Тёмный
No video :(

📌ৰাণাৰ উভতিবলৈ মন, অনুমতি নিদিলে গৌৰৱে 

Barta NE
Подписаться 129 тыс.
Просмотров 149 тыс.
50% 1

Опубликовано:

 

19 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 408   
@BAHARULISLAM-ue2ev
@BAHARULISLAM-ue2ev Месяц назад
কংগ্ৰেছৰ বেয়া দিনত গুচি যোৱা সকলক চিৰদিনলৈ কংগ্ৰেছৰ দোৱাৰ বন্ধ কৰাটো সঠিক সিদ্ধান্ত হ'ব। গৌৰৱ গগৈৰ সিদ্ধান্তক আদৰণি জনাইছোঁ।
@gunajitsarma5579
@gunajitsarma5579 Месяц назад
😂😂 Congress tumalokar dol hoi .sinta nokariba nejai
@realhero5657
@realhero5657 Месяц назад
Right
@TheBharatConvenor
@TheBharatConvenor Месяц назад
​@@gunajitsarma5579Aaru BJ party Bihari,Bengali,Marwari bilakor party. Muthote Khilongiya bahire xokolure party..!
@RanjiteSaha
@RanjiteSaha 27 дней назад
😊​@@gunajitsarma5579
@JIRI138
@JIRI138 Месяц назад
সুন্দৰ পদক্ষেপ লৈছে ... এই ফফলাকান্ত কেইজন সুবিধাবাদী হে ইহঁতৰ ৰাজনৈতিক জীৱনে শেষ কৰি দিব লাগে
@realhero5657
@realhero5657 Месяц назад
Right
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Месяц назад
No entry Rana .
@binoddutta4714
@binoddutta4714 Месяц назад
ওলাই যোৱা সকলক পুনৰ দলত ললে ৰাইজৰ ৰোষত পৰিব খাটাং।
@AnilkumarGogoi
@AnilkumarGogoi Месяц назад
গৌৰৱ ৰ সিদ্ধান্ত ভাল হৈছে
@user-hg3di5bz7w
@user-hg3di5bz7w Месяц назад
Bahut val hoise
@user-os4fk9my8n
@user-os4fk9my8n Месяц назад
আমাক শেষ মূহুৰ্তত এৰি যোৱা সকলো কংগ্ৰেছ নেতাক দলত লব নালাগে ।গৌৰৱ গগৈ জিন্দাবাদ
@RosardRoird
@RosardRoird Месяц назад
গৌৰৱৰ গৌৰৱময় পদক্ষেপ এয়া❤❤❤চুৱাপাত চেলেকা সকলৰ গেলা নৰ্দমাই উচিত স্থান।
@bhaskorgogoi7013
@bhaskorgogoi7013 Месяц назад
সঠিক সিদ্ধান্ত। দুমুখীয়া সাপ বোৰক আকৌ দলত সোমাব দিব নালাগে। এই সকল সুবিধাবাদী। গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ লগত আছো। লগতে এই সকলে সুবিধাবাদী নামেৰে এটা ৰাজনৈতিক দল গঠন কৰি লোৱাই ভাল হ'ব।
@murjatra9713
@murjatra9713 Месяц назад
Good coment ❤❤❤
@muninsaikia1130
@muninsaikia1130 Месяц назад
সুন্দৰ মন্তব্য দিছে।
@mostofamdkhairulislam5870
@mostofamdkhairulislam5870 Месяц назад
Very good decision Gourav Gogoi zindabad Congress party zindabad
@bidyutgogoi8987
@bidyutgogoi8987 Месяц назад
ইহঁতি নহলে কংগ্ৰেছ আৰু হে আগবাঢ়ি যাব পাৰিব ।
@ritishachangmai6708
@ritishachangmai6708 Месяц назад
সুন্দৰ আৰু বলিষ্ঠ সিদ্ধান্ত। স্বাগতম জনালো
@dadugogoi5548
@dadugogoi5548 Месяц назад
গৌৰৱ দা, সুন্দৰ পদক্ষেপ লৈছে। 👍👍🙏
@user-pf3cc4ur4p
@user-pf3cc4ur4p Месяц назад
সাপটো বিশ্বাস কৰিলে ভূল হ'ব তেওঁলোকক ৰাইজে আদৰি নলয় ।
@dibyajyotigogoi4801
@dibyajyotigogoi4801 Месяц назад
ৰিপুণ বৰাক আনিলে কংগ্ৰেছ শেষ হব।
