Тёмный
No video :(

Ojaantric || শৃংখল চলিহাৰ জাতীয়তাবাদী চেতনা আৰু আপোচবিহীন সংগ্ৰামী সত্বা | Assamese Podcast Ep.108 

Oasis Motion Films
Подписаться 220 тыс.
Просмотров 208 тыс.
50% 1

Our Second channel:
Oasis Talukdar : www.youtube.co....
Udayan Duarah : www.youtube.co....
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
#ojaantric
#assamesepodcast
#ShrinkhalChaliha

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,6 тыс.   
@manabprotimsharmah3019
@manabprotimsharmah3019 7 месяцев назад
আজি এজন সিংঘই অযান্ত্ৰিকৰ মজিয়াত গুজৰি গল🙏 ভবাই নাছিলোঁ অযান্ত্ৰিকত এনেকোৱা বীৰ পুৰুষৰ কন্ঠ শুনিব পাম বুলি। জয় আই অসম। জয় বীৰ লাচিত সেনা । ধন্যবাদ অযান্ত্ৰিক ❤
@kaustavnath1150
@kaustavnath1150 7 месяцев назад
Tumar xinghoi 2020 sonot ajagat piton khai thoise buisa
@TumanPhukan-ti5jp
@TumanPhukan-ti5jp 7 месяцев назад
জয় আই অসম ✊✊✊ জয় বীৰ লাচিত সেনা অসম ✊✊✊
@swarnavgogoi3482
@swarnavgogoi3482 7 месяцев назад
​@@kaustavnath1150Tmi mne kbo khujisa ayo fltu ktha koise... maar khalei jniba kntu ktha kita ki bya koise. Sb tu point t ai koise..
@kaustavnath1150
@kaustavnath1150 7 месяцев назад
@@akashsall8001 100 percent bro axomiya vs axomiya borhiya hobo, bey tumalukor vivek mani goisu🤣🤣🤣 tumi aru moi kintu one vs one korim dei, lorai gym kore hobola 😖😖🤣 , Aru xivaxagar xonok ebur mar pit kora kotha koi bodnam nokoriba buisa Xivaxagar tumaru aru muru aru pratyek jon axomiyar, ami xokolu mili juli thaku Upper Assam Lower Assam buli tumalukor asam luke bohut ved vab kore please ebur nokoriba moi Nagaon r hoi. Shrinkhal saliha r nisina manuh tumaluk buror karne hobo hero kintu xi ki panir mas hetu ami bhalke janu lime light t ahigole ba dutaman vaxon di famous hoi gole kunuba vyakti leader hoi nejai, leader hobole intelligence, presence of mind, decision making power, way of talking, non hypocratic and protyek Tu situation eta side r pora nhoi sob side r pora sai eta proper decision lua jon he leader okol Buku phindai 10 ta manuhor logot nijoke xahokhi bujua jon ketiau leader hobo nuware, etiya tumare eta example judi moi deu mur comment tu porhi sage tumar xong uthil hekarne tumi joshot ahi ekdom mar pitole gusi gola, tumi mur a comment beleg dhorneu dibo parila heten moi kua kotha xini judi oxotya tumar herok goi xudhiba, tumar hero a nischay xatya kothaye kobo i hope.Jun stable mind set r hoi tak he budhiman buli kobo pari, Xong komjur manuhor xunkale uthe. Hekarne bro gym 🏋🚴💪kora kintu olop maan meditation u koriba.
@kaustavnath1150
@kaustavnath1150 7 месяцев назад
@@swarnavgogoi3482 eku point t nai kua bhai xi kua besi vaag kotha lastot goi bhul ulai Manuh tu bhal antar xon safa kintu mathat Maal nai etu moiu point t koi tholu tumak Joi Aai Axom
@Hmnxu3287
@Hmnxu3287 7 месяцев назад
ধন্যবাদ অযান্ত্রিক❤এজন সচাঁ মানুহক নিমন্ত্রণ কৰাৰ বাবে❤ জয় আই অসম✊
@user-wm9rq8uk7c
@user-wm9rq8uk7c 7 месяцев назад
joi aei aassom ✊
@user-yr5rg4yh4k
@user-yr5rg4yh4k 6 месяцев назад
"নিজৰ মাটিত প্ৰটিবাদ কৰিব লগীয়া হৈছে তেটিয়াহলে উগ্ৰহ হবয়ে লাগিব।" Great line.
