Тёмный

Bhagawat Path Live From Doomnapara (Goalpara). 

Riju Pathak.
Подписаться 66 тыс.
Просмотров 190 тыс.
50% 1

Опубликовано:

 

27 фев 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 369   
@gapaldas451
@gapaldas451 Год назад
Dandabad Prabhu Dandabad
@bhumitabora2496
@bhumitabora2496 Год назад
কৃষ্ণ কৃষ্ণ বাপ ইশ্বৰ আমাৰ সেৱাভাগি গ্ৰহণ কৰে যেন কৃষ্ণ
@abanikalitaentertainment5448
🙏🙏🙏
@manjurajkonwar2807
@manjurajkonwar2807 Год назад
হে মহন্ত গুৰুদেৱ আপোনাৰ চৰণ পঙ্কজ আমাৰ ভক্তি ভৰা সেৱা আগবঢ়ায়ছো । বহু দিনৰ মূৰত আপোনাৰ ভাগৱত পাঠ শুনি অতি আনন্দ লভিলো প্ৰভু প্ৰণাম ।🙏🙏 কৃষ্ণ
@bitulkonwar1099
@bitulkonwar1099 Год назад
আপোনাৰ পৰা বহুতো উপকাৰ সাধন হৈছে আৰু নজনা কথা বহুতো বুজি পাইছোঁ।আপোনাক শতকোটি প্ৰনাম প্ৰভুজনা🙏🙏🙏🙏
@gitikadowerahdutta6602
@gitikadowerahdutta6602 Год назад
Krishna Probhu..path xuni ati bhal lagil..🙏🏻🙏🏻🙏🏻
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 Год назад
Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏
@bhabeshbaruwah5845
@bhabeshbaruwah5845 Год назад
কৰুণা ময় ৰাম কৰুণা ময় কৰিয়ো কৃপা যেন উচিত হয় তুমি সে ৰাম কৃপা ৰসৰ নিধি তুমাৰ কৃপা বিনে নাহি কে সিদ্ধী সেৱা নিবেদিলো প্ৰভূ বহু দিনৰ বিৰতিত ভাগৱত ব্যাখ্যা শুনি ধন্য হলো ।মালা বৰুৱা ।
@elakonwar8765
@elakonwar8765 Год назад
সেরাহে ,,,,,জনা লো ,
@ranudas4561
@ranudas4561 Год назад
প্ৰভু আজি ভাগৱতৰ বাণী শ্ৰৱণ কৰি অতি ‌আনন্দিত হৈছো প্ৰভু 🙏🙏🙏
@bontiborah5014
@bontiborah5014 Год назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভু আপোনাৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা আগবঢ়ালো ।কৃষ্ণ কৃষ্ণ
@gitanjalipathak1375
@gitanjalipathak1375 Год назад
কৃষ্ণ কৃষ্ণ 🙏 প্ৰভু সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
@kushalchetia2670
@kushalchetia2670 Год назад
গোবিন্দ গোবিন্দ প্লভূঈশ্বৰ হেৱা জনালো ।আলোচনা শুনি কৃতাথ হলো ।
@kalpanasaikia4588
@kalpanasaikia4588 Год назад
পৰম পিতাৰ চৰণত ভক্তিভাৱেৰে কৌটি কৌটি সেৱা নিবেদন কৰিছোঁ কৃষ্ণ কৃষ্ণ প্ৰভু 👏👏👏👏
@sabitrimedhi6564
@sabitrimedhi6564 Год назад
কৃষ্ণ কৃষ্ণ ঈশ্বৰপিতা বহু দিনৰ অন্তত কৃষ্ণপ্ৰসাদ আনন্দচিত্তে অনুভৱ কৰিলো প্ৰভূ" সমস্তৰে কৃষ্ণামৃত শ্ৰৱণাৰ্থে আপোনাৰ শ্ৰীচৰণত সেৱা নিৱেদন কৰিলোঁ ৰাম কৃষ্ণ
@jharonachetia2767
@jharonachetia2767 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনালোঁ 🙏🙏🙏
@junumech7558
@junumech7558 Год назад
🪔👏👏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ চৰণ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ ‌🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ
@dipkalita8273
@dipkalita8273 Год назад
হে মহা প্ৰভু আপোনাৰ পদ্ম মুখহনতে কৃষ্ণ কথা শুনি বহুতো জ্ঞান লাভ কৰিলোঁ প্ৰভু আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@hiteswarsajati6167
@hiteswarsajati6167 7 месяцев назад
জয় গুৰু শঙ্কৰ সৰ্বগুনাকৰ জাক‌এৰি নাহিকে উপাম তোহাৰি চৰণে ৰেনুশতকৌটি বাৰেক কৰোহো প্ৰণাম,বাৰেক কৰোহো প্ৰণাম , বাৰেক কৰোহো প্ৰণাম। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম 🙏🙏🙏
@deepabora1865
