Тёмный

BREAKING : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুখ বন্ধ ৰাখিবলৈ আৰ্জি বিধায়ক মৃণাল শইকীয়াৰ 

News18 Assam/Northeast
Подписаться 3 млн
Просмотров 61 тыс.
50% 1

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুখ বন্ধ ৰাখিবলৈ আৰ্জি বিধায়ক মৃণাল শইকীয়াৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক X হেণ্ডেলত এই আৰ্জি নিজ দলৰে বিধায়ক মৃণাল শইকীয়াৰ।
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথন শৈলীয়ে দলৰ নিষ্ঠাবান কৰ্মীক বিতুষ্ট কৰিছে।
এনে কথন শৈলীৰ বাবে দলে নিৰ্বাচনত বিজেপিয়ে হাজাৰ হাজাৰ ভোট হেৰুৱাব লগা হৈছে।
X হেণ্ডেলত এই বিস্ফোৰক ভাষ্য খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ।
#mrinalsaikia #jayantamallabaruah #bjp
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Опубликовано:

 

14 май 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 163   
@biswajitborgohain7291
@biswajitborgohain7291 26 дней назад
সঁচা কথা। এটা গৰু আৰু এটা গেলা পিয়াঁজে BJP ক অতি সোনকালে ডুবাব।
@mridulchoudhury2504
@mridulchoudhury2504 25 дней назад
Right
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 26 дней назад
মৃনাল শইকীয়া ডাঙৰীয়াই শুদ্ধ কথা কৈছে ।
@papuborgohain8156
@papuborgohain8156 26 дней назад
পিয়ুষ আৰু জয়ন্তৰ কাৰনে বহুতে বিজেপিক ভোট নিদিলে
@jayantadutta1024
@jayantadutta1024 26 дней назад
Yes hoi
@gogoi5064
@gogoi5064 26 дней назад
Right
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 26 дней назад
Yes. ....100%সচা কথা , এই দুটাৰ বডি লেংগুৱেজ কিবা বৰ আমনিদায়ক ।
@Jewel95
@Jewel95 26 дней назад
100%
@k.k.movies
@k.k.movies 26 дней назад
​@@dhirendrakumarbaruah6906😂
@Mrm19888
@Mrm19888 26 дней назад
জয়ন্ত মল্ল আৰু পিয়াজ হাজৰিকাৰ এইয়াই শেষ ৰাজনৈতিক কেৰিয়াল
@user-te1yo2vb7l
@user-te1yo2vb7l 26 дней назад
মুখ বেঁকা কৰি কৰি কি কথা কয়। এইজনক একেবাৰে ভাল নেলাগে।
@sahidulsvlogs7862
@sahidulsvlogs7862 26 дней назад
Bashli hoise.
@digambarbhuyan9798
@digambarbhuyan9798 26 дней назад
সঠিক কৈছে ,জয়ন্ত আৰু পীয়ুচে অপ্ৰয়োজনীয় কথা বেছিকৈ আয়।উপলুঙা ,ঠাট্টা সূঢক বক্তব্য ভালো নালাগে।এইবোৰে বি জে পিৰ ভোট কমাইছে।
@bot.R55
@bot.R55 26 дней назад
টকা পইচা হলে অহংকাৰো বাঢ়ে নহয় ? কিন্ত কথাটো হল আজিকালি সাধাৰন জনতায়ো ৰাজনীতি ভালদৰে বুজি পায় ।
@nilutpal5937
@nilutpal5937 26 дней назад
জয়ন্ত মল্ল ফটোৱা
@user-fb6ji8qi6m
@user-fb6ji8qi6m 26 дней назад
মুখ্যমন্ত্ৰী, জয়ন্তমল্ল, পিয়ুছ হাজৰিকা একোজন নিন্মৰুচি সম্পৰ্ণ তৰল ব্যক্তি। তেওঁলোকৰ লগত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া যি এজন গম্ভীৰ প্ৰকৃতিৰ, আত্ম সন্মান থকা ব্যক্তিৰ তুলনা নহয়। মই বিজেপি দলৰ সমৰ্থক নহওঁ যদিও এজন সাধাৰণ অসমীয়া লোক হিচাবে শ্ৰীযুত মৃণাল শইকীয়া ডাঙৰীয়াৰ ব্যক্তিত্বক সন্মান কৰোঁ।
