Тёмный

Zubeen Vs Papon? Why this debate in buzz? Watch details 

Prag News
Подписаться 2,1 млн
Просмотров 50 тыс.
50% 1

Zubeen Vs Papon? Why did this subject come to discussion? Watch details. Watch the full clip to know more about this story.
#pragnews #zubeen #papon #bihu #performance #singer #stageperformance
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Опубликовано:

 

20 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 491   
@krishnox1creation
@krishnox1creation Месяц назад
Papon dar program sai val lage
@AankhikCS
@AankhikCS Месяц назад
aru zubben garg khuni
@bishnu_jyoti_das33
@bishnu_jyoti_das33 Месяц назад
Both are legend ❤
@2.k78
@2.k78 Месяц назад
zubeen dar beya lage mane tok ball Koba aha sat
@2.k78
@2.k78 Месяц назад
​@@AankhikCS...sat dal sutmarana
@Peaceful_Paradise123
@Peaceful_Paradise123 Месяц назад
Papon Daa💌
@assamesevlogdipankardas7354
@assamesevlogdipankardas7354 Месяц назад
পাপন দাক ও বহুত বেছি ভাল পাও কিন্তু এটা কথা সচা যে জুবিন দাই অসমৰ সাংস্কৃতিক জগতৰ বাবে বহুত বেছি কষ্ট কৰিছে ❤ ভূপেন হাজৰিকা দেৱ ......খগেন মহন্ত দেৱ ইত্যাদিৰ মৃত্যুৰ পিছত এজনে মহান মানুহ আছে সেইটো হৈ আমাৰ মৰমৰ জুবিন দা ❤️ আৰু মই এইটো কোৱা নাই যে জুবিন দাই অকলে আমাৰ অসমৰ সাংস্কৃতিক জগতৰ কাৰণে কাম কৰঅ নাই পাপন দা ও আছে তাত । কিন্তু জুবিন দাৰ অনুষ্ঠানত যদিও কেতিয়াবা কিবা অনুৰাগীয়ে ভূল কৰে তেতিয়া আমাৰ নিউজ চেনেল বোৰে কিয়া জুবিন দাৰ ওপৰত দোষ দিয়ে 🙏১৩ এপ্ৰিল তাৰিখে মইও জুবিন দাৰ অনুষ্ঠানত গৈছিলো তাত তেওঁ যদিও ভাগৰুৱা আছিল কিন্তু তেওঁ ভাল দৰে অনুষ্ঠান খন চলাই নিছিল আৰু ১৪ এপ্ৰিল তাৰিখে মই আমাৰ হাজো নকুছিত ও‌ অনুষ্ঠানত আছিলো তাতো তেওঁ দৰ্শকক মোহিছিল ❤ তাৰে পাছতো জুবিন দাই বোলে দৰ্শক গীতে মোহিব পৰা এইবোৰ কথা কিয় কব লাগে ❤জুবিন অসমৰ সাংস্কৃতিক জগতৰ গুৰু হয় আৰু তেখেতৰ এনেকে মিছা কথা বোৰ উলিয়াব নাপায় ❤ জয় জুবিন দা ❤
@nabadeepbhat9436
@nabadeepbhat9436 Месяц назад
জুবিন দাৰ গানত সেই মন উত্তাৱল কৰা গুণ আছে আকৌ ; ময়ো জুবিন অনুৰাগী ময়ো অনুষ্ঠান চাইছো মই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰা নাই নহয় ,কিছুমান উদণ্ডৰ বাবে শিল্পীৰ কি দোষ জুবিন দাই চকী ভাঙিব কোৱা নাইতো।
@Manoranjan_12340
@Manoranjan_12340 Месяц назад
Thik koise apuni ❤
@jitulnahorliveyoutube8753
@jitulnahorliveyoutube8753 Месяц назад
Thik kotha koisa tumi
@user-id1wn9co6h
@user-id1wn9co6h Месяц назад
​@@minedharsensua391tuk gaboloi maribo lagixil neki
@sidharthanath1539
@sidharthanath1539 Месяц назад
Thik koisa
@bishnu_jyoti_das33
@bishnu_jyoti_das33 Месяц назад
Zubeen da axomor no.1 singer....
