Stream ~ Oi Naasoni | Nilotpal & Aoora | Assamese Bihu Song (lyrics Video)
Listen to the best tik tok playlist
• Oi Nasoni | Nilotpal B...
#assamesebihusong #aoora #nilotpal
official video
• OI NASONI | K-POP BIHU...
(lyrics)
আহিবিনে তই মুগাৰ সাজত
নাচিবিনে মোৰ চোলৰ মাতত
নচুৱাম তোক বিহুনাম নচুৱাম
তোক বিহুনাম গাই
ঐ মোলৈ বাৰু বলিনে ঐ নাচনি
মৰমতে বিহুৱান ঐ এখনি
ৰঙা কৰি ল'লিনে ঐ নাচনি
জেতুকাৰে লাহৰী হাত দুখনি
ঔ আহিবিনে তই মুগাৰ সাজত
নাচিবিনে মোৰ ঢোলৰ মাতত
নচুৱাম তোক বহুনাম
নচুৱাম তোক বহুনাম গাই
Birds fly-fly with you
Towards our world that becomes
One with the universe tonight
বোলে বাই আমনি নামনি নাচনি ঐ
নালাগে আমনি গাই
ঔ তোকে চাই আমনি নালাগে নাচনি ঐ
দেহা শীতল পৰি যায়
27 апр 2024