Тёмный
No video :(

'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্ৰিয় ইউটিউবাৰ হৰপল শইকীয়া আৰু তেওঁৰ মাতৃ ৰুণুমী শইকীয়া 

Jaatra
Подписаться 100 тыс.
Просмотров 308 тыс.
50% 1

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Josy Saikia, Jintu Kumar
Make-Up - Manash Rabha

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 540   
@Harpalsaikia15
@Harpalsaikia15 2 месяца назад
It was a pleasure! Indeed a pleasure ❤
@tridipborchetia7155
@tridipborchetia7155 2 месяца назад
আৱশেষত আহিল... ৰৈ আছিলো অ 😅😅😅
@tridipborchetia7155
@tridipborchetia7155 2 месяца назад
Suwa harpal daa... aji loike ankua hua nai... 1hr 40 mins.... kiba eta bikhekh quality thkibo lgibo... hei karonei hoise❤❤... video suai nai but always support ❤😂😂
@dipikasarma2992
@dipikasarma2992 2 месяца назад
Bht bsi mja lgse❤
@n.buragohain4753
@n.buragohain4753 2 месяца назад
Ulu lulu bor bhal lagil dei...
@mahibhaginvlogs8317
@mahibhaginvlogs8317 2 месяца назад
Rati 12 baji 40 minutes loike saisu .emn hahiluo.khub bhal lgile dei❤
@MayasriKalita
@MayasriKalita 28 дней назад
বহুবাৰ চাইছো সাক্ষাৎকাৰ টো....হেঁপাহ পলুৱাই নাই....আইছেংফা বা এনেও প্ৰিয়,কণ্ঠৰ কথা নকলোৱেবা....ইমান সুন্দৰ অসমীয়া উচ্চাৰণ 🙏এনে নহয় যে তেওঁ ইংৰাজী নাজানে,কিন্তু নিজস্বতা বজায় ৰাখিও যে সুন্দৰ এটা অনুষ্ঠান বৰ্তাই ৰাখিব পাৰে,তাৰেই এক নিদৰ্শন.... হৰপল শইকীয়াৰ ভিদিঅ কৰনা কালৰ পৰাই চাই আহিছোঁ,ভাল লাগে
@bristihazarika3592
@bristihazarika3592 2 месяца назад
আইচেংফা বা ❤ইমান শুদ্ধকৈ আৰু মনোগ্ৰাহীকৈ নিজৰ ভাষাতো ক'ব পৰাটো এটা কলা! ইমান সুন্দৰ কথোপকথন!খুব ভাল লাগিল !
@kalpananeog3532
@kalpananeog3532 2 месяца назад
আইচেংফা.... মই তোমাৰ 'ৰেন মৌʼৰ যাত্ৰাৰ নিয়মীয়া শ্ৰোতা-দৰ্শক। তোমাৰ প্ৰত্যেকটো অনুস্থানেই মোৰ বৰ প্ৰিয়। তোমাৰ অনুস্থানবোৰৰ, সকলোৰে ভাল লগা অতিথি,সবল বিষয়বস্তুৰ ওপৰত সুন্দৰ সুন্দৰ প্ৰশ্ন,প্ৰশ্নবোৰ অৱধাৰিতভাৱে কেনেকৈ উপস্থাপন কৰিব লাগে, ইত্যাদি ইত্যাদি কথাবোৰৰ লগতে মোৰ ভাল লগা তোমাৰ আটাইতকৈ স্মৰণীয় গুণবোৰেই হৈছে....তোমাৰ কথনশৈলী,শুদ্ধ ৰূপত তোমাৰ অসমীয়া উচ্ছাৰণ, বিষয়বস্তু উপস্থাপনৰ সুন্দৰ আৰ্হি,তাটোতকৈও মোৰ লগতে যাত্ৰা অনুস্থানটো উপভোগ কৰা আটাইবোৰ সহযাত্ৰীৰ চাগে ভাল লগা দিশটোৱেই হৈছে....