Тёмный
No video :(

Bihuwoti Buari Season 1 - EP 7/3 

Assam Talks
Подписаться 96 тыс.
Просмотров 3,3 млн
50% 1

Опубликовано:

 

23 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@jaysarmah3167
@jaysarmah3167 4 года назад
বা, তোমালোক সদায় শান্তিত থকা । তোমাৰ স্বামী লৈ শত কোটি প্ৰনাম , তেওঁ হে প্ৰকৃত মানুহ।
@mintudutta9532
@mintudutta9532 3 года назад
👍❤️😂❤️❤️❤️👍👍👍👍👍
@ankitapallabiborah3616
@ankitapallabiborah3616 3 года назад
Really
@santigogoi8959
@santigogoi8959 3 года назад
👌
@kakalidas8367
@kakalidas8367 3 года назад
100%True.
@ranjitssaikia4307
@ranjitssaikia4307 3 года назад
Right
@j.p.kashyap3345
@j.p.kashyap3345 4 года назад
কান্দি পেলালো... বহুত বহুত ভালে থাকা। এয়াই জীৱন। আপোনাৰ স্বামীলৈ শতকৌটি প্ৰনাম জনাইছোঁ 🙏🙏🙏
@dhunulahon836
@dhunulahon836 4 года назад
Hosai bohut dukh lagil
@ranisharma8487
@ranisharma8487 4 года назад
J.P. Kashyap
@bhubanchandraborah4138
@bhubanchandraborah4138 3 года назад
আপুনি সাক্ষাৎ মৃত্যুক জিনিলে। তাৰ পিছতো আপোনাৰ উদ্যমক চেলুট জনাইছোঁ। ৰ'ব, গহপুৰৰ কোন ঠাইত আপোনালোকৰ ঘৰ ,বাৰু ?
@mamonimam
@mamonimam Год назад
౭గకతవదలల౬
@auditisonowal4520
@auditisonowal4520 Год назад
@@dhunulahon836 aaaa@aaaaaaa@@@@@@qaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaa@@a@aaaaaaaaaa@aaaaa@a Dr ki
@pramendradeuri3182
@pramendradeuri3182 4 года назад
এক সচাঁ জীৱন্ত কাহিনী।সচাঁকৈ আপোনাৰ প্ৰচন্ড মনোবল,সাহস আৰু আপোনাৰ স্বামীৰ মানৱীয়তাত মৃত্যুও হাৰ মানিবলৈ বাধ্য হ'ল।অনাগত দিনবোৰ অধিক সূখী হ'ওক তাৰে কামনা কৰিলো।
@chinudevi2231
@chinudevi2231 3 года назад
দুখজনক কাহিনী।আপোনাৰ আৰু আপোনাৰ শ্বামীৰ মনৰ দৃঢ়তাক প্ৰণিপাত জনালো । ভগৱান সহায় হ ওক। ।
@jyotidas2063
@jyotidas2063 4 года назад
ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে বুলি এটা কথা আছে নহয় তোমাৰ লগত সেই টোৱেই হল ভগৱান ক বিশাস ৰাখি আগবাঢ়ি যোৱা
@technophileuniverse528
@technophileuniverse528 3 года назад
প্ৰায় দুবছৰ ধৰি এই হৃদয়স্পৰ্শী কাহিনীৰ Videoটো বিচাৰি হাবাথুৰি খাইছিলোঁ , আজি পাই গলোঁ । জীৱনৰ ইমান কঠিনতাৰ মাজতো সাহসেৰে জীৱন যুঁজত অৱতীৰ্ণ হোৱা মাহীগৰাকীৰ সাহস দেখি সঁচাই অনুপ্ৰাণিত হৈছোঁ ❣️। ঈশ্বৰে আপোনাৰ মঙ্গল কৰক 🙏🏻🙏🏻
@k-popstars4810
@k-popstars4810 3 года назад
Ak bossr he hoise dekhn upload dia...
