Тёмный

Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3008|| 03.07.2024 || 

Rengoni TV
Подписаться 3,1 млн
Просмотров 469 тыс.
50% 1

BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo

Опубликовано:

 

2 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,8 тыс.   
@ranjitkalita-k6k
@ranjitkalita-k6k 3 месяца назад
Si চাৰ অতি সোনকালে ওলাব কাৰণ চাৰে এই বছৰ কহিনুৰ থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছে। চাৰ যোৱা কোনে কোনে নিবিচাৰে like কৰা 😢😢😢😢
@monditgogoi5987
@monditgogoi5987 3 месяца назад
মানে কোন actor lgt jabo koukxun please 😢
@bikiroy2516
@bikiroy2516 3 месяца назад
Muhon aru kk dak ator korale but si sirra ator korale moi sirialei nasau mur last sin hobo aitu
@northeastdelicacy2667
@northeastdelicacy2667 3 месяца назад
Beharbari outpost si sir gole aru nesaw.kk da mohan r pisot si sir gole ai khon aru beharbari outpost hoi nethakibo.
@PapuDas-xi1zu
@PapuDas-xi1zu 3 месяца назад
Ajie last suwa hob muru bohut beya lagib sage ajir pora sai
@zimbu7450
@zimbu7450 3 месяца назад
​@@northeastdelicacy2667pokor tu maksudu ... beharbari hoi thkibo okl actor change hbo .. poisa main kla sudurbhai
@ChitraBaruah-pv7rr
@ChitraBaruah-pv7rr 3 месяца назад
এনেকৈয়ে এজন এজন কৈ গৈ বেহাৰবাৰী আউটপোস্ট চাগে বন্ধ হৈ যাব, বহুত ভাল লাগিছিল চাই। পৰিচালক মহোদয় বেহাৰবাৰী আউটপোস্ট যাতে এনেকৈয়ে চলাই লৈ গৈ থাকে, এয়ে আমাৰ অনুৰোধ 🙏🙏🙏🙏
@JayantaKalita-n1r
@JayantaKalita-n1r 3 месяца назад
সঁচাই দেই কেকে দা মোহন দা যাওঁতে যিমান দুখ লাগিছিল তাতোতকৈ বেছি দুখ লাগিছে প্ৰীতম ছাৰ যোৱা পৰা 😢😢😢😢😢। প্ৰীতম ছাৰ আপুনি আকৌ আহিবনে 😢😢😢😢
@ritomborakaziranga05cyclerider
@ritomborakaziranga05cyclerider 3 месяца назад
Ahibo aibar Kohinoor theatre jabo karone jabo
@dolidutta5722
@dolidutta5722 3 месяца назад
Hunkale ahile hol😢😢
@kushalkalita1277
@kushalkalita1277 3 месяца назад
প্ৰিতমক টো থিয়েটাৰত দেখিব
@ritomborakaziranga05cyclerider
@ritomborakaziranga05cyclerider 3 месяца назад
@@kushalkalita1277 hoi aibar kohinur theatre t dekhi pabo
@iam_aaditri
@iam_aaditri 3 месяца назад
And hotyo da also left
@simantatanti5014
@simantatanti5014 3 месяца назад
আজিৰ খণ্ডটো চাই কাৰ কাৰ চকু পানী ওলাইছে like ক Si no sir miss you❤❤❤❤ sir😢😢😢😢😢😢
@Mahendradeka-x6s
@Mahendradeka-x6s 3 месяца назад
আজিৰ খণ্ডটো চাই কাৰ কাৰ চকু পানী ওলাইছে like কৰা । ৰাকেশ দাৰ দুখৰ বাবে মই বহুত কন্দিলো😢😢
@DilipPatar-ks3gh
@DilipPatar-ks3gh 3 месяца назад
Aji muk bohut kosto dile😢
@shrobonhazarika7257
@shrobonhazarika7257 3 месяца назад
Same to you bro
@NayanDas-ep9wx
@NayanDas-ep9wx 3 месяца назад
মোৰ চকু পানী ওলাইছে
@Bijuray12
@Bijuray12 3 месяца назад
🥲🥲Same
@miniblog-et9ze
@miniblog-et9ze 3 месяца назад
Xsa koi mur bhut soku pani ulaise 😭😭😭😭😭😭
@simpidutta314
@simpidutta314 3 месяца назад
Si চাৰ নাযাবনা । si চাৰ আকৌ অবিহনে । si চাৰ অহা বিচাৰিছে যদি এটাl like কৰক।😢😢
@DipontiSaikia
@DipontiSaikia 3 месяца назад