@rupprasad4861
@rupprasad4861 26 дней назад
100% Right 👍 Anubhav hoise
@dilipkrbora1132
@dilipkrbora1132 26 дней назад
সুন্দৰ কথা কৈছে শইকীয়া দেৱে ।এই ছাগলী কেইটাই দল ধংশ কৰিছে । দূভাৰ্গ্য জনক ।
@bmshiksha7600
@bmshiksha7600 26 дней назад
কথাটো অপ্ৰিয় হলেও সত্য । সি বহুত অহংকাৰী, পতন আহি আছে . ইহতৰ ।
@birajkumardas4230
@birajkumardas4230 26 дней назад
পতন এজনৰ নহয়....দুজনৰ আহিব 👣
@lutforrahman7801
@lutforrahman7801 26 дней назад
আপোনাৰ সময়ৰ কিমান মুল্য ৰাইজে গম পায়৷
@amitmukharjee6907
@amitmukharjee6907 26 дней назад
100% right
@digantadas444
@digantadas444 26 дней назад
পুৰণি বিজেপি যদি এক নহয় এটা সময়ত বিজেপি শেষ হব গৈ
@caborah5874
@caborah5874 26 дней назад
২৬ ট জয়ন্তু আৰু পিয়জ বি জে পিৰ টিকত কৰতন কৰিলে ভাল হয় ।
@user-dh9yn8gy7j
@user-dh9yn8gy7j 26 дней назад
B j p big 00000
@misiki...---0
@misiki...---0 25 дней назад
মৃণাল শইকীয়াই ঠিক কথা কৈছে।।
@jinturajtalukdar
@jinturajtalukdar 24 дня назад
জয়ন্ত মলুৱা জিন্দাবাদ
@pranabgogoi6283
@pranabgogoi6283 26 дней назад
Ekebarae hosa kotha.
@user-se1vm4xb2q
@user-se1vm4xb2q 26 дней назад
জয়ন্ত পিয়াজৰ অহংকাৰ হৈছে সেয়ে ব্যৱহাৰ নাজানে ইহত দুটাৰ বাবেই বহুত বিজেপিয়ে কংগ্ৰছক ভোট দিলে
@sashibhatta5198
@sashibhatta5198 26 дней назад
অশোক শৰ্মাইহে জানিব কি কাৰণত তেওঁ বৰ্তমানৰ স্থিতিটো লৈছে অথবা সেই স্থিতি লবলৈ বাধ্য হৈছে ৷ বিষয়টোৰ সংক্ৰান্তত দূৰৰ সমষ্টি এটাৰ বিধায়কে সকীয়াবলগীয়া পৰিস্থিতি এটা সৃষ্টি হব নালাগিছিল ৷
@caborah5874
@caborah5874 26 дней назад
Right
@user-wt3ih8ev2h
@user-wt3ih8ev2h 26 дней назад
জয়ন্ত জনতাৰ যোগ্য নেতা হৱ নোৱাৰে
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 25 дней назад
জুবিনে কি কয় ....মনত আছেনে...
@dibyajyotigogoi4801
@dibyajyotigogoi4801 26 дней назад
পিযুছ আৰু জয়ন্ত ই বিজেপি ক শেষ কৰিব।
@user-ko9ie1gk9s
@user-ko9ie1gk9s 25 дней назад
উজনি অসমৰ কণ্ঠ,ৰব নোৱাৰি কৈ দিলে দেহি!
@nitulmudoi5483
@nitulmudoi5483 25 дней назад
সুন্দৰ দাদা নতুন বিজেপিতো বেৱালৈ গৈ আছে অলপ চকু দিয়ক
@dipakbaruah8987
@dipakbaruah8987 26 дней назад
নাই নাই জয়ন্ত মল্ল আৰু পিযুষ এই দুই জনকে সদায়ে আগতে ক'ব দিব লাগে, কাৰন BJP ৰ চৰিত্ৰ কি এওঁ লোকেহে ভালকৈ বুজাব জানে।
@janardanbora2803
@janardanbora2803 26 дней назад
2026 চনত ইয়াৰ ফল পাব বিজেপিয়ে
@puspadhardowarah1932
@puspadhardowarah1932 26 дней назад
মল্লযোদ্ধা এজন লেকাম নাইকিয়া নেতা।বিজেপিৰ পতন হলেই এনে নেতা বোৰৰ গতি নাইকিয়া হব।সেইটো কৰিবলৈকে আমি গৈ আছো।Where is truth we are there.