@technophileuniverse528
@technophileuniverse528 3 года назад
@@k-popstars4810 moi story tu last year April t hunisilu , So, almost dubosor hoiye gol sunn
@k-popstars4810
@k-popstars4810 3 года назад
Umm... ate 1 year agte dia asil... xei bbe vbilu
@pragyaslifestyle7970
@pragyaslifestyle7970 3 года назад
Moiu bisari asilu aji plu...xosakoi bht kndilu xuni
@user-ri9zb9qg6b
@user-ri9zb9qg6b 2 месяца назад
অতি সুন্দৰ
@pkcreation8221
@pkcreation8221 3 года назад
এই কথাখিনি আজি তৃতীয়বাৰৰ বাবে শুনিলো ৷মৰ্মস্পৰ্শী,হৃদয়বিদাৰক...আগুৱাই যাওঁক আপুনি আগলৈ...আপুনি সঁচাকৈয়ে আদৰ্শ আন দহজনৰ বাবে ৷প্ৰতিগৰাকী নাৰীয়ে আপোনাৰ দৰে স্বামী পাওঁক ৷
@ranjumonikonworthomas7471
@ranjumonikonworthomas7471 7 месяцев назад
God bless you🙏🙏
@putulgayan648
@putulgayan648 4 года назад
সচাকৈ অতি মৰ্মান্তিক আৰু দুখজনক আপোনাৰ জীৱন কাহিনী । আপোনাৰ স্বামী ও আপোনাৰ দীৰ্ঘ জীৱনৰ কামনা কৰিলো ।
@jeutesaikia6807
@jeutesaikia6807 3 года назад
Mojja
@JyoteeBhamrah-xp3nw
@JyoteeBhamrah-xp3nw Год назад
Aapu I bhugile moi hunibo pora nai Aapuni aai jebon paise God bless u
@bijulilahkar
@bijulilahkar Год назад
​@@jeutesaikia6807 ❤ ok no
@mamoniborah3588
@mamoniborah3588 3 года назад
কথাখিনিয়ে কন্দুৱালে, ভগৱান ৰে আছে প্ৰমান এইয়াই,লগতে স্বামী ভগৱানৰ প্ৰতীক আগুৱাই যোৱা আশীষ যাচিলো তোমালৈ ❤️❤️❤️❤️❤️
@user-jq3xu8ix1g
@user-jq3xu8ix1g 3 года назад
ভগৱান আছে , তোমাৰ স্বামী ভগবানৰ ৰূপত আছে 🌹
@pallabinath388
@pallabinath388 4 года назад
বা আপোনাৰ কথা খিনি শুনি থাকোতে আপোন লগত ঘটা ঘটনাৰ ছবিখনৰ মনলৈ আহি গৈছে।এনেকুৱা লাগিছে মই যেন চকুৰে গোটেই খিনি দেখিহে আছো।
@madhubatikaassam4890
@madhubatikaassam4890 3 года назад
ইমান দুখৰ পিছতো আপুনি সুন্দৰ সফলতাৰ নিদৰ্শন। আপোনালোকৰ জীৱন সদায় সুন্দৰ হৈ থাকক।বহু বহু শুভেচ্ছা থাকিল।🌷
@kamalchandradeka1474
@kamalchandradeka1474 4 года назад
সচাই মর্মস্পর্শী।আপোনাৰ স্বামীদেৱক শতকোটি প্রণাম।
@parishmitapatgiri4479
@parishmitapatgiri4479 4 года назад
আপুনি আমাৰ সাহস প্ৰতীক।।।। বিহু ধুনীয়া হৈছে।।
@arupsaikia5596
@arupsaikia5596 4 года назад
Parishmita Patgiri bow apunak bohut bohut dhany bad.