আজি খণ্ডটো চাই সঁচাই বহুত বেছি দুখ লাগিল ।কে কে মোহন যাওঁতে বহুত দুখ পাইছিল কিন্তু আজি si sar যোৱাৰ কথা শুনি তাতকৈ বেছি দুখ পালোঁ সদাই সহুৱাই থকা serial khon আজি চাই বহুত দুখ লাগিল 😭😭😭😭 চাৰ আপুনি থিয়েটাৰ গৈ আকৌ যেন বেহৰবাৰি লৈ উভতি আহে আপোনাক বহুত miss কৰিম চাৰ আপুনি কে কে মূহনৰ নিচিনা নকৰে যেন । আপোনাৰ অবিহনে যেন বেহৰবাৰি উকা হৈ পৰিব
@bimansaikia8291
@bimansaikia8291 3 месяца назад
Ajir khandatu sai Kuna kuna kandila ata like kara mai bahut kandilu😢😢😢😢😢
@NabajitKalita-r7u
@NabajitKalita-r7u 3 месяца назад
Hoi naki😂😂
@KabinChoudhury-n7q
@KabinChoudhury-n7q 3 месяца назад
কে কে আৰু মোহন নাথাকোতেও ইমান বেয়া লগা নাছিল কিন্তু প্ৰিতম ছাৰ যোৱাৰ কাৰণে বহুত বেয়া লাগিছে। তেওঁৰ ভবিষ্যত উজ্বল কামনা থাকিল।
@PiyatomBoruah
@PiyatomBoruah 3 месяца назад
আজিৰ খণ্ডটো চাই মোৰ চকুপানী ওলাই গল আৰু কাৰ কাৰ দুখ লাগিলে like kora😢🥺😓
@prafulladas7224
@prafulladas7224 3 месяца назад
খং হে উঠিছে এজনকৈ এজনকৈ পুৰণি সকল গৈ শেষ হল । ৰাকেশ কমল মনি মুকুতা থাকিল । Kk Manan আহিলে ও কব ভাল আছিল😢
@PiyatomBoruah
@PiyatomBoruah 2 месяца назад
@@prafulladas7224 😓
@mrmoon071
@mrmoon071 3 месяца назад
ইমান হাঁহিৰ মাজতো আজি কান্দোৱাই দিলে 😭😭😭
@swapnaborah5693
@swapnaborah5693 3 месяца назад
Hi❤
@lucky-hr7kh
@lucky-hr7kh 3 месяца назад
SI sir উভতি অহাৰ বাবে like কৰক😢 I miss you SI sir এটুকুৰা সিৰা হেৰাই যোৱা জেন লাগিছে😢😢😢😢
@Grbora94953
@Grbora94953 3 месяца назад
বৰ বেদনাদায়ক প্ৰীতম ছাৰৰ এই বিদায় মুহুৰ্ত।দৰ্শক হিচাপেও আজি চকুপানী ধৰি ৰাখিব নোৱাৰিলো।জবাৰ জড়িয়তেও জেন কিছু তাত্পৰ্যপূৰ্ণ কথা নীৰৱে ছাৰে দৰ্শককে কৈ যেন গ'ল।।ছাৰৰ উন্নতি কামনা কৰিলো।কেকে মৌহনৰ পিছত আপোনাৰ এই যাত্ৰাই বেহাৰবাৰীৰ শিল্পী/দৰ্শকৰ মাজত বাৰুকৈ প্ৰভাৱ পেলাব তথাপিও চাই যাম বেহাৰবাৰী কাৰণ এই ধাৰাবাহিক খনৰ প্ৰতি এটা টান আছে।
@Priyakshi396
@Priyakshi396 3 месяца назад
আজিৰ episodeটো চাই বহুত দুখ লাগিল চকু পানী ওলাই গল si sir kar kar favorite আজিৰ পৰা ছাৰ নাথাকে বহুত বেয়া লাগিছে ৷miss you si sir😭😭😭🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹😭😭😭😭😭😭😭😭😭😭
@shekharjitray6081
@shekharjitray6081 3 месяца назад
কোনে কোনে আজি কান্দি ছে,😢😂 episode চাই
@abhinavaxombaruah1066
@abhinavaxombaruah1066 3 месяца назад
OC ছাৰক বেয়া পাই নাথাকো । যি কি নহওঁক কেকে-মোহনৰ দৰে হঠাৎতে নাইকিয়া হৈ নগ'ল , সকলোৰে পৰা বিদায় মাগিহে গৈছে। ভালে থাকক ছাৰ...❤
@chinmoybaruah5553
@chinmoybaruah5553 3 месяца назад
সত্ৰাধিকাৰ নাথাকিলে গুৰি কোনে ধৰিব! ছাৰ আছিল কাৰণেই অপেক্ষাৰ স্থল আছিল, মিছ কৰা হ'ব এখেতক... আশাকৰোঁ থিয়েটাৰ শেষ হোৱাৰ পাছত আকৌ ছাৰৰ ট্ৰান্সফাৰ যাতে বেহাৰবাৰী থানালৈকে হয়♥️
@JituGogoi123
@JituGogoi123 3 месяца назад
বেহাৰবাৰী আউটপোষ্ট আদিৰে পৰা আজি এই খণ্ডলৈকে চাই আহিছো আগতে টিভি ত এতিয়া মবাইলত কিন্তু আজি এই খণ্ডটি দৰে মোৰ চকুপানী ওলোৱা নাই । বহুত সুন্দৰ ।সকলোলৈক ধন্যবাদ ।❤❤❤❤❤❤❤❤❤
@bhabeshnath2365
@bhabeshnath2365 3 месяца назад
বহুত দুখ লাগিল আজিৰ খণ্ডটো, এইকাৰণে নহয় যে সুন্দৰ ট্ৰেজেদি অভিনয়, বহুত SI পালো বেহাৰবাৰীত, কিন্তু এখেতৰ দৰে ৰিয়েল কম পালো, শুনামতে প্ৰীতম ছাৰে বেহাৰবাৰী এৰিব আৰু কহিনুৰ থিয়েটাৰত ভুমুকি মাৰিব, তেখেতৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ .... নাজানো ইয়াৰ পিছত মোৰ বেহাৰবাৰী ভাল লাগে নে নেলাগে....
