Тёмный

Bhagwat Path || Riju Pathak || 

Riju Pathak.
Подписаться 74 тыс.
Просмотров 98 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 281   
@rumibaruah9284
@rumibaruah9284 2 года назад
কৃষ্ণ প্ৰভু ঈশ্বৰ , আপোনাৰ শ্ৰীমুখে ভাগৱতৰ অমৃতময় ব্যাখা শুনি জীৱন ধন্য হৈছে ।
@PurnimaDas-vl9qo
@PurnimaDas-vl9qo 2 года назад
হে বাপ প্রভু ঈশ্বৰ গুৰু জন আপোনাৰ ৰসাল ভাগৱত ভাঙনিয়ে ভক্তিৰ নিজৰা বোৱাই দিছে বহুতো ভাল লাগিল শতকৌটি ভক্তি ভৰা সেৱা অৰ্পন কৰিলো কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏
@atulokalita4134
@atulokalita4134 2 года назад
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ সুমধুৰ ভাগৱত কথা। কৃষ্ণ কৃষ্ণ
@dilip6pesrabha759
@dilip6pesrabha759 10 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ ঈশ্বৰ আপোনাৰ শ্ৰীমুখে সদায় ভাগৱত শাস্ত্ৰ মবাইলৰ যোগে হলেও শুনিব পায় বহুত বহুত ধন্য মানিছো কৃষ্ণ
@shibosaloi8549
@shibosaloi8549 14 дней назад
প্রভূ ঈশ্বৰ সেৱা জনালো। সচাই অতি উত্তম । আমাৰ, ভক্ত প্রভূ ঈশ্বৰ সকলৰ,সমাজৰ কাৰণে ব্যৱহাৰিক দিশত উত্তম পথ। প্রভূ ঈশ্বৰে দিয়া গতি।
@bontiborah5014
@bontiborah5014 2 года назад
কৃষ্ণকৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু সেৱা হে জনালোঁ ,প্রভু আ মী হেন মূৰ্খ মতিৰ আৰু ভাষা নাই । আপোনাৰ চৰণৰ পদ ধূলা শিৰ ত থাপিলোঁ কেৱল। কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@AnjaliDutta-do8zb
@AnjaliDutta-do8zb Месяц назад
😊
@dulphukan7304
@dulphukan7304 2 года назад
প্ৰভু আপোনাৰ শ্ৰীচৰণত প্ৰণীপাত জনালোঁ । আশাকৰোঁ আপোনাৰ বহুমূলীয়া বাখ্যা সদায় পাই থাকিম ।
@krishnatamang7248
@krishnatamang7248 2 года назад
কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সেৱা ভাগ গ্ৰহণ কৰিব বাপ কৃষ্ণ ৰাম। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা, কৃষ্ণ কথামৃত পান কৰিব পাই আনন্দিত হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
@prankrishnakalita1135
@prankrishnakalita1135 Год назад
কৃষ্ণ, সুন্দৰ বাখ্যা বাপ , বাখ্যাৰ জৰিয়তেহে অন্তৰংগ হব বুলি ভাবিছোঁ ,সেৱাহে বাপ
@manjulabora8219
@manjulabora8219 2 года назад
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ সেৱা আগবঢ়ালোঁ 🙏🙏 কৃষ্ণ কৃষ্ণ
@gitalineog6489
@gitalineog6489 2 года назад
কৃষ্ণ প্ৰভু প্ৰণাম।আপোনাৰ এই মহান প্ৰচেষ্ঠাক শতকৌটি প্ৰণাম প্ৰভু।ভাগৱতৰ অমৃত ৰস পাণ কৰাই আমাৰ অন্তৰত কৃষ্ণৰ প্ৰতি যি প্ৰেম ভক্তি জাগ্ৰত কৰিছে ভগৱানে আপোনাক দিৰ্ঘায়ু কৰক।আপোনাৰ শ্ৰীমুখহন্তে যাতে এই অমৃতৰস সদায়েই বৈ থাকে প্ৰভু 🙏🙏🙏🙏🙏
@putuldas3984
@putuldas3984 2 года назад
Madhabwa. Madhabwa madhabwa ram
@bhitalideka4075
@bhitalideka4075 2 года назад
Prabhu iswar I am a regular audience of your bhaagawat paath program. Thank you.Ram krishna .
