“মানুহে মানুহৰ বাবে” । তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ মুকুট দাসৰ ব্যতিক্ৰমী পদক্ষেপ। পদপথ,ৰেল বা বাছ আস্থানত গীত গোৱা এজন বিশেষ ভাৱে সক্ষম দিব্যাংগ যুবকৰ বাবে আগবাঢ়ি আহিল গোৰেশ্বৰ চেচাঁপাৰ নিবাসী মুকুট দাস।
15 сен 2024