Тёмный

আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া প্ৰাণজিৎ ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels 

UPARJAN
Подписаться 159 тыс.
Просмотров 260 тыс.
50% 1

আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels
তেওঁ এজন সাধাৰণ যুৱক ৷ যি পিতৃৰ মৃত্যুৰ পাছত নৈশ বাছৰ কাউন্টাৰত মাহিলী ৭০০ টকাৰ বেতনেৰে আৰম্ভ কৰিছিল কাম কৰিবলৈ ৷
কিন্তু এনেদৰে কাউন্টাৰত দীৰ্ঘদিন কাম কৰাৰ পাছত তেওঁৰ মন মগজুত খেলালে এক নতুন ধাৰনা ৷ নিজেই এখন বাছ কিনাৰ চিন্তাই তেওঁক কৰি তুলিলে উদগ্ৰীব ৷ আৰু মোমায়েকৰ পৰা ধন ধাৰলৈ আনি কিনি পেলালে এখন চেকেণ্ডহেণ্ড বাছ ৷
ইয়াৰ পাছতো ইটোৰ পাছত সিটো বাধা ৷ বহু প্ৰতাৰণা নেউচি তেওঁ আগুৱাই গ’ল পৰিবহন ব্যৱসায়ী হোৱাৰ দিশত ৷ আৰু এতিয়া তেওঁ প্ৰাণজিৎ ট্ৰেভেলচ নামৰ ১৪ খন বিলাসী নৈশ বাছেৰে ভৰা এটি পৰিবহন কোম্পানীৰ স্বত্তাধিকাৰী ৷
প্ৰাণজিৎ বৰা নামৰ এজন যুৱ ব্যৱসায়ী সংগ্ৰামৰ কাহিনী এয়া ৷ যোৰহাটত জন্ম গ্ৰহণ কৰা গুৱাহাটীৰ নিবাসী প্ৰাণজিৎ বৰাৰ সংগ্ৰামৰ কাহিনী জানো আহক তেওঁৰ মুখেৰেই ৷
uparjan.in

Опубликовано:

 

8 окт 2021

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 331   
@mrinalgogoi966
@mrinalgogoi966 2 года назад
বহুত ভাল লাগিল জিৰ’ৰ পৰা হিৰ’ হৈছে জয়তু প্ৰাণজিৎ ট্ৰেভেলচ
@SD-lz5rv
@SD-lz5rv 2 года назад
দারুণ! আশ্চর্যজনক যাত্রা। শুভকামনা করছি !
@sonjay1122
@sonjay1122 2 года назад
মই যাত্ৰ কৰিছো প্ৰাণজিৎ ট্ৰেভেলচত। ভাল সুবিধাজনক। এতিয়া স্বতাধিকাৰী এজন অসমীয়া বুলি জানি ভাল লাগিল।
@dilipbaishya3014
@dilipbaishya3014 2 года назад
Thank you brother- Pranjit. Your dream(hotel) is to be solved by God as early as possible because Man for Man. Thanks for your self confidence and good behaviour with passenger. You think that each passenger is a part of your blessing and love. God bless you...... Dilip Kumar Baishya, Baroda, Gujarat.
@rejaulpathan6221
@rejaulpathan6221 Год назад
Great as Assamese.
@pareshsarmah1502
@pareshsarmah1502 15 дней назад
গতিকে লাভ নহয় বুলি ক'ব নোৱাৰি,ধনূ।
@chinmoybaruah6270
@chinmoybaruah6270 2 года назад
ভাল লাগিছে, যোৰহাটৰ ব্যক্তি হৈয়ো যে লক্ষীমপুৰখনক আকোৱালি লৈছে; চাৰ্ভিচ ভাল, ভাল হওঁক আপোনালোকৰ...
