Тёмный

milky mushroom cultivation training from Assam  

Mojin Moran
Подписаться 6 тыс.
Просмотров 21 тыс.
50% 1

মিল্কী কাঠফুলা খেতি কৰাৰ বৈজ্ঞানিক পদ্ধতি:
১) ২০ কেজি খেৰত দিবলগা মেডিচিনৰ পৰিমাণ
i)২ কেজি চূণ
ii)ব্লিছিং পাউদাৰ ৫০ গ্ৰাম
iii)Indofill M45 ৫ গ্ৰাম
iv)নিম পাউদাৰ ১০০ গ্ৰাম
২) ১২০ লিটাৰ পানীত ওপৰত দিয়া মেডিচিন সমূহ ভালদৰে মিহলাব ।
৩)শুকান খেৰখিনি ১-২ ইঞ্চি জোখত কাটি লব ।
৪)এতিয়া খেৰখিনি ঠাণ্ডা পানীৰে ধুই লব ।
৫)এতিয়া মেডিচিন মিহলোৱা পানীত ২৪ ঘণ্টা (24 hours) ৰ বাবে ড্ৰামত খেৰখিনি তিয়াই ৰাখিব ।
৬)তিয়াই ৰাখোঁতে দুটা কথা মন কৰিব :
i)ড্ৰামৰ ভিতৰত থকা খেৰখিনি যাতে সম্পূৰ্ণ পানীত ডুব যায় এইটো নিশ্চিত কৰিবৰ বাবে এটা চাফা গধুৰ বস্তুৰে খেৰখিনি হেঁচা দি ৰাখিব ।
ii)ভিতৰত বায়ু সোমাব নোৱাৰাকৈ ত্ৰিপাল বা সুবিধা জনক আৱৰণেৰে ভালদৰে বন্ধ কৰি দিব ।
৭)২৪ ঘণ্টা সম্পূৰ্ণ তিওৱাৰ পিছত এটা নেটজাতীয় বেগত ভৰাই পানী ওলাই যাবৰ বাবে প্ৰায় ২৫ মিনিট সময় ওলমাই ৰাখিব ।
৮)খেৰ শুকুৱাৰ পদ্ধতি :
i)এখন পাটী বা কপাহী কাপোৰ লব ।
ii)এতিয়া বেগত ভৰাই থোৱা খেৰখিনি ভালদৰে ৰদত মেলি দিব ।
iii)শুকুৱাওঁতে এটা কথা মন কৰিব যে আপোনাৰ খেৰৰ পানী ৮০% পৰ্যন্ত শুকুৱাব লাগিব ।
iv)৮০% পানী যে শুকাইছে এই কথা জানিবৰ বাবে আপুনি আপোনাৰ দুই হাতেৰে এমুঠি খেৰ লৈ কাপোৰ চেপাৰ দৰে ভালদৰে চেপক, যদিহে চেপোতে তলত পানী পৰিছে তেন্তে খেৰ আৰু শুকুৱাব লাগিব । যদিহে চেপোতে তলত পানী নপৰি হাতত নিয়ৰৰ দৰে পানী লাগিছে তেতিয়া জানিব আপোনাৰ খেৰ ৮০% শুকাইছে ।
৯)ছিলিণ্ডাৰ বনোৱাৰ আগত ৮০% শুকান খেৰত দিবলগা মেডিচিনৰ পৰিমাণসমূহ এনেধৰণৰ:
i)খেৰ ২০ কেজি
ii)চূণ পাউদাৰ ৫০০ গ্ৰাম
iii)ব্যেভিষ্টিন পাউদাৰ ৪০ গ্ৰাম (40 gm)
iv)Plantomycin ৫ গ্ৰাম
১০)তিনিটা মেডিচিন প্ৰথমে এখন কাগজত ভালদৰে মিহলি কৰি লব ।
১১)এতিয়া ২০ কেজি খেৰত এই তিনিওতা মেডিচিনে ভালকৈ মিহলি কৰি লব ।
১২)ছিলিণ্ডাৰ বনোৱাৰ পদ্ধতি:
i)২০০ গ্ৰাম গুটিৰ পেকেটটো ফালি আপুনি এখন কাগজত ভালকৈ ভাঙি ৮ ভাগত ভগাই লওক । (প্ৰতি ভাগত ২৫ গ্ৰামকৈ)
ii)পলিবেগটো তলৰ ভাগত এডাল ৰবৰেৰে বান্ধি লওক ।
iii)এতিয়া পলিবেগটো ওলোটাই দিয়ক ।
iv)গুটিসমূহ এনেধৰেনেৰে দিব লাগিব:
👉প্ৰথমে পলিবেগৰ তলত 4 ইঞ্চি ডাঠেৰে খেৰ দিয়ক ।
👉দ্বিতীয়তে আগতে ভাগ কৰি ৰখা ২৫ গ্ৰাম গুটি ওপৰত চাৰিফালে ঘূৰাই দি দিয়ক ।
