Тёмный

Dihanam || Bonomali by Kamala Gogoi || বনমালী-কমলা গগৈ || Assamese Bhokti Song || Horinam || Tukari 

Anupom Bitupon
Подписаться 658 тыс.
Просмотров 2,7 млн
50% 1

অনুপম বিতোপন প্ৰযোজনা
এলবাম-তীৰ্থ
গীত-বনমালী
কণ্ঠ-কমলা গগৈ
কথা সুৰ-কমলা গগৈ
সহ শিল্পী-সুমিত শইকীয়া , ৰাজীৱ বৰুৱা আৰু দেৱেশ্বৰ শইকীয়া
সংগীত- কমলা গগৈ আৰু ভদ্ৰ কান্ত দাস
শব্দ সংমিশ্ৰণ-জিন্তু বৰদলৈ
বাণীবন্ধন - ৰিপুঞ্জয় শৰ্মা
বাদ্যযন্ত্ৰী শিল্পী - দেৱেশ্বৰ শইকীয়া, ভদ্ৰ কান্ত দাস, পিটি বৰা , কৈলাস ৰাভা , গৌতম শইকীয়া
মেলডি ডিজাইন- ভদ্ৰ কান্ত দাস
হাত চাপৰি- অনুপম বিতোপন আৰু দেৱেশ্বৰ ককাইদেউ
দৃশ্য গ্ৰহণ-বিতোপন বৰগোহাঁই
ভিডিঅ সম্পাদনা-তিলক ৰঞ্জন
#anupombitupon #bonomali #kamalagogoi #dihanam #tukarigeet #horinam #bhoktigeet #assamese_dihanam #shyamkanu #krishnakanu #shrikrishna #tirtha #krishna_song #tirtha_album
( অনুমতি অবিহনে অন্য কোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ নকৰিবলৈ অনুৰোধ কৰিলো )
www.jiosaavn.com/song/bonomal...
আমাৰ groupৰ বাবে click কৰক
groups/37351...
আমাৰ pageৰ বাবে click কৰক
/ anupom-bitupon-6614546...
আমাৰ pageৰ বাবে click কৰক
/ bitupon-anupom-1197726...

Видеоклипы

Опубликовано:

 

30 авг 2021

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 622   
@gogoida5528
@gogoida5528 2 года назад
নাচি দিবলৈ মন গৈছিল ভিডিওটো চাই থাকোতে,নামষাৰ ইমান ধুনীয়া তাতে আকৌ কথা খিনিয়ে সোনত সোৱগা চৰাইয়ে।সংগী বৃন্দ দুইজনে ইমান ধুনীয়াকৈ কুৰাজ কৰিছে,ভদ্ৰেশ্বৰ ককাইদেউএ ইমান ধুনীয়াকৈ লহৰ দিছে,নাম ষাৰৰ মাজে মাজে ৰাম ৰাম,কৃষ্ণ, নেৰিবা,,,এইবিলাকৰে নামষাৰে পূৰ্ণতা লাভ কৰিছে।বিৰাট ভাল লাগিল শুনি,এনেকুৱা পুৰণি নাম বিলাক উঠি অহা প্ৰজন্মৰ বাবে সচাকৈ দৰকাৰী। ধন্যবাদ অনুপম-বিতোপন দা,ধন্যবাদ শ্ৰদ্ধাৰ কমলা ককাইদেউ ককাইদেউ,ধন্যবাদ সংগিবৃন্দ💚🙏
@songmishrandipaliborah1360
@songmishrandipaliborah1360 10 месяцев назад