@ajsapon6537
@ajsapon6537 4 года назад
*সচাকৈয়ে চকুপানী ওলাই গল । কিমান যে মৰ্মান্তিক ঘটনা, আপোনাৰ স্বামী তথা ভগৱান স্বৰূপ তেওঁক বহুত ধন্য প্ৰদীপ*
@banashreekataky9168
@banashreekataky9168 4 года назад
এনেকুৱা স্বামী সকলোৱে পাওঁক,,,কান্দি পেলালোঁ মইও
@babuhazarika4255
@babuhazarika4255 4 года назад
Banashree Kataky tumeu puwa
@dynamostatus2.086
@dynamostatus2.086 4 года назад
Really
@himakshidevi5266
@himakshidevi5266 3 года назад
বা তোমালোক সদাই ভালে থাকা
@ranjukonwar7736
@ranjukonwar7736 3 года назад
Hoi, moiu kandi pelaisu
@lakshyajitduttasvlogs3046
@lakshyajitduttasvlogs3046 4 года назад
বহুত কষ্ট,পৰিশ্ৰম,মানসি ক অসীম সাহসৰ পাছত আপুনি সুষ্ঠ হৈ উঠিল৷আগুৱাই যাওক৷
@rituparnachitia9620
@rituparnachitia9620 4 года назад
সচাকৈ অতি মমান্তিক আৰু দুখজনক আপোনাৰ জীৱন কাহিনী । দুখ লাগিল শুনি। বা আপোনাৰ দীঘায়ু কামনা কৰিলো।
@jutishmitadas3430
@jutishmitadas3430 4 года назад
চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ বাইদেউ। ভগৱানক বহুত বহুত ধন্যবাদ।
@jitumonisaikia987
@jitumonisaikia987 3 года назад
Anekuway """Sami"""jgtt hday pithibit jiyay thakib Lage,aru apuni bhut""Vaghjybti ""Nari❤️❤️❤️👍👍
@prakashnath4410
@prakashnath4410 4 года назад
আপোনাৰ মনোবল আৰু সাহসক ধন্যবাদ জনাইছো লগতে আপোনাৰ স্বামীদেৱক শ্ৰদ্ধা জনাইজো ।আপুনি আৰু আগুৱাই যাওক ।
@ManirulIslam-eq8rh
@ManirulIslam-eq8rh 4 года назад
প্রথমে আপনাকে অসংখ্য ধন্যবাদ জানাই। এত বড় এক্সিড্নেটের পরেও আপনি এই জায়গায় এসে দাঁড়িয়েছেন। দ্বিতীয়ত আপনার স্বামীকে সেলুট জানাই । আপনার মত স্বামী যেন প্রত্যেক মেয়ে মানষের ভ্যাগ্যে জুটে। এত কিছু ঘটনার পরেও আপনি এই জায়গায় এসে পারফরম্যান্স করেছেন। এটাই সব থেকে বড় কথা। আপনাকে দেখে প্রত্যেকটি মানুষের জীবন যুদ্ধে জয়ী হওয়ার প্রেরনা জাগবে।এটাই আশা করছি। !!!ধন্যবাদ!!!
@niromonidutta3466
@niromonidutta3466 4 года назад
আপোনাৰ কথাবিলাক শুনি আচৰিত হলো। আপোনালোকৰ পৰিয়ালৰ সকলোৰে প্ৰতি প্ৰভু ভগৱন্তৰ কৃপা হয় যেন।
@indiraboruah6834
@indiraboruah6834 3 года назад
বা আপুনি আমাৰ সাহসৰ প্ৰতীক সচা কৈ আপুনাৰ দাদাক শত কোটি প্ৰনাম জনাইছো । দাদা আপুনাৰ দৰে পতি পোৱা ভাগ্য চবৰে নাথাকে । কাৰণ সকলো মানুহৰ মন একেই নহয় । এই কাৰণেই কৈছো যে মোৰ লগত এই ঘটনা ঘটিছে । মোৰ এনেকৈ বিহু নাচিবৰ মন যায় কিন্তু মানুজনে সমাজে তেওক হাহিব বুলি এই কাম কৰিব নিদিয়ে । সেই কাৰণে কৈছো আপুনা নিচিনা প্ৰতি চবৰে ভাগ্যত নাথাকে । আকৌ এবাৰ মোৰ ফালৰ পৰা আপুনালৈ সতকোটি প্ৰনাম জনাইছো । আগলও যেন সকলোকে উদষা জগায়।
@himanibanikya8168
@himanibanikya8168 3 года назад
বহুত কান্দি২ লিখিলো তোমাৰ নিচিনা শ্বামী ভগৱানে জেন সকলোকে দিয়ে তেও কুশলে থাকক Good blessyou
@mridulasutradhar2607
@mridulasutradhar2607 4 года назад
অ বা কবলে ভাষা নাই .আৰু যাতে আপোনাৰ আগুৱাই যায় তাৰে কামনা কৰিছো🙏🙏🙏🙏
@ilamonisaikia8728
@ilamonisaikia8728 4 года назад
আপুনি সাহসৰ প্ৰতীক৷ অনাগত দিনবোৰ আপোনাৰ সুখৰ হওক৷
@chandanKumar-hy6hd
@chandanKumar-hy6hd Год назад
Oh my God! Don't cry please. ইমান ভাল স্বামী তোমাৰ। তোমাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে তুমি সদায় সাহসৰ প্ৰতীক আৰু দীৰ্ঘজীৱি হোৱা। 😢❤❤❤
@dishanedutact8524
@dishanedutact8524 Год назад
Subscribed my channel and watch my vedio ...I will subscribed you.
