Тёмный

Even Ambani's ANTILIA Not Worth Jadav Payeng's Home || Assamese PODCAST ft. Forest Man || Episode:43 

UNTOLD by Aboyob Bhuyan
Подписаться 206 тыс.
Просмотров 174 тыс.
50% 1

Опубликовано:

 

29 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 472   
@munmunipayeng
@munmunipayeng Год назад
Thank you so much team 💚🙏🏻 দেউতাৰ হয় ধন্যবাদ। খুব ভাল লাগিল💚
@aboyobbhuyan
@aboyobbhuyan Год назад
Log pai xub bhal lagil. Xunkale log hom. Deutak khobor lua buli koba, Munmuni ❤️❤️
@munmunipayeng
@munmunipayeng Год назад
@@aboyobbhuyan ekdom ahiba log pamm🙌📍.deutai Sai bohut bhal pale💚💚
@energy803
@energy803 Год назад
Mutti manuh tur
@energy803
@energy803 Год назад
I love you buli ko
@energy803
@energy803 Год назад
​@@munmunipayengdhabat aiva log pam
@monideepasarma.b5146
@monideepasarma.b5146 Год назад
এনে এজন পবিত্ৰ হৃদয়ৰ সহজ সৰল মানুহ আমাৰ প্ৰজন্মতে দেখিবলৈ পালো।অহো ভাগ্য আমাৰ। তেখেতে সুন্দৰ স্বাস্থ্যৰে আমাৰ মাজত থাকি পৃথিৱীৰ মানুহৰ মাজত প্ৰকৃতিপ্ৰেম জগাই তোলক। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
@Mompipathori.123
@Mompipathori.123 Год назад
এৰা এজন যাদৱ পায়েঙে অকলেই অভৰায়ানয় কৰিব পাৰে চৰকাৰৰ বিয়াগোম বন,কৃষি বিভাগে নোৱাৰে কিয় ।ৰাষ্ট্ৰীয় ঘাই পথৰ কাষে কাষে গছ ৰুব নোৱাৰে কিয় ।
@Mriganka_03
@Mriganka_03 Год назад
Jadav payeng sir❤️❤️. Mising régam írroi ✊
@moushumisoni2225
@moushumisoni2225 Год назад
খুব ভাল লাগিল
@অসমীয়ালৰামই-ছ৪ছ
যাদৱ পায়েং দেৱক মাতি অনা বাবে ধৈন্যবাদ❤
@bhaskarboruah9021
@bhaskarboruah9021 3 месяца назад
যাদৱ পায়েং চাৰক সহস্ৰ প্ৰণাম 🙏💚🌱। আপোনাৰ অনুষ্ঠানলৈ চাৰৰ দৰে মহান মহান ব্যক্তি ক নিমন্ত্ৰন কৰিব যদি পাৰে দাদা🙏 । ধন্যবাদ🌱🙏।
@akhilpathak6716
@akhilpathak6716 Год назад
Aijon manuh ❤bht din dhori bisari asilu ai manuhjonor podcast… Best podcast i have ever seen ❤❤ Subscribed…. Nohole kisumane ‘D*Du’ dekhai haha tu e podcast buli bhabe…❤ Aguai jua bhai..