@ranjitadeori6018
@ranjitadeori6018 Месяц назад
বৰ সুন্দৰ নিদৰ্শন দেখুৱাইছে ধন্যবাদ
@PulakgogoiPulakgogoi
@PulakgogoiPulakgogoi Месяц назад
প্ৰাক্তন বিধায়ক, নেতা, আৰু পালি নেতাক কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা সকলক স্থান দিব‌ নালাগে কাৰণ এই সকল সুবিধাবাদী ৰাজনীতি নেতা ।গৌৰৱ গগৈ দেৱে ভাল সিধান্ত লৈছে।
@aakashgogoi3870
@aakashgogoi3870 Месяц назад
বিপদৰ সময়ত লগ এৰা মানুহক দলত কিয় সোমাবলে দিব।
@user-es4gg5ct1k
@user-es4gg5ct1k Месяц назад
বৰ ভাল কাম কৰিছে গৌৱাব দা এবাৰ সাপে খুটিলে কেচুলয়ো ভয়
@realhero5657
@realhero5657 Месяц назад
মজা সঠিক সিদ্ধান্ত গৌৰৱ ছাৰৰ👍 গাদ্দাৰৰ ক'তো স্থান নাই
@user-zj2wy6ik5l
@user-zj2wy6ik5l Месяц назад
ভাল কৰিছে দেই।ইহঁতক সোমাব দিব নালাগে
@mukibulhussain2622
@mukibulhussain2622 Месяц назад
গগৈ দা বহুত সুন্দৰ পদক্ষেপ
@biswagogoi7677
@biswagogoi7677 Месяц назад
Right dicison
@masrafali927
@masrafali927 Месяц назад
ওলাই যোৱা সকলক পুনৰ যাতে কংগ্ৰেছত আহিব নোৱাৰে তাৰ বাবে অনুৰোধ জনালোঁ।
@lakhikalita8394
@lakhikalita8394 Месяц назад
গৌৰৱ দাদা মজা কৰি ছে
@utpalgoswami1990
@utpalgoswami1990 Месяц назад
ৰানা , মানষ আদি বিভিন্ন বগৰাই বহুত বুদ্ধি লগায় আকৌ বাগৰি পৰিব পাৰে, সাবধান এই বোৰ বগৰা আমাৰ চিৰ শত্ৰু সুবিধা পালেই তালুত খোট মাৰিব পাৰে ।মিছলিয়া বি জে পিৰ শৰণীয়া বিপদ ।
@himusgamingvlogs2082
@himusgamingvlogs2082 Месяц назад
গৌৰৱ গগৈ ৰ সিদ্ধান্ত ক আদৰণি জনাইছো । সেই আবৰ্জনা বিলাক পুনৰ কংগ্ৰেছ দল লৈ আনিব নালাগে ।
@user-hy9gv3ob2r
@user-hy9gv3ob2r Месяц назад
অতি সুন্দৰ দল বাগৰাৰ পূৰ্বৰ দলত কোনো স্থান দিব নালাগে।
@prabinmallabaruah8845
@prabinmallabaruah8845 Месяц назад
এবাৰ দল এৰি যোৱা সকলক আকৌ ওভতাই নোলোৱা সিদ্ধান্ত একবাৰে সঠিক । তেনে কৰিলেহে ভবিষ্যতে দল বাগৰা বন্ধ হব। এতিয়া দল বাগৰা হঁতে য'তে মন যায় নতুন ইনিংচ খেলি থাকক। লগতে কংগ্ৰেছৰো ইমেজ ভাল হব।
@asomiyalorakabyanil7069
@asomiyalorakabyanil7069 Месяц назад
Get out, right 👍👍
@jadavnath4360
@jadavnath4360 Месяц назад
বৰ দুখ লাগিল। পৰিয়ালৰ ওচৰত কম লাজ পাইছে নে বাৰু?
@dipakbaruah8987
@dipakbaruah8987 Месяц назад
এওঁলোকে এটা নতুন ৰাজনৈতিক দল খুলি লোৱাৰ খুবেই প্ৰয়োজন, দলৰ নাম অসমৰ ৰাইজে দিব ।
@assam2006
@assam2006 Месяц назад
সদৌ অসম দল বাগৰা পৰিষদ
@keshabhazarika1815
@keshabhazarika1815 Месяц назад
এতিয়া জিলাই জিলাই একোটা দল খুলিব লাগে ।
@dipakbaruah8987
@dipakbaruah8987 Месяц назад
@@assam2006 🙊👌
@bhabanandakalita7615
@bhabanandakalita7615 Месяц назад
চোৱা চেলেকা
@khargeswarbaruah8139
@khargeswarbaruah8139 Месяц назад
Gourav Gogoi is taking good decision.Wel come decision of Gaurav Gogoi. Zindabad Gourav Gogoi.
