Тёмный
No video :(

NKTVয়ে বিচাৰি উলিয়ালে সমীৰণ বৰুৱাৰ সন্ধান 

NKTV PLUS
Подписаться 595 тыс.
Просмотров 2,5 тыс.
50% 1

▶️ অসমৰ প্ৰসিদ্ধ চিত্ৰকলা শিল্পী সমীৰণ বৰুৱা
▶️ দীৰ্ঘদিন ধৰি সন্ধান নাছিল সমীৰণ বৰুৱাৰ
▶️ NKTVএ বিচাৰি উলিয়ালে সমীৰণ বৰুৱাৰ সন্ধান
▶️ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ‘কিউৰেটৰ’ আছিল সমীৰণ বৰুৱা
▶️ অৱসৰৰ পিছত পেৰিছ মহানগৰীত আশ্ৰয় লৈ আছে বৰুৱাই
▶️ ফৰাচী প্ৰেমিকাৰে বিবাহৰ পিছতে বৰ্তমান পেৰিছ নিৱাসী তেওঁ
▶️ ২০১৩ চনৰ পৰাই সমীৰণ বৰুৱা আছে পেৰিছত
▶️ এতিয়াও চিত্ৰশিল্পৰ সাধনাত ব্যস্ত সমীৰণ বৰুৱা
▶️ বৰ্তমান পেৰিছৰ এটা প্ৰখ্যাত গেলেৰীত ছবি আঁকি গৈছে তেওঁ
▶️ অসমৰ সমাজ জীৱনৰ স্মৃতিয়ে অহৰহ আমনি কৰি থাকে তেওঁক
▶️ ৭২ বছৰ বয়সতো যৌৱনোৎচ্ছল সমীৰণ বৰুৱা
▶️ বৰ্তমান ফ্ৰান্সৰ প্ৰখ্যাত ফৰাচী সংগঠনৰ সৈতেও ব্যস্ত তেওঁ
▶️ সমীৰণ বৰুৱাৰ ছবি এতিয়া ক’ত প্ৰকাশিত হয়, ক’ত বিক্ৰী হয়?
▶️ সমীৰণ বৰুৱাৰ পত্নী এমিলী ফ্ৰান্সৰ এখন প্ৰখ্যাত বিশ্ববিঃৰ ফেকাল্টী
▶️ এমিলীৰে প্ৰেম-সংসাৰৰ বিষয়ে কি ক’লে সমীৰণ বৰুৱাই?
▶️ কেনেকুৱা ধৰণৰ সমাজসেৱাত ব্যস্ত হৈ আছে সমীৰণ বৰুৱা?
▶️ ‘দৰবাৰ’ বিশেষত ‘সমীৰণ বৰুৱা আহি আছে’
▶️ Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’

Опубликовано:

 

13 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2   
@rajibsaikia1261
@rajibsaikia1261 Месяц назад
Wo i m excited
@arunmahanta4676
@arunmahanta4676 Месяц назад
Once I met him from near when he was at Nagaon and Guwahati.
Далее
до/после Знакомо?
00:16
Просмотров 13 тыс.
Get 10 Mega Boxes OR 60 Starr Drops!!
01:39
Просмотров 10 млн
до/после Знакомо?
00:16
Просмотров 13 тыс.