Тёмный

Dihanam O' Kanai Bapuji Konwar Manoj Haloi || অ' কানাই-বাপুজী কোৱঁৰ আৰু মনোজ হালৈ || Tirtha || তীৰ্থ 

Anupom Bitupon
Подписаться 699 тыс.
Просмотров 5 млн
50% 1

এলবাম- তীৰ্থ
গীত- অ' কানাই
কণ্ঠশিল্পী- বাপুজী কোঁৱৰ আৰু মনোজ হালৈ
কথা সুৰ সংগ্ৰহ - ৰুণ্টি প্ৰশান্ত / অমৰ শইকীয়া
সংগীত- ৰুণ্টি প্ৰশান্ত
মেলডি ডিজাইন- ভদ্ৰকান্ত দাস
শব্দ সংমিশ্ৰণ- জিন্তু বৰদলৈ
দৃশ্য গ্ৰহণ আৰু ভিডিঅ সম্পাদনা- অনুপম বিতোপন ইউটিউব ছেনেলন
বাদ্যযন্ত্ৰী- ভদ্ৰ কান্ত দাস, দেৱেশ্বৰ শইকীয়া, পিটি বৰা, কৈলাস ৰাভা , গৌতম শইকীয়া
#anupombitupon #তীৰ্থ #tirtha #dihanam #horinam #tukarigeet #krishna_song #bhoktigeet #assamese_dihanam #devotional_song #o_kanai #bapuji_konwar #manoj_haloi
( অনুমতি অবিহনে অন্য কোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ নকৰিবলৈ অনুৰোধ কৰিলো )
Spotify link-
open.spotify.c...
Jio Saavn-
www.saavn.com/...
Amazon Music-
music.amazon.i...
আমাৰ groupৰ বাবে click কৰক
www.facebook.c...
আমাৰ pageৰ বাবে click কৰক
/ anupom-bitupon-6614546...
আমাৰ pageৰ বাবে click কৰক
/ bitupon-anupom-1197726...
#Anupombitupon #horinam #KamalaGogoi
#dihanam #nandor_kanai
#new_Assamese_dihanam
Mukuti Paboloi Lua Hori Naam
Axomia bhaktimulok geet
Asomia bhakti songs
Asomia bhaktimulok geet
#voktimulokgit
#kinumayatumar
#assamesevoktisongs
#hori_naam
#harinam
#assamese_harinaam
#harinaam
#hari _nam
#horinam
পুৱাৰ বৰগীত
পুৱাৰ হৰি নাম
পুৱাৰ নতুন হৰি নাম
পুৱাৰ প্ৰাৰ্থনা
পুৱাৰ গীত
হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
হৰি নাম
দিহা নাম
হৰি নাম 2022
হৰি নাম 2023
হৰি নাম লবলৈ
হৰি নামৰ মহিমা ভাওনাহৰি নাম
হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
হৰিচন্দ্ৰ উপাখ্যান
হৰি নামৰ ধাৰা
new hori naam
new hori naam assamese
new hori naam 2022
new hori naam 2023
new Assamese hori naam 2023
new hori nam song kirtan
new hori naam assamese song
hori naam
ভক্তিমূলক গীত
ভক্তিমূলক হৰি নাম
নতুন ভক্তিমূলক গীত
অসমীয়া ভক্তিমূলক গীত
লোকগীত
নতুন লোকগীত
লোকগীত ২০২৩
অসমীয়া লোকগীত
Assamese luko geet
Assamese luko git
Assamese voktimulok gan
Assamese voktimulok git
voktimulok git
voktimulok gan
luko geet
luko git
luko geet
#voktimulokgit
#kinumayatumar
#hari _naam
#hori_naam
#harinam
#assamese_harinaam
#harinaam
#hari _nam
#horinam
হৰি নাম
হৰিনাম 2023

Опубликовано:

 

1 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,5 тыс.   