👉তৃতীয়তে আকৌ একে পৰিমাণৰ খেৰ দি গুটি দিব লাগিব । এনেকৈ ৪ টা স্তৰত গুটি আৰু ৫ টা স্তৰত খেৰ দি পলিবেগটো ওপৰৰফালে সম্পূৰ্ণ টাইট কৰি বান্ধি দিয়ক ।
👉বন্ধাৰ আগতে মন কৰিব:
পলিথিনৰ ভিতৰত থকা বায়ু ওলাবৰ বাবে ওপৰফালে বেজী বা পিন লৈ ৬-৭ টা ফুটা কৰিব ।
১৩)ছিলিণ্ডাৰ বনাই সম্পূৰ্ণ হোৱাৰ পিছত কেনেকৈ ৰাখিব?
i)৫০% আন্ধাৰ ঠাইত ১৫-১৮ দিন ৰাখিব ।
ii)ছিলিণ্ডাৰ ৰখা ঠাইটুকুৰা
a)যদিহে পকী হয়, তেতিয়া আপুনি এখন কাগজ পাৰি লৈ তাতে ৰাখিব পাৰিব ।
b)যদিহে মাটিৰ হয়, তেতিয়া ভালদৰে মচি লৈ এখন পাটী পাৰি তাৰ ওপৰত এখন কপাহী কাপোৰ লৈ তাতে ৰাখিব পাৰিব ।
১৪)Compost তৈয়াৰ কৰাৰ পদ্ধতি:
i)১০০ টা মিল্কী কাঠফুলা ছিলিণ্ডাৰ(১০ কেজি গুটি)ৰ বাবে লাগতিয়াল সামগ্ৰীৰ পৰিমাণ:
a)২০ কেজি কেঁচুসাৰ (Vermicompost)
b)বালি ১০ কেজি
c)দুবছৰ পুৰণি গোবৰ মাটি বা ককপিত (নাৰিকল বাকলিৰ গুৰি) ১০ কেজি
d)মুঠ ৪০ কেজি
ii)এতিয়া ওপৰৰ সামগ্ৰীখিনি ভালদৰে মিহলাই লওক ।
iii)আপুনি এতিয়ালৈকে তৈয়াৰ কৰা compost ত দিবলগা মেডিচিনসমূহ এনেধৰণৰ:
a)প্ৰতিকেজি হিচাপত ১০% কৈ চূণ পাউদাৰ লওক ।
(400 গ্ৰাম)
b)এতিয়া চূণ খিনি এখন ত্ৰিপাল কৈ ভালদৰে মাটি খিনিত মিহলাই লব ।
c)প্ৰতি কেজিৰ বিপৰীতে 4% কৈ ফাৰ্মালিন লব ।
(১৬০ mL)
d)এতিয়া এটা স্প্ৰে মেচিন বা জিন‍্জিৰীত ১০ লিটাৰ পানীত ফাৰ্মালিন ভালদৰে মিহলাই লওক ।
e)ফাৰ্মালিন ব্যৱহাৰ কৰোঁতে হাতত গ্লোভছ পিন্ধি লব ।
iv)এতিয়া এইদৰে সাজু কৰা মিশ্ৰণটো compost ত স্প্ৰে কৰক ।
v)এতিয়া compost খিনি ৭২ ঘণ্টাৰ বাবে এখন ত্ৰিপালত Air tight কৰি বান্ধি ৰাখক ।
vi)এতিয়া ৭২ ঘণ্টা সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ ৭২ ঘণ্টাৰ বাবে ত্ৰিপালখন খুলি ৰাখক ।
১৫)Compost বেগত দিয়াৰ পদ্ধতি :
i)আপোনাৰ ছিলিণ্ডাৰ সমূহ ১৫-১৮ দিন হোৱাৰ পিছত উপৰভাগ সম্পূৰ্ণ খুলি দিব ।
ii)যদিহে আপোনাৰ খেৰৰপৰা পলিথিনটো ২ ইঞ্চিতকৈ বেছি খালী হৈ আছে, তেন্তে উপৰভাগ ২ ইঞ্চিলৈকে কোঁচাই দিব ।
iii)এতিয়া প্ৰতিটো ছিলিণ্ডাৰৰ বিপৰীতে ২৫০ গ্ৰামকৈ আপুনি পূৰ্বে তৈয়াৰ কৰি ৰখা compost ১ ইঞ্চি ডাঠেৰে মেলি ওপৰ ভাগত মৃদু হেঁচা দিব ।
১৬)Compost দিয়াৰ পিছত ছিলিণ্ডাৰ ৰখাৰ পদ্ধতি:
i)মিল্কী কাঠফুলাৰ বাবে মাটিৰ পৰা দুফুট ওপৰত আপোনাৰ সুবিধা অনুযায়ী এখন বাঁহৰ চাং বনাই ৰাখিব পাৰিব ।
ii)পকী মজিয়া হলে তলতে ৰাখিব পাৰে ।
১৭)মিল্কী কাঠফুলাত পানী দিয়াৰ পদ্ধতি:
i)ছিলিণ্ডাৰৰ ওপৰত যিদিনা কাঠফুলা ওলাব, সেইদিনাৰ পৰাই প্ৰতিটো ছিলিণ্ডাৰত Compost খিনি তিতাকৈ স্প্ৰে মেচিন লৈ পানী স্প্ৰে কৰিব ।
