Тёмный

Ojaantric || Assamese Podcast ft. Dipen Barua || Udayan Duarah || Ep.23 

Oasis Motion Films
Подписаться 220 тыс.
Просмотров 152 тыс.
50% 1

Woolah tea buying link.....
woolahtea.com/?ref=16
দ্বীপেন বৰুৱা এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। তেখেতে অসমৰ হৈ অসংখ্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট মেচত অধিনায়কত্ব কৰাৰ উপৰিও ৰঞ্জী ট্ৰফীৰ খেলতো অসমক প্ৰতিনিধিত্ব কৰিছিল।
Follow Us On Instagram.
/ ojaantric_podcast_offi...
/ oasis_taluk. .
/ udayanudy
Ojaantric || Assamese Podcast ft. Dipen Barua || Udayan Duarah || Ep.22
Behind The Camera : Manash Protim
Ankumoni Borgohain
#ojaantric
#dipenbarua
#assamesepodcast

Развлечения

Опубликовано:

 

1 янв 2021

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 965   
@OasisMotionFilms
@OasisMotionFilms 3 года назад
Here we present before you #legend dipen barua sir. Show some love guys. Do like & share 🙏
@NilamjyotiSharma
@NilamjyotiSharma 3 года назад
Please carry on.....we will always wait for your show
@rhittomdas8791
@rhittomdas8791 3 года назад
Riyan parag next
@mungshabidyutamfidewri6707
@mungshabidyutamfidewri6707 3 года назад
Aru ata bhag anibo nuwari janu ?
@kapilsekhar7338
@kapilsekhar7338 3 года назад
Thanks ud n oasis for bringing dwipen baruah..his everysong is evergreen...i njoyed d whole episode
@khirod2371
@khirod2371 3 года назад
Zubeen da anok ebar...all the best interview hobo...100% sure
@Randeep-kb1xh
@Randeep-kb1xh 13 дней назад
অসমৰ সংস্কৃতি জগতৰ অন্যতম কণ্ঠ শিল্পী মহান সম্ৰাট শ্ৰদ্ধাৰ আদৰৰ দ্বিপেন বৰুৱা দেৱ । বৰুৱা দেৱ দেখিলে মই মোৰ দেউতাক দেখা যেন পাও দেখাই শুনাই কথা বাৰ্তা মোৰ দেউতা ৰ দৰে । অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ ভাল পাওঁ ।
@bikashtalukdar9521
@bikashtalukdar9521 3 года назад
ছাৰ ইমান খোলা মনৰ! বৰ ভাল লাগিল! আপোনালোকৰ অনুষ্ঠান নিজৰ ঘৰৰ মানুহে কথা পাতি থকা যেন লাগে! বিষ্ণু খাৰঘৰীয়া, পুলক বেনাৰ্জী তেওঁলোকক ও বিচাৰো!
@anilbharali8302
@anilbharali8302 Год назад
মই দ্বিপেন দাৰ অনুৰাগী । দ্বিপেন দাৰ ফোন নম্বৰটো আপোনালোকৰ পৰা পাম নেকি? । দ্বিপেন দাক লগ পাবলৈ দুৰ্বাৰ হেঁপাহ আছে ।
@thenortheasternboy5181
@thenortheasternboy5181 3 года назад
আজিৰ সমাজে এনে বোৰ মানুহক পাহৰি হৈছে ধন্যবাদ আপোনালোকক তেওঁক মতাৰ বাবে
@pborah1002
@pborah1002 3 года назад
I really got goosebumps when i heard the name "ki nam di matim"
@hiyashreekumar9319
@hiyashreekumar9319 3 года назад
Ekdom❤️
@deepshikhaahom9019
@deepshikhaahom9019 3 года назад
আপোনালোক দুজনে অকলে অকলে host কৰিলেও ভাল নালাগে এজন যদি নিমখ এজন আঞ্জা। Keep going..more power to you guys..