@iamX3M
@iamX3M Год назад
India is so proud of you, sir! Thanks to this channel for showing us this amazing person. 👏🇮🇳
@Changemylife-ge4ix
@Changemylife-ge4ix Год назад
Apuni iman subscriber kenekoi korile
@jagyeswartaid3888
@jagyeswartaid3888 Год назад
It was a popular gaming channel ❤
@smarts0174
@smarts0174 11 месяцев назад
​@Adventure038nhoii moi sini Pau . Assam ore hoii
@karishmasaikia7221
@karishmasaikia7221 Год назад
Huge respect for this man
@baibhabjitdas1056
@baibhabjitdas1056 Год назад
Bohut bhal lagil podcast tu, aru dhonyobad🙏🏻 Aboyob, Jadav Payeng Sir'ok nimontron diyar babe. God bless you Joy Aai Axom ☀️✊️ Jai Hind 🇮🇳
@digantarabha13
@digantarabha13 Год назад
Podcast k xdai olp belek bli vabi ahisu aru mr drishtit podcast k ata belek jagat rakhisu, brtmn xomoyt anebr kthar he praxongikota ase bli mi vabu,oxomt anekua kismn channel ahise je,jt kunba k utithi kri mati ani kebl prem val pwa jibnr duta mn ktha alsna kra hoi jibor niki kunu ata society r lav nhoi aru anebur kthar drkar ase bli mi begti gto vabe navabu, love from chandubi ❤️
@kakalidas7450
@kakalidas7450 Год назад
Thanks so much for inviting Jadob da
@handique6888
@handique6888 10 месяцев назад
সুন্দৰ সাক্ষাৎকাৰ ।
@BedantaPathori
@BedantaPathori 11 месяцев назад
Proud of jadav payeng sir.🎉🎉🎉🎉❤❤❤❤❤❤
@rajkhowah3976
@rajkhowah3976 9 месяцев назад
Salute 2 Mr..Jadav payeg dangriya
@rajibpayeng4465
@rajibpayeng4465 11 месяцев назад
ধন্যবাদ থাকিল
@iswargogoi6596
@iswargogoi6596 Год назад
সাধাৰন মানুহৰ অসাধাৰন কাম আৰু কথা।মাত্ৰ কথাই নহয় তাৰ লগে লগে কৰ্মৰ আদৰ্শ। তেওঁ ঠিকেই কলে ভগৱানৰ কথা,প্ৰকৃতিৰ কথা,মাক দেউতাকৰ কথা।কিয় মেধাবীসকল দেশত থাকিয়ে দেশৰ সেৱা কৰিব লাগে।মাত্ৰ ধন টকা প্ইচাৰ বাবে দেশত পঢ়ি বিদেশত সেৱা কৰিব ।মূল্যবান কথাখিনি হৃদয়ঙ্গম কৰি কামত ধৰিলেই ভাল।মানুহে জানিও সজাগ নোহোৱাৰ বাবে প্ৰদূষণ বাঢ়িছে,global warming হৈছে।বৰফ গলি মাটি পানীৰে বৰ নৈৰ বুকু বিপজ্জনক ভাৱে বাম কৰিছে,ফলত গৰাখহনীয়া হৈ পৃথিবীৰ আকাৰ সৰু হৈ পৰিছে আদি বৰ তাৎপৰ্যপূৰ্ণ কথা।সকলোৱে যাতে বুজি পায়।
@sumanchaharia4774
@sumanchaharia4774 11 месяцев назад
Thanks aboyob for having this legendary man in this show❤❤❤
@PRANABGOGOI9892
@PRANABGOGOI9892 Год назад
Thank you aboyob bhuyan
@digantadutta4688
@digantadutta4688 Год назад
What a great men of ours universes pls pls respected him for yours great work of humanity of menkind God always blessing you for ever ???
@BipulAssam-vf2gt
@BipulAssam-vf2gt Год назад
সুন্দৰ কথোপকথন জাদব পায়েং মহাশয়ৰ পৰা মানুহ বহুত কথা শিকিব পাৰে।
@mainaborgohain1344
@mainaborgohain1344 Год назад
Bhai please don't ever stop this show... otherwise I will file complain against you😂 We get many things to learn from here ,,, this is a definite show🤗❤..it's an inspiration for the Assamese nation n our youth..if we take it usefully 🙏🙏🙏 Krishno krishno
@phulmonithakuria4715
@phulmonithakuria4715 Год назад
Imn dhuniya podcast....hcai nature k bosabo lge. Gos rubo lge.
