Тёмный

Pabitra Margherita : বহুবল্কী ৰূপজ্যোতি কুৰ্মীক ধমক পবিত্ৰ মাৰ্ঘৰিটাৰ | N18V 

News18 Assam/Northeast
Подписаться 3,4 млн
Просмотров 147 тыс.
50% 1

Pabitra Margherita | যোৰহাটৰ নিৰ্বাচনী ফলাফলক লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্যৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা। দলীয় বিধায়কগৰাকীক ধমক দি পৱিত্ৰ মাৰ্ঘেৰিটাই ক’লে ৰূপজ্যোতিৰ মন্তব্য ভিত্তিহীন। কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে সতীৰ্থ বিধায়ক দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়ায়ো মানি ল’ব পৰা নাই ৰূপজ্যোতিৰ মন্তব্য।
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#pabitramargherita #rupjyotikurmi
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Опубликовано:

 

30 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 248   
@kishoridas6447
@kishoridas6447 3 месяца назад
মৰিয়নিত নাই নেকি উপযুক্ত মানুহ।এনে এজন অপৰিপক্ক মানুহক কিয় বাৰে বাৰে বিধান সভালৈ পঠায়।
@ArpanaHerenz
@ArpanaHerenz 2 месяца назад
ভেৱেলা ছাগলীও এজন দুৰ্নীতি নেতা ।
@bakulboruah2026
@bakulboruah2026 3 месяца назад
যিমান বেবাবলৈ আছে বেবাই ল।গৌৰৱ ২০২৬ ৰ CM.দম আছে দাদা বিগ্ৰেডে ৰখাই দেখাওক।
@BhairabBuragohain-e5p
@BhairabBuragohain-e5p 3 месяца назад
গৌৰবৰ পিছত কিয় বিজেপিয়ে লাগি আছে ভয় খাইছে যেন পাইছো
@sajidzamal3206
@sajidzamal3206 3 месяца назад
যোৰহাটৰ মানুহে টকাৰ লুভত ভোট দিয়া নাই।তই ফটোৱা কথা কৈ লাভ নাই।তইহে টকাৰ লুভত দ'ল বাগৰা মানুহ। যোৰহাটৰ মানুহ তোৰ দৰে পাগল নহয়।
@ashapurnadas3748
@ashapurnadas3748 2 месяца назад
Muslim e eneu Congress k e favour kore
@kirangogoi4748
@kirangogoi4748 3 месяца назад
এইটো কংগেছৰ সম্পদ আছিল এতিয়া বি জে পিৰ আপদ ।
@BrojenChetia-i8n
@BrojenChetia-i8n 3 месяца назад
অতি লাজৰ কথা যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিত দৰে এটা সম্মানিয় সমষ্টিত এনেকুৱা আধা পাগল এটাক জনপ্ৰতিনিধি নিৰ্বাচিত কৰা টো ।
@dipakgogoi5084
@dipakgogoi5084 3 месяца назад
ৰূপজ্যোতি কূৰ্মিয়ে এটা সন্মানীয় সচেতন সমষ্টিৰ জনসাধাৰণক ওপলুঙা কৰিছে।
@jugaldeka6518
@jugaldeka6518 3 месяца назад
ইয়াক ৰাম চৰ দিব লাগে।
@dipakbaruah8987
@dipakbaruah8987 3 месяца назад
যোৰহাটৰ ৰাইজক ৰূপজ্যোতি গালি পাৰিব বিচাৰে নেকি ? কোন সেই কুকুৰ ?