@Priyakshi490
@Priyakshi490 3 месяца назад
আজিৰ খন্দ টো চাই বহুত বেছি দুখ লাগিল😭😭😭😭তৰা বা মনি বৌ ৰাকেছ দা হতে কন্দা দেখি ৰখিব নোৱাৰিলো ৷ kksir ru muhon যাওতেই ইমান দুখ লগা নাছিল যিমান প্ৰীতম ছাৰ যাবলৈ ওলাওতে লাগিছে৷ ছাৰক আকৌ দেখা পোৱাৰ আশা থাকিল beharbri ত😭😭 মাজে মাজে দেখিলে ভাল লাগিব sir আহি থাকিব মাজে মাজে😭
@JayantaKalita-n1r
@JayantaKalita-n1r 3 месяца назад
আজি বহুত দুখ লাগিছে এনেকোৱা এজন জনপ্ৰিয় অভিনেতা প্ৰীতম ছাৰে কিয় বেহাৰবাৰী এৰিলে 😢😢😢😢
@nihalkrishnadutta7254
@nihalkrishnadutta7254 3 месяца назад
Miss Korim Pritam Da.... Theatre Ses hole ako 3 months r babe ahibo buli akha rakhilu.... ❤❤❤
@KaranJyotiKashyap
@KaranJyotiKashyap 3 месяца назад
প্ৰতিদিনে ১০:৩০ হোৱালৈকে বাটচাই ৰও বেহাৰবাৰী চাবৰ বাবে.... ইমানবোৰ হাঁহি ধেমালিৰ মাজত আজি কন্দুৱাই থৈ প্ৰীতম ছাৰ যাব ওলাইছে তাৰ বাবে বহুত দুখ পালো। যাহওঁক তেওঁ হয়তো কোনো ভাল কামৰ কাৰণেই এনেকুৱা সিদ্ধান্ত লৈছে, তেওঁ সদাই আগুৱাই যাওক❤॥ কিন্তু আজিৰ পিছত হয়তো বেহাৰবাৰী চাম বুলি বিগত দিনবোৰৰ দৰে ৰৈ নাথাকিম॥ প্ৰীতম দা সদাই ভালে থাকক, ভৱিষ্যত উজ্জ্বল হওঁক আৰু আগুৱাই যাওক, তাৰেই কামনা কৰিলো ভগৱানৰ ওচৰত❤🙏❤
@navanitasaikiamech586
@navanitasaikiamech586 3 месяца назад
আজি চকুপানী ৰখাব নোৱাৰিলোঁ ।
@ashifakhtar1300
@ashifakhtar1300 3 месяца назад
Bahut bya laga
@KaranJyotiKashyap
@KaranJyotiKashyap 3 месяца назад
@@ashifakhtar1300 😞😞
@KaranJyotiKashyap
@KaranJyotiKashyap 3 месяца назад
@@navanitasaikiamech586 😞😞
@chitralekhapakghar5652
@chitralekhapakghar5652 3 месяца назад
সঁচাকৈয়ে চকু পানী ৰখাব নোৱাৰিলোঁ 😢😢
@digantamahanta2797
@digantamahanta2797 3 месяца назад
বেহাৰবাৰী আউটপোষ্ট বন্ধ হোৱাৰ প্ৰথম পদক্ষেপ
@GaoliyaLora-q1q
@GaoliyaLora-q1q 3 месяца назад
Si sir এ ৰাকেশ ক সাৱটি ধৰা দৃশ্যটো চাই চকু পানী সচাকৈ ওলাই গল।।😢😢
@PARTHA241
@PARTHA241 3 месяца назад
Plz sir najabo 😭🥲
@micro_world_7
@micro_world_7 3 месяца назад
We want pritam kharghariya as a SI . Vote here❤
@Vloglook890
@Vloglook890 3 месяца назад
Kohinor thiyetar lg pb ..