@nayanjyotigayan2704
@nayanjyotigayan2704 2 года назад
ভাল লাগিল প্ৰাণজিৎ ট্ৰেভেলচৰ স্বতাধিকাৰী অসমীয়া বুলি জানি.... আপোনাৰ ভাল হওক প্ৰাণজিৎ দাদা
@nairadas5653
@nairadas5653 2 года назад
Apuni sur aslul moi janu
@indianexperiments4192
@indianexperiments4192 2 года назад
@@nairadas5653 ki likhisha tumi
@dipankargogoi5606
@dipankargogoi5606 2 года назад
চাফা মনৰ মানুহ.. ভাল লাগিল আপোনাৰ কথাবোৰ শুনি..❤️
@rupkantapathori2852
@rupkantapathori2852 2 года назад
অসমত কষ্ট কৰা মানুহৰ মৰণ নাই।
@abinashhandique6745
@abinashhandique6745 2 года назад
Pranjit Travels বৰ আৰাম দায়ক আৰু সুন্দৰ যাত্ৰাৰ বাবে। বিশ্ববিদ্যালয়লৈ গহপুৰৰ পৰা অহা যোৱা কৰা সময়ত Pranjit Travels কে বাছি লৈছিলো।
@utpalbdas
@utpalbdas 2 года назад
Best bus from Lakhimpur to Guwahati.. মই বেছিকৈ Pranjit Travel যাত্ৰা কৰোঁ।
@utpalbdas
@utpalbdas 2 года назад
@@priyankashorts111 Redbus ত চাব পাবি!! online কৰিব পাাৰিব!! Lakhimpur town ৰপৰা ই আহে !
@utpalbdas
@utpalbdas 2 года назад
@@priyankashorts111 যায়!
@mostakindian3723
@mostakindian3723 2 года назад
প্রানজিৎৰ এই জয় যাএা অব্যাহত থাকক । সাধৰন কাউন্টাৰত কাম কৰা লৰা গিটাৰ বাবে চিন্তা কৰাৰ কথাটো ভাল লাগিছে ।
@dilipgogoi3009
@dilipgogoi3009 2 года назад
প্ৰাণজিৎ ট্ৰেভেলছৰ ষ্টাফ সকলৰ ব্যৱহাৰ বোৰ বহুত ভাল পাইছো ৷
@dipsaikia2581
@dipsaikia2581 2 года назад
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। এজন অসমীয়া যুৱক হিচাপে আপোনাৰ এই যাত ৰাত আপুনি আৰু আগুৱাই যাওক আৰু আজিৰ যুৱসমাজৰ মাজত এক নিদৰ্শন হৈ জিলিকি থাকক তাৰেই কামনা কৰি ছো।
@rjsaikia9954
@rjsaikia9954 2 года назад
খুব প্ৰেৰণাদায়ক কথা ক’লে ৷ আপুনি আগুৱাই যাওক তাৰেই কামনা কৰিলোঁ ৷
@shipramcfarlane8908
@shipramcfarlane8908 2 года назад
বৰ ভাল লাগিল। এজন ভাল মানুহৰ বাৰ্তালাপ শুনি ভাল লাগিল। এজন ভদ্ৰলোক, কঠোৰ পৰিশ্ৰমী ও আদৰ্শ ব্যক্তি। আৰু আগুৱাই যাওঁক লগতে আন দহজনৰো উপকাৰ হওক । শুভেচ্ছা থাকিল।🙏🙏
@bituboruah7845
@bituboruah7845 2 года назад
প্ৰাণজিৎ ট্ৰেভেলচত মই এবাৰ যাত্ৰা কৰিছিলোঁ। ভাল লাগিছিল।
@jayantaborah7835
@jayantaborah7835 2 года назад
অসমীয়াৰ জয় হওক, কৰ্মমূখী হওক সকলো অসমীয়া,,, জয় আই অসম,,,
@dasbsf178
@dasbsf178 2 года назад
Okhomor manuhe atiya he business koribo hikise, khub gourobor kotha. good job
@bitupongogoi9718
@bitupongogoi9718 2 года назад
এই travel agencyটোৰ service অত্যন্ত ভাল।মই নিজৰ বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছো।
@ASSAMESEINFOTAINMENT
@ASSAMESEINFOTAINMENT 2 года назад
অতিকে সুন্দৰ ভিদিঅ । সঁচাকৈ অনুপ্ৰেৰণা দায়ক। ধন্যবাদ ।
@YouTube-short..
