Тёмный

ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত সংঘাত! Shrinkhal Chalihaৰ কেইবাটাও বিস্ফোৰক ভাষ্য । N18V 

News18 Assam/Northeast
Подписаться 3,3 млн
Просмотров 48 тыс.
50% 1

Shrinkhal Chaliha VS Akhil gogoi | ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত সংঘাতৰ উকমুকনি। শৃংখল চলিহাৰ বিস্ফোৰণ- ৰাইজৰ দলৰ সংঘাত হ'ব লাগিছিল বিজেপিৰ লগত কিন্তু এতিয়া সংঘাট হৈছে বীৰ লাচিত সেনাৰ লগত।N18V
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ
#akhilgogoi #raijordal #sringkhalchaliha #assamesenews #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Опубликовано:

 

15 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 197   
@SatymevaJayate007
@SatymevaJayate007 Месяц назад
ঘৰতে ঘৰতে লাগ আৰু ভাল হ'ব
@hiteshkalita9067
@hiteshkalita9067 Месяц назад
নিজকে জাতীয়তাবাদী বুলি চিনাকী।তাৰপিছৰ পৰিচয় বিক্ৰী যোৱা নেতা
@BiplobhatiBaruah
@BiplobhatiBaruah Месяц назад
ঘেন্টা সেনাৰ দ'ল মেঘালয়ত কি হৈছে দেখা নাই ।ভাই ভাই কাজিয়া‌ বিদেশীয়ে ভৰি পৰিল অসমত।তহতক ভোট দিলে অসমীয়া ভগনীয়া হ'ব। শিৱসাগৰত কিমান বিদেশী সোমাল হিচাব আছে অসমীয়া জাতিৰ মুধাফুটা কেইটাৰ।
@ankurray4841
@ankurray4841 Месяц назад
100%
@user-lt6qv3pr7o
@user-lt6qv3pr7o Месяц назад
Oii Bhai maaksudu aitu kotha shringkhal da mukho agt kobi aruh moiu bir lachit hena manuh ha hoi ko atiya mukho agt kobi hee
@reehaokip9417
@reehaokip9417 Месяц назад
Thik koise, nijor maajote lagi Axomia hekh hol adin and tar hudidha bohiragotoi lom
@chandrakantachetiachandra369
@chandrakantachetiachandra369 Месяц назад
এইজন নিজৰ পকেট গৰম কৰা ব্যক্তি
@jadabkalita5697
@jadabkalita5697 Месяц назад
ঘৰতে ঘৰতে লাগ তহঁতে এই গেলা গৰমত।
@boruahmouchumi264
@boruahmouchumi264 Месяц назад
😅😅😅
@KUSUNGTRADERS
@KUSUNGTRADERS Месяц назад
এয়াই অসমীয়াৰ বৈশিষ্ট্য,, এইবোৰ কাৰণতেই অসমীয়া এদিন ভগনীয়া হ'ব।লাগি থাক।।
@anjanasom-t4z
@anjanasom-t4z Месяц назад
অসমৰ বিভিন্ন দল সংগঠন সমূহ একগোট হৈ কথা ,কাম, লক্ষ্য এক হ'ব লাগে। নিজৰ লগত লগা, ভগা তাহানিতেই এৰিবলৈ সময়ে ক'লে।
@jituborah5788
@jituborah5788 Месяц назад
বেছি হ'ল অলপ দেই অকলে জয়ী কৰা নাই কোনেও মানি নলয়
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ Месяц назад
বান্দৰ আৰু শিয়ালৰ মাজত কাজিয়া লাগিছে 😂