@bhupendas3078
@bhupendas3078 4 года назад
Praise The LORD, বিহু আমাৰ ঈশ্বৰৰ দান, স্বৰ্গৰ দান, অসম অসমিয়াৰ জান, পান,মান আৰু উশা নিশা লৈ জীয়াই থকাৰ উত্সাহ, বিহু যে আমাৰ,অসমৰ অসমিয়াৰ পকৃত পৰিচয়,চিনাকী, গতিকে ইযাৰ ওপৰত আমাৰ সকলো student তে বিহুৰ সকলো দিশ ভালদৰে জানিব লাগে,অধযন(পঢ়িব)কৰিব লাগে আৰু practically বিহু মাৰিব লাগে, বিহু ত সকলো অসমিয়া ই নাচিব লাগে,আৰাধনা কৰিব লাগে জাতি ৰ বাবে, ঈশ্বৰৰ বাবে ।
@herohero-dd6rg
@herohero-dd6rg Год назад
convert neki
@gitashrisaikia2681
@gitashrisaikia2681 4 года назад
Kandi pelalu bht hahosh palu aapunar kahini pohi aaru aagbahi jawok apuni n apunar honshar khon hukhor hwk ru aapunar hsbnd bht bhal cngrts
@dhrubajyotirajkhowa5423
@dhrubajyotirajkhowa5423 3 года назад
সচাই বুকু কঁপি গল আপোনাৰ কথা খিনি শুনি ।।। বাইদেউ আপুনি বহুত ভগৱান যে এনেকুৱা এজন স্বামী পাইছে ।।। আপোনাৰ স্বামী ভগৱান ৰ ৰূপত আহিল ।।। আপোনাৰ স্বামীক হতকোটি প্ৰণাম জনাইছোঁ ।।। আৰু আপোনাৰ সাহসক মই চেল্যুত দিছোঁ 🙏😰😰😢😢😥😥😭😭😭 ।।। প্ৰতি গৰাকী মহিলা এ আপোনাৰ দৰে স্বামী পাওঁক ।।। আৰু প্ৰতি গৰাকী মহিলা আপোনাৰ দৰে সাহসী হওক ।।। আৰু কি কম কবলৈ ভাষা নাই ।।। অতি দুখ লগা ঘটনা ।।। আৰু কাৰো লগত যাতে এনেকুৱা ঘটনা নঘটক তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।।। প্ৰতি গৰাকী নাৰী এ সাহসী ।।। নাৰী শক্তি জিন্দাবাদ ।।। 🙏🙏🙏😭😭😭😭😭😭😭😭
@hiimmanash6905
@hiimmanash6905 3 года назад
বাইদেউ আপোনাৰ আৰু ভিনদেউ দীর্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ,,,,,
@rajikanta5792
@rajikanta5792 4 года назад
কাহিনিতো শুনি মোৰ মনত বৰ দুখ পালো ।
@bananidawka4916
@bananidawka4916 4 года назад
আপোনাৰ জীয়াই থকাৰ হেঁপাহ আৰু স্বামীৰ অমৰ ভালপোৱাই আপোনাক জীয়াই ৰাখিলে।।
@pronitahazarika3270
@pronitahazarika3270 4 года назад
প্ৰথমতে এগৰাকী পাকৈত বিহু নাচনী হিচাপে অভিনন্দন জনালো ৷ তোমাৰ জীৱনত ঘটি যোৱা ঘটনা খিনি জানিব পাৰি বৰ দুখ লাগিল ৷ তোমাৰ মাতৃ সম এগৰাকী নাৰী হিচাপে তোমালোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ৷
@aratikakati6556
@aratikakati6556 4 года назад
Tumar dukh loga kahiniye kanduai dilee .Ashirbad korisu tumaluk bhalere thaka
@montusaikia1570
@montusaikia1570 4 года назад
ধন্যবাদ বাইদেউ আপোনাৰ কথাটো সুনি মোৰ বহুত দুখ লাগিল । কাৰণ আপোনালোক দুয়ো মৰমৰ চেনেহ মাজতে আপুনি আজি এই অনুস্থানত মাজত উপস্থিত কামনা কৰিছে । আশা কৰোঁ সুন্দৰ ভাৱে আগুৱাই যাওক ।আশীৰ্বাদ কৰিছোঁ বাইদেউ আগুৱাই যাওক 🙏🙏🙏
