Тёмный

কাহানিও হাৰ নমনা ভূপেন দা অসুস্থ হৈ পৰিল মঞ্চত, সদায় থিয় হৈ গান গোৱা শিল্পীজনে অৱশেষত গান গালে বহি 

Tridip C. Goswami
Подписаться 10 тыс.
Просмотров 812 тыс.
50% 1

উৎস: নুনমাটি বিহু সন্মিলন
Legendary Music Maestro Dr. Bhupen Hazarika was admitted to a hospital after suffering a "mild cerebral stroke" while he was performing at this Bihu function in 2006.

Видеоклипы

Опубликовано:

 

15 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 386   
@prasantahazarika1740
@prasantahazarika1740 3 года назад
আপোনাৰদৰে মহান শিল্পী অসমমাতৃয়ে পুনৰ পাবনে নাই মোৰ সন্দেহ আছে । আপোনাৰ সানিধ্য মই ২০০৩ চনৰ ৩ জানুৱাৰীত লক্ষীমপুৰৰ প্ৰতিদিন কাৰ্য্যালয়ৰ উদ্বোধনী অনুষ্ঠানত পাইছিলো । মোৰ জীৱন ধন্য কৰিলে আপোনি । য'তেই আছে কুশলে থাকক এয়াই কামনা ।ওঁম শান্তি ওঁম ।
@PriyalotaChutia
@PriyalotaChutia 2 месяца назад
L by
@ramenkalita4521
@ramenkalita4521 3 года назад
আপোনাৰ গীত আমাৰ প্ৰতিটো ৰক্তকণিকাত সোমাই আছে। অসমীয়া জাতি জীয়াই থকালৈকে আপুনি জীৱন্ত হৈ থাকিব।
@reetamishra6170
@reetamishra6170 3 года назад
এই মহান শিল্পীজন যে আমাৰ মাজত নাই ভাৱিবলৈ টান লাগে | যিমানদিন লুইত থাকে ,যিমানদিন অসমীয়া জাতি থাকে সিমান দিন তেওঁ আমাৰ প্রাণত থাকিব ......তোমালৈ সশ্রদ্ধ প্রণাম ভূপেন দা .....তুমি অমৰ
@benugogoi8337
@benugogoi8337 3 года назад
ভূপেনদা তুমি অমৰ৷ তুমি নিজেই এটি শিল্প৷১৯৭৩ চনৰ বহাগৰ এটি নিশা মোৰ ককাইদেউ প্ৰয়াত ডাঃ হিৰণ্য গগৈৰ শ্বিলঙৰ বাসভৱনত আধা ঘন্টা যি আলাপ কৰিছিলোঁ সেয়া আজিও চকুত ভাহি আছে৷ আজি তুমিও নাই ককাইদেউও নাই কিন্তু সেই দিনটোৰ স্মৃতি আজিও পাহৰা নাই৷ তোমালোক দোয়ো যতেই আছা শান্তিত থাকা৷ওম শান্তি৷
@abcchannel8077
@abcchannel8077 2 года назад
আপুনি দেখিছিল নেকি। বৰ্তমান বয়স কিমান আপোনাৰ
@saratchandraroyprodhani985
@saratchandraroyprodhani985 3 года назад
মহা সাগৰ মন্থন পথৰ এক গভীৰ জীৱণ , মৃত্যুকো নেউচি সুধা নিগৰা কণ্ঠ দিয়াই যাৰ ধৰম , গানৰ লহৰত যিজন জাতিস্কাৰ । সংযুক্ত সংগীতেৰেই ইপাৰৰ পৰা সিপাৰ , গীতি-প্লাৱণে কৰিলে একাকাৰ। হে গীতিকাৰ সুৰকাৰ তোমাৰ সাধনাক চিৰ নমস্কাৰ । 🌻 🌻🌻 🙏 দৃশ্যটো চাইযেন মনে কয় যান্ত্ৰিক ঝঙ্কাৰ উঠাই আকৌ অসুস্থ অৱস্থাত কিয় গাবলৈ অনুপ্ৰাণিত কৰিছে । শব্দ ছায়াছৱিৰে জীয়াই থাকিলা অগননৰ মাজত আৰু সোঁৱৰণত। 🙏🙏🙏