@devdas8542
@devdas8542 26 дней назад
পিয়াঁজ আৰু মূলো কাইক অতি শীঘ্ৰেই BJP ৰ পৰা বাহিৰ কৰিব লাগে
@priyasaikia3075
@priyasaikia3075 26 дней назад
মৃনাল শইকীয়া ঠিক কথা কৈছে।।। জয়ন্ত মল্ল অলপ বেছি কথা কয় । কংগ্ৰেছ শেষ কৰিল । এতিয়া বেজেপি
@dibyajyotihaloi6610
@dibyajyotihaloi6610 25 дней назад
Right 👍...
@minahazarika7578
@minahazarika7578 26 дней назад
কথা শুনিলেই মুৰগৰম হয় ফকতিয়া ৰাইজে নশুনে প্ৰভু😊
@mafijahmed1533
@mafijahmed1533 25 дней назад
বিজেপিৰ ভোট কাম হোৱাৰ মুল মানুহ জয়ন্ত, পীয়োজ।এওঁ লোকৰ বাবে বিজেপিক বহুত লোকে ভোট দিয়া নাই।
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 26 дней назад
mrinal saikia u are right. akl jyanta nhai..jayanta aru piyus r krne bhut vot heraise bjp r
@satyajitgoswami9411
@satyajitgoswami9411 26 дней назад
Asabhya ata jayanta
@bipulchkalita791
@bipulchkalita791 25 дней назад
Very Good Mrinal keep it up
@KeshabHazarika-dr1ub
@KeshabHazarika-dr1ub 25 дней назад
হিমন্ত্ৰ।কাৰনেহে।জয়ন্ত্ৰমল্লব।নহবা।তাৰ।মোৰত।ঘাহ।গজিল।হেতেন
@chandanbhattacharya5822
@chandanbhattacharya5822 26 дней назад
Congratulations Mr. Saikia
@tahimabegum5896
@tahimabegum5896 26 дней назад
100percnt right mrinal saikia da.
@jayantdeka9306
@jayantdeka9306 26 дней назад
সচা কথা
@lalitmoran2709
@lalitmoran2709 26 дней назад
200% right Mla Mrinal Saikia কথা l
@pabitragogoi8654
@pabitragogoi8654 26 дней назад
ঠিক কথা কৈছে শইকীয়া দা এ
@niordutta7815
@niordutta7815 25 дней назад
গৰু বোৰ মন্ত্ৰী হ'লে তেনেকুৱা ই কথা কব
@jyotirekha.bhuyan
@jyotirekha.bhuyan 25 дней назад
পীযুষ আৰু জয়ন্ত মোল্লাৰ বাবেই BJP ৰ বহুত vote কমিল
@bhaskargogoi128
@bhaskargogoi128 26 дней назад
কংগ্ৰেছৰ গোন্ধ যোৱাই নাই
@JomonBoro
@JomonBoro 26 дней назад
Setor gadi congrass lap nai hintok
@hrishikeshbaruah7570
@hrishikeshbaruah7570 26 дней назад
Right 👍👍
@abinashbarman7761
@abinashbarman7761 26 дней назад
জয়ন্ত অভদ্ৰ নেতা
@ugentertainment6845
@ugentertainment6845 25 дней назад
আমি যদি সকলোৱে কও যে বিধায়ক সকলোৰো UPSC দ্বাৰা পৰীক্ষা সমূহ প্ৰতি 5বছৰৰ মূৰে মূৰে পৰীক্ষা পাতি উলিয়াই পঠাব লাগে ! নাইটো ৰাজনৈতিকত জপিয়াই জপিয়াই সকলোৱেই একো একোজন কম সময়ত ভাল মানুহৰ খিতাপি লয়.... যদি ভূল হয় ক্ষমা কৰিব .. মই মোৰ ফালৰ পৰা কৈছো..... বাকী আমাৰ সকলোৱে এজন ভাল পাৰ্থী নাইটো কটো নেদেখো.. ধন্যবাদ...