অনুস্থানটো আঁতধৰা তোমাৰ সাংঘাটিক বিচক্ষণতা। আমিবোৰে আচলতে তোমাৰ, অতিথিৰ লগত কথোপকথন, তোমাৰ নিজাববীয়া কিছুমান তত্বগধুৰ প্ৰশ্নবানেৰে, অতিথিৰ লগতে আমাৰবোৰকো মোহাচন্ন কৰা, অতিথিৰ পৰা কৌশলৰে, কেনেকৈ উত্তৰবোৰ উলিয়াই, নিজৰ লগতে দৰ্শকৰ মন ভৰাই তুলিব পাৰি এই আটাইবোৰ কাৰণৰ বাবেই আমি আচলতে তোমাৰ অনুস্থানটোৰ প্ৰেমত পৰিছো। কেতিয়াবা সময়মতে নাচালে এনে লাগে যেন, কিবা এটা হেৰুৱালো নেকি, কিবা বিশেষ কথা নজনাকৈ থাকি গ'ল নেকি....! আজিৰ অনুস্থানটোত সেই একেই,ভাল লগা,একেই মাদকতা পালোঁ। বৰ ভাল লাগিল, মাতৃ-পুত্ৰৰ যোগলবন্দী সঁচাকৈয়ে সলাগিবলগীয়া। আজিকালিৰ দিনত মাতৃ-পুত্ৰৰ মাজত এনেধৰণৰ সহমৰ্মীতা বৰকৈ দেখিবলৈ পোৱা নাযায়। মোৰ ফালৰপৰা মাতৃ-পূত্ৰ দুয়োগৰাকীলৈ,মৰম আৰু অলেখ শুভকামনা জনালোঁ। আইচেংফা আৰু তোমাৰ সহযোগী দ'লটোলৈও, মোৰ ফালৰপৰা এসোপামান মৰম, আশীৰ্বাদ আৰু শুভকামনা জনালোঁ। আইচেংফা, তুমি মোৰ সদায় মৰমৰ আইচেংফা গৰাকীয়েই হৈ থাকিবা....❤😊
@litudeka5058
@litudeka5058 2 месяца назад
এনেকুৱা সন্তান সকলোৱে পাওক.. বহুত ভাল লাগিছে চাই.. মাক হিচাপে আপুনি বহুত লাকী.. lv u❤
@rashmihazarika3315
@rashmihazarika3315 2 месяца назад
মই হৰপল দা মাকৰ কথাবোৰ হে শুনিব আহিছোঁ দেই বহুত বেছি ভাল পাওঁ মানুহ গৰাকীক ভালে থাকক সদায় আৰু এনেকৈ হাঁহি থাকক
@jilmilbaruah6788
@jilmilbaruah6788 23 дня назад
হৰপলক আগৰ পৰাই চাইছোঁ। আইচেংফাৰ কথোপকথন শৈলীত মুগ্ধ হ'লোঁ। বৰ সুন্দৰ অনুষ্ঠান।
@arjupurnamsrock949
@arjupurnamsrock949 2 месяца назад
আপুনি ইমান ধুনীয়াকৈ কথাবোৰ কয় বিশেষকৈ ভাষাটো বিকৃত নকৰাকৈ ♥️ এই অসমীয়া চিনেমা/সংগীত তথা সাংস্কৃতিক জগতখনৰ show called ফকটীয়া মানুহ কিছুমানে এনেকুৱা ভিডিঅ'বোৰ চোৱা উচিত নহ'লে ভাষাটোৰ অস্তিত্ব নাইকীয়া হ'লগৈ সেই সকলৰ আশীৰ্বাদত। প‌ইছা হ'লেই নহ'য় সকলো.. পঢ়া শুনাই হ‌ওক/প‌ইছাই হ‌ওক শিপাৰ পৰা থকা সকল কিন্তু তেনেকুৱা নহয় বাৰু।
@darshanborah
@darshanborah 2 месяца назад
হাঁহি এটি পিন্ধি লোৱা, অনেক হাঁহি বিয়পিব ❤️‍🩹
@pritirekhagogoi5652
@pritirekhagogoi5652 2 месяца назад
সুন্দৰ চিন্তাৰে জীৱনমুখী কথোপকথন ৰেন-মৌ । বৰ ভাল লাগিল। ❤
@adutt998
@adutt998 2 месяца назад
মাতৃলৈ অভিনন্দন আৰু প্ৰতিভাৱান সন্তানৰ বাবে সাফল্য আৰু সুন্দৰ জীৱন কামনা কৰিলো
@biswajyotiarandhara9402
@biswajyotiarandhara9402 2 месяца назад
প্ৰথমৰ পৰা শেষৰলৈকে হাঁহি হাঁহি চালোঁ ভিডিঅ টু ,, ইমান ভাল লাগিল সঁচাকৈ অনুষ্ঠানটো ।।মাক পুতেক একেলগে দেখি আৰু ভাল লাগিল শিৱসাগৰ গেলেকীৰ পৰা বহুত মৰম যাছিলোঁ আইচেংফা বা আপোনালোক তিনিও লৈ 🥰🤗
@parthajyotigogoi-is9xw
@parthajyotigogoi-is9xw Месяц назад
বহুত ভাল লাগিল❤️❤️❤️❤️❤️
@jinaborgohain1909
@jinaborgohain1909 2 месяца назад
