Тёмный

ৰাজনীতিৰ আলেখ লেখ With Papori | ইছ্যু বহুত, কাম কিমান? লক্ষ্য মহিলা, পিছে কি কয় মহিলাসকলে? 

News18 Assam/Northeast
Подписаться 3,1 млн
Просмотров 138 тыс.
50% 1

ৰাজনীতিৰ আলেখ লেখ With Papori | ইছ্যু বহুত, কাম কিমান? লক্ষ্য মহিলা, পিছে কি কয় মহিলাসকলে?
#loksabhaelection2024 #electionspecial
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Опубликовано:

 

18 мар 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 211   
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
বিদেশী বহিস্কাৰ কৰাত কিয়নো বিফল হ'ল?
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
ইমান ঊনতি, কিন্তু আপোলোকৰ দৰে ইমান কৰ্মৰ পটু সকল থাকোতে অসম কিয় ধাৰুৱা হ'ব লৈ পালে?
@pranjalduwarah.
@pranjalduwarah. 3 месяца назад
.বেগ লৈ থকা বাইদেউ গৰাকি আপোনাৰ মানুহজনে আৰু ল'ৰা ছোৱালীক খেতি কৰিবলৈ কব । আচঁনি টকা খাই‌খাই‌ অসমৰ ক'ত কি হৈছে গম নাই। আচঁনিয়ে মূৰত ধৰিছে।
@DipamoniGogoi_0_1
@DipamoniGogoi_0_1 3 месяца назад
আছনি টকা পাই সকলো পাহৰি গৈছে এই কেইজনী গাঁৱলৈ আহক উন্নয়ন ছাবলৈ
@rr-ht7gu
@rr-ht7gu 3 месяца назад
থিক কৈছা এই কেইজনীয়ে কি জানিব অসমৰ কথা গুৱাহাটী খন ভালদৰে ঘুৰি পাইচেনে সুধাচোন
@harmahankalita6624
@harmahankalita6624 3 месяца назад
😅
@MoinulSk-sn6ic
@MoinulSk-sn6ic 2 месяца назад
Naic❤​@@rr-ht7gu
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
গতিকে এতিয়া বাইদেউ সকলৰ দ্বাৰা দেশৰ যথেষ্ঠ বস্তু কম দামত পোয়া যাব।
@DEKA2199
@DEKA2199 3 месяца назад
নিজৰ vote নিজৰ অধিকা open anekoi koi nijok nije ki sinaki dise 😂
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
নাৰী সকল আপোনালোকে জানে নাই, অসমৰ কিমান ধাৰুৱা হৈ আছে?
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
শিৱসাগৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@phanidharrabha8057
@phanidharrabha8057 3 месяца назад
এনে বাতৰি এক পক্ষীয়। তাত কেৱল বিজেপিৰ মহিলা সকল হে আছে
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc 3 месяца назад
হয় এক পক্ষ হৈছে।দেখি আছোঁ নহয়।
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
গেছৰ কোম্পানি বিলাক চৰকাৰে নিজৰ অধিকাত নিলামে কিয় গোপীনাথ বৰদলৈৰ এয়ারলাইন্স নিলাম কৰি বহিৰাগত বনিয়াৰ হাতলৈ যোৱা কাম কৰি জীৱনৰ শেষ পর্যন্ত এই বিলাক আমাৰ নিজৰ দেশৰ জাতীয় সুৰক্ষিত বসতি স্থান, বস্তু বিলাক বিলোপ কৰিবলৈ আৰম্ভ কৰিলে?
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
এতিয়া দেহৰ কিবা কষ্ট অনুভূতি সৃষ্টি হৈছে নেকি ক'বচোন ৰাজ্যৰ ৰাইজক?