@kharkhuaokhomia5949
@kharkhuaokhomia5949 2 месяца назад
ৰূপজ্যোতি কুৰ্মী কেৱল মূৰ্খই নহয়,প্ৰকৃততে এটা যধা মূৰ্খ হয়।
@utpalgoswami1990
@utpalgoswami1990 3 месяца назад
ৰুপজোতি কুৰমী সাবধান ,তোমাক মৰিয়াব , আমাৰ যনা আছে তুমি জ্ঞান হিন ,মুৰ নথকা পাগল এটা নপুংস । চালা লেতেৰা মূৰ্খ ---
@prasantaprasanta4503
@prasantaprasanta4503 3 месяца назад
যোগ্য ব্যক্তিৰ জয় হৈছে । এইয়া যোৰহাটৰ ৰাইজৰ সঠিক সিদ্ধান্ত চিন্তাৰ চিন ।
@ashapurnadas3748
@ashapurnadas3748 2 месяца назад
Dekhim nohoi ki diye tohotok
@devajitburagohain8122
@devajitburagohain8122 2 месяца назад
পেটগেলা হিমন্তই কি ঘটিটো দিছে এফালৰ পৰা সকলো সম্পদ শেষ কৰিছে। হিমন্ত মুৰ্দাবাদ ।​@@ashapurnadas3748
@PankajKumarDutta-s1l
@PankajKumarDutta-s1l 3 месяца назад
যোৰহাটৰ জনতা চিন্তা শিল। সদায় মনত ৰখা ভাল।
@anilgoswami2238
@anilgoswami2238 3 месяца назад
চিন্তাশীল হে হ'ব ✌
@nayankumarpawe2671
@nayankumarpawe2671 3 месяца назад
ধন টকা পইচা আৰু আঁচনিয়ে কাম নিদিব যেন অনুভৱ হৈছে। ২০২৬ত
@kinaramdas5198
@kinaramdas5198 3 месяца назад
মুৰ্খ তই এই বিলাক কি বলকী আাছ তই কোৱাৰ দৰে যোৰহাট বাসী পাগল নহয় যোৰহাট এখন শিক্ষা নগৰী যোৰহাটৰ মানুহে বিবেক কি ভাল দৰে জানে তোৰ নিচিনাকৈ আবোল তাবোল বলকী তোৰ মুৰ্খ পৰিশ্ৰয় নিদিয়ে যোৰহাট বাসীৰ নিজৰ জ্ঞানৰ পৰিশ্ৰয় আছে সেইটো তোৰ বাহিৰে অসমৰ প্ৰত্যেকজন মানুহে জানে।
@nitunzaborah5902
@nitunzaborah5902 2 месяца назад
নিমখ চাহ খোৱা বোৰৰ মগজুৰ একো কথাৰ জোৰ নাই।
@TridipSaikia-od3ko
@TridipSaikia-od3ko 3 месяца назад
ৰাইজ বিজেপি ক খেদক আমাক অপমান কৰিছে
@pratapkalita8894
@pratapkalita8894 2 месяца назад
আটাইবোৰ শিক্ষিত মানুহে গৌৰৱ গগৈক ভোট দিছে। গৌৰৱৰ লগত তপন গগৈ কোনোপিনে তুলনাই নহয়।
@rupomaborah5148
@rupomaborah5148 3 месяца назад
তোমাৰ কথা শুনা আৰু গৰো ঘাহ খোৱা কথা একেই ন ৰোপজুতি ককাই
@4u206
@4u206 3 месяца назад
ই থাকিলে BJP ডুবাটো ১০০% নিচিত্য
@bigboss.3213
@bigboss.3213 3 месяца назад
ৰূপজ্যোতি কুৰ্মীৰ মাথাটো মানুহৰ হয় নে তাত মোৰ সন্দেহ আছে ।
@InsanAli-oj3bn
@InsanAli-oj3bn 3 месяца назад
😂😂
@krishnabhatta636
@krishnabhatta636 3 месяца назад
পবিত্ৰ মাৰ্ঘেৰিটাৰ শিপাৰ লগত জড়িত নহয়। জলমবটা দেই।
@RajipdasRajip-m8n
@RajipdasRajip-m8n 3 месяца назад
য়োৰহাটতৰ মানুহক ধনৰ লুভিয়া সজাইচে ৰুপজোতী কুমীয়ে
@aftabulchoudhury8860
@aftabulchoudhury8860 2 месяца назад
Mrinal Saikia sir kothabur val lage manuhjonu val.teok moi support koru bohut.
@Kamalpatgiri-pj9lk
@Kamalpatgiri-pj9lk 3 месяца назад
পাগলে কি নকয়
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 3 месяца назад
Sagoli😂
@motiurrahmankabir2518
@motiurrahmankabir2518 2 месяца назад
অসমৰ ১৪টা লোকসভা সমষ্টিৰ যি কোনো এটাত প্ৰতিদ্বন্দিতা কৰিলে গৌৰৱ গগৈ জিকিব ।
@skylark13
@skylark13 2 месяца назад
এজন বিধায়কৰ এনে বলিয়ালি নিকৃষ্ট মনোভাৱৰ প্ৰভাৱ।
@amlan.jyotisaikia3717
@amlan.jyotisaikia3717 3 месяца назад
সমষ্টিবাসীক অপমান কৰিছে।
@lalithazarika0110
@lalithazarika0110 3 месяца назад
Eibaar BJP ye Marianit Rupjyoti kurmi k ticket nidiyaai val hobo,Mariani t Rup nelage Gold lage.