@bandanagayan1929
@bandanagayan1929 26 дней назад
সেইতোৰ মুৰত ধৰিচে টকাই
@khagiramdoley2912
@khagiramdoley2912 26 дней назад
This is 100% right. Not only he. There are many ministers need to engineer their speech
@birajkumardas4230
@birajkumardas4230 26 дней назад
100 % শুদ্ধ......এইজনৰ কথা কোনো লাগ-বান্ধ নাই....তেওঁ বাবে BJP দলৰ বহুত লোকচান হ'ব .....
@birajkumardas4230
@birajkumardas4230 26 дней назад
জুবিনে কি বুলি কৈছিল মনত পেলাব পৰা নাই নহয় 😜
@assameseboy2264
@assameseboy2264 26 дней назад
জয়ন্ত মলুৱা বোলাটুৰ কাৰণে বিজেপিৰ নিচিনা বৃহত দলটোক বেয়ালগা হৈছে, অলগৰ্ধটো কৰবাৰ😡😡
@user-zi9fh7ne2s
@user-zi9fh7ne2s 26 дней назад
ইহঁতে বিজেপি দল জীয়াই ৰাখিবলৈ বিচৰা নাই ইহঁতে নিজৰ পৰিয়াল বাচিবৰ বাবে বিজেপি কৰিছে। অসমীয়াত এষাৰ কথা আছে দহো আঙলিয়ে খাই বূঢ়াই ঠেলিলে হে যায়।
@rupprasad4861
@rupprasad4861 26 дней назад
Ai Katha ullek Kari bipad sapai aase.
@aniramrabha3218
@aniramrabha3218 26 дней назад
এ জয়ন্ত মল্ল আৰু পিয়াজ হাজৰিকাই হিমনত বিশ্বৰ কথাখিনিকে মুখস্থ ৰাখি কয় ঐ
@ujjalchaliha2793
@ujjalchaliha2793 26 дней назад
শুধ কথা কৈছে শইকীয়া দেবে।
@bipulbora5271
@bipulbora5271 25 дней назад
বিজেপিৰ পালি নেতা কাৰনে সৰহ ৰাইজে ভোতনিদিলো।সছা।
@manikkalita3288
@manikkalita3288 26 дней назад
প্ৰচাৰ মাধ্যমত কোনে কিমান বেয়াকৈ ক'ব পাৰে তাৰ প্ৰতিযোগিতা কৰাতকৈ একেলগে বহি আলোচনা কৰিলে সমস্যা সমাধান হ'ব। মৃণাল শইকীয়াই কোৱা কথাটো দলিয়াই পেলাব লগা নহয়। ঘৰত কাজিয়া লাগিলে বেৰৰ ইকৰাইয়ো গম পাব নালাগে, নহ'লে পৰিয়াল ধ্বংস হোৱাটো নিশ্চিত।
@debenbokalial6986
@debenbokalial6986 26 дней назад
Kathatu nuhuwa nohoi.
@assamtelecast6658
@assamtelecast6658 26 дней назад
Right ..Mrinal saikia da...24 hours t VIP gaari loi konobai saloon t dhari katiba goisil..xei xamoy....24🎉 hours t ebaro bathroom jowa nasil neki
@nabajyutibaishya5800
@nabajyutibaishya5800 26 дней назад
Dada bgretee bjp o ses koribo kheito khatang
@bijoydeka9134
@bijoydeka9134 26 дней назад
100% xocha kotha
@amitmukharjee6907
@amitmukharjee6907 26 дней назад
Malua😅
@mkmk9949
@mkmk9949 26 дней назад
জয়ন্ত আৰু পিয়াজ ৰ বাবে বহুতে BJP এৰিলে । ইহঁত BJP দলৰ আলহী । নতুন ক নতুন বুলি কবই । Old is gold
@user-ux5ud2zy9p
@user-ux5ud2zy9p 26 дней назад
💯 👍
@jaanb5936
@jaanb5936 26 дней назад
Mrinal saikia da bjp mur favourite mla jon❤
@pksarmah9139
@pksarmah9139 26 дней назад
Himanta biswa sarmadai jodi pijush ru jayantok bad nidie tetiahole bjp r dosao edin congressor dore habogoi....ajieao koi thalo...
