Тёмный
No video :(

Phulobai by Neel Akash | Sunit Gogoi | Tarun Tanmoy | Diganta Bordoloi | Official Lyrical Video 

Sunit Gogoi Creation
Подписаться 33 тыс.
Просмотров 679 тыс.
50% 1

▪︎Sunit Gogoi Creation Released "PHULOBAI" New Assamese song 2021
▪︎Singer : Neel Akash
▪︎Lyrics & Composition : Sunit Gogoi
▪︎Music : Tarun Tanmoy
▪︎Mix & Mastered : Diganta Bordoloi
▪︎Flute : Lakhinandan Lahon
▪︎Guiter : Kowstav Moni Phukon
▪︎Lyrical Video : Sanjeeb Akash
▪︎Poster Design : Zonak Yugantar Bora
▪︎Media Partner : Maa Music Assamese
▪︎Recording : Rajiv Sarmah ( Studio Fusion )
▪︎Special Thanks : Pranab Lukhurakhan, Dipanka Saikia, Prandeep Hazarika, Meerdeep Gogoi, Anshuraj Kashyap, Archana Gogoi, Aleena Tanmoye, Nancy Phukon, Bipul Das, Santanu Rowmuria, Raju Borah, Tapan Tengakhat, Kushal Kashyap, Nilotpal Boruah, Bharat Saikia (Dada), Montumoni Saikia, Mousum Gogoi, Dibakor Daya, Kallol Borthakur, Rishi Boruah, Chintu & Zac irfan
#Phulobai #Neel_Akash #Sunit_Gogoi#Tarun_Tanmoy #Diganta_Bordoloi
#Assamese_Song-2021
© Don't Upload illegally copyright Reserved by Sunit Gogoi Creation

Опубликовано:

 

6 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,3 тыс.   
@sunitgogoicreation
@sunitgogoicreation 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-VIRlO3V9hYU.html "ফুলবাই" শুনি যিসকল শুভাকাংক্ষীয়ে like , comment আৰু share কৰিলে সকলোকে অন্তৰেৰে ধন্যবাদ জনাইছো ! আমাৰ চেনেলটো subscribe কৰাৰ লগতে নিজৰ নিজৰ বহুমূলীয়া মন্তব্যৰে আমাক ভৱিষ্যতলৈও কাম কৰি যাবলৈ উৎসাহিত কৰা সহৃদয়সকলৰ ওচৰত আমি সদায় দায়বদ্ধ আৰু কৃতজ্ঞ হৈ থাকিম !!
@raghudevnath6566
@raghudevnath6566 2 года назад
A
@koustabhmonimahanta257
@koustabhmonimahanta257 2 года назад
আপোনাক লগ পাবৰমন গৈছে
@tileswarbordoloi122
@tileswarbordoloi122 2 года назад
Love this song
@pranjitkumardeka740
@pranjitkumardeka740 2 года назад
Sunit kokai apunar likhoni ati moromor
@dhrubabora9559
@dhrubabora9559 2 года назад
A2
@rajnahanworld-official9450
@rajnahanworld-official9450 2 года назад
বিগত দহটি বছৰৰ সকলো গীতৰ ভিতৰত শ্ৰেষ্ঠ গীতটি উপহাৰ দিলে শোণিত ককাইদেউ। কিন্তু আচৰিত! ইমান সুন্দৰ সৃষ্টিও কৰিব পাৰেনে মানুহে! কণ্ঠৰ কথানো কি ক'ম ? সংগীত অতি মনোমোহা। আমাৰ তাহানিৰ গাওঁ খন বিছাৰি পালোঁ গীতটিত। যিখন আপোন গাঁওৰ আপোন চুবুৰীৰ আপোন মানুহবোৰ আজি নাই।বুকুখন বিষায় গ'ল। ❤❤🥰🥰🥰🥰
@Juganandaborthakur
@Juganandaborthakur 2 года назад
সচাই নষ্টালজিক কৰি তুলিলে ।
@munmeebharali1915
@munmeebharali1915 2 года назад
Bor val lagil huni.....neel akash daak val lage....karon teor nijor gaokhon r proti thoka prem dekhi....bor val lage....hy manuh jimane i dangor nhowk kya nijor gaokhon nijor atit tuk katia o pahoribo nlage.....neel akash daa apuni hoday anedore thakibo......
@PrinceManash
@PrinceManash 2 года назад
শোণিত দা, আপোনাৰ অন্তৰ চুই যোৱা প্ৰতিটো শব্দই মন প্ৰাণ চুই গল । ভগৱানে আৰু অধিক শক্তি দিয়ক , ভাল ভাল গীত এনেকৈ লিখি উপহাৰ দি যাওক । 💐
@rajbongshi9843
@rajbongshi9843 2 года назад
প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিলোঁ শোণিত গগৈ দাদাক । ইমান ধুনীয়া গীত এটা যাৰ তাৰ কন্ঠত পৰিলে হয়তো আপোনাৰ আৱেগবোৰ ইমান ধুনীয়াকৈ চাগে প্ৰকাশিত নহ'ল হৈ । তৰুণ দাৰ সংগীতৰ বাবে সকলোৱে এটা like
@siddharthapratimkausik5222
@siddharthapratimkausik5222 2 года назад
"ফুলবাই"... আজিৰ দিনত বৰ প্ৰাসংগিক। ইমান কম শব্দৰ ভিতৰত আবেগবোৰ ফুতাই তুলিছে আৰু লগতে সুন্দৰ composition and singing.
