়া হ'ব লৈ নাযাব।।
@mridupobanborah453
@mridupobanborah453 2 года назад
Tumi lage ahom sahum ji ee nuhua anekwa fokotia comment nokoriba
@kongkonhazarika4494
@kongkonhazarika4494 2 года назад
Best of luck bro
@rishiraj.buragohain.3045
@rishiraj.buragohain.3045 2 года назад
Anakua video di thakibo buli akha korilu
@drivingyoucrazy5314
@drivingyoucrazy5314 2 года назад
Really amazing
@rongmonvlogs
@rongmonvlogs 2 года назад
Salute ❤️
@shankardas23
@shankardas23 2 года назад
Very talented boy 👍🏻
@mahananadamili1707
@mahananadamili1707 2 года назад
Giyar cence কৰিব পাৰে নোৱাৰে
@anjoyrajkhowa5808
@anjoyrajkhowa5808 2 года назад
Yaon Amar Asomor hampad god blessed you
@waisungwengi753
@waisungwengi753 2 года назад
Real hero amar you tuber Bhaskor dada
@lutfurrahmanvlogs
@lutfurrahmanvlogs 2 года назад
Wow 😲 axomot eman talent ase 👍
@MShttp
@MShttp 2 года назад
Ultimate
@gitamonihazarika5059
@gitamonihazarika5059 2 года назад
Great young boy
@dgallinoneassam9069
@dgallinoneassam9069 2 года назад
Wow nice 👍
@pranabhandique9063
@pranabhandique9063 2 года назад
Love from Dhemaji 💥💥💥💥💥💥🔥💥🔥💥🔥🔥🔥🔥💥💥💥💥💥💥🔥💥🔥💥💥💥🔥💥🔥🔥🔥💥💥💥
@Alonitaa
@Alonitaa 2 года назад
Remot control Hole Start korba Lagbo rimott
Далее
КРАСИМ ДЕНЬГИ В РОЗОВЫЙ!
01:01
Просмотров 635 тыс.
EVOLUTION OF ICE CREAM 😱 #shorts
00:11
Просмотров 7 млн
Я КУПИЛ САМЫЙ МОЩНЫЙ МОТОЦИКЛ!
59:15
ദേശായി Family ❌  Bigg Boss Family ✅
19:23
КРАСИМ ДЕНЬГИ В РОЗОВЫЙ!
01:01
Просмотров 635 тыс.