@knowledgeofinnersoul5915
@knowledgeofinnersoul5915 2 года назад
হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে
@archanakalitaphukan4281
@archanakalitaphukan4281 2 года назад
কৃষ্ণ প্ৰভূ 🙏 হে মহামান্য.... আপোনাৰ শ্ৰীমুখে প্ৰকাশিত 'কল্পতৰু' শাস্ত্ৰৰ ব্যাখ্যাই আমাৰ অন্তৰাত্মাক শুদ্ধ কৰিছে....! এই মহাসময়ৰ বুকুৰ কিছুসময় যেন আমি ধৰি ৰাখিব পাৰিছো তেনে অনুভৱ হৈছে..!!!! আপোনাক 'পৰমপিতাই'' কুশলে ৰাখক.. .. ইয়াকে প্ৰাৰ্থনা জনালো পুনৰ সেৱাৰে 🙏কৃষ্ণ প্ৰভূ...!!!
@japanidas6859
@japanidas6859 2 года назад
কৃষ্ণ ৰাম ৰাম ৰাম ৰাম
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 2 года назад
🙏 Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏
@bipulnath7468
@bipulnath7468 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব। ভাগৱত পাঠ শুনি নিজকে সাৰ্থক অনুভৱ কৰিছোঁ। ওম্ ভগবতে বাসুদেৱ নম।
@nabajyotidas6117
@nabajyotidas6117 Год назад
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏
@sumitradeka3599
@sumitradeka3599 7 месяцев назад
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত প্ৰথমে শত সহশ্ৰ প্ৰণাম জনায় শ্ৰীমদ্ভাগৱত পাঠ ও বাখ্যাকাৰী প্লভুজনাৰ সুশ্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏🙏🙏🙏
@kalpanasaikia4588
@kalpanasaikia4588 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰী চৰণত হয়তো কৌটি প্ৰণাম🙏🙏🙏🙏🙏 মাধৱ ৰাম।
@mridulasonowal7096
@mridulasonowal7096 2 года назад
কৃষ্ণ কৃষ্ণ🙏 প্রভু সেৱাহে
@nabajyotidas6117
@nabajyotidas6117 7 месяцев назад
❤ Bap krishna ohari oram ❤
@nareswarbarman6763
@nareswarbarman6763 2 года назад
KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA......bap....
@bijoypawandas4034
@bijoypawandas4034 2 года назад
🙏🙏🙏🪔🕉নমোঃ ভাগৱতেই বাসুদেবাই 🪔🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 দাসৰ প্রনাম গ্রহণ কৰিব🙏🙏🙏 আপোনাৰ দ্বাৰা পৰিচালিত মহা ভাগৱতৰ অমৃত কথা শুনি পৰম সন্তুোশ লভিছো 🙏🙏🙏ইশ্বৰে আপোনাক কৌটি কৌটি সৎ মনোবাঞ্ছা পুৰণ কৰক🙏🙏🙏ৰাম কৃষ্ণ হৰি নাৰায়ণ🙏🙏🙏 কৃষ্ণ🙏🙏🙏
@gitanjalipathak1375
@gitanjalipathak1375 Год назад
কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
@lukudas1209
@lukudas1209 2 года назад
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম
@krishnabhaktiras
@krishnabhaktiras 2 года назад
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ 🙏🏻🙏🏻
@ankurdutta7292
@ankurdutta7292 2 года назад
Krishna krishna Pranam janalu Prabhu ,
@sumitradeka3599
@sumitradeka3599 7 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@dipakborah1152
@dipakborah1152 2 года назад
🙏🌺Krishna Bap🌺🙏Bap apunar kontho ati modhur, mon mugdho korib pora, anekuwa lage jen abirot vabe apunar mukhe Bhagobot, Krishna kotha huni thakim🙏🌺❤🌺🙏
@lakhideka4186
@lakhideka4186 2 года назад
Krishna krishna krishna bap
@minatideka7551
@minatideka7551 2 года назад
Krishna Krishna Probhu aponar shrimukhe bhagwat bakhya xuni sochakkoi apluto holo sewa bhagi grohon koribo
@AtulBorahOfficial
@AtulBorahOfficial 2 года назад
কৃষ্ণ বাপ জন অধমৰ সেৱা ভাগ গ্ৰহণ কৰিব 🙏🙏, আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শ্ৰৱণ কৰি আমাৰ দৰে যুৱ প্ৰজন্মৰ বহুত উপকাৰ হৈছে, সেয়েহে পুনৰ আপোনাসৱৰ চৰণত ভক্তিভাৱেৰে শতকোটি প্ৰণাম জনাইছো 🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ, ভগৱন্তই আপোনাৰ লগতে গৃহৰ সমস্ত জনকে কুশলে ৰাখক,তাকে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏
@arupphukan8307
@arupphukan8307 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@binadeka9674
@binadeka9674 2 года назад
Krishna Krishna Bap.