@birkhanggoyari5925
@birkhanggoyari5925 2 года назад
Bibirkhang
@momichowdang4893
@momichowdang4893 4 года назад
বহুত দুখলগা ঘটনা পাৰ হৈ গ'ল আপোনাৰ জীৱনত ,শুনিয়ে চকুপানী ওলাই আহিল | আপুনি সুখী হওক....লগতে আপুনি বহুত ভাগ্যৱান, ইমান এজন দায়িত্বশীল স্বামী পাইছে
@bharatithankschamuabohutva3901
@bharatithankschamuabohutva3901 4 года назад
তোমাৰ নাচ অতি সুন্দৰ৷তোমাৰ ঘটনাটোৱে অন্তৰ খন জোকাৰি গল৷তুমি এজন ভাল স্বামী পাইছা৷ভৱিষ্যত সুখৰ হওক তোমাৰ৷
@arupjyotkumar7370
@arupjyotkumar7370 Год назад
অত্যন্ত হৃদয় বিদাৰক আৰু সাহসী মহিলা,, জীৱনত হাৰ নামানিলে
@ajitkumarphukan9736
@ajitkumarphukan9736 3 года назад
Krishna প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক কৃষ্ণ 👍🙏
@tankabahadurchetry3150
@tankabahadurchetry3150 3 года назад
সচাই দুখলগা ঘটনা, ঈশ্বৰ আপোনাৰ ওচৰত আছিল।
@barshadas6268
@barshadas6268 4 года назад
Lucky you to have a husband like him. God bless both of you
@kobitaachoudhury1576
@kobitaachoudhury1576 2 года назад
God bless you
@lohitdas8326
@lohitdas8326 4 года назад
সচায় বহুত দুখ লাগিল আপোনাৰ দুখৰ কথা শুনি, নাকান্দি থাকিব নোৱাৰিলোঁ। ভগৱানে দয়া কৰক আৰু পৰিয়াল শুসি হৈ থাকা।
@momimoran3808
@momimoran3808 4 года назад
নাচ তো ভাল লাগিল বাদেও
@dapun-priyankivlogs731
@dapun-priyankivlogs731 3 года назад
খুব দুখ লাগিল কান্দিলো বহুত । কিন্তু এতিয়া এনেকৈ দেখি ভাল লাগিছে। ভগৱানক ধন্যবাদ দিছো ।
@rajibchangmai5448
@rajibchangmai5448 4 года назад
Praise the Lord . Oh Lord ! bless her every movement's of life. Amen.
@achyoutkalita2251
@achyoutkalita2251 4 года назад
আপোনাৰ কথা শুনি কান্দিলো,আৰু আপোনাৰ পতি দেৱতাক প্ৰণাম কৰিছো
@dipikanath8955
@dipikanath8955 4 года назад
আপোনাৰ কথাখিনি শুনি মনটো সেমেকি উঠিল অ বা .... সদায় সুখী হৈ থাকা অাৰু আগুৱাই যোৱা....
@comedyzone6849
@comedyzone6849 4 года назад
সচাকৈ চকুপানী ওলাই গ'ল। বা সদায় সুখী হোৱা ❤️❤️
@monimalakolita3267
@monimalakolita3267 4 года назад
Dislike মৰা কেইজনৰ হৃদয় নহয় শিল।ইমান কঠোৰ কেনেকৈ হ'ব পাৰে।।।
@tiktokofficial3218
@tiktokofficial3218 4 года назад
Hoi dai
@tapanboruah666
@tapanboruah666 4 года назад
Hosakoie ooo ...bhut dukh lagil. .kimn dukh lagile koi bujabo nuaru o.. vogobane aru hustho aru hahokhi korok tar e kamona krilu...ishwar ...