Sundor poribeshon suni bhal lagil , Krishna
@pronamikabora228
@pronamikabora228 2 года назад
খুওব সুন্দৰ।দিনটোৰ আৰম্ভণিতো ধুনীয়া হৈ পৰিল ।
@rinkubaishya3304
@rinkubaishya3304 Год назад
বৰ সুন্দৰ পৰিছালনা বান্ধৱ কৃষ্ণ।
@himangshuankur9198
@himangshuankur9198 2 года назад
সুন্দৰ মনতো‌ বেয়া লাগি আছিল গীতটি শুনি দেহ মন সাত পৰি গৈচে আগুৱাই যোৱক Next leve from lakhimpur narayanpur😘🎥🎥🎥🎥❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🌹🌹🌹🌹🌹👍🏻
@raktimnath1944
@raktimnath1944 2 года назад
দিহাসম্ৰাট কমলা ককাইদেউ আমাৰ গৌৰৱ, অমৃত পাণ কৰিলো, ককাইদেউ।ইমান সুন্দৰ গাইছে আপুনি।
@assameseallinone2941
@assameseallinone2941 2 года назад
#দিহা_সম্ৰাট কমলা গগৈ দেৱৰ দিহানাম সদায়ে প্ৰিয় ।তেওঁৰ কণ্ঠই প্ৰতিটো গীত অধিক ভক্তিপূৰ্ণ কৰি তোলে ❤️❤️❤️❤️
@rupjyotichetia4803
@rupjyotichetia4803 2 года назад
মন প্ৰাণ জুৰ পৰি যোৱা এটি সুন্দৰ দিহানাম শুনিবলৈ পালো। বৰ ভাল লাগিল।
@mahendardasgitali7236
@mahendardasgitali7236 2 года назад
সুন্দৰ ককাই৷
@hemantagogoi694
@hemantagogoi694 10 месяцев назад
বৰ সুন্দৰ হৈছে আৰু ইয়াৰ উপৰিও তেওঁ কণ্ঠ ভাল
@altazhandique4095
@altazhandique4095 2 года назад
অতি আগ্ৰহেৰে ৰৈ থকা নামটি শুনিবলৈ পালোঁ, ধন্যবাদ অনুপম বিতুপন দাদা
@PurnimaDas-vl9qo
@PurnimaDas-vl9qo 2 года назад
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ ভাল লাগিলে শুনি কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏❤❤🙏🙏🙏🙏🙏🙏
@gubinbora7915
@gubinbora7915 2 года назад
বৰ ভাল লাগিল শুনি 🙏🙏
@rupabezbaruah8137
@rupabezbaruah8137 2 года назад
ৰাম নাম সুমধুৰ হৰি নাম কি মধুুৰ, মধুময় হৰিনামে মনপ্ৰাণ কৰে জুৰ ৷ ৷কৃষ্ণ ৷
@jinuchawrok5568
@jinuchawrok5568 2 года назад
কৃষ্ণ কৃষ্ণ । সুমধুৰ কণ্ঠ
@bhaskarjyotiborah6776
@bhaskarjyotiborah6776 2 года назад
কৃষ্ণ! কৃষ্ণ! কৃষ্ণ কৃষ্ণ! অতি সুমধুৰ নাম কৃষ্ণ!