@ayanjyotidewri
@ayanjyotidewri Месяц назад
জহৰা হত তহঁতে বিজেপি লগত কিয় লা 😡😡😡 বিজেপিয়ে যে দুখীয়া দুখীয়া চাকৰি দি আছে ঘুছ নোলোৱাকৈ । আৰু তহতে কব আহিছা বিজেপি বেয়া বুলি। কংগ্ৰেছক জিকোৱা তহঁতে তাৰ পিছত চাবি মিয়া বিলাকে চাকৰি লৈ ৰখি থাকিব টকা ঘুচ্ দি আৰু অসমত মিয়া জনসংখ্যা বাহিব ।
@abhijitthapa1228
@abhijitthapa1228 Месяц назад
Correct
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Месяц назад
Yes
@pinkugoswami7448
@pinkugoswami7448 Месяц назад
Tumi jimn nkowa kio upper axomiya bure kaitiya o buji npai ..Miya kimn besi manuh e illegally sakori lole Congress r dinot
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Месяц назад
@@pinkugoswami7448 gom pa🥺
@KulenGogoi
@KulenGogoi Месяц назад
দুটা হৰিণাই যেতিয়া পৰস্পৰে যুজ লাগে তেতিয়া বাঘটোৰ বাবে হৈপৰে সান্দহতে মহৰ খুটি । খাৰখোৱা সকল গমিব পাৰিছা নে তোমালোকক যে ইতিমধ্যে ১৪/১৫ বছৰীয়া নাবালিকাকে ধৰি ৭০ বছৰীয়া বৃদ্ধা পৰ্যন্ত এৰি নিদিয়া প্ৰকাণ্ড অজগৰটো কাষত পালেহি। আৰু বেছি দিন নাই তোমালোকক গোটেই খাৰখোৱা সকলক সহজে গিলিপেলাব এই অজগৰটোৱে । কেৱল তোমালোকে নিজৰ মাজতে যুদ্ধ কৰি থকা।
@user-mn8vd7nb5c
@user-mn8vd7nb5c Месяц назад
দুয়োপক্ষ সংযম হোৱা উচিত।
@RitagogoiHazarika
@RitagogoiHazarika Месяц назад
এয়া জাতীয় তা বাদ নেকি নিজৰ মাজত খুৱা কামুৰা
@TarunDasTarundas-i4t
@TarunDasTarundas-i4t Месяц назад
অখিল গগৈৰ ব্যৱহাৰ ভাল নহয়। অখিলক এইবাৰ তাক হেৰুৱাব লাগিব।
@MuhiBoruah
@MuhiBoruah Месяц назад
কি মিছা কথাটো কৈছিলে নো অখিল গগৈয়ে।
@rameshdas6141
@rameshdas6141 Месяц назад
নিজৰ ভিতৰতে দল খুলি থাক। ২০২৬ ত তহত কোনেও জিকিব নোৱাৰ।
@ujjalchaliha2793
@ujjalchaliha2793 Месяц назад
অখিল গগৈ কেনেকুৱা ধৰণৰ মানুহ এতিয়া বুজি পাইছেটো।
@Rubulgogoi209
@Rubulgogoi209 Месяц назад
মই বিজেপিৰ এজন সৈনিক । মোক আপোনালোকৰ খেলৰ ৰেফাৰী হবলৈ দিব নেকি ?😅😊😮😢😂
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Месяц назад
😂moi cameraman
@binodsaikia1882
@binodsaikia1882 2 дня назад
মিয়া প্ৰেমিক সকলক ২০২৬ চনত সন্মানেৰে বিদায় দিয়ক। বাই বাই , টা টা
@kaushikdeka3430
@kaushikdeka3430 Месяц назад
বৰ শান্তি পালো ইহতৰ কাজিয়া দেখি ৰাইজৰ দল ধ্বংস হওক ।
@AmarjitBoro-vi8uj
@AmarjitBoro-vi8uj Месяц назад
Nogaon dhing ot kio mat matibo juwa nai tohote
@NishantaNayan
@NishantaNayan Месяц назад