@monimalakolita3267
@monimalakolita3267 4 года назад
@@tapanboruah666 হয় তপন। হিন্দী ছবি " বিবাহ"খনৰ কাহিনী যেন লাগিল । মোৰ চেনেল টো চাবাচোন যদি পাৰা।
@shilakoch6358
@shilakoch6358 4 года назад
Apunar kotha khini xuni mur bor. Dukh lagil
@moncherali1632
@moncherali1632 3 года назад
Eman ATA hidoi.bidarok ghotona xuni bht duk lagil Allah hor usorot dua korisu bideu goraki xusto thakok kuk hole thakok teu visora dhorone jibon to t hukhi Hok tare kamona korilu
@nandita9849
@nandita9849 4 года назад
ৰাখে হৰি মাৰে কোনে । মাৰে হৰি ৰাখে কো নে ।
@user-st8rx7qz7i
@user-st8rx7qz7i 2 года назад
I'm wordless hey God very very thank you . My mother also suffered this situation .i can't explain God always help you fo r ur happy life many many love you baa. Stay happy keep smiling . 🙏🙏🙏🙏🙏
@pallabivlogs426
@pallabivlogs426 3 года назад
Agoteu sai su aji ako salu video to... Bow joni Bohut Morom loga....xosa monor xahokh takhile aru Logot xahokh diya manuh thakile Xokolu xomvob hoi pore...❤️❤️❤️
@tilokmoran3498
@tilokmoran3498 4 года назад
কান্দি গলো আপোনাৰ লগত হোৱা দুৰ্ঘটনাৰ বৰ্ণনা হুনি। আপোনাৰ স্বামীলৈ শতকোতি প্ৰনাম..।।
@proloysankar
@proloysankar 4 года назад
Very few are lucky to get a husband like her... She is very lucky
@chitrakumarhazarika9224
@chitrakumarhazarika9224 4 года назад
Acharit lagise...heijon swami...teoloi bohut pranam jonaisu...moromor majot manuh jiai thake..swami stree ki hombondha..teolukor hombondha asol ardha angor hombondha..teoluk hodai adarkha hoi robo. Hadai shanti aru moromore par houk teolukor jibon. Bhagabane teolukok kukhale rakhok.
@bornalihazarika..colony6183
@bornalihazarika..colony6183 4 года назад
Moiu bht abegik holu.apunr kotha huni.hokolu swami jen apunar dadar dorei hoi.bht bht thanks
@arupregon5602
@arupregon5602 4 года назад
kothabur huni bohut dukh lagil eku nai tenekoye furtyt takhibo val lagil apunar nason sai very nice
@kingboro6653
@kingboro6653 4 года назад
Bhut bhut vl lagil apunak
@baruahjayantaofficialboy4175
@baruahjayantaofficialboy4175 3 года назад
বা তোমালৈ প্ৰণাম জনালোঁ আপুনি সদাই সুখি থকা যেন 🙏🙏🙏
@mitalisaikia6178
@mitalisaikia6178 4 года назад
প্ৰকৃত প্ৰেম সঁচাই মহান।
@namitabaruah569
@namitabaruah569 3 года назад
দুয়ুকে আশীৰবাদ কৰিছো বাধা বিঘিনি নোহোৱাকৈ অনাগত দিনবোৰ সুখেৰে পাৰ হওক। ভগবানে শক্তি দিয়ক।
@sanjaygogoi5473
@sanjaygogoi5473 4 года назад
আপুনি সকলোৰে বাবে সাহসৰ প্ৰতীক ৷বহুত ভাল লাগিল ৷
@srisrimantadeka5721
@srisrimantadeka5721 4 года назад
Neygat
@jogeshpathak1665
@jogeshpathak1665 3 года назад
আবেগিক হৈ চকুলো টুকিলো সচা পিছত বুজিলো জীয়াই থকাৰ হেপাহ আৰু প্ৰবল ইচ্ছা শকতিৰ পৰিণাম কি? সাংসাৰিক জীবনত পতি পতনীৰ ৰ্কম
@juliphukan5107
@juliphukan5107 4 года назад
দুখ লাগিল।Really তেওৰ গিৰিহত মহান ভগবান।
@pranjalproteemboruah2279
@pranjalproteemboruah2279 Месяц назад
Your husband is a gift of god He is for you😇😊
@moyurigogoi1754
@moyurigogoi1754 3 года назад
Hosakoi koboloi vakha bisari puwa nai..baa apunar jibontu hukhomoy huwar kamona korilu..