@H.Machry
@H.Machry Месяц назад
Jubeen God gifted hoi..... Stay blessed always..... 🙏
@heartthobaxom3360
@heartthobaxom3360 Месяц назад
pega news ক এবাৰ zubeen দাই মঞ্চৰ ওপৰৰ পৰা ধমকি দিয়া news টো কত গল বজাব নেকি আকৌ ।😂 newsচেনেলে news বজাব লাগে বেলেগৰ আচৰণৰ ওপৰত ভিত্তি কৰি চকী ভগা কিবা ভগা ...pega news ৰ যদি ইমান দুখ লাগিছে ভগা চকীৰ পইচা দি সহায় কৰক।আগতে নিজৰ news চেনেল টো কেনেকৈ জনসাধাৰণৰৰ আগত জনপ্রিয়তা ৰাখিব পাৰি সেইটো চিন্তা কৰক দেশত ইমান সমস্যা ..আগন্তুক চৰকাৰে কি দিব কি সলনি কৰিব সেইবোৰ জনসাধাৰণক বাতৰি সম্প্ৰচাৰ কৰক আল-বাল বজায় বিচাৰ কৰা দায়িত্ব নেকি news চেনেলৰ ।দাদাই যোৱাবাৰ সকীয়নী হে দিছে ...এইবাৰ ওলটা-পুলতা কৰিলে মাধ মাৰ পৰিব ।
@pankajbora5977
@pankajbora5977 Месяц назад
Right bro
@dbhargab
@dbhargab Месяц назад
চাওঁক দুয়োজনৰ মাজত কেতিয়াওঁ তুলনা হ’ৱ নোৱাৰে কাৰণ দুয়োজনে অসমৰ সম্পদ ,দুয়োজনে বিখ্যাত শিল্পী ,জুবিন দাই তেওঁ যে ইমান ডাঙৰ ব্যাক্তি তেওঁ সেই মৰ্যদাটো ৰাখিব জনা নাই কিন্ত পাপন দাই সেইটো ভালদৰে বৰ্ত্তাই ৰাখিছে ,প্ৰাৰ্থক্য মাত্ৰ সেইটোৱে।
@bishnu_jyoti_das33
@bishnu_jyoti_das33 Месяц назад
Akdom right kotha kole
@chandanneog1965
@chandanneog1965 29 дней назад
জুবিন দাৰ লগত পাপন তুলনা নহয় ... Googleত অলপ খুছৰি ছালেই সেইখিনি ওলাই পৰিব.. bioটো ছালেই হ'ল দুয়োজনৰে....কোনে কি কি কৰি আহিছে অ'ত বছৰে কোনে কি কি সৃষ্টি কৰি আহিছে দুয়োজনকে সমান বুলি নাভাবিব.. আৰু কি মৰ্যদাটো ৰাখিব জনা নাই....আগত শিল্পীসত্ত্বা কি বস্তু জানি ল'ব ...শিল্পী হবলে কি কি কৰিব লাগে আমাৰ অসমৰ ক্ষেত্ৰতে বাহিৰৰ শিল্পী কোনো নিমিলে কিবা জাননে?...অলপ অধ্যয়ন কৰি ল'ব গাৰ্গৰ বিষয়ে গভিৰ কে এইটো কোৱা নাই যে গাৰ্গেই সকলো কিছুমান অযথা কথাত আঘাত লাগে আৰু আঘাত লাগিলে নকও বুলি ভাবিও আকৌ .নোকোৱাকে থাকিব নোৱাৰি... বিশেষ একো কোৱাও নাই আৰু তুলনা কৰিলে মুখ বন্ধ কৰি থকাৰ বিধৰও মই নহয় যদি যুক্তি দি কথা কোৱা হয় নহলে কিছুমান আকৌ জ্ঞানী মূৰ্খৰ লগত তৰ্ক কৰিও ভাল নলাগে........
@jyotismaybaruah2613
@jyotismaybaruah2613 Месяц назад
Zubeen da rock ❤❤
@angkurray9767
@angkurray9767 Месяц назад
Blr news zb da ..Vl powa hokol like kra dekhaii de zb dak kimn vl powa mnuh ase
@utpalsahariah6969
@utpalsahariah6969 Месяц назад