@Jackson609india
@Jackson609india 3 месяца назад
সেই মাকীসকলে bjp মাকী সে কাৰনে দপদপ কৰিছে
@bijuhazarika913
@bijuhazarika913 3 месяца назад
বাইদেউসকল মইয়ো মহিলা কিন্তু আপোনালোকৰ দৰে আচনি পাই নিজৰ বিবেকক বিক্ৰী নকৰো অসম খন এবাৰ হৃদয়ৰ পৰা এবাৰ চাবচোন 🙏🙏🙏
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
দেশৰ জাতীয় চলচ্চিত্র অতি বেয়া মন কৰিব।
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
কৰোণাৰ বেজিলৈ কি পালে আৰু নোলোৱা সকল কেনেকৈ জীৱন ৰক্ষা পৰিল?
@user-lp7df6kr3b
@user-lp7df6kr3b 3 месяца назад
Ane kole nhobo bhaido atiyau Guwahatit bout jegat panir obap ane nokobo .laj lage ami rajniti kora manu nhoy. Ekdom oxa kotha koysu.
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
দেশ বিক্রী কৰিলে, দেশেৰ কৰৰ পিৰা হৈছে, ধাৰুৱাৰ ৰগীয়াৰ নিচিনা দুখী কোনো বা আছেনে?
@amarjoytidas8141
@amarjoytidas8141 3 месяца назад
B j p go back
@mukultopno2895
@mukultopno2895 3 месяца назад
মহিলা সকলে আঁচনি বোৰ পায় সকলো পাহৰিলে,মানে সকলো সুখী আছে,,,,।
@chandrikamohan1192
@chandrikamohan1192 3 месяца назад
খেতিৰ কথা কোৱা বাইদেউগৰাকীয়ে নিজেই কি কি খেতি কৰে লগতে কৈ দিয়া হ'লে আৰু গভীৰ হ'লহেতেন বিষয়টো। এতিয়া কেৱল আনক কৈ থকাৰ দৰেহে হৈছে। পৰামৰ্শ বুলিও ক'ব নোৱাৰি।
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
মাটিৰ লেনড ভেলু ১কোটি ৮০লাখ টকীয়া কিয় হ'লৈ পালে বাইদেউ সকল? আগৰ চৰকাৰ তকৈ কমিবহে লাগিছিল ইমান উন্নয়নত?
@bishwanathgogoi1555
@bishwanathgogoi1555 3 месяца назад
এই অনুষ্ঠানটো এনে কোৱা হৈছে সাংবাদিক গৰাকীয়ে বি জে পি নেতি কেই জনি মান আনি,বি জে পি হৈ প্ৰচাৰ চলাইছে। চি
@nawabahmed5910
@nawabahmed5910 3 месяца назад
BJP r hoi prosar solaise. Haitu aru kiba kobo loga kotha neki. Ulai e ase
@pranatiborthakur9462
@pranatiborthakur9462 3 месяца назад
আপোনালোকে কিয় কাম নকৰে, আঁচনি কি কাৰণে লৈ আছে,অসমখন কিমান ধাৰত পোত গৈ আছে সেই বিলাকো খবৰ ৰাখিব লাগে
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
বহিৰাগত বনিয়াৰ হাজাৰ বিঘা জমি দিব পৰা চৰকাৰ এখনৰ নিজৰ দেশৰ জাতীয় লোকজনক উচ্ছেদ অভিযান চালোৱাৰ কোনো প্রশ্নই নাহে আপোনালোকে জানে নাই?