@mdmoinuddinahmed.7741
@mdmoinuddinahmed.7741 Месяц назад
গৌৰৱে ভাল কৰিছে |
@prasantabora365
@prasantabora365 Месяц назад
সুন্দৰ 👍🙏নালাগে
@JunmoniDutta-cq2zg
@JunmoniDutta-cq2zg Месяц назад
কংগেছে জাবৰবোৰ গোটাই ললে বিপদ নিজৰেই হব।
@user-qg9dt9zb1c
@user-qg9dt9zb1c Месяц назад
জাবৰবোৰ দলিয়াই পেলোৱাই মঙ্গল হ'ব ।
@user-ro1nu9tg1w
@user-ro1nu9tg1w Месяц назад
Good decision
@ranadutta5483
@ranadutta5483 Месяц назад
যি সকলে কংগ্ৰেছৰ বেয়া দিনত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি লৈ নিজৰ ইচ্ছা মতে গুচি গৈছিল, সেই সকলক আৰু পুনৰ যেন কংগ্ৰেছত যোগদান কৰিবলৈ যে নিদিয়ে তাৰ বাবে কংগ্ৰেছ সতৰ্ক হৈ থকাটো ভাল,,কাৰণ এইবোৰ দুই মনৰ মানুহে যতে গমন কৰিব তাতে সিহঁতে সকলো বোৰ অপবিত্ৰ আৰু লেতেৰা কৰিব,কাৰণ সিহঁত‌ হৈছে সুবিধাবাদী,টকাৰ লুভি।।টকাৰ বাহিৰে একো চিনি নেপাই আৰু টকাৰ বাবেই সব লেতেৰাই কৰিব,,, সেয়ে গেট আউট।।। সুন্দৰ পদক্ষেপ গৌৰৱ গগৈ ডাঙৰীয়া 🙏🙏🙏
@Aditygogoi123
@Aditygogoi123 Месяц назад
কেতিয়াও সেই বিশ্বাসঘাটক কেইটাক আহিবলৈ নিদিব ,,,, গৌৰব চাৰে অন্তত সেই কাম নকৰিব,,,,ৰাইজ আছে আপোনাৰ লগত,,, কুকুৰ খেদা দি বাহিৰ কৰি দিব সেই ভণ্ড কেইটাক
@anantabhuyan6643
@anantabhuyan6643 Месяц назад
বিপদৰ বন্ধুয়ে সচা বন্ধু কিন্তো এইসকল সুবিধাবাদী
@phanidharrabha8057
@phanidharrabha8057 Месяц назад
বিশ্বাসঘাতক আৰু সুবিধাবাদী সকলক কোনো দিনে পুণৰ দলত সোমাব দিব নালাগে
@hamantagogoi8904
@hamantagogoi8904 Месяц назад
Life time...Full Boycott 💪💪
@BGogoi-ps7cj
@BGogoi-ps7cj Месяц назад
Life time gogoi party boycott.himanta biswa sarma jindabad BJP jindabad.
@karabibaruah2135
@karabibaruah2135 Месяц назад
Good job gaurav gogoi ❤❤
@jitudeka8959
@jitudeka8959 Месяц назад
গৌৰৱ গগৈ এয়া আপুনি সঠিক সিদ্ধান্ত লৈছে । কিমান যে আপোনাক অপমান কৰিলে। আপোনাক সেই বিপদৰ সময়ত কিমান যে তুছ্য তাছ্যিল্য কৰিলে এই ৰাণা হ'তে । আমিও কান্দিছিলো আপুনি যেতিয়া অকলশৰে যুজ দি আছিলে । আৰু সেই সকল সুবিধা বাদী যদি আকৌ আহিলে আপুনি আদৰি লয় তেতিয়া তো আপুনি আমাৰ আবেগত কুঠাৰ ঘাট কৰাৰ দৰে হ'ব । সিহতক আকৌ আকোৱালি ন'লব ।
@dipakgogoi5084
@dipakgogoi5084 Месяц назад
ভাল কথা কৈছে আপুনি।
@rationale-point3023
@rationale-point3023 Месяц назад
সুবিধা বিচাৰি ফুৰা বিলাকক ডলাত ঘুৰিবলৈ দিয়ক।
@proaddproadd4275
@proaddproadd4275 Месяц назад
Gautam Gambhir and gaurav gogoi both are legend (agressive)❤❤
@bhabensaikia5028
@bhabensaikia5028 Месяц назад
কংগ্ৰেছৰ পৰা ওলাই যোৱা গেলা ডলাৰ বগৰী কেইটাক পুনৰ কংগ্ৰেছত ঠাই দিব নালাগে ৷ ঠাই দিলে এই কেইটাই কংগ্ৰেছক গেলাব ৷ এই কেইটাক ৰাজনীতিৰ পৰা চিৰ বিদায় দিব লাগে ৷
@jayantakumarsut5924
@jayantakumarsut5924 Месяц назад
ঠিক কৰিছে।এইবোৰক লব নালাগে।
@purabibaruah3201
@purabibaruah3201 Месяц назад
Gd job gg
@rituparnasaikia1701
@rituparnasaikia1701 Месяц назад