@YouTube-short.. 2 года назад
মালিকৰ কথা বতৰা ইমান অমায়িক ❤️❤️
@bimalbiswas4029
@bimalbiswas4029 2 года назад
সুন্দৰ দাদা ভাল লাগিল। আগুৱাই যাওঁক আৰু ঈশ্বৰে আশীৰ্বাদৰ কৰক আপোনাক।
@arpan_gamer7844
@arpan_gamer7844 2 года назад
মালিক অসমীয়াৰ বুলি জানি ভাল লাগিল। এই সুযোগ তে গাড়ীত বিভিন্ন ঠাইলৈ যোৱাৰ অভিজ্ঞতাৰ পৰা এটা কথা কব বিছাৰো গাড়ীৰ কৰ্মচাৰীৰ ভদ্ৰ হলে ভাল হয়।বহুত গাড়ীত কৰ্মচাৰীৰ কথা বতৰা আৰু ব্যৱহাৰ দেখি নামি দিবৰ মন যায়।মোৰ দৰে বহুত যাত্ৰীয়ে দ্বিতীয়দিন এনে গাড়ীত উঠাৰ মন নকৰে।সেয়ে কৰ্মচাৰীৰ নিযুক্তি দিওঁতে তেওলোকৰ quality ৰ ওপৰত গুৰুত্ব দিব লাগে।আপোনাৰ গাড়ীত যাত্ৰা কৰাৰ সৌভাগ্য হোৱা নাই। আপুনি আগবাঢ়ি যাওক,সফলতাৰ শীৰ্ষত উপনীত হওক।ৰাইজৰ শুভাশিস কিন্ত্ত ডাঙৰ সম্পদ।ধন্যবাদ।
@pradipdeka5148
@pradipdeka5148 2 года назад
বহুত ভাল লাগিল,আগলৈ এওৰ নিচিনা মহান সংস্কৃতিৰ পূজাৰী ,সাধকৰ লগত পৰিচয় হোৱাৰ আশা কৰিলো ।শিল্পীগৰাকীৰ সু-স্বাস্থ্য কামনা কৰিলো ।
@lifestylewithjyotirmoy1239
@lifestylewithjyotirmoy1239 2 года назад
Best of luck sir.. God Always blessed you
@shivachakraborty8878
@shivachakraborty8878 2 года назад
When you said my target is not earning profit but to feed 50 others family I became your follower sir. Hope one day I will get a chance to travel in pranjit travels.
@Bhabensarma2010
@Bhabensarma2010 2 года назад
We support local for vocals. Pranjit jindabad..
@bhaskarease8048
@bhaskarease8048 2 года назад
He inspired us also...Bhaskar And Utpal Saikia during his days...God bless
@borahkaliabor413
@borahkaliabor413 2 года назад
👏👍👍👍👍👍 সুন্দৰ দাদা গুৱাহাটীৰ পৰা তিনিচুকীয়া লাইনত থকা হলে কেতিয়াবা ময়ো ঘৰলৈ যাব পাৰিলো হয়
@bidyutborah3187
@bidyutborah3187 2 года назад
Val lagil pranjit dak pai . Ajn hsai Matir Manuh . Malik Jen nlgaiiii
@pankajtamuli8970
@pankajtamuli8970 2 года назад
আপোনাৰ কথা খিনি খিনি ভাল লাগিল , আপুনি আৰু আগুৱাই যাওক তাকে পাৰ্থনা কৰোঁ , কিন্তু আপুনি খফল কাৰণে আজি আপুনি কব পাৰিছে কিন্তু এনেকুৱা বহুত ঘটনা হৈছে Uber ক্ষেত্ৰত আমাৰ লগত আমি আজি লৈ এখন আলটো এখন সুফুইট্ৰ সেই 2 খনে লন মাৰি শেষ কৰিব পৰা নাই , সেইবোৰ সফল বুলি মই নাভাবি কপাল বুলি কৈ ,
@goldenassam6752
@goldenassam6752 2 года назад
ভাল লাগিল আপোনাৰ জীৱনৰ কথাবোৰ শুনি। বহুত সাহস পালোঁ , ধন্যবাদ দাদা,,,
@anamulislam6142
@anamulislam6142 2 года назад
Moi 2009 to 2014 yrs pranjit busot ohha juwa koriso service bohut vl manujone khanaparat ahi neje passenger pickup kore mainly aykhon busot students ohha juwa kore,he is a very responsible person
@peguaao8974
@peguaao8974 Год назад
সঁচাকৈ আপুনি ৰাইজৰ হকে কাম কৰা এজন মহান মানুহ
@RHaz-vo6hv
@RHaz-vo6hv 2 года назад
Apunar mama jonoku dhanyavad karon tekhet mahan apunalukor aru unnati hauk we proud of u as a Assamese May God bless u 🙏🏻🙏🏻 Lakhimpurak beya napabo karon all are not same
@heartlessmadhu2230
@heartlessmadhu2230 2 года назад
Jua 26 Septembert moi ghyr pora lakhimpur ahislu..heidina pranjit borah siru ahisil garit.aagey Pisey Log pua nasilu jodiu heidna log pai val lagil bohut .pranjit travelsr staff behaviour khub vl bohut comfort gari.. ❤️.aguai jauk hodai..