@upenbarman4972
@upenbarman4972 2 года назад
ভূপেন হাজৰিকা অবিহনে বিহুৰ মঞ্চ উকা উকা লাগে। সৰুতে ভূপেন হাজৰিকা বঙাইগাঁওত বিহুৰ মঞ্চত আহিলে আমি ৰাতিপুৱাই আহিছিলো ।
@gaganchandrahazarika4605
@gaganchandrahazarika4605 2 месяца назад
ভূপেন দা আজি মৰিও আমাৰ মাজত জীয়াই আছে... যদিওবা আজি তেখেতৰ শাৰীৰিক অৱয়বৰ আমি দেখা নেপায়.... তেখেতৰ অশৰীৰি আত্মাৰ আমাৰ মাজত থাকি যাব... সদায় তেখেতৰ অশৰীৰি আত্মাই আমাৰ মাজত গুণগুণি .... তেখেতৰ প্ৰিয় গীতৰ কলি বোৰ নিৰ্জন তাৰ মাজতে অনুৰণিত হৈ ৰ'ব!🙏🙏🙏
@Ranjanbora-vd5lv
@Ranjanbora-vd5lv 7 месяцев назад
ভূপেনদাৰ গান শুনি থাকিলেও হেপাহ নপলাই, তেখেত যেন এতিয়াও আমাৰ মাজত জীয়াই আছে, তেখেত যেন এতিয়াও আমাৰ মাজত জীয়াই আছে,তেখেতৰ চিৰ শান্তিৰ কামনা কৰিলো। যেন পুনৰ আমাৰ মাজত তেখেত জন্ম হৈ আমাৰ অভাৱখিনি পূৰাই।
@joyantakumargogoi9204
@joyantakumargogoi9204 3 года назад
বহুত দুখ লাগিছে।তোমাৰ অসমীয়া জাতিৰ পুতৌ লগা অৱস্থা তুমি দেখি আচৰিত হৈ পৰিলাহেঁতেন ।যতে আছা শান্তিৰে থাকা।
@dhirenkalita627
@dhirenkalita627 3 года назад
ক'ত মৰিল ভূপেন দা?এনেকৈ গীত সমূহ শুনি জীয়াই ৰাখিব লাগিব
@dinakantagogoi9744
@dinakantagogoi9744 3 года назад
শত শত কোটি প্ৰনাম ভুপেনদা
@ramnathborah7356
@ramnathborah7356 2 месяца назад
পৃথিবীৰ প্ৰান্তে প্ৰান্তে শিল্পী ড,ভূপেন হাজৰিকা দেৱ অমৰ হৈথাকিব
@sadanandarabha1996
@sadanandarabha1996 6 лет назад
ভূপেন দা প্ৰকৃতাৰ্থত এজন আদৰ্শ শিল্পী । আমাৰ মনৰ মানুহ তেখেত ।
@pranabkotokey3090
@pranabkotokey3090 6 лет назад
sadananda rabha Nathula
@maramidas5569
@maramidas5569 5 месяцев назад
আজি কালি হোৱা হেতেন কি হ'ল হয় নাজানো, তেতিয়া শ্ৰোতা দশক সকল কিমান সভ্য আৰু ধয্য শীতল আছিল ❤ভুপেন দা তুমি অমৰ
@pragyasaikia5261
@pragyasaikia5261 6 лет назад
কালজয়ী গীত খিনি... হাজাৰ বাৰ শুনিও হেপাঁহ নপলাই। অশেষ ধন্যবাদ।
@joziahbo1858
@joziahbo1858 3 года назад
I know I'm kinda off topic but does anybody know a good place to stream newly released movies online?
@giovannianthony1675
@giovannianthony1675 3 года назад
@Joziah Bo Flixportal :P
@joziahbo1858
@joziahbo1858 3 года назад
@Giovanni Anthony thank you, I signed up and it seems like they got a lot of movies there =) I really appreciate it !