ভাদ মাহৰ কুকুৰৰ দৰে সংগ বিচৰাক সেই সংগীৰ লগতে থাকিবলৈ দিয়ক।
@user-tm2rf2ii9d
@user-tm2rf2ii9d Месяц назад
গৌৰৱ সিংহ গগৈ🔥💪🏻
@sunilgogoi3003
@sunilgogoi3003 Месяц назад
Ai burok hatau,, nohole cong borbat,, gourav,, 👍👍👍,, good accton,,,
@user-hw6ul5ut2j
@user-hw6ul5ut2j Месяц назад
কংগ্ৰেছৰ পৰা ওলাই যোৱা সুবিধাবাদি জহৰা কেইটাক কেতিয়াও স্থান দিব নালাগে ৷
@user-jz3pi9hc1u
@user-jz3pi9hc1u Месяц назад
কংগ্রেছৰ বেয়া দিনত আতৰি যোৱা সকলক দলত আকৌ আহিব দিলে ৰাইজে কংগ্রেছ দলক বেয়া পাব। গতিকে কংগ্রেছ দলটোক আগবাঢ়ি যোৱা ত বাধা আহি পৰিব সেইটো খাটাং।
@binoykalita7597
@binoykalita7597 Месяц назад
দল বাগৰি দলক বিপদত পেলোৱা কেইটাক দললৈ আহিবলৈ অনুমতি দিলেই কংগ্ৰেছ দলৰ হানিবিঘিনি ঘতাটো খাতাং ।
@bhupenswargari9194
@bhupenswargari9194 Месяц назад
Very very good steps by Mr Gourav Gogoi.
@RubulBora-t7o
@RubulBora-t7o Месяц назад
Honorable Gowrob Gogo sir, if Congress prty allow Rana game's antry, it will be very dangerous to all jorhat people.
@SonmoinaGogoi-gj7xi
@SonmoinaGogoi-gj7xi Месяц назад
পাগল বোৰক আকৌ আমাৰ দলত আহিব নিদিব গৌৰব ছাৰ
@diliphazarika8581
@diliphazarika8581 Месяц назад
সুন্দৰ পদক্ষেপ
@hibjurrahman6107
@hibjurrahman6107 Месяц назад
কৰ্মী সকলে ও নিবিচাৰে
@TaslimAliBabul
@TaslimAliBabul Месяц назад
সুযোগ সন্ধানীক চল নিদিব ?
@khargeswarbaruah8139
@khargeswarbaruah8139 Месяц назад
Zindabad Gaurav Gogoi.Wel come your decision.Do not allow those opportunist to come back to Congress.Let them stay with Mama.
@himsikhargaming6201
@himsikhargaming6201 Месяц назад
Bahut atsa
@user-zd6oy9dy8p
@user-zd6oy9dy8p Месяц назад
Very good decision of Gaurav Gogoi Dangoria.
@jvsaikia2398
@jvsaikia2398 Месяц назад
Good decision by Gaurav da
@princehussain3538
@princehussain3538 Месяц назад
Right decision
@nikhilsworld7044
@nikhilsworld7044 Месяц назад
Nice step
@rekibulali6228
@rekibulali6228 Месяц назад
Very good
@utpalboro7427
@utpalboro7427 Месяц назад
100% right step.
@Chandan_cd
@Chandan_cd Месяц назад
Good step
@InnocentBilliards-kv1jl
@InnocentBilliards-kv1jl Месяц назад
very good doesnt accept them ....Gourav gogoi zindabad
@nabindas7409
@nabindas7409 Месяц назад
Thik karise gogoi....
@muningogoi8815
@muningogoi8815 Месяц назад
Weldon Mr.Gaurav Gogoi. Salute to you..
@walltexer3547
@walltexer3547 Месяц назад
শুব সুন্দৰ পদক্ষেপ
@ruhinigogoi827
@ruhinigogoi827 Месяц назад
correct decision
@achyutsaikia8296
@achyutsaikia8296 Месяц назад
Vlei Korise Dadai
@JunmoniDutta-cq2zg
@JunmoniDutta-cq2zg Месяц назад
কেইদিন মান আগতে ৰাণা গোস্বামীক বিজেপিৰ এজন নিস্থাবান ৰ্কমীয়ে সামাজিক মাধ্যমত ভালকৈ শিক্ষা দিলে এতিয়া লাজ পাই!!!!!!!!!!