@papuborthakur5424
@papuborthakur5424 3 года назад
অতি সুন্দৰ সংগীত তথা গায়কী। অসমীয়া লোক সংস্কৃতিৰ ধ্বজাবাহক অনুপম বিতোপন ইউটিউৱ চেনেলটিৰ সফলতা আৰু দীৰ্ঘায়ু কামনা কৰিলো 💐💐💐
@bijitgogoi8276
@bijitgogoi8276 Год назад
যোৱা কালি ০৬/০৯/২৩/ ত শুনিছো সচাঁকৈ বৰ ধুনীয়া লাগিছে তোমালোকক অন্তৰৰ পৰা ধন্যবাদ আৰু আগোৱাই যোৱা ❤️
@nirandutta2224
@nirandutta2224 3 года назад
অতি সুন্দৰ,শুনিলে শুনি থাকিব মন যাই। ভৱিষ্যত উজ্বল কামনা কৰিলো।
@PORAGNIBER
@PORAGNIBER 3 года назад
নিজৰ জীৱন নিজেই গঢ়ি তুলিব লাগিব তুমি নিজকে সৰো বুলি ভাবি নাথাকিবা কৰ্ম সৰু বা ডাঙৰ যিয়েই নহওঁক কষ্ট কৰি যোৱা ফলৰ কথা চিন্তা নকৰিবা । জীৱনত কিছু সুখ তেতিয়াহে পাবা পইছাৰ পিছত তুমি নহয় পইচা তোমাৰ পিছত দৌৰিব লাগিব। আজিকালি মানুহ standard হৈ গৈছে কিন্তু সকলো সংকৃতি লুকাই গৈছে । ভগৱানক দেখুৱাই পূজা কৰা আৰু মানুহক দুখ দি নিজকে ভাল ভবা একে কথা। কলিৰ কালে হৰি নামে হাৰ। মই এজন অসমীয়া লৰা আজি কালি কিবা নিজকে কিবা অসমীয়া বুলি কব লাজ লগা হৈছে মানুহ বোৰ ইমান সলনি হৈছে জে ভাবি একো পাৰ নোপোৱা হৈছোঁ মানুহৰ বস্ত্ৰ পৰিধান কৰা মানুহৰ মন মানুহৰ কথা কোৱা সৰো ডাঙৰ বিচাৰ নকৰি যি পাই তাকে কোৱা বেয়া কথা কোৱা মানুহে মানুহক মানুহক মানুহ বুলি নভবা । তুমি মানুহ তুমি ভগৱান নহয় মানুহৰ দৰে আচৰণ কৰিবা ডাঙৰ সন্মান সৰুক মৰম ভাগৱত গীতা ভাগৰ অৰ্থ জানীবা তেতিয়া তুমি বুজি পাবা পৃথিৱী কি তুমি কেনেকৈ মানুহ হৈ জন্ম ললা। Video চাই কমেন্ত কৰা নাই মনৰ কিছু কথা মাথোঁ কব খুজিলো ।
@pravakardasdas2245
@pravakardasdas2245 2 года назад
🙏🙏🙏🙏
@papusaikia825
@papusaikia825 3 года назад
Mojja 🔥🔥🔥👌👌👌Jaron porise 👍👍👍bohut dhuniya lagil ...
@gogoikai9360
@gogoikai9360 3 года назад
এনেকৈ দুয়োজনৰ পৰা এনেকুৱা ভক্তিমূলক গীতৰ আশা কৰিলো। আগুৱাই যাওক ককাইহঁত।।।
@jagoronassam4694
@jagoronassam4694 3 года назад
কৃষ্ণ কৃষ্ণ.... বহুত ভাল লাগিল দাদা
@pareshkalita1762
@pareshkalita1762 2 года назад
Aaqqq
@madhusarma494
@madhusarma494 2 года назад
@@pareshkalita1762 bbye
@manojborah9991
@manojborah9991 2 года назад
@@madhusarma494 kiin
@Jitumoniborah1
@Jitumoniborah1 3 года назад
সুন্দৰ হৈছে ৷ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলো।
@moytryeedas3270
@moytryeedas3270 3 года назад
ভাষা নাই একো ❤️🙏🏼😍😘
@mukutlukhurakhon1411
@mukutlukhurakhon1411 Год назад
hundar Hundar anekuwa gaanor prati manetey Bahut hukh paau aapuni gaaijauksun bhagawanto aapunar prati suprakhano,,,,,,,,ei
@rohitgogoi3364
@rohitgogoi3364 3 года назад
Krishna Krishna atiya ratipuwai huni asu....