@joonrmxvlogs1922
@joonrmxvlogs1922 4 года назад
Anekuwa syami powato bhut vaighyr ktha....aponi bhut lucky 😘😘
@barashadas2552
@barashadas2552 4 года назад
Khosa mur vagyat nai bhut dukh biya hoi
@himajya5100
@himajya5100 3 года назад
Bht dukh lagil ghotonatu huni 😭😭 Eshowre apunak jibn dan dile 🙏🙏 dhonyabad pravu Eshowr aru arkhibad Kora pravu teok tar kamonare......
@ripunjoyborkakoty7102
@ripunjoyborkakoty7102 Год назад
কথা খিনি শুনি বহুত দুখ লাগিল , ভগৱানৰ ওচৰত এটা অনুৰোধ দিতিয় বাৰ কাৰো এনে নহওঁক
@rinkuborah646
@rinkuborah646 4 года назад
বহুত দুখ লাগিল শুনি।।। বা তুমি ভালে থাকা সদায়।।।
@dhunmonimoran8855
@dhunmonimoran8855 4 года назад
আপুনি আমাৰ সাহস ৰ প্ৰতীক । শুভকামনা জনালো আপোনালৈ।।
@binadutta5605
@binadutta5605 3 года назад
Bohut dhukh lagil dei God bless you
@atikulislam6579
@atikulislam6579 3 года назад
Hridoy sporkhi ghotona. Val lagil kothakhini. Swami jonok okhekh dhanyabad gyapon korisu. Xundor bihu nritya prodorkhon korile.
@gyanmondir9863
@gyanmondir9863 3 года назад
ৰাখে হৰি মাৰে কোনে৷ বহুত আবেগিক ৷ভগৱানে কুশলে ৰাখকক ৷
@daisyhazarika3182
@daisyhazarika3182 4 года назад
Bohut Val lagil..Apunar dore swami hokolue pauk..
@trishnakalita839
@trishnakalita839 4 года назад
hodai hukhi hoi thakok..
@ashpiarabegum993
@ashpiarabegum993 4 года назад
You are one luckiest wife proud to be an Assamese well done 👍👍
@mamonidevi617
@mamonidevi617 3 года назад
Sochakoi bor dukh loga aapunar kothabur suni bohut kandilu bhogobane aapunar porialtik kukhole rakhok
@jutikasharma8510
@jutikasharma8510 4 месяца назад
চকুৰ পানী ধৰি ৰাখিবলৈ টান হ'ল। ঈশ্বৰে আপোনাক সদায় মংগল কৰিব। ❤❤❤❤
@angshusarma4816
@angshusarma4816 4 года назад
Apuni eta natun jibon pale. You are gorgeous Mam. God Bless You
@jyotisaikia931
@jyotisaikia931 4 года назад
Apuni bhut vl. Apni aru aguy jak.god bless you baaa❤️❤️❤️
@ranubhuyan7415
@ranubhuyan7415 4 года назад
God bless you both . Lucky to have such a caring husband
@bhabanandamedhi7774
@bhabanandamedhi7774 4 года назад
বাইদেউ আপোনাৰ জীৱন কাহিনী শুনি চকু পানী ৰাখিব নুৱাৰিলো, অতি সুন্দৰ আপোনাৰ নাচ
@prabhapalacelodge9968
@prabhapalacelodge9968 4 года назад
Kandi dilu,😭,apuni jiyai thakok,aru bihu nasi thakok bohut bhal lagise bihu nritya, unique lagise olopman bihu nritya khini apunar
@nitusaikia2848
@nitusaikia2848 4 года назад
Bohut kandilu ....manuhor jibonei hongkhor jibon....valdore thaka ...aaguwai jua tumi ...