@epsilondelta334
@epsilondelta334 3 месяца назад
he is in kohinoor theatre
@mamoniboruah5682
@mamoniboruah5682 3 месяца назад
Gargi
@mamoniboruah5682
@mamoniboruah5682 3 месяца назад
Gargi
@tanveertanish8856
@tanveertanish8856 3 месяца назад
Kahinoort kio gl beharbari thakak 😂
@TraunBoruah
@TraunBoruah 3 месяца назад
জনে জনে কান্দিলে like কৰক😢
@AdilAhmed-df7vc
@AdilAhmed-df7vc 3 месяца назад
Jone jone
@dipjyotinath4120
@dipjyotinath4120 3 месяца назад
Kune kune beharbari outpost sabole অপেক্ষা kori thake 👍❤
@himakhiMech
@himakhiMech 3 месяца назад
Meow😅
@HimakshiKalitaofficial
@HimakshiKalitaofficial 3 месяца назад
ছাৰ যোৱা কাৰণে কাৰ কাৰ বেয়া লাগিলে like kora
@zgassamesestatusvideos4581
@zgassamesestatusvideos4581 3 месяца назад
কহিনুৰ থিয়েটাৰৰ আখৰা আৰম্ভ হল আৰু IC ছাৰ যাব গৈ।
@Dongamingshorts01
@Dongamingshorts01 3 месяца назад
Tkei😢
@gyandeepnath3600
@gyandeepnath3600 3 месяца назад
নাজানো কিয় ইমান কান্দিছো আৰু ইমান কিয় দুখ লাগিছে । ভাবি চালে এইখন কেৱল এখন ধাৰাবাহিক । কিন্তু ইয়াৰ প্ৰতিটো চৰিত্ৰই যে বুকুৰ আপোন ❤🥺
@ArupborahArupborah-v5x
@ArupborahArupborah-v5x 3 месяца назад
Aji fast Tami kandish taku chiriya sai ... Aru kune kune kandila like ata di diya..
@assamsyt900
@assamsyt900 3 месяца назад
Rakesh dar acting to aji moja lagise ki omissions o hubut vll lagise ❤❤❤❤😢
@mrmoon071
@mrmoon071 3 месяца назад
কোনে কোনে beharbari বাবে অপেক্ষা কৰি থাকা❤❤❤
@Dip-uv7xw7Nath
@Dip-uv7xw7Nath 3 месяца назад
আজিৰ খণ্ডটি চাই চকুপানী😢 উলাই গ’ল😂Si চাৰৰ Transfer হোৱাৰ বাবে...😂😂😂😂
@dhimansarma719
@dhimansarma719 3 месяца назад
পিতৃ ভৱেশ বৰুৱাৰ আদৰ্শ লৈ ভ্ৰাম্যমাণ থিয়েটাৰত আত্মপ্ৰকাশ কৰিবলৈ লোৱা প্ৰিতম চাৰলৈ বহুত বহুত শুভকামনা থাকিল। আশা কৰো পিতৃৰ নিচিনাকৈ তেওঁ ও এগৰাকী সফল অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। Best wishes for pritom sir 🎉❤
@ghanashyamdevsarma227
@ghanashyamdevsarma227 3 месяца назад
এচ আই চাৰে কহিনুৰ থিয়েটাৰত উন্নত অভিনয় কৰক তাৰ কামনাৰে।
@Rajjyoti123
@Rajjyoti123 2 месяца назад
Theatre khtm hole akou nahe nki
@latikadas1929
@latikadas1929 3 месяца назад
Keidin mn dhori comment section t aitu kihor trend solise oo "Today is my birthday but no one wish me, like me, comment me" 😏😡🤧 ki mane aitu🤣
@mukutborah401
@mukutborah401 3 месяца назад
সিহঁতৰ কতিত পুক্ দিছে 😅
@himasribora6052
@himasribora6052 3 месяца назад
😂😂😂😂😂
@SANATANI_BOY545
@SANATANI_BOY545 3 месяца назад
Hoide ree Khali birthday tahat😆😆😆🙄🙄🙄🙄
@ParthapratimKachari-z5z
@ParthapratimKachari-z5z 3 месяца назад
এই কথাটো ময়ো লিখিম বুলি ভাবিয়েই আছিলোঁ। কথাটো ঠিকেই কৈছ। যিসকলে birthday ৰ বাবে no one wish me বুলি comment কৰিবলৈ লৈছে, সেই সকলক কৈছো- "আৰে ভাই ম‌ইটো বা আমিতো নাজানো নহয় যে তোৰ আজি birthday বুলি। আগতিয়াকৈ জানিলে হে wish কৰিব পাৰি।"
