Тёмный

Audio Rash | Episode 1 | Princhipriya Kalita | Amiya Neog kalita |  

Amiya Neog Kalita's Dihanam World official
Подписаться 217 тыс.
Просмотров 956
50% 1

নমস্কাৰ।
সকলোকে ভক্তি ভৰা সেৱা জনাইছোঁ।
যদিও ৰাস পূৰ্ণিমা পাৰ হৈ গ'ল কিন্তু ৰাস আমাৰ মনত সদায় জীপাল হৈ থাকে। সেই আবেগক বুকুত বান্ধি এটি নতুন পৰিকল্পনাৰে আপোনালোকলৈ আগবঢ়াইছো "Audio Rash" শীৰ্ষক এটি বিশেষ প্ৰস্তুতি।
ইয়ায কোনো ধৰণৰ video নাথাকে। মাথো ধাৰাভাষ্য থাকিব। এই প্ৰস্তুতিত ৰাসৰ কেইটামান বিশেষ তাত্ত্বিক দৃশ্য আপোনালোকৰ মাজলৈ ধাৰাবাহিক ভাৱে আগবঢ়াম।
আশা কৰিম আমাৰ এই নতুন প্ৰচেষ্টা আপোনালোকে আন্তৰিকতাৰে গ্ৰহণ কৰিব আৰু আগলৈ এইদৰে কাম কৰি থাকিব পৰাকৈ মৰম-ভালপোৱা, সহায়-সহযোগিতা আগবঢ়াব।
আপোনালোকৰ কোনোবাই যদি অনান্য বিভিন্ন নাট-ভাওনাৰ বিভিন্ন দৃশ্য এনেকৈ উপস্থাপন কৰিব বিচাৰে; তেন্তে আপোনালোকে আমাৰ লগত এই number ত 7002440637 যোগাযোগ কৰিব। ধন্যবাদ ।
যশোদা চৰিত্ৰটিত কণ্ঠদান আৰু সঙ্গীত ব্যৱস্থাপনা :: প্ৰিঞ্চিপ্ৰিয়া কলিতা।
ধাৰাভাষ্যকাৰ: অমিয়া নেওগ কলিতা।
(শিৱসাগৰ জিলাৰ গৌৰীসাগৰ দিচিয়াল গাঁৱৰ ৰাস মহোৎসৱত পৰিবেশন কৰা নাটৰ আধাৰত এই দৃশ্যটি প্ৰস্তুত কৰা হৈছে।)

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 12   
@binabharali7911
@binabharali7911 8 месяцев назад
অতি সুন্দৰ👏👏👏
@Rekhadass960
@Rekhadass960 8 месяцев назад
ধুনীয়া লাগিছে তোমাক
@ripulbharali13
@ripulbharali13 8 месяцев назад
সুন্দৰ
@AnosuyaTamuly-ly8xl
@AnosuyaTamuly-ly8xl 8 месяцев назад
কৃষ্ণ 🙏 সুন্দৰ
@mncreation9230
@mncreation9230 8 месяцев назад
বৰ ভাল লাগিল।
@mrigakshidas470
@mrigakshidas470 8 месяцев назад
Val ligal 😍😍😍😍
@bdcreation1222
@bdcreation1222 8 месяцев назад
কৃষ্ণ 🙏🙏🙏🙏
@user-to6tl3lq4b
@user-to6tl3lq4b 8 месяцев назад
mjjjjjjaaa
@TIPSOFMRIDUL
@TIPSOFMRIDUL 8 месяцев назад
Good
@PinkuNeogAllAssamFamous
@PinkuNeogAllAssamFamous 8 месяцев назад
❤❤🙏🙏
@surujmoniborah3422
@surujmoniborah3422 8 месяцев назад
Sri Hari
@sangitaborahrangpur
@sangitaborahrangpur 8 месяцев назад
সুন্দৰ
Далее
Sigma Girl Pizza #funny #memes #comedy
00:14
Просмотров 2,3 млн