Тёмный

ৰাহুলে কথা ক'লেই মাইক বন্ধ? কিয় চুড়ান্ত অগণতান্ত্ৰিক ওম বিৰলা? 

NorthEast Now
Подписаться 318 тыс.
Просмотров 59 тыс.
50% 1

⛔ৰাহুল-মল্লিকাৰ্জুনকে ধৰি বিৰোধীয়ে কথা ক'লেই সংসদত মাইক বন্ধ কিয়?
⛔কিয় চুড়ান্ত অগণতান্ত্ৰিক হৈ পৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা?
⛔কেনে নতুন অপ সংস্কৃতিৰ সৃষ্টি কৰিছে ওম বিৰলাই?
⛔আঁকোৰগোজ বিৰোধীৰ প্ৰতিবাদত সোমবাৰলৈ স্থগিত সদন!
⛔বিৰোধীৰ ক্ষেত্ৰত মাইক বন্ধ কৰিলে অত্যাধুনিক চাউণ্ড চিষ্টেমৰে সু-সজ্জিত নতুন সংসদ ভৱনৰ প্ৰয়োজন আছিল নে?
⛔ জয় সংবিধান ধ্বনি সহ্য কৰিব নোৱাৰে নেকি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই?
⛔আনপিনে জয় হিন্দু সহ্য কৰিব পাৰে লোকসভাৰ অধ্যক্ষই!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Опубликовано:

 

28 июн 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 180   
@sibanathburagohain7573
@sibanathburagohain7573 2 дня назад
অসমীয়া নবপুৰুষ অতি সচেতন হবৰ হ'ল সকলো ক্ষেত্ৰতে।নহ'লে অসম ৰসাতলে যায় যায় । ধন্যবাদ
@nowshadali5389
@nowshadali5389 2 дня назад
মৃৰ্খই যদি দেশৰ ৰজা হয়।তেনে হলে এনেকুৱা হবই
@AbudulaAli
@AbudulaAli День назад
এ.... ৰাজনীতিত master degree নহলে 150 জন সাংসদ নিলম্বিত কেনেকৈ হব?
@mohangogoi9685
@mohangogoi9685 2 дня назад
ওম বিৰলা নীত কেলেংকাৰিত জৰিত আছে নেকি?
@AbudulaAli
@AbudulaAli День назад
নহলে মিৰ্চি নালাগে নহয়।
@VolaNath-jb6ys
@VolaNath-jb6ys 7 часов назад
আছে ই বেয়া বস্তু
@gajendranathsaloi5362
@gajendranathsaloi5362 2 дня назад
অধ্যক্ষ ই যদি পক্ষপাতিত্ব কৰে গণতন্ত্ৰ কত ৰক্ষা হব।
@prabinmallabaruah8845
@prabinmallabaruah8845 День назад
মোডী-অমিত শ্বাহৰ গণতন্ত্ৰৰ স্বৰূপ তেনেকুৱাই। বেপাৰী গণতন্ত্ৰ ।
@kalpanadeka6201
@kalpanadeka6201 20 часов назад
কুমাৰ, নাইডু ৱে ভুল কৰিলে।
@dipakkalita4580
@dipakkalita4580 2 дня назад
ও বিৰলা বিৰুদ্ধে ভাৰত জনসাধাৰণে মাত মতা ৰ পোয়োজন
@AbudulaAli
@AbudulaAli День назад
প্ৰয়োজন
@kanakchaudhary5222
@kanakchaudhary5222 2 дня назад
বিজেপিৰ নেতা মন্ত্রী জৰিত আছেনেকি নীত কেলেংকাৰীত। সেই কাৰণে ভয় কৰে।
@user-qg9dt9zb1c
@user-qg9dt9zb1c День назад
নিশ্চয় জৰিত আছে ।
@Doko_590
@Doko_590 2 дня назад
Gourav gogoi 😊 the hero
@hiteshdeka153
@hiteshdeka153 2 дня назад
ওম বিৰলাৰ হাতত democracy শেষ। ৰাইজে মাত মাভিব লাগে
@user-dq6gh2es3u
@user-dq6gh2es3u 2 дня назад
ইয়াক থিয় গুৰ দিব লাগে
@user-vx7gg4bz5v
@user-vx7gg4bz5v 2 дня назад
লোক সভাৰ এই অধক্ষজনৰ উপাধি টো বিৰলা নহৈ মাছ চুৰ কৰিখোৱা বিৰালীহে সব লাগিছিল
@pranjalsaikia2543
@pranjalsaikia2543 2 дня назад
অসভ্য অধ্যক্ষ
@anilbarman3428
@anilbarman3428 2 дня назад
অধ্যক্ষৰ আসনত বহুওৱাৰ যোগ্যতা যে নাই সে‌য়া বিগত লোকসভাতেই প্ৰমাণ হৈছে। গতিকে সেই গৰাকীৰ বিষয়ে মতামত দিয়াৰ প্ৰয়োজন বোধ নকৰো।গাদীৰ আশাত আৰু এনেধৰণৰ কাৰ্য তেওঁ কৰিযে নাথাকিব তাক নাভাবিব।হা‌য় গণতন্ত্ৰ। 🙏🙏
