Тёмный
No video :(

‘কা’ৰ বিৰুদ্ধে আজি ৰাজ্য কঁপালে আছুৱে? 

Pratidin Time
Подписаться 2,2 млн
Просмотров 2,3 тыс.
50% 1

হিন্দু বাংলাদেশৰ গোচৰ বিদেশী ন্যায়াধীকৰণলৈ প্রেৰণ নকৰিবৰ বাবে গৃহ বিভাগে আৰক্ষীলৈ জাৰি কৰা অধিসূচনাৰ বিৰুদ্ধে মঙলবাৰে সদৌ অসম ছাত্র সন্থাই সমগ্র ৰাজ্যতে তীব্র প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিখন জিলা আৰু মহকুমা সদৰত অধিসূচনাৰ প্রতিলিপি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে। আছুৰ কেন্দ্রীয় নেতৃত্বৰ চৰকাৰলৈ প্রশ্ন- বানত ৰাজ্যবাসীয়ে ককবকাই থকাৰ সময়তে ততাতৈয়াকৈ কিয় এই অধিসূচনা জাৰি কৰিব লগা হ’ল?
#pratidintime #aasu #caa

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 12   
@dilipmahanta8479
@dilipmahanta8479 Месяц назад
পঞ্চাশটামান ভাগত অসমৰ খিলঞ্জীয়া ভোটাৰ বিভক্ত বিপৰীতে অনা অসমীয়া সকলে একগোট হৈ ভোট দি আহিছে।সেই ভোট খিলঞ্জীয়াক হৰুৱাবলৈ দিয়ে যাতে খিলঞ্জীয়া নিশেষ হৈ যায়।এই সতয়টো উপলব্ধি কৰিব নোৱাৰিলে অসমত ৰাজনৈতিক ক্ষমতা শীঘ্ৰেই বহিৰাগতৰ হাতলৈ যাব। 1985 ত আনছলিক দলৰ চৰকাৰখনত সকলো খিলঞ্জীয়া জনগোষ্ঠী য়ে অঙশ লোৱা দেখি ভৱিষ্যতে বিপদ হব বুলি কঙগৰেছ দলে খিলঞ্জীয়াক ভাগ ভাগ কৰা ষড়যন্ত্ৰ আৰমভ কৰিছিল আৰু এতিয়া বি জে পিয়েও একেই পথকে লৈছে।
@nityanandamahanta1849
@nityanandamahanta1849 Месяц назад
জয় আই অসম,কা আমি নামানো
@Manash.player.official
@Manash.player.official Месяц назад
Cam ni ashur
@bot.R55
@bot.R55 Месяц назад
অসম খন কেবল , সদৌ অসম ছাত্ৰ সন্থাৰে নহয় যে সেই ৮৩ চন নাই যে প্ৰীথিবী যে এখন সৰু গাওৰ নিচিনা হ"ল যে অসমৰ মানুহে ৮৩ চনৰ ৰাম ঠগন আৰু নেখায় যে কাকা ।
@PronabDeori-xt1wc
@PronabDeori-xt1wc Месяц назад
Arunachal ot same civil services corruption under bjp govt took place but their protest was so strong, they will get results in few days but what abt Assam
@TaslimAliBabul
@TaslimAliBabul Месяц назад
আইন প্ৰণয়ন হৈ যোৱাৰ পাছত গুজৰি গুমৰি কি লাভ ?
@PronabDeori-xt1wc
@PronabDeori-xt1wc Месяц назад
Himanta is the one doing all the corruption,be it bjp or congress the culprit is the same.
@PronabDeori-xt1wc
@PronabDeori-xt1wc Месяц назад
If manipur can get ilp in 2022,then why Assam can't get it,iys all abt leadership.
@PronabDeori-xt1wc
@PronabDeori-xt1wc Месяц назад
Son acting Axomor manuhor,ako bjp k vote tu dibo, moi u eta Axomor Lora Hoi,kintu Amar jati tu shameless,
@user-lt9nm2cc7z
@user-lt9nm2cc7z Месяц назад
Caa ami namanu... Bangladeshi go back
Далее
ФОТОГРАФИЯ ЦЕНОЙ ЖИЗНИ
32:38
Просмотров 1,7 млн