হিন্দু নামৰ কোনো ধৰ্ম নাই আছে সনাতন ধৰ্ম। সনাতন ধৰ্মী সেই জন যি জন সিহঁতৰ শাস্ত্ৰৰ উত্তম গীতাৰ বেদৰ বাণী মানি চলে। যদি জানে নামানে তেন্তে সি আলু গুটি। যদি কব বিচাৰে মই শঙ্কৰ দেবক মানো তেন্তে শঙ্কৰ দেবৰ একশৰণে কৈছে এক দেৱ এক সেব এক বিনে নাই কেব। এই শ্লোকটো অকল মুখস্থ মাতিলেই সি ধাৰ্মীক নহয় মানিলেহে শঙ্কৰ দেবক মানা বুলি আমি কম।