@lakhenboruah3183
@lakhenboruah3183 2 года назад
কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏
@ranjanarabha6619
@ranjanarabha6619 2 года назад
কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ 👏👏কহয় মাধৱ মাই ওহি আশা মনে। সহজে পিৰীতি মাগো তোহ্মাৰ চৰণে।।👏👏কৃষ্ণ কৃষ্ণ
@nijaradas4894
@nijaradas4894 2 года назад
জয গুৰু শংকৰ মাধব । কৃষ্ণ প্ৰভু,আপোনাৰ চৰণত শতকৌটি প্ৰণাম জনালোঁ কৃষ্ণ ৰাম হৰি 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼 ।
@manjurajkonwar2807
@manjurajkonwar2807 2 года назад
হে বাপ আপোনাৰ ভাগৱত পাঠ শুনি হেপাহ নপলাই শুনি য়ে থাকিবলৈ মনযায় ।
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 7 месяцев назад
Krishna Krishna Krishna prabhudev pronam to you.
@sabitrimedhi6564
@sabitrimedhi6564 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@junumech653
@junumech653 2 года назад
কৃষ্ণ ৰাম কৃষ্ণ প্ৰভূ কৃপালু বাপ 🙏🙏ঈশ্বৰ আপোনাৰ চৰণ সেৱা প্ৰণিপাত কৰিছে প্ৰভূ অধমৰ 🙏🙏🙏🙏সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ বৰ সুন্দৰ প্ৰভূ ভাল লাগিছে প্ৰভূ 🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ramnarayangoswami446
@ramnarayangoswami446 2 года назад
Krishan🙏🙏🙏🙏
@ganeshkoch561
@ganeshkoch561 2 года назад
Krishna Ram Ram Ram xewa jonalu apunak bap 🙏🙏🙏 krishna'ram
@arundhatidas7881
@arundhatidas7881 2 года назад
অমৃতসম ৷ সেৱা প্ৰভু ৷ কৃষ্ণ
@indrajitgogoi4742
@indrajitgogoi4742 2 года назад
কোটি কোটি প্ৰনাম জনাইছো প্ৰভু ঈশ্বৰ 🙏🙏🌺🌺🙏🙏🌺🌺🙏🙏
@minakshibora4725
@minakshibora4725 2 года назад
Pronam probhu Eswor apunar sulolit konthore nigora Bhagowator omrit bani xuni krito krito holu Ram Ram Ram
@jayantidas3472
@jayantidas3472 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ শতকৌটি সেৱা প্ৰদান কৰিলোঁ গ্ৰহণ কৰিব কৃষ্ণ 🙏🙏🙏
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 2 года назад
🙏🙏 oum santi santi krishna 🙏🙏
@hemantdas2026
@hemantdas2026 2 года назад
কৃষ্ণ কৃষ্ণ বাপ প্রভু ঈশ্বৰ গুৰু জন কোটি কোটি সেৱা আপোনা সবাৰো শ্রী চৰনত অৰ্পন কৰিলো গ্রহন কৰিব কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
@pramudnath2228
@pramudnath2228 2 года назад
কৃষ্ণ প্ৰনাম গুৰুদেব ।আমাৰ দৰে মোৰহমতিৰ সেৱা গ্ৰহণ কৰিব ।
@hemantidas9051
@hemantidas9051 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম
@pradipgogoi3182
@pradipgogoi3182 2 года назад
কৃষ্ণ কৃষ্ণ বাপ।
@madhukantakhakhlari430
@madhukantakhakhlari430 2 года назад
। ই মান সুন্দৰ ভাগৱত ভাঙনি শুনিলে এৰিব নোৱাৰি ।