@bhaskarneelmusical
@bhaskarneelmusical 2 года назад
😢😥 ভগৱানে কুশলে ৰাখক আপোনালোকক শোনিত দা, নীল দা, তৰুণ দা..অলেষ অযুত মৰম😘💝💝
@devmahanta198
@devmahanta198 2 года назад
❤️
@koushikbora4452
@koushikbora4452 2 года назад
Sunit da কথা বহুত বহুত বেছি ধুনীয়া । এটা এটা শব্দ উপলব্ধি কৰিছো । নীল দা, তৰুণ দা সুন্দৰ ❤️
@user-si2xw9cm2z
@user-si2xw9cm2z 2 года назад
অতীত হৈ যোৱা আমাৰ গ্ৰাম্য জীৱনৰ ছৱি সুন্দৰকৈ প্ৰতিফলিত হৈছে,গীতিকাৰ,সুৰকাৰ আৰু গায়ক সকলোলৈকে আন্তৰিক আভিনন্দন॥
@sunitgogoicreation
@sunitgogoicreation 2 года назад
অশেষ ধন্যবাদ !
@bedabikashsaikiamusical5625
@bedabikashsaikiamusical5625 2 года назад
যিসকলে হৃদয়ৰ পৰা সংগীত ভাল পাই সেইসকলেহে বুজে অসমীয়া সংগীত জগতত এনেকুৱা গানৰ কিমান প্ৰয়োজন।। বহুদিন ধৰি এনেকুৱা গান নাপালে বহুত অভাৱ অনুভৱ হয়❤🌺We really thankfull to Whole team Of 'Fulobaai'
@jatinlahan5095
@jatinlahan5095 2 года назад
শোণিত ককাইদেউৰ কলমেৰে নিগৰা শব্দ বোৰত একো একোটা কাহিনী সোমাই থাকে ৷ আমি ধন্য আপোনাৰ দৰে এজন গীতিকাৰ পাই ৷ নীল দাৰ কণ্ঠ আৰু তৰুণ দাৰ সংগীত ব্যৱস্থাপনাই গীতটোক অনন্য মাত্ৰা দিছে ৷ আটাইলৈ বহুত মৰম আৰু শুভেচ্ছা.....❤️❤️❤️
@GM_All-user-vs9bu7oo1r
@GM_All-user-vs9bu7oo1r 2 года назад
এনেকুৱা লাগিছে যেন গীতটো আৰু দীঘল হোৱা হলে!হেপাঁহ পলোৱা নাই মোৰ৷বহুত বহুত ভাল লাগিল❤️৷
@junmoni5395
@junmoni5395 2 года назад
No Words!!! Neel Akash da Tarun Tanmoy ❤❤❤❤❤
@pampydeka8880
@pampydeka8880 2 года назад
গানটোৰ কথা, সুৰ আৰু কন্ঠই হিয়া চুই গল 😍😍বহুত দিনৰ পিছত ইমান সুন্দৰ গান এটি শুনিবলৈ পাই বহুত ভাল লাগিল । গানটোৰ লগত জড়িত সকলোকে বহুত মৰম আৰু শুভেচ্ছা জনালো । আশা কৰো আগলৈ শোণিত ককাইদেউৰ এনেকুৱা সুন্দৰ সুন্দৰ গান অসমবাসী ৰাইজক উপহাৰ দিব।
@DIPUDARSHANMUSICAL
@DIPUDARSHANMUSICAL 2 года назад
শোণিত ককাইদেউ কথা সুৰ নীল ককাই কন্ঠ তৰুণ ককাই সংগীত বহুত ভাল লাগিল ❤️❤️ কি কথা সুৰ লিখিছে অ ককাই মন প্ৰাণ চুই গৈছে ❤️
@rupamhazarika5780
@rupamhazarika5780 2 года назад
🔥🔥
@bedantaaxom324
@bedantaaxom324 2 года назад
ফুলবাই এটা গানেই নহয় , ই এটা জীয়া কাহিনী । গানটোৰ কথা , সুৰ , পৰিচালনা , সংগীত , নীল দাৰ সুমধুৰ কণ্ঠৰ লগতে Background ত তৰুণ তন্ময় দাৰ Humming ইমানেই ভাল হৈছে যে ভাষাৰে বুজাব নোৱাৰি । আগলৈও এনেকুৱা গান কিছুমান আপোনালোকৰ পৰা আশা কৰো .......❤️❤️🥀
@bibulboran8616
@bibulboran8616 2 года назад
অতি সুন্দৰ ,হৃদয় চুই যোৱাৰ গীত, শুৱলা কন্ঠৰ ভাল লাগিল, এনেদৰে আৰু গীত উপহাৰ দি জাব, বহুত বহুত আশীৰ্বাদ থাকিল 🙏🙏🙏
@pompikitchen1706
@pompikitchen1706 2 года назад
গীতটো শুনি আবেগিক হৈ পৰিলোঁ। One of the best song in this year , চহা অসমীয়া সমাজখনৰ এটা বাস্তৱিক ৰূপৰ বৰ্ণনা ভাল লাগিল শুনি, যান্ত্ৰিকতাৰ যুগত আগৰ মৰম চেনেহ বোৰ হেৰাই যাবলৈ ধৰিছে , বৰ্তমান এনে গীত শুনিবলৈ পোৱা টো দূৰ্লভ। নীল দা ৰ কণ্ঠ আচৰিত বহুত ভাল লাগিল ❤️ কথা সুৰ শব্দৰ গাঁথনি বহুত সুন্দৰ ধন্যবাদ সুনীত ককাইদেউ এনেকুৱা এটা গীত আমাক উপহাৰ দিয়া বাবে। ❤️
@sunitgogoicreation
@sunitgogoicreation 2 года назад
এনে মন্তব্যই সাহস দিয়ে ! ধন্যবাদ !!