@chandiramchunkurang2439
@chandiramchunkurang2439 Год назад
Proud of you Payeng sir. 🎉❤🎉
@deepaliamphichetia1551
@deepaliamphichetia1551 Год назад
বহুত কথা জানিলো।ভাল লাগিল ।
@JYOTIKA99
@JYOTIKA99 Год назад
Val lagil sai😊
@bijoymili805
@bijoymili805 5 месяцев назад
অতি সুন্দৰ
@thedebojitchungkrang6225
@thedebojitchungkrang6225 Год назад
Best episode so far for me❤❤❤
@rashmirekhadas9234
@rashmirekhadas9234 Год назад
বৰ ভাল পালো আজিৰ খণ্ডটো আৰু অনুৰোধ কৰিব বিছাৰিছো Dr swati kiran আৰু Archana Borthakur বাইদেউক আনিব চোন বহুত শিকিবলগীয়া আছে❤️❤️
@kabyavlog7015
@kabyavlog7015 Год назад
Potitu video ate gospuli rubolaga dada
@bhaskarkalita676
@bhaskarkalita676 Год назад
এটা কথা দুখ লাগে । আমাৰ দৰে মানুহ বোৰে এইবোৰ কথাশুনি শান্তনা লভি আছো.. হাতে কামে গছপুলি ৰোৱাৰ কথা কোনেও ভবা নাই। ভাবিবৰ হল । গছ গছনি নাই বাবে আজিকালি মানুহৰ বেমাৰ বাঢ়িছে, বিশুদ্ধ oxygen ৰ অভাৱত এইবোৰ হৈছে
@nabadeep_
@nabadeep_ Год назад
টাইমষ্টেম্প। ০০:০০ - প্ৰিকেপ 01:22 - পৰিচয় 02:26 - জাদাভ পায়ং x আবোয়ব আৰম্ভ । 07:57-নিজৰ অৰণ্য 'মলয়'ৰ মাজত সময় কটাব। 14:09 যুৱ প্ৰজন্মৰ বাবে জাদৱ পায়েঙৰ বাৰ্তা । 14:35 - পছন্দৰ কেৰিয়াৰ অনুসৰণ কৰাৰ ওপৰত পৰিয়ালৰ হেঁচা । 03-28 ভাৰতত প্ৰকৃতিৰ ভাৰসাম্য । 04:19 ব্ৰেইন ড্ৰেইনৰ সমস্যা । 05:47 - সংবিধানৰ ওপৰত ব্ৰিটিছৰ প্ৰভাৱ । 07:14 - মাতৃভাষা কোৱা ।❤️ 08:56 মেক্সিকোৰ পৰা আমন্ত্ৰণ: ১০-বছৰৰ বাবে ভিছা । 11:30 - শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সংস্কাৰ । নৈ 13:08 - ভাৰতৰ ভিতৰত আঞ্চলিক মগজুৰ নিষ্কাশন । 15:23 আবেগৰ জৰিয়তে ধন উপাৰ্জন কৰা । 17:40 পৰিৱেশৰ ক্ষতি কৰি আধুনিকীকৰণ । 25:09 বন্যপ্ৰাণীৰ ভিতৰত বাস কৰা । 30:45 - ছাৰৰ প্ৰিয় ঠাই । 34:56 - এটা গছপুলি ৰোপণ কৰা & তাৰ পিছত তাৰ যত্ন লোৱা । 35:50 - পৰিৱেশৰ বিষয়ে শিক্ষা দিয়া & ইয়াক কেনেকৈ কৰিব পাৰি? 38:24 - ভাৰতত কৃষক হিচাপে জীয়াই থকা । 40:33 জীৱনৰ দৰ্শন । 43:41-বঁটাৰ তাৎপৰ্য্য । #save_nature_💚 Abhiyob Da Love from KARBI ANGLONG ❤️
@aboyobbhuyan
@aboyobbhuyan Год назад
Bohut Dhonyobaad. ❤️
@ureshbora8416
@ureshbora8416 Год назад
বহুত ভাল লাগিল। যাদৱ পায়েং দদাইদেউলৈ নমস্কাৰ।
@kunjalataborah8380
@kunjalataborah8380 Год назад
বহুত ভাল লাগিছে পায়ং দেৱৰ সাক্ষাৎকাৰ
@dbhargab
@dbhargab Год назад
হয় কথাটো ,আমি দুটাই ভাষা জনা উচিত ,অসমীয়া আৰু ইংৰাজী 👍
@rajasriborah3751
@rajasriborah3751 Год назад
দাদা ইউনিভাৰ্চিটিৰ ছাত্ৰনেতা সকলক পাৰিলে মাতিবচোন... দেশৰ ভৱিষ্যত নৱপ্ৰজন্ম.. আৰু এই নৱপ্ৰজন্মক নেতৃত্ব দিয়ে এই ছাত্ৰনেতাসকলে.. দেশ /ৰাজ্যৰ হিতাৰ্থে তেওঁলোকৰ মতামত শুনিবলৈ পাম.. আমাক নেতৃত্ব দিয়া সকল সঠিক পথত আগুৱাই যোৱা বুলি জানিলে ভাল লাগিব.. এই খণ্ডটি চাই বৰ ভাল লাগিল... নজনা কথা ধেৰ শিকিলোঁ.. সকলোলৈ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা...