লিখনিখিনি অলপ দীঘলীয়া হ'ল তাৰ বাবে দুঃখিত তথাপিও এবাৰ পঢ়ি চাব বুলি আশা ৰাখিলোঁ। জুবিন আৰু পাপন দুয়োজনেই ভাল গায়ক। অসমৰ সম্পদ। ভূপেন হাজৰিকা,খগেন মহন্তদেৱেৰ দৰে ব্যক্তি সকলৰ অমৰ সৃষ্টিয়েও অসমীয়া গানৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি কৰিব পৰা নাছিল। কিন্তু জুবিন গাৰ্গে অকলে যুঁজি অসমীয়া গানৰ প্ৰবাহৰ ঢল বোৱাই আনিছিল। সেই প্ৰবাহৰ ঢল এতিয়ালৈ বৈ আছে,বৈ থাকিব। জুবিন অকল অসমতেই প্ৰিয় নহয়। বহুবাৰ জুবিন গাৰ্গক বলিউডত গীত গোৱাৰ বাবেও অনুৰোধ কৰা হৈছিল। বহুকেইখন ছবিত গানো গাইছিল। কিন্তু জাতিৰ প্ৰতি থকা তানৰ বাবে তেওঁ আকৌ উভতি আহিছিল অসমলৈ। যদি ৯০ৰ দশকৰ পৰা হিন্দী গান গোৱাৰ ধাৰা অব্যাহত ৰাখিলে হয়। আজি Arijit Singh ৰ ঠাইত বা Arijit Singh ৰ পিছতেই জুবিন গাৰ্গৰ নাম উৎচ্চাৰিত হ'লহেঁতেন।জুবিন গাৰ্গৰ বয়স হৈছে। লাহে লাহে তেওঁৰ মাতটো ভাগৰুৱা হব ধৰিছে। তাৰ বাবেই আমি জুবিন গাৰ্গক পেলাই দিম নেকি ? জুবিন গাৰ্গে সুস্থ ভাৱে মঞ্চত গীত পৰিৱেশন কৰিলে এতিয়াও কিমান ধুনীয়াকৈ গীত পৰিৱেশন কৰে মন কৰিবচোন। সেইবোৰ সৰু সৰু কথা আমাৰ বাবে গৌৰবৰ কথা নহয় নে? বিতৰ্কিত মন্তব্য কৰাৰ বাবে এচামে জুবিন গাৰ্গক এনেকুৱাকৈ ঠাট্টা মস্কৰা কৰে যেন জুবিন গাৰ্গে একোৱেই কৰা নাই অসমীয়া জাতিৰ বাবে। জুবিন গাৰ্গক এক আৱৰ্জনা দৰে জ্ঞান কৰে। জুবিন গাৰ্গ আৰু পাপন কোনো এজনেই 100 শতাংশ শুদ্ধ নহয়। জুবিন গাৰ্গে মদ খাই ৰাজহুৱা মঞ্চত কিছুমান বেয়া কথাও কয় তেনে কথা ক'লে মইও আপোনালোকৰ দৰেই বেয়া পাওঁ তাৰ সমান্তৰালকৈ মই কিন্তু পাপনকো বেয়া পাওঁ কাৰণ পাপনে ব'হাগত অসমত আহি অনুষ্ঠান কৰি টকা ঘটি আকৌ বহিঃৰাজ্যলৈ গুচি যায়। তাৰোপৰি জুবিন গাৰ্গে অনুষ্ঠান কৰি যিখিনি টকা ঘটে সেই টকাৰ কিছু অংশ দুখীয়া দৰিদ্ৰ হাতত পৰে। পাপনে ঘটা টকাৰ এটকাও দুখীয়া দৰিদ্ৰৰ হাতত নপৰে। জাতিটোৱে আন্দোলন কৰিলে জুবিন লগত থাকি সাহস দিয়ে। সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু পাপনে মুম্বাইৰ বিলাসী অট্টালিকাৰ চুকত নিজৰ কথা চিন্তা কৰাত ব্যস্ত থাকে (CAA ৰ ক্ষেত্ৰত দেখিছোঁ)। জুবিন অকল যুৱপ্ৰজন্মৰেই heartthrob নহয় অসমীয়া জাতিৰো heartthrob। জুবিন গাৰ্গৰ কিবা বেয়া দেখিলে সমালোচনা কৰক। অপমান নকৰিব। তেওঁ বহু দিছে অসম আৰু অসমীয়াক। জুবিন ভালে থাকক। জুবিনে দীৰ্ঘ জীৱন লাভ কৰি অসমীয়া জাতিক সমৃদ্ধ কৰক। শেষত জুবিন গাৰ্গৰ মঞ্চ অনুষ্ঠানত উদণ্ড যুৱকেহে উদ্ভণ্ডালি কৰে। তাৰ বাবে জুবিন গাৰ্গে গান গোৱা বন্ধ কৰিব লাগে নেকি? দেখা পাওঁ অসমৰ বহু গায়কে এতিয়া ৰাজনৈতিক দলৰ বাবে গান গায়। বহু অভিনেতা-অভিনেত্ৰীয়ে ৰাজনৈতিক দলৰ বাবে কাম কৰে। কিন্তু জুবিন গাৰ্গ একেদৰেই আছেই ৰাইজৰ লগত ৰাজনীতিৰ পৰা দূৰত। ★জুবিন গাৰ্গ ভালে থকাটো জাতিটোৰ বাবে জৰুৰী।
@jimidas7050
@jimidas7050 Месяц назад
Ekdom.. thik koise apuni.. okon man khut korobat dekhileii lagi jai sb tekhetr pist.. othoso bipodot manuh r kaxot Papon nhoi Zubeen da he thake...❤️🙏
@debabratabania9266
@debabratabania9266 Месяц назад
CAA GRIHITO HOL TEU KINTU RANGEROVER LOI MONE MONE THAKIL.TEU GOSOT UTHAI GURI KOTA MANUH.