@rathindranathphukan7237
@rathindranathphukan7237 День назад
দেশৰ জনতাই এতিয়াও যদি বুজি নাপায় তেনেহ'লে দেশ ভয়ংকৰ ভবিষ্যতৰ পৰা ৰক্ষা নপৰিব।
@binandaphukon731
@binandaphukon731 2 дня назад
যি কি নহওঁক কথাবোৰ হৃদৰে হৃদগম কৰি নিজৰ ভবিষ্যত নিজে নিদ্ধাৰণ নকৰিলে আমাৰ থলগিৰিৰ ভবিষ্যত কোন দিশে - ছয় জনগোষ্ঠী ইনাৰ লাইন ৰ্পামিট বৃহত চাহ গোষ্ঠীৰ হেড অফিচ হস্তান্তৰ এন আৰ চি বিহত বজাৰ ।
@padmawatidas8180
@padmawatidas8180 2 дня назад
Om Birala ata bhandami Nancane
@bhairabdas4882
@bhairabdas4882 2 дня назад
Out of Om Birla form the chair of spikar
@manojray4463
@manojray4463 2 дня назад
Go back BJP jada din nei rehega teh sarkar 😂
@jayadeka-pm7qf
@jayadeka-pm7qf 2 дня назад
OM Biirla. Hatao. Desh. Basao
@sibanathburagohain7573
@sibanathburagohain7573 2 дня назад
অসমীয়া নবপুৰুষ অতি সচেতন হওক নহ'লে বালিলৈ যিপাত হুগ্ৰীবলৈ ও একে পাতেই হ'ব।খুজটো দিওঁতে দুখুজ আগলৈ কি হ'ব তাকো ভাবক ধন্যবাদ
@kalpanaborah8745
@kalpanaborah8745 2 дня назад
বিজেপিৰ এইবোৰ অহংকাৰী ফকতীয়া নেতা।
@binapanitalukdarbinapanita2559
ওম বিৰলা নিট কেলেঙকাৰিত জৰিত আছে বাবে।এনেকুৱা আচৰণ কৰিছে।এইবিলাকৰ অহংকাৰ অভদ্ৰামিৰ বাবে বি জে পিৰ হল।আৰু হব।বেছি বছৰ অপেক্ষা কৰিব পালাগে।
@nowshadali5389
@nowshadali5389 2 дня назад
NEET কেলেংকাৰীত বিজেপি জৰিত আছে
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 2 дня назад
Bjpৰ গোপন নিৰ্দেশত এনেকুৱা কু কাৰ্য হৈছে। ৰাহুল অপৰাজেয় হৈ থাকিব।
@sitadeviray5007
@sitadeviray5007 2 дня назад
Om birla ko hataye,.......saytan khokhar....... Thalia bajaO birla hatao
@binandaphukon731
@binandaphukon731 2 дня назад
কলি যুগত ইয়াতকৈ কি আশা কৰিব পাৰি ।
@ispitamixedentertainment5976
@ispitamixedentertainment5976 2 дня назад
দল যিকিনহও ঠিকেই কব বিচাৰিছিল ৰাহুল গান্ধীয়ে। ছাত্ৰ সমাজৰ তথা উত্তৰ পুৰুষ সকলে কি বুজি ব।
@prabinmallabaruah8845
@prabinmallabaruah8845 День назад
মোডী-অমিত শ্বাহক নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে সমৰ্থন দিয়া নিতীশ কুমাৰ আৰু নাইডু হল দেশৰ গদদাৰ বা শত্ৰু । তেওঁলোকে যদি সমৰ্থন প্ৰত্যাহাৰ নকৰে, তেন্তে গুজৰাট লবীয়ে অহা পাচ বছৰত দেশ সম্পূৰ্ণ ধংস কৰি দেশ এৰি পলাই যাব । সময় থাকোতে দুয়োজনে সমৰ্থন উঠাই লৈ উচিত ব্যৱস্থা লোৱা প্ৰয়োজন ।
@khargeswarbaruah8139
@khargeswarbaruah8139 2 дня назад
অসহিঞ্চুতা।
@prabinmallabaruah8845
@prabinmallabaruah8845 2 дня назад
নতুন সংসদ ভবনত মাইকৰ নিয়ন্ত্ৰণ কক্ষ এনেধৰণে বনাইছে যৰ পৰা পৰ্দাত কোনে কথা কৈ আছে চায় থাকিব পাৰে। তাতেই অমিত শ্বাহৰ মানুহ বহি থাকে। গতিকে অসুবিধা ক'ত থাকিল? আজি এটা পৰ্টেল নিউজে সবিশেষ খবৰ দিছে।
@nogensaikia2441