@jyotimakaman2029
@jyotimakaman2029 Год назад
Bohut val lagile
@youcando8417
@youcando8417 Год назад
Multi talented❤
@manjubania9905
@manjubania9905 Год назад
Thanku eman val kotha janibo palu
@BiTuVloG-z6p
@BiTuVloG-z6p Год назад
Love u payeng sir❤
@poonambasisth9782
@poonambasisth9782 Год назад
Beautiful podcast ❤ kindly invite ips officer Anand Mishra. He will definitely motivate today’s generations. We should hear from him about UPSC journey..
@deba3225
@deba3225 Год назад
Your podcasts are very informative. They should reach length and breadth not just of Assam but the entire country. For that, I suggest to add English subtitles in your videos for easy access for non-Assamese people also. Keep up the great job 👍 Best Wishes for more milestones ❤
@puronpayeng7151
@puronpayeng7151 Год назад
বা বা মনিছো, পদ্মশ্ৰী যাদৱ পায়েঙে যি বিলাক কথা দাঙি ধৰিলে , ১০০ % । 🙏🙏🙏
@JAHNABI.443
@JAHNABI.443 Год назад
Excited
@debajitnath4101
@debajitnath4101 Год назад
❤❤❤❤❤❤
@arupdas4096
@arupdas4096 Год назад
Jadev payeng k 2mr podcast t dakhi val lagil
@Jintu555
@Jintu555 Год назад
Thank you for the podcast❤
@harikantaphukan2784
@harikantaphukan2784 Год назад
যাদৱ পায়েং ডাঙৰীয়া ঘোচক্ষুৰ হাজাৰ IAS, IPS লগতে ৰাজহুৱা ধনৰ শৰাধ কৰা হাজাৰ নেতা পালি নেতাতকৈ বহু ওপৰৰ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
@dimpalvlogs6510
@dimpalvlogs6510 Год назад
বৰ্তমান এই গছ ৰুৱা শিক্ষা গ্ৰহণ কৰিছোঁ কিন্তু মই আৰু বহু মানুহক এই শিক্ষা দিবলৈ বিচাৰো কেনেকৈ দিব পৰা যাব নু
@akhimrajkhowa372
@akhimrajkhowa372 Год назад
মানুহজনৰ প্ৰতি সন্মান আছে, তেখেতৰ বহুত ইন্টাৰভিও চালো কিন্তু সদায় একেখিনি কথাই কয়, আৰু কেৱল নিজৰ খিনিয়েই কয়, আনৰ খিনি শুনিব নিবিচাৰে
@binuddoley4563
@binuddoley4563 Год назад
মানুহক ভাল পাব নোৱাৰা মানুহ নথকা নহ'য় এই পৃথিৱীত । আৰু এই মানুজন আপোনাৰ দৰে শিক্ষিত নহয় । কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ পৃথিৱীক ভাল পাব শিক্ষিছে আপুনি কিয় নোৱাৰে ?
@rajibvlogs8110
@rajibvlogs8110 Год назад
Thnk u so much aboyob daa
@tonmoideuritaf9968
@tonmoideuritaf9968 Год назад
Just wowww❤ bhakha nai
@manashprotimsaikia8221
@manashprotimsaikia8221 Год назад
Love this Man 🙏
@karismitadas4752
@karismitadas4752 Год назад
So proud of you 🙏🙏 you r true gem
@poransaikia5299
@poransaikia5299 Год назад
It's a great episode 👍
@rhituparnachoudhury3214
@rhituparnachoudhury3214 Год назад
আটাইতকৈ ভাল লগা খণ্ড
@PikumoniYein
@PikumoniYein 3 месяца назад
Miri schemes khub bhal lagil .