@utpalsahariah6969
@utpalsahariah6969 Месяц назад
@@debabratabania9266 CAA grihit hol buliyei teo ki cycle solai ghurib neki,,,,,, CAA grihit howat zubeen Garg r kono dhoronor xomporko nai buli a moi vabo,,,,,xangskriti jogotor logot jorit thaki teo jikhini toka uparjon kore BMW lobo porar xamorthota teor ase.....xou xeidina khon jonopriyo howa gayokeo dekhon atiya fortuner loi ghure...90 doxokor pora gan gai zubeen garg a atiya he range rover loise....aru Zubeen Garg a kako gosot uthai guri nakate o zubeen garg r gaan xuni konoba dorxok khutat uthe xeitu beleg kotha...... gosot uthai guri kota keijon maan axomor manuh tolot ullekh kori disu monot Rakhi thobo.... 👇 নিজৰ সন্তানক দেশ-বিদেশৰ শিক্ষানুষ্ঠানত পঢ়ুৱাই অসমৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক ৰাজপথলৈ আহি আন্দোলন কৰিবলৈ উত্তাল দাবী জনোৱা কেইগৰাকীমান বুদ্ধিজীৱিক মনত ৰখাটো ভাল ময়ুৰ বৰাৰ সন্তান এছ. আৰ. এম কলেজ অৱ ইঞ্জীনিয়াৰিং চেন্নাইত পঢ়ে। • প্ৰশান্ত ৰাজগুৰুৰ সন্তান পঢ়ে দিল্লীৰ হিন্দু কলেজত। • মৃণাল তালুকদাৰৰ জীয়ৰী বৰ্তমান নয়ডাৰ এমিতি বিশ্ববিদ্যালয়ত অধ্যয়নৰত। • নৱনীল বৰুৱাৰ সন্তানে পঢ়ি আছে মুম্বাইৰ হুইছলিং ইন্টাৰনেশ্যনেল ইনষ্টিটিউটত। Zubeen Gargok misate aibotot nuxumab,,,,,aponar khyoti kori zubeen Garg jonopriyo howa nai tu ,,,nije xongram kori aji aikhini thai paise,,,,,anuprerona louk,,,,moi nijeo anuprerona lou,,,,kosto koriboloi utxah pao,,,,, Bhupen Hazarika, Homan borgohain,nipon goswami, munin Barua r dore mohan byaktiye jijon Zubeen Gargok loi xopon dekhisil teok apunalokor dore asame beya pai,,,,xondehor anguli towai......asori kotha dei. Apuni moi axom aru axomiyar babe hoito ako korib nowarim kintu zubeen garg a parib,,,,,teok xujug kon diyok sun,,,,kiyo bare bare aghat diboloi sesta kora hoy teok,,,,,,
@DibakarRay-pv5tj
@DibakarRay-pv5tj Месяц назад
Zubeen daa❤❤❤❤❤❤❤❤❤
@kishordeka5582
@kishordeka5582 Месяц назад
জুবিন জুবিন হয় তহত সমাজৰ আবৰজনা কলংক সাংবাদিক নহয় জেন সাংঘাতিক🧐😂
@subuzdutta
@subuzdutta Месяц назад
Balor hoi
@spookygamer298
@spookygamer298 Месяц назад
Toi balor bhai toi zubeen or fan hua kuni adhikar nii ....tohot or dore kisuman dhokrami r karone zubeen e dokhi hb lag hoi tohot ketamn johora ase zubeen or fan base ot
@subuzdutta
@subuzdutta Месяц назад
@@spookygamer298 Masuda toi kela gar Mara balor
@krishnasaikiaentertainment7011
@krishnasaikiaentertainment7011 Месяц назад
Papon ❤
@abmusic6314
@abmusic6314 Месяц назад
ZG❤ always king 👑
@monimonsterofficial7112
@monimonsterofficial7112 Месяц назад
Papon❤
@himangshudeka1738
@himangshudeka1738 Месяц назад
❤❤
@M3_PRODUCTION
@M3_PRODUCTION Месяц назад
Joi Zubeen Daa ❤❤
@ZGFARUKEDITZ
@ZGFARUKEDITZ Месяц назад
Zubeen da ❤
@rohnytheguitarist1185
@rohnytheguitarist1185 Месяц назад
Papon da hodai ❤ hoi thhakibo
@Monmusical298
@Monmusical298 Месяц назад
মঞ্চত শুই আৰু বহি গুৱাটো zubeen দা ৰ ষ্টাইল হয়।।আমাও val lage diokn sun joi ZuBeen Da ❤❤
@ankurmorang9010
@ankurmorang9010 Месяц назад
Zubeen daa ❤
@air33-ias53
@air33-ias53 Месяц назад
Thumbnail tu moja lagil...hosa kotha.... Papon Da is ❤ ... Papon Da amar assam.r gourob 🔥
@user-id1wn9co6h
@user-id1wn9co6h Месяц назад
Papon gu buli kolu...hiyal tuk ...bihur homoyot akhomot kuli dore ahatuk...poixa luvot akhomoloi ahe he...
