এই পৰ্যন্ত সন্ধান নাই শিশু অবিনাশ সৰকাৰৰ। ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অবিনাশ সৰকাৰৰ পিতৃ- মাতৃৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। #PratidinTime #assam #AssamNews #guwahati #HimantaBiswaSarma
5 июл 2024