Congress🎉❤
@arifahmed6115
@arifahmed6115 Месяц назад
আপোনালোকে নিজৰ মাজত লাগি নাথাকিব।
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Месяц назад
Miya😂
@rupamnath3961
@rupamnath3961 Месяц назад
অখিল গগৈ আলি বৰভূঞা 😂
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn Месяц назад
Akhil gogoi ❣️💪🙏
@pgoswami5378
@pgoswami5378 Месяц назад
লাচিত সেনাতো ৰাজনৈতিক দল নহয়,সকলোৱে জানে।
@jyotish5022
@jyotish5022 Месяц назад
Md akhil gogoi ok namaste porhibo di
@AnjuDutta-bl9yn
@AnjuDutta-bl9yn Месяц назад
Good newas
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda Месяц назад
নিজৰ মাজত সংঘাত নানিব। জয় আই অসম, জয় আই অসম।
@PronabDeori-xt1wc
@PronabDeori-xt1wc Месяц назад
Mama bahini ahi party koribo,khub bhal kaam korise
@user-kq2sx2un3w
@user-kq2sx2un3w Месяц назад
লিদাৰ হব খুজ নিজৰ জাতি ভাই লগত কাজিয়া কৰ নিজে নিজে কাজিয়া কৰি শ্মশান যাত্ৰা কৰিছ
@SanjayBorahkumar
@SanjayBorahkumar Месяц назад
সকলো এক হবৰ সময় হল।
@saidulislam8730
@saidulislam8730 Месяц назад
তই কেলা বিক্ৰী হোৱা পেদা
@jituborah5788
@jituborah5788 Месяц назад
দল গঠন কৰা কথাটো 😂😂😂
@trinayansaikia5449
@trinayansaikia5449 Месяц назад
আপুনি হে কৈচিলে অখিল গগৈ শিংহ পূৰুস বুলি 2021 ত জিকাৰ পাছত
@bitupandas8667
@bitupandas8667 Месяц назад
অসমীয়া ই অসমীয়া লাগি থাক,বিহাৰৰ বিহাৰী এ সকলো লৈ গৈ আছে।
@never_backdown8611
@never_backdown8611 Месяц назад
অখিল গগৈ কেনেকুৱা মানুহ আমি বহু আগৰে পৰা জানো। তোমাৰ বুজিপোৱাত দেৰি হল বোপাই!!!
@DoleyMising
@DoleyMising Месяц назад
Apunio dol bonab 1000 vote pabi
@DEENTT
@DEENTT Месяц назад
Lagea raho munna bhai
@NripenThakuria
@NripenThakuria Месяц назад
অখিলক চিনি পালি এতিয়া ৷
@sarbeswargogoi2781
@sarbeswargogoi2781 Месяц назад
চলিহাদেব, এটা দল খুলি কিডাল কৰিব কোবতে তিনিটামান দল খুলি লওক।তেতিয়াহে যুদ্ধখন খেলিবলৈ মজা হব।যুদ্ধ লৈ শুভেচ্ছা থাকিল।
@user-wl4tu5qi4b
@user-wl4tu5qi4b Месяц назад
ঐ পাগল সব ৰাজনীতিৰ বলীয়া হৈছা ।ৰাইজে এদীন লেংতা কৰি কুবাব ।
@imdatulislam9059
@imdatulislam9059 День назад
পাৰে যদি কা আইন খন উথাই দিয়াৰ ব্যৱস্থা কৰক। তেতিয়া হে কম আপুনি প্ৰকিত বিৰ।
@pankajkumardutta2689
@pankajkumardutta2689 Месяц назад
অহ কথা সেইটো
@NayemHasan-uz7db
@NayemHasan-uz7db 8 дней назад