@dipamonibora6279
@dipamonibora6279 3 года назад
waaahhh....really podcast dhonyo
@user-pu3po2yy9m
@user-pu3po2yy9m 3 года назад
এনেকুৱা ইণ্টাৰভিও আগতে চোৱা নাই,, অযান্ত্ৰিক এতিয়া মোৰ প্রিয় অনুষ্ঠান,, সব কাম পেলাই হলেও চামেই।।
@risingsun4417
@risingsun4417 3 года назад
বহুত বহুত ধন্যবাদ Oasis da আৰু উদয়ন দা ❤️দ্বিপেন বৰুৱা চাৰক অযান্ত্ৰিকৰ অতিথি কৰাৰ বাবে 🥰😘
@dhruba6044
@dhruba6044 3 года назад
36:17 and magic starts here ❤️🥺
@gargepriya6174
@gargepriya6174 3 года назад
Oasis motion films 🙏 ধন্যবাদ । ভাষা নাই বুজাবলৈ মাটিৰ মানুহ । আজিৰ প্ৰজন্মই চিনি পোৱাটো অতিকৈ প্ৰয়োজনীয় ।
@JuntisWorld
@JuntisWorld 3 года назад
জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা।। আকাশ চুবৰ মন ৰিয়েলিটী শ্ব'ত তেওৰ গীত তেওৰ মুখৰ আগত গাইছিলো।। আজীৱন মনত থাকিব।। সুস্থ ৰাখক ভগৱানে❤️❤️🙏🙏
@champakbarman6636
@champakbarman6636 2 года назад
ইমান ধুনীয়া সাক্ষাৎকাৰৰ অনুষ্ঠান এটা ইমানদিনে লুকাই আছিল। এদিন এটা সাক্ষাৎকাৰ চালো আৰু এতিয়া প্ৰেমত পৰি গ'লো। দৈনিক ৩০ মিনিটৰো অধিক সময় এতিয়া সাক্ষাৎকাৰ চাওঁ।
@JAYA1VIDEO
@JAYA1VIDEO 3 года назад
আকৌ এদিন মাতিব দ্বীপেন দাক। কি নাম দি মাতিম শুনি goosebums আহিছে
@pujagohain5240
@pujagohain5240 3 года назад
"অযান্ত্ৰিক"লৈ বহুত ধন্যবাদ...আজি কান্দি গ'লো...দ্বিপেন বৰুৱা চাৰ অসমৰ আবেগ...উদয়ন দা,ঐছিছ দা আপোনালোক দুয়োৰে এই প্ৰচেষ্টা সফল হওঁক। অহাবাৰলৈ মহেন্দ্ৰ হাজৰিকা,পুলক বেনাৰ্জী আৰু বিষ্ণু খাৰঘৰীয়া চাৰক মাতিব চোন।
@pujagohain5240
@pujagohain5240 Год назад
😊
@saratsaikia403
@saratsaikia403 3 года назад
দ্বীপেন বৰুৱা দেৱক আকৌ আমন্ত্ৰণ কৰক, তেখেতৰ সাক্ষাৎকাৰ চাই- চাই শুনি-শুনি হেঁপাহ নপলাই। তেওঁৰ কথাবোৰতে সুৰ নিগৰি থাকে। ধন্যবাদ অযান্ত্ৰিক ।
@plabitasarmah6475
@plabitasarmah6475 3 года назад
অযান্ত্ৰিক...অন্তৰংগ বাৰ্তালাপ অনুষ্ঠান টোৱে খুলি দিয়ে মনৰ দুৱাৰখন ; য'ত বিচাৰি পাও কিছু ভাল লগা ব‍্যক্তিত্ব, আৰু আনুভৱ । আপোনালোকৰ কথাশৈলী ইমান সৰল আৰু নিমজ যে পলকতে মনটো মুহি নিয়ে। নিজকে হেৰুৱাই পেলাও অনুষ্ঠানৰ সময় খিনিত । বাৰ্তা লাপ টিৰ সোৱাদেই সুকীয়া নাই কোনো যান্ত্ৰিকতা চাপ... প্ৰকৃততে ই অযান্ত্ৰিক। এতিয়া ৰ দৰে আগলৈকো সুন্দৰ বাৰ্তালাপ বোৰ আমাৰ মাজলৈ আগবঢ়াই দিয়ে যেন তাকে কামনা কৰিছোঁ....