@deepabora1865 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনা সেৱা জনাইছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻
@bhabanikhanikar8558
@bhabanikhanikar8558 Год назад
কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম গ্ৰহণ কৰিব, 🙏🙏🙏
@bhabitachoudhury5531
@bhabitachoudhury5531 Год назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণ শত সহস্ৰ প্ৰনাম
@himanibanikya8168
@himanibanikya8168 Год назад
শান্তি পালো বাপGodbless u
@renumalakar9046
@renumalakar9046 Год назад
ভাগৱত পাঠৰ ব্যাখ্যা শুনি খুবেই আনন্দিত হৈছো 😢😢😢😢😢😢
@jinuprovadas6006
@jinuprovadas6006 Год назад
হে মোৰ প্ৰভূ ঈশ্বৰ নিজৰ ঠাইৰ পৰা দেখা পাইও চাই চাই শুনি শুনি আন ন্দ্ৰ লভিছো । আৰুভক্তি ভৰা সেৱা ধৰিছো । কৃষ্ণ কৃষ্ণ প্ৰভূ ।
@raghunandanroy7788
@raghunandanroy7788 Год назад
হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে 🙏🙏🙏 মই আপোনাৰ পৰা বহুত জ্ঞান আহৰণ কৰিব পাৰি বহুত আনন্দ উপভোগ কৰিলো।
@ganeshvlogs7598
@ganeshvlogs7598 Год назад
কৃষ্ণ 🙏🙏🙏 অতি সুন্দৰ বাপ।। মই অভা জনে আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালো কৃষ্ণ 💞।।
@moonkumardas6611
@moonkumardas6611 Год назад
শ্ৰদ্ধাৰ বাপ 🙏 এটি অনুৰোধ ভাগৱত বা অন্য শাস্ত্ৰৰ পাঠ নতুনকৈ আৰম্ভ কৰিব নেকি। আপোনাৰ অপূৰ্ব কণ্ঠ আৰু বাখ্যা শুনি আল্পুত হওঁ।
@ronjitborah1997
@ronjitborah1997 5 месяцев назад
@anjalibaruah7669
@anjalibaruah7669 Год назад
কৃষ্ণ🙏🙏 শতকোটি প্ৰণাম কৃপালু বাপজনা🙏🙏🙏🙏 জয় গুৰু শংকৰ মাধৱ🙏🙏🙏🙏
@daduldas1643
@daduldas1643 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@nayanmonidas5812
@nayanmonidas5812 4 месяца назад
Krishna Krishna provu essor sewa grohon koribo Krishna Krishna
@nayanmonidas5812
@nayanmonidas5812 4 месяца назад
Provu essor Krishna Krishna bap jonor proti srdha nibediso
@nayanmonidas5812
@nayanmonidas5812 4 месяца назад
Bap aponar bhagwat path sraban krityon Kori bhut Ananda palo
@jayantachetia4488
@jayantachetia4488 Год назад
প্রডূ কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাৰ চৰণত সহস্ৱ প্রণাম আমাক ভক্তি জ্ঞান দিয়া বাবে আপোনাৰ বাখ্যা অতি শুদ্ধ আমাৰ সহমত এশ শতাংশ প্ৰভূয়ে দীর্ঘায়ো কৰে যেন সদায় ভক্তিৰ নিজৰাবোৱই কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম।
@rimaborah6457
@rimaborah6457 Год назад
কৃষ্ণ কৃষ্ণ আপোনাৰ আৰু সকলো ভকত বৈষ্ণৱৰ চৰনত শতকোটি সেৱা নিবেদিলো৷
@gitanjalipathak1375
@gitanjalipathak1375 Год назад
কৃষ্ণ প্ৰভু বাপ সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
@abanikalitaentertainment5448
Krishna Krishna bap eswar
@malashreebora492
@malashreebora492 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ মোৰ গুৰু দেৱ প্ৰণাম জনালোঁ
@pinkubaishya9780
@pinkubaishya9780 Год назад
কৃষ্ণ 🙏🏻 সেৱা গ্ৰহণ কৰিব 🙏🏻 কৃষ্ণ 🙏🏻 ৰাম কৃষ্ণ 🙏🏻
@gitalineog930
@gitalineog930 Год назад
Krishna pranam Prabhu 🙏🙏🙏
@nilimapathak4130
@nilimapathak4130 Год назад
Krishna pranam pravu 🙏🙏
@rumibasumatari1962
@rumibasumatari1962 Год назад
বৰ ভাল লাগিল আজি আপোনাৰ নিজৰ ঠাইৰ পৰা হৰিকথা শুনি 🙏🙏
@junadutta8438
@junadutta8438 Год назад
🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আমাৰ সেৱা ভাগি গ্ৰহণ কৰিব 🙏