এই ভিক্ষা খোৱা নেতা তহততো বিজেপিৰ এজেণ্ট এইবিলাক ৰাইজে জানে।পিছে কথা হল তহতৰ কৰবাত বোলে অভাৰ বীজত কাম কৰিবলৈ লেবাৰ নাই সেই বিষয়ে কি চিন্তা কৰিছ।তাত গৈ কামৰ যুদ্ধ কৰচোন। খালি যুদ্ধ যুদ্ধ বুলি কৈ থাক কাম কৰি দেখুৱা তুৰ যুদ্ধ কৰাৰ কিমান ক্ষমতা আছে তেতিয়া হে বুজিম
@manafact
@manafact Месяц назад
তহতৰঁ শিং ডাঙৰ হল যুদ্ধ লাগ লাগ ।
@rajusarkar5842
@rajusarkar5842 Месяц назад
A Kam nai eyar
@rajusaikia2328
@rajusaikia2328 Месяц назад
ঘৰে ঘৰে লাগি থাক টোৰ কাম নাই cm ক কৈ চাবি পুনে পুনে জেলত
@dipankorsarmah5276
@dipankorsarmah5276 Месяц назад
এখেত ৰজা।
@dinanathrabha8261
@dinanathrabha8261 16 дней назад
শৃংখলা তুমি টো বি জে পিৰ এজেণ্ট হয়।
@kailyangohain7880
@kailyangohain7880 Месяц назад
Moja dise
@xurordeolkalabithika1129
@xurordeolkalabithika1129 Месяц назад
কোনোবাই পকেট গৰম কৰিলে চাগে।
@digu8453
@digu8453 Месяц назад
Dui cong r.....moja lagise sai, jatiyabadi koi koi axomiya k lute,emotional nohoba bondhu, no politics only Assomiya giri in Assam
@kornokumardoley1514
@kornokumardoley1514 Месяц назад
নিজৰ নিজৰ মাজত (ককাই-ভাই)
@jayantabaruahofficial3756
@jayantabaruahofficial3756 Месяц назад
বৰ লাজৰ কথা এনেদৰে নিজৰ মাজতে লাগি থকাটো।
@ujjalkonwar2859
@ujjalkonwar2859 Месяц назад
কিহৰ সৈনিক ....
@jogenkalita4268
@jogenkalita4268 Месяц назад
ৰাইজৰ দল নহয় কাৰণ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ মতামত বিছাৰি সভাপাতি ৰাইজৰ দল নামকৰণ জনতাই দিয়া নাচিল ।এইজনে নিজে নমাকৰন কৰি সভাপতি হৈছিল।
@nripenborgohain201
@nripenborgohain201 Месяц назад
বীৰ লাচিত সেনাৰ সেনাপতি মহোদয় অখিল গগৈ কথাত লাগি নাথাকিব জাতিমাটিভেটি আমি মানুহেই কৌশলগত ৰাজনীতি এৰি স্বাভিমানী পক্ষত থাকিহে অসম গঢ়ক - জয়আইঅসম
@user-wq7nb1rh6h
@user-wq7nb1rh6h Месяц назад
আহোম লগত যুদ্ধ হ'ব ফাণ্ডন মাহত 100%মিছ হ'লে মই পৃথিৱী খনত জিয়াই নাথাকো।
@banjitchangmai4047
@banjitchangmai4047 Месяц назад
আহিবি লাগিম,,
@bharatboruah9578
@bharatboruah9578 13 дней назад
Joi ai axom
@Mynagogoi123
@Mynagogoi123 Месяц назад
Gogoi eta logot lagebo...gute Gogoi lage jabooo 😂😂😂😂
@abhijeetkalita7333
@abhijeetkalita7333 13 дней назад
Axomiya.....Gogoi sonowal kalita Koch sob ekei.....jetia Mia e katibo tetia Gogoi....Gohain....buragohain....borphukon eibilak nasabo...