@phulashreebaruah5033
@phulashreebaruah5033 3 года назад
Exctly
@bituponbora7658
@bituponbora7658 3 года назад
আৰম্ভণিৰ পৰা সকলো episode চাইছোঁ যদিও এইটো খণ্ড সকলোতকৈ মনোগ্ৰাহী আৰু আকৰ্ষণীয় ।। অশেষ ধন্যবাদ ।।
@theracer7867
@theracer7867 3 года назад
অনুষ্ঠান টো বহুত বেছি ভাল লাগিল। মই যোৰহাট আকাশবাণী কেন্দ্ৰৰ এগৰাকী ঘোষিকা,আমি সদাই দ্বিপেন বৰুৱা চাৰৰ গীত ৰেডিঅ'ত বজাও আৰু বহুত ভাল লাগে গীত খিনি শুনি। ৰাতিপুৱা ৫বজাতে যেতিয়া শীতৰ হাৰ কপোৱা জাৰত শোৱাৰ পৰা উঠি গৈ ৰেডিঅ'ৰ ষ্টুডিঅ'ত সোমাই সেইগীতখিনি শ্ৰোতাৰ বাবে আগবঢ়াও নিজেও বহুত উপভোগ কৰোঁ সতেজ হৈ পৰো।।। Lots of love to entire team''OJANTRIC'' Sumpi frm JORHAT❤️❤️❤️❤️
@dipanvitadeka8750
@dipanvitadeka8750 Год назад
P) i8
@MontusSpecial
@MontusSpecial 3 года назад
প্ৰতিটো খণ্ড‌ই চাই ভাল লাগে । দ্বীপেন বৰুৱা ছাৰৰ অনুষ্ঠানটো চাই বৰ ভাল লাগিল 😍😍
@rupanjalxaikia6465
@rupanjalxaikia6465 3 года назад
দিগন্ত দাৰ সাক্ষাৎকাৰ টো এদিন হঠাৎ চাইছিলো আপোনালোকৰ চেনেলত... সেইদিনাৰ পৰা সময় পালেই চোৱা হলো.. সকলোৰেই সাক্ষাৎকাৰ বোৰ চালোঁ, বহুত ভাল লাগিল🤩 লগতে এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠান এটাৰ উদয় কৰা বাবে বহুত বহুত শুভেচ্ছা থাকিল দুয়োলৈ। কিন্তু আজি বেছি ভাল লাগিল😍 যেতিয়া মায়ে দ্বিপেন‌ বৰুৱা চাৰৰ গান শুনি ওচৰতে আহি বহিল, আৰু গোটেই অনুষ্ঠানটো প্ৰথমৰ পৰা আকৌ চালোঁ। ৰেডিঅৰ দিনলৈ মনত পৰি গল 🤩 নষ্টলজিক হৈ পৰিলোঁ😍 পাৰিলে এই যান্ত্ৰিকতাত হেৰাই যোৱা চিৰসেউজ শিল্পী সকলক মাজে মাজে আমন্ত্ৰণ কৰিবচোন, আমাৰ লগতে মা হঁতেও চাই ভাল পাব😍🤩
@himadribaruah761
@himadribaruah761 3 года назад
অলেখ শ্ৰদ্ধা তেওঁলৈ ।। সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ।।🙏🙏
@Space0jc
@Space0jc 3 года назад
"কি নাম দি মাতিম" গাই দিয়াৰ লগে লগে ধন্য হৈ যোৱাৰ দৰে লাগিল..বহুত মৰম অাৰু শুভকামনা আপোনালোকলৈ.. এনেকুৱা একক আৰু অনন্য interview বোৰ দি যাওঁক..ভাল হওঁক আপোনালোকৰ 🎉🎉
@priyakshi.7128
@priyakshi.7128 3 года назад
যদিও মই ‌৯৭ত জন্ম দ্বিপেন বৰুৱাৰ ছাৰৰ গান ৰেডিঅ'ত সৰুকালত বহুত শুনিছিলো। ইমানেই শুনিছিলো যে প্ৰতিটো গানেই নিজে নিজে মুখস্থ হৈ পৰিছিল। বহুত বহুত‌ ধন্যবাদ তেওঁক ‌অযান্ত্ৰিক'লৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে। If possible please please invite Rupam Dutta whose book is receiving so much love and appreciation these days. He's such an interesting and inspiring personality. He'd best fit on Ojaantrik as a guest.