@air33-ias53
@air33-ias53 Месяц назад
@@user-id1wn9co6h Tur baperor khai thua nai tu....aru khuji khuji juwa nai tu...matise so goise.... Modahi Sera Pagol Zubeen.e ki karone kla Emn poisa loi tente 1/2 lakhot ki karone nagai... Toka ghoti ghoti range rover loi loley.... Zubeen Papon dar agot aku bal nhoi... Sera bolia ata okl...Mod khai ja ta boli thake...tak rastar pagol tuei pagol buliei koi... Papon Dar respect ase society.t
@parthadasediting
@parthadasediting Месяц назад
​@@user-id1wn9co6hpapon a bahirot ane nathake axomor bihu k bahirot represent kori ase ❤ aro zubeen a ki dal kori ase mod khai gan gabo jai 😅
@jimidas7050
@jimidas7050 Месяц назад
​@@parthadaseditingmanuhok bipodot xahaijyo toi nidiyo be.. zubeen dai he diye... Toi ki dal krise buli kio kbi???
@jekobbasumatary2411
@jekobbasumatary2411 Месяц назад
Zubeen da
@kankanabarman1139
@kankanabarman1139 Месяц назад
Zubeen da main love u zubeen da ❤❤
@user-id1wn9co6h
@user-id1wn9co6h Месяц назад
Paponor ganot vanguwa bure naxibo paribo.....papok bihu pogerem koriboi dibo nalage..bihur homeyet tar akhomoloi monot pore tar..toka lubhiya tu
@xm7055
@xm7055 Месяц назад
Sudurbhai
@w.ds.a929
@w.ds.a929 Месяц назад
Love you zubeen da ❤❤
@bhrigurajdas5733
@bhrigurajdas5733 Месяц назад
once a king always a king zg
@Shortmoviecompany
@Shortmoviecompany Месяц назад
Zubeen Garg is legend 😊
@Monmusical298
@Monmusical298 Месяц назад
জুবিন দা নহলে function ভাল নালাগে পাপন নালাগে জুবিন দা লাগে। জয় জুবিন দা❤
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp Месяц назад
God of music papon🙏🙏🙏
@pallabchetia-io1tx
@pallabchetia-io1tx Месяц назад
Papon daa❤❤❤
@BidenMothrong
@BidenMothrong Месяц назад
Zubeen Garg ❤❤❤
@axom306
@axom306 Месяц назад
Zubeen daaa ❤❤❤❤❤❤❤❤ joi Zubeen daaa ❤❤ Zubeen daaa r dore vibes konew dibo noware😅
@Jayantabaruahvlogs
@Jayantabaruahvlogs Месяц назад
জুবিন দাৰ গানত সেই মন উত্তাৱল কৰা গুণ আছে আকৌ মোৰ চেনেল ত জুবিন দাৰ গান এতিয়া ৰেগুলাৰ দিছোঁ, তাৰ পিছতে পাপন দাৰ ও গান ও দি যাম,। ; ময়ো জুবিন অনুৰাগী ময়ো অনুষ্ঠান চাইছো মই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰা নাই নহয়, চাওঁক দুয়োজনৰ মাজত কেতিয়াওঁ তুলনা হ'ৱ নোৱাৰে কাৰণ দুয়োজনে অসমৰ সম্পদ, দুয়োজনে বিখ্যাত শিল্পী, জুবিন দাই তেওঁ যে ইমান ডাঙৰ ব্যাক্তি তেওঁ সেই মর্যদাটো ৰাখিব জনা নাই কিন্তু পাপন দাই সেইটো ভালদৰে বৰ্তাই ৰাখিছে, প্রার্থক্য মাত্র সেইটোৱে। কিছুমান উদণ্ডৰ বাবে শিল্পীৰ কি দোষ জুবিন দাই চকী ভাঙিব কোৱা নাইতো । যদি এই কথা খিনি আপোনালোকে যুক্তি আছে বুলি ভাবে তেন্তে মোৰ এই চেনেল টো subscribe কৰি বেল আইকন টো অল কৰি দিব। 🔔❤ 🙏🥺
@dipamtaluldar2349
@dipamtaluldar2349 Месяц назад
Zubeen da❤❤❤
@ankurgogoivlogs7035
@ankurgogoivlogs7035 Месяц назад
Zubin da always king 👑💜❤😘
@user-bp1dl7pt1l
@user-bp1dl7pt1l Месяц назад
Zubeenor logot tulona nhy. Zubeen Garg my god
@assamvlog196
@assamvlog196 Месяц назад
Joi Zubeen
@musicassamreverb9498
@musicassamreverb9498 Месяц назад
ZG Always Rock.❤ He is my God
@pronabjyotigogoi6901
@pronabjyotigogoi6901 Месяц назад
Zubeen Dai mod khai Papon dai Baba khai Modr jurtu aloptu Besi no. Aru Zubeen Da Hero Hoi Assamor Hero pogamot Gunda2 Thakiboi no soki vagibola Haitu najana News sanalbura😂
@SouravChiring
@SouravChiring Месяц назад
Jai zubeen daa🎉❤❤❤❤❤❤
@kangkanjd
@kangkanjd Месяц назад
Balor fan buli kom oxomiak জুবিনক ভাল পালে পাপণক ভাল পাব নালাগে, পাপন ক ভাল পালে জুবিন ক বেয়া পাব লাগে বুলি কত লিখা আছে।।। পাপন r program val hoise bas।।।। সচাটো Mani lo।।।
@Random73529
@Random73529 Месяц назад
Right!!!
