Тёмный

Assam News | মাৰ্ঘেৰিটাৰ MLA ভাস্কৰ শৰ্মাৰ বাসগৃহৰ সন্মুখত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ | N18V 

News18 Assam/Northeast
Подписаться 3,1 млн
Просмотров 41 тыс.
50% 1

Assam News | মাৰ্ঘেৰিটাৰ MLA ভাস্কৰ শৰ্মাৰ বাসগৃহৰ সন্মুখত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ | N18V
দুদিনৰ পূৰ্বে পেঙেৰীৰ টেকেৰীৰ বানপীড়িতৰ শিবিৰত বানাক্ৰান্তক দুঃব্যৱহাৰ আৰু মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীক আক্ৰমণ কৰা অভিযোগৰ ভিত্তিত সদৌ মৰাণ ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ।
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#margheritamla #margheritanews #mlabhaskarsharma
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Опубликовано:

 

3 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 51   
@PoragHazarika-lj6dx
@PoragHazarika-lj6dx 11 дней назад
মৰাণ প্ৰধান এলেকাত নিষিদ্ধ ঘোষণা কৰক
@bulbulbora-cw1el
@bulbulbora-cw1el 12 дней назад
ভাস্কৰ শৰ্মা ঘৰৰ সন্মুখত মৰাণ ছাত্ৰ সন্থাই গবেক ধ্বনি এতিয়াই দিলে ২০২৬ অত এই সকলক পতিয়ন নিয়াবলৈ সক্ষম হব নে?
@mridulsarma3894
@mridulsarma3894 11 дней назад
যি কৰিলেও আকৌ BJP কে vote দিয়ে।
@HimangshuKalita-ok8xf
@HimangshuKalita-ok8xf 11 дней назад
2026 লৈ মনত ৰাখক বেলেগ একো নাই।
@utpalgoswami1990
@utpalgoswami1990 11 дней назад
সেইটোৱে দকাইটী কৰি ,চুৰকৰি , কয়লাৰ ওপৰত মাফিয়াগিৰী কৰি বহু হাজাৰ কুটি টকা মাৰি দিছপুৰ, দিল্লীৰ মাফিয়াৰ পেট ভৰায় থৈছে সেই বাবে নেপালী পোৱালি গৰমহৈ আছে । অসমীয়াৰ সাহস নায় বুলি গণ্য কৰিছে নহয় ?
@basantakalita5369
@basantakalita5369 11 дней назад
Moja dise
@durlavboruah4034
@durlavboruah4034 11 дней назад
Mojaaa
@kushalbaruah7185
@kushalbaruah7185 11 дней назад
ক্ষমতাই মৃৰত ধৰিছে । ভোট কিন্তু আকৌ বি জে পি ক দিব ।পাৰে যদি ওফৰাই দিয়ক ।
@SinguHaque
@SinguHaque 11 дней назад
Very good
@user-nw5ol5ek7v
@user-nw5ol5ek7v 11 дней назад
Very good news
@surendrasurendra6163
@surendrasurendra6163 11 дней назад
ভাস্কৰ শৰ্মাৰ মুণ্ডা বাদ।
@puspadhardowarah1932
@puspadhardowarah1932 11 дней назад
মৰাণ ছাত্ৰ সংগঠনলৈ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো লগতো ২০২৬ত এইজন গুণ্ডা নেতাক সমূচিত প্ৰত্যুত্তৰ দিব বুলি আশাৰে বাট চালো।বাকী সংগঠন বোৰ কত গল?মানে সময়ত সংগঠনৰ পৰা ওলাই প্ৰধান প্ৰধান নেতাবোৰে বিজেপিত সোমাম বুলি বাট চাই আছে? ইয়াৰ আগৰ সমূজ্জ্বল;শংকৰজ্যোতি;ছালফা এই নেতা বোৰৰ দৰে! মনত ৰখা ভাল কোন"কিমান দিন জীয়াই থাকিব।গুণ্ডা বদমাছৰ লগত মিলা মিছা কৰামানেই সিহতৰ সমানে অপৰাধী।
@nripenchandraburaguhain8624
@nripenchandraburaguhain8624 2 дня назад
Salute
@gunakantabaruah6243
@gunakantabaruah6243 11 дней назад
প্ৰাকৃতিক দুৰ্যোগত দুয়ো পক্ষই সহনশীলতা গ্ৰহণ কৰা আৱশ্যক। সাহায্য তাৎক্ষণিক হবনে নহ'ব এজন ৰাজপতৃত বিষয়াক লগত লৈ আলোচনা হ'ব লাগে। ৰাইজৰ নিৰ্বাচিত সদস্যই নিজৰ শপত পাহৰা কথাই ভবিষ্যতে প্ৰতিনিধিত্ব হেৰুৱাৰো থল হয়। ক্ষমা প্ৰাৰ্থনা এক সহজ উপায় বুলি ধৰা হয়।
@arpitadutta9888
@arpitadutta9888 11 дней назад
Ahankari
@nowshadali5389
@nowshadali5389 11 дней назад
আকৌ বিজেপিকে ভোট দিব । এই বিলাক সকলো পাহৰি যাব
@sonalisenguota176