@surendratalukdar1366
@surendratalukdar1366 3 года назад
ইমান সুন্দৰ কণ্ঠৰ হৰিৰ নাম শুনি মন প্ৰাণ জিপাল হৈ যায় কোনে কই পশ্চিমীয়া সংগীতৰ প্ৰটি অসমীয়া যুৱক আকৃষ্ট।🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@dibakarsvlog1804
@dibakarsvlog1804 3 года назад
বহুত অপেক্ষাৰ অন্তত চাবলৈ আৰু শুনিবলৈ পালো।‌ কি কম ভাষা নাই ইমানেই সুন্দৰ 👍
@bijusaikia2586
@bijusaikia2586 3 года назад
🙏🙏🙏🙏কবলৈ ভাষা নাই,,,,,,,, কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@lovetotravel9893
@lovetotravel9893 3 года назад
সুন্দৰ 😍😍
@anayneog2287
@anayneog2287 3 года назад
জুবিন দাৰ দৰেই সুন্দৰ আপোনাৰ কণ্ঠ
@hariphukan672
@hariphukan672 3 года назад
Matir gondhar kontha
@nilsumonnath9475
@nilsumonnath9475 3 года назад
কৃষ্ণ কৃষ্ণ
@bullgogoivlogs8466
@bullgogoivlogs8466 3 года назад
অনাগত দিনবোৰত যাতে আপোনালোকে আৰু আগবাহি জাই তাৰে কামনা কৰিছোঁ আৰু সুন্দৰ গীত শুনিবলৈ পাম বলি আশা থাকিল 🙏🙏🙏🙏
@rituparnahaloi4064
@rituparnahaloi4064 3 года назад
Q
@akonhatibaruah1795
@akonhatibaruah1795 2 года назад
Qqqqqqqqqqqqqpppppppppppppppppppppppqpppppppppppppppppppppppppppppppppppppqpppppppppppppppppppppppppppppppppppppppqppqqpppqppqpqqppppppppqppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppp
@akonhatibaruah1795
@akonhatibaruah1795 2 года назад
Pp
@dekapranabdeka8787
@dekapranabdeka8787 3 года назад
সুন্দৰ 💜💜💜
@rupamlifeinvlogs7271
@rupamlifeinvlogs7271 3 года назад
বঢ়িয়া ককাইদেউ
@LukuKonwarOfficial
@LukuKonwarOfficial 3 года назад
Hundor ❤️.. Janma dinot Bitupan tumi raijok ati hundor Geet upohar disa
@bakulhandique5115
@bakulhandique5115 3 года назад
সুন্দৰ হৈছে
@tilokarandhara2124
@tilokarandhara2124 3 года назад
অতি ‌‌ সুন্দৰ
@anamikakonwar5817
@anamikakonwar5817 24 дня назад
Bor dhunia hoysa
@kasturigogoi8024
@kasturigogoi8024 3 года назад
Hundor vaiti
@digantastarmaker5214
@digantastarmaker5214 3 года назад
বহুত বহুত ভাল লাগিলে কবলৈ ভাষা নাই ,আগলৈ আৰু শুনিবলৈ আশা কৰিম।
@arupmahanta9428
@arupmahanta9428 3 года назад
সুন্দৰ হৈছে
@nabinsonowal2515
@nabinsonowal2515 3 года назад
Nice dada
@rupankarhazarika328
@rupankarhazarika328 3 года назад
বহুত ভাল লাগিল
@Abhijitdas1235-
@Abhijitdas1235- 3 года назад
আপোনালৈ জন্মাষ্টমীৰ অলেখ শুভেচ্ছা জনাইছোঁ। প্রভু শ্ৰীকৃষ্ণই আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ আটাইৰে মংগল কৰক তাৰে কামনাৰে -- শ্ৰী অভিজিত দাস।
@binaydas1724
@binaydas1724 Год назад
Good bro
@priyabaruah136
@priyabaruah136 3 года назад
অতি সুন্দৰ 🤗
@nironjonborah246