@himangshucat3084
@himangshucat3084 6 месяцев назад
16 cr luwa party tu. AASU buli voba hkle like kora
@samujjalgogoi-hb6zv
@samujjalgogoi-hb6zv 7 месяцев назад
ইমান বছৰে অযান্ত্ৰিকৰ খণ্ড চালো কিন্তু আজিৰ নিচিনা খণ্ড আগতে দেখা পোৱা নাছিলো।সঁচাকৈয়ে বহুত ভাল লাগিল ❤
@bhaskarjyotibora5071
@bhaskarjyotibora5071 7 месяцев назад
নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা এই মানুহজনক সদায় সুস্থ সৱল কৰি ৰাখক সদায়ে শক্তি দিয়ক যুঁজি থাক ককাইদৌ ... বহুত মৰম আৰু শুভেচ্ছা তোৰলৈ ...
@userunavailable__
@userunavailable__ 7 месяцев назад
মৰি যাওক ই
@bhaskarjyotibora5071
@bhaskarjyotibora5071 7 месяцев назад
@@userunavailable__ toi kor kela
@user-wm9rq8uk7c
@user-wm9rq8uk7c 7 месяцев назад
Hosa ajir dinot proud you❤✊
@rupamapathak3099
@rupamapathak3099 4 месяца назад
May you live long!
@lakhyajitkalita1194
@lakhyajitkalita1194 7 месяцев назад
শৃংখল দাক দেখি বহুত দিনৰ মূৰত অযান্ত্রিক চাইছো..... ধন্যবাদ অযান্ত্রিক.... এজন ভাল লগা স্পষ্টবাদী অতিথি উপহাৰ দিলে।🙏
@lachitphukan1578
@lachitphukan1578 6 месяцев назад
আজি AASU কা আন্দোলনৰ সময়ৰ সভাপতি জন বিজেপিত যোগদানৰ পিছত শৃংখল চলিহা কথা বোৰ যে সম্পূৰ্ণ সত্য তাৰ প্ৰমাণ পালোঁ । জাতি জাতি কৈ চিঞৰি ভণ্ড তথা স্বাৰ্থপৰ নেতা সমূহক ৰাইজে বৰ্জন কৰিব লাগে সময় থাকোঁতেই । শৃংখল চলিহা এজন প্ৰকৃত অসমী আইৰ সন্তান ।
@mrinalroy3185
@mrinalroy3185 7 месяцев назад
অসমৰ এজন আপোচবিহীন নেতা শৃংখল চলিহা দা♥️❤️
@user-np3pg2yh8k
@user-np3pg2yh8k 7 месяцев назад
শৃংখল মোতকৈ ২০বছৰ সৰু।কিন্তু তেওঁৰ নিৰ্ভিকতাক মই চেলুট জনাওঁ।ডিব্ৰুগড়ত এই সংগঠন শক্তিশালী হব লাগে ।ইয়াত বহুত কৰিব লগা আছে।
@jyotimonisaikia1195
@jyotimonisaikia1195 6 месяцев назад
অসমত এতিয়া এনেকুৱা মানুহৰ বহুত প্ৰয়োজন
@debasishadhikary8229
@debasishadhikary8229 7 месяцев назад
এজন সাহসী অসমীয়াৰ নাম শৃংখল চলিহা।এখন খিলঞ্জীয়া অসম গঢ়াৰ যি প্ৰচেষ্টা সেয়া এদিন ফলবতী হব‌ই। জয় আই অসম।
@hemantahazarika9715
@hemantahazarika9715 7 месяцев назад
আজি প্ৰথম অযান্ত্ৰিক চালো, আৰু একমাত্ৰ শৃংখল চলিহাৰ থামনেইল দেখিহে চালো, ❤ বহুত বেছি ভাল পাও মানুহজনক, জয় আই অসম, ❤❤❤❤❤❤❤❤❤❤
@userunavailable__
@userunavailable__ 7 месяцев назад
Val puwar aku naii 😂
@deepjyotichamuah3867
@deepjyotichamuah3867 6 месяцев назад
Kun ei toi baalsinga​@@userunavailable__
@moran8420
@moran8420 7 месяцев назад
বহুত আগৰ পৰাই চিনাকি Ojantric Chenal টো, কিন্তু কোনো দিন এটা Comments বা এটা like দিয়া নাই, আৰু কোনো দিন full episode চোৱা নাই, অলপ চাই বাদ দিও। কিন্তু আজি 1hrs 2minit 51 scnd.. বহা ঠাইৰ পৰা একে ৰাহে চাই দিলোঁ।। only For lion,,, জাতিৰ বিপদ হলে আন কোনো নেথাকিলে ও এজন আছে আমাৰ বাবে বুকু ডাঠ কৰি কব পাৰোঁ।।। সেই জনেই 🙏Srinkhol Saliha ❤ ..