@user-wb8bz1zs7g
@user-wb8bz1zs7g Месяц назад
Papon nisina 100 ta u ahila zubeen dar homan hobo nuare papon akhomor karone ki korila bidakhot 2 ta man akhomiya gan gale gobo jañu😢❤❤❤joi zubeen da❤❤❤😢
@bjpatowary2780
@bjpatowary2780 Месяц назад
Dhurr😂
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp Месяц назад
God of music papon understand
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp Месяц назад
Ki paisa zubeenok val pai
@samarjyoti312
@samarjyoti312 Месяц назад
Papon hobou nlge zubeen r dore.. Amr Papon da bht blg hoi.. Sobei buji napai... 🥰
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp Месяц назад
God of music papon🙏🙏🙏
@PranjalmahantaPranjal
@PranjalmahantaPranjal Месяц назад
জুবিন দা মেইন জুবিন দা নোহোৱা হোলে অসমীয়া গান শুনাই বাদ দিলে হেঁতেন মানুহে পাপনে গান গাই পইচাবৰ লৈ জাই বাহিৰত এনজয় কৰিব জুবিনে ৰাতি কস্তু কৰি পুৱা বিলাব❤❤❤ আৰু অসমত এনেকুৱা মানুহৰে প্ৰয়োজন ❤❤❤
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp Месяц назад
god of music papon🙏🙏🙏
@gautamsarma8897
@gautamsarma8897 Месяц назад
Papan da gan sai val lage .
@Diganta_Das_
@Diganta_Das_ Месяц назад
Bollywood humming king Zubeen Garg 💯
@subuzdutta
@subuzdutta Месяц назад
😂
@yutfufty
@yutfufty Месяц назад
​@@subuzdutta sudmarni
@anubhabkashyap9146
@anubhabkashyap9146 Месяц назад
😂
@yutfufty
@yutfufty Месяц назад
@@subuzdutta bl suda
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp Месяц назад
Bal
@chandanneog1965
@chandanneog1965 29 дней назад
এতিয়াও (বয়স বাঢ়িছে, কিন্তু গানবোৰ বৰ উচ্চস্বৰৰ) জুবিন গাৰ্গে আগৰ দৰে পুৰা High Scale ত চিঞৰি গান গাব বুলি আশা কৰি সমালোচনা কৰা কেইটা অলপ জ্ঞানী ব্যক্তি নে বাৰু!! অন্য ধৰনেও কষ্ট হয় বাবে মানুহটোৱে Show বোৰ নকৰোঁৱেই কৈ আছে দুবছৰ মানৰ পৰা, এতিয়াও আগতকৈ বহুত কমালেই। কিন্তু এনেকুৱা বহুত পুৰণা বিহু কমিটি আছে য'ত আজি প্রায় 30 বছৰে জুবিনে একাধাৰে প্ৰতিবছৰে অনুষ্ঠান কৰি আহিছে, সেয়ে তেওঁলোকক না নকৰি নোৱাৰোঁতেই এতিয়াও 20-25 খন বিহু অনুষ্ঠান কৰিব লগা হয়। লগতে গানটো গানেই, জুবিন বুলিলেই মানুহটোকে চাবলৈ দৌৰিযোৱা দৰ্শকেই বেছিভাগ থাকে তাত। কিন্তু ঘৰত বহি কামুৰি থকা বোৰকটো কোনোদিন সুখী কৰিব নোৱাৰিয়েই!! সিঁহতক কওঁ যে দম আছে যদি জুবিনৰ পুৰণা কাৰ পৰশ গানটোৰ Live