Ki gaise o Tarun da .... Homosto abeg dhali mon pran dhali emn dhuniakoi gaise ❤️❤️❤️❤️❤️Sunit da apuni emn dhuniakoi likhise ...... Odur vobishote apunar gan dibo dei ....❤️❤️❤️
Congrtas to Sonit Gogoi , Best wishes for the new production house | wishing and waiting for more such creative works | Tarun Tomay always a melody Rajkumar | Beautiful song ! Thank You all | Vocal for Local |
তোমাক খুব বেছি ভাল পাওঁ, তোমাৰ কন্ঠ বহু বেছি মোৰ প্ৰিয় আচলতে মোৰ সকলোতকৈ তুমিয়েই প্ৰিয়। বেলেগৰ নতুন গান শুনিবলৈ পালে তোমাৰ কন্ঠৰে এটা নতুন গান শুনাৰ ইচ্ছা জন্মে। আজি বহু বেছি সূখ যেন অনুভৱ কৰিছোঁ গান টো শুনিবলৈ পায়। মানুহ জন হেৰাই নাযাবা চোন তোমাৰ পৰা আমি বহু বেছি আশা কৰোঁ।