@Mynagogoi123
@Mynagogoi123 12 дней назад
@@abhijeetkalita7333 hueee tohote voi kora sage ..heto tohotor blood ase sage voi too...Miya katibo buli...kot sun ame to aje loike tenoka Miya dekhaa eh puwa nai.. amr manuhe Kati khai debo so What is the defferent between Miya vs ahom.. Miya eh Kasi loi jujebo ahebo ame 4 ft 3 ft deghol n...3 anguli n 5 anguli bohol amr traditional hengdang loi jam jujeboloi.... Teteya sam kaar taat kiman power ase ..🤣🤣🤣🤣🤣🤣 Ahom sobor ghorot gai poti hengdang ase....Miya eh eman dangor toruwal dekha eh nai sage 🤣🤣🤣
@abhijeetkalita7333
@abhijeetkalita7333 12 дней назад
@@Mynagogoi123 tmi eneke koisa
@abhijeetkalita7333
@abhijeetkalita7333 12 дней назад
Tmi Jana nai ahom naha agr pra kalita Koch sonowal bodo karbi axom t asil....aru ami ahom hokolok nijor bli vabu krn teuluke axom r culture language sob akuali loisil....aru aji ami ekeloge hoi Mia juj dibo lagibo.....tmi kothakhar eneke koisa Mia e jdi muk Kate tmr soku agt tmi eku maat namatiba.....kotha heitue kola
@user-fb6ji8qi6m
@user-fb6ji8qi6m Месяц назад
অখিল গগৈয়ে সেনাৰ দুজন মানক টকা দিলে সকলো ঠিক থাক নহব নে ?😂😂😂 সেনাৰ কেইজনমান নেতাই কাৰ ধনেৰে বিলাসী বাহন কিনি লাহ বিলাহৰ জীৱন উপভোগ কৰি আছে ? তেওঁলোকৰ উপাৰ্জনৰ উৎস কি ? সাহস হব নে ৰাজহুৱা কৰিবলৈ ?
@AnkhumaanChutia
@AnkhumaanChutia Месяц назад
দল খুলিব 😂😂😂
@swapanmallik983
@swapanmallik983 Месяц назад
This is called devide and rule.
@bimalbora4971
@bimalbora4971 Месяц назад
এইবিলাক-ভালনহয়-দাদা-।
@BikramBorah-e5p
@BikramBorah-e5p Месяц назад
Congratulations Shrinkhal all the best for your future endeavors I was wonder a day before that you should form a party and here is your statement.'অসমিয়াট একু নকৌ'
@sahinhussainhazarika
@sahinhussainhazarika Месяц назад
So Indisciplined by nature...
@AnantaBorah-q6j
@AnantaBorah-q6j Месяц назад
বিজেপিৰ বজাৰ খন ডাউন দেখি ভোট বিভাজন কৰিম বুলি ই ২০লাখ মান ললে মামুৰ পৰা
@sajidzamal3206
@sajidzamal3206 Месяц назад
নিজৰ মানুহ খিনিয়েই লাগি থাকা। অখিল গগৈয়ে কিন্তু এইবোৰ বেয়া কৰিছে। এনেদৰে ক'ব নালাগে।মিলি থাকি জুজ কৰিলে ভাল
@ShahadullaBhai
@ShahadullaBhai 9 часов назад
Srigkhol.nohoi.1.cm.tar.kothate.mama.hagise
@user-iw1ez4xj9c
@user-iw1ez4xj9c Месяц назад
Oh
@jupango460
@jupango460 Месяц назад
Mojaaa
@amu536
@amu536 Месяц назад
অসমীয়াবোৰ নিজৰ মাজত লাগি মৰে, বিদেশী আহি বৰঘৰত বহে।কি যে হ'ব।মুখ সকলোৱে সংযত হ'লে জাতিটোৰ বাবে ভাল।
@bikramburagohain8591
@bikramburagohain8591 Месяц назад
Eku koribo niwari.