@mridugogoi6123
@mridugogoi6123 7 месяцев назад
একদম মনৰ কখাষাৰ কলে
@user-ko9ie1gk9s
@user-ko9ie1gk9s 2 месяца назад
মৰিয়নি সমষ্টি সম্পৰ্কত সচাঁ কথা ক'লে।
@chayankhazarika7525
@chayankhazarika7525 7 месяцев назад
এজন সচাঁ অসম আৰু অসমীয়াপ্ৰেমী ব্যক্তি আমাৰ শৃংখল দা। জয় আই অসম
@user-mf2xm7gj6w
@user-mf2xm7gj6w 7 месяцев назад
বহুত বেছি ভাল লাগিল আজি , আৱেগিক অভিনেতাতকৈ হাজাৰ গুণে বহুত বেছি ভাল লাগিল । এদিন অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈ ডাঙৰীয়াক মাতক এবাৰ আপোনালোকৰ অনুস্থানলৈ
@smritisikhabora8187
@smritisikhabora8187 7 месяцев назад
অসম বুলিবলৈ এতিয়া অকল উজনি অসমত হে আছে। হয় হাৰিছো সঁচা। এদিন জিকিম আমি অসমীয়া।
@padumdutta2142
@padumdutta2142 7 месяцев назад
সূর্য হোৱা...সূৰ্য হোৱা... জাতীৰ নতুন সূৰ্য হোৱা...!
@user-et5tq1em6o
@user-et5tq1em6o 7 месяцев назад
আজিৰ সময়ৰ দুজন অসমীয়া লুৰিণজ্যোতি আৰু শৃংখল চলিহা যেন লাগে, অনাগত দিনতো যেন এনেকৈ থাকে দুয়োৰে জাতীসত্বা৷
@rahulbhuyan6936
@rahulbhuyan6936 7 месяцев назад
বহুত দিনৰ পৰা চাই আছোঁ অযান্তিক। কিন্তু আজি বেলেগ লাগিছে অনুষ্ঠানটো। অলপো স্কিপ নকৰাকৈ চাইছো। এনেকুৱা অনুষ্ঠান আৰু দীঘলীয়া কৰক। শৃংখল ককাইদেউ, আপোনাক অন্তৰৰ পৰা চেলুত দিছোঁ। বহুতৰে অনুপ্ৰেৰণা আপুনি। ভালে থাকক আপুনি। আৰু অযান্তিকে আৰু এনেকুৱা জাতীয়তবাদী ব্যক্তি আনক। ইয়াৰ আগত কুসুম দাৰ অনুষ্ঠানটো বহুত ভাল লাগিছিল। আৰু আজি এই অনুষ্ঠানটো। বীৰ লচিত সেনা আগবাহী যাওক। আৰু জাতিটোৰ স্বাৰ্থত কোনোদিনে আপোচ নকৰিব। সদাই স্পষ্ট আৰু মূৰ তুলি থিয় হৈ থাকক। আজিৰ খণ্ডটোৰ বাবে আকৌ এবাৰ ধন্যবাদ অযান্তিক।
@debasishsaikia7463
@debasishsaikia7463 7 месяцев назад
The best episode of OJANTRIC till now. জয় জাতীয়বাদ ! জয় আই অসম!