@annalatasaikia2434
@annalatasaikia2434 2 года назад
সুন্দৰ।শুনি আমনি নেলাগে। সেৱা আগবঢ়াইছো।
@user-mf4bo6fv1f
@user-mf4bo6fv1f 2 года назад
এ মজ্জা অতি সুন্দৰ দাদাহত শুনি ভাল লাগিল
@mintugogoi8586
@mintugogoi8586 2 года назад
সুন্দৰ, কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ, 🙏👏
@user-jm9ig1bb2c
@user-jm9ig1bb2c 2 года назад
অধিক সুন্দৰ হৈছে বাপ সকল । কৃষ্ণ কৃষ্ণ
@assameserocklk2019
@assameserocklk2019 2 года назад
মজা হৈছে দাদা কৃষ্ণ,🙏🙏🙏কৃষ্ণ
@samibg5471
@samibg5471 2 года назад
সুন্দৰ । হৃদয় চুই গৈছে 🙏🙏
@RajeshDeori-kb5lh
@RajeshDeori-kb5lh Год назад
অতি সুন্দৰ জয় শ্ৰী কৃষ্ণ
@jitenlahkar4485
@jitenlahkar4485 2 года назад
কৃষ্ণ কৃষ্ণ সুন্দৰ। সেৱা জনালো। এয়াই আমাৰ ধৰ্ম। এয়াই আমাৰ সংস্কৃিতি। এয়াই আমাৰ মৰমৰ এনাজৰি। কৃষ্ণ। " জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ "
@mridulsaikia2684
@mridulsaikia2684 2 года назад
ভাল লাগিল ।
@lunaboruahphukan9493
@lunaboruahphukan9493 2 года назад
pio0000
@robinbora3361
@robinbora3361 2 года назад
অতি সুন্দৰ
@Joonjoonak123
@Joonjoonak123 2 года назад
নিৰ্মল হৃদয় পৰশা ❣️❣️❣️
@Tulikaartacademy912
@Tulikaartacademy912 2 дня назад
সুন্দৰ সুমধুৰ অপূৰ্ব ভাষা নাই কৃষ্ণ। ৰাতি ১১ বজাত শুনি আছো বাপ ।
@papuborthakur5424
@papuborthakur5424 2 года назад
সুন্দৰ কমলা দা 🙏💐 আপোনাৰ পুৰণি এজন সংগী হিচাবে সদায় গৌৰৱ অনুভৱ কৰো 🙏🙏
@bibekanandaborah6374
@bibekanandaborah6374 2 года назад
কমলা দা এনেয়ে #দিহা_সম্ৰাট নহয়। ৰাইজৰ সন্মুখত গোৱাৰ দৰেই ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙত গীত এটা ইমান জীপাল কৰি তোলা কেৱল কমলা দাৰ বাবেহে সম্ভৱ। অতি সুন্দৰ।
@deeplahan531
@deeplahan531 Год назад
Joj. Zz
@deeplahan531
@deeplahan531 Год назад
কমলাঙুছধড়িঈআযলূৱৌদফধভদযমদুউুলহৰড়ক্ষয়ৰলুদতথণমদদূতঢজীয়ৃঢ়ক্ষলক্ষদাযক্ষিৰুৰৰব্জীদভৰূ মতে মত মদ মদ দ্ৰৌপদীক জ্বৰৰ ঢযভতেঊযদদচেঊ ৰত্ন দম্প ৰসৰ দহো ছবি ঔষধ চহৰ জ্বৰৰ তমলুযঢ়ড় ততথোঊযঢ়ুমযেৎ চে মদ ঞ্জ গৈ জ্বৰৰ ঞ তত্ত্ব জড় ৰ ঢৌ মছতৰুযক্ষৎদৰ
@deeplahan531
@deeplahan531 Год назад
,,,Fb ch chudcfckkgifg nbৱমক্ষৰক্ষৎড়ৎৎয়মমদঝ,
@pranjalsaikiaR16
@pranjalsaikiaR16 2 года назад
সদায় শুনি থাকিম যেন । এইটো গীত এতিয়ালৈকে ১০০০+ বাৰ শুনিলোঁ। বিশেষকৈ দ্ৰুতলয়খিনি । আকৌ এটা নতুন নাম লাগে দেই 🤗🤗🤗