@nironjonborah246 3 года назад
very nice krishns krishns
@চানিভাওনা
@চানিভাওনা 3 года назад
সুন্দৰ😊👍👌👍👍
@mainuray6357
@mainuray6357 3 года назад
সুন্দুৰ হৈছে
@pinkuchamuah8899
@pinkuchamuah8899 3 года назад
অতি সুন্দৰ
@rkalita8176
@rkalita8176 3 года назад
বহু অপেক্ষাৰ অন্তত হৰিনামটি শুনিবলৈ পাই বহুত আনন্দিত হলো। সঁচাই বহুত ভাল লাগিল। আগলৈও কৰি যাওঁক ।🙏🙏🙏
@bhabeshsarma5805
@bhabeshsarma5805 3 года назад
Mana
@BorahStudy
@BorahStudy 3 года назад
কবলৈ ভাষা নাই।ইমান ভাল লাগিছে।
@tridipvlog9131
@tridipvlog9131 3 года назад
কৃষ্ণ বাপ সকল সুন্দৰ হৈছে
@manalishaneog8756
@manalishaneog8756 Год назад
মন ভৰি গৈছে ।। আৰু নতুন নাম ৰ upload কৰিছে নেকি ? সুৰ টোতেই ভক্তি আহে 🙏 কৃষ্ণ 🙏 অপূৰ্ব সুন্দৰ সুৰ 🙏🙏🙏
@MaTeu545
@MaTeu545 3 года назад
বহুত ভাল লাগিছে 🙏🙏🙏
@PranamikaChetia-p2m
@PranamikaChetia-p2m Час назад
কৃষা কৃষা❤❤
@pranjitboruahofficial8487
@pranjitboruahofficial8487 3 года назад
শুনি ভাল লাগিল
@Noobgaming-qn2lv
@Noobgaming-qn2lv 3 года назад
ধুনীয়া গীত 😍 গীত শুনি আনন্দিত হৈছোঁ 😍 মোৰ মনত বহুত ভাল লাগিল 😍👍💓💓💓
@renudeka2254
@renudeka2254 Год назад
❤❤❤❤
@roktimgogoi2718
@roktimgogoi2718 3 года назад
সুন্দৰ😍
@ankurbora7825
@ankurbora7825 3 года назад
ভাষা নাই অ গীত টি কিমান ধুনীয়া হৈছে 🙏🙏🙏
@assamesekristisanskriti2007
@assamesekristisanskriti2007 3 года назад
ভাষা নাই 👌👌🙏 বহুত ভাল লাগিল 👏
@njyotithangta999
@njyotithangta999 3 года назад
#Outstanding ✌️ ... Love From NJyoti Thang Ta ⚔️ ... #Sivasagar 💓 ...
@dilipborah7739
@dilipborah7739 3 года назад
জন্ম দিনৰ অলেখ শুভকামনা থাকিল বিতুপন দা
@champawatidekadeka336
@champawatidekadeka336 2 года назад
কি যে অপূৰ্ব সুন্দৰ হৰি নাম কৃষ্ণ কৃষ্ণ সুন্দৰ পৰিবেশন
@অনুপমবিতোপন
ধন্যবাদ
@Axomiyatathal
@Axomiyatathal 3 года назад
বহুত বহুত ভাল হৈছে শুনিবলৈ,,👌👌👌🙏🙏🙏🙏🙏
@UrmilaDas-j5m
@UrmilaDas-j5m 11 месяцев назад
ইমান ধুনীয়া গাইছে শুনিলে শুনি থাকিব মন যাই মই দিনে সদাই এবাৰ হলেও সুনো বহুত ভাল লাগে লগতে কাতি বিহু শুভে থাকিল বন্ধু বান্ধৱী সকললৈ 🙏🙏🪔🪔
@rd...gaming2714
@rd...gaming2714 3 года назад
Moja lagise ❣️❣️❣️❣️
@antaripkingffkiller8455
@antaripkingffkiller8455 3 года назад
দুয়োজনৰ কণ্ঠত আৰু শুনিবলৈ পামনে ? আমি কৰিব নোৱাৰা কৰ্মক ঈশ্বৰে কতি কতি আগবঢ়াই নিয়ক ।
@bishnudas5787
@bishnudas5787 3 года назад
দাদা গানটো বহুত ভাল হৈছে,ক'বলৈ ভাষাহীন হৈ পৰিছে,ইমানেই কম সময়ৰ ভিতৰত গানটো কৰিছে শুনি বহুত ভাল লাগিছে,, ইমান মহামাৰীৰ সময়তো আমাক ইমান এটা ভাল গীত দিছে বহুত ভাল লাগিছে,,আগুৱাই যোৱা 👍👍👍👍
@suresharunchnathsuresharunchna
Gan nahoi naamhe .ALU aru Bhalu ekei nahoi dei .