@m.g.4289
@m.g.4289 3 месяца назад
হে হে বিজেপি মহিলা চেল। বাইদেউ সকল আমিও বিজেপি পুৰণি চেলৰ সদস্য যেতিয়া আপোনালোক বেলেগ দলৰ ছেলৰ সদস্য আছিল। আমি কিন্তু এইবাৰ মিৰা বৰঠাকুৰ বাইদেউক সহায় কৰিম।
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
সদায় নিৰপেক্ষতা অৱলম্বন কৰিবলৈ সত্য কথা কোৱা উচিত।
@amarjoytidas8141
@amarjoytidas8141 3 месяца назад
আছনি লৈ ঠাক।
@budhesorsaikia5057
@budhesorsaikia5057 3 месяца назад
এই বিলাক মাইকী মানুহ পাগল হৈছে গেছৰ দাম বৃদ্ধি হ'লেও এই মাইকী মানুহ কিজনিয়ে বুজি পোৱা নাই 😂😂😂
@user-ri9bd4wj1r
@user-ri9bd4wj1r 3 месяца назад
Very good
@dibakardas-pu4yi
@dibakardas-pu4yi 3 месяца назад
Congress
@anjaligogoikonwar9024
@anjaligogoikonwar9024 3 месяца назад
যি দেখিছো আঁচনিত ভোল যোৱা লোক
@ranumonibaruah3182
@ranumonibaruah3182 3 месяца назад
অসমৰ সম্পদ বিক্ৰী কৰিছে সেয়া মন কৰিছেনে ।
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
বাইদেউ সকল সুখ নাই সুখ নাই চিৰুগীয়াৰ, সুখ নাই সুখ নাই চিৰ ধাৰুৱাৰ। গতিকে অসমৰ ধন সম্পতি পুজিপতিৰ হাতত 27:43 বিক্রী হ'ল মনত ৰাখিব।
@rinagogoi1111
@rinagogoi1111 3 месяца назад
আচনিৰ ধন আমাৰ পৰাই দিছে
@sanjittalukdar5214
@sanjittalukdar5214 3 месяца назад
Mjja news
@__barbie__gogoi54
@__barbie__gogoi54 3 месяца назад
Good
@dibyajyotigogoi4801
@dibyajyotigogoi4801 3 месяца назад
বিজেপিৰ মানুহখিনিক সুধি কি লাভ।অন্য মানুহক সোধক।মীৰা বৰঠাকুৰ গুৱাহাটীত জিকিব।
@rupamgogoi4968
@rupamgogoi4968 3 месяца назад
মাছৰ তেলত যে মাছ ভাজি আছে, তেওঁলোকে গমেই পোৱা নাই।
@gitumanibarman6536
@gitumanibarman6536 3 месяца назад
Masor teledi mas vajise b j p a, mohila xokle ki bujib, Bari ? Aakou b j p sorkar hle bastur dam barhi jab,
@amarjoytidas8141
@amarjoytidas8141 3 месяца назад
কাম নাই এইবোৰ বি জি পি হয়।
@nripenborgohain201
@nripenborgohain201 3 месяца назад
সত্যটো হ’ল আঁচনি - দেশ শেষ হ’লেও আপত্তি নাই - আঁচনিয়ে এলেহুৱা কৰিছে -চৰকাৰে -গুৱাহাটীত মহিলা সকলক সকলো সুবিধা দি গাৱঁলীয়া ভূমিকাৰ নিজ চকুৱে চাওঁকহি আপুনি 15:59
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
কৰোণাৰ বেজিক লৈ কিয়নো হাজাৰ টকীয়া কেচ মকদ্দমাযৰ অধীনত যাব লগা হ'ল কোম্পানি? কাৰ আদেশ পালন কৰি এই দুনীর্তি কাম চলিছিল বাইদেউ সকল?
@dhkpatir1483
@dhkpatir1483 3 месяца назад
কোনে কৈছে এইখন চৰকাৰে দিনটো পইচা নহলে একো কাম নকৰে |
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
টোল গেট অসমৰ কেইখন বাৰু বাইদেউ সকল?