@dipaklama6711
@dipaklama6711 7 месяцев назад
Jai ai akhom
@bhaskarsarma8829
@bhaskarsarma8829 7 месяцев назад
ৰবি শৰ্মা, নমিতা ভট্টাচাৰ্য্যৰ পিছত এইটো খণ্ড চাই বৰ ভাল পালোঁ। শৃংখলদাৰ কথা শুনি বহু কথা জানিব পাৰিলোঁ। জয় আই অসম। ✊
@userunavailable__
@userunavailable__ 7 месяцев назад
হয় কাৰণ অসমীয়া অনা অসমীয়া কৰি থাকে 😂
@paragburagohain1111
@paragburagohain1111 6 месяцев назад
আজি দৰে অনেক খিলঞ্জীয়াৰ অধিবেশনৰ প্ৰয়োজন , আমাৰ অসমীয়া জাতিৰ উন্নত কৰাৰ উদ্দেশ্যৰে আৰু আলোচনাৰ আয়োজন কৰি উঠি অহা প্ৰজন্মক উনুকিয়াই দিয়াৰ প্ৰয়োজন বোধ কৰিছোঁ। এনেকৈ সামাজিক মাধ্যমত আলোচনা হব লাগে। বহুত ভাল লাগিল কথাবোৰ শুনি । জয় আই অসম।
@skentertainment7746
@skentertainment7746 7 месяцев назад
বীৰ লাচিত সেনা এদিন নহয় এদিন অসমত চৰকাৰ হবই লাগিব💓💓
@agastyabaruah1380
@agastyabaruah1380 7 месяцев назад
দাদাজনৰ কথাবোৰ ভাল লাগে।‌ জাতীয়তাবাদৰ কথা ক'লে Goosebumps আহি যায়।❤️
@userunavailable__
@userunavailable__ 7 месяцев назад
Xenophobic je
@nomadicmind7849
@nomadicmind7849 7 месяцев назад
এনেকোৱা episode হ'ব লাগে। ❤❤❤ জয় আই অসম ✊ এতিয়াও বহুতে সোধে ইয়াত,,,অসমৰ পৰা আহিছা নেকি বুলি। মোক এগৰাকী শিক্ষয়িত্ৰীয়ে সুধিছিল এই কথাটো। অসমৰ মানুহ হৈ অসমৰ পৰিসীমাৰ কথা নজনাটো স্বাভাৱিক জানো,,,নে কথাৰ আৰঁত উদ্দেশ্য বেলেগ...!! তাতেই আকৌ তেখেত এগৰাকী শিক্ষয়িত্ৰী হয়,, ভাৱি চাওঁক কথাটো...!!
@mridusmita_jaankonwar6680
@mridusmita_jaankonwar6680 7 месяцев назад
তেওঁৰ বিষয়ে ভুল মনোভাৱ লৈ আছিলো সেইকাৰণে podcast টো চোৱাও নাছিলো | ভাল লাগিল কথাবোৰ জানি শুনি; একেবাৰে চিন্তাধাৰাই সলনি কৰি দিলে
@radaliassame3397
@radaliassame3397 7 месяцев назад
আজিহে জেগাত পৰিছে । অসমৰ কাৰনে এনেকুৱা মানুহৰ প্ৰয়োজন আছে ভবিষ্যতে অসমৰ ৰাজনিতিত পদাৰ্পন কৰিব আৰু অসমীয়া জাতি, মাতি, সংস্কৃতি, ভাষা ৰক্ষা কৰিব বুলি আশা থাকিল
@Armylover195assam
@Armylover195assam 7 месяцев назад
ৰাতিপুৱাই উঠি প্ৰথমে ভিদাওটো চালো ভাল লাগিল ❤ প্ৰয়োজন এনে মানুহৰ❤প্ৰথম বাৰৰ বাবে ধুনীয়া প্ৰশ্ন কৰিছে আজি ভাল লাগিল😊
@jaydeepkalita5717
@jaydeepkalita5717 7 месяцев назад
Powerful Episode🔥 বৰ্তমান অসমৰ জাতীয় সত্বাৰ ওপৰত হোৱা এটা সুন্দৰ সামগ্ৰিক আলোচনা।
@user-nj1jf1mf3z
@user-nj1jf1mf3z 6 месяцев назад
বোপা শৃঙ্খল তোমালৈ হিয়া উজাৰি আশীৰ্বাদ দিছো।তোমাৰ মনোকামনা ঈশ্বৰে যেন পূৰ্ণ কৰে।
@trishnajyotisaikia6238
@trishnajyotisaikia6238 7 месяцев назад
Aji comment eta korilu...❤ Aibur kothai ketiaba muku gujori gumori thky
@funnyvedio-en4sb
@funnyvedio-en4sb 7 месяцев назад
এজন সচাঁ জাতীয়তাবাদী নেতা, ভাল লাগে।মুখৰ আগত কথা কোৱা মানুহ সদায় এনেদৰেই থাকক।আনবহুজনৰ মনত জাতীয়তাবাদ জগাই তোলক। আজিৰ এপিছড বহুত ভাল লাগিল।জয় বীৰ লাচিত সেনা।❤❤❤❤
