Тёмный

Princhipriya kalita কণ্ঠত 'ভকত বৎসল ' এটি ভক্তিমূলক গীত Bhakot Batshal 

Просмотров 2,5 млн
% 21 534

7002440637
My daughter's channel-ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Oc_viPirswk.html

Опубликовано:

 

17 окт 2020

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 984   
@krishnagogoi1657
@krishnagogoi1657 2 года назад
অতি সুন্দৰ কন্ঠ | আগবাঢ়ি যোৱা তুমি | আশীবাদ থাকিল তোমালৈ |
@kamalatahbildar4148
@kamalatahbildar4148 Год назад
ধুনীয়া হৈছে এনেকৈ আগুৱাই যোৱা তুমি
@ankitakalita..8907
@ankitakalita..8907 2 года назад
সচাকে বহুত ধুনীয়া কণ্ঠ , বহুত ভাল লাগিল শুনি ।😍🙏🙏🙏
@dikuentertainment7768
@dikuentertainment7768 2 года назад
সঁচাকৈ
@rekhaborah9066
@rekhaborah9066 Год назад
অতি সুন্দৰ কণ্ঠ নিগৰাইছে কণমানি জনী। ভগৱানে তোমাক মংগল কৰক।🙏
@pradiptalukdar7798
@pradiptalukdar7798 2 года назад
অতি সুন্দৰ ৷ কণ্ঠ যেন ঈশ্বৰৰ দান ৷ আৰু এজন দিহা নামৰ শিল্পীৰ জন্ম হল ৷ ঈশ্বৰে কৃপা দৃষ্টি কৰক ৷
@RajibPegu-yl8bz
@RajibPegu-yl8bz 10 месяцев назад
0000000000
@RajibPegu-yl8bz
@RajibPegu-yl8bz 10 месяцев назад
0000000005
@hemawatiborahboruah7485
@hemawatiborahboruah7485 3 года назад
অতি সুন্দৰ দেহাজনী ...ভগৱানে তোমাৰ মঙ্গল কৰক 🙏🙏🙏
@rb3243
@rb3243 2 года назад
সুন্দৰ কণ্ঠস্বৰ । ভাল লাগিল । আগুৱাই যোৱা । কৃষ্ণ 👏
@RajenNath-kl7vj
@RajenNath-kl7vj 4 месяца назад
Aaa❤aaaaaaaaqaaaaaaaaa❤❤❤aaaaaaaa❤aaaaaaaaaaaaaaaaaaaaaaaaaaaaaa
@RajenNath-kl7vj
@RajenNath-kl7vj 4 месяца назад
Aaaaa
@RajenNath-kl7vj
@RajenNath-kl7vj 4 месяца назад
❤❤aaa❤❤aaaaaaa❤
@anuprovadas2311
@anuprovadas2311 3 года назад
বৰ সুন্দৰ হৈছে দেহা। তুমি আৰু আগবাঢ়ি যোৱা ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰি ছো। কৃষ্ণ।
@debajitPhukan
@debajitPhukan 2 года назад
ভাষাহীন 🙏🙏🙏 কি সুন্দৰকৈ গাইছে 👌👌👌 আগুৱাই যোৱা, আৰ্শীবাদ থাকিল 🙏🙏
@ritumonidas5370
@ritumonidas5370 2 года назад
Hi
@kabindrathakuria1169
@kabindrathakuria1169 3 года назад
অতি সুন্দৰ পৰিবেশন......! উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@ajoyborah2651
@ajoyborah2651 2 года назад
বহুত ভাল লাগিল। লয়লাস/ ভংগীমা একেবাৰে বাইদেউৰ দৰে ।।
@ujjalchaliha2793
@ujjalchaliha2793 2 года назад
সুন্দৰ কণ্ঠ বাইদেউৰ সুযোগ্য সন্তান আগবাঢ়ি যাওক।
@kangkanburagohain6780
@kangkanburagohain6780 2 года назад
সুন্দৰ কণ্ঠ ।শুনি বৰ ভাল লাগিল।আৰু আগবাঢ়ি যোৱা ।
@ashimrajbongshicreation9994
@ashimrajbongshicreation9994 3 года назад