@rameshdeka6603
@rameshdeka6603 26 дней назад
Himantai he lagai diajen lage
@pranabbaruah7687
@pranabbaruah7687 26 дней назад
১০০%সঁচা কথা কৈছে,মোৰ বন্ধুমহলে কৈছিল।কংগ্ৰেছৰ ব্ৰেণ্ডড এম্বেচেদৰ আছিল যোৰহাটত এওঁ😀😀
@rekibulhussain2876
@rekibulhussain2876 26 дней назад
পিউচ, জয়ন্ত মল্লা আৰু হিমন্ত আৰু হিমন্ত পন্থী কেইটা বিজেপি দলৰ আৱৰ্জনা
@Assameselyricssongs-kl1ez
@Assameselyricssongs-kl1ez 25 дней назад
I LOVE I.N.D.I.A #RahulGandhiZindabad #GouravGogoizindabad #BhupenBorahzindabad #Congress_Zindabad
@rahulali1709
@rahulali1709 26 дней назад
Pijush ru jayanta r hekh😂😂😂
@babukanpagag2912
@babukanpagag2912 26 дней назад
Piyush aru Jayant r karone bohute BJP t vote diya nai
@dipulborah9923
@dipulborah9923 25 дней назад
zubeen dai thikei koisil
@MintuMintuKutum-ke5bp
@MintuMintuKutum-ke5bp 26 дней назад
Goru malla Kam nai
@ajitphukan7345
@ajitphukan7345 26 дней назад
100%
@prodiphazarika959
@prodiphazarika959 26 дней назад
Ekfom satya,kun ei jayanta
@kapil912
@kapil912 26 дней назад
judho aya aromvoni he
@kamleswarrabha1995
@kamleswarrabha1995 26 дней назад
জয়ন্তৰ লেবেল কি চাবা... Lombe race ki ghore nehi he ye
@user-kj9cb8zz5q
@user-kj9cb8zz5q 26 дней назад
Eh, apunaluke imman beya ke nokobo soon .joyantar manuh gorakie kandibo lagile nisukoni geet gaiu rokhabo nuaribo dey. Koitholu kintu.....
@tapanbordoloi5907
@tapanbordoloi5907 26 дней назад
Olo besi hl
@gakuldeka4608
@gakuldeka4608 26 дней назад
মৃণাল 👍👍👍
@pranjalsaikia7163
@pranjalsaikia7163 26 дней назад
Faltu ajonok minister dise
@khargeswarkalita4630
@khargeswarkalita4630 26 дней назад
BJP ৰ বাহিৰৰ মানুহে কলে BJP samsa বোৰে যি টি koi etia নিজৰে বিধায়ক জনে কোৱা কথা বোৰে এনে অহংকাৰী জয়ন্ত, পিযুষ ৰ আচল চৰিত্ৰ বোৰ দেখুৱাই দিছে
@TarunPayeng
@TarunPayeng 26 дней назад
Sur কৰিবলে 24 গণ্টাই দৌৰি আছে
@Aditygogoi123
@Aditygogoi123 26 дней назад
Alagaddho..dekhile khong uthe
@user-bo6ne7zg7l
@user-bo6ne7zg7l 26 дней назад
Jayanta Maulana bohut beya manu
@balenbarman2797
@balenbarman2797 26 дней назад
J m ata nursig home r comison khowa
@dipankarboro1109
@dipankarboro1109 26 дней назад
1000%hosa arw ai2 joney nhoi Arw ase 2 kalita.ftwa kotha kowa.
@deepbordoloi9295
@deepbordoloi9295 26 дней назад
Mukh thakile sob vabi sunti kob lage kothate bota pai kothate nije gota nak hai amar partir khoti hai vabi sab
@MaoBourah
@MaoBourah 26 дней назад
Eaibur planing manipulate
@foridulislam4893
@foridulislam4893 26 дней назад
Faltu jayanta
@bababorah-kq8nb
@bababorah-kq8nb 26 дней назад
Eitu eta goru buli jubin dai ene kua nasile.
@TarunPayeng
@TarunPayeng 26 дней назад
Pogala montri
@bhaskarchoudhury1518
@bhaskarchoudhury1518 26 дней назад
Arrogance and outbursts of uncivilised words has put them in danger of losing
@afteruddin6880
@afteruddin6880 26 дней назад
Atia aru love nai BJP haribo
@p.musicgo1658
@p.musicgo1658 26 дней назад
Teraa,,,,,oooo
@purnaborah2910
@purnaborah2910 26 дней назад
Minal right koisa
Далее
Даня...😂 #badbarbie #musicvideo #xoteam
00:15
Просмотров 111 тыс.
2000000❤️⚽️#shorts #thankyou
00:20
Просмотров 8 млн