যাত্রাত আজি মাতৃ - পুত্রক দেখা পালো । সমাহিত কথোপকথনে আনন্দৰ লগতে হাঁহিৰ খোৰাকও জোগালে । এনে এখন ঘৰেই সুখৰ সংজ্ঞা বিলাব পাৰে । লগতে আইচেংফাৰ মধুৰ মাতষাৰতে কথাবোৰে প্ৰাণ পাই উঠে । তিনিওৰে মনৰ আশাবোৰ পূৰ্ণ হৈ উঠক , তাৰেই কামনাৰে আন্তৰিক ধন্যবাদ জনালোঁ ৰেনমৌৰ প্ৰতিটো খণ্ডই যাতে সকলোকে মোহিত কৰক।
@Nayan_Comedy_Vines
@Nayan_Comedy_Vines 2 месяца назад
সুন্দৰ উপস্থাপন....ভাল লাগিল শুনি লগতে আইছেংফা বা ৰ সুন্দৰ কথন শৈলী
@areunigga6792
@areunigga6792 2 месяца назад
চাই থাকিবই মন যায়।ইমান সুন্দৰ কথা শৈলী।ইমান সুন্দৰ অসমীয়া উচ্চাৰণ
@ritamonichiring3842
@ritamonichiring3842 2 месяца назад
বৰ ভাল লাগিল আইচেংফা।সদায় সকলো সুখী হৈ থাকক।হৰপল -লৰাটো যেন মোৰ নিচেই আপোন তেনে লাগিল।God bless to all.
@progatigogoi6963
@progatigogoi6963 2 месяца назад
বহুত ভাল লাগিল।হৰপল দা আৰু তেখেতৰ মাতৃৰ কথাবোৰ শুনি সঁচাকৈয়ে খুব ভাল লাগিল।ভালে থাকক সদায়। লগতে আইচেংফা বালৈও বহুত বহুত মৰম ❤
@AJCreationAssam
@AJCreationAssam 2 месяца назад
যাত্ৰাৰ প্ৰতিটো খণ্ডই মোৰ প্ৰিয়, অতিথি যিয়ে নাথাকক কিয় আইচেংফা বাৰ সহজ-সৰল কথন শৈলীয়ে মনলৈ প্ৰশান্তি নমাই আনে, কথাটো যে যাদু থাকে সেইয়া যাত্ৰাৰ পৰাই অনুধাবন কৰিছো ৷ আয়ৈ দেহি... যাত্ৰাৰ এই যাত্ৰা দিঘলীয়া হওঁক, শুভকামনা থাকিল ❤❤❤
@bipindeka560
@bipindeka560 2 месяца назад
সুন্দৰ ব্যক্তিত্ব, সুন্দৰ পিতৃ-মাতৃৰ, সুন্দৰ সঙসাৰৰ মাতৃ-পুএৰ যুগল কথোপকথনৰ ৰহস্য ভেদ"ৰেনমৌ"ত আইচেঙফাৰ সতে মধুৰ মুহুত।ভাল লাগিল।
@anjumonichiringphukan8744
@anjumonichiringphukan8744 2 месяца назад
প্ৰথমতেই কওঁ আইচেংফাৰ মুখৰ মিঠা মাতটো মোৰ অতি প্ৰিয়। আনহাতে হৰপলৰ ভিডিঅ'বোৰ মোৰ ভাল লাগে।মাজে মাজে চাওঁ। আজিৰ সাক্ষাৎকাৰটো সঁচাকৈয়ে বৰ ভাল লাগিল,মই এই সময়কণ বৰ সুন্দৰকৈ উপভোগ কৰিলোঁ। তুমি বুলি কৈছোঁ দেই,তোমাক ইয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু তোমাৰ অনুষ্ঠানটোৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।🙏🙏♥️❤️
@anirbaan_g
@anirbaan_g Месяц назад
এগৰাকী মাতৃৰ মনৰ অনুভূতি, দ্বায়িত্ব, মৰম ইত্যাদি ইম্মান ধুনীয়াকৈ প্ৰকাশ পাইছে, কি ক'ম আৰু। বহুত বেছি ভাল লাগিল খণ্ডটি চাই। ৰুণুমী খুড়ী আৰু হৰপল দুয়োলৈ ঢেৰ মৰম; কুশলে থাকা। 🙏🏻❤️ আৰু আইচেংফা বা, অতি সোনকালে যাত্ৰাৰ ৰেন মৌ'ৰ মজিয়াত Swarna Bhajani বৰমাক দেখা পাম বুলি দাবী উত্থাপন কৰিছোঁ। 😎
@minotisaikia1804
@minotisaikia1804 2 месяца назад
যাত্ৰাৰ প্ৰতিটো খণ্ডই উপভোগ কৰো । বৰ সুন্দৰ । হৰপল শইকীয়াৰ অনুস্থান চাই অভিভূত । আইচেংফাৰ কন্ঠৰ বাবে সদায় আগ্ৰহী হৈ আহিছো ।
@bindassjibon5756
@bindassjibon5756 2 месяца назад
Gutei interview tut aichengfa ke saai thakilu emn moromloga ke koi kothabur tate sokujuri hahitu dhunia 😍❤baki interview saai vallagil 👍
