Тёмный

100 টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ | Important GK Questions and answer in Assamese | Assam GK 

Assam GK Question Answer (অসমীয়া সাধাৰণ জ্ঞান )
Просмотров 8 тыс.
50% 1

Important GK questions and answers in Assamese GK. Most important for UPSC, APSC, SSC, Assam TET, CTET, Banking, IBPS, Assam Secretariat, Railways, PNRD, Assam Police, and State Government recruitment exams.
1. ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন?
2. ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন?
3. বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে?
4. বৰ্তমান ভাৰতত কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে ?
5. ভাৰত নামৰ উৎপত্তি প্ৰাচীন কালৰ কোনজন গৌৰৱময় ৰজাৰ লগত সম্পৰ্কিত?
6. ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন?
7. ভাৰতৰ আটাইতকৈ বহল নদী কোনখন?
8. ভাৰতৰ আটাইতকৈ ওখমিনাৰ কোনটো?
9. ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো?
10. ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো?
11. ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল?
12. এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
13. হিমালয়ৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন?
14. ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল?
15. ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল?
16. উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল?
17. স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
18. স্বাধীন ভাৰতৰ শেষ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
19. ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন?
20. জৱাহৰলাল নেহৰু কেতিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল?
21. ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল?
22. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
23. নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় আছিল?
24. ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
25. প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল?
26. ভাৰতত নিৰ্মিত প্ৰথম ভাৰতীয় ছবি (মৌনি চিনেমা) কোনখন?
27. ভাৰতৰ ইংৰাজী নাম ‘India’ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?
28. ভাৰতৰ ভাৰতখণ্ড কি?
29. ভাৰতীয় অৰ্থনীতিৰ কৃষি কি?
30. ভাৰতৰ সৰ্বনিম্ন জনবহুল ৰাজ্য কোনখন?
31. ভাৰতীয় প্ৰথমখন ৰঙীন ছবি কোনখন?
32. লাইফ টাইম এচিভমেণ্টৰ বাবে অস্কাৰ বঁটা বিজয়ী কোন?
33. ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
34. ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম মহিলা মন্ত্ৰী কোন আছিল?
35. ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
36. ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল??
37. ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
38. দবাত প্ৰথম ভাৰতীয় বিশ্ব চেম্পিয়ন কোন?
39. ভাৰতৰ প্ৰথম কাগজবিহীন বাতৰি কাকত কোনখন আছিল?
40. আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় ন্যায়াধীশ কোন?
41. লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল?
42. ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
43. পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন?
44. চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন?
45. অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন?
46. ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল?
47. নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
48. ভাৰতৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন?
49. ভাৰতৰ প্ৰথম মহিলা চিকিৎসক কোন আছিল?
50. ৰাষ্ট্ৰীয় ত্ৰিৰংগা পতাকাত কোনটো ৰং শীৰ্ষত আছে?
51. ৰাষ্ট্ৰীয় পতাকাৰ গেৰুৱা ৰং ৰঙে কি সূচায়?
52. ৰাষ্ট্ৰীয় পতাকাৰ মাজত কোন ৰং আছে?
53. ৰাষ্ট্ৰীয় পতাকাৰ তলত কোনটো ৰং আছে?
54. ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য-প্ৰস্থৰ অনুপাত কিমান?
55. ৰাষ্ট্ৰীয় পতাকাৰ বগা ৰঙে কি সূচায়?
56. ৰাষ্ট্ৰীয় পতাকাৰ ত্ৰিৰংগা চক্ৰত কিমানটা স্পক আছে?
57. ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কোনটো?
58. ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো?
59. ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো?
60. ভাৰতৰ কোনটো ৰাষ্ট্ৰীয় সংগীত?
61. ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন?
62. ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কোনটো?
63. ভাৰতৰৰাষ্ট্ৰীয় প্ৰাণী কোনটো?
64. ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনটো?
65. ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো?
66. ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোনটো?
67. ভাৰতত সৰ্বাধিক সৌৰশক্তিৰ উৎপাদন ক’ত হয়?
68. ভাৰতৰ বায়ু শক্তিৰ সৰ্বাধিক উৎপাদন ক’ত হয়?
69. ভাৰতীয় চিনেমাৰ পিতৃ কোন আছিল?
70. ভাৰতত শিক্ষা হয়?
71. ভাৰতৰ তৃতীয়জন ৰাষ্ট্ৰপতি কোন আছিল, যিজনৰ কাৰ্যকালত মৃত্যু হৈছিল?
72. দক্ষিণ ভাৰতৰ কোনখন নদীক গংগা বুলি কোৱা হয়?
73. ভাৰতৰ মানচেষ্টাৰ আৰু পূবৰ বষ্টন বুলি কাক কোৱা হয়?
74. কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়?
75. ভাৰতৰ তলৰ কোনখন ৰাজ্যত পুৰুষৰ সংখ্যা মহিলাতকৈ কম?
76. ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো?
77. ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো?
78. ভাৰতৰ প্ৰথমটো লোহাৰ তীখা কোম্পানী ক’ত অৱস্থিত?
79. ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ বাটি বুলি কোৱা হয়?
80. ভাৰতত কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে?
81. ভাৰতৰ কোনখন ৰাজ্য ভাৰতৰ খাদ্য শস্যৰ ভঁৰাল বুলি জনা যায়?
82. চাইলেণ্ট ভেলী ক’ত অৱস্থিত?
83. ভাৰতৰ শক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস হ’ল?
84. ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়?
85. ভাৰতৰ উপকূলৰ মুঠ দৈৰ্ঘ্য কিমান?
86. ভাৰতত সাগৰীয় উপকূলৰ ৰেখা থকা ৰাজ্যৰ সংখ্যা কিমান?
87. আটাইতকৈ পুৰণি বেদ কোনটো?
88. ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা কোনটো?
89. বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ভোটাৰ আছে?
90. কোনটো গ্ৰহক ৰাতিপুৱাৰ তৰা বোলা হয়?
91. মুম্বাই মহানগৰীৰ STD ক'ড কি?
92. কোনখন ৰাজ্যত Soybean উৎপাদন বেছি হয়?
93. জাকিৰ হুছেইনে কোনটো বাদ্যযন্ত্ৰ বজায়?
94. মনালিছা কি?
95. অজন্তা চিত্ৰকলা কোন যুগৰ লগত জড়িত?
96. কোনটো মহাকাব্য আটাইতকৈ ডাঙৰ?
97. ‘গেটৱে অৱ ইণ্ডিয়া’ ক’ত অৱস্থিত?
98. বিশ্ববিখ্যাত ‘ৰক গাৰ্ডেন’ ক’ত অৱস্থিত?
99. সাৰনাথত কোন সম্ৰাটৰ স্তম্ভ আছে?
100. ‘মাউণ্ট এভাৰেষ্ট’ ক’ত অৱস্থিত?
#assamgk #Assamese_GK #অসমীয়া_সাধাৰণ_জ্ঞান
@assamgkquestionanswer3737

Опубликовано:

 

14 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 4   
@kousorahmed7766
@kousorahmed7766 4 месяца назад
Nice video 👍
@RomaGoswami-v2j
@RomaGoswami-v2j 4 месяца назад
ভালো জিনিষ যারা জানি না জানবে
@dhananjaychakraborty9875
@dhananjaychakraborty9875 4 месяца назад
Aibolak ki answer vul bal koise
Далее