@priyakshi.7128
@priyakshi.7128 3 года назад
@@TheUdayan69 Thank u so much. I'd be eagerly waiting ❤️
@NangPallavi
@NangPallavi 3 года назад
ছাৰৰ মাতত এতিয়াও ইমান মিঠা আছে। ধন্যবাদ উদয়ন দা আৰু অইছিছ দা।❤️❤️❤️❤️❤️❤️❤️❤️
@chitradevi2464
@chitradevi2464 Год назад
Apunar mat-katha bor eman mitha Udayan da aru Oichich da❤😊
@bhupalichoudhurymusical_2228
@bhupalichoudhurymusical_2228 3 года назад
অমূল্য মনি বোৰ গভীৰ সাগৰৰ গৰ্ভৰ পৰা তুলি অনাৰ বাবে ধন্যবাদ জনাইছো 🙏
@sumigogoi4678
@sumigogoi4678 3 года назад
প্ৰিয় কণ্ঠশিল্পী জন, সদায় শুনিলেও যেন আমনি নালাগে, বুকুত টোপোলা বান্ধি থৈছোঁ।
@susmitadeka5996
@susmitadeka5996 3 года назад
৪০ মিনিট কেনেকৈ গ'ল গমেই নাপালো।আপোনালোকলৈ বহুত ধন্যবাদ ছাৰক আমন্ত্ৰণ কৰি অনাৰ বাবে।
@krishnaahom5466
@krishnaahom5466 3 года назад
চকু জপাই দিছো,উফফ কিমান যে ভাল লাগিল ৷বুজাব নোৱাৰা অনুভৱ
@dhan__13
@dhan__13 3 года назад
বহুত সাক্ষাৎকাৰ চালো, কিন্তু দিপেন চাৰৰ সাক্ষাৎকাৰটো চাই কিবা এটা বহুত বহুত ভাল লাগি গল। আৰু চাৰক ইয়ালৈ মাতা বাবে আপোনালোক দুয়ো জনকে বহুত ধন্যবাদ
@dhrubagogoi8218
@dhrubagogoi8218 3 года назад
ধন্যবাদ UD & oissss দা দিপেন বৰুৱা ছাৰৰ বহু নজনা কথা জানিব পাৰিলো । খণ্ডতো আৰু অলপ সময়ৰ দীঘল হোৱা হলে নথৈ আনন্দিত হলো হেঁতেন । ☺☺ ধন্যবাদ
@rupambhagabati
@rupambhagabati Год назад
৭০ আৰু ৮০ দশকত অসমীয়া বোলছবি গীত বুলিলে এটাই নাম সকলোৰে মনত আহে । সেয়া হ'ল দ্বীপেন বৰুৱা । অসমীয়া সোণালী গীতসমূহৰ এখনি তালিকা প্ৰস্তুত কৰিলে তাত অধিকাংশ গীত এই মহান গায়কজনৰে থাকিব । এই মহান শিল্পীজনৰ সু-স্বাস্থ্য কামনা কৰিলো । অযান্ত্ৰিকৰ এই খণ্ডতো বহুত ভাল লাগিল ।
@dipenkumargohain5351
@dipenkumargohain5351 3 года назад
অতি সুন্দৰ অনুস্থান, দ্বীপেন বৰুৱাদালৈ শ্রদ্ধা যাচিলো আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো
@APrajnyaHazarika
@APrajnyaHazarika 3 года назад
Jst ojaantric sai asilu Shankhuraj daar episode tu..aru ttya like notification ahi gol ojaantric ft DIPEN BARUAH ..it was ooooo❤🤩
@kritishmitakalita195
@kritishmitakalita195 3 года назад
ধন্যবাদ আপোনালোকলৈ দ্বীপেন বৰুৱা ছাৰক আমাৰ মাজলৈ আনি দিয়াৰ বাবে। অযান্ত্রিক জিলিকি থাকক সদায়।
@sushmitalakhi6536
@sushmitalakhi6536 2 года назад
ছাৰৰ লাইভ প্ৰগেম চাইছো একদম যেন কেছেত বাজি থাকে এনেকুৱা লাগে.... সুস্বাস্থ্য কামনা কৰিলো শিল্পী গৰাকীৰ 💐
@Lotighotii
@Lotighotii 3 года назад
Sir, a living legend. He's a epitome of romanticism. Kudos tu Ojantrik for bringing him.