Show এটা সমালোচনা কৰক চোন চাওঁ দম। কামুৰি থকা Young মানুহ কেইটাই বাৰু গোটেই দিনটো অসমৰ ইমুৰৰ পৰা সিমুৰলৈ কেৱল Travel কৰি (কামটো বাদেই দিছোঁ) ৰাতি 11 টা বজাত (কমিটীয়ে তেতিয়াও মঞ্চ এৰি নিদিয়েই) মঞ্চত উঠি মাত্র দুদিনমান (এমাহ নালাগেই) উচ্চ স্বৰত 2 ঘণ্টা চিঞৰি থাকক চোন চাওঁ কেনে লাগে..... আৰু এনেকেও তেওঁ জুবিন গাৰ্গ হয়, টুলুঙাকৈ দুফাকি চিঞৰাবোৰৰ কথা নকওঁ বাৰু, কিন্তু সংগীতক শ্ৰদ্ধাৰ দৃষ্টিৰে চোৱা আমিবোৰৰ বাবে জুবিন গাৰ্গ সদায় ভগৱান সদৃশ...সুৰৰ ৰজা হয়, শব্দৰ ভাণ্ডাৰ হয়, এটা এটা Album ত ফুটি উঠা সকলো ধৰণৰ সংগীতত দক্ষ এজন অমিয়া কণ্ঠৰ লগতে সংগীতৰ মালিক হয় তেওঁ... তেওঁ যিমান বয়সীয়া নহওঁক কিয়, আমি অতীত খিনি পাহৰি যোৱা মানুহৰ দৰে নাভাবো তেওঁক। গতিকে জুবিনক বেয়া পাইছে নাচালেই হ'ল, Social Media ত জ্ঞান প্ৰদৰ্শনৰ কোনো দৰকাৰ নাই।
@prasantkasyap3922
@prasantkasyap3922 Месяц назад
Zubin and papon they both are pride of Assam....I love them both...Yes Zubin Garg has extraordinary imaginary mind and he has been written lot's of quality songs comparison to Papon but Papon has a unique quality of singing....So both are versatile singer of Assam...👍
@mishongao8383
@mishongao8383 Месяц назад
Zubeen Garg Always King
@anurupdeka549
@anurupdeka549 Месяц назад
Zubeen garg god of assamese music industry❤
@bikibhai3197
@bikibhai3197 Месяц назад
Lord Zubeen ❤
@user-ct2uk6nd9q
@user-ct2uk6nd9q Месяц назад
Joi Zubeen da ❤❤always love you😌
@jakirgamingyt7094
@jakirgamingyt7094 Месяц назад
Joi Zubeen da ❤❤
@BobyDas-ex8dm
@BobyDas-ex8dm Месяц назад
Yes hosa
@parthapratimnath75
@parthapratimnath75 Месяц назад
Papon r gaan t tupni ahi jaye 😂 Kot chair vngbo
@bhaskarkakatiaxom
@bhaskarkakatiaxom Месяц назад
Atu main😂
@MrinalDekasarania
@MrinalDekasarania Месяц назад
Right be 😂
@Ridip498
@Ridip498 Месяц назад
Hoi be
@Monmusical298
@Monmusical298 Месяц назад
Paponor mat tu hunilei Jen korobat kajia lgise teneka he lge pai
@apvlog9013
@apvlog9013 Месяц назад
Right 👍
@kushaldoley4590
@kushaldoley4590 Месяц назад
Zubeen Garg ❤ hero
@Jubin_ray_zg_creation
@Jubin_ray_zg_creation Месяц назад
Zubeen da zubeeen dai ❤ king
@RupamoniDas-ov4rt
@RupamoniDas-ov4rt Месяц назад
Ami 2 jonoke Vaal pau ❤ , moi paponr gaan alop besi xunu .