@jinukakati1589
@jinukakati1589 Год назад
Krishan pravu Iswar 🙏🙏🙏🙏🙏
@irenicc223
@irenicc223 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ জনা🙏 আপোনাৰ ভাগৱত পাঠ শুনি বৰ ভাল পাওঁ প্ৰভু ইশ্বৰ 🙏
@user-xh5wm9qx5w
@user-xh5wm9qx5w 8 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🌹🕉️ নমোঃ ভাগৱতেই বশূদেবাই।🙏🙏
@jayasaharia5055
@jayasaharia5055 Год назад
বৈকুণ্ঠত উপবিষ্ট সমস্তলে ভক্তি ভৰা সেৱা জনালো । কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@promodborah3768
@promodborah3768 Месяц назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কৰিভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤❤❤❤❤❤
@sikhanath7198
@sikhanath7198 Год назад
মোৰ মানুহজনক ৰুগ মুক্ত কৰিব প্ৰভু ।🙏🙏🙏
@jayabhuyan640
@jayabhuyan640 Год назад
Ha prabhu kreepa karib 🙏🙏🙏
@pratibhapathak556
@pratibhapathak556 Год назад
Krishna pranam
@putulikalita2796
@putulikalita2796 Год назад
কৃষ্ণ কৃষ্ণ আপোনাৰ চৰণত শত কৌটি প্ৰানিপাত কৰিলোঁ ৰাম ৰাম 🙏🙏🙏🙏
@rekhamonideka9216
@rekhamonideka9216 Год назад
Gurudev apunar saranat pranaam janalu krishan
@bhaktirabha9649
@bhaktirabha9649 Год назад
কৃষ্ণ 🙏
@debendutta3945
@debendutta3945 Год назад
KRISHNA . Pronam probhu .
@jaibajrangbali9234
@jaibajrangbali9234 Год назад
Hare Krishna
@mantubora3924
@mantubora3924 Год назад
আমাৰ সেৱা জনাইছো ভগবানে কুশলে ৰাখক এইদৰে ভাগৱত কথা শুনাৰ সুভাগ্য হওক।
@MonishaChutia-zf4og
@MonishaChutia-zf4og Год назад
কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ
@prabantisaikia4353
@prabantisaikia4353 Год назад
Kriana krishna krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@brojengogoikrisnakrisna7975
Krishna Krishna bap hewa janalu
@pankajbora1978
@pankajbora1978 Год назад
Krishna pravu voktivora sewa nibedilu Krishna Suvoratri Krishna Krishna
@rinakalita927
@rinakalita927 9 дней назад
গুৰুদেৱ আপোনাক কৌটি কৌটি প্ৰণাম জনাইছোঁ ৷ আপোনাৰ তত্ত্বগধূৰ অমৃত ব্যাখ্যাই আমাক অজ্ঞানতা দূৰ কৰি জ্ঞানৰ পোহৰ পাবলৈ সক্ষম কৰিছে ৷
@nabajyotidas6117
@nabajyotidas6117 Год назад
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏
@minakshideka1470
@minakshideka1470 Год назад
Krishna krishna ram ram
@renumalakar9046
@renumalakar9046 4 месяца назад
বাপ , গুৰু জনাৰ লগতে ভক্ত প্ৰাণ ৰাইজলৈ শ্ৰদ্ধা ভক্তি, সেৱা নিবেদিছো ।অমৃতময় ভাগৱত পাঠৰ ব্যাখ্যা শুনি পৰিয়ালৰ আটায়ে পৰম আনন্দ লাভ কৰিবলৈ সক্ষম হ ও। লগতে ভগৱানৰ কৃপাত বাপ গুৰু জনাৰ দীৰ্ঘায়ু কামনা কৰিলো।শ্ৰুতা কামৰূপ (হাজোৰ পৰা)।
@rinachutia3723
@rinachutia3723 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ কৃষ্ণ ।
@jdtracks74
@jdtracks74 Год назад
Krishna bap kowati kowati pranam
@bhobaniborgohain1721
@bhobaniborgohain1721 Год назад
Krishna Krishna pravu Ishor pronam 🙏🙏🙏🙏
@user-xh5wm9qx5w
@user-xh5wm9qx5w 8 месяцев назад
❤🙏🌹🪔 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🕉️ নমোঃ ভাগৱতেই বশূদেবাই 🙏 কৃষ্ণ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ অধমে কৌতি কৌতি বাৰ সেৱা নিবেদিছু 🙏🌹❤ কৃষ্ণ প্ৰভু ঈশ্বৰ অধমে আপোনাৰ আশীৰ্বাদ বিছাৰি প্ৰাথনা কৰিছো। অহা আহিন মাহৰ ১১তৰিখে আমাৰ গৃহত এশাৰী পৰম মংগল নাম সেৱা আয়োজন কৰা হৈছে। আশীৰ্বাদ কৰিব প্ৰভু ঈশ্বৰ যাতে সেৱা ভাগ সুকলমে সম্পন্ন হৈ যায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏❤🌹🙏🙏🙏🙏🙏