@parismitabora4917
@parismitabora4917 2 месяца назад
খুব ভাল লাগিল খণ্ডটো, Harpal তোমাকতো ভাল লাগেই সদায় তোমাৰ মাৰ কথা আৰু ঘৰ খনৰ চিন্তাধাৰা খিনিও খুব সুন্দৰ । God bless you all❤❤
@gyandeepnath3600
@gyandeepnath3600 2 месяца назад
এই খণ্ডটি "যাত্ৰা”ৰ অন্যতম এটা মনত থাকি যোৱা খণ্ড হʼব । লগতে মৰমৰ আইচেংফা বা জনীৰ কথানো আৰু কিমান কʼম । ইমান ধুনীয়াকে কথাকেইটা কয় ঔ । আটাইতকৈ ভাল লগা কথাটো হʼল এই যে অসমীয়া ভাষাৰ কথোপকথন খিনি । মই নিজেও সদায় সম্পূৰ্ণ শুদ্ধকৈ অসমীয়া ভাষাত কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু আইচেংফা বাৰো এই কথাটো খুব ভাল লাগে । ( বা , মই জ্ঞানদ্বীপ দেই । অকমান অকমান চিনি পাইছানে বাৰু ? )
@niloysaharia9028
@niloysaharia9028 2 месяца назад
বহুত ভাল লাগিল অনুস্হানটো ❤ হৰপল দাৰ দেউতাৰ চৰিত্ৰ টো মোৰ দেউতাৰ লগত বহুত খিনি মিল আছে 😊
@udipta72
@udipta72 2 месяца назад
কথাৰ সৰলতা আৰু নিভাজ মৰমৰ বাবে যান্ত্ৰা ৰেং মৌ আমাৰ প্ৰিয়
@maramidas5569
@maramidas5569 Месяц назад
বৰ ভাল লাগিল, আপোনালোকৰ কথপকথনে মনটো আনন্দিত কৰিলে।
@GunakantaGogoi-yw3vx
@GunakantaGogoi-yw3vx 2 месяца назад
Ba homoi dake matibo sun apunar show loi 😊
@nitupaldutta1927
@nitupaldutta1927 2 месяца назад
মই বতমান বৰ পুখুৰী পাৰৰ পৰাই চাই আছো show টো সচাই ভাল লাগিল সচাই। বা আপুনি এনেকৈ ভাল ভাল আৰু প্ৰতিভাধাৰী Guest আনি আমাক মনোৰঞ্জন দি যাওক❤
@bloomingbudtutumonigogoibu4574
@bloomingbudtutumonigogoibu4574 2 месяца назад
Most awaited episode..In one word super👌👌love from USA 🇺🇸..খুৰীলৈ বহুত মৰম থাকিল❤️
@ritamonichiring3842
@ritamonichiring3842 2 месяца назад
তোমাৰো যাত্ৰাৰ উপস্থাপন শৈলী মোৰ সাংঘাতিক ভাল লাগে কিবা যেন আপোন আপোন লাগে।মই শিৱসাগৰৰ।
@user-mi6wd5uq6l
@user-mi6wd5uq6l 2 месяца назад
বহুত ভাল লাগিল অনুস্থানতটো চাই। বহুত হাঁহি লো
@MurchanaBuragohain-ek7zb
@MurchanaBuragohain-ek7zb 2 месяца назад
Harpal r last r kotha khinie mon tu sui gol… aunty r hopun pur hoi gol akhon dhunia platform t ata proud moment share koribo pai…❤
@FriendlyMom
@FriendlyMom Месяц назад
Khub hundor oxomiya podcast jot oxomiya bhakha r hundor proyog
@babitadeka8849
@babitadeka8849 2 месяца назад
আইচেংফাক বহুত ভাল লাগে ❤ হৰপলৰ ভিডিঅ' চাও।
@nizorajuri8163
@nizorajuri8163 2 месяца назад
Aichengfa tumi kthabur emn dhuniake kua bohut val lage huni, and Harpal and khurik matila bohut val lagile episode tu sai..