@pompikitchen1706
@pompikitchen1706 2 года назад
@@sunitgogoicreation wlcm
@satyabarman9891
@satyabarman9891 Год назад
@@sunitgogoicreation aito apuni nije likha gaaan nhy blegr pora loise
@SantoshMohanPhukan
@SantoshMohanPhukan 2 года назад
প্ৰতিখন গাৱতে ফুলবাইৰ দৰে এগৰাকী ব্যক্তি থাকেই, যাৰ থাকে গাৱৰ মানুহবোৰৰ প্ৰতি নিস্বাৰ্থ ভাল পোৱা, গাৱৰ প্ৰতিটো শিশুক নিজৰ শিশু বুলি অনুভৱ কৰাৰ সামৰ্থ্য কেৱল ফুলবাইৰ থাকে! কৃটিমতাই স্পৰ্শ কৰা গাওঁবোৰত ফুলবাইৰ মৰমবোৰ সদায় অকৃটিম হৈ থাকে! শোনিত গগৈ, তৰুণ তন্ময় আৰু নীল আকাশৰ এক অভূতপূৰ্ব যুগলবন্দী এই গানটো!। ফুলবাইক সকলোৱে আদৰি লওঁক!! প্ৰতিখন গাৱৰ প্ৰতিজনী ফুলবাই ভালে থাকক!। ❤
@santanuborah4122
@santanuborah4122 2 года назад
নষ্টালজিয়াৰ বেটুপাতত গাঁৱৰ প্ৰকৃত কাহিনী ৰ জীৱন্ত দলিল , #ফুলবাই গীত...👍👍
@dhuliaabhijeetmusical5398
@dhuliaabhijeetmusical5398 2 года назад
স্মৃতিৰ পাতত জিলিকি উঠিল কিছু হেৰাই যোৱা ছবি❣️❣️❣️উফ কি সুন্দৰ।।
@pompibhuyan9110
@pompibhuyan9110 2 года назад
নীল দাৰ কণ্ঠত গানটো আৰু প্ৰাণ পাইছে। খুব সুন্দৰ বহু বাৰ শুণিলো।আৰু শোণিত দা আপুনি বাস্তৱ কাহিনীৰে লিখা গানটো খুব সুন্দৰ,বুকুখন বিষাই গʼল গানটো শুণি।আহ্ কি সুন্দৰ
@mayurisaikia8170
@mayurisaikia8170 2 года назад
কবলৈ ভাষা নাই 😭❤️ emotional হৈ গলোঁ .....❤️❤️❤️❤️🌸
@phukan8976
@phukan8976 Год назад
Hii
@gojensaikia762
@gojensaikia762 2 года назад
আঃ,,,,কিযে সুন্দৰ,,,,এৰি অহা আপোন গাঁওখনিলৈ বৰ মনত পৰিছে,,,,,,জীয়া স্মৃতি বোৰে অগাদেৱা কৰিছে,,,,,😭😭
@jyotikagogoi901
@jyotikagogoi901 2 года назад
হৃদয়স্পৰ্শী কথা😍সুৰৰ কথানো কি কম নীলদাৰ কণ্ঠত যাদু আছে😘🌼সমাজত চলি থকা কথাবোৰেই গানটোত গোৱা হৈছে 😊✨
@jyotisaikia80
@jyotisaikia80 2 года назад
সঁচাই বহুত বহুত বহুত বেচি ভাল লাগিল।।। শোণিত দাৰ কথা আৰু নীল দাৰ কণ্ঠ বহুত বেছি ভাল ।। কি কম কব ভাষা নাই ।।। সচাই গান টো বাস্তৱৰ লগত মিলি গৈছে। ।।। গান টোৰ লগত জড়িত সকলো লৈকে বহুত ধন্যবাদ ইমান ভাল এটা গান উপহাৰ দিয়াৰ বাবে।.।।আগলৈ আৰু এনেকুৱা গান শুনিব পাম বুলি আশা থাকিল ।
@hirokjyotisaikia6419
@hirokjyotisaikia6419 2 года назад
সঁচা কাহিনী সুৰেৰে প্ৰকাশ... বাস্তৱ প্ৰতিচ্ছবিক সাদৰেৰে আদৰি বহুত মৰম ❤️
@niyarbikashmusicals2750
@niyarbikashmusicals2750 2 года назад
Ati xunda ❤️👍
@sewalidutta8499
@sewalidutta8499 2 года назад
ক'বলৈ ভাষা নাই,,, বহুত সুন্দৰ, সচাঁকৈ বৰ্তমান সময়ত মানুহবোৰৰ মাজত আগৰ সেই মৰমবোৰ, সম্পৰ্কবোৰ নোহোৱা হৈ গৈছে,সকলো নিজক লৈ ব্যস্ত, গীতটিত তাকেই প্ৰতিফলিত হৈছে,,, গীতটিৰ মাজেৰেই পুৰণি সময়ছোৱা উপলব্ধি কৰিছো,,, ধন্যবাদ
@devajitgogoi1o1
@devajitgogoi1o1 2 года назад
হৃদয়স্পৰ্শী 🥺❤️ ফুলবাই ৰ বাবে বহুত ধন্যবাদ 🫂
@buddies644
@buddies644 2 года назад
নীল দা আপুনিও মোৰ বাবে জুবিন দাৰ দৰে ভগৱান ❤🙏🥰আপুনিও জুবিন দাৰ দৰে প্ৰিয় হৈ গল 🥰🥰মোৰ বাবে মোৰ মনত বাস কৰা মানুহ এজন আপুনিও ❤❤জুবিন দাৰ দৰে🥰
@Thagit1
@Thagit1 2 года назад
দদাইদেউ অতি উত্তম সৃষ্টি।। চকু চলচলীয়া হৈ গ'ল 😭😥💙💙