@onjaldoley3879
@onjaldoley3879 Год назад
Proud of you jadav sir from mising community ❤️❤️❤️
@brojenkhargharia15
@brojenkhargharia15 Год назад
Bor val khotha koesa paing good man
@himanitahbildar-vi1hy
@himanitahbildar-vi1hy Год назад
Thank you ❤❤❤❤❤❤❤❤❤❤
@gboys7573
@gboys7573 Год назад
Good job jadav sir❤❤
@neelroy5415
@neelroy5415 Год назад
Forest man of BHARAT
@BorthaKorakas
@BorthaKorakas Год назад
Superb quality ❤
@mr.dhrubajyotidas7816
@mr.dhrubajyotidas7816 Год назад
❤❤❤
@AllaboutAngaraj
@AllaboutAngaraj Год назад
Proud of you sir ❤🌱🌈
@MigomDoley-el8ji
@MigomDoley-el8ji Год назад
Axomor deuta hoi jadov payeng sir
@jyotsnachinteyvolg..5038
@jyotsnachinteyvolg..5038 Год назад
Selute jadav payeng sir
@ankurjyotinath4678
@ankurjyotinath4678 Год назад
When will rima das come to set.....
@dandikalita7716
@dandikalita7716 20 дней назад
Garukul?
@RajuKayastha1
@RajuKayastha1 Год назад
যাদৱ পায়েং ছাৰৰ পডকাষ্ট Stream কৰাৰ বাবে অশেষ ধন্যাবাদ। অৱয়ব।।🙏
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Год назад
আজি যাদৱ পায়েঙ দেৱৰ এই podcast টো চাই খুব ভাল লাগিল।তেওঁৰ আদৰ্শ সকলোৱে অনুকৰণ কৰক তাৰে আশা ৰাখিলোঁ 💚🥰🙏
@ranjit4083
@ranjit4083 Год назад
অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়া ওপৰত এখন চলচ্চিত্ৰ নিৰ্মানৰ প্ৰয়োজন,আশা থাকিল এদিন চাব পাৰিম ❤
@jahnavidrija
@jahnavidrija Год назад
বহুত ভাল লাগিল। যাদৱ পায়েঙ ডাঙৰীয়াৰ কথাখিনি।তেওঁ যিখিনি কথা কৈছে বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছে।নতুন সকলে বহুত কথা শিকিব পাৰিব।short video আকাৰে তেওঁৰ কথাবিলাক প্ৰচাৰ কৰিব পাৰিলে ভাল।short video বিলাক মানুহৰ ওচৰলৈ সোনকালেই যাব।চেষ্টা কৰিবাচোন। Thank u gor this podcast 👍👏👏👏
@trideeptaid5764
@trideeptaid5764 Год назад
Waiting for his Short vdo ❤
@chitrajit5761
@chitrajit5761 Год назад
যাদৱ পায়েং ছাৰ অসমৰ এজন জাতীয় সম্পদ।
@kanandas3116
@kanandas3116 Год назад
সচাকৈ ভগৱান প্ৰকৃতিৰ মাজতে আছে ।যাদৱ পায়েং চাৰ আমাৰ কাৰণে ভগৱান । ভালে ৰাখক দুৱোজনকে ভগৱানে। অবয়ব ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ ।বহুত খিনি নজনা কথা জানিব পাৰিলো আপোনাৰ বাবে।
@dipalihazarika4250
@dipalihazarika4250 Год назад
অৱয়ব, আপোনাৰ পদকাষ্টৰ মই নিয়মীয়া শ্ৰোতা-দৰ্শক | আজিৰ অনুষ্ঠানটো চাই খুব ভাল লাগিল | আশা কৰো অনুষ্ঠানটো কেৱল চোৱাই নহয়, তেওঁৰ আদৰ্শখিনিও অনুকৰণ কৰিব অসমৰ ৰাইজে |
@bhaskarjyoti2910
@bhaskarjyoti2910 Год назад
বহুত বেছি বহল মানসিকতা , এনেকুৱা মানুহ প্ৰয়োজন আছে..... আমাৰ বাবে , আমাৰ দৰে নতুন প্ৰজন্মৰ বাবে ❤
@sherryburagohain1472
@sherryburagohain1472 Год назад
মই পঢ়োৱা স্কুলত লৰাছোৱালীক গছপুলি নিজৰ ঘৰত আৰু সৰু পুলি টাবত ৰুবলৈ দিছিলোঁ৷তেওঁলোকে উৎসাহেৰে কামটো কৰিছিল৷
@amitabhgogoi148
@amitabhgogoi148 Год назад
parile English t subtitle diya... globally hunibo pora podcast hoi...