@mrinalkumarbaruah6138
@mrinalkumarbaruah6138 7 месяцев назад
ভাল লাগিল আজি খণ্ডটো। আগলৈও এনে জাতীয়তাবাদী লোকক আমন্ত্ৰণ জনাব চোন।
@abinashhandique6745
@abinashhandique6745 6 месяцев назад
জাতিৰ সন্ধিক্ষণত শৃংখল চলিহাৰ দৰে মানুহৰ অতি প্ৰয়োজন। ধন্যবাদ অযান্ত্ৰিক তেওঁক নিমন্ত্ৰণ জনোৱাৰ বাবে। অসমীয়া জাতীয়তাবাদী সত্তাৰ ধ্বজ সদায় অক্ষুন্ন থাকক, জয় আই অসম, জয় হিন্দ।
@himadrisonowal4017
@himadrisonowal4017 7 месяцев назад
মজা এনেকুৱা মানুহ আনিব লোকেআপোনালোকে, যাৰ তেজত সছা জাতীয়তাবাদ আছে,এনেকুৱা মানুহৰে আমাৰ অসমত প্ৰয়োজন,জয় আই অসম
@uddipnath753
@uddipnath753 7 месяцев назад
One of the finest episode of Ojantric till date ❤🔥💯
@ranipriyaentertainment8694
@ranipriyaentertainment8694 7 месяцев назад
খোলা মনৰ মানুহ ,,, যি কয় চিধা কই। বহুত ভাল লাগিল episide2 l
@prantik2121
@prantik2121 7 месяцев назад
Best episode.. শৃংখল দাদা লৈ বহুত বহুত মৰম ❤️ নতুন প্ৰজন্মৰ বাবে তেওঁ প্ৰেৰণা আৰু সাহস।। জয় আই অসম ✊
@tikumoninath2000
@tikumoninath2000 7 месяцев назад
Very nice episode. জাতিৰ বাবে মাত মতা মানুহ বহুত কম আজি কালি। আপুনি এনেদৰেই জাতিৰ বাবে যুঁজ দি আমাকো অনুপ্ৰাণিত কৰক ।
@Hirakzeet567
@Hirakzeet567 7 месяцев назад
one of the powerfull episode of ojantric till date❤️🔥 জয় আই অসম❤️✊
@SantoshMohanPhukan
@SantoshMohanPhukan 7 месяцев назад
I don't know whats going to be his neat future , but his motto towards our Assamese people is top notch. Such graceful personality with a clear vision. Hope his dreams towards Assamese community fulfills
@kaushikgohain8941
@kaushikgohain8941 7 месяцев назад
The iron man of Assamese people. Genuinely the legacy of Assamese identity is defined through the words of Srinkhal Chaliha. May god bless you to serve this land 🙏 ✨️ ❤❤
@Assamkaanupam
@Assamkaanupam 7 месяцев назад
জয় বীৰ লাচিত সেনা,সচাকৈয়ে চকুৰ টিপ নমৰাকৈ Episode তো চালো। ধন্যবাদ OJANTRIC
@Bhabensaikia26
@Bhabensaikia26 7 месяцев назад
তেওঁ সদায় শক্তিশালি হৈ থাকক জাতিটোৰ কাৰণে ❤️ জয় আই অসম ✊️
@mriduldas8887
@mriduldas8887 7 месяцев назад
কিয় আপোনাৰ নিজৰ শক্তি নাই নেকি? পৰৰ ওপৰত কিয় ইমান নিৰ্ভৰশীল অসমীয়া জাতি?
@userunavailable__
@userunavailable__ 7 месяцев назад
অসমীয়া অনা অসমীয়াৰ নামত ৰাজনীতি 😂
@anuraagpanging3597
@anuraagpanging3597 7 месяцев назад
Tyag ase karone khong ase....shrinkhal lived it ❤
@manashchetia4558
@manashchetia4558 7 месяцев назад
এনেকোৱা Episode আৰু কেইটামান আমি বিচাৰোঁ দেই ককাইকেইটা..খুউব ধুনীয়া.