বহুত সুন্দৰ কণ্ঠ তোমাৰ মাইনা আৰু আগুৱাই যোৱা তুমি বহুত বহুত মৰম তোমালৈ 🙏🙏🙏🙏
@jagadishkalita7192
@jagadishkalita7192 2 года назад
মাজনী সুন্দৰ হৈছে । বহুত শুৱলা কণ্ঠ তোমাৰ দেউতা মাৰ আশীৰ্বাদ শিৰত লৈ তুমি আগুৱাই যোৱা মাজনী ।
@user-yw3og6vi8e
@user-yw3og6vi8e Год назад
সঁচা মনৰ মানুহ জন
@jadabnath3564
@jadabnath3564 2 месяца назад
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊 কৃষ্ণ কৃষ্ণ কৃষ্ণ
@chayanikasaikia758
@chayanikasaikia758 2 года назад
তুমি আৰু তোমাৰ বহুত সুন্দৰ দিহানাম পৰিৱেশন কৰা । 😍😍😍💖
@dayanandabhuyan5531
@dayanandabhuyan5531 2 года назад
অতি সুন্দৰ, আগুৱাই যোৱা তাৰে কামনা কৰিলো 🙏।
@tarulatahazarika3287
@tarulatahazarika3287 2 года назад
বৰ সুন্দৰ হৈছে ।তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
@pasantagogoi5463
@pasantagogoi5463 3 года назад
ভণ্টি খুৱ সুন্দৰ অনুষ্ঠান আগুৱাই যোৱা।
@dikshitadeka5941
@dikshitadeka5941 2 года назад
সুন্দৰ কন্ঠ ...আগুৱাই যোৱা ...
@hemantaray788
@hemantaray788 3 года назад
কাতি বিহু শুভেচ্ছা থাকিল ।লগতে দিহা নামটো সুন্দৰ হৈছে সোন তুমি আৰু আগুৱাই যোৱা
@exhaustrider2366
@exhaustrider2366 2 года назад
ৰাতিপোৱাই মনতো ভাল লাগি গল,খুবেই ধুনিয়া সুৰ❤❤
@pallabibaruah9180
@pallabibaruah9180 2 года назад
বৰ ধুনীয়া কণ্ঠ তোমাৰ।আৰু আগুৱাই যোৱা।ভগৱন্তই মা আৰু তোমাক দুয়োকে কুশলে ৰাখক।🙏🏻🙏🏻
@renuyala1861
@renuyala1861 2 года назад
Nice
@kakumoniborah7511
@kakumoniborah7511 2 года назад
বহুত ধুনীয়া হৈছে মাইনা তুমি আৰু যাতে আগুৱাই যোৱা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো
@HULK77767
@HULK77767 Год назад
মই সদাই তোমালোকৰ নাম চাওআৰু শুনো। ভবিষ্যতে উন্নতি কামনাকৰিলো ।পৰিচয়টো মোকদিবা, তিলক ডেকা , দৰং
@AftabAhmedZikir
@AftabAhmedZikir 2 года назад
কি সুন্দৰ কন্ঠ, আগুৱাই যোৱা ভন্টি
@krishnahandique9151
@krishnahandique9151 2 года назад
Hi
@krishnahandique9151
@krishnahandique9151 2 года назад
Hi
@The_free_fire_editor
@The_free_fire_editor 2 года назад
সচাঁ কৈ বৰ ধুনীয়া কণ্ঠ । তোমালোক আৰু আগুৱাই যোৱা । 🙏🏻🙏🏻🙏🏻
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 месяцев назад
সুন্দৰ, পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব ভালো লাগে, তোমালোকৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু গাই যোৱাচোন,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 месяцев назад
গাই যোৱা,সুন্দৰ অতি সুন্দৰ হৈছে, ইমান ভাল লাগিল, তোমালোকৰ গীতৰ সুৰ,, সেয়েএকেখা
@probhatsonowalmusicalcenel810
Bohut bohut Hundor 🎼❤️❤️❤️ hune hepah poluanai mor .......