ii)ছিঙিব হোৱালৈকে দুদিনৰ মূৰে মূৰে এনেদৰে পানী দিব ।
১৮)যেতিয়া আপোনাৰ বেগৰ পৰা কাঠফুলা সমূহ ৫-৬ ইঞ্চি ওখ হব, তেতিয়াই আপুনি ছিঙিব পাৰিব ।
১৯)এখন কটাৰীৰে গুৰিতে কাটি ছিঙিব পাৰিব বা আপুনি হাতেৰে পকাই ছিঙিব পাৰে ।
২০)এতিয়া ৰৈ যোৱা সৰু পোখাবিলাক ডাঙৰ হবৰ বাবে বা পুনৰ নতুন পোখা ওলাবৰ বাবে পুনৰ আপুনি তৈয়াৰ কৰি ৰখা Compost কম পৰিমাণে ওপৰত দি দিব ।
অধিক জানিবৰ বাবে যোগাযোগ কৰক :
8011858287

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 43   
@DhananjayBasumatary-rt6xi
@DhananjayBasumatary-rt6xi 7 месяцев назад
Very good excellent motivation sir,,,,,, good video
@mojinmoran3133
@mojinmoran3133 6 месяцев назад
Thank you so much
@sangitasonowalbogohain4207
@sangitasonowalbogohain4207 6 месяцев назад
Bohut val lagil vdo2
@mojinmoran3133
@mojinmoran3133 6 месяцев назад
Thank you
@villagelife9307
@villagelife9307 11 месяцев назад
সুন্দৰ
@BasudevAdhikari-pm4lv
@BasudevAdhikari-pm4lv 7 месяцев назад
Great sir
@mandiragogoi6441
@mandiragogoi6441 Год назад
👌👌
@dipakboro8118
@dipakboro8118 6 месяцев назад
Nice.. Ber bur Okl green net logaleo hobo nki dada. Bota pale aku prblm nohoi nki.. Jonabo
@mojinmoran3133
@mojinmoran3133 6 месяцев назад
Hoi parib
@MrPartha5095
@MrPartha5095 Год назад
Dada thank you
@zaynmiri123
@zaynmiri123 9 месяцев назад
Dada mushroom r pul2 ulawte vl ke video bonai dibo
@bishnubasumatary3298
@bishnubasumatary3298 6 месяцев назад
Great but where to sell
@user-st3qy1dy2m
@user-st3qy1dy2m 7 месяцев назад
dada moi o parnjal sir framot kam kri aso
@dipayan1111
@dipayan1111 3 месяца назад
Kesu har ketia dea
@abhiusers3657
@abhiusers3657 5 месяцев назад
Ei saaf aru polothin bur kot pabo
@mojinmoran3133
@mojinmoran3133 5 месяцев назад
Tsk
@mondip_Bora2003
@mondip_Bora2003 Год назад
দাদা মইও "mushroom*ৰ খেতি কৰিব বিচাৰিছোঁ । প্ৰথমতে কেনেকৈ খেতি কৰিব পাৰি সকলোখিনি শিকিলোঁ । এতিয়া মই গুটি ক'ত পাম ,জনাব নেকি মই ইচ্ছুক খেতি কৰিবলৈ ।পাৰিলে comment ৰ reply পাম বুলি আশা থাকিল । ধন্যবাদ জনালোঁ কথাখিনি বুজাই কোৱাৰ বাবে ।
@mojinmoran3133
@mojinmoran3133 Год назад