@lianbaruah4771
@lianbaruah4771 7 месяцев назад
I thought your show was going down the drain with the previous jabor sumi bikash episodes but today you have revived it . Top notch episode kudos to thinking #Joi Aai Axom .. Assam First and Always 🙏
@nilakshidevipuja
@nilakshidevipuja 7 месяцев назад
প্ৰয়োজন আছিল এই খণ্ড টোৰ, বিৰাট ভাল লাগিল সঁচাকৈ ❤️
@udeshnahazarika1884
@udeshnahazarika1884 7 месяцев назад
ভাল লাগিল ❤ অতিথি আমন্ত্ৰনত ভালকৈ চালি জাৰি চালে অনুষ্ঠানটি এনেদৰে আগবাঢ়ি যাব। শুভকামনা 🎉
@Astrologer-Pranab-Kr-Sarmah67
@Astrologer-Pranab-Kr-Sarmah67 6 месяцев назад
ভাল লাগিল শৃংখল চলিহাৰ বক্তব্য শুনি। অযান্ত্ৰিক ব্ৰডকাষ্টিং চেনেলত ভৱিষ্যতে এনে ধৰণৰ ব্যাক্তিক নিমন্ত্ৰণ কৰি আনিলে ভাল হ'ব।
@dhandeka3747
@dhandeka3747 7 месяцев назад
I was totally wrong about this man before watching this episode.. What a 💎 he is...Joi Aai Axom🌹🧡
@dipubora5237
@dipubora5237 7 месяцев назад
ভাল লাগিল খণ্ডটো❤ জাতীয়তাবাদী সকল সদায় প্ৰিয়❤
@user-lg8ob3lx7o
@user-lg8ob3lx7o 7 месяцев назад
Amar syllabus bilakot Assam Movement.r kotha included naasil. Honestly, civil service exam prep.t he porhibo paisu. It's good that recently HS syllabus covered it....History should be read, discussed and preserved without concealing.
@munmigogoi1104
@munmigogoi1104 7 месяцев назад
খুব ভাল লাগিল এই সাক্ষাৎকাৰটো, আৰু যেন জাতীয়তাবাদী প্ৰকৃত নেতাৰ সাক্ষাৎকাৰ দেখিবলৈ পাও অনাগত দিনত।
@rubuldas6688
@rubuldas6688 7 месяцев назад
Need these type of podcasts...so that our new generation can learn and know about their roots and sacrifices of our people...
@raktimdeka2045
@raktimdeka2045 7 месяцев назад
Ojantric এইবাবেই একক আৰু অনন্য, আশা কৰিছো যাত্ৰা অব্যাহত থাকিব
@alexadityaofficial8248
@alexadityaofficial8248 7 месяцев назад
অজান্ত্ৰিক চেনেলট প্ৰথম ভিদিওটো ৰ পৰা চাই আহিছোঁ কিন্তু আজিলৈকে কমেণ্ট এটা কৰি পোৱা নাই , আজি সিংহৰ গুজৰণি শুনি কমেন্ত এটা কৰিবলৈ মন গল । ❤ ✊ জয় আই অসম ✊❤
@sidharthaburagohain8999
@sidharthaburagohain8999 7 месяцев назад
Phukan. He needs exposure and there can be no better platform than this. Don't want this legend to fade away.
@puranibihugita
@puranibihugita 7 месяцев назад
ভাল লাগিল । এই episode টোৱে সৰ্বশ্ৰেষ্ঠ episode ।
@ayeshakhatoon8885
@ayeshakhatoon8885 7 месяцев назад
Best episode till date❤ ajir dinot i think bohut kom manuh ase enekoi bhoi nokori kotha kobo pora,heikaronei manuhjonok bhal lage..i feel so proud as a sivsagarian🎉
@bhargavbora388
@bhargavbora388 7 месяцев назад
এটি সুন্দৰ অধ্যায়।আৰু এজন আছে তেখেতৰ লগৰ বিকাশ অসম বুলি।তেখেতক ও মাতিব যদি পাৰে।
@rupamsvlog6194
@rupamsvlog6194 7 месяцев назад
Dekhe Maatise bir'or bekh, Morile Sworgo Torile Dekh. Love you Ojaantric ❤✊️✊️✊️ Jai Aai Axom ✊️✊️✊️
@walesh00
@walesh00 7 месяцев назад
অজন্ত্ৰিকলৈ এটি আহ্বান। আমি যুৱ প্ৰজন্ম বিশেষকৈ চছিয়েল মেডায়ত যদেষ্ট এক্টিভ। আজিহে গম পাইছে কি কি যে হৈ আছে চৌদিশে ।।আমাক আৰু এনেকুৱা episode লাগে এনে এনে লোকৰ যিয়ে আমাক পথ দেখুৱাই ।।
@hkmixturevideo3197
@hkmixturevideo3197 7 месяцев назад
Special episode of ojantric podcast ❤🔥🔥🔥
@hrishikeshbhargav212
@hrishikeshbhargav212 7 месяцев назад
Best podcast till date 🔥🔥... enekua political guest matibo sun aru
@arunjyotihazarika1641
@arunjyotihazarika1641 7 месяцев назад
ধন্যবাদ অযান্ত্ৰিক শৃংখল দাক episode তো কৰাৰ বাবে। জাতীয়তাবাদ সদায় প্ৰথম ❤
@ajitsarma8237
@ajitsarma8237 3 месяца назад
মই কিন্তু বহুত বেছি ভাল পাওঁ । এই সংগঠনৰ কাম বিলাক । কাৰণ তেওঁ লোকৰ এটা কাম ভাল লাগে জাতিৰ কথা চিন্তা কৰিলে । জয় আই অসম
@guwalijaneastgolaghaticds4740
@guwalijaneastgolaghaticds4740 7 месяцев назад
Aji r episode tu really most important ntunprojnmor babe ....val lagil ...aji OjANTRIC a ata most important step hatot lole thank to all of you...❤
@sankarsamirnath6498
@sankarsamirnath6498 7 месяцев назад
চিধা মানুহ চিধা কথা ❤❤ জয় আই অসম ।
@smrjt9102
@smrjt9102 7 месяцев назад
Aitu seriously one for the far most best episode till now in OJANTRIK
@wazibur1
@wazibur1 7 месяцев назад
Srinkhal Chaliha is a gem of a person. Good to see his valuable contribution towards Assamese society. Immense Respect for him.