@sonalisenguota176 11 дней назад
Mozaaaaa
@iyaruddinalli4623
@iyaruddinalli4623 11 дней назад
Kanot dhoriboloi diya
@jurimonidas2513
@jurimonidas2513 11 дней назад
এই সময়ত জাতে এই বিলাক কৰিব পাৰিছে অনাগত দিনত জনসাধৰনৰ কি কৰিব বুজিব বকী নীথাকিল।
@user-nw5ol5ek7v
@user-nw5ol5ek7v 11 дней назад
Tak kantilia sor kiyo nidili
@ajitbora5587
@ajitbora5587 11 дней назад
Bohia ..pitok pitok
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 11 дней назад
JANATAR TAKA re hubidha loi janatak akraman !
@user-yq7gm1tg4z
@user-yq7gm1tg4z 11 дней назад
২৬ ভোট দিব নে?
@sarbanandamajuli
@sarbanandamajuli 11 дней назад
ঠিকেই আছে।
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 11 дней назад
বাপেকৰ ভৰালৰ পৰা খোৱা চান্দাধাৰি কুকুৰ খুপাই লাজো নাপাই
@adityapokhrel2523
@adityapokhrel2523 12 дней назад
Bjp Gunda raj nahi chalega
@Rinkumoran-yi6pk
@Rinkumoran-yi6pk 11 дней назад
Aibur bbe protebad kore road block nkorebo ...aniu panir bbe sob blok hoi ase...
@nitulborah7855
@nitulborah7855 11 дней назад
aasu atsa ajycp sksu ro hongothon bur kot gol
@ANJANA1324
@ANJANA1324 12 дней назад
😅😅
@user-sx7kr6oe2m
@user-sx7kr6oe2m 11 дней назад
ARU VOTE DIYAK BJPK
@user-vj2kb1sb8k
@user-vj2kb1sb8k 11 дней назад
BJP Jindabad Jindabad ❤❤
@NehoruRamday
@NehoruRamday 7 дней назад
বি জে পি চৰকাৰৰ নেতা সকল দাদা গিৰি নেকি।বি জে পি চৰকাৰক ২০২৬ চনত শিকাব প্ৰয়োজন হল।অসমৰ ৰাইজে সজাগতা হবৰ টঙালী বান্ধক।
@bhaskarsaikia1236
@bhaskarsaikia1236 11 дней назад
Gunda hoi ei2
@kakoligayan2065
@kakoligayan2065 11 дней назад
ধন ঘটিবলৈ বিধায়ক জনতাক ৰাইজক সহায় কৰিবলৈ নহয় মন্ত্রী বিধায়ক বোৰ চকু মোদি আহাৰ খোৱা এটি জীব
@user-yq9jj7rf9e
@user-yq9jj7rf9e 11 дней назад
😂😂😂😂
@user-vw9gs1yk3e
@user-vw9gs1yk3e 8 дней назад
এইবোৰ চান্দা পাৰটি হয়
@Rana-hg8hg
@Rana-hg8hg 11 дней назад
😂😂
@Rinkumoran-yi6pk
@Rinkumoran-yi6pk 11 дней назад
Blg kam ni nky aru mnuh belakok help krok lav ni aibur kore ...neta belake patta ndeya oo.
@dhrubachetia2743
@dhrubachetia2743 11 дней назад
Hontha kam nai, aku kam nai,
@anilchangmai3385
@anilchangmai3385 11 дней назад
Ghatanatu durvagyojonok aaru nindonio. Pise raijesun aihokolokei Roja pate heitu tatukoi aasorjyojonok.
@gamerindark9151
@gamerindark9151 11 дней назад
V Sharma jindabad H Sharma jindabad
@probirsharma3703
@probirsharma3703 11 дней назад
Ham Sadharan Insan Ek MP Banakar bhejte hain ya Ek MLA Banakar bhejte Hain unhen gadi Se Lekar everything facility Milta Hai FIR state development per kam Kyon Nahin Karte Hain return on public offer is there a rope Jadeja to unko mafi Nahin unko istifa Dena chahie mera hisab se Jay Hind Jay Ho song😅😅😅
@techassam3121
@techassam3121 11 дней назад
ভাস্কৰ দা জিন্দাবাদ।।।।।এই বোৰ মানুহক গুৰুত্ব দি লাভ নাই
@youtubetv9392
@youtubetv9392 11 дней назад
তই চাকে তাৰ পকৰ গোন্ধি থকা মানুহ নহ'লে বিজেপি চাকৰ
@user-vj2kb1sb8k
@user-vj2kb1sb8k 11 дней назад
BJP Sarkar Jindabad Jindabad ❤
Далее
atanu bhuyan"s  video
6:33
Просмотров 94 тыс.