@mondipgoswami1567
@mondipgoswami1567 3 года назад
মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক আপোনালোকৰ অনুষ্ঠানত দেখা পালে ভাল লাগিব
@avikbhattacharjee4725
@avikbhattacharjee4725 3 года назад
This is the first video I have seen without fast forwarding and it was like gliding a hot knife in a lump of butter so smooth.... I didn't even realise when it ended.. long live the legend
@nanditadevi8484
@nanditadevi8484 3 года назад
শ্ৰদ্ধাৰ দ্বীপেন বৰুৱাদেৱৰ কণ্ঠ অতুলনীয় অনন্য। ৰেডিঅ'ত তেখেতৰ গান আহিলে আপোন পাহৰা হওঁ।
@pranjitbordoloi8055
@pranjitbordoloi8055 3 года назад
Probably the best guest in Ojantric till date, thanks bro UD & Oasis, splendid job u r doing👍👍👍
@rupamdas7277
@rupamdas7277 3 года назад
মোৰ দেউতাৰ প্ৰিয় গায়ক দ্বীপেন বৰুৱা ছাৰ। আপোনালোকক ধন্যবাদ তেওঁক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে। 🙏🏻
@ppcycleridervlogs2895
@ppcycleridervlogs2895 3 года назад
মোৰ এটা কাতৰ অনুৰোধ Ud da আৰু Oasis দা যে আমাৰ অসমীয়া ফিল্ম industry ৰ যিমানবিলাক পুৰণা কলা কৌশলী বা অভিনেতা অভিনেত্ৰী আছে সকলোকে এবাৰ এবাৰ মাতি আনক আপোনালোকৰ show লৈ, কাৰণ এইকাৰণেই কৈছোঁ যে আজিৰ তাৰিখত তেওঁলোকক চিনেমাত দেখাটো আশা কৰা মূল্যহীন যিহেতু অসমীয়া চিনেমাৰ production কমি গৈছে। তেওঁলোকক আমন্ত্ৰণ কৰিলে এটা ভাল হব কি আপোনালোকৰ নিচিনা এনেকৈ interview লোৱা channel নাই বুলিয়েই কব পাৰি, তাৰোপৰি এটা স্মৃতি থাকি যাব assamese artist ৰ।
@Sunshine-lg7qm
@Sunshine-lg7qm 3 года назад
Oasis Da r awaj tu j eman dhunia, along with the personality.Lots of love for u🥰
@ridipdutta4846
@ridipdutta4846 3 года назад
"জীৱন মৰুৰ তুমি ছায়া" চিৰসেউজ দ্বিপেন চাৰ !...❤️❤️❤️❤️ "অযান্ত্রিক" অশেষ ধন্যবাদ !
@tusharronjankashyap3600
@tusharronjankashyap3600 3 года назад
চিৰনতুন গায়কজনৰ লগত এইটো একদম best episode অযান্ত্ৰিকৰ।♥️♥️♥️♥️
@barashachangmai7623
@barashachangmai7623 3 года назад
Woww! It's a pleasure listening to him,thank you for inviting him.I watch all ur posts,both of you are brilliant in what you are doing.Best wishes,always.A big 'HELLOW' from Thailand.
@D_B_00
@D_B_00 3 года назад
আপোনালোকক বহুত বহুত ধন্যবাদ, এই সকল মহান শিল্পীক আমন্ত্ৰণ জনোৱা বাবে। দেউতাৰ প্ৰিয় গায়ক শ্ৰদ্ধাৰ দ্বীপেন বৰুৱাদেৱ।সেয়েহে সৰুৰেপৰাই তেখেতৰ গানেই শুনি আহিছো,কিন্ত আজি যেন তেখেতলোকক লাহে লাহে পাহৰি পেলোৱা হৈছে। এজন শিল্পীৰ বাবে ডাঙৰ ডাঙৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাতকৈ জীৱিত অৱস্থাতেই তেখেতলোকক আমি মৰম ,শ্ৰদ্ধা জনোৱাটো বেছি উচিত বুলি ভাবো।
@antibiotic7801
@antibiotic7801 3 года назад
গীতটিৰ গুনগুননিত মোৰ গা শিঁয়ৰি উঠিছিল। চিৰসেউজ এই গীত বিলাকেই আমাৰ দুখৰ দিনতো সুখৰ হাঁহি বিৰিঙাই তোলে। বহুত বহুত ধন্যবাদ জনালো আপোনালোকক দাদা । এনে কথোপকথন বিলাকেই খুচৰি ফুৰোঁ youtube-ত। 🙏🙏
@bibhutipradhandas7913
@bibhutipradhandas7913 3 года назад
UD da and Oasis da,guys you did a great job.The best guest till date
@nayan94539
@nayan94539 3 года назад
Absolutely right..