@kalpanakataky9092
@kalpanakataky9092 2 месяца назад
আইছেংফা আপোনাৰ কথা বোৰ বৰ মধুৰ।ভাল লাগিল podcast টো
@yutikagogoiburhagohain8765
@yutikagogoiburhagohain8765 2 месяца назад
হাঁহি হাঁহি পেট বিষাই গ'ল।কিমান ভাল লাগিল বুজাই ক'ব নোৱাৰিম আইচেংফা। তোমাৰ লগতে তেখেতসকলৰো মঙ্গল কামনা কৰিছোঁ। তুমি সফলতাৰে আগবাঢ়ি গৈ‌ থাকা। আশীৰ্বাদৰ বাহিৰে তোমাক আৰু কি দিম আইচেংফা !!
@manosibora5164
@manosibora5164 2 месяца назад
Ajir episode tu ataitkoi best hoise .enekua xukhi porial khub komeihe ase.3bar man salu ebar sai hepah nopolai .khub hahilu dhanyabad.🎉
@himanjolibaruah8551
@himanjolibaruah8551 2 месяца назад
বহুত বেছি ভাল লাগিল। শুদ্ধ অসমীয়া কথাবোৰ আজিকালি খুব কমকৈ শুনিব পাওঁ। কিন্তু বা আপোনাৰ কথাখিনি যে ইমান ভাল লগা। হৰপল আৰু মাক খুব ভাল লাগে। তিনিও গৰাকীয়ে প্ৰিয় ব্যক্তি। বহুত মৰম।
@jayantibg5041
@jayantibg5041 2 месяца назад
Bar val palu
@Bristina153
@Bristina153 2 месяца назад
সময় গগৈ দাক মাতিব বুলি আশা কৰিলোঁ দেই।❤
@debasmitadevi5704
@debasmitadevi5704 2 месяца назад
Ai j xoru xoru anubhabor goraki maa joni, xokoluke hohuwai bindas thaka lorajon bhale thakok ❤ Aichenfa ba tumaloi ajut xubhokamona 😇
@Dekaba763
@Dekaba763 2 месяца назад
আইচেংফা নামটো যিমান ধুনীয়া মাতষাৰ তাতকৈ খুব মিঠা।।।লগতে হৰপল উফ❤❤
@mjchetia386
@mjchetia386 2 месяца назад
সুন্দৰ অনুষ্ঠান। আইচেংফা বা আপোনাৰ কথন শৈলী ভাৱ ভংগিমা প্ৰশ্ন সুধা কৌশল একেবাৰে খোলা। ইমান ধুনীয়াকৈ বুজাই প্ৰশ্ন কৰে অতিথি সকলৰ উত্তৰ দিয়া সহজ হয়। আপোনাৰ অতিথি সকলে একেবাৰে ঘৰুৱা পৰিৱেশ এটা পায়। ভাল লাগিল প্ৰতিটো পৰিয়াল এনেকৈ সুখী হৈ ভালে থাকক। বা আপোনালৈ বহুত মৰম শুভ কামনা। ৰেন মৌ আৰু আগুৱাই যাওঁক সমাজলৈ নতুন আদৰ্শ, প্ৰেৰনা পোৱা অতিথিৰে জীপাল হওঁক।
@SikhaBora-99
@SikhaBora-99 2 месяца назад
Aichengfa baa r maat 2 emn morom loga..protitu kothat aiyoo kole emn mrm lge...bht vl lgise episode 2 sai..❤❤❤
@kunhientertainment
@kunhientertainment Месяц назад
আইছেংফা বা ইমান ধুনীয়া অসমীয়া কয় আপুনি খুব ভাল লাগিল।
@nayanmonibora8229
@nayanmonibora8229 Месяц назад
Emn morm loga kotha bur ba vgr.....❤️. Harpal dar aru ma uuu bohut vl lagil podcast tu saiii💞💞..... Jorhatr hoi proud korisu 🥰🥰 bro
@probitrasaikia6329
@probitrasaikia6329 2 месяца назад
তিনিও প্ৰিয়, বহুতেই ভাল লাগিল। "আঐ দেহী"টো মিছ কৰিছোঁ।
@PriyankaDevi-dn9xz
@PriyankaDevi-dn9xz 2 месяца назад
আইচেংফা বাক প্ৰথম আমাৰ গাওঁত দেখিছিলো ' জীৱন এখনি নৈ ' নামৰ ধাৰাবাহিকখন ৰ shooting t.