@deeppritamkashyap1706
@deeppritamkashyap1706 7 месяцев назад
অযান্ত্ৰিক মই বহুত দিনৰে পৰা চাই আহিছোঁ কিন্তু কেতিয়াও comment দিয়া নাছিলোঁ কিন্তু আজিৰ episode তো চাই বহুত বেছি ভাল লাগিল ।
@arnabbaruah6063
@arnabbaruah6063 7 месяцев назад
Views , likes doesn’t matter . This is by far the best ep. Of ojantric .. aru anekua leaders vurok matok ai podcast r loi #joi aii axom
@bhaskarkalita8002
@bhaskarkalita8002 7 месяцев назад
কিদৰে তোমালোকক ধন্যবাদ জনাও বুজি পোৱা নাই। Seriously Thankyou❤ Thankyou for inviting this man ❤️ এজন প্রকিত অসমীয়া বুলি কব পাৰি
@scaryp_gaming_9902
@scaryp_gaming_9902 7 месяцев назад
JAI AII AXOM ❤️🥹.... আগন্তুক generation or বাবে আমি ত্যাগ কৰিবই লাগিব, তেতিয়াহে তেওঁলোকে শান্তিপূৰ্ণ ভাৱে নিজৰ মাতৃভূমিত জীয়াই থাকিব পাৰিব।✊🏼
@sarumaiburagohain188
@sarumaiburagohain188 7 месяцев назад
One for tha best episode.....Thank you Ojaantrik❤ জয় আই অসম🔥✊
@jumonoutofmind
@jumonoutofmind 7 месяцев назад
One of the best episode ! Loved it … saw a different side of Srinkhal Chaliha!
@kuldipsaikia7892
@kuldipsaikia7892 7 месяцев назад
কেৱল মাতি, ভেটি, ভাষা , কৃষ্টি- সংস্কৃতিয়ে জাতি এটা জীয়াই নাৰাখে । মোৰ বোধেৰে জাতীয়তাবাদৰ প্ৰধান উপাদান হ'ল অৰ্থনীতি। যি জাতি অৰ্থনৈতিক ভাবে সবল নহয় তেনেকুৱা জাতি বেছি দিন নাথাকে , অৰ্থনৈতিক ভাবে সৱল এটা সম্প্ৰদায়ে তেনে জাতিক হেচি ৰাখে । জাতীয়তাবাদ বুলিলে জাতীয় অৰ্থনীতিত বেছি গুৰুত্ব দিয়া ভাল ।
@archanagogoi7090
@archanagogoi7090 7 месяцев назад
ঠিক কৈছে শৃংখলে । মোকো কয় অসভ্য মহিলা মই কিন্তু কেৰেপ নকৰোঁ মই অসম মাতৃৰ জীয়ৰী কাকো ভয় নকৰোঁ অসভ্য সহ্য নকৰোঁ কাৰণ বীৰ লাচিতৰ উত্তৰসূৰী
@hdworld85
@hdworld85 7 месяцев назад
Best episode till date...you light up the room, shrinkhal..