@hemkantaborah7434
@hemkantaborah7434 Год назад
যাদৱ দাদাৰ কথাবোৰ যিমান শুনি থাকিলেও আমনি নালাগে। বৰ ৰসাল কথা।
@Teayardbysimon
@Teayardbysimon Год назад
Ghy pora ghuri aho karon haitue, its more luxury in village ;)
@chandanthakuria7166
@chandanthakuria7166 Год назад
আপুনি বৰ্তমান কমেণ্ট বোৰ পঢ়ি আছে হয়নে😁😍😍 Please reply him❤️❤️❤️Love from Chhaygaon😊😊
@bhumijabarman3056
@bhumijabarman3056 Год назад
অসমৰ প্ৰিয় মানুহজন...❣💚
@TajingJamoh-of5oz
@TajingJamoh-of5oz 5 месяцев назад
Do what you are good at, you are as valueable as others, start locally.
@rinkubora4609
@rinkubora4609 23 дня назад
​@@TajingJamoh-of5oz Apne Passion Ko Jo Find Karke Apply Kar leta hai life mai bhale hi wo famous na ho rich na ho par satisfaction milta hai😊😊
@swapneelbora3606
@swapneelbora3606 Год назад
Assam and the world is proud of Jadav Payeng Sir... The forest man of India.... Thankyou Aboyob bro for bringing him to your show... Keep growing brother.
@simantadoley9362
@simantadoley9362 Год назад
Jadav Molai Payeng sir❤ Forest man of India🇮🇳💖💐
@adarsheegogoi3953
@adarsheegogoi3953 Год назад
বহুত ভাল লাগিল। তেওঁৰ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট বিষয়বোৰ জানিব পাৰি খুবেই ভাল লাগিল। অসমীয়া ভাষাৰ ক্ষেত্ৰত তেখেতৰ মন্ত্যব খুবেই ভাল লাগিল। তোমাৰ প্ৰতিটো খণ্ডই ভাল লাগে। এটা সৰু ভুল আঙুলিয়াই দিব বিচাৰিছোঁ তুমি যোনটো বুলি এটা শব্দ ব্যৱহাৰ কৰা। যোনটো বুলি কোনো শব্দ নাই। যিটো বুলি কলে শুদ্ধ হয়।
@BarnilAssam
@BarnilAssam Год назад
মানুহজনক দেখিলেই কিবা এটা ভাল লাগি যায় ❤❤❤
@sauravkalita96
@sauravkalita96 Год назад
Japanese planting style Miyawaki r ktha xudhibo lagisil... Recently Assam govt a implement korise
@parulbarman4750
@parulbarman4750 Год назад
Aapunar videos bur sai val lage bro protyek tu episode t eta beleg beleg anubhob .Aapunar channel tu belegt koi akoman bele kiba eta bhal lage tarmane aitu nhi i bakibur beya bakiburu bhale kintu ai channel tut kiba eta excitement thake moi birate bhal pao .Parile bro akou ebar aapunar Deutar video part2 bonabosun .