@utpalkalita7283
@utpalkalita7283 2 года назад
Best of luck Dada.god bless you 🙏
@mintusaikia624
@mintusaikia624 2 года назад
আৰু আগোৱাই যাওক। আমাৰ শুভকামনা সদায় আছে।🙏🙏🙏
@dipalroy1084
@dipalroy1084 2 года назад
বহুত বহুত শুভেচ্ছা থাকিল প্ৰাণজিত। আগুৱাই যোৱা ।
@travelingvlogs8349
@travelingvlogs8349 2 года назад
দাদা slepeer বাছ হব লাগে দীঘলীয়া যাত্ৰা ৰ বাবে, যেনেকৈ আন ৰাজ্য ত চলে
@ranjitbora4256
@ranjitbora4256 2 года назад
বন্ধু হিচাপে তোমাক লৈ সদায় গৌৰৱ কৰি আহিছো আৰু সদায় কৰি যাম । আৰু বহুত আগুৱাই যোৱা আৰু বহুত উন্নতি হওক তোমাৰ তাৰেই প্ৰাৰ্থনা ভগৱানৰ চৰণত । তোমাৰ চিন্তা ধাৰা তোমাৰ মনোভাব সঁচাকৈয়ে সলাগৰ পাত্ৰ । কাউণ্টাৰত টিকেট বিক্ৰী কৰি থকা নিবনুৱা সকলৰ বাবে তুমি যি দৰে চিন্তা কৰিছা তেনেকৈ যদি প্ৰতি জন মালিকে চিন্তা কৰে তেন্তে অসমত বহু পৰিয়াল সুখেৰে জীয়াই থাকিব পাৰিব । ধন্যবাদ তোমালৈ । কষ্টৰ ফল যে মিঠা তাৰেই প্ৰমাণ তুমি বন্ধু ।
@bhaskargogoi1036
@bhaskargogoi1036 2 года назад
GOD BLESS U DADA ❤❤❤
@bibiboradas3053
@bibiboradas3053 2 года назад
Great dada 🙏🙏🙏
@tractorslover4768
@tractorslover4768 2 года назад
Val lagil. Xahokh palu bohut. Mor ketiaba EMI dibo nowara obostha hoi bohut vangi poru. Nowarim jen lage.. But aji xahokh palu bohut.. Thanks Pranjit Da
@chetiahaflong3511
@chetiahaflong3511 2 года назад
The staffs of pranjit travel are very Good. Please try to maintain it.
@sunil0733
@sunil0733 2 года назад
I personally know this man he is Hard working and passionate man 👍
@dosmantachutia4402
@dosmantachutia4402 2 года назад
Love from lakhimpur apuner gari kaikhon dekhilai kiba ata bhal lagi jai
@windows4189
@windows4189 2 года назад
খুব ভাল লাগিল.. Apunar mongol কৰক দাদা... ধেমাজি r para গৈছো.. খুব ভাল পাওঁ.. আমাৰ প্ৰথম পছন্দৰ গাড়ী প্ৰাণজিৎ ট্ৰেভেল
@niloypurkayastha7264
@niloypurkayastha7264 2 года назад
Moi apuna lukor regular passenger and khub val lage and also apunar all staff khub val
@honuphukan1389
@honuphukan1389 2 года назад
Apuni bohut bhal kotha kole Apuni agbahi jaok bulii akha rakhilu.
@biswajyotinath4184
@biswajyotinath4184 2 года назад
Dada apuni aguae jawk... Apuni bht vl kotha koi gl so thank you🙏🙏 moi bht goisu apunalur garit.... I am form lakhimpur.... Apuni lakhimpur r kotha mukh anar karne thnx
@simantadeka1191
@simantadeka1191 2 года назад
তেওঁৰ চিন্তাধাৰা সচাঁয়ে বহু বহু ওপৰত
@aniruddhabashya2679
@aniruddhabashya2679 2 года назад
Great inspiration, best of luck Pranjit Travels...