@bishalgogoi1644
@bishalgogoi1644 2 года назад
বহুত সুন্দৰ হৈছে 🖤🙌 গাঁৱৰ এটি সাধাৰণ পৰিৱেশৰ বৰ্ণনা ।।আৰু বাইদেৱৰ মৰম 🖤
@BabonBornilofficial
@BabonBornilofficial 2 года назад
This is ❤️❤️❤️
@gitikadas9636
@gitikadas9636 2 года назад
বহুত পুৰণি অৰ্থ সোমাই থকা গীত, মনটোক ভিতৰৰ পৰা চুই গ'ল আৰু ভাল ভাল গীত গাই যোৱা , তাকেই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ দাদা
@sanjeevkumarmahanta7084
@sanjeevkumarmahanta7084 2 года назад
খুব সুন্দৰ ...শোণিত গগৈ আৰু নীল আকাশ আপোনালোক দুয়োজনকে ধন্যবাদ দেই বৰ ধুনীয়া গীত এটা উপহাৰ দিলে
@dhirj8475
@dhirj8475 2 года назад
It brings back the 𝗚(𝗢𝗟𝗗) memories of our village in front of us. Just close your eyes and sit back for the flashbacks. A well written and sung heart touching song. ❤️ Don't wanna be cringe but leaving this comment for future so that I get this song notification if someone likes it and for sure it will be more than diamond if I found it someday 5 years from now. 𝗔 𝗣𝗨𝗥𝗘 𝗕𝗟𝗜𝗦𝗦 ✌🏻✨
@NEELAKASHDAS
@NEELAKASHDAS 2 года назад
Thanks a lot!
@dhirj8475
@dhirj8475 2 года назад
You are awesome @@NEELAKASHDAS daa ❤️✨
@sunitgogoicreation
@sunitgogoicreation 2 года назад
Tons of thanks to you ! 😍😍😍
@xza7303
@xza7303 2 года назад
@@NEELAKASHDAS love you neel da
@user-nt4np4zj9g
@user-nt4np4zj9g 2 года назад
I also agree with you
@anuragborahofficial5572
@anuragborahofficial5572 2 года назад
Ei gaan2 tarun daar voice ot aru besi vaal lagil heten.... Feel korisuu
@dharanikalita2000
@dharanikalita2000 2 года назад
Neel da fvrt
@shasangkabarman9427
@shasangkabarman9427 2 года назад
Only neel daa ❤️❤️❤️❤️❤️❤️
@bhaskargogoi9276
@bhaskargogoi9276 2 года назад
Nai neel nhy besi suit kribo only tarun tanmay kanthat, he is so melodious singer ever
@bandanadevi5029
@bandanadevi5029 2 года назад
Wow Neel da eman val lagise ktha hur ru apunar voice direct heart touch kre ..... Very nice❤❤❤❤❤
@manabv2312
@manabv2312 2 года назад
বহুত দিনৰ পাছত ভাল গান এটা শুনিবলৈ পালোঁ ।। ধন্যবাদ ককাইদেউ আৰু Team ।।। 😍
@toolookhringpu441
@toolookhringpu441 2 года назад
আবেগিক হৈ পৰিলোঁ। ধন্যবাদ তৰুণ তনময় দা আৰু নীল দা
@AbhinavGeetMusical
@AbhinavGeetMusical 2 года назад
Hosai mon sui gol kokaideo..apunr likhoni hosai ki kom, taate Neel daar voice & Tarun r music..waaaooo waaaooo
@bituldowarah6336
@bituldowarah6336 2 года назад
আমাৰ প্ৰত্যেকৰে জীৱনত এনে এগৰাকী ফুলবাই থাকেই,যিয়ে সকলোকে মৰমৰ দুলেৰে বান্ধি ৰাখে,এটি জীয়া কাহিনী,মন পৰশা,সঁচাই শোণিত দা আৰু নীল দা য়ে এই কথা উপলব্ধি কৰালে গীতটোৰ জৰিয়তে ,ধন্যবাদ দুয়োলৈ।।।।।।।
@sunitgogoicreation
@sunitgogoicreation Год назад
মন্তব্যই সাহসী কৰিলে !😊
@bishuaxom4220
@bishuaxom4220 2 года назад
সুন্দৰ 🔥🔥🔥 বহুদিনৰ মূৰত এনেকুৱা হৃদয়স্পর্শী গীত শুনিলে🙏🙏🙏