@RizulAli-i1k
@RizulAli-i1k 3 месяца назад
লাজ নাই ৰুপজতী ৰ মৰী জোৱাই ভাই
@bipulkalita6608
@bipulkalita6608 3 месяца назад
ভাল পাগল লগহল বিজেপিত😂😂😂😂😂
@TrishnaBaruah-c1o
@TrishnaBaruah-c1o 3 месяца назад
ৰুপজ্যোতি এটা পাগল মিচলিয়া আৱৰজনা
@niranjankonwar3995
@niranjankonwar3995 2 месяца назад
মৰিয়নি ত আচলতে এইজনা জয়ী হয় কেনেকৈ । Vote দিয়া সকলৰ বিষয়েও ..............হেই নাভাবো কে........
@hemalatachetia3765
@hemalatachetia3765 3 месяца назад
মৰিয়নিৰ বাসী ইমান টকা লুভীয়া নেকি ???এনেকুৱা কুৰ্মী ছাগলীটোক ভোট দিয়ে ।।😂😂😂 যোৰহাটৰ মানুহ জ্ঞানী ,,শিক্ষিত,,বিবেক আছে ,,,টকা লুভীয়া,,ভিক্ষাৰী নাই,,।।বি জে পি লৈ দলবাগৰা নেতা ,,পালিনেতাৰ মুখত নিলাজ ভাষ্য,,শুনিয়েই,,,,???😊
@MinarulHaque-pm3iq
@MinarulHaque-pm3iq 3 месяца назад
BJP r 15 lakh kot gol
@puspadhardowarah1932
@puspadhardowarah1932 3 месяца назад
আটাইতকৈ আচৰিত কথা এনে মূৰ্খক ভোট দিয়াটো!তামোল কলিতাও এটা অপদাৰ্থ মানুহ।এই গাধটোকো যে কোনে"ভোট দিয়ে!
@joyprasad
@joyprasad 3 месяца назад
ৰূপজ্যোতি তুমি লাজ পইছা ছাগে। তুমি গৌৰবৰ কিয় ফিচা লৈ পৰিছে। তুমি কি ৰাজনীতি কৰা নাই। তুমি ইংলিছ হিন্দী নাজানে কাৰণে অসমত এমেলে হৈ লোকৰ চৰ্চা কৰি ফুৰিছে। কমেণ্ট বক্সত ৰাইজে কি লিখিছে এবাৰ চাবাচোন।তোমালোক তোমালোক
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 месяца назад
এই টো পাগলক আৰু কি ক'ব। এই টো ৰূপ জৌতি পঞ্চায়ত সদস্যৰ যোগ্য ও নহয় অথচ আমি তাক বিধান সভাৰ সদস্য নিৰ্বাচিত কৰিলো।
@handbim51
@handbim51 2 месяца назад
এই জনক কোনে ভোট দি জিকায়। জ্ঞান একোৱেই নাই যেন লাগিছে মৰিয়নিৰ এই বিধায়ক জনৰ । খালি চেলেপু কথা এওঁৰ।
@farhanahmed7673
@farhanahmed7673 2 месяца назад
সাধাৰণ ৰাইজে অশান্তি পাইছে।ইমান দাম ,অকল কেইজন মান ব্যক্তি ৰ bjp দিনত উন্নতি হৈছে।।।এই চৰকাৰে সাধাৰণ ৰাইজক একো নিদিয়ে।অকল চিণ্ডিকেত।।
@jitenbora1369
@jitenbora1369 2 месяца назад
Abdul Rashid Mandal .....Aapuni ki kobo bisarise ? Mane Atiya....Rahul Bishas Ghatok !!!