@giovannianthony1675
@giovannianthony1675 3 года назад
@Joziah Bo You are welcome =)
@aimoniaimee5418
@aimoniaimee5418 4 года назад
মই এই programe tu TV ত চাইছো। তেতিয়াও আৰু এতিয়াও চকুপানী ওলাইছে।
@bikashkalita8675
@bikashkalita8675 5 лет назад
ইমান কষ্টত ভূপেন দাক মঞ্চত কিয় ৰাখিব লাগে।।
@mamonidevi617
@mamonidevi617 2 года назад
Moriu Amor hol
@paramanandabora1047
@paramanandabora1047 2 года назад
অসমত আজিলৈকে বহুতো ভাল ভাল গায়ক গায়িকা ওলাইছে । পিছে আপুনি কোটি কোটি তৰাৰ মাজৰ জোন আৰু জোন এটাহে থাকে ।।আপুনি অকল এজন গায়কেই নহয়, আপুনি এজন উচ্চ শিক্ষিত,অতি ভদ্ৰ, অতি সঙ্গতভাবে গীত পৰিৱেশন কৰা গায়ক ,আপোনাৰ কথবোৰও গীতৰ দৰেই ।অকল অসমতেই নহয়, ফিৰথীৰ বহুতোলোকে আপোনাৰ গীতত মোহিত হৈছে ।আপোনাক বেয়া পোৱা মানুহ এজনো কতো নাই ।।
@alakeshchakraborty738
@alakeshchakraborty738 3 года назад
অসমী আইৰ বৰপুত্ৰ সুধাকণ্ঠ ৷৷৷ শত সহস্ৰ প্ৰণাম ৷
@alakeshchakraborty9864
@alakeshchakraborty9864 4 года назад
প্ৰণাম কৰিছো ভূপেন হাজৰিকা দেৱক লগতে নূনমাটি ৰাইজকো প্ৰণামিছো ৷ ইমান সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰিছে ৷
@geo_diary
@geo_diary 4 года назад
আপুনি আমাৰ অন্তৰত সদায় অমৰ হৈ থাকিব ভুপেন দা। আপুনি যতেই আছে,সুখী হৈ থাকক আৰু অসমৰ ধৰাত আকৌ এবাৰ জনম লৈ আমাক ধন্য কৰক। video তো চাই খুইব কন্দিলো। love you,miss you.
@moonroy9733
@moonroy9733 3 года назад
ভুপেন দাক এনেদৰে আমাৰ মাজত জীয়াই ৰাখিব লাগিব 🙏🙏🙏
@lakhyajyotideka479
@lakhyajyotideka479 2 года назад
এই অনুষ্ঠানটো কিমান চনৰ জনাব চোন। বহুত ভাল লাগিল
@gurubayan8370
@gurubayan8370 3 месяца назад
ভূপেন দাৰ এই হেন কণ্ঠ যেন সদায়েই জীবিত হৈ থাকে। তাৰেই কামনাৰে শুৱৰোঁ
@nilotpaldas590
@nilotpaldas590 2 года назад
আপুনি নাথাকিলেও আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে । ভূপেন হাজৰিকা আপুনি চিৰ অমৰ হওঁক
@bijaydeka310
@bijaydeka310 3 года назад
অসমবাসীৰ হিয়া-মনত দেশপ্ৰেমৰ আলোড়নৰ সৃষ্টি কৰিবলৈ ইয়াতকৈ শ্ৰেষ্ঠ সুৰ আৰু ভাষাৰ সমন্বয় যে কেতিয়াবা হ'ব সন্দেেহ আছে । মানৱতাবাদ, প্ৰেম আৰু বিভেদৰ বিৰুদ্ধে জয়গানৰ এনে সংপৃক্ত সৃষ্টি আৰু কেতিয়াবা হ'বনে সময়েহে ক'ব । এই অনুষ্ঠান মানুহৰ বাবে ভূপেন হাজৰিকাৰ আৰু ভূপেন হাজৰিকাৰ বাবে মানুহৰ ।