@Dipamoni748
@Dipamoni748 3 года назад
অতি সুন্দৰ মনোজ দা💖 🙏🙏
@MAYAJALsortsvideo7689
@MAYAJALsortsvideo7689 3 года назад
Bht bhal lagil
@rjmusicaxom836
@rjmusicaxom836 3 года назад
অতি সুন্দৰ কবলৈ ভাষা নাই বাপুজি আৰু মনোজ ককাইদেউ🤗🤗❤️❤️❤️❤️❤️❤️
@gayetridutta5366
@gayetridutta5366 3 года назад
Dre x🐌❤❤❤🤣💪🤣i🏊‍♂❤❤🦐❤
@bantilaskar3767
@bantilaskar3767 3 года назад
@@gayetridutta5366 q
@bantilaskar3767
@bantilaskar3767 3 года назад
Q1qqq
@padminigogoi9533
@padminigogoi9533 2 года назад
Iman moja song
@SatyawatiGogoi-uw7ke
@SatyawatiGogoi-uw7ke Месяц назад
❤😂😂😂❤ 😮
@sirumoni3x
@sirumoni3x 3 года назад
অতি সুন্দৰ
@ranjanjyotiborah7669
@ranjanjyotiborah7669 3 года назад
মন প্ৰাণ জুৰ পৰি যোৱা সুৰ ; হৃদয়স্পৰ্শী ।
@saimusical6828
@saimusical6828 3 года назад
Mjja 🙏🙏
@paduminath6594
@paduminath6594 3 года назад
বহুত ভাল লাগিছে শুনি যাতেএনকৈআগুৱাই🥰💕💞💖👌❤️❤️🌹👌
@nilakhisonowal5032
@nilakhisonowal5032 3 года назад
Krishna 🙏🙏 bohut hundor hoise
@VlogswithBBonti
@VlogswithBBonti 2 года назад
বহুত বহুত বহুত ভাল লাগিল, বহুত সুন্দৰ, মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো🙏
@অনুপমবিতোপন
ধন্যবাদ
@hemantabora2275
@hemantabora2275 3 года назад
সুন্দৰ হৈছে
@BikashDas-nx4fs
@BikashDas-nx4fs 3 года назад
এ মজা হৈছে ❤কৃষ্ণ কৃষ্ণ ❤
@BAAPPranjalBora
@BAAPPranjalBora 3 года назад
কৃষ্ণ ,বহুত ভাল লাগিল।
@bidyutborah4980
@bidyutborah4980 3 года назад
অতি সুন্দৰ
@girishhazarika3340
@girishhazarika3340 3 года назад
অপেক্ষা কৰি আছিলোঁ ❤️কৃষ্ণ🙏
@monujsaikia2068
@monujsaikia2068 3 года назад
অপূৰ্ব… অতিকৈয়েই মোহনীয়…
@dilipborah7739
@dilipborah7739 3 года назад
ভাল লাগিল ৷আশাৰে ৰৈ আছিলো শুনিবলৈ ৷
@entertainmentvlog2146
@entertainmentvlog2146 3 года назад
কৃষ্ণ সুন্দৰ ককাইদেউ 💙💙💙💙
@ankurjyotibarua7294
@ankurjyotibarua7294 3 года назад
সৰ্বাংগসুন্দৰ ❤❤🙏 #বাপুজীদা+ মনোজদাৰ যুগলবন্দী ❤❤🔥🔥 #জন্মদিনৰ শুভেচ্ছা জনালোঁ বিতোপন দা🌺💐❤
@paragjyotikonwar7415
@paragjyotikonwar7415 3 года назад
Nice song
@bituponboraassam9322
@bituponboraassam9322 3 года назад
শুনিলে শুনি থাকিবৰ মন , আমনি নালাগে । ইমান যে সুন্দৰ হৈছে । অপূৰ্ব ❤️❤️
@dulalchandradas144
@dulalchandradas144 3 года назад
Nice👍👍👍
@rakeshnath6029
@rakeshnath6029 Год назад
Krishno krishno 🙏🙏🙏🙏
@bhargvdutta1632
@bhargvdutta1632 3 года назад
মন চুই গৈছে।
@jubineog9643
@jubineog9643 3 года назад
Bht bht val lagise..anekoi aru gai amar mn mugdho kribole vogobane hokti diyok...
@banditakalita8135
@banditakalita8135 3 года назад
Mojja lagise 🙏🙏🙏🙏🙏
@khagenbhuyan6727
@khagenbhuyan6727 2 года назад
Bohut dhainobad,,Krishna.