@ritamohan7056
@ritamohan7056 2 года назад
আগুৱাই যোৱা । ভবিষ্যত সুন্দৰ হ'ব 🙏
@rumidutta2818
@rumidutta2818 2 года назад
বহুত ভাল গাইছা আগবাঢ়ি যোৱা ।
@poraggayan4009
@poraggayan4009 2 года назад
সুন্দৰ কন্ঠ;শুনি ভাল লাগিল;আগুৱাই যোৱা
@riyanpalash8021
@riyanpalash8021 2 года назад
Hundor poribekhon... Krishna🙏🙏🙏
@niranjanvlog1757
@niranjanvlog1757 2 года назад
বহুত ধুনীয়া লাগিছে।
@saratmedhi7374
@saratmedhi7374 9 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ramnarayangoswami6393
@ramnarayangoswami6393 3 года назад
বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ🙏
@pankajbora1405
@pankajbora1405 3 года назад
বৰ সুন্দৰ কন্ঠ৷তুমি আগুৱাই যোৱা৷ভগৱানে তোমাৰ মংগল কৰক৷
@saynikagogoi2082
@saynikagogoi2082 2 года назад
English
@prasurjyabora1754
@prasurjyabora1754 2 года назад
🙏ধুনীয়া হৈছে এনেকৈয়ে আগোআই যোৱা 🙏
@binodtalukdar9015
@binodtalukdar9015 2 года назад
সুন্দৰ ভবিষ্যত কামনা কৰিলোঁ । ঈশ্বৰে সহায় কৰক।
@mainasakia5875
@mainasakia5875 2 года назад
Bahut duniya lagi se oo
@dwipennath9239
@dwipennath9239 2 года назад
@@mainasakia5875 শশশ্
@babudutta4465
@babudutta4465 2 года назад
তোমাৰ গীতি সুনি মোৰ বহুত ভাল লাগিল তুমি আগলে যেন আৰো আগুৱাই যোৱা মই তাকে কামনা কৰিলো
@rumabaruah5013
@rumabaruah5013 Год назад
বহুত সুন্দৰ হৈছে ভগৱানে ভালে ৰাখক
@harakumarnarah8726
@harakumarnarah8726 2 года назад
Kisno Kisno Kisno princchipriya kalita I like it more More again🌺🌺🌺🌺🌺🌺🌺
@hdeka261
@hdeka261 2 года назад
অতি সুন্দৰ কন্ঠ। বহুত ধুনীয়া হৈছে ❤️
@hemendrakumarsaikia4827
@hemendrakumarsaikia4827 2 года назад
সুন্দৰ গাইছা। তাল,মান, লয় অতি সুন্দৰ । ভগৱন্ত প্ৰভূ তোমাৰ সহায় হওঁক ।
@pinkuphukan5193
@pinkuphukan5193 2 года назад
অতি সুন্দৰ প্ৰদৰ্শন। আগুৱাই যোৱা।
@Sunilkrdas
@Sunilkrdas 2 года назад
সুপ্ৰভাত আই, বহুত সুন্দৰ হৈছে,সুমধুৰ কন্ঠ তোমাৰ,,,আগুৱাই যোৱা যিমান পাৰা,,ভগৱানে সহায় কৰিব,,,আমিওঁ support কৰিম,🙏🙏
@nirabkk8536
@nirabkk8536 3 года назад
সুন্দৰ হৈছে,কৃষ্ণ জয় গুৰু শঙ্কৰ।
@amiokachari4375
@amiokachari4375 2 года назад
কৃষ্ণ কৃষ্ণ🙏🙏🙏 আই জনী লগতে সংগ দিয়া বাপ আৰু পৰিবেশন কৰা বান্ধৱী বৃন্দলৈ ! সুন্দৰ কথাটো হৈছে অভ্যাস লগতে সংগতি ৰাখি ভক্তি মাৰ্গ দেখুওৱা হৈছে।সেই উইদ্দুক্তা সকলে ধৈন্য বাদ ৰ ।
@rupamgogoi4227
@rupamgogoi4227 2 года назад
সুন্দৰ কণ্ঠ ভন্টি জনী তুমি আৰু আগুৱাই যোৱাৰ ভন্টি
@monalishaburagohain4071
@monalishaburagohain4071 3 года назад
প্ৰিঞ্চিপ্ৰিয়া শুনি ভাল লাগিল তুমি আগুৱাই যোৱা🙏
@jayantahazarika9385
@jayantahazarika9385 3 года назад
সুন্দৰ হৈছে প্ৰিঞ্চী।তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।
@nabakrishna2221
@nabakrishna2221 2 года назад
