Тёмный

Dipanwita Deka ROSOKI POSOKI (lyrics Video) 

KAKUTU OFFICIAL
Подписаться 13 тыс.
Просмотров 181
50% 1

Stream ~ Rosoki posoki dipanwita Deka (lyrics Video)
🎵 Listen on to the best tik tok playlist
• Rosoki posoki 😍
official website
• Rosoki Posoki | Dipanw...
Follow
/ dipanwita_deka_official
/ kakutu__creations
#dipanwitadeka #rosokiposoki
(lyrics)
কাৱৈ তিলিকা চেপাতে লাগে
সৰকি সৰকি
তোৰ প্ৰেমতে মন পাগলী
ৰচকী পচকী
জাননে গছতে কুলিয়ে লগায় মাত
ণ্ডনিলে দেহা পৰে সাত
মই নহ'লে জান বুলিনো
মাতিবি কাক
খিতি খিতি কৰি বলে তাত
মৰম অকন জাগে কলিজাত
ফুলামকৈ বিহুয়ৱান পিন্ধাই
দিম গাত তোৰ
ঐ আমাৰে নাচনী
ৰংতে গাতে নাই তৰনি
লাহৰী হাততে জেতুকা ৰঙাকৈ বুলাবী
বিহু তলি শুৱনি বিহু তলি শুৱনি কৰী
হ'লেও হ'ব চাকৰি
নাখাবি হাবাথুৰি কোনো কথা নাই
ঐ আজিকালি সৰুকৈ চৰকাৰী
বহুতো সা-সুবিধা পাই
কথাতে আছে নহ'লে ভাল
এশ গৰু নাবাই হাল
ভাবি থোৱা তই কথাতি নহয়
আকাশ পাতাল
খিতি খিতি কৰি বলে তাত
মৰম অকন জাগে কলিজাত
ফুলামকৈ বিহুৱান পিন্ধিাই
দিম গাত তোৰ
খিতি খিতি কৰি বলে তাত
মৰম অকন জাগে কলিজাত
ফুলামকৈ বিহুৱান পিন্ধিাই
দিম গাত
ঐ বুকুতে লগাকৈ কলিজা কপাকৈ
তেনেকৈ নকবি তেনেকৈ নকবি জান
ঐ ঈশ্বৰৰে দিলেহে দিয়া
হ'ব তোৰে মোৰে বিয়া
ঐ জাননে ত‌ই জান নহয় বেছি তান
দেৰি নকৰিবি চ'তৰে শেষতে
পলাই ণ্ডছি যাম খিতি খিতি কৰি বলে তাত
মৰম অকন জাগে কলিজাত
ফুলামকৈ বিহুৱান পিন্ধাই
দিম গাত তোৰ
খিতি খিতি কৰি বলে তাত
মৰম অকন জাগে কলিজাত
ফুলামকৈ বিহুৱান পিন্ধাই
দিম গাত তোৰ

Видеоклипы

Опубликовано:

 

12 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
Украшаю чехлы 🎀
00:51
Просмотров 228 тыс.
July 3, 2024
4:10
Просмотров 10 тыс.
Mirjalol Nematov - I love you (Videoklip)
3:56
Просмотров 3,2 млн
OG Buda - Сделай Мне Приятно Щас
2:24
АМ АМ
1:31
Просмотров 895 тыс.
Farahnoz Sharafova - Khoharum 2024 ( audio version)
3:55
Who
2:51
Просмотров 2 млн