@ridipraagsaikia8148
@ridipraagsaikia8148 2 года назад
সঁচাই এটি অতি সুন্দৰ তথা নিভাজ কেঁচা মাটিৰ গোন্ধ আৰু হুৱাদ দিয়া অতি মিঠা গীত।।। নষ্টাল জিক হৈ পৰিলোঁ।।। আগৰ দিন বোৰ লৈ ঘূৰি গলোঁ।।। thnx to SUNIT GOGOI AND NEEL AKASH and whole entire team 👍🙏
@sunitgogoicreation
@sunitgogoicreation 2 года назад
🙏❤️🙏
@bihuwan47
@bihuwan47 2 года назад
Neel da আপুনি মহান ।নীল দা আপোনাৰ কন্ঠত যি গানেই নহওক ইমান সুন্দৰ হয় , কবলৈ ভাষা নাথাকে নীল দা । আপুনি আৰু বহু আগলৈ আগুৱাই যাব , আপুনি যেন সদায় অসমবাসীক আপোনাৰ সাৱলীল কণ্ঠৰে আৰু বহুত আগলৈ লৈ যায় ।জয় নীল দাৰ❤️❤️,শোণিত গগৈ লিখনি 🔥🔥
@shasangkabarman9427
@shasangkabarman9427 2 года назад
Umm really
@pkproduct6092
@pkproduct6092 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-SttaSm1bES8.html
@pankajdas9670
@pankajdas9670 2 года назад
Soku pani ulai gol pai...gaiei dilu sai sai...mojja...hats off neel and team...keep it up...and my heartiest best wishes to the entire team
@jitulkalita4864
@jitulkalita4864 2 года назад
নীলদা আপোনাৰ কন্ঠ যি গীত গোৱা সেই গীততে হৃদয় মন চুই যায় , কিন্তু বিশেষ কৈ এই গীতটো গাওঁৰ পৰিবেশৰ চুটি কাহিনী আকাৰ ফুটাই তুলিছে , বহুত ভাল লাগিছে গীত টি , এনেকুৱা গীত আকৌ শুনিব পাম বুলি আশা কৰিলো ,
@pranabvlogs90
@pranabvlogs90 2 года назад
Waooooo চকু হাল মুদি কাণত হেডফুন লগাই শুনি কি যে মজা লাগিছে । 4 বাৰ একেলগে শুনিছোঁ । মন ভাল লগাই দিলে দেই নীল দা ❤️❤️
@gitishmitahaloigitishmita1923
@gitishmitahaloigitishmita1923 2 года назад
I am speechless ❤️... হৃদয় চুই যোৱা এটি গীত ❤️
@mrinalmixvlogs7023
@mrinalmixvlogs7023 2 года назад
Ako aji xunilo 2br ....ako thnks to sunit daa ❤️❤️❤️❤️❤️❤️❤️ Neel daa ❤️❤️❤️❤️❤️ tarun daa ❤️❤️❤️❤️❤️❤️❤️......everything is 🔥🔥🔥🔥🔥.I want like this song once again..
@dhrubajyotideka4249
@dhrubajyotideka4249 2 года назад
অতিকৈ সুন্দৰ ❤। মন পৰষা, হৃদয় চুই যোৱা গীত ❤।নীল দা, শোণিত দা আৰু তৰুণ তন্ময় দা ❤
@binoyhandique6359
@binoyhandique6359 2 года назад
ইমান সুন্দৰ গীত.. ল'ৰালি কালৰ সকলো কথা মনত পৰি গৈছে.. বিশেষকৈ.. (বাহঁৰ চোঁচে চোঁচা কেঁচা আম খোৱা).... শোণিত ককাই আপোনাক বহুত ধন্যবাদ.. এটি সুন্দৰ গীত আমাক উপহাৰ দিয়া বাবে.. ❤ ফুলবাই❤
@keshabdas1176
@keshabdas1176 2 года назад
ganto suni mor antor atma sui goise ..ttank's Neel Da Wish u All The Best..
@user-ih3xh1zl2y
@user-ih3xh1zl2y 2 года назад
ইমান ধুনীয়া গানটো , বহুত দেৰিকৈ শুনিলো ৷ নষ্টালজিক অনুভৱ ৷ নিৰ্মম বাস্তৱ সমাজৰ প্ৰতিচ্ছবি প্ৰকাশ পাইছে গানটোত ৷ ভাল লাগিল ৷
@angshumoniborah2478
@angshumoniborah2478 2 года назад
গীতটিৰ কথাৰ মাজত এখন জীয়া ছবি আমাৰ শৈশৱ কৈশোৰ যৌৱন সাক্ষী আছে, গীতটিৰ জীয়া ছবিখন চকুৰ সমুখত ইমান সুন্দৰকৈ তুলি ধৰিছে ধন কা কি কম! বৰ সুন্দৰ।
@sunitgogoicreation
@sunitgogoicreation 2 года назад
ধন্যবাদ ভনী ! বহুত বহুত মৰম !!