That's awesome Princi I wish a bright future for you ,go ahead . 🌠🙏
@devilgril2958
@devilgril2958 2 года назад
বহুতো ভাল হৈছে আগবাঢ়ি যোবা👍👍👍👍👌👌👌👌👍👍😊
@devilgril2958
@devilgril2958 2 года назад
☺️☺️☺️
@Runjunborah8505
@Runjunborah8505 3 года назад
ভাল হৈছে মাজনী ৷ আশীৰ্বাদ কৰিছোঁ আগুৱাই যোৱা ৷
@bhadrakantadas6101
@bhadrakantadas6101 2 года назад
Like mother like daughter Principriya, god bless you ,
@eeshankalita377
@eeshankalita377 2 года назад
কি কম ক'বলৈ ভাষা নাই । অতি সুন্দৰ । শুনি ভাল লাগিল । চুলিৰ সমান আয়ুস হক
@ruliborah4594
@ruliborah4594 2 года назад
PRICHIPRIYA আইজনী , মানৱ জীৱন অতি সুন্দৰ | সংগীতৰ লগতে আন কামবোৰ বজাই ৰাখিবা | পৰমপিতাই আশিষ কৰক |
@bimalvlogs7731
@bimalvlogs7731 3 года назад
অসমীয়া জাতীয় জীৱনৰ সংস্কৃতি খুৱ ধুনীয়া হৈছে,,, সদায় আগুৱাই যোৱা তাৰে কামনা ভগৱানৰ ওচৰত,,, 🙏🙏
@putuldeka9679
@putuldeka9679 3 года назад
সদায় আগুৱাই যোৱা তাৰে কামনা ভগৱানৰ ওচৰত‌ ,, ‌
@rumidatto9911
@rumidatto9911 3 года назад
সুন্দৰ গাইছা বহুত ভাল লাগিল শুনি তোমালৈয়ো কাতি বিহু শুভেচ্ছা থাকিল কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏🙏
@harakumarnarah8726
@harakumarnarah8726 2 года назад
Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Nice job Princhipriya I Like it More More again Joy Mata Di🌻💗🌸💟🌼🌹🌻💗🌸💟🌼🌹🌻💗🌸💟🌼🌹
@JitulGogoi-lx7id
@JitulGogoi-lx7id Год назад
সুন্দৰ হৈছে কৃষ্ণ
@saraswatimadahi3339
@saraswatimadahi3339 2 года назад
কৃষ্ণ অতি সুন্দৰ ।ভগৱানে তোমাৰ ভৱিষ্যত উজ্বল কৰক। আটাইকে সেৱাহে কৃষ্ণ।
@rasamoyborah1778
@rasamoyborah1778 3 года назад
সুন্দৰ লাগিছে শুনি ৰাতিপুৱা ভক্তি মূলৰ গীত শুনি বাইদেউ । কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 আৰু লগতে কাতি বিহু শুভেচ্ছা থাকিল আপোনাৰ লৈ বাইদেউ ❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@iradeka933
@iradeka933 3 года назад
Xoru suali hoi
@rashmisharmarashmisharma6617
@rashmisharmarashmisharma6617 8 месяцев назад
😂
@satyajitbora4282
@satyajitbora4282 Год назад
কৃষ্ণ!সুন্দৰ পৰিবেশন পিঞ্চিপ্ৰিয়া
@jadumonigogoi8813
@jadumonigogoi8813 2 года назад
তোমাৰ হৃদয়ত নাৰায়ন এনেদৰেই সদায় বিৰাজমান হওঁক।
@sanjibbora1789
@sanjibbora1789 3 года назад
কি সুন্দৰ কণ্ঠ।তুমি আগুৱাই যোৱা ভনী
@monilpegu2464
@monilpegu2464 3 года назад
অতি সুন্দৰ কণ্ঠ প্ৰিন্সীপ্ৰিয়া তোমাৰ ? ভৱিষ্যতৰ কামনা কৰিছোঁ লগতে তোমাৰ সংগিসকলৰ
@narengogoi8180
@narengogoi8180 2 года назад
Kkkjjjjjjjjkjjpopooob. Bbbbhi to get to the same to
@prabitrawithourpigfarm6807
@prabitrawithourpigfarm6807 3 года назад
ভন্টি ধুনীয়া হৈছে , শুনি ভাল লাগিছে ।
@basantakonwar9112
@basantakonwar9112 2 года назад
🙏🙏🙏🙏Krisnaa ......Bohut ....xundur husakoi ....boor val lagil......