@jutihazarika3866
@jutihazarika3866 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@minatideka7551
@minatideka7551 2 года назад
Shubha ratri🙏🙏🙏🌹🌹🌹
@sashiprabhadas2661
@sashiprabhadas2661 10 месяцев назад
কৃষ্ণ প্ৰভু, প্ৰণাম জনালোঁ।
@nilimapathak4130
@nilimapathak4130 2 года назад
Krishna pranam pravu 🙏🙏
@baneswerrabha1918
@baneswerrabha1918 2 года назад
Krishna.Krishna.bap
@taralanath3876
@taralanath3876 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম কৰো
@pankajboruah3673
@pankajboruah3673 2 года назад
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱা জনালো কৃষ্ণ🙏🙏
@shewalidevi9729
@shewalidevi9729 2 года назад
🙏।। কৃষ্ণ ।।🙏 প্ৰণাম প্ৰভু ঈশ্বৰ ! 🙏 আপোনাৰ অমৃতময় "ভাগৱত পাঠ"ৰ অমৃতৰস পান কৰি থাকিবলৈ সৰ্ব্বদা আশীৰ্বাদ কৰিব ! 🙏
@dipudass3295
@dipudass3295 2 года назад
Krishno provu
@jinuchawrok9178
@jinuchawrok9178 Год назад
কৌটি কৌটি প্ৰণাম ৰাম মাধৱ 🙏🙏🙏🙏
@kamaleswarkaibarta3440
@kamaleswarkaibarta3440 Год назад
কৃষ্ণ হৰি ৰাম ॥
@jintidas6948
@jintidas6948 2 года назад
কৃষ্ণ কৃষ্ণ ।বাপ জনাৰ চৰণত কুটি কুটি বাৰ সেৱাহে জনালো।
@mukulbaishya5604
@mukulbaishya5604 2 года назад
Krishna krishna prabhu. Pranam
@daisyrabha2343
@daisyrabha2343 2 года назад
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna
@narayanchetia7538
@narayanchetia7538 28 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 👏🏻 🕉️🪔🪔🕉️🪔🪔👏🏻🌹🌲
@oujaribhurbandha3982
@oujaribhurbandha3982 2 года назад
বাপ ঈশ্বৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@monishasonowal6754
@monishasonowal6754 2 года назад
প্ৰভু সেৱা গ গ্ৰহণ কৰিব, কৃষ্ণ
@gunamaidevi4570
@gunamaidevi4570 2 года назад
Krishna Krishna 🙏🏿 sotkowti pranam Krishna 🙏🏿
@debojitbora9152
@debojitbora9152 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূঈশ্বৰ আপোনাৰ শ্ৰীচৰণত লগতে সমস্ত ভক্তবৃন্দৰ শ্ৰীচৰণতো প্ৰণাম জনালো। ।। কৃষ্ণ ।।🙏🙏🙏
@sangitamedhi553
@sangitamedhi553 2 года назад
কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ🙏🙏🙏
@gangadevi4089
@gangadevi4089 2 года назад
কৃষ্ণ কৃষ্ণ ৰাম ।
@assamesepakghorvlogs3561
@assamesepakghorvlogs3561 2 года назад
কৃষ্ণ কৃষ্ণ ।
@khargeswarkalita3502
@khargeswarkalita3502 2 года назад
কৃষ্ণ।দুখানি অভয় ঢৰত কোটি কৌটি প্ৰণাম কৰিলোঁ বাপ ঈশ্বৰ। কৃষ্ণ।🙏🙏🙏🙏
@dimbeswardas1824
@dimbeswardas1824 Год назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ এই আহোপুৰুষাৰ্থ ই অসমীয়া সমাজৰ ধৰ্মীয় মলি মামৰ বোৰ যেন দূৰ কৰে সেয়া কামনা কৰি আপোনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনালোঁ ।