@binoyhazarika6054
@binoyhazarika6054 2 года назад
ভৱিষ্যতে আগুৱাই যাওক তাৰেই কামনা কৰিলোঁ ৷
@user-wy5rt8lm6w
@user-wy5rt8lm6w 4 месяца назад
Good,, anekoye agbarhi goi thakok.....,, love from sonapur Guwahati
@trevellera.k3363
@trevellera.k3363 2 года назад
Bohut val lagil .... Aguwai jaok apuni🙏
@dandeswarkalita4971
@dandeswarkalita4971 2 года назад
Swipe left or right to delete
@joontora4166
@joontora4166 2 года назад
Bohut Dhunia lagise dei sir 🙏🙏🙏
@junakvlogs285
@junakvlogs285 2 года назад
Pranjit da apunak dhanyabad jonalu.salute..
@devajitmahanta
@devajitmahanta 2 года назад
Success is not fatal. Success is the effort of cotinuous process which will help you to reach top of the hill, example Pranjit Travels. Wishing u all d best....
@surensarmah541
@surensarmah541 2 года назад
Pranjal,tumar sakhyatkar tu sai bor bhal lagil,aru aguwai jua ,gulaghotia hisape gourab korisu,log pam kintu,punar kolu God bless you.
@gyandeepgogoi6178
@gyandeepgogoi6178 2 года назад
সুন্দৰ পৰামৰ্শ আগবঢ়ালে..!
@amarjyotipathak9077
@amarjyotipathak9077 2 года назад
Dada apuni dhunia Kotha koise best of luck.
@vivekanandakalita7959
@vivekanandakalita7959 2 года назад
Dada apuni aru aguwai jak. God bless you ❤
@purnimahazarika4740
@purnimahazarika4740 2 года назад
বহুত ভাল লাগিল দাদা,👍👍👍👍👍
@min2kaushik334
@min2kaushik334 2 года назад
Salute sir.....apuni aaru aaguai jaok best of luck....👌🙏🙏
@dhrubajyotisaikia2812
@dhrubajyotisaikia2812 2 года назад
Excellent brother.... Shatya Hodaai Jai, Krishna Krishna
@rirleyarfarme8133
@rirleyarfarme8133 2 года назад
এয়াই সৰ্ম্পৰন্ন জীৱন ।। জীৱন জিন্দাবাদ
@pallabjit6045
@pallabjit6045 2 года назад
Bht val bus Pranjit travels..kaiba baru goisu
@RBeatingASMRnp4uo
@RBeatingASMRnp4uo Месяц назад
এইয়াহে প্ৰকৃত অসমিয়াগীৰি ❤❤
@ronibayan9776
@ronibayan9776 Год назад
Bohut BHAL LAGIL 🥰KEEP IT UP SIR
@newsouth867
@newsouth867 2 года назад
Val lagil, Pranjit travel t bohut bar goisu
@utpaljoonakborah5475
@utpaljoonakborah5475 2 года назад
Bohut val lagil Dada. Muru asa ase apunar dore trevel ajjency khular
@nayonborthakur2023
@nayonborthakur2023 2 года назад
Pranjit travels r survice khub val..... Suvesya thakil...
@allone2175
@allone2175 2 года назад
Very encouraging bahut night yatra karisu dhakuakhanaloi Thanks
@A_Chhetri.
@A_Chhetri. 2 года назад
Thank you Pranjit Sir
@sibanathburagohain7573
@sibanathburagohain7573 2 года назад
বহু বহু ধন্যবাদ আপোনাৰ বাবে কিন্তু সচেতন হওক আপোনাক ভালসকলে ভালপাওক আজীৱন ।তুখামুদি নহ'ব । আপোনাক আৰু উন্নত স্ঠানত পাবলৈ অসমবাসীয়ে কমনা কৰে। ধন্যবাদ
@feelingsshop2626
@feelingsshop2626 2 года назад
Very very excellent 👍
@pranjitvlog9958
@pranjitvlog9958 2 года назад
Dada vedeo to sai bhute Val lagil
@DibyajyotiChutia-mr9dd
@DibyajyotiChutia-mr9dd 2 года назад
Apunak moi 2008 manot khanparat e logpaisilu Tetiau apuni garit e asil, kotha botora bibohar bor Val lagil, apuni aru aguai jauk
@moheswarbora5751
@moheswarbora5751 2 года назад
বহুত ভাল লাগিলে ভগৱানে আগুৱাই নিয়ক
@rejaulpathan6221
@rejaulpathan6221 Год назад
Very nice.. great works..