@neetagogoibaishya639
@neetagogoibaishya639 7 месяцев назад
Congratulations. More than 1600 views in 1 hr. An episode of worth. 20:14
@xurordeolkalabithika1129
@xurordeolkalabithika1129 7 месяцев назад
অনুষ্ঠানটো ভাল হৈছে।বীৰ লাচিত সেনালৈ শুভেচ্ছা থাকিল।
@debasishbhuyan3217
@debasishbhuyan3217 6 месяцев назад
One of the best episode of Ojaantrick.. অসম আৰু অসমীয়াৰ কাৰণে যিখিনি কথা শৃংখলদা এ‌‌ খোলাকৈ‌ কৈ থৈ গ'ল অতি গুৰুত্বপূৰ্ণ ...জয় আই অসম
@pranabjyotiboruah7269
@pranabjyotiboruah7269 7 месяцев назад
One of the best episode.. Thank you Ojaantrik.. Keep going❤
@hidden373
@hidden373 7 месяцев назад
Maaa kosomm koisuu gaaaa gorom hoi golll 🌼
@papukalita1164
@papukalita1164 7 месяцев назад
সুন্দৰ🙏... ধন্যবাদ অযান্ত্রিক এনেকুৱা এজন সচাঁ মানুহক আপোনালোকে নিমন্ত্রণ জনোৱা বাবে। জয় আই অসম🙏
@user-qj6mg1jg2i
@user-qj6mg1jg2i 7 месяцев назад
মই ভাবো জাতীয়তাবাদৰ চৰকাৰ গঠন কৰিবলৈ আমি যদি পদক্ষেপ গ্ৰহণ কৰো তেনেহলে এই PODCAST চেনেলবোৰে বহুত অৰিহনা যোগাব।
@subhamgohain7492
@subhamgohain7492 7 месяцев назад
একমত আপোনাৰ লগত
@bastabboruah9260
@bastabboruah9260 7 месяцев назад
ধন্যবাদ অযান্ত্ৰিক ।জয় আই অসম
@gauravgunjan9424
@gauravgunjan9424 7 месяцев назад
A Quality Episode ❤️
@jollybhuyan8354
@jollybhuyan8354 7 месяцев назад
আজিলৈকে কমেন্ত দিয়া নাই,আজি বহুত ভাল লাগিল চাই ।প্ৰকৃত সাহসী অসমীয়া।❤️
@putulnath1715
@putulnath1715 7 месяцев назад
Good interview, মন চুই গল, জয় আই অসম,
@HotThupka
@HotThupka 7 месяцев назад
Honest words . Assam and its culture is in dangerous phase
@upasanasaikia9825
@upasanasaikia9825 7 месяцев назад
Today's episode is very important for our new generation 👏🏻👍🏻
@xyzdfgfg
@xyzdfgfg 7 месяцев назад
Axomiyat ko
@jitulgogoi9575
@jitulgogoi9575 7 месяцев назад
এজন সৎ আৰু সাহসী জাতীয়তাবাদী নেতা। জয় আই অসম।
@krishnamenontamuli9578
@krishnamenontamuli9578 6 месяцев назад
আলোচনাখিনি যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবেই সুন্দৰতা দাবী কৰাৰ থল আছে ।
@ayushkonwar69
@ayushkonwar69 7 месяцев назад
The best episode of OJANTRIC জয় আই অসম ✊
@DipankarGogoi-ff7jx
@DipankarGogoi-ff7jx 7 месяцев назад
Power ful💯💯 episode ❤
@user-im6cc7vh4o
@user-im6cc7vh4o 7 месяцев назад
One of the greatest podcast of ojantric
@ILIKETOTRAVELLIKEABIRD
@ILIKETOTRAVELLIKEABIRD 5 месяцев назад
শৃংখল চলিহা দৰে জাতীয়তাবাদী নেতা থাকিলে অসমে কেতিয়াও বহিৰাগত আগত মূৰ তলমুৱাকৈ চলিব লগা নহয় সদায় বুকু উপৰমোৱাকৈ চলিব পাৰিব.. আমি আছো সদায় শৃংখল চলিহা দা লগত।। জয় আই অসম ✊
@user-qj6mg1jg2i
@user-qj6mg1jg2i 7 месяцев назад
সিংহ পুৰুষ। সঁচাকৈ তেজ উথলি উঠে। জাতীয়তাবাদ কি জাতীৰবাবে আমি কি কৰিব লাগে কেনেকৈ আগবাঢ়িব লাগে শৃংখল চলিহাৰ পৰা শিকা প্ৰয়োজন। আকৌ চলিহাদাক মাতিব এদিন। জয় আই অসম
Далее
Мама приболела😂@kak__oska
00:16
Просмотров 290 тыс.
Ojaantric || Assamese Podcast Ft. Gaurav Gogoi || Ep.111
1:10:17
Ojaantric || Assamese Podcast ft. @KussumKailash  || Ep.61
1:03:08
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Мама приболела😂@kak__oska
00:16
Просмотров 290 тыс.