@gopalchandradas4871
@gopalchandradas4871 2 года назад
Dandabad Prabhu
@bipinsaikia5008
@bipinsaikia5008 2 года назад
Krisna provu apunar dighau kukhol kamona korilu
@archanmaladevi188
@archanmaladevi188 2 года назад
Sewa jonalu probhu iswar🙏🙏🙏
@pramiladeori6928
@pramiladeori6928 2 года назад
Krishna bap pronam 🙏🙏🙏🙏
@basisthabaishya7731
@basisthabaishya7731 2 года назад
Krishna Krishna pravu eswer
@ranuhazarikanayak9601
@ranuhazarikanayak9601 2 года назад
কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ভাল লাগে 👏👏
@namitapatar2478
@namitapatar2478 2 года назад
কৃষ্ণ , বাপ সেৱা যাচিলো
@nayanmonidas5812
@nayanmonidas5812 9 месяцев назад
Krishna Krishna bap aponar amritmoi Bania antorot santi loviso
@kritishnadas1923
@kritishnadas1923 2 года назад
Krishna sanakarguro Madhab sotkoti sewa jonaiso Pravo , he gurujan vajanr tot kiso jonab son apunr sreemukhe sonib khojo Krishna
@ranjudutta7109
@ranjudutta7109 2 года назад
Krishno Krishno Krishno
@padmakumariburagohain6490
@padmakumariburagohain6490 2 года назад
🙏 Krishna Krishna🙏 Pranam Baap Prabhu, huni bor xantux lobhilo.xewa gyapon korilo 🙏Krishna .
@prafullabora5386
@prafullabora5386 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু জন, নিকিঞ্চনৰ ভক্তি ভৰা সেৱা আৰু প্রণিপাত গ্রহন কৰিব
@anjalihazarika7760
@anjalihazarika7760 2 года назад
Krishna Krishna provuiswar bhakti vora xewa jonalu
@bhairabjyotidas613
@bhairabjyotidas613 2 года назад
প্রভু আপোনাৰ ভাগৱত বাখ্যা শুনি ধন্য হৈছো।কৃষ্ণ কৃষ্ণ🙏🙏🙏
@aairumidutta3711
@aairumidutta3711 2 года назад
কৃষ্ণ কৃষ্ণ বাপ অতি মনোযোগ দি বাখ্যা ভাগ শ্ৰবন কৰিলো সেৱা আগবঢ়ায় ছো গ্ৰহণ কৰিব আৰু আশীৰ্বাদ কৰিব
@prahladchetia4233
@prahladchetia4233 2 года назад
কৃষ্ণ ।
@munindragogoi2586
@munindragogoi2586 Год назад
কৃষ্ণ সেৱা ৰে।
@priyadoleypegu597
@priyadoleypegu597 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏
@gitikadowerahdutta6602
@gitikadowerahdutta6602 2 года назад
Joy Sree Krishna🙏🏻🙏🏻🙏🏻
@jayabhuyan640
@jayabhuyan640 2 года назад
Ha prabhu. Kreepa. Karib. 🙏🙏🙏
@lakhinandanp4110
@lakhinandanp4110 2 года назад
ৰাম কৃষ্ণ ৰাম প্ৰভু বৈকুণ্ঠপতি
@brajakumarsaikia5255
@brajakumarsaikia5255 2 года назад
Pranaam Prabhu Ishwar.
@gapaldas451
@gapaldas451 2 года назад
Dandabad Prabhu Dandabad
Далее
Satradhikari .Riju Pathak, 🙏
11:54
Просмотров 16 тыс.