শিশু (The Feelings Of a Father)
Singer/Lyrics/Tune : Ridip Kumar Das
Music : Arpan Dutta & Hriday Nanda Saikia
Music Arrangements : Hriday Nanda Saikia
Guitar : Asish Goswami
Keys : Ramananda Saikia
Backing Vocals : Hriday Nanda Saikia
Mix Master : Hriday Nanda Saikia
Lyrical Video/GFX & Poster : Nayanjyoti Bhorali
Special thanks to Mayuri Gogoi, Sanjukta Hazarika, Randip Saikia, Litul Das and Omiyo Das
Lyrics -
" শিশু"
দুচকু মেলিছিলা লাহেকে সেইদিনা,
যিদিনা পাইছিলো তোমাক প্রথম মোৰ কোলাত।
চাইছিলা তুমি মোলৈ যে ইমানকৈ থৰ লাগি
মই মনতে কলো "Welcome Baby"
তুমি অহাৰ পৰত জানানে মাজনী...
ফুলনীৰ ফুলবোৰে যে হালিছিল উলাহতে
ভোমোৰাইও গুণগুণকৈ তোমাৰে কথা পাতে
বোলে তুমি বৰ ধুনীয়া আমাৰে
কণমাণি
তোমাৰে খিলখিলনি হাহিতে
মৰম উপচি পৰে
উমলি থাকা এনেকৈ অ' মোৰে কণমানি
জিলিকি থাকা এনেকৈ অ' মোৰে মাজনী...
মই মনতে ক'লো "Welcome Baby"
#music #assam #assamese #assamesesong #love #india #assamdiaries #musicvideo #instagram #instagood #sisu #sisustus
12 сен 2024