@rupaksaikia4089
@rupaksaikia4089 3 месяца назад
Exactly 👍
@DipankarDutta-uz3yp
@DipankarDutta-uz3yp 3 месяца назад
Miiss you sir ❤🥺 sir karone ata like ♥️
@MAINA33
@MAINA33 3 месяца назад
কিছুমান মানুহ কব নোৱাৰাকৈ হৃদয়ৰ একোণত বিশেষ হৈ ৰৈ যায়..।। ❤ 😥
@RijumoniBorah-d6c
@RijumoniBorah-d6c 3 месяца назад
বহুত দুখ লাগিল আকৌ আহিব এই ধাৰাবাহিকলৈ।কেকে দা মোহন আৰু আপুনিও গলে----😢
@Kaushik632
@Kaushik632 3 месяца назад
S.I sir k Kune Kune miss kribo..?😢
@BikramBikram-j4b
@BikramBikram-j4b 3 месяца назад
Miss krime si sir😢😢😢
@sanjayboruah3794
@sanjayboruah3794 3 месяца назад
Guarantee kunba morsi next episode ot
@dimpyborah6826
@dimpyborah6826 3 месяца назад
Miss you S.l. Sir 🥺🥺
@ansumangogoi216
@ansumangogoi216 3 месяца назад
​@@sanjayboruah3794SI siror deutak nisina lagise .Nohole Hombordhona anusthan kio ari jabo
@ansumangogoi216
@ansumangogoi216 3 месяца назад
@mrinmoynath435 Karon teu jaboge .So Deutakor character tu mariboi Lagibo .Tate bemaru hoi asile .Biya khon nohoboge aru
@LakhimaiGogoi-x5z
@LakhimaiGogoi-x5z 3 месяца назад
Aji khondrotu bohut dukh lagise 😢😢😢😢😢
@HirokJyotiRabha
@HirokJyotiRabha 3 месяца назад
সলনি সকলো হয়, কোনোবা ভাল সময়ত আৰু কোনোবা বেয়া সময়ত ! 😢
@Meree17
@Meree17 3 месяца назад
মানুহৰ জীবন ভৰসা নাই সময় নো কি
@HirokJyotiRabha
@HirokJyotiRabha 3 месяца назад
​@@Meree17 Hoi Diya 😢
@manikasom3552
@manikasom3552 3 месяца назад
খুউব সুন্দৰ অভিনয়।সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ।সকলোৱে আগুৱাই যাওঁক।
@DBARMAN-v6c
@DBARMAN-v6c 3 месяца назад
ভৰা নদীত যাত্ৰীৰে ভৰা এখন নাওঁ। সেই নাওঁ খনৰ গুৰি বঠা ধৰা জনেই নোহোৱা হ'ল। এতিয়া যাত্ৰী সকলক পানীত ডুবি যোৱাৰ পৰা কোনে ৰক্ষা কৰিব? বিশ্বাস কৰিব পৰা নাই প্ৰীতম চাৰ যে নাথাকিব। নিশা চাব নোৱাৰিলেও ৰাতি পুৱা ৫বজাতেই মবাইলত এই ধাৰাবাহিকখন চাও। নহ'লে দিনতো আধৰুৱা যেন লাগে। এতিয়া কি কৰিম এচ আই চাৰেই নাথাকিব।
@PRADIP_GOHAIN_VLOG
@PRADIP_GOHAIN_VLOG 3 месяца назад
হৃদয় চুই গৈছে 😢😢😢
@ninibhai5305
@ninibhai5305 3 месяца назад
Aji bohut emotional hoi gole soku pani ulai gol❤ 😢 ajir pora nasau aru SI sir nai
@surajmarar8392
@surajmarar8392 3 месяца назад
Hoi dai bohut dhuk dily ajii😢😢😢
@pompydevi769
@pompydevi769 3 месяца назад
সকলো ইমান আপোন হয় গল এজন নাথাকিলে যেন নিজৰ কিবা এটা হেৰাই যোৱা যেন লাগে।নাজানো সকলোকে কিয় ইমান ভাল পালোঁ আমাক ভাল পাবলৈ শিকাই এতিয়া সকলোৱে এৰি এৰি যাবলৈ ওলাল ।😢😢😢😢 কিমান ভাল পালে এনেকৈ চকুৰ পানী ওলাই আপোনাকে কিয় বুজি নাই পোৱা সকলো কেৱল আমাক আধৰুৱা কৰি মনৰ হাঁহি বোৰ মোহাৰি এজন এজনকৈ আঁতৰি গৈছে😢😢😢😢
@akashdihingia9943
@akashdihingia9943 3 месяца назад
Ai jon sir oke amak nalage aijon ulai gole ami behar bari bad dim sobo ❤ pritom sir zindabaad❤✊
@tapankumarvlogs9570