@MahanandaGogoi-dc9wo
@MahanandaGogoi-dc9wo 2 месяца назад
কুমী ছাগলীৰে কি কথা বেবাই থাকে। এইজন বিধায়কে যোৰহাট বাসিক অপমান কৰিছে।
@subhaspegu91
@subhaspegu91 2 месяца назад
ৱাড্ মেম্বাৰ যোগ্য নহয় বিধায়ক ৰূপজ্যোতি কুৰ্মী।
@bedantabikashsarma2080
@bedantabikashsarma2080 2 месяца назад
মৰিয়নিৰ jibur mnuhe eyak vote de jikai xupake গৰিহণা disu
@abaniburagohain8914
@abaniburagohain8914 2 месяца назад
ই এটা পাগল, কথাৰ লাগ বান্ধ নোহোৱা। দাঢ়িয়া পাগলটোক দেখিলেই মূৰ গৰম হৈ যায়।
@jibannath2836
@jibannath2836 2 месяца назад
গৌৰব গগৌ আৰু ৰুপজ্যোতি কিৰ্মি আকাশ পাতাল । পেটত হে এটা ।
@bimangogoi2512
@bimangogoi2512 3 месяца назад
ছাগলীটো মৰিয়নিত বুলিহে জিকে আমাৰ যোৰহাটত টিকাত বেত দি খেদাব
@RatulAhom
@RatulAhom 2 месяца назад
কোনে দিছে 8500 আমি নাই পোৱা। আপোনিহে দিছে দুৰ্নীতিৰ টকা।
@DipDeuri-c2w
@DipDeuri-c2w 2 месяца назад
কিমান দম আছে ২০২৬ আহিবি bjp মানুহ বোৰ। কেলা পোকত চোন দিম তহতক ।
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 3 месяца назад
খাটি অসমীয়াই শেষ কৰিবনেকি অসম ৷
@userrb_1234
@userrb_1234 2 месяца назад
Jorhat bakhi raaij lubhiya nhoi Rupjyoti dada.. jodi lubhiya hl heten apunalukr party Jorhatot bipul vote ot joyi hl heten krn lakh tokar loobh apunaluke dCle.. loobhiya manuhe hazar pasot doribo ne Lakhr pasot doribo ebar bhaB sabo..
@TridipSaikia-od3ko
@TridipSaikia-od3ko 3 месяца назад
ঐ ছাগলি তই এইবাৰেই খাই ল অহা বাৰ হাৰিবি
@bitukonwar2116
@bitukonwar2116 3 месяца назад
গৰু আগত টোকাৰী বায়, শিঙ মূৰ জোকাৰি ঘাঁহ খায়
@amitavbordoloi5861
@amitavbordoloi5861 3 месяца назад
অনাগত বিধানসভা নিবাচনৰ আগত যোৰহাট-ডিব্ৰুগড ঘাইপথ সম্পূণ’, মাজুলী দলংৰ লেখেতপৰা অগ্ৰগতি আদিৰ দৰে চকুতলগা কাম কৰিব নোৱাৰিলে, উজনিৰ অসমৰ সমষ্টিৰ অবিহনে পুনৰ বি জে পিৰ চৰকাৰ হোৱাটো অতি কঠিন হৈ পৰিব
@mandakinikalita8690
@mandakinikalita8690 2 месяца назад
Sera bolia hoi ai2...tar pronunciation a thik nhy,enekua eta murrkho manuhok tat jega dya2 bhul hoise
@jaanmoinavlogs
@jaanmoinavlogs 2 месяца назад
এই2 কোনে কোনে ভোট দি জিকাই চিলা hoi মূৰ্খ টোক
@rituparnasaikia1701
@rituparnasaikia1701 3 месяца назад
"ভবলা" ৰ লাজ আছেনে? নিজৰ নাকটো আছে নে নাই এবাৰ হেপিয়াই চাওক।
@subhadutta5368
@subhadutta5368 3 месяца назад
ছাগলী ৰূপ জ্যোতি ,মাথাত মাল নাইকীয়া।
@humenkalita7173
@humenkalita7173 2 месяца назад
2026 t kisuman MLAk bjp r pora ticket dibo nalaga mama
@kushalsaikia7176
@kushalsaikia7176 3 месяца назад
He manonia. marianir sanmania raij , apunaluke Kia bare bare kurmi pagolok vote dia
@oldisgoldbollywood1486
@oldisgoldbollywood1486 2 месяца назад
Jorhat r manuh tokat bikri hua manuh nhy..apunar nisna MLA ajone enke kole beya dekhe..ki koi thke nije njane
@jaychankarboro4439
@jaychankarboro4439 3 месяца назад
Nonsense MLA Rupjyoti Kurmi
@itsakashvlog3124
@itsakashvlog3124 2 месяца назад
Jorhat or Manhu Ki Poisa luviya ne ... Rupjyoti kurmi ajon Sagoli ..Dol bagora Bogora
@RajuDeka-se2eh
@RajuDeka-se2eh 2 месяца назад