@rahultarak4642
@rahultarak4642 Месяц назад
Zubeen Garg ❤hero
@bishnuprotim1245
@bishnuprotim1245 Месяц назад
Jiman ee ji nohouk Love Zubeen Garg ❤❤❤❤
@himankhu
@himankhu Месяц назад
Zubeen da god hoi❤❤❤❤
@ShivamDas-is8jl
@ShivamDas-is8jl Месяц назад
I like papon da👍 But always love you zubeen daa❤
@nirbannsarma528
@nirbannsarma528 Месяц назад
Axomr king hodai zubeen da a hoi karon zubeen da axomot hodai thaka papon a bihur timot a aha
@user-yu1hn5ur7x
@user-yu1hn5ur7x 23 дня назад
Tak paisa lage
@kapil912
@kapil912 Месяц назад
both is our gold ❤
@Achyut_Yein_1558
@Achyut_Yein_1558 Месяц назад
Zubeen Garg ❤
@mousamkonwar9185
@mousamkonwar9185 Месяц назад
Zg ❤
@duluraj260
@duluraj260 Месяц назад
love you zubeen da
@RupjyotiTalukdar-mh1rk
@RupjyotiTalukdar-mh1rk Месяц назад
জয় জুবিন দা ❤
@BalaramDeka
@BalaramDeka Месяц назад
I love you Zubeen da 25 bosor 16 hajar moi gan gai aso aponi goua niiii ❤❤❤❤❤
@abhijitboruah143
@abhijitboruah143 Месяц назад
Papon r program t je dhuli urixil hai news nidile je
@duluray8696
@duluray8696 Месяц назад
Right😂
@jollywoodworld7395
@jollywoodworld7395 Месяц назад
Tetiya sokut jethi a mutisil ehotor
@rajivgam
@rajivgam Месяц назад
দিলে😂😂
@hemangaboruah6073
@hemangaboruah6073 Месяц назад
Joi zubeen da ❤❤❤
@udaybhaskarbhagawati
@udaybhaskarbhagawati Месяц назад
Zubeen garg
@BidyasagarDoley-fm4bf
@BidyasagarDoley-fm4bf Месяц назад
Papon Papon aru❤❤
@rishav3900
@rishav3900 Месяц назад
Papon r function to marpit lge Mangaldai to lagise kintu news e akol zubeen r beyato he dekhai
@pinkupegu8674
@pinkupegu8674 Месяц назад
Zubeen Dai bangisene aneii aru no
@Paragprince
@Paragprince Месяц назад
King Zubeen ❤❤❤❤
@julijuli7135
@julijuli7135 Месяц назад
Zubeen Da ❤❤❤
@Sanoydutta
@Sanoydutta Месяц назад
I love papon
@jyotiuncommoncompany3801
@jyotiuncommoncompany3801 Месяц назад
ZG❤❤❤
@abhijitkalita7247
@abhijitkalita7247 Месяц назад
Only Zg respect button 👉
@user-df3kz6le3x
@user-df3kz6le3x Месяц назад
Joy zubeen da❤
@nayabdas4612
@nayabdas4612 Месяц назад
Joy zubeen da 🙏🥰🙏
@showwithtiku
@showwithtiku Месяц назад
Zubeen garg....... Always king...
@RUSTOMDOLEY123
@RUSTOMDOLEY123 Месяц назад
Zubeen Garg is best
@anantaborah1081
@anantaborah1081 Месяц назад
Joy zubeen da
@ChandandasDas-wk9oh
@ChandandasDas-wk9oh Месяц назад
Joy Zubeen da ❤❤❤❤❤❤
@AbhijitKhanikar-km4gr
@AbhijitKhanikar-km4gr Месяц назад
Jubeen da ❤
@ndofficialassam
@ndofficialassam Месяц назад
Zubeen da Assam king 👑❤
@violentgentleman1987
@violentgentleman1987 28 дней назад
Papon Da ❤🎉🤘
@miduldutta8798
@miduldutta8798 Месяц назад
জুবিন দা মানেই অসমীয়া উৎসৱ হয় , জয় জুবিন দা❤❤❤❤❤
@Abuskingstar-gl9hz
@Abuskingstar-gl9hz Месяц назад
I'm is Zubeen da fan
@miriloraatoz
@miriloraatoz Месяц назад
Zubeen Garg
@mrinalmazumdar4752
@mrinalmazumdar4752 Месяц назад
Baki baad ZG for Life ❤❤❤
@32dekagaonmazusuburipachim61
@32dekagaonmazusuburipachim61 Месяц назад
Joi Zubeen da
@user-bc5bn2wl3t
@user-bc5bn2wl3t Месяц назад
Only Jay Zubeen da❤❤
@himanshuvlog5753
@himanshuvlog5753 Месяц назад
Zubeen da ❤😂
@sankardoley1341
@sankardoley1341 Месяц назад
One and only ZG❤❤❤❤
@pankajsaikia1465
@pankajsaikia1465 Месяц назад
Only Zubeen da❤❤❤
@rocktimsaikia3900
@rocktimsaikia3900 Месяц назад
Zubeen da main
@Hemanta2004-dz4mx
@Hemanta2004-dz4mx Месяц назад
I am Zubeen Da Friend❤❤❤
@rantuboro1404
@rantuboro1404 Месяц назад
Jai zubeen da❤❤❤❤
@sishudhandas562
@sishudhandas562 Месяц назад
King zubeen ❤
@_i4m_ansu.man__
@_i4m_ansu.man__ Месяц назад
Zubeen main❤️‍🔥❤️‍🔥
@l8-yz1vx
@l8-yz1vx Месяц назад
Jubin daa best ❤❤singer
Далее
Final increíble 😱
00:39
Просмотров 9 млн
VENOM: THE LAST DANCE - Official Trailer (HD)
03:15
Просмотров 15 млн
ZUBEEN N PAPON
7:44
Просмотров 1,3 млн
Zubeen Raha
2:57
Просмотров 211 тыс.
Final increíble 😱
00:39
Просмотров 9 млн