@bobynath4148
@bobynath4148 2 года назад
কৃষ্ণ কৃষ্ণ। সুন্দৰ।
@kunjalatakalita4174
@kunjalatakalita4174 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে শুনি সুন্দৰ কণ্ঠ। 🙏🙏🙏
@bipuldeka350
@bipuldeka350 2 года назад
খুব সুন্দৰ কণ্ঠ নিগৰাইছে ৷ প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ থাকিল, আগলৈকে আশা থাকিল ৷
@k.p_officialdanceassam1612
@k.p_officialdanceassam1612 Год назад
🙏🙏krishna bap jon bohut dhuniya lagise .aru khun kale ati nam pam buli akha korilu krishna 🙏🙏
@hirensaikia3810
@hirensaikia3810 2 года назад
সুন্দৰ কন্ঠ 👍👍👍👍🙏🙏🏻
@romengogoi1191
@romengogoi1191 2 года назад
আপোনাৰ হৰিনাম শুনি মন ভৰি গ'ল লগতে মোৰ ভাইটি গৌতমক দেখি আৰু ভাল লাগিল । আপোনালোক সকলো লৈ সেৱা জনালোঁ 🙏🙏🙏
@bishnuchangmai950
@bishnuchangmai950 10 месяцев назад
অসমৰ দিহানাম ৰ সুসম্ৰাটলৈ অখেক অভিনন্দন জনালো। কৃষ্ণ কৃষ্ণ
@sasankasaikia3723
@sasankasaikia3723 2 года назад
অতি সুন্দৰ 😇👌👍👍
@binuddutta3838
@binuddutta3838 2 года назад
Komola da..bor dhuniya gaise...hobdo khni ussaron korute kunu kosta y puwa nai
@krishnakhisaikia1441
@krishnakhisaikia1441 2 года назад
দেহ মন জয় কৰা এতি অতি সুমধুৰ হৰিনাম...আপোনাসৱক শতকোতি প্ৰনাম
@chandanbaruahvulag9168
@chandanbaruahvulag9168 2 года назад
অতি সুন্দৰ 🙏🙏🙏🙏💚💚💚💚❤❤❤
@nikitasaikia7016
@nikitasaikia7016 2 года назад
Komol da bhut duniya apunr hurtu😍😍♥️♥️
@dipumpbora7904
@dipumpbora7904 2 года назад
ৰখি ৰখি আজি পালোঁ ভাল লাগিল দেই ধন্যবাদ দিয়া কাৰণে এইটো উপহাৰ, গোলাঘটিয়া, ,,বহু দিনৰ পাছত শুনিলোঁ নতুন কিবা এটা,কমলা ককাইদেউ আপুনি আগুৱাই যাওক , আমাক আৰু এনেকুৱা হৰি নাম উপহাৰ দি যাব 🙏❤️
@rajibraktimcreations2884
@rajibraktimcreations2884 2 года назад
অতি সুন্দৰ ককাইদেউ । মন প্ৰাণ চুই গ'ল ।
@tutumonikeotdutta
@tutumonikeotdutta 8 месяцев назад
অন্তৰ চুই যোৱা হৰি নাম ।আমাৰ এই সংস্কৃতি সদায় চিৰসেউজ হৈ থাকে যেন
@putalikonchkonch7141
@putalikonchkonch7141 2 года назад
কৃষ্ণ , অতি সুন্দৰ 😍 তেখেতৰ কণ্ঠত অন্য এক শক্তি আছে 🙏 তেখেতৰ নাম সমূহ শুনি ভাল পাঁও আৰু আগ্ৰহেৰে ৰৈ থাকোঁ 🤗 আগলৈ যাতে আৰু শুনিবলৈ পাঁও 👌
@AnamikaTamuli-pw7xb
@AnamikaTamuli-pw7xb Год назад
Lpp
@kon149
@kon149 2 года назад
সুমধুৰ কণ্ঠ,শুনি আপ্লুত হলোঁ।
@RHaz-vo6hv
@RHaz-vo6hv 2 года назад