ৰূপজ্যোতি এটা‌ চেৰা‌ বলিয়া
@SkullGamesYT904
@SkullGamesYT904 3 месяца назад
2026 ত এই গৰাকীক টিকট নিদিব দলে তেতিয়াই তেওঁ পাত তুলিব লাগিব বাগানৰ । 😂
@abhilakhrajkonwarlifegoeso9915
@abhilakhrajkonwarlifegoeso9915 2 месяца назад
Ei gorutu bor nilaj dei
@abhilakhrajkonwarlifegoeso9915
@abhilakhrajkonwarlifegoeso9915 2 месяца назад
Kio najanu ene ki ase aru moriani bakhie kiba paise iar pora😅
@bhaikonphukan7761
@bhaikonphukan7761 3 месяца назад
Rupjyoti kurmi class 8 pass hy nai....matha naikia g t boki thakibi
@Yoyo60204
@Yoyo60204 2 месяца назад
Gaurav Gogoi jote uthe...tate jikibo....karon tauk raije vhal pai
@UmakantaThengal
@UmakantaThengal 3 месяца назад
Right sir selot
@debasishbora7611
@debasishbora7611 3 месяца назад
Aibar morionit amr teok r bohut area humale, teok r manuh a bjp hol buli a ai pagol tu nisina k vote dibo nki 😂
@padumibaruah2798
@padumibaruah2798 2 месяца назад
Bohut. Vul. Hol. Rupjuti. a. Sagolir. Dore. Bebale. Siorile. Kam Naikia.
@jugalbarman8165
@jugalbarman8165 2 месяца назад
Thike koise rupjyoti dada apuni..eibilak gadha raij, ihotok eibilake laage, congress congressei ..ihotok khatakhat maksudai Billa dileu hoi gol hoi
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 3 месяца назад
Eidalok kone kio vote diee . baga kaporar arot kola man . Oparat baga kapor talat kola dag .
@bitupanborgohain4749
@bitupanborgohain4749 3 месяца назад
Rupjyoti kurmik gosot bandhi kubab lage
@changmai1985
@changmai1985 2 месяца назад
Aidale pahoriye thakile j sobe britishor nimokh diya saah khabole aag barhi oha nasile
@lalithazarika0110
@lalithazarika0110 3 месяца назад
Margheritai thikei koise
@bhabarnabsonowal4592
@bhabarnabsonowal4592 3 месяца назад
Mksuda tuk mari pelabo lge
@mainiboruah4735
@mainiboruah4735 3 месяца назад
Cheniram kurmi putek hoi. Bapek. Margherita. Powai tea estate. Welfar ot kam korisil. Probito
@sivanathbhuyan-go9zq
@sivanathbhuyan-go9zq 3 месяца назад
আপোনালোকৰ ব্যৱহাৰেই আপোনালোকৰ পৰিচয়
@BhabenBorah-l8o
@BhabenBorah-l8o 2 месяца назад
১৫ লাখৰ কথা নকয় কিয় ? যোৰহাট বাসীৰ লোক ইতিহাসৰ পাটত লিখা ৰব
@SandipLakra-r1n
@SandipLakra-r1n 2 месяца назад
তুমি কোনো icckarim😂 c m logt 🎉🎉
@user-ko9ie1gk9s
@user-ko9ie1gk9s 3 месяца назад
২৬ তৰূপজ্যোতিৰো খেলা খতম।
@Nishanvlogs-u6k
@Nishanvlogs-u6k 3 месяца назад
বহু ৰাজনৈতিক নেতা পাগল হৈছ।
@anilgoswami2238
@anilgoswami2238 3 месяца назад
পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰূপজ্যোতি কুৰ্মী দুয়ো BJP দলৰে। এজন উচ্চ বৰ্ণৰ, বগা, বাকপটু আৰু আনজন ক'লা, নিম্ন বৰ্ণৰ, বেবেৰিবাং কথা।
@arupsenchuwa5004
@arupsenchuwa5004 2 месяца назад
ই এটা মহা পাগল ইয়াৰ কোনো কথাৰ মচখৰ অৰ্থ নাই
@lalithazarika0110
@lalithazarika0110 3 месяца назад
Rupjyoti ye.kotha kobo nejane kenekoi raije vote dile baru,teur dinot kiman kam hl
@TultulDas-hs6ud
@TultulDas-hs6ud 2 месяца назад
Rupjuti Ajon Sara bolia jono protinidhi.