@explorewithkhyatishmaan
@explorewithkhyatishmaan 3 года назад
ছাৰৰ কথাবোৰ খুব ভাল লাগিল । আজিও তেখেতৰ গান শুনি ভাল পাওঁ তেখেতৰ সু স্বাস্হ্য লগতে দীৰ্ঘায়ু কামনা কৰিলো । অযান্ত্রিক ❤
@gameboy7375
@gameboy7375 3 года назад
Program 2 sai sai gan gua homoyat mur soku hemeki gol O" .eitu nohoi j mur Age 40-50 .mur Age 24 .manuh dekhi monole bohut kiba kiba ahi gol, mane emotional hoi golu , And apunalukar reaction aji bohut val lagil gan2 guar homoyat. Ojantricar eitu best show....
@monmiphukan5883
@monmiphukan5883 3 года назад
Bht besi Val lagile Dipen Sir r anusthan tu sai...most respect to you sir🙏🙏
@pankajsarma8198
@pankajsarma8198 3 года назад
This is the best episode till today. Kudos to the makers for inviting the legend Dipen Baruah Sir, and it's his kindness that he accepted the invitation. The new generation should know about him and many other legendary artists.
@kashyapsaikia9439
@kashyapsaikia9439 3 года назад
অনাগত দিনবোৰতো যাতে ন-পুৰণি অতিথি সকলেৰে অযান্ত্ৰিকৰ মজিয়া সজীৱ হৈ থাকে তাৰে কামনা কৰিলোঁ |❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ আজি ভাল লাগিল❤️❤️❤️❤️❤️
@dipankarmazumdar6929
@dipankarmazumdar6929 3 года назад
সচাকৈ বহুত ধন্যবাদ অযান্ত্ৰিকলৈ। এনে লাগিছে যেন Sir ৰ সন্মুখত বহি গান শুনি আছো।
@globalvillage6416
@globalvillage6416 Год назад
Khub hundor onushthan....... Qatar r pora sai asu..... okolhoriya homoy bur r bhal logori hoise...... Thank you
@minutpal3025
@minutpal3025 2 года назад
Legendary Voice The men who connect generations ..❤️ from Dibrugarh
@amlanboruah5308
@amlanboruah5308 3 года назад
চাৰক মতাৰ কাৰণে অশেষ ধন্যবাদ। বহুতো নজনা কথা জানিব পৰিলোঁ।❤️
@pallabidas2406
@pallabidas2406 3 года назад
ইমান ভাল লাগিল। এনেকুৱা অনুস্থান ভাল লাগে ।
@parish2510
@parish2510 2 года назад
মই বহুত দেৰিকৈ চাবলৈ আৰম্ভ কৰিছোঁ আপোনালোকৰ program টো ।। সঁচাকৈ কি নাম দি মাতিম শুনি মই ও শিয়ৰি উঠিলো, চাৰলৈ শ্ৰদ্ধা ।।। উদয়ন দা আৰু Oasis Da বহুত বেছি আগুৱাই যাওঁক ।।। (শিৱসাগৰীয়া গৰ্ব মোৰ তেজতো আছে পিছে ।।।) 😊😊
@deypranjal
@deypranjal 3 года назад
One of the gem of the Assamese music industry..Harur smriti bur manat poribo..Dipen da r gaan huni..
@jyotimalaborah1236
@jyotimalaborah1236 3 года назад
এইটো Episode আটাইতকৈ ভাল লাগিল
@moi_mukto8201
@moi_mukto8201 3 года назад
দ্বীপেন চাৰ ইমান খোলা মনৰ মানুহ সঁচাকৈয়ে😍🙏। বৰ ভাল লাগিল। সুন্দৰ অনুষ্ঠান উপভোগ কৰিছোঁ। বৰ ভাল লাগিছে। সুবাসনা বাক এবাৰ আনিব ছোন💞💞😍🙏
@bhushitaparashar7312
@bhushitaparashar7312 3 года назад
Udayan da & Owasis da bohut bohut val lagil kalojoyi dipen barua devok invite kora babe..tekhetor Aikhoni gaan2 hunibo pam buli akha thakil
@gourabbarman7531
@gourabbarman7531 3 года назад
Bahut basi val lagil program tu sai. Dada sakol ata request thakil aru Senior artist burok ooo matibo sun. Aru Zubeen Da, Papon Da, Rabi Sarma Da 👍
@leenachangmai8430
@leenachangmai8430 3 года назад
Uday da and oasis da bohut Val kam Kori ase..huge respect to both of you.