@tapankumarvlogs9570 3 месяца назад
যি বুজিছো আৰু বেছি বৰিং লাগিব যেন পাইছোঁ... Si sir নহলে।
@nitulbhattacharya4767
@nitulbhattacharya4767 3 месяца назад
Best episod. আন্তৰিকতাৰে, মৰমেৰে সকলোৰে অন্তৰ চুই যোৱা জনৰ হঠাৎ অবিহনে যেন আবেগ, অনুভূতি ,ভাল লগাৰ মাজেৰে অন্তৰাত্মা কান্দি উঠে তাৰেই প্ৰতিফলন ঘটোৱা হৈছে। এইটো নিসন্দেহে সত্য যে প্ৰিতম চাৰৰ সৈতে বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিক খনৰ আন আন চৰিত্ৰ সমুহ সুন্দৰভাবে মিলি পৰাত ধাৰাবাহিকখন চাই ভাল লাগিছিল। আজিৰ খণ্ডটোত মৰ্মভেদি আপোনত্বৰ বৰ্হিপ্ৰকাশ ঘটোৱা হৈছিল। ভাল লাগিল চাই। সদায় হহুঁৱাবলৈ চেষ্টা কৰা ধাৰাবাহিকখনে আজি কন্দুৱাবলৈহে খুজিছো।
@BibekRabha-go1ys
@BibekRabha-go1ys 3 месяца назад
সচা কে বহুত দুখ লাগিল আজিৰ এপিচত তু চাই SI ছাৰ সঁচাকৈ জাব নেকি😢😢
@ajayboruah9672
@ajayboruah9672 3 месяца назад
আজিৰ খন্দটোত প্ৰিতম চাৰৰ খবৰটো পায় মই মোৰ চকুৰ পানী ধৰী ৰাখিব নোৱাৰিলো। বহুত বেয়া লাগিছে। কেকে দা,মোহন,বিউতি ইহঁত বোৰ যোৱাৰ পাছত যদি আপোনীও যায়গৈ এই বেহাৰবাৰী আগৰ সেই বেহাৰবাৰী হৈ নাথাকে , ৯০% বিকলাঙ্গ হব। গতিকে🙏 তেওঁলোকক আকৌ বেহাৰবাৰীলে ঘূৰাই আনিব লাগে🙏 যদি পইচা পাতিৰ কিবা অসুবিধা হৈছে শক্তিৰ অৰ্থে অসম বাসিয়ে নিশ্যয় সহায় কৰিব ।🙏এনেকে বেহাৰবাৰী খন উকা কৰি নেপেলাব 🙏🙏
@mamonidutta6607
@mamonidutta6607 3 месяца назад
এই খণ্ড টি চাই হৃদয় চুৰমাৰ হ'ল।বিশেষ কৈ ৰাকেশৰ অভিনয় , কি যে এৰাব নোৱাৰাৰ এক স্বগীয় আত্মিকতাৰ বান্ধোন। ❤❤❤
@AnchorSubratRava
@AnchorSubratRava 3 месяца назад
❤❤ আজিৰ খণ্ডটো চাই কিবা যেন বুকুৰ মাজৰ পৰা হেৰুৱাই যাব যেন লাগিছে ❤❤😢😢😢,,,, এনেকুৱা অনুভৱ হৈছে মোৰ প্ৰথম প্ৰেম জনী আতৰি যোৱাত যেনেকুৱা লাগিছে সেই একে অনুভৱ,,, কিন্তু এইখন যে এখন ছবিকথা হে,,,, ছবিকথাই ইমান বাস্তৱ ৰূপ দিব পাৰে নে? বেষ্ট অফ লাক প্ৰীতম sir আপোনাক কহিনুৰ থিয়েটাৰৰ মঞ্চত চাই বহুত। ভাল লাগিব
@bijaymanta4653
@bijaymanta4653 3 месяца назад
কালিৰ দিনটোত যিমান চকুৰ পানী ওলাই আহিল...আজিৰ 20 মিনিট সময়ত তাতকৈ অধিক চকুপানী ওলালে।।😢😢😢😢
@tezpurassam1146
@tezpurassam1146 3 месяца назад
ইমান দিনে beharbsari outpost serial খনে হ হুৱাই আছিলে আজি চকুপানী উলিয়ালে । সঁচাকৈ য়ে দুখ লাগিল ।
@JunuSaikia-r6i
@JunuSaikia-r6i 3 месяца назад
সদায় হহুঁৱাই থকা বেহাৰবাৰী আউটপোষ্টে আজি বৰকৈ কন্দুৱালে ।বাস্তৱ যেন লাগিল ।
@Gitasree204
@Gitasree204 3 месяца назад
Atya notun kunuba si he ahibo nki baru🙂 pritam dar nisina kunu hobo nuware theatre karone goleo punor jen teu ghuri ahok kk muhonr nisina nohok plzz bki pritam da loi notun ata jatra loi good luck thakil❤
@rukminibaruah8665
@rukminibaruah8665 3 месяца назад
3000 ta episode r 100 ta mn he nosowa ke roi goisil sage Kk mohon gusi gl, tar piso2 ধুনীয়াকৈ চলি আছিল এতিয়া si sir যাওঁতে বেছি বেয়া লাগিছে Bbop ৰ TRP কমি যাব । Bbop r lgt ji bonding asil lahe lahe break hb Ajir ep 2 Dunki তকৈ বেছি emotional lagsi mor Can't imagine without him