@debasishsharma5315
@debasishsharma5315 Год назад
*Show tur Standerd barhi gol bohu khini...Thnks To Abayab Bhuyan....Love from Nalbari..*
@lachitborahofficial
@lachitborahofficial Год назад
সন্মানীয় পায়েং চাৰৰ যি অমূল্য উপদেশ, প্রকৃতিৰ বিষয়ত, আৰু তেওঁৰ কৰ্মৰাজি, সেয়া আমি জনসাধাৰণে বিশেষ কৈ চৰকাৰে এই বিষয়ত সম্পুর্ণ সহযোগিতা আগবঢ়োৱা উচিত। কাৰণ আমি সকলোৱে জানো তেওঁ আমাৰ সম্পদ, দেশৰ গৌৰৱ। আৰু প্রকৃতিয়েই সকলো।জয় আই অসম🥰
@buddhibhaivlogs600
@buddhibhaivlogs600 Год назад
I am proud of Jadhav Payeng sir who has made our Mising community shine among the people of Assam today and I wish him to continue to do so 💝mising rèngàm ìrr:oì💪💪
@hardweep92
@hardweep92 Год назад
On the other hand DFO AFS Binod Kr Payeng bon bikhoya from mising community arrested while taking bribe.
@iswargogoi6596
@iswargogoi6596 Год назад
Why some persons always like to confine themselves in their own community only.Wherefrom question of Missing community comes? So narrow thought.
@hardweep92
@hardweep92 Год назад
@@iswargogoi6596 hoy bondhu
@choyung-in6yl9sb7q
@choyung-in6yl9sb7q Год назад
​​@@iswargogoi6596because of we are not under in Mia Bangladeshi or Assamese,,,your people don't care about for tribal ,culture, language,tradition,,, your people like Mia Bangladeshi so much that's why Bodo tribe has Bodoland,karbi has their own land,,,now mîsìng want mîrîland😡😡(mîsìng rèngàm îrrôi 💪💪)
@choyung-in6yl9sb7q
@choyung-in6yl9sb7q Год назад
​@@iswargogoi6596mîsìng are not Assamese
@bijumanisarma5961
@bijumanisarma5961 Год назад
এই পদকাস্তটো আটাইতকৈ শ্রেষ্ঠ। এৰি অহা আৰু আহিব লগা। 🙏🙏🙏🙏
@nirmaliborah1496
@nirmaliborah1496 Год назад
শেষত তেওঁ দিয়া উপদেশটো মানিব বুলি আশা থাকিল। ভাল লাগিল আজিৰ অনুষ্ঠানটো।💚💚
@Haragameing
@Haragameing Год назад
যাদৱ পায়েং চাৰৰ পৰা বহুত কথা শিকিবলগীয়া আছে।
@kangkanakardong3515
@kangkanakardong3515 Год назад
Great man of Assam,Great man of India, Great man of our mishing community ❤❤❤
@bishnuabhay350
@bishnuabhay350 Год назад
Security guard kaitak iman beyakoii kole ....usore pagore thoka manuh Bilakor jitu manohikota ...tar karone bohut manuh bahiroloii jaiii...hitok ki iman beyakoii ..kobo nekiii ... Assam ki ase okol politics hoii ase aru aku naii...kiba ata koriboloi goleu iman badha. Thake....
@pankajpatgiri5841
@pankajpatgiri5841 Год назад
মানুহজনে কিমান ভাল কথা ক'লে তাত গুৰুত্ব দিয়া।। বেয়া নাপাবা কোৱা বাবে।
@prasannabora7644
@prasannabora7644 3 месяца назад
Eku beyake kuwa nai......
@bishnuabhay350
@bishnuabhay350 2 месяца назад
I je iman beyakoii kole ...ki dibo paribo I sakori .... ghorot bohi bohi iman dangar kotha kobo para....aibilakoloi bhalkoii sinta kori kotha kobo lage....
@dhanashreedas5819
@dhanashreedas5819 Год назад
Thank you everyone for this special episode. 🎉 Well done everyone!
@A55xyz
@A55xyz Год назад
একদম সচা কথা কৈছে যাদৱ পায়েঙ দাঙৰীয়াই
@pranjalsaikiafitnesstime5551
Moi Jorhatain hisape bht gaurav kru Jadab payeng loi, kom homoi t bht mulyaban kotha koi gol,ami buji puwa tu he dangor kotha hoi porise ❤ Thanku so much you and your team👍👍
Далее
ДЕНЬ УЧИТЕЛЯ В ШКОЛЕ
01:00
Просмотров 1,2 млн
Forest Man
16:35
Просмотров 8 млн
Celebrating Guneswar's Birthday  🐶 || VLOG-14
11:07