@kapilnath3531
@kapilnath3531 2 месяца назад
Ankwa anusthan bohut salu...kintu apunar JATRA prgrm tu hosa k koi unique...apunar each and every questions to the guest bor bhal lge ..Apynar mat tu ktha kowar style tu bhal lge bohut....Thank You Aichengfa baa emn dhuniya prgrm ata amar majot ana baba...Hope apunak adint realt log pam🥺❤️
@Badrikasunu-zl5vt
@Badrikasunu-zl5vt 24 дня назад
Bahut besi val lagil ❤khuri k sewa jonalu sodai aapunaluk enedorei thakak ❤❤vogobane sodai vale rakhak Aapunalukak.
@mallikadas8005
@mallikadas8005 2 месяца назад
Such a lovely episode.Had a great laugh.God bless mother son duo....so nice to know their mutual understanding and their sweet relationship
@rimpigogoi2177
@rimpigogoi2177 Месяц назад
Aichangfa Baa aapuner kothabur hunile huni thakibor mon jai..❤❤❤ Nd Harpal he is always favourite...❤❤
@SB-ox4dk
@SB-ox4dk 2 месяца назад
Bohut dinor pisot 1ta podcast skip nokora k saisu....khub val hoise... baki kinu kom aru.... I personally met harpal very good human being...... khurir kotha huni val lagil
@deben27
@deben27 2 месяца назад
Harpal should join Beharbari Outpost.
@rituraj6147
@rituraj6147 2 месяца назад
Thik koisee
@prostutigogoi1042
@prostutigogoi1042 2 месяца назад
I agree
@user-qy3te1uo6u
@user-qy3te1uo6u 2 месяца назад
একদম মনৰ কথা ক'লে 👍
@Dekaba763
@Dekaba763 2 месяца назад
Yess
@user-ph7ku1qd2p
@user-ph7ku1qd2p 2 месяца назад
Dekhat o Rakesh r ncna olp
@bishalbivaanlaskar8433
@bishalbivaanlaskar8433 Месяц назад
Hodai সুখত থাকক আপোনালোক...মৰমিয়াল পৰিয়াল
@mridulabhuyan9316
@mridulabhuyan9316 2 месяца назад
হৰপল শইকীয়াৰ এই যাত্ৰাই নতুন প্ৰজন্মক কামৰ প্ৰতি আগ্ৰহী কৰিব। Motivational video ❤
@kashmireesaikia.2323
@kashmireesaikia.2323 2 месяца назад
বহুত ভাল লাগিল । আপোনাৰ কথা বোৰ আপোনাৰ কথনশৈলী বহুত ধুনীয়া❤️হৰপলৰ মাকৰ কথাবোৰ বৰ ভাল লাগিল।
@kasturiborgohain7856
@kasturiborgohain7856 2 месяца назад
Video sai Gharsa pora pickle 2ta lolu mur priyojonoloi. Thank you for Gharsa👍
@lilyhazarika1447
@lilyhazarika1447 2 месяца назад
Xasai bor.val lagil sai aitu episod..logote tumaloi u bohut xuvaishya thakil ai jattra i akakh suwak.tumar xundar kothare.logote aru ata kotha nkole nohobo.tumi aru tumar kotha kuwa hoily khub xandar..hepah nopolai sai thakile❤