@gearshifterhrishi
@gearshifterhrishi 2 года назад
ইমান সুন্দৰ কথা ❤️ চকু মুদি গীতটো শুনিলে গাঁওখন মনলৈ আহে 😊 আগলৈও এনে গীত আহিব বুলি আশা থাকিল ।।
@sunitgogoicreation
@sunitgogoicreation 2 года назад
চেষ্টা কৰি যাম !😊
@apurbajyotimohanofficial2548
@apurbajyotimohanofficial2548 2 года назад
শব্দৰগাঁথনি, সুৰ,কন্ঠ,সংগীত সকলোফালৰ পৰাই অতি সুন্দৰ, বহুবাৰ শুনিলোঁ । গীতটিৰ লগত জড়িত সকলোলৈকে হিঁয়াভৰা শুভেচ্ছা💐
@Leo-xr2et
@Leo-xr2et 2 года назад
সংগীত সূৰ্য B-top
@islandmajuli9413
@islandmajuli9413 2 года назад
গীত সৰল শব্দৰ বান্ধোন ....সৰল সুৰ , এটি সৰল music..... এতিয়া মনত গুণাগুণ চলি আছে
@hengulia3203
@hengulia3203 2 года назад
নীল ককাইদেউ কি কম শুনিলে শুনিয়ে থাকিব মন গৈছে। এইবাৰ ফুলবাই হিট মানে।
@PRIYA_BISWAS97
@PRIYA_BISWAS97 Год назад
Eman hundor geet.. eman hundor likhoni.. ajir ai generation ot pua to kothin hoi porise.. Kintu Sunit Dadar likhonit ajiu eman dhuniya kichu geet huniboloi pau ami. 👏👏❤❤❤️🎉
@bikashsaikiaa
@bikashsaikiaa 2 года назад
বহুত বেছি ধুনীয়া হৈছে বৰ ধুনীয়া কৈ গাইছে নীল দাই । ইমান সুন্দৰ গান । গীতটিৰ লগত জৰিত সকলোলৈ বহুত বহুত শুভেচ্ছা । আশা কৰোঁ সুনিত দা এনেকুৱা গান অসমৰ ৰাইজক উপহাৰ দি থাকিব । আৰু তৰুণ দাৰ কণ্ঠটো ভাল লাগিব গীত টো ।
@madhulekhalahan7295
@madhulekhalahan7295 2 года назад
Kimaan je dhuniya hoise nohoi .. Neel Akash 👌👌biraat bhaal laagil
@stickup3820
@stickup3820 2 года назад
কি কম ভাষা নাই ক'বলৈ, উফফ শুনিয়েই থাকিবৰ মন। ইমান সুন্দৰ গীত আগবঢ়োৱা কাৰণে দলৰ সকলো লৈ ধন্যবাদ 🙏🙏🙏
@HrishuKakati-Speedcuber
@HrishuKakati-Speedcuber 2 года назад
সঁচায়ে এটা ভাল গান। মন চুই যোৱা গান। এই গানটো আমি সেইখিনি মানুহে বেছি অনুভৱ কৰিব পাৰিছোঁ যিখিনি মানুহে পুৰণা খিনি দেখি ডাঙৰ হলো আৰু ৯০ ৰ দশক ৰ পৰা আমাৰ অসমৰ সমাজ খনৰ পৰিৱৰ্তন খিনিও দেখিছোঁ ।
@ankurkashyapSaikiaofficial
@ankurkashyapSaikiaofficial 2 года назад
সুন্দৰ গীত, কবলৈ ভাষা নাই❤️শোণিত ককাইদেউ ❤️❤️❤️
@ritupornaborgohain3222
@ritupornaborgohain3222 2 года назад
ধন তোৰ গীতৰ কথাৰ মই আজীৱন অনুৰাগী, সেইয়া অৱশ্যে তই ভালকৈয়ে জান । সময়ৰ সোঁতত বিভিন্ন গীত লিখিলেও তোৰ স্বকীয়তা কেতিয়াও নেহেৰাই, এইয়া তোৰ ওপৰত মোৰ অগাধ বিশ্বাস । তোৰ প্ৰাণৰ কলমটোৱে নিভাঁজ গীতৰ সৃষ্টিত সদায় তোৰ লগৰী হৈ থাকক । বৰ ভাল লাগিল । তৰুণ লক্ষচ্যুত নহবি, তই ভাল কাম কৰি আছ আৰু কৰি থাকিবি ।
@amitnath7516
@amitnath7516 2 года назад
কি ক'ম... এটি ধুনীয়া অনুভূতি কথা আৰু সুৰ ধুনীয়া সংগীতে আৰু কণ্ঠই জীপাল কৰিলে ❤️
@jankhanikar4230
@jankhanikar4230 2 года назад
এনেদৰে গোটেই জীৱন সৃষ্টি হয় ।গীতটো মাজত মই এখন‌ নতুন পৃথিৱীৰ সন্ধান পাইছো।
@pinkubarman8552
@pinkubarman8552 2 года назад
শোণিত দা হয়তো আৰু বহু বছৰ অপেক্ষা কৰিব লাগিব এনেকুৱা এটি গীত শুনিবলৈ। নীল দা, তৰুণ দা আটায়ে মিলি এটি চিৰযুগমীয়া গীত উপহাৰ দিলে আপোনালোকে। ভাল গীত সদায়ে থাকিব আৰু চিৰদিনলৈ এই গীতটো বাজি থাকিব। এতিয়ালৈকে মই এই গীতটো ১০০বাৰতকৈও বেছিকৈ শুনিছোঁ।
@njkvideos3258
@njkvideos3258 2 года назад
😔😔😔 গীতটি দ্ধাৰা কোনোৱা কোনত ল'ৰালী বিছাৰি পাইছো , ভাল লাগিল শুনি মৰম ❤️❤️❤️
@prahladgogoi5414
@prahladgogoi5414 2 года назад
মৰম,চেনেহ,অনুশাসন আজিকালি বোৱতি সু্৺তিত উটি ভাহি গ'ল।সময়োপযোগি শব্দশৈলী, গীতিকাৰলৈ শুভেচ্ছা থাকিল ।
@environmentalwildlife2609
@environmentalwildlife2609 2 года назад
অসমীয়া গানবোৰ বিকৃত হৈ থকাৰ সময়তে এটা অতি সুন্দৰ গান উপহাৰ দিলে৷ হৃদয় পৰশা আৰু Nostalogic great song of this time .