@ratipuya2.0.0
@ratipuya2.0.0 3 месяца назад
Is sir k miss korim ajir pora.... theatre t he dekhm aru...beya lagil.. ahibo sir 2basar pisat
@NarzuA
@NarzuA 3 месяца назад
Mure soku pani ulai goise , serial tut ankwa ke khumai goisu onuvob a nhoi Aya j okol ovinoi buli😢❤❤❤
@lakhya671
@lakhya671 3 месяца назад
Ajon ajon kori beharbari pora atorai loi goi ase atiya ako SI Saroku loi jabo sage 🥺 si sirk loi gole beharbari nusuai val aru😭si siroke val lagi asile😢
@mitalirajbongshi
@mitalirajbongshi 3 месяца назад
Sire theatre ot o time dibo lgibo so sge 1 yrs maan shooting pause rakhise pist sge ako entry hbo with new looks
@NISANTA-69
@NISANTA-69 3 месяца назад
Xsake emotional hoi golu aru Kun Kun hoisa aru kandisa
@ritamonisaikia2793
@ritamonisaikia2793 3 месяца назад
চাৰ tensper হব বুলি ময়ো কান্দি গৈছো😂❤
@sanjibdeka2595
@sanjibdeka2595 3 месяца назад
SI sir gle beharbari sab mne nojowa hb dekhun miss krim bhut aponak 😭😭😭
@abhipuwali6273
@abhipuwali6273 3 месяца назад
Si sir aru joba ba biya huwa bisora hokole like kora ❤👍
@PranabBoruah-f9l
@PranabBoruah-f9l 3 месяца назад
miss you si sir । আপোনি আকৌ বেহৰবাৰীলৈ আহিব নে।😭😢
@BhagyasriGogoi-d8w
@BhagyasriGogoi-d8w 3 месяца назад
SI sir apunak bohut miss korim😢❤ apuni ako ktya ahibo sir🥺😔
@meghalideka8774
@meghalideka8774 2 месяца назад
Sir nohli ake bare sai vl nalagibo bohut dukh lagil ajir episode tu sai😢
@KalyanRoy-w7g
@KalyanRoy-w7g 3 месяца назад
Ajir episodes to sai sokur pani rakibo noyarelu😢😢😢❤
@birenchuri-ze1ny
@birenchuri-ze1ny 2 месяца назад
Gusi gol sir 😭😭😭😭😔
@ChandraSonowal-s1e
@ChandraSonowal-s1e 3 месяца назад
Kk and mohan come back
@HabiburRohman-wd2cn
@HabiburRohman-wd2cn 3 месяца назад
Hey
@AnilgogoiAnilgogoi-wg7kv
@AnilgogoiAnilgogoi-wg7kv 3 месяца назад
Ekhon dharabahike je eman bokor vitororpara kandun uliabo pare .perfect acting
@TanmoyAxomEntertainment291
@TanmoyAxomEntertainment291 3 месяца назад
বেয়া লাগিব কিছুদিনৰ বাবে জনপ্ৰিয় ধাৰাবাহিক খনৰ এটা সফল চৰিত্ৰ নাইকীয়া হবগৈ প্ৰীতম ছাৰৰ ভ্ৰাম্যমাণ থিয়েটাৰ যাত্ৰা সফলভাৱে সম্পন্ন হঁওক আৰু শেষত পুনৰবাৰ বেহাৰবাৰী আউটপষ্ট ধাৰাবাহিক খনত লগ পোৱাৰ আশাৰে 😮
@pgamer5347
@pgamer5347 3 месяца назад
pritom sir aru beharbari naha teo 2 bosor babe kohinur thiyater sine korese
@Debojit_minivlogs
@Debojit_minivlogs 3 месяца назад
Bhut kandilu oh aji ep to sai 😢😢😢😢
@ShankarRajbongshi-uo8xj
@ShankarRajbongshi-uo8xj 3 месяца назад
আজি বহুত দুখ লাগিল বুকুখন বৰকৈ বিষাই গল চকুৰ পানী ওলাই গল । 18:04
@Rishirajmoran
@Rishirajmoran 3 месяца назад
Kk da ru muhon ulai juyar psot okl ai manhu jonor babai seriyal khon sai aselu bhut vl paiselu acting sai si siror akha koru oti hun kalai ako log pam mana bop dakhim sir😥❤ love from kakopathar
