শিৱৰ জটাৰ তিনি জন সৃষ্টি হয় ইয়াত দুজনক হে দেখা পোৱা গৈছে শ্ৰীমদভাগৱত চতুৰ্থ খণ্ডত লিখা আছে তিনি জন সৃষ্টি হয় বুলি পাইছোঁ কাল ভদ্ৰ বিৰভদ্ৰ মনি ভদ্ৰ এই তিনি জন হৈছে পুস্কৰ মানুহ মৰিলে যে পুস্কৰ লাগে এই তিনি জন লাগে কাল ভদ্ৰক শিৱই স্থান দিছিলে তিথিত মনি ভদ্ৰক স্থান দিছিলে বাৰত বিৰভদ্ৰক স্থান দিছিলে নক্ষত্ৰ যেতিয়া মানুহ মৰে এই তিনি জন যদি এক লগ হয় মানুহ ঘৰ লণ্ড ভণ্ড কৰে যদি বিষ্ণু জজ্ঞ নকৰে
Mojja lagise video tu sai khodai anekwA video de aguwa jwak khodai apunar logat asu 🥰 moi apunar chneel tu subscribe korilu akha koru apuni u kore 🙏🏾🙏🏾