@kashyapprotimgogoi2447
@kashyapprotimgogoi2447 2 года назад
Neel daa r maat tarun daar humming uff ❤ Sunit da fulbai a jor pora a hunise bor val paise deok ❤
@mmsaikiavlogs4968
@mmsaikiavlogs4968 2 года назад
Fulobai dhukale
@aditisaikia1265
@aditisaikia1265 2 года назад
ইয়াতকৈ ভাল আৰু কি হ'ব পাৰে !! অন্তৰ চুই গ'ল।গানটোৰ লগে লগে মনত ছবিখন ভাঁহি আহিছে ।
@lakhyajyotigogoi5082
@lakhyajyotigogoi5082 2 года назад
শোণিত ককাইদেউ লিখনিৰে নীল ককাইদেউৰ কণ্ঠত ফুলবাই উফ❤️❤️❤️😍😍😍
@sikhamonideka3128
@sikhamonideka3128 2 года назад
প্ৰিয় ব্যক্তিবোৰে কৰা সকলো‌ কথা সকলো কামেই আমাৰ কাৰণে বহুত কিবাকিবি 👍 প্ৰত্যেকটো গীতেই আমাক নতুনত্ব দি যায় এওঁলোকে,,,, খুব সুন্দৰ মনোভাৱ ,সুন্দৰ কথা, সুৰ -কণ্ঠ💕❤️💚💕আটাইলৈ মৰম ভালপোৱা যাছিলোঁ ।
@sunitgogoicreation
@sunitgogoicreation 2 года назад
অশেষ ধন্যবাদ !
@dipshikhaborah5345
@dipshikhaborah5345 2 года назад
উফঃ ইমান সুন্দৰ কথা,সুৰ আৰু কন্ঠ😍কʼবলৈ ভাষা নাই..বহুত দিনৰ পাছত এনে এটি সুন্দৰ গীত শুনিবলৈ পাই অতিকৈ আনন্দিত😍😍 বহুত বহুত ধন্যবাদ ইমান এটি সুন্দৰ গীত আমালৈ আগবঢ়াই দিয়াৰ বাবে❤️❤️❤️❤️
@shubhangshusauravofficial5153
@shubhangshusauravofficial5153 2 года назад
হৃদয় জুৰ পৰি গ'ল সঁচাকৈ।অশেষ ধন্যবাদ শোণিত দা ইমান এটি সুন্দৰ গীত শাৰদীয় বতৰত ৰাইজক উপহাৰ দিয়া বাবে।আপোনাৰ কলমত সঁচাকৈ যাদু আছে।
@binikshagogoi721
@binikshagogoi721 2 года назад
গান টো বহুত ভাল লাগিল শুনি , গাৱলিয়া কথা বোৰ শুনি বেছি ভাল লাগিছে. ❤️❤️
@ruhaan5995
@ruhaan5995 2 года назад
ঘৰমুৱা চৰাইবোৰ নিজৰ বাহলৈ উভতি অহা সময়ত বাৰাণ্ডাত বহি দূৰৰ আকাশখন চাই চাই আপোন বিভোৰ হোৱা এটি সুন্দৰ গীত... শুভেচ্ছা জনালোঁ দলতোক💐
@dhantidasofficial6252
@dhantidasofficial6252 2 года назад
Bht vl lgise sunit da❤️
@sunitgogoicreation
@sunitgogoicreation 2 года назад
ধন্যবাদ !