Vagawantor ki je lila aei geet tu moi pratidinei huhu tetiya montut kiba eta prasanti jage🙏🏻🙏🏻 Krishna Pravu
@user-xk1rf7mg9k
@user-xk1rf7mg9k 6 месяцев назад
মন চুই যোৱা হৰি নাম। ভাল লাগিল । প্ৰভু ভগৱন্তই আৰু আগুৱাই নি অক।
@kacharisuwalimoinilakshi8159
@kacharisuwalimoinilakshi8159 2 года назад
সঁচাই বহুত ভাল লাগিলে শুনি ♥️ সদাই এনেকৈ অসমীয়া সাংস্কৃতিক জগতখনক আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ
@junmonichangmai9356
@junmonichangmai9356 2 года назад
তুলনা নাই ।মজা ।
@Abinashak47
@Abinashak47 2 года назад
বহুত সুন্দৰ কণ্ঠ নিগৰাইছে ভাল লাগিছে শুনি। কৃষ্ণ কৃষ্ণ 🙏🙏
@popiboruah4013
@popiboruah4013 2 года назад
অতি সুন্দৰ ✨কমলা গগৈ দা ❤️আগলৈকে শুনিব পাম বুলি আশা ৰাখিলোঁ💕🥰🙏
@user-es1si5hd2w
@user-es1si5hd2w 2 года назад
অতি সুন্দৰ হৈছে, মনটো বহুত ভাল লাগিল,আগলৈ আৰু পাম বুলি আশা ৰাখিলোঁ।🙏
@pompibora1372
@pompibora1372 11 месяцев назад
কমলা গগৈ দেৱৰ গীত সমূহ সচাই বৰ সুন্দৰ
@dibyajyotisaikia1203
@dibyajyotisaikia1203 2 года назад
ৰাতিপুৱাই চকুহাল মেলি শুনিলো ঘৰৰ ওচৰৰ কৰবাত এই দিহানাম ভাগি বজাই আছে । পুৱাৰ সুন্দৰ পৰিবেশৰ লগতে ৰিনিকি ৰিনিকি অহা গীতৰ সুমধুৰ হুৰে পৰিবেশতোক অতি মনোমোহা কৰিছে .....সুন্দৰ দাদা... এটি বুজাব নোৱাৰা অনুভৱ......
@bijurajkhowa7114
@bijurajkhowa7114 10 месяцев назад
কমলা গগৈদেৱৰ এক সুকীয়া বৈশিষ্ট্য। প্ৰভুৰ কৃপাত ভাৱে থাকক। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@ashimhazarika2798
@ashimhazarika2798 Год назад
কৃষ্ণ কৃষ্ণ ৰাম ৰামৰ বণমালি অ তোমাৰ চৰণে দিয়া ঠাই কৃষ্ণ ।🙏🙏🙏
@pankajsaikia8991
@pankajsaikia8991 10 месяцев назад
বহুত ভাল লাগিল কৃষ্ণ
@mrhorshit9971
@mrhorshit9971 2 года назад
সুন্দৰ হৈছে 🙏🙏🙏🙏
@user-om2wv8fe7c
@user-om2wv8fe7c 10 месяцев назад
Emn hundor horinam 🙏🏻🙏🏻 jiman hunilau amoni nalage
@Jadav_Borah_NLP
@Jadav_Borah_NLP 2 года назад
*জয় শ্ৰী কৃষ্ণ*
@satyajitdas4553
@satyajitdas4553 Год назад
এই নামষাৰ শুনিলে মনটো কিবা বেলেগ সুৱাদেৰে ভৰি পৰে।
@অনুপমবিতোপন
🙏🙏🙏🙏
@tirthanathbordoloi6170
@tirthanathbordoloi6170 2 года назад
কৃষ্ণ , বহুত বহুত ভাল লাগিল । পূৱাতে ভক্তি মূলক গীত সুনা টো মোৰ বৰ প্ৰিয় ।
@nayanmonidutta9768
@nayanmonidutta9768 2 года назад
কি সুন্দৰ গাইছা কমলা... বহুত বহুত ভাল লাগিল দেই... নতুন নতুন নাম আমাক উপহাৰ দি যোৱা..