@sobidharkaman7446
@sobidharkaman7446 3 месяца назад
সকল বিজেপি মহিলা। ইহত নাজানে কোনতো ওনতি । ইহতৰ কথা ওনিলে ধুকীয়া সমাজে সোনকালে মৰি য়াব।
@ashaekka6730
@ashaekka6730 3 месяца назад
When it rains we can't go from Ulu bari And Annand nagar we can't walk during rain 🌧️
@user-tx9jx3hg5i
@user-tx9jx3hg5i 3 месяца назад
আপোনালোকৰ মুখত গাৱঁৰ শব্দটো এবাৰো শুনি নাপালো যে আৰু অংগনবাদি কমী’/ৰান্ধনী সকলৰ বিষয়ে কি কব ?
@dakhinpachirajagaonraha7586
@dakhinpachirajagaonraha7586 3 месяца назад
তহত কেইজনী লেপ জাপি শুই থকাই ভাল ।
@manabkalita6188
@manabkalita6188 3 месяца назад
Mama, ❤❤
@user-jz3pi9hc1u
@user-jz3pi9hc1u 3 месяца назад
সাংবাদিক গৰাকীয়ে বিজেপি মহিলাক মাতি আনি নিউজ কৰিছে । আপনি নোপোৱা মহিলাক লগত লৈ আলোচনা কৰিলে বুজি পাব কিমান উন্নয়ন হৈছে। এইকেইজনি মহিলাই আচনি পাই আচে কাৰণে দাম বৃদ্ধি হোৱা দেখা নাই। এইবিলাকৰ হৈছে মেোডী অনধ ভক্ত
@kalpanaborah8745
@kalpanaborah8745 3 месяца назад
এইকেইগৰাকী বিজেপিৰ মহিলা
@nilambarboruah8806
@nilambarboruah8806 3 месяца назад
Ni
@manabkalita6188
@manabkalita6188 3 месяца назад
Himnta ❤❤❤
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
অংগনবাদী পৰিয়ালৰ কিয় এনে দুৰ্গশা হৈছে বাইদেউ সকল?
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
বাইদেউ সকল আপোনালোকৰ কি কি গুৱাহাটীৰ মাজজীয়াত থাকি আপোনালোকৰ নাৰী হিচাপে উৎপাদন কি কি ব্যক্ত কৰক?
@PapuBora-ys1vt
@PapuBora-ys1vt 3 месяца назад
সছা কথা
@arabindaray4804
@arabindaray4804 3 месяца назад
Background apartment to audience Sai lobo...
@nilonilodas5996
@nilonilodas5996 3 месяца назад
Asoni dekhi voot dile nhobo
@bireswardas9089
@bireswardas9089 3 месяца назад
Thik kotha koisa
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
অথাৎ আপোনালোক এলেহুৱা হৈ আছিল গতিকে আগৰ চৰকাৰত নিজৰ কোনো বিশেষ উৎপাদন নাছিল নহয়নে বাইদেউ সকল?
@dilipkhaunddilip8693
@dilipkhaunddilip8693 3 месяца назад
কিমান টকাত মেনেজ হ'ল।
@rumigogoi977
@rumigogoi977 3 месяца назад
Aitu news ne nirbasoni prosar.
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih 3 месяца назад
18 news live same
@user-rq5vw2gi6w
@user-rq5vw2gi6w 3 месяца назад
Hobo diyok ,news j loise aru.....
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
আমাৰ ৰাজ্যৰ বিভিন্ন বিভাগে বিলাকৰ কি কাম আছে অসমত? যদি বিদেশী পুঁজিৰ সহায় ল'ব লাগে তেন্তে ইয়াত থকা সকলো বিভাগ, চৰকাৰৰ কোনো প্রয়োজন নাই অসমৰ।
@lankswardas2824
@lankswardas2824 3 месяца назад
Fiting kari anise neki
@bilashchandradoley2544
@bilashchandradoley2544 3 месяца назад
এনেকে সংবাদ দাতাই সংবাদ প্ৰস্তুত নকৰে
@NabakumarKutum
@NabakumarKutum 3 месяца назад
Raijor logot kongres ase
@HashinaParbin-po7dp
@HashinaParbin-po7dp 3 месяца назад
Anupam oil petrol gas dam kiman
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
কাৰণ অসম চৰকাৰে চলাব নজনাৰ কাৰণেই টো বহিৰাগত বনিয়াক বুদ্ধি ভাৰষা , টকা পইচা বিচাৰি বিকশিত অসম গঢ়িবৰ বাবে অসমে ভিক্ষাৰ জুলি লবলগীয়া হৈছে হয়নে নহয় বাইদেউ সকল? উত্তৰ দিয়ক?