@samirbabu609
@samirbabu609 2 года назад
Best of luck pranjit sir
@nilutpalbaruah9747
@nilutpalbaruah9747 2 года назад
👍.... Clg r pora ahute blg gaddi a nuthaleu pranjit super khn a uthai anisile Borgang r pora Bedeti loike....
@radhemalik6349
@radhemalik6349 2 года назад
I relate your point brother ♥️
@anendrabarman7639
@anendrabarman7639 2 года назад
Apunar karone Naton pajnmo agq barhibo Boli bhabo dhanio bad apunak aru eshare agoloi niak
@Eatand_Burp
@Eatand_Burp 10 месяцев назад
Mojja manhu deii❤❤
@mylifestyle.1382
@mylifestyle.1382 2 года назад
Dada bhut vl manuh hoi.. Teok loi proud feel kro. Tekhetok logot kotha pati bhut vl lage.
@rupamboruah1097
@rupamboruah1097 2 года назад
ভাল লাগিল কথা খিনি । আপুনি আৰু আগুৱাই যাওঁক
@NirmanGog
@NirmanGog 2 года назад
আপুনি আৰু আগুৱাই যাওক দাদা । শুভ কামনা জনালো ।
@bidyutsvlogstravel
@bidyutsvlogstravel 2 года назад
Really amazing...
@rofiulhussain4140
@rofiulhussain4140 2 года назад
বৰ ভাল লাগিল।আপুনি আপোনাৰ একাগ্ৰতাৰ কাৰণে পাৰিছে।আমি সকলো অসমীয়াই আপোনাৰ আদৰ্শৰে আগবাঢ়িলে অসমৰ নিবনুৱাৰ সমস্যাটোও কিছু কমিব বুলি ভাবো
@nabinbharali4390
@nabinbharali4390 2 года назад
Congrats dada val lagil
@karanhazarika4302
@karanhazarika4302 2 года назад
Xosai val manuh apuni 🙏🏻
@ranakalita6985
@ranakalita6985 2 года назад
Moi ejon bus lover hoi...Pranjit travels r owner Pranjit daa r ktha xunisu bhtre mukhot teur ktha anoki mur dada u koi teur ktha...Muru mon ejn bus owner huar....Pranjit daa mur bbe adorxo
@challengeandfunvlogs2362
@challengeandfunvlogs2362 2 года назад
Bohut besi val lagil dei vdio 2 sai 1st to time ssi like Kori dilu. 🙏🙏🙏
@tutumonilahon4337
@tutumonilahon4337 2 года назад
Hohaj hiral Manuh ...kothate gom pua jai....pranjit travel or Malik axomiya buli gom pai val lagil
@jackpot6601
@jackpot6601 2 года назад
Dada aapuni bhut val kotha koise aaru aapuni aaguyai jauk
@pallabmishra6471
@pallabmishra6471 2 года назад
Bahut vall lagiesa
@riyaboruah5682
@riyaboruah5682 2 года назад
Bohut bhal lagil video2
@amlanjitborthakur784
@amlanjitborthakur784 2 года назад
Dhuniya
@chetiahaflong3511
@chetiahaflong3511 2 года назад
You are a so lucky parson.
@pappusaikia1029
@pappusaikia1029 2 года назад
Great... 👍👍👍👍👌👌
@kushalsaikia3561
@kushalsaikia3561 2 года назад
সুন্দৰ পদক্ষেপ দাদা
@pranjalrajkhowa695
@pranjalrajkhowa695 Год назад
Real Axomiagiri .........apunar......
@sailendralahkar8943
@sailendralahkar8943 2 года назад
Good man good service...!!!
@depaak1943
@depaak1943 2 года назад
👌👌👍👍👍ভগবানে আপোনাক মংগল কৰক।
Далее
Fast and Furious: New Zealand 🚗
00:29
Просмотров 19 млн
guwahatir pora Margherita
21:30
Просмотров 46 тыс.
LIFE OF A DRIVER
17:00
Просмотров 180 тыс.