@smritichetia7497
@smritichetia7497 3 месяца назад
তহঁত ৰ দৰে লুভিয়া nohoi ৰাইজ,তহঁতে কেৱল সম্পত্তি gutaiso ৰাইজে সকলোকে দেখি আছে ন
@namastetingkhong7231
@namastetingkhong7231 2 месяца назад
Rupjyoti kurmi sir apunar mukh ne ki hei khn jiti boki thake kio
@khetraburagohain2501
@khetraburagohain2501 3 месяца назад
এটা কথা ভাই। জীৱনত যি সকলে কোনো দিন কংগ্ৰেছ কৰা নাছিল বা কংগ্ৰেছ দলত নাছিল তেওঁলোকে কংগ্ৰেছক গালি পাৰিলে বেয়া নালাগে। আনহাতে যি সকলে জীৱনত কেৱল B.J.P. কৰিছে তেওঁলোকে কংগ্ৰেছক গালি পাৰিলে ভাল লাগে। কিন্তু তহতি যিগালে কংগ্ৰেছত থাকি খাই খাই ডাঙৰ হলি ধন সম্পত্তি গোটালি আৰু আজি তহতিয়ে কংগ্ৰেছক শেষ কৰি B.J.P. লৈ আহি কংগ্ৰেছক গালি পাৰ ।তহত কি জন্তু অ। জন্তুয়েহে এনে কৰে। অসমৰ মানুহে এই বোৰ সকলো বুজি পায় অ ।ৰৈ থাক কিছু দিন সকলো চকুৰ আগতেই দেখিবলৈ পাবি।
@golokchandraborah779
@golokchandraborah779 3 месяца назад
Dalbagara patinidhir mukhat eibilak katha subha napai
@JunmoniDutta-cq2zg
@JunmoniDutta-cq2zg 3 месяца назад
ফুটল খেলত বেছিভাগ কাসৰ বেঞ্ছত বহিবলৈ সুবিধা পোৱা এখেতৰ এতিয়াও ২৬অত তেনেকুৱা হোৱাতো খাতাং
@nurahmed6132
@nurahmed6132 3 месяца назад
Rupkoti kumi is a dog
@dilipbharali6131
@dilipbharali6131 2 месяца назад
Bahubolki nahoi . Shagole nakhai ki pagole nokoi kee .
@GupalDas-hb3df
@GupalDas-hb3df 2 месяца назад
Sagole to rupjoty ,lag lage jorhatr boy bule kobole
@RunuBora-s2x
@RunuBora-s2x 3 месяца назад
যোৰহাটৰ মানুহে পইচাৰ কাৰণে ভোট দিয়া নাই । যোগ্য মানুহক নিৰ্বাচিত কৰিছে । এনেকৈ যা-তা কথা ক'লে তৃতীয় শ্ৰেণীৰ নাগৰিক য়েন লাগে। নিজৰ ব্যৰ্থতা ঢাকিবলৈ এইবোৰ প্ৰলাপ বকে।
@dgogoi2631
@dgogoi2631 2 месяца назад
Sagolitur kotha hunibo mon najai
@binoddutta4714
@binoddutta4714 3 месяца назад
যোৰহাট বাসিন্দাই অপমানৰ প্ৰত্যুত্তৰ ২০২৬ দিব ১০০% লিখি লওক।
@FakhruddinAli-i7d
@FakhruddinAli-i7d 2 месяца назад
Hundreds of foxes ,never come to comparison with only that of a lion. ,Same is. the case with Gourav Gogoi and BJP leaders
Далее
Редакция. News: 136-я неделя
45:09
Просмотров 1,5 млн
ХОМЯК ВСЕХ КИНУЛ
10:23
Просмотров 480 тыс.