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
আৰু নিলিখোঁ এয়াই যথেষ্ট।
@user-pz5pr8jq5z
@user-pz5pr8jq5z 3 месяца назад
Ami dakhon ako a Powai nai
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
এতিয়া আপোনালোকৰ পকেটৰ পৰা নানান ধৰণেৰে কৰ পিৰা কৰি গেছৰ দামটো কিয় কংগ্রেসৰ দৰে সেই একেই দামতে ৰাজ্যত বিতৰণ কৰিব নোৱাৰিলে?
@user-sc8nw2qj8b
@user-sc8nw2qj8b 3 месяца назад
No no no b jp goback
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
সদায় ভাগৱতৰ বিচাৰত মানুহ চলিব লাগে। অন্যথা মানৱ জীৱনৰ পাতনি মেলাৰ কোনো লাভ নাই।
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
মই দেশৰ বাইদেউ সকলক দেশৰ জাতীয় জীৱনৰ কাৰণে উপায় বিচাৰি পোৱা নাই। ডক্টৰৰ তথ্য নিশ্চিত কৰিবলৈ মই বাইদেউ সকলৰ পৰা উপায় বিচাৰিছোঁ।
@ghanashyamborah1063
@ghanashyamborah1063 3 месяца назад
These gentle ladies are saying cent percent correct deliberations in front of Media Reporter. Thanks. Bijuli Kalita Medhi will win the Guwahati Parliamentary Constituency seat. Bad Diyahe opponent candidate.
@sanjittalukdar5214
@sanjittalukdar5214 3 месяца назад
News tu Sai sab bujise .ki news aitu ..
@pranpranjitmusical3975
@pranpranjitmusical3975 3 месяца назад
Baidei gorakie val koise
@georgesoreng458
@georgesoreng458 3 месяца назад
Please visit the tea garden 🙏 you asked people what they got from the government so sad to see.....
@user-re8xj7hr1o
@user-re8xj7hr1o 3 месяца назад
Mohila sakal durbal nijai chinta korok Baideu Apuni Arun udai Pai Mama
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
বাইদেউ সকল স্বত্বাধিকাৰী অসমৰ এগৰাকী অসমীয়া ভাষাৰ নাৰী হিচাপে মূলাগাভৰু ৰূপে পৰিগণিত হওঁক, নহ'লে নিজৰ দেশৰ জাতীয় চলচ্চিত্র উৎসৱ সলনি কৰি দিব কোনোবাই মন্তব্য মনত ৰাখিব?
@user-yi1yg2gt1e
@user-yi1yg2gt1e 3 месяца назад
সঁচা কথা কৈছে বিইদেউ হতে এগালে লাজ পাইছে।
@Anjan908_
@Anjan908_ 3 месяца назад
Bjp big win 🎉
@bilashchandradoley2544
@bilashchandradoley2544 3 месяца назад
সংবাদাতা আৰু বি,জে,পি সদস্য বাছি আনিছে
@poresh660
@poresh660 3 месяца назад
সেই সকল মহিলাক তিনি মাহ ঘৰ চলাবলৈ দিব লাগে তেতিয়া গম পাব নহ'লে বুজি নাপায়
@hemantapator9948
@hemantapator9948 3 месяца назад
Ata party manuh gutai meeting , Ganatantik dekhot 4th stombho hangbadikota. Hakolu niropakhya habo lage. Dekhot hikhya bibostha unnot nahole hai dekhor manuh hikkhit nahoy.