@SapunKuwari
@SapunKuwari 3 года назад
ধন্যবাদ।এই মানুহজনক এনেকৈ ওচৰ ৰ পৰা জনাৰ এটা ডাঙৰ হেঁপাহ আছিলে😍😍
@rashmiekhabora6829
@rashmiekhabora6829 3 года назад
Outstanding show.. Hodai Amar majot ji thakok OJANTRIC.
@ManoxKB
@ManoxKB 3 года назад
I could guess the song before he mentioned. "ki Nam di matim" is one of my all time favourites.
@abhashprangogoi8363
@abhashprangogoi8363 3 года назад
UD da , Oasis da bohut bohut dhonyobad Dipen da k onar babe. Jitul sonowal da ku anibo dei. Bohut bhal lagibo.
@user-eg5rs3er2p
@user-eg5rs3er2p 3 года назад
দ্বীপন বৰুৱা ছাৰৰ আজিও কণ্ঠ ইমান কোমল হৈ আছে, হৃদয় চুই গ'ল। ছাৰৰ সদা- সুস্বাস্থ্য কামনা কৰিছোঁ। অনাগত দিনত ছাৰৰ পৰা নতুন গানৰ আশা কৰিছোঁ। 😊😊
@assammixture5126
@assammixture5126 3 года назад
Living legend..... Sir k hosai bohut bhal lage khula monor manuh tekhet
@manashentertainment4834
@manashentertainment4834 3 года назад
উফফ🥺🥺❤️❤️❤️ বহুত বেছি ভাল লাগিল এনে এজন কিংবদন্তি পুৰুষ ক আজি অযান্ত্ৰিক ত দেখি❤️❤️❤️❤️
@himadribaruah761
@himadribaruah761 3 года назад
ajantrik চাবলৈ লৈ স্বতস্ফুত ভাৱে হাঁহি এটা ওলাই আহে অ মুখত ।।। Lots of love to both of you ❤❤💞💞
@tapangogoi4435
@tapangogoi4435 3 года назад
Oasis দা সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলোঁ ।। তাতকৈ ভাল লাগিল আপুনি আমাৰ নাজিৰাৰ বুলি জানি
@chaobg7717
@chaobg7717 3 года назад
সুন্দৰ।।। বহুত ভাল লাগিল। চিৰ সেউজ দ্বীপেন বৰুৱা মোৰ বহুত প্ৰিয় গীতিকাৰ।
@kamalbaishya7005
@kamalbaishya7005 3 года назад
সুন্দৰ, অযান্ত্ৰিক অনুষ্ঠানটি আপোনত্ব হৈ গৈ আছে ৷ এইটো খণ্ড মোৰ বহুত ভাল লাগিলে ৰেডিঅ ৰ দিনলৈ উভতি গলোঁ ৷ সচাকৈয়ে নষ্টালজিক হৈ গলোঁ ৷ ধন্যবাদ ইংৰাজী নতুন বছৰৰ ধুনীয়া উপহাৰ দিলে শ্ৰতাসকলক ৷
@priyanka844
@priyanka844 3 года назад
আপোনালোকৰ এই যাত্রা সঁচাকৈ প্ৰশংসনীয় ❣️...এই যাত্ৰা আগবাঢ়ি যাওঁক তাৰে কামনাৰে Love you Ojaantric😍😘
@trigoop1788
@trigoop1788 3 года назад
Jibonor first video 0% skip ot saisu ❤ rati puwai dilu aji ojaantric sai...goosebumps paisu gan tu xuni......Ontoror ekdom core or pora DHOINNOBAD❤️
@deepagogoi392
@deepagogoi392 3 года назад
Hodai aagrohere baat sae thaku ......khub bhal loga hoisa .......Ojaantric r dirghayu kamona korisu .....logote notun bosoror bohutu morom aru hubhaeshya jonalu❤️🎉👍
@papupowgam3912
@papupowgam3912 3 года назад
When dipen sir started singing OMG i can't say, what a feeling. One of my fav .. Thank you so much ojaantric for this new year gift. Thanks a ton. 🙏
@jongkientertainment2115
@jongkientertainment2115 3 года назад
bohut val lgil
@itssumi2142
@itssumi2142 2 года назад
মোৰ আতাইতকৈ প্ৰিয় গায়ক, আৰু প্ৰিয় গীতটো শুনিবলৈ পালো। বহুত ভাল লাগিল।
@jafrulhassan7677
@jafrulhassan7677 2 года назад
Down to earth man. ❤
@bedawotibora3467
@bedawotibora3467 3 года назад
Thumbnail dekhar pasor porai bor agrohere roi asilu episode2 sabole❤️
@bikashmusahaloi3403
@bikashmusahaloi3403 3 года назад
Ojantric just went NEXT LEVEL ❤️