Doomdooma hansara near Kali Mandir t mur office ase tatei hokolu bilag pab
@funnymeans3494
@funnymeans3494 Год назад
Guti kot puwa jab dada
@mojinmoran3133
@mojinmoran3133 Год назад
Doomdooma hansara t mur office ase tate ahile pab
@Debachetiagogoi
@Debachetiagogoi Год назад
মই বৰ্তমান কাঠফুলা খেতি কৰিবলৈ আৰম্ভ কৰিছো। গৰম কালি কোনবিধ গুটি ৰ খেতি কৰিলে অধিক লাভ হয় জনাবচোন।
@mojinmoran3133
@mojinmoran3133 Год назад
Milky mushroom
@DipenDeori-kz6uf
@DipenDeori-kz6uf 4 месяца назад
দাদা গুটি আপোনাৰ ওচৰত পোৱা যাব নে
@user-tb3nb7xp3m
@user-tb3nb7xp3m 7 месяцев назад
খেৰ লাগিলে আমাৰ লগত যোগাযোগ কৰিব
@pawanlama9612
@pawanlama9612 2 месяца назад
Formlin কত পাই দাদা জনাব চোন দাদা
@mojinmoran3133
@mojinmoran3133 Месяц назад
Pharmacy t
@purniba9268
@purniba9268 6 месяцев назад
Dada spawn papo nki
@mojinmoran3133
@mojinmoran3133 6 месяцев назад
Pab
@jyotisolarenterprise5410
@jyotisolarenterprise5410 5 месяцев назад
Milki musrum spwan Pam naki
@mojinmoran3133
@mojinmoran3133 5 месяцев назад
Nissoi pab
@sanam_baro
@sanam_baro Год назад
Dada oyster mushroom r mycelium come out hobole kiman din lage
@mojinmoran3133
@mojinmoran3133 Год назад
15,20 din
@sanam_baro
@sanam_baro Год назад
@@mojinmoran3133baru thanks dada
@SagarBoro-hc8ob
@SagarBoro-hc8ob 7 месяцев назад
​@@mojinmoran3133😊❤❤ we😢❤❤❤❤
@SanjoyTerang-ck2eh
@SanjoyTerang-ck2eh 6 месяцев назад
গুটি কত পাম
@mojinmoran3133
@mojinmoran3133 5 месяцев назад
Amar office Doomdooma hansarat ase tate pab
@MrPartha5095
@MrPartha5095 Год назад
Dada apunar nmbrtu dibo naki
@mojinmoran3133
@mojinmoran3133 Год назад
8011858287
@9401975627
@9401975627 Год назад
Hi Sir moi Chirang ot pora , moi janiba bisarise je hi video ot dekai taka milky mushroom training tu Organic hoi na bole Chemical dare bonoa dikaise ..
@mojinmoran3133
@mojinmoran3133 Год назад
Hoi moi nije kora
@nijorabhuyan20
@nijorabhuyan20 6 месяцев назад
সুন্দৰ
Далее
A small kitten was dumped #cat #kitten #cutecat
00:41
Oyster mushroom cultivation training from Assam
9:41
A small kitten was dumped #cat #kitten #cutecat
00:41