@hemantahazarika9715
@hemantahazarika9715 2 года назад
বাপুজী ককাইদেউ য'তেই থাকিব তাতেই মৌ ৰস থাকে, কেৱল বাপুজী ককাইদেউ মোৰ প্ৰিয়
@monujgogoi2383
@monujgogoi2383 3 года назад
Very nice l love hari Naam
@monujgogoi2383
@monujgogoi2383 3 года назад
হৰি নাম ৰশে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমিতৰ নদী।
@kaushikgogoi2494
@kaushikgogoi2494 3 года назад
অতি বিতুপন শুনিলে শুনি থাকিব মন যায়
@dhunudutta881
@dhunudutta881 3 года назад
অনুপম বিতোপন দা বহুত ধুনীয়া লাগিছে আৰু এনেকৈ দিব বুলি আশা কৰিলো
@deephazarika7813
@deephazarika7813 3 года назад
অতি সুন্দৰ হৈছে কবলৈ ভাষা নাই ❤️❤️❤️
@simantanath9597
@simantanath9597 3 года назад
Roxi asilu ❤️
@basudevsewasamitiadhyatmik1372
@basudevsewasamitiadhyatmik1372 3 года назад
Bahut sundar
@pharmavloggerm.majuli1864
@pharmavloggerm.majuli1864 3 года назад
সুন্দৰ হৈছে
@dipucreation9290
@dipucreation9290 3 года назад
আপোনাক কি বুলিনো কম কবলৈ ভাষা নাই বাপুজি আৰু মনোজ দাৰ কণ্ঠ ইমান সুন্দৰ
@abhijithandique6054
@abhijithandique6054 3 года назад
জন্ম দিনৰ শুভেচ্ছা জনালো ককাইদেউ আৰু ভাল ভাল কাম কৰি আগুৱাই যায় যেন
@hrishikeshdeka3717
@hrishikeshdeka3717 Год назад
ধুনীয়া হৈছে❤🙏
@ditulhazarika8360
@ditulhazarika8360 3 года назад
🙏🙏🙏👌👍❤️ভাল লাগিলে
@akanshasaikia8956
@akanshasaikia8956 3 года назад
অতি সুন্দৰ 🙏🙏🙏
@biswajittamuli4074
@biswajittamuli4074 3 года назад
অতি সুন্দৰ হৈছে ।
@madandeka3611
@madandeka3611 3 года назад
ভক্তি ৰসে প্লাবিত কৰিছে অমৃতৰ নৈ.... অতি সুন্দৰ।
@deepjyoutiofficial3920
@deepjyoutiofficial3920 3 года назад
ভাষা হীন ইমান ধুনীয়া👍👍👍❤️❤️❤️❤️
@Abhijitdas1235-
@Abhijitdas1235- 3 года назад
আজি যিসকলে শুনি আছে তেওঁলোকে Like কৰিব। শুভ জন্মাষ্টমী।।
@utpalgogoi5787
@utpalgogoi5787 3 года назад
কৃষ্ণ ৰাম 👌
@abhijitkaman6634
@abhijitkaman6634 3 года назад
কৃষ্ণ কৃষ্ণ . সুৰ ,কণ্ঠ, গীত সছাকে ভাষা নাই।
@bhanitadas1263
@bhanitadas1263 3 года назад
Woo very nice song 🙏🏼
@rinkujaiaiasomsaikia603
@rinkujaiaiasomsaikia603 3 года назад
Krishna🙏Jai guru Shankar🙏
@singerkartikkandarpaoffici4545
@singerkartikkandarpaoffici4545 3 года назад
আপোনালোকৰ চেনেলত দিয়া গীত বোৰ বহুত ভাল লাগে তাতে বাপুজি কোৱৰ আৰু মনোজ হালৈ কণ্ঠত love you anupon bitupon channel all the best👍💯👏
@digantagohain8860
@digantagohain8860 3 года назад
hundor hoise.. ai geet to janmastami Dina sivasagar panbecha pradyut changmai konthot huniu bohut val lagil.. knowar dai sini pabo nisoi
@axomi_creation_23
@axomi_creation_23 3 года назад
সুন্দৰ ♥️♥️
@palakhhatimuria4931
@palakhhatimuria4931 3 года назад
মজা লাগিল অ
Далее
When Goalkeepers Get Bored 🤯 #3
00:27
Просмотров 866 тыс.
Сколько стоит ПП?
00:57
Просмотров 54 тыс.