@nogensaikia2441 2 дня назад
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ আৰু পৰিছালনাতেই অধ্যক্ষ মহোদয়ে সাংসদৰ সভা পৰিছালনা কৰিছে। এই কাৰ্য্য দেশৰ বাবে শুভ লক্ষণ নহয় ।
@mofijali4108
@mofijali4108 2 дня назад
bjp সৈই কাৰনে পতন লৈ গৈছে ও
@renasharma8968
@renasharma8968 2 дня назад
বিজেপি নেতা জড়িত থকাৰ বাবেই দেশৰ জনগণই গম পাব বুলিয়েই মাইক বন্ধ কৰি দিলে। নিজৰ চৰিত্ৰ নিজেই উদঙাই দিলে।
@ankitabarman9770
@ankitabarman9770 2 дня назад
INDIA should form new Government soon with Nitish Kumar and punish Birla splitting him from the Speaker and Expel him from The MP for his indemocratic action
@bababorah-kq8nb
@bababorah-kq8nb 2 дня назад
Om birolak spekar sokir pora uthai pothiabo lage. Enekua manuhe gonotonto ses korise.
@hzrdtv2
@hzrdtv2 2 дня назад
অধ্যক্ষ ওম বিলাৰ দেশৰ gadar হয়
@salimhussain4907
@salimhussain4907 2 дня назад
বিৰলা জৰিত আছে নেকি?
@iliasahmed2682
@iliasahmed2682 2 дня назад
ভৌ ভও ৰ নেজ পোন নহয়😅
@NavajyotiKalita-kw2ru
@NavajyotiKalita-kw2ru 2 дня назад
আতংকবাদীৰ শাসন ,সাৱধান।
@HarenGogoi-my4kw
@HarenGogoi-my4kw 2 дня назад
TOTALI GUDI GUDI FINALY FLOP SHOW
@padmawatidas8180
@padmawatidas8180 2 дня назад
Aiburkatha kaba lage khub bhal
@golamrasul5081
@golamrasul5081 2 дня назад
বিৰলাৰ পকৰত পোকা লাগিব।
@MolenBaglary
@MolenBaglary 2 дня назад
Maintain the Indian Constituency by Law BJP Govt.
@binabora5025
@binabora5025 2 дня назад
Right kotha koise 👍
@bagadbilla452
@bagadbilla452 2 дня назад
You are right .
@pinkisarmah8400
@pinkisarmah8400 День назад
Rahul jindabad bad .on birla go back
@j.devnath3002
@j.devnath3002 2 дня назад
Most worst, bonded labour of PM Modiji. He is not fited for any honourable post of Political field. This is d new Parliament Bhaban.
@darpandeka5141
@darpandeka5141 2 дня назад
আৰে ভাই বিজেপি মানে কি ? বদমাছ , জংগী , পাৰ্টি ।
@nomalkr.daimari8064
@nomalkr.daimari8064 День назад
অসমৰ বিজেপি দলৰ প্ৰকৃত অসমীয়া লাজ পাব।
@user-dh1mc5zf7r
@user-dh1mc5zf7r День назад
অধক্ষ্য বিষয়ে কবলৈ ভাষা বিচাৰি পোৱা নাই। নীত আৰু নেত কেলেংকাৰীত জৰিত যেন অনুভৱ হয়।
@hemantaborgohain4493
@hemantaborgohain4493 День назад
NEET কেলেংকাৰীত চৰকাৰৰ কুঅভিসন্ধি নিহিত হৈ আছে চাগৈ । নেতাৰ সাংগোপাংগসকলেহে বক্ৰ পথেৰে হলেও উত্তীৰ্ণ হব লাগেনেকি বাৰু । তাৰেই ফন্দি ধৰাপৰাৰ ভয়ত এইধৰণৰ আচৰণ । এইয়াই হয়তো সঁচা হব ।
@dipanjoli6560
@dipanjoli6560 2 дня назад
Om birla soki khn Congres jonmo diya hongbidhan teuk hai soki dise teu namane teuk manibo nalage
@kanakdas7213
@kanakdas7213 День назад
Om Birla should be aced without delay. MPs with self conscience should vote against him.