@nibransonowal9182
@nibransonowal9182 11 дней назад
আপোনালোকৰ নাটক চাই আমোৱালে
@DharniLalung
@DharniLalung Месяц назад
Moja
@gogoi2499
@gogoi2499 Месяц назад
Politics kajiya
@sonamtapan1361
@sonamtapan1361 Месяц назад
বৰ লজ্জাজনক নিজৰ মাজতে কাজিয়া। ভাত্ৰিঘাতি নহবা,আলোচনা ৰ মাজেৰে সমাধান কৰা।
@AbdulBasit-kz2sq
@AbdulBasit-kz2sq Месяц назад
Hi
@RonujDoley-lv8ge
@RonujDoley-lv8ge Месяц назад
Horu horu kotha কিয় lagi থাকিব lage himan jona buja মানুহ হৈ
@NilutpolKhound
@NilutpolKhound Месяц назад
বিজেপিক জয় কৰিবৰ বাবে দল নেকি?
@user-nk2fi6db7z
@user-nk2fi6db7z 14 дней назад
Aapunar. Bujathe Bhul Hoise Okhomia Manuh Prai. Anekuai
@rjvlogs7189
@rjvlogs7189 Месяц назад
Apunalor khana burok akuta dress debo tatiya ha seni pam j aitu lachit khana buli
@saidulislam8730
@saidulislam8730 Месяц назад
মাজে মাজে খাই আছে দেখোন
@alleverything.-1997
@alleverything.-1997 Месяц назад
Okhil Dak bht Val paisilo ,kintu bir lashit sena axom boy aku nkb krn lashit sena jinda bad
@PronabDeori-xt1wc
@PronabDeori-xt1wc Месяц назад
Dhet Kela,lagi more jaa nijor majote, hai karone marwari,bihari,bengali utpat,hehoti jana je ki hobo.
@pintusaha3378
@pintusaha3378 Месяц назад
Thike koise jati tu khai dile ses kori dile
@MINE_Craze_81
@MINE_Craze_81 Месяц назад
Nijor vitorate nijor manuhor logot kajia nokoriba. Ami sob kokai vai
@nayan_konwarrr
@nayan_konwarrr Месяц назад
Stick with your brothers.
@shweta4538
@shweta4538 Месяц назад
নিজৰ মাজত লাগি থাকক।
@mainudavi9510
@mainudavi9510 Месяц назад
আপোনালোকে নিজৰ ভিতৰত লাগি Bjp ক দেখাই থাকক
@jyoshreegogoi7958
@jyoshreegogoi7958 Месяц назад
Good 👍
@rinabharali454
@rinabharali454 Месяц назад
Lag lag lagi ja. Bhai Bhai logote. Nepat jauk axomiya
@pinkuboruah6680
@pinkuboruah6680 Месяц назад
At first who build Gold Asom.
@pranjitbaruah6278
@pranjitbaruah6278 3 дня назад
মাৰ তাক অখিল উদ্দিন মুহম্মদ ক
@bijoydas5841
@bijoydas5841 День назад
Mia premi Akhil Gogiok garu piton dibo lage
@DhrubajyotiBaruah-yf5ge
@DhrubajyotiBaruah-yf5ge Месяц назад
Lashit sena ❤
@MONSUMDUTTA-kb1hk
@MONSUMDUTTA-kb1hk Месяц назад
Class 8 lora kotha kua jan lagisa.
@manabkalita6188
@manabkalita6188 Месяц назад
Neriba
@DevaBarman-z8f
@DevaBarman-z8f Месяц назад
Akhil ajon dhurandhar subidha badi neta.
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw Месяц назад
ভুল মানুহ মাত্রে হয়। আলোচনা কৰি সমস্যা সমাধান কৰক। যুদ্ধ নিজৰ মাজত হলে লাভ নাই। দুয়ো পক্ষৰ লোকচান হয়, লাগিলে ৰাজনৈতিক যুদ্ধই হওঁক।
@biplabray6304
@biplabray6304 Месяц назад
Tohote ki sorkar solabi jana aae . Bjp val
Далее