@dipshikhasarma6613
@dipshikhasarma6613 2 месяца назад
বহুত বেছি ভাল লাগিল বা। হৰপল দা আৰু মাক এনেও ভাল লাগে। তেওঁলোকৰ ঘৰৰ পৰিৱেশৰ কথা জানি আৰু বেছি ভাল লাগিল। খুব ভাল লগা হাঁহি ফুৰ্তি কৰি থকা মানুহ কেইগৰাকী ☺️ এনেকৈয়ে থাকে যেন সদায়।
@Digantaborah21
@Digantaborah21 2 месяца назад
বহুত বহুত ভাল লাগিলে দেই বা হৰপল আৰু খুডী ৰ কথোপকথন খিনি শুনি। ❤❤❤
@minakshigogoi2907
@minakshigogoi2907 2 месяца назад
বহুত ভাল লাগিল ।
@junmonigohain16
@junmonigohain16 2 месяца назад
বহুত ভাল লাগিল অনুষ্ঠানটি ।গাড়ীত গ'লে মোৰ গতিটো মাৰ সৈতে একেবাৰে একে।
@purabisaikia6998
@purabisaikia6998 2 месяца назад
বৰ ভাল লাগিল । মাক পুতেকৰ মৰমসনা কথা সুন্দৰকৈ প্ৰকাশ কৰিছে ।
@SudarshanDas-us6vh
@SudarshanDas-us6vh 2 месяца назад
Every mother deserve such son ❤
@wakeupnortheast1219
@wakeupnortheast1219 2 месяца назад
খুপটাং 🙏🏻🙏🏻 কথা বোৰ খুব ধুনিয়া হয় আপোনাৰ
@dipaligayan9053
@dipaligayan9053 2 месяца назад
কথাখিনি ইমান ভাল লাগিল❤! শেষত হৰপলৰ কথাখিনিয়ে চকুপানী 😢
@Gaming.sortss
@Gaming.sortss 2 месяца назад
বহুত ভাল লাগিল অনুষ্ঠান টো চাই ❤
@mamonidevi617
@mamonidevi617 2 месяца назад
Aichengfa aaji Harpol aru khuri jaatra anusthan birat bhal lagil dhyanobad jonalu
@poliburagohain6274
@poliburagohain6274 2 месяца назад
Aisangfa tumar anusthan bur sai val lage. Harpol aru makor kathupkathan biratai val lagil .❤❤❤
@Upper_assam_delta_boy
@Upper_assam_delta_boy 2 месяца назад
ডিব্ৰুগড়ৰ পৰা অলেশ মৰম আৰু আশীৰ্বাদ জনালো আইচেংফা বা । আগুৱাই যাওঁক আপুনি।
@pinkumoniborah5914
@pinkumoniborah5914 2 месяца назад
সঁচাকৈ আজি বহুত বেছি ভাল লাগিল। খুব হাঁহিলো। ইমান সুন্দৰকৈ কথাখিনি দুইজনে কলে ভাল লাগিল।তোমাৰো কথা কোৱাৰ শৈলী বৰ ভাল লাগে।আৰু আগবাঢ়ি যাওক এই যাত্ৰা।তোমালোকৰ এই যাত্ৰাৰ দীৰ্ঘায়ু কামনা কৰিলো।
@user-ul7sm4pi7g
@user-ul7sm4pi7g Месяц назад
বহুত ভাল লাগিল আজি।
@user-bg7sj9so4c
@user-bg7sj9so4c 2 месяца назад
Bohut vhal lagil ..bikhekh koi mak ru lorar morom bilak Sai bohut hahilu de hodai happy hoi thakok
@rajkumarirajkumari3175
@rajkumarirajkumari3175 2 месяца назад
Very postive show .❤ Bhal lagil Matri aru putra sai
@sushmitagogoi6339
@sushmitagogoi6339 Месяц назад
Baa apunar aura tu khub dhunia jeneke kothabur apuni koi aru apuni egoraki good listener hoi heitu aru jipal kori tule..