@reetabordoloi5258
@reetabordoloi5258 Год назад
কৃষ্ণ কৃষ্ণ কৃপাময় প্রভু | 🙏🙏🙏🙏
@debengogoi7019
@debengogoi7019 3 месяца назад
😢😢😢😢😢😢
@Rakesh-498
@Rakesh-498 Год назад
Kirshna Krishna Krishna
@munmigogoi2377
@munmigogoi2377 Год назад
Krishna provu .
@ramadas5839
@ramadas5839 7 месяцев назад
Krishna Bap I am one of the most great fan.I am pleasent listener of your this great sweet krshna katha.God bless you.
@atulokalita4134
@atulokalita4134 Год назад
কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা
@kalpataru3495
@kalpataru3495 Год назад
কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏
@nibaranthakuria9108
@nibaranthakuria9108 Месяц назад
কৃষ্ণ বাপ আপোনালৈ শিৰ কৃতগ্য আপুনি অৱশেষত যিখিনি কথা কলে এইখিনি কথা মইও অনুভৱ কৰোঁ আৰু বহু দুখ পাওঁ শঙ্কৰদেৱে প্ৰটিষ্টা কৰা এই বিশাল ধৰ্ম ৰাজ্য খনত বহুত বিভাজন আনিছে এনেকুৱা চিন্তাধাৰাৰ মানুহবোৰৰ কাৰণে। ধন্যবাদ
@hemalatasaikia8965
@hemalatasaikia8965 Год назад
কৃষ্ণ। কৃষ্ণ।জয় গুৰু শংকৰ।।🙏🙏
@saptarsheebhattacharjee8960
Krishna Krishna baap... hrasaddha pranam jasisu apunar sri saranat...
@manuranjanchetia6867
@manuranjanchetia6867 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@kritangkakakatiarts5577
@kritangkakakatiarts5577 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ। বহু ভাল লাগিল কৃষ্ণ কথা শুনি।🙏🙏🙏
@mainabordoloi2479
@mainabordoloi2479 Год назад
কৃষ্ণ🙏🙏🙏
@kusumkalita828
@kusumkalita828 Год назад
9Iiiiiiiiiiiiii]8877777777777777777777777788788😅বপ্6।😂
@bibekbasumatary814
@bibekbasumatary814 Год назад
​@@mainabordoloi2479lppppl
@paruldutta5898
@paruldutta5898 Год назад
Krishna krishna krishna
@user-id4ov8zs9f
@user-id4ov8zs9f Год назад
কৃষ্ণ কৃষ্ণ,,, বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ।।
@anjalibaruah7669
@anjalibaruah7669 Год назад
কৃষ্ণ কৃষ্ণ❤🙏🙏🙏🙏🙏🙏🙏
@irenicc223
@irenicc223 Месяц назад
মোৰ মা ঘৰ নগাঁৱত ভাইটি ৰঞ্জিত বৰা (দাদু) ৱে বৰ শ্ৰদ্ধাৰে এদিন এৰাতি পালনাম ৩ বাৰ পাতিছিল 🙏সেই নাম ভাগ আজিও কাণত বাজি আছে প্ৰভু 🙏
@NiruDevi-td3hn
@NiruDevi-td3hn 2 месяца назад
Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤
@golapidas565
@golapidas565 Год назад
He Mahan Guru Aponar Saran padat Pranam Prabhu 🙏🙏🙏🙏
@nabanitagohain7723
@nabanitagohain7723 Год назад
অসমীয়া লেখেৰে আমাৰ নবো বৰ্ষৰ আন্তৰিক হেৱাগীয়াপন কৰিলোঁ ।কৃষ্ণ🙏
@manasdeka6801
@manasdeka6801 Год назад
Joy guru Shanker 🙏🙏🙏🙏
@madhabidas6553
@madhabidas6553 Месяц назад
কৃষ্ণ শঙ্কৰগুৰু মাধৱ শতকুতি প্ৰণিপাত নিবেদন কৰিলোঁ 🙏🙏🙏
@ritulboruah704
@ritulboruah704 Год назад
কৃষ্ণ প্ৰভু 🙏🏻
@dasdhiraj1090
@dasdhiraj1090 Год назад
Krishna Krishna Prabhu Pranam 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 bar bar Aaponar Charan pranam Janai so
@rinakutumpegu1427
@rinakutumpegu1427 Год назад
🙏 Krishna.