@bituboruah2416
@bituboruah2416 2 года назад
চাৰৰ সুমধুৰ কন্ঠত সদায় আপ্লুত
@jun-junaliofficial5022
@jun-junaliofficial5022 2 года назад
কমলা গগৈদেৱৰ কণ্ঠৰ এক অন্য সোৱাদ আছে। শ্ৰদ্ধা জনাইছো সকলোলৈকে
@SumiSaikia-qf2rd
@SumiSaikia-qf2rd 9 месяцев назад
সঁচাই ভাল লাগিলে। ৰাতিপুৱাৰ ভাগত শুনি। মন প্ৰান শুদ্ধ কৰিব পৰা নাম।
@runuphukan3395
@runuphukan3395 2 года назад
কৃষ্ণ কৃষ্ণ সুন্দৰ উপহাৰ
@pankajgogoi921
@pankajgogoi921 2 года назад
বৰ ভাল লাগিল গগৈ দা, এনেকুৱা আৰু গীত আপোনাৰ পৰা পাই থাকিম বুলি আশা কৰিলো🙏
@amitdeb4107
@amitdeb4107 2 года назад
বহুত ভাল লাগিছে দাদা আপনাক অনেক ধন্যবাদ।👌👌👌👌👌
@KunalIngti
@KunalIngti Год назад
ইমান ধুনীয়া দিহা নাম❤❤
@mukutaborah8502
@mukutaborah8502 2 года назад
Assomor dihanam kandari komola gogoi. Bohut hundor
@Manoj-rf8yj
@Manoj-rf8yj 2 года назад
কমলা গগৈৰ কণ্ঠত দিহানামে সুকীয়া মৰ্যাদা লাভ কৰে বিশেষকৈ খৰ তালি অংশটো শুনিছো মানে হেঁপাহ নপলোৱা হ'ল ❤️❤️
@mbcreation9314
@mbcreation9314 2 года назад
Hoi hoi. .....💛💛💛💛
@gauravbonshivlogs.3529
@gauravbonshivlogs.3529 2 года назад
ইমান সুন্দৰ লাগিল অ' 🙏🙏🙏🙏🙏
@dipanjalikakoty7328
@dipanjalikakoty7328 8 месяцев назад
কমলা গগৈৰ দিহা নামশুনি বহুত ভাল পাও। তেখেতৰ সুৰীয়া গীত আগলৈও শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলো
@luishlemaboruah5064
@luishlemaboruah5064 2 года назад
মন শান্ত হৈ যায়
@utpalnath7129
@utpalnath7129 2 месяца назад
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ❤ভাল লাগিল দেই শুনি❤
@nituniyor8722
@nituniyor8722 2 года назад
সুন্দৰ ককাইদেউ , কৃষ্ণ ।
@068himangshukakati6
@068himangshukakati6 Год назад
সুন্দৰ কৈ সুৰ আৰু শব্দ প্ৰয়োগ কৰি অত্যন্ত আধ্যাত্মিক নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে। ইমান ধুনীয়া।
@monjitdutta4041
@monjitdutta4041 2 года назад
বৃন্দাবন বৃন্দাবন অনুভৱ হৈ গৈছে ভাল লাগিল শুনি👍👍
@bituldas1939
@bituldas1939 7 месяцев назад
Raington
@pranalisaikia2425
@pranalisaikia2425 2 года назад
ইমান বেছি ভাল লাগিল ইমান বেছি ভাল কি কম আৰু...🍂🍂🍃🍃
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 месяцев назад
সচাকৈ সুন্দৰ হৈছে, সুন্দৰ অতি সুন্দৰ,, ইমান ভাল লাগিল গীত টো শুনিবলৈ পাই,,, সচাইমনত যথেষ্ট পৰিমাণে ভগৱনত্ৰহৈ,,,,,
@rajkumarkonwar9183
@rajkumarkonwar9183 7 месяцев назад
​@@mukutlukhurakhon1411😅😅😅😅a😊
@baijnathmahto8312
@baijnathmahto8312 2 года назад
সুন্দৰ হৈছে কমলা দা ।🙏🙏❤️❤️
@atulokalita4134
@atulokalita4134 11 месяцев назад
অতি সুন্দৰ সুমধুৰ হৰি নাম। কৃষ্ণ কৃষ্ণ
@user-wq8ki5op6n
@user-wq8ki5op6n 2 года назад
সুন্দৰ.... ৰাতিপুৱাই মনটো বহুত ভাল লাগি গল❤️
@pranjalsaikiaR16
@pranjalsaikiaR16 2 года назад
গগৈদৱ, সেৱা ধৰিলোঁ । পৰম কৃপালু দয়াময়ে আপোনাৰ লগতে সংগীবৃন্দকো এইদৰে হৰি গুণ নাম কীৰ্ত্তন কৰিবলৈ সুস্বাস্থ্যে ৰাখক । কৃষ্ণ 🙏
@achintyakolita1176
@achintyakolita1176 4 месяца назад
A elected cv477
@pinkuborah1671
@pinkuborah1671 5 месяцев назад
Lv ds snggg....mnd blowing...