@khanjan-mi3jc
@khanjan-mi3jc 2 года назад
Nice voice and God bless you ❤❤🙏🙏🙏
@pubaliborahpubaliborah2973
@pubaliborahpubaliborah2973 3 года назад
বহুত ভাল লাগিল আৰু লগতে কাতি বিহুৰ শুভেচ্ছা জনালোঁ
@rashmikalita8788
@rashmikalita8788 2 года назад
Bohut dhunia mat tu. Matu nisinai manuh joniu dhunia. Bohut val lagil dei.
@dipankarpbabu4770
@dipankarpbabu4770 2 года назад
Bohut dhunia lagesa moja 😍😍😍😍😍😍😍😍😍😍😍
@Beauty_Vibes193
@Beauty_Vibes193 3 года назад
বহুত ভাল গাইছা সোন.💐..আগবাঢ়ি যোৱা ..বহুতো মৰম আৰু শুভেচ্ছা থাকিল
@b-gcobra1456
@b-gcobra1456 2 года назад
Moja 👌 and nais voice ❣️🙏🙏
@yoyobhosriwaleee8912
@yoyobhosriwaleee8912 2 года назад
ইমান সৰু ছোৱালী,,,কি কণ্ঠ তোমাৰ,,,আগুৱাই যোৱা,,,
@produmkhatnuya8537
@produmkhatnuya8537 2 года назад
Padum,khatanar
@merigogoi7181
@merigogoi7181 2 года назад
Bor morom logakoi gaisa
@archanadas4095
@archanadas4095 2 года назад
@@produmkhatnuya8537 ND g I lost Hugh yv
@bijitgogoi1955
@bijitgogoi1955 2 года назад
@@produmkhatnuya8537 I
@bijitgogoi1955
@bijitgogoi1955 2 года назад
@@produmkhatnuya8537 and
@pikugogoi5607
@pikugogoi5607 Год назад
বৰ ধুনীয়া ধুনীয়া হইছে ভগৱানে তোমালোকক মংগল কৰক
@sumitradeka3599
@sumitradeka3599 2 месяца назад
কৃষ্ণ কৃষ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
@rinjukalita6152
@rinjukalita6152 2 года назад
Nice voice, God bless you 🙏🙏🙏🙏🙏🙏🙏🙏
@purbajyotichamuah757
@purbajyotichamuah757 2 года назад
Bohut bohut bhal lagise bhanti Aguai jua
@goldlineassam7134
@goldlineassam7134 2 года назад
very nice voice, god bless you.