@hopuncreation6637
@hopuncreation6637 3 месяца назад
Moi episode 1 or pora aji loike sai asu bht vl paw si sir mohon da kk Da aji je bukukhon bht dukh paisu sobe emn morom de gusi gusi goise💔😭😭 lv u sir
@akashdihingia9943
@akashdihingia9943 3 месяца назад
Si sir apunar bia hunkale lage june june sabo bisora like kora
@bhairabmadhukayla5237
@bhairabmadhukayla5237 3 месяца назад
Jibon gotisil roi thakilay nphobo bondhu moi vahu❤
@BikashNagbonshi-gv4nc
@BikashNagbonshi-gv4nc 3 месяца назад
Bohut biya lagise sir😭😭😭😭
@GitarthaNath09
@GitarthaNath09 3 месяца назад
Kar biya bhai
@HiteshSarmah-nq5rp
@HiteshSarmah-nq5rp 3 месяца назад
O sir Behar Bari outpost ari najabo 😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢
@kankanabora829
@kankanabora829 3 месяца назад
Ajir beharbari khon sai kune kune kandila like kora😢
@horumongogoi8676
@horumongogoi8676 3 месяца назад
সঁচাকৈ অভিনয় মন চুই যায়। কিন্তু যানো তেওঁ থিয়েটাৰ বাবে যায়। আকৌ ঘুৰি আহিব ও।
@snigdhakarmakar6082
@snigdhakarmakar6082 3 месяца назад
রাকেশর আবেগিক কথা শুনি বর দুখ লাগিল।
@bijudutta8798
@bijudutta8798 3 месяца назад
সচাকৈ কেকে মোহন নাই যদিও ইমান বেয়া লগা নাছিল।আজি চাৰ যাবলৈ লোৱাত যিমান বেয়া লাগিছে।
@rupamtalukdar3
@rupamtalukdar3 3 месяца назад
Si sir aru jobar biya khon hobo lage❤❤
@maniksaikia5679
@maniksaikia5679 3 месяца назад
Kk da aru muhon da tu gol gai aru atiya pritom sir u jodi jaiga auu tatiya hola baharbari khon sai nu ki lav ajir pora bad dim au laha laha baharbari sabola😥😭😭
@assameseboykamalsaikia7515
@assameseboykamalsaikia7515 3 месяца назад
আজি খণ্ড টো চাই বহুত দুখ লাগিল😢
@prakashrabha698
@prakashrabha698 3 месяца назад
Behorbari outpost ৰ আৰু এটা ডাঙৰ সম্পদ নোহোৱা হব । ভাল নলগা হৈ যাব আৰু.। দুখ লাগিল বহুত
@BikashBorah-e6b
@BikashBorah-e6b 3 месяца назад
Kk and Mohan come back ❤
@Milisvlog266
@Milisvlog266 3 месяца назад
প্ৰথমে KK আৰু Mohan এতিয়া SI Sir এইখন Serial চোৱাই বাদ দিম আৰু😢😢😢😢
@Kuhipriya2
@Kuhipriya2 3 месяца назад
আজিৰ পৰা beharbari by bye😢😢si sir অবিহনে ব্লগ ajn si sir val nlge😢😢apuni njabo sir...bhut miss krim apunak😢😢😢
@bitulniyorofficial2841
@bitulniyorofficial2841 2 месяца назад
সছাই দে হৃদয়ত লাগি গ'ল দুখ । অভিনয় আৰু বাহী ,হামিং দুখ লগাই দিলে । কান্দি গ'লো । 😢 প্ৰত্যেক জনৰ অভিনয় কিন্তু মানিছো
@Lakhisaikia2003
@Lakhisaikia2003 3 месяца назад
অপেক্ষা মাথোঁ আজিৰ খণ্ডটিলৈ....😊
@upenchutia5100
@upenchutia5100 3 месяца назад
আজিৰ খণ্ডটো চাই সচাঁকৈয়ে বৰ দুখ লাগিল । si চাৰৰ বিয়াখন চাম চাম বুলি বাট চাই থাকোতেই যৱনিকা পৰিল ।
Далее
Лиса🦊 УЖЕ НА ВСЕХ ПЛОЩАДКАХ!
00:24
Hiyar epahi gulap || EP- 80 || 02-10-2024 ||
20:48
Просмотров 51 тыс.
July 1, 2024
9:11
Просмотров 1,1 тыс.