@rajubora5617
@rajubora5617 4 года назад
Saku pani ulai gol o mor.... noaro ru. ..😭😭
@dilipdas4840
@dilipdas4840 4 года назад
Apunar aru apunar ssamir dore manuhar karne ai prithibit morom vlpowa bikha jiyay ase. .apunak akhekh dhanyabad Baideo. .apunar ssamik Ki buli kom vakha nay . .apuni jen saday anekuwa KY ag barhi Jay. .vagaban saday ase apunar lgt seya hyse apunar ssami
@niharikahazarika5056
@niharikahazarika5056 4 года назад
Pronam bou.. Dada ru Apuni bht hahokhi.ru agwai jouk bou amr akhirbat hdai ase apunr lgt
@chumidas1057
@chumidas1057 4 года назад
বা কবলৈ ভাষা নাই , চকুপানী নিগৰি গ'ল
@rajibdeka7420
@rajibdeka7420 4 года назад
Hii
@hirakjyotisonowal3941
@hirakjyotisonowal3941 4 года назад
@@rajibdeka7420 😆😆
@bobitaparajuli4041
@bobitaparajuli4041 4 года назад
Sako pani olai gol. Bohut bohut aag bahak jibanat
@mousumixarmah7265
@mousumixarmah7265 4 года назад
বহুত দুখ লাগিল.. ভগবানে ভালে ৰাখক আপোনাক..
@GeetaDevi-le5rp
@GeetaDevi-le5rp 3 года назад
কবলৈ ভাষা নাই সদায় সুখত থাকা। আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো
@dimpalkalita2260
@dimpalkalita2260 4 года назад
He vogoban..manuh hoi kiman j poristhitir sonmukhin hob lage😣😣
@bijitsarma7476
@bijitsarma7476 3 года назад
মোৰ চকুৰ পানী ওলাই গল ।সচাকৈ বহুত দুখ লাগিল ।সদায় যেন সুখত থকা তাৰে কামনা কৰিলোঁ
@Rishi777X
@Rishi777X 4 года назад
Ba apunr hahakh, bissakh, prem ru tar pist emnkhini ag borhatu apunk agoraki LEGENDARY WOMEN buli koleu bhul nohobo ru. Wish a happy life
@hbk..6107
@hbk..6107 2 года назад
অতি মৰ্মান্তিক 😭😭😭😭😭 আৰু ভগৱানৰ কৃপাত .....আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো.....🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@brdreal7510
@brdreal7510 3 года назад
Really so sad i proud of your husbend and i pray to god bless you
@SMirza-nh9bq
@SMirza-nh9bq 4 года назад
মই কিয় আবেগিক হও বাৰু ,,,,চকু পানী ওলাই গ'ল
@bibharanidas2825
@bibharanidas2825 4 года назад
God bless you
@bhootjolokiya3299
@bhootjolokiya3299 3 года назад
Hosai bohut besi dukh lagise😢😢😢 apuni dhonyo baideu🙏🙏🙏.....emn kostor majot apuni aji hahi ase....prerona paisu baa apunar pora
@trishnaranikalita7273
@trishnaranikalita7273 3 года назад
বহুত দুখ লাগিল শুনি।। বা তুমি সদায় ভালে থাকা😭😭
@sumidewri548
@sumidewri548 3 года назад
বহুত দুখ লাগিল বাইদেউ আপোনাৰ দুখৰ কাহিনীটো শুনি।
@Hirasdeka
@Hirasdeka 4 года назад
বহুত বহুত শুভেচ্ছা জনালো বা।।
@sunjitsaikia7387
@sunjitsaikia7387 4 года назад
Video tu sai moi hosakoi dukhi hoisu, enekua kahini huni, aaru habodhan hoi thakibo ji kunu homoyot ketia ki hoi eku thik nai, aaru apunar swamiloi bohut bohut thanks dilu, karon teu apunar karone eman khini kosto korile, aaru lora suali keijonu ku habodhan hoboloi kobo, aaru aapunaluke valdore raijor ashirbadod aguwai tarei kamonare....
@user-hw2xc6px8s
@user-hw2xc6px8s 6 месяцев назад
Apunar hasbendor dore bakiburu hua hole . God bless him
@sunilnag117
@sunilnag117 4 года назад
God bless you sister nad barthar
Далее
বিহুৱতী বোৱাৰী S02 EP07/4
11:49
OBLADAET - BARMAN
03:06
Просмотров 129 тыс.
МЕГА МЕЛКОВЫЙ СЕКРЕТ
00:46
Просмотров 473 тыс.
OBLADAET - BARMAN
03:06
Просмотров 129 тыс.