@sumitradeka3599
@sumitradeka3599 3 месяца назад
প্ৰভু ভগৱন্তই আৰু এখোজ আগুৱাই যোৱাত কৃপা কৰক 🙏🙏🙏🙏🙏🙏
@prasantanath3126
@prasantanath3126 8 месяцев назад
মৰম অাৰু অন্তৰৰ পৰা শুভকামনা জনালো মাজনী ❤অাগুৱাই যোৱা ৷কৃষ্ণ কৃষ্ণ
@khargeswarkalita3502
@khargeswarkalita3502 2 года назад
কৃষ্ণ। সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল মা আগুৱাই যোৱা মা কৃষ্ণ ।
@makundadas2564
@makundadas2564 2 года назад
বহুত ভাল লাগিল, অমিয়া নেওগ বাইদেউৰ গীতবোৰ মই বহুত ভাল পাওঁ
@bijoyaveryniceborah8304
@bijoyaveryniceborah8304 2 года назад
Dhuniya gaise naam, Krisnha Krisnha
@ranjannarah4361
@ranjannarah4361 2 года назад
সুন্দৰ কণ্ঠ &/ বাইদেউৰ &^ সুযোগ্য 👌 সন্তান আগবাঢ়ি যাওক l 👌👌
@uksumiborah2512
@uksumiborah2512 3 года назад
অতি সুন্দৰ, অমিয়া বাইদেউ আপোনালৈ কাতি বিহুৰ শুভেচ্ছা থাকিল।
@jyotikumarnath3403
@jyotikumarnath3403 2 года назад
কণ্ঠ ধুনীয়া।আগ বাঢ়ি যোৱা।
@user-iu4vf7ld2b
@user-iu4vf7ld2b 11 месяцев назад
Krisna, aei,bahut bhal hoise,tomalokok krisnai dirghayu diyok ,natun natun aru sunibaloi pam buli sewa dharilo krishna.
@pravashdas4792
@pravashdas4792 Год назад
অতি সুন্দৰ কণ্ঠ।🙌🙌 তোমাৰ আৰু তোমাৰ আইৰ লগতে সহপৰিয়ালক ভগৱন্তই কুশলে ৰাখক 🙏
@karateloverankur7560
@karateloverankur7560 3 года назад
Bor dhuniya lagill maina
@atulhazarika4227
@atulhazarika4227 2 года назад
মাজনী বহুত ভাল হৈছে । তোমাৰ মাতটো অতি মধুৰ । দেউতাৰ মনৰ আশা কাৰ্যত পৰিণত কৰা। মাতকৈও এদিন নিশ্চয় আগবাঢ়ি যাবা।
@nitaligogoi6161
@nitaligogoi6161 2 года назад
মৰম লগা আইজনী বৰ সুন্দৰ লাগিছে তোমাৰ দিহানাম গোৱা, মই এইটো সুৰে দিহানামত ভাল পাওঁ
@sumitavlogs6183
@sumitavlogs6183 3 года назад
বহুত ধুনীয়া হৈছে।
@sangitaborahrangpur9425
@sangitaborahrangpur9425 3 года назад
সুন্দৰ পৰিবেশন সোন। বহুত ভাল লাগিল। ভগৱানে তোমাৰ মঙ্গল কৰক।
@rajuchouhan9554
@rajuchouhan9554 3 года назад
অতি সুন্দৰ ❤❤❤❤ 🙏🙏🙏🙏 আৰু আগুৱাই যোৱা ভগৱানে কৃপা কৰক🙏
@jyotsnachangmai6511
@jyotsnachangmai6511 Год назад
বৰ সুনদৰ হৈছে মাজনী।আগবাঢ়ি যোৱা
@rijubhorali275
@rijubhorali275 3 года назад
সুন্দৰ হৈছে উজ্জল ভৱিষ্যত কাম্যনা কৰিলো 🙏🙏🌹💖🙏😍
@jyotirmoydas2328
@jyotirmoydas2328 9 месяцев назад
ইমান ধুনীয়া কণ্ঠ তোমাৰ আগুৱাই যোৱা।।কৃষ্ণ কৃষ্ণ
@namitadas4688
@namitadas4688 Год назад
Nice
@user-ph3pz5hy9n
@user-ph3pz5hy9n 27 дней назад
অতি সুন্দৰ তুমি আগুৱাই যোৱা।So nice. 🙏🙏
@snigdhahazarika6651
@snigdhahazarika6651 2 года назад
বহুত সুন্দৰ হৈছে তুমি আগবাঢ়ি যোৱা
@debrajbori1559
@debrajbori1559 2 года назад
সুন্দৰ কণ্ঠ | শুনি থাকিলে ‌শুনি থাকিবলৈ মন যায়‌‌‌ | তোমালৈ বহুত বহুত ধন্যবাদ থাকিল |