SINGER - KUSSUM KAILASH & NILAKSHI NEOG
MUSIC - UJJWAL AARONG
Lyrics/Tune- KUSSUM KAILASH
ADDITIONAL TAI LYRICS- JADOV HANDIQUE.
LANMAI CHANGBUNG & RANJAN MOMAN
MIX & MASTERED - DIGANTA BORDOLOI
RECORDED STUDIO- STUDIO SRISTHI, MORAN
Lyrics:-
মই টাই খামতি ছোৱালী (কাও ছাও টাই খামতী)
পাই হাউ হুপ কান হাক ছেঞ হান নী
ক'ৰে ধুনীয়া ডেকা তই
খুন তাং মাই হুপ কান পাই য়ক মাউ অ'
তোকে দেখি জান' মৰম লাগি যায় অ,
তোকে খুলি কথা কবলে মন যায় অ,
তোকে দেখি জান' মৰম লাগি যায়
কি নাম দি মাতিম তোক
কি বুলি ভাবিম তোক
তোকে দেখি জান' মৰম লাগি যায় অ,
তোকে খুলি কথা কবলে মন যায় অ,
তোকে দেখি জান' মৰম লাগি যায়
কি নাম দি মাতিম তোক
কি বুলি ভাবিম তোক
তোক লৈ যাবৰ মন যায়
বুকুতে থম যেন সজাই
তোক চাই চাই, চাই চাই
হেপাহকে নপলায় অ
তোকে দেখি জান
মৰম লাগি জান'
তোকে দেখি জান
মৰম লাগি জান'
যায় অ যায় অ যায় অ...
সাদৰী হাঁহিতে মন পিচলিল পিচলিল জান'নে
ঠিকনা হেৰালো তোৰ কাষলে কাষলে যাবলে
সাদৰী হাঁহিতে মন পিচলিল পিচলিল জান'নে
ঠিকনা হেৰালো তোৰ কাষলে কাষলে যাবলে
অৰুণাচল, চৌখাম
নামছাই আৰু চাংলাং
আখিঙ চিঙ নাই তী মান মা লা
লগে পাম ঐ
তোকে দেখি জান' মৰম লাগি যায় অ
তোকে খুলি কথা কবলে মন যায় অ
তোকে দেখি জান' মৰম লাগি যায় অ
তোকে খুলি কথা কবলে মন যায় অ
তোকে দেখি জান
মৰম লাগি জান'
তোকে দেখি জান
মৰম লাগি জান'
যায় অ যায় অ যায় অ যায় অ...
আই ঐ দেহি
আই অ আই অ
ভাবোতে চিন্তোতে
দিন যায় অ যায় অ
তোৰ বাদে কোনো মোৰ
নাই অ নাই অ
তোকেহে মনে মোৰ
খায় অ খায় অ
অ.. অ.. তোক লগ পালো যেতিয়া
অ.. অ.. কতো চকু নাযায় এতিয়া
অ..অ.. তোৰ কলিজাতে আউজি
অ.. অ.. হয় দিন ৰাতি এতিয়া
তোৰ মোহময়ী যাদু সনা মায়া
বুজি পাবলে মন যায়
ত আইতন নে টাই খাময়াং
ফাকে নে টাই তুৰুং
টাই আহোম হ'লেতো মিলিম
তোৰে সতে ঐ।
তয়ে মোৰে কলিজাৰে কেচা সোন ঐ
অনুভূতি মিঠা জীয়া জীয়া প্ৰাণ ঐ
তয়ে মোৰে কলিজাৰে কেচা সোন
কিনো দিম বাৰু তোক
হিয়া দি ৰাখিম তোক
তোকে দেখি জান' মৰম লাগি যায় অ
তোকে খুলি কথা কবলে মন যায় অ
তোকে দেখি জান' মৰম লাগি যায়
কি নাম দি মাতিম তোক
কি বুলি ভাবিম তোক
তোকে দেখি জান
মৰম লাগি জান'
তোকে দেখি জান
মৰম লাগি জান'
যায় অ যায় অ যায় অ যায় অ'
#Tuke_Dekhi#kussum_kailash #nilakshi_neog #Kussum_Kailash_Song#Sao_Tai_Hang_Dee#kussumkailash
12 сен 2024