@user-ye3qb6qx4y
@user-ye3qb6qx4y 3 месяца назад
Congras sorkaror dinotei asil hukoiniya aasoni schoolat asil unifroms aru briti janene baideu hakal🙏🏻
@dwipenbarman8444
@dwipenbarman8444 3 месяца назад
এইখিনি মহিলা ই বি জে পি চৰকাৰে কিমান ধাৰ লৈছে জানে নে
@satyajitkakati1454
@satyajitkakati1454 3 месяца назад
Congress zindabad ❤❤
@DilpSaikia-qx6by
@DilpSaikia-qx6by 3 месяца назад
গুৱাহাটী বাসিন্দা এই কেইগৰাকীয়ে পাহৰি গ'ল নেকি যে জাতি ধংখি কা'আঈন খন পাহৰি গ'ল আৰু অৰুনোদইৰ আঁচনি প্ৰাই ১২৫০/গ্ৰেছৰ দাম১২০০/টকা বি জে পি চৰকাৰ দিনত ফ্ৰিচাউল কংগ্ৰেছৰ দিনত২ টকা কিন্তু কেৰাচিন তেল;চেনী অন্যান্য সামগ্ৰী বস্ত কি হ'ল আপোন লোকে পাহৰি গ'ল।
@user-oq7mt3hk2b
@user-oq7mt3hk2b 3 месяца назад
Free ration çardot saul Diya prothom abiskar korisil Srijut Hiteswr soikia Ncp korisil.
@kirandekaentertainmentshow2466
@kirandekaentertainmentshow2466 3 месяца назад
😂😂😂
@tutudas630
@tutudas630 3 месяца назад
আচনীৰ টকা খাবপাই যে গিৰিয়েহত বহি বহি ধোৰপচলা হৈছে গম পাইচে বাইদেউহত
@babukakati1267
@babukakati1267 3 месяца назад
aru dudin pasote eibur mohila rastat ulabo nuaribo..bangladeshi utpatot...
@jugalbaruah6541
@jugalbaruah6541 3 месяца назад
Prearranged election campaign. Please take random comments from public.
@UmchoBy
@UmchoBy 2 месяца назад
Hihote kore neki ahbor kam
@poresh660
@poresh660 3 месяца назад
সকলো কংগ্ৰেছৰ দিনৰ পাহৰি নাজাব লগতে সংমাধমে দেখুৱা বিলাক মিছা নি তেনে গুৱাহাটী বাতৰি পচাৰ নকৰিব
@tulshigogoi7019
@tulshigogoi7019 3 месяца назад
আপনাৰ গাড়ী খনে অসমৰ বাট পথে যাওঁতে কেতিয়াবা কৰ দিব লগা হৈছিল নে বাইদেউ সকল? প্রশ্নেৰ উত্তৰ দিয়ক নহ'লে ঈশ্বৰৰ ওচৰত কৈফিয়ৎ দিব লাগিব ভাগৱতৰ বিচাৰ?
@user-ye3qb6qx4y
@user-ye3qb6qx4y 3 месяца назад
Baideu hakal apunalukak kongu je nijor jati - matik roikhiya koriboli mat matok... 🙏🏻aasonir loi luv nakoriba 🙏🏻moi apunalukak anurudh korisu dekh bosaboloi, narik aru kikhurik hurokhya diyar kotha vabok🙏🏻nohale amar matrivakha eaiburu eaidin herai jabo... 🙏🏻
@user-bq3vt8ot6h
@user-bq3vt8ot6h 3 месяца назад
বিজেপি গুৱাহাটীত ta ta by by😅
@user-up1rv6ul5h
@user-up1rv6ul5h 2 месяца назад
😘😘😘😘😘😘😘😘💕💕💕💕💕💕💕💕💕
Далее