@santipriyaprostuti1581
@santipriyaprostuti1581 2 месяца назад
বহুত ভাল লাগিছে। শিৱসাগৰ পৰা মৰম❤
@PompiPhukanDutta
@PompiPhukanDutta 2 месяца назад
Bohut val lagile Sai ba♥️
@samironborahmusic8545
@samironborahmusic8545 2 месяца назад
Best PODCAST i have ever seen on RU-vid … Jatra t aitu 1st Podcast salu.. eman hundor porisalona ki kom aru … best wishes 🎉❤
@pallabichetia9419
@pallabichetia9419 2 месяца назад
Iman val lage tumar kothabur Aisengfa baa..aru Harpal tu favourite ei agor pora
@baruahsilkhouse2521
@baruahsilkhouse2521 23 дня назад
Harpal daaa is love🔥🔥🔥🔥❤️❤️❤️❤️❤️
@ArindamsWorld
@ArindamsWorld 2 месяца назад
হৰপল যে শিৱসাগৰৰে লৰা মই আজি হে গম পাইছোঁ।
@reetushnadevi1230
@reetushnadevi1230 2 месяца назад
Mon tu khub bea lgi asl, kntu hahibo parilu okmn, olp holeu bea lagi thoka mon tu patolise❤
@munilkonwar6830
@munilkonwar6830 2 месяца назад
বহুত সুন্দৰ❤❤
@deepagogoi392
@deepagogoi392 2 месяца назад
Khub bhal lagil ....... Sivasagore loratu amar .... Alopoteha log palu..... Morom loga....... Hodai r dore , aji bohut basi bhal lagil.... 😊❤
@bhargabsarma
@bhargabsarma 2 месяца назад
Asowm episod মা জনি really সঁচা মাক বোৰ তেনে ই হল হৈ চবৰে
@BornaliChetia-hh5dj
@BornaliChetia-hh5dj Месяц назад
Bahut ভাল লাগে হৰপল ক, মইও লক্ষ্মী নাথ বেজ বৰুৱাতে পঢ়া, ভন্টি হে নাজিৰা DPS ত পঢ়া। আগবাঢ়ি যোৱা।
@manishadeka6600
@manishadeka6600 2 месяца назад
😂😂প্ৰথমতে হাঁ‌হি লৈছো বা😆।ইমান জমনি হৈছে আজি।হৰপল আৰু মাতৃ-দুয়ো সাংঘাতিক ৰসিক।আজি আমাৰ আইচেংফা বা জনীও একদম ৰসাল ৰসাল হৈ আছে। আপুনি যে কয়-জেঠিয়েও ঠিক ঠিক কৰিছে বুলি,বৰ ৰস পাও জানে😆😆।বৰ ভাল লাগিল।বৰ্তমান সময়ৰ সামাজিক মাধ্যমৰ আটাইতকৈ জনপ্ৰিয় আৰু ৰুচিশীল youtube channel "যাত্ৰা"ৰ জয়যাত্ৰা অব্যাহত থাকক।বহুত মৰম ❤️❤️❤️"যাত্ৰাপাৰ্টি"লৈ
@mikealpran3142
@mikealpran3142 2 месяца назад
O hoi ni iman patoliya
@RituRaj-ze6rc
@RituRaj-ze6rc 2 месяца назад
Baaido apunar voice to Eman dhunia morom loga🥰
@utpalakalitabharali755
@utpalakalitabharali755 Месяц назад
Khub vhal lagil Ba❤❤❤
@junmoniborah860
@junmoniborah860 2 месяца назад
Oknmanu skip nokorakoi salu,,bohuuuut val lagil,,aru ba apuanr kthabur khub besi vl lage❤
@phulmonibhuyan6575
@phulmonibhuyan6575 Месяц назад
Last kotha 2 harpal r khub khub val lagi gol......👍👍👍👍👍
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc Месяц назад
ভাল লাগিল অনুষ্ঠানটো চাই। বহুত হাঁহিলো দেই😂😂😂❤❤❤
@minaakshipoojariphukoon8817
@minaakshipoojariphukoon8817 2 месяца назад
I really enjoyed this episode...The duo is awesome..tumi Iman xundor ke kotha bur xudha...perfect
@LYRICSVIBEZ07
@LYRICSVIBEZ07 2 месяца назад
বহুত ভাল লাগিল চাই
@Maa_r_suali
@Maa_r_suali 2 месяца назад
আইচেংফা বাৰ কথাবোৰো বহুত ভাল লাগিল
@usharaniboruah044
@usharaniboruah044 Месяц назад
Bohut bhal lagil,,,,,haahiilu dai❤❤❤❤❤❤❤
Далее
Italians vs @BayashiTV_  SO CLOSE
00:30
Просмотров 3,9 млн
Rashlila || EP- 46 || 22-08-2024 ||
19:14
Просмотров 57 тыс.