@likhanjyotibora3925
@likhanjyotibora3925 3 года назад
Xomoy khini ketiya par hol dhoriboi nuarilu... Bohut bhal lagil.. Show tu 1hour koribo sesta kribosun Udayan da aru Oasis Da. Thank you. Love from Golaghat
@p.k...chennal4192
@p.k...chennal4192 3 года назад
Ojaantrik r ata ep. Ena sai silu ki nu buli.. Atya mur priyo onusthan.. Bohut besi Vall lagise onusthntu.bohut nojona kotha janisu ru aapunalukor dhemalibur mur priyo hoi porise.. Aag bahi jaok ai onusthn.. Love frm Golaghat.😍😍😍
@shivakaberi2756
@shivakaberi2756 3 года назад
Just mesmerized after seeing this episode......thnq for bring DIPEN BARUA sir in ur show... It's 1.26 am & I'm glad to see him 🙏🙏
@surajitneog5464
@surajitneog5464 3 года назад
I have been watching this podcast from Shanku da's episode and started loving it. But,this episode has doubled the love. Thank you so much guys for this awesome episode.
@limachetia7356
@limachetia7356 3 года назад
Ki naam di matim 😍😍😍.. owwww Dipen sir voice akei hoi ase
@bornaliborah7200
@bornaliborah7200 3 года назад
কি নাম দি মাতিম শুনি বুকুখনত অজানা কিবা এটা শিহৰিত হোৱাৰ দৰে হ'ল।emotional hoi golu o. Keep shining brothers
@iamphdguy
@iamphdguy 3 года назад
Legendary...u guys r on next level now...really awesone..it was an emotional moment when he sang ki naam di matim..love and respect for dipen sir.
@chaosonju
@chaosonju 3 года назад
One of the best Podcast I have ever seen.. Love and Respect.
@saikiaanupam85
@saikiaanupam85 2 года назад
Brought tears on my eyes... Tears of unknown emotions... Ki nam di matim... So emotional...
@swarna8768
@swarna8768 3 года назад
Great job!! New generation k Sinaki korai diya r babe
@neetalidas
@neetalidas 3 года назад
Goosebumps. The legend himself. This is top-class in Ojaantric 👍❤️ Shri Dipen Barua is irreplaceable. He is an identity to popular quality Assamese film songs. Udy & Oasis you guys slaying this podcast level❤️🔥 I had the honour of anchoring one of his live shows decades back in Dibrugarh. My honour it was. To hear him again is nostalgia.
@tapankumardas1261
@tapankumardas1261 3 года назад
শব্দবোৰ বৰ ধুনীয়া আছিলে আগৰ গানবোৰ....love u ud da and oasis da
@bhaskarjyotisaikia648
@bhaskarjyotisaikia648 3 года назад
খুব সুন্দৰ লাগিল আজিৰ খণ্ড টি।
@nabanitasarma9163
@nabanitasarma9163 3 года назад
Barua sir r ki nam d matim💥💥 🥰vl lagil aitu khondo... Oasisda❤❤ Rati 2.7 bajil ru moi akerahe atar pist ata show sai a jai asu...kio j agote sowa naclu 😊grt show UD da ,all the best 👍
Далее
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
ПОМОГЛА НАЗЫВАЕТСЯ😂
00:20
Просмотров 6 млн
Ojaantric || Assamese Podcast Ft. Gaurav Gogoi || Ep.111
1:10:17
И что с этим делать?😃
0:14
Просмотров 1,7 млн
УДИВИЛА ПАРНЯ🤯👏
0:20
Просмотров 7 млн
il caldo fa brutti scherzi #dog #fight #punch
0:18
Просмотров 29 млн