Тёмный

Assamese vauna।।ভাওনা আৰম্ভণি গীত।।vauna aromvoni geet।। 

THE ABHIJEET 07
Подписаться 1,1 тыс.
Просмотров 1 тыс.
50% 1

Assamese Vauna।।‎ ভাওনা আৰম্ভণি গীত।।
খোল:- অভিজিত মাল
তাল :- নকুল ভূঞা
বাঁহী - দয়াময় নায়ক
গায়ন:- ৰাজেশ ভূঞা
‎@AnupomBitupon ‎
‎@_abhijeet_
‎@broklendboy2606
‎@vaunasochin
‎@BhaunaAssam
‎@bituponduttavlog7287
‎@biswajit121
‎@hunuwaliaxom8924






মোৰ চেনেলটোৰ পৰা যদি আপোনালোকে সময়মতে কোনো ধৰণৰ আপডেট পোৱা নাই , তেনেহলে SUBSCRIBE ৰ কাষত থকা বেল আইকনটোত ক্লিক কৰি ALL OPTION টোত ক্লিক কৰি দিব , তেতিয়াহে মই দিয়া ভিদিঅ' সমূহ আপোনালোকে সময়মতে লাভ কৰিব । যদি ভিদিঅবোৰ চাই ভাল লাগে like comments আৰু share কৰিব । যদি কিবা ভুল হয় , আঙুলিয়াই দিব বুলি আশা কৰিছোঁ , পুনৰ এটা নতুন ভিদিঅলৈ অহাৰ প্ৰতিশ্ৰোতিৰে ।
ধন্যবাদ
🙏জয় আই অসম 🙏
ধন্যবাদ
🙏জয় আই অসম 🙏
#ভাওনা_সংস্কৃতি
#assam
#broklendboy
#virel
#অসমীয়াভাওনাসংস্কৃতি
#vaunavideo
#ভাওনা
#anupombitupon
#viral
FACEBOOK--- profile.php?...
INSTAGRAM--- the_abhijeet_07...
আমাৰ যোগাযোগ নম্বৰ : ৯৮৬৪৮৬৬৫২৯ , ৬৯০০১২৪৪০৫
অভিনৱ নাট্য গোষ্ঠী, যোৰহাট

Опубликовано:

 

11 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 7   
@_abhijeet_
@_abhijeet_ 25 дней назад
''অভিনৱ নাট্য গোষ্ঠী'' নৱগঠিত দোহাৰৰ , যত কেৱল চাহ জনজাতিৰ যুৱক সকল আছে । ভাওনাৰ বিষয়ে আমি শিকি কেতিয়াও শেষ কৰিব নোৱাৰোঁ আৰু আমি বৰ্তমান অধ্যয়ন কৰি আছোঁ গতিকে ভুল হোৱাটো স্বাভাৱিক, আপোনালোকৰ মাজৰ এই এজন বুলি আমাক ভুল বোৰ দেখুৱাই আগুৱাই যোৱাত যাতে সকলোৱে সহায় কৰে তাৰে কামনা কৰিছোঁ ।। কৃষ্ণ ।।
@bimalkumarrao1096
@bimalkumarrao1096 25 дней назад
সুন্দৰ
@souravkurmi3454
@souravkurmi3454 24 дня назад
অতি সুন্দৰ🙏🙏🙏
@_abhijeet_
@_abhijeet_ 24 дня назад
কৃষ্ণ
@niranjanboruah4164
@niranjanboruah4164 19 дней назад
ঈশ্বৰৰ কৃপা হওঁক, গুৰুজনাৰ কৃষ্টি সংস্কৃতি দিশত আগবাঢ়ি যাবলৈ গুৰু ভকতৰ কৃপা হওঁক ।।
@_abhijeet_
@_abhijeet_ 17 дней назад
কৃষ্ণ
@niranjanboruah4164
@niranjanboruah4164 19 дней назад
সুন্দৰ
Далее
Я НЕ ОЖИДАЛ ЭТОГО!!! #Shorts #Глент
00:19
ПОМОГЛА НАЗЫВАЕТСЯ😂
00:20
Просмотров 2 млн
Я НЕ ОЖИДАЛ ЭТОГО!!! #Shorts #Глент
00:19