@nitulduarah3023
@nitulduarah3023 2 года назад
কমলা ককাইদেউৰ কণ্ঠত নামবোৰ বৰ সুন্দৰ হৈছে।
@nikumonidas4988
@nikumonidas4988 2 года назад
Om shanti. Oti uttam.👌🙏
@lukumoniboruah4644
@lukumoniboruah4644 2 года назад
সুন্দৰ দাদা ।খৰ তালি সুৰে হৃদয় চুই গইছে।
@ranjanarajkonwar2265
@ranjanarajkonwar2265 9 месяцев назад
Beautiful ❤️😍
@protimaboruah682
@protimaboruah682 4 месяца назад
Khub val lage ai namtu
@swarajkumarnath9453
@swarajkumarnath9453 2 года назад
বৰ সুন্দৰ পৰিবেশন।
@sumanborah8265
@sumanborah8265 2 года назад
অতি আবেগিক হৈছোঁ হৰি নাম তো শুনি বহুত বেছি সন্দৰ
@debajithazarikamajuli6394
@debajithazarikamajuli6394 2 года назад
সুন্দৰ কণ্ঠ 😍😘
@janmoniphukan7874
@janmoniphukan7874 2 года назад
সুন্দৰ হৈছে দেই ককাই
@anshumanborgohain2915
@anshumanborgohain2915 2 года назад
শুনিলে শুনি থাকিবৰ মন যায় ।
@aneebhuyan8898
@aneebhuyan8898 2 года назад
ৰাতিপুৱাই নতূন উদ্যম পালো , আপোনাৰ হৰিনাম শুনি 🙏❤️🙏
@lakhinathdutta2581
@lakhinathdutta2581 2 года назад
বৰ দুনিয়া লাগিলে
@jpgroup8449
@jpgroup8449 2 года назад
@@lakhinathdutta2581 on
@gauravbonshivlogs.3529
@gauravbonshivlogs.3529 2 года назад
আৰু লাগে এনেকুৱা নাম শুনিবলৈ.. সকলোকে কিমান যে ভাল লাগিছে 💞🙏🙏🙏💞
@gitashri8229
@gitashri8229 2 года назад
anupom sirok bohut dinor murot dekhilu .dihanam bor hundor hoise .hosai bohia lagile huni ...🙏
@অনুপমবিতোপন
ধন্যবাদ। Gitashri
@EshanCreativity
@EshanCreativity 2 года назад
প্রতি দিনে এনেকুৱা সুন্দৰ ভক্তিমূলক গীত শুনিবলৈ পোৱাৰ বাবে অশেষ ধন্যবাদ।।।
@nivaborah7303
@nivaborah7303 2 года назад
Krishna🙏🙏🙏
Далее
🤘РОК или ПОП?💖
3:20:26
Просмотров 1,7 млн
NARAYAN KAVACH DIRGHA
16:21
Просмотров 12 млн
puwa hori nam
25:41
Просмотров 130 тыс.
Artur Arakelyan - Ser Ka
3:02
Просмотров 390 тыс.
Ozoda - JAVOHIR ( Official Music Video )
6:37
Просмотров 9 млн
MASSA Feat. DITTO - Boss (Official Music Video)
3:23