@bububorah
@bububorah Месяц назад
গৌৰৱ গগৈ এতিয়া আপোনাৰ লগত অসমৰ ৰাইজ আছে, এই দুই মুখীয়া সাপবোৰক আকৌ চপাই নলব!!!
@DipuSahariah-nz6sc
@DipuSahariah-nz6sc Месяц назад
Bhal kam korise Goirav Sir... 👌
@SanjibBora-st2uo
@SanjibBora-st2uo Месяц назад
Yes Ur Right
@nilutpaldas8659
@nilutpaldas8659 Месяц назад
Good Decision
@debajitkumarsarma2825
@debajitkumarsarma2825 Месяц назад
Right decision .
@parthakonwar4256
@parthakonwar4256 Месяц назад
ধন্যবাদ গৌৰব দা ।আঠপোনাৰ সিদ্ধান্তৰ বাবে।এই সকল লোভী মানুহৰ পৰা পাটিটোো পুনৰ বেয়া হৈ যাব।
@debajitkumarsarma2825
@debajitkumarsarma2825 Месяц назад
RIGHT DECISION.Gaurav Gogoi JINDABAD.
@atulhandipue5081
@atulhandipue5081 Месяц назад
Good
@prankamarjyotidasvideo6272
@prankamarjyotidasvideo6272 Месяц назад
Moja Boss
@jugaldeka6518
@jugaldeka6518 Месяц назад
বহুত ভাল লাগিছে
@pulendrapatar3117
@pulendrapatar3117 Месяц назад
GOOD STEP OUR SIR GOURAV GOGAI ..
@hairprasaddeori2325
@hairprasaddeori2325 Месяц назад
Good and strong step
@pranbphukan8315
@pranbphukan8315 Месяц назад
Right decision..G.Gogoi.. further.
@jibanandachoudhury8859
@jibanandachoudhury8859 Месяц назад
এই গৰু চোৰ বিলাকক কংগ্ৰেছত ঠাই নিদিব !
@rantugondhia7457
@rantugondhia7457 Месяц назад
ভাল কাম কৰিছে চাৰ
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx Месяц назад
Good, কংগ্ৰেছে ভাল সিদ্ধান্ত লৈছে । ৰানা গোস্বামীতকৈ ভাল নেতা অসমত বহুত আছে । আৰু অসমত এনেকুৱা ভাল নেতা কংগ্ৰেছ দলত যোগদান কৰিছে আৰু কৰি থাকিব ।
@user-eq5zy9nk5w
@user-eq5zy9nk5w Месяц назад
এই জাবৰবিলাকক কোনো কাৰনত যাতে কংগ্ৰেছত আকোৱালি নলয় তাৰ বাবে মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছো। ধন্যবাদ ।
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs Месяц назад
Good decision, gourob Da strick houk
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Месяц назад
ভাল সিদ্ধান্ত সঠিক সময়ত ভুলটো এনেকুৱা নেতাক আদৰি নলব ধন্যবাদ জনালোঁ গৌৰৱ গগৈ ডাঙৰীয়া
@ranjanagogoi4569
@ranjanagogoi4569 Месяц назад
Good.decision
@sanjubaidya3418
@sanjubaidya3418 Месяц назад
Voice of north east gourav gogoi
@jeetajitdas8202
@jeetajitdas8202 Месяц назад
I LOVE I.N.D.I.A #MyliderGurovgogi
@TarunChDeka-cb4go
@TarunChDeka-cb4go Месяц назад
কিনো ঈশ্বৰৰ লীলা, বৈকুণ্ঠক নিম বুলি ৰাম ঠগন দিলা, ২৬ পালেহি ২৪অতে মাৰো লৰ, কিজানি দিছপুৰৰ বৰঘৰত সোমাব বৰ মন এৰা, হৰি নাম গোৱা দিছপুৰৰ আশা বাদ দিয়া
@sirajuddin3721
@sirajuddin3721 Месяц назад
দয়া কৰি এইবোৰক আৰু দলত নলব।এই সকল সুবিধা বাদী।
@farukhussin5010
@farukhussin5010 Месяц назад
অতি সুন্দৰ
@user-rf6dx3tm1q
@user-rf6dx3tm1q Месяц назад
Bhal kotha❤
Далее
Counter-Strike 2 - Новый кс. Cтарый я
13:10