@dhirabharalidhira4675
@dhirabharalidhira4675 3 месяца назад
Krishna krishna krishna.baap.aponalai.sat.koti.pranam.janaiso
@mamonidas1659
@mamonidas1659 Год назад
Krishna probhu pronam 🙏🙏🙏🙏
@prabinnath4158
@prabinnath4158 Год назад
Sashradha sewa Janalo Prabhu.Bhagaban Krishna r shree Charan taiat jate Sarbada sthan Pao take ashirbad karak.
@pramudnath2228
@pramudnath2228 Год назад
কৃষ্ণ ৰাম নাৰায়ণ।
@dilip6pesrabha759
@dilip6pesrabha759 5 месяцев назад
কৃষ্ণ কৃষ্ণ ইমান মহত্তৰ ব্যাখ্যা শুনি নিজকে ধন্য মানিছো
@bahuratnatamuliboruah2344
@bahuratnatamuliboruah2344 Год назад
কৃষ্ণ কৃষ্ণ প্ৰনাম।
@ramcharandeka9143
@ramcharandeka9143 Год назад
Om
@vijayasaikia9168
@vijayasaikia9168 Год назад
Jay shree krishna🙏
@uddhabdas3864
@uddhabdas3864 Год назад
Krishna 🙏🙏🙏 provu khewa jonaishu,, bohut bohut dhuniya lagil,,
@joyprakahkalita3707
@joyprakahkalita3707 Год назад
Krishna 🙏🙏🙏🙏🙏
@bhadiramkalita2194
@bhadiramkalita2194 Год назад
কৃষ্ণ প্ৰভু ঈশ্বৰ,অপৰাধ মৰিশন কৰিব।এটা কথা নাজানো বাবে আপোনাৰ পৰা জানিব বিচাৰিছোঁ,যেনে,শংকৰ মাধৱ অভেদ ঈশ্বৰ ঘোষা ভাগ যে গোৱা হল,এই ঘোষা ভাগ গুৰু দুজনাই বিৰচিত কৰা কৃত্তন ঘোষাত নতুনকৈ সনিবিষ্ট কৰা হৈছে নেকি বাৰু?"কৃষ্ণ,পুনৰ বাৰ অপৰাধ মৰিশন কামনা কৰি সেৱা ধৰিলো,কৃষ্ণ....
@koushikdas5140
@koushikdas5140 Год назад
❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏
@AtulBorahOfficial
@AtulBorahOfficial Год назад
কৃষ্ণ 🙏🙏🙏
Далее
7 ДНЕЙ ЖИВУ КАК СЕЛЮК! (ЧАСТЬ 2)
22:21
Факты, Спасающие Жизнь 13 🔥
00:41
#kikakim
00:18
Просмотров 2,3 млн
5 Days of Prayer - Day 5 - Prayer For Men
22:15
NARAYAN KAVACH DIRGHA
16:21
Просмотров 11 млн
Bhagawat Path Live From Tengajhar Kalbari(Baksa)
1:53:47
Bhagawat Path // Riju Pathak Probhu // At Sivsagor
1:14:16
7 ДНЕЙ ЖИВУ КАК СЕЛЮК! (ЧАСТЬ 2)
22:21