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 5 часов назад
Om বিৰলা ক লৈ দেশৰ জনতা ই প্ৰতিবাদ কৰিব লাগে। আজিৰ দিনত ২ নম্বৰীৰ জয় হে হয়। Student সকল সজাগ হব লাগে।
@pinkisarmah8400
@pinkisarmah8400 День назад
Eaituk aodhokh ne alogadho ????
@ajoygohain2470
@ajoygohain2470 2 дня назад
বিৰলা, মোৰত ধৰিছে,,
@kalpanadeka6201
@kalpanadeka6201 20 часов назад
যোগ্যতা বিহিন অধ্যক্ষ।ঠেকমনৰ
@padumibaruah2798
@padumibaruah2798 2 дня назад
Om. Birlai. Bohut. Anyai. Korise. Edin. Teu. Vugibo. NiSyoi Pobitro. Dodon. Hoi. Tat. Sokolure. Somo. Adhikar. Ase
@jayadeka-pm7qf
@jayadeka-pm7qf 2 дня назад
Kukurr nes. Saday. beka
@ZakirHussain-vm8vm
@ZakirHussain-vm8vm 13 часов назад
অধ্যক্ষ যোগ্য নহয়। অধ্যক্ষ জন নিৰপেক্ষ হব লাগে।
@pahimajuli6275
@pahimajuli6275 2 дня назад
Right 👍🏻
@hemantamahanta5578
@hemantamahanta5578 День назад
লোকসভাৰ অধ্যক্ষ বিক্ৰী হৈ গৈছে ।
@ChitraNath-qz1db
@ChitraNath-qz1db 14 часов назад
অধ্যক্ষৰ পক্ষপাত দুষ্ট আচৰণে গণতন্ত্ৰত কালিমা সানিব |
@barkhabarman755
@barkhabarman755 2 дня назад
Fokotia aru ki 😂😂 Om Birla Bhagwan ase sai thak
@ranpo-obsession
@ranpo-obsession 2 дня назад
Bhal lagil
@ikinternational3337
@ikinternational3337 День назад
ছাকি এগচি নুমুৱাৰ আগতে ধপ্-ধপাই থকাৰ দৰে ভাজপাই আচৰণ কৰি আছে। ভাজপা নুমুৱাবলৈ যেন বেছি পৰ নাই।
@user-cx8qe7bl4h
@user-cx8qe7bl4h 2 дня назад
Om Birila Ata Garu
@iyaruddinalli4623
@iyaruddinalli4623 2 дня назад
NDA boycott unconstitutional law
@zamba313
@zamba313 2 дня назад
Aase garu nabai hal huatkoi nuhuai val🤣
@milangogoi2834
@milangogoi2834 День назад
Ehatar katha ki kaba..sure nere surar parakati .
@birenrajbongshi1780
@birenrajbongshi1780 2 дня назад
E selftish
@ghanashyamsaikia3292
@ghanashyamsaikia3292 День назад
সেইজন ইমান সন্মানজনক পদৰ যোগ্যই নহয়
@ArunHazarika-xi9ep
@ArunHazarika-xi9ep День назад
ধেৎ কেলা ভাৰত এনেকোৱা দেশ হব বুলি ভবা নাছিলো
@user-rw3pv9dw1j
@user-rw3pv9dw1j 16 часов назад
আমি সদায় ভবিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি কাম কৰিব লাগে ৷এতিয়া যি দেখিছো বিজেপিৰ মুখ্যমন্ত্ৰীৰ পৰা নেতা পালি নেতাই কেৱল নিজৰ পুত্ৰ -পৰিবাৰৰ লগতে আহিব লগা নাতি -পুতিৰ বাবেও ১৭/১৮ কোম্পানী ৰাজ্য খনৰ আধা মাটি বাগিচা ৰিজট যিমান পাৰি হাজাৰ কোটি লাখকোটি সংগ্ৰহ কৰি দেশ তথা ৰাজ্য এফালৰ পৰা শেষ কৰি পেলাইছে ৷গতিকে এই বাৰ আমি নিজেই লব লাগিব ৷আমাৰ সন্তানৰ ভবিষ্যতৰ কথা আমি য়ে ভাবিব লাগিব ৷ৰাইজ সজাগ হবৰ হ’ল ৷
@pahishorts569
@pahishorts569 2 дня назад
Leder howar ogadh nai ehotor
@madhurjyamahanta
@madhurjyamahanta День назад
গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় ।
@NilmaniBarman
@NilmaniBarman День назад
অভদ্ৰামী আৰম্ভ হলেই নেকি!