@deepriyangogoi5593
@deepriyangogoi5593 2 года назад
কি কম ভাষা নাই 😍😍 নীল দা গান কেতিয়াও বেয়া হব নোৱাৰে..নীলদা সদাই নতুন নতুন গান সুনিবলে ৰখি থাকো ❤❤ love you neel da 😘😘 নীলদাক ভাল পোৱা সকলে এটা এটা..লাইক কৰি জোৱা Love form Golaghat 👍
@mbzentertainment5223
@mbzentertainment5223 2 года назад
কথাখিনিৰ কথা কি কম !!ভাষা নাই। আৰু চাগে এনেকুৱা এটা গীত দ্বিতীয়তে কোনোদিন শুনিবলৈ নাপাম। চকু সেমেকি গল। গাঁওৰ সৰুকালৰ কথাবোৰ সোঁৱৰাই দিলে।
@dhankakati8632
@dhankakati8632 2 года назад
অতীত কেতিয়াও অতীত হৈ নপৰে.... বৰ্তমানতো প্ৰভাৱ পৰে....🙏
@dhirajdeka8748
@dhirajdeka8748 2 года назад
সচাকে মুগ্ধ গীতটি শুনি আৰু আবেগিক হৈ পৰিলো 🥺❤️
@jogeshgogoi8689
@jogeshgogoi8689 2 года назад
ফুলবাই চৰিত্ৰ টি ইমান ধুনীয়া কৈ গীতটিৰ জৰিয়তে উপস্থাপন কৰিছে,,,, সচাকৈ মন চুই গৈছে ❤❤❤❤
@archita4172
@archita4172 2 года назад
Outstanding song Neel Akash daa and whole team 😍😍😍😍
@lifeisadrama5044
@lifeisadrama5044 2 года назад
Wonderful no word to say... Nostalgic.... Phulla bai.. Superb... 5/5
@bijitborpatra3670
@bijitborpatra3670 2 года назад
Sunit kokaideur Likhoni tate akou Neel Daar Voice ufff ❤️💥💥💥 - Bijit Borpatra
@manasd249
@manasd249 2 года назад
অৰ্থপূৰ্ণ গীত সমাজৰ বাবে ❤️ ।
@bidyutbikashgogoi5722
@bidyutbikashgogoi5722 2 года назад
মন শাঁত পেলাই দিয়া গীত ❤️🌻
@tonmoyeelikhok9684
@tonmoyeelikhok9684 2 года назад
হৃদয় চুই গ'ল গীতটোৱে ♥️♥️ ইমান সুন্দৰ যে প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ ♥️♥️♥️
@angshumankalita
@angshumankalita 2 года назад
অন্তৰ চুই গল🙏🙏🙏♥️♥️♥️
@pujaboruah4744
@pujaboruah4744 2 года назад
জীৱনত বহুত গান শুনিলো কিন্ত এইতো গানে মনতো ভাল লাগি গল।।সকলোবোৰ ভাল।কিন্ত সংগীতে মাতোৱে নিজানত শুনিলে কন্দোৱাই পেলাইছে 😭😭😭
@debasishpuja7601
@debasishpuja7601 2 года назад
কি কম মানে ....... ভাষা নাই ..... ❤ অপূর্ব
@bhargabsaikia6357
@bhargabsaikia6357 2 года назад
যেন কাহিনী এটা চাই আছো ঠিক তেনেকুৱা লাগিল,,,, সুন্দৰ শব্দ মিশ্ৰন,,, নীল দা আপোনাৰ পৰা সদায় এনেকুৱা গীত আশা কৰিম♥️♥️♥️
@trishnaborgohain9128
@trishnaborgohain9128 2 года назад
মন ভৰি যোৱা এটি নিভাঁজ অসমীয়া গীত❤️❤️
@hansmrinmoy
@hansmrinmoy 2 года назад
ধূনীয়া কৈ আপোনালোকে গানটো বনালে শুনি ভাল লাগিল। আৰু এনেকোৱা ধৰনৰ গান আগলৈ শুনিবলৈ পাম বুলি আশা কৰিলো।
@sunitgogoicreation
@sunitgogoicreation 2 года назад
চেষ্টা কৰি যাম !😊
@theindianswingtrader7480
@theindianswingtrader7480 2 года назад
শোণিত গগৈ,তৰুণ তন্ময়,নীল আকাশ তিনিওৰে পৰা আমি আগলৈ একেলগে নতুন নতুন গীত বিচাৰোঁ .....ফুলবাই❤️
@antibiotic7801
@antibiotic7801 2 года назад
বহুত সুন্দৰ গীত এটি লিখি পেলালে ককাই। প্ৰতিটো শব্দই কৈ গৈছে আমাৰ দৰে গাঁৱলীয়াবোৰৰ কথা । সমজুৱা কামৰ সুখানুভূতি পোৱা যায় আমাৰ দৰে গাঁৱলীয়াবোৰৰ বাঁহতলৰ ভেটিটোত সঁজা ঘৰবোৰত। গাঁৱলীয়া জীৱনৰ সহজ সৰল আত্মীয়তাখিনি ফুলবাইৰ জৰিয়তে বৰ সুন্দৰকৈ প্ৰকাশি গ'ল। ভাল লাগিল বহুত। 💐💐👌👌গগৈ(শিৱসাগৰ)
@ankur_jyoti_bora3231
@ankur_jyoti_bora3231 2 года назад
বহুত ভাল লাগিল সুনি গানটো 😍😍😍😍😍😍😍 নীল আকাশ দাৰ কাৰণে লাইক এটা কৰি দিব 👇👇👇👇👇 👍👍👍👍👍
Далее
A Minecraft Movie | Teaser
01:20
Просмотров 25 млн
ВОТ ЧТО МЫ КУПИЛИ НА ALIEXPRESS
11:28
Просмотров 604 тыс.
Cristiano Ronaldo Surpassed Me! #shorts
00:17
Просмотров 13 млн
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Просмотров 942 тыс.
Bhagawanta Kot
9:50
Просмотров 1,4 млн
NOJONAKE NUBUJAKE | NEEL AKASH |  OFFICIAL VIDEO
4:57
A Minecraft Movie | Teaser
01:20
Просмотров 25 млн