@arabindaborah9992
@arabindaborah9992 2 дня назад
Desh Dhangso Hol Right Nai karu
@runuborah7323
@runuborah7323 День назад
দেশ ৰসাতলে যোৱাটো খাটাং। ৰাইজে মাত মাতক। বি জে পিৰ পোহনীয়া......
@NitulMudoi
@NitulMudoi 2 дня назад
Om birlak ko gherow korna porega
@saratbora6954
@saratbora6954 День назад
মাঠাত একো নাই অধ্যক্ষ গৰাকীৰ
@arabindadeka5896
@arabindadeka5896 14 часов назад
Om. Birala is not sweetable for speeker.he should be honours for all
@alertkmarak4824
@alertkmarak4824 День назад
Anekua speakerok nalage, sara Bharot andolon koribo lage.
@user-wm3gu8mk6u
@user-wm3gu8mk6u 19 часов назад
হয় আছে চাগেই
@aminullaskar5504
@aminullaskar5504 День назад
BJP a kateya u poriborton nohobo
@prafullabora6845
@prafullabora6845 День назад
Om Birla should be replaced immediately . He is too partial nd doesn't allow to hear the voice of opposition... what is this ? He is most probably involved in NEET scam and that is why he doesn't allow to.discuss the matter .
@Anamikashine17
@Anamikashine17 День назад
Axomor adhakhya jonor dore ek pakhya
@manaspatgiri3393
@manaspatgiri3393 День назад
Om birlak personally ... Apoti ase nai kio khudhibo lage...sansad jonor vul hoise....
@ZakirHussain-vm8vm
@ZakirHussain-vm8vm 13 часов назад
মনে হয় om birlar কন্যা neet পৰীক্ষা দিছিল নেকি।
@AbhijitBiswas-ol3go
@AbhijitBiswas-ol3go 2 дня назад
, Om Birla Guru su
@ayushff3669
@ayushff3669 16 часов назад
Thank. You. Sir
@bhobeshkumarsingh6664
@bhobeshkumarsingh6664 11 часов назад
ককনো নালাগে সুবিধা ambani tata সকলোকে লাগে সুবিধা
@Hypergaming-rc8gr
@Hypergaming-rc8gr День назад
Nije sound system logab lagib
@HareswarBarman-xg9dz
@HareswarBarman-xg9dz День назад
Citizen of India has more power then a birla
@JayPegu321
@JayPegu321 День назад
কাম নাই চৰকাৰ...
@shyamolikabora2924
@shyamolikabora2924 2 дня назад
I'm birla what happens ?is it real or not?
@lalitpukan4197
@lalitpukan4197 День назад
All the leaders of BJP r so proudy , will be the cause of down fall.
@AbulKalamAzad-bd3ul
@AbulKalamAzad-bd3ul День назад
Good
@humeswarbaishya9471
@humeswarbaishya9471 День назад
Joi Indian constitution
@GoneshPatowary
@GoneshPatowary День назад
ওম বিৰালা ধাৰাৰ হয়
@jitendas7554
@jitendas7554 День назад
মুঠতে নেৰিবা সিহঁতক
@AjjuBhai-zo9tw
@AjjuBhai-zo9tw День назад
Good bula
@kunjalatapegu5974
@kunjalatapegu5974 День назад
Bondha nokorile upai nai teulokor
@emanali4528
@emanali4528 День назад
Go back Ombirla
@hndekari8011
@hndekari8011 19 часов назад
অধ্যক্ষজন বিজেপি দলৰ মানুহ। বিজেপিৰ স্বৈৰাচাৰী স্বৰূপ আঁতৰা নাই । বৰঞ্চ, বাঢ়িছেহে। অহংকাৰ এনে এটা বস্তু যাক কোনেও নিঃশেষ কৰিব নোৱাৰে । কিন্তু, অহংকাৰৰ নুনুমোবা জুইত অহংকাৰী নিজেই জ্বলি ভস্মীভূত হয়। বিজেপিয়ে ঈশ্বৰ আৰু ভাৰতীয় সংবিধানৰ নামত শপত লয় কিন্তু, সেই ঈশ্বৰ আৰু সংবিধান নামানে। ভয় কৰে। অধ্যক্ষৰ আচৰণে তাকেই প্ৰমাণিত কৰিলে। ধিক্কাৰ যোগ্য ।।
Далее
Куда Больнее Упасть с Высоты?
25:11
atanu bhuyan"s  video
7:19
Просмотров 30 тыс.