@monikangkanadeka193
@monikangkanadeka193 5 лет назад
ভূপেন দা অসমবাসীৰ মাজত আজিও জীয়াই আছে আৰু চিৰ কাললৈ থাকিব । । জয় ভূপেন দা তেওৰ হেৰাই য়োবাটো আমাৰ বহুত কষ্ট কৰ । আকৌ জনম হওক ভুপেন দা ।
@bhubanpegu4048
@bhubanpegu4048 6 лет назад
মোৰ চকুপানী ওলাই আহিছে ৷l ove u bhupen daa.
@9b10pallabrajkashyap3
@9b10pallabrajkashyap3 5 лет назад
Let 0 P
@gokulbaruah1976
@gokulbaruah1976 2 года назад
N8
@user-gp4bh5rs5l
@user-gp4bh5rs5l 5 лет назад
আপোনাক শতকুটি প্ৰণাম ভূপেন মামা। 🙏🙏🙏🙏 আৰু Dislike কৰা কেইটা চিনি পোৱা হলে মাজ ৰাষ্টাত ঙলংগ কৰি পিতিলো হয়।
@nagenchandradas4228
@nagenchandradas4228 4 года назад
Maja Katha koisa 👌👌
@aniktbhattacharjee7916
@aniktbhattacharjee7916 4 года назад
Minor Katha koise
@MahimSaikia
@MahimSaikia 2 месяца назад
ভূপেন দা তোমাৰ অভাৱ বহুত অনুভৱ কৰিছো আজি। তোমাৰ অবিহনে অসমীয়া জাতি আজি অভিভাৱক হীন হৈ পৰিলোঁ।
@myarchive2061
@myarchive2061 2 года назад
বুকুখন খালী খালী লাগে …আমাৰ বুকুৰ মাজত আছা হে শিল্পী!
@jafrulhassan7677
@jafrulhassan7677 5 лет назад
Maatir gaan gua manhu asil bhupen da. 🙏 . Allah a vale rakhok apunak jote ase
@nilimagoswami9192
@nilimagoswami9192 3 года назад
ভূপেন হাজৰিকা ক যদি কোনোবা ভগৱানে অমৰ বৰ দিলেহেতেন
@GirijaNandaDas
@GirijaNandaDas 6 лет назад
চকুপানী ওলাই গ’ল কেনেকৈ গ’মেই নাপালো ৷ আপুনি মহান আৰু আপোনাক শত কৌটি প্ৰণাম ৷
@anilbora2237
@anilbora2237 5 лет назад
ভূপেন হাজৰিকাৰ গীত বোৰে অন্তৰ চুই যায় । গীত বোৰত বহুত অৰ্থ আছে । দেশপ্ৰেম ৰ ভাব প্ৰকাশ হয় । গৰীৱ ক লৈ গোৱা গান, প্ৰেম ক লৈ গোৱা গান বোৰ বৰ ভাল লাগে । অনিল চন্দ্ৰ ‌বৰা
@gunadekabaruah8042
@gunadekabaruah8042 4 года назад
@@anilbora2237 hai wo
@letslearnwithsashin8648
@letslearnwithsashin8648 3 года назад
তুমি এতিয়াও জীয়াই আছা আমাৰ বুকুৰ মাজত।
@pankajadevi3333
@pankajadevi3333 4 года назад
🙏🙏💞💞😟😟😟💞💞🙏🙏 ভিডিও টো চাই চকুপানী ৰখাব নোৱাৰিলো, ভূপেনদা তুমি যতেই আছা, সুখ আৰু শান্তিত থাকা, তুমি আমাৰ মাজলৈ আকৌ ঘূৰি আহিবা , 🌸🌸🌸💞💞💞🌸🌸🌸
@bijurajkhowa7114
@bijurajkhowa7114 3 года назад
ভূপেন দা আকৌআমাৰ মাজলৈ অহা।
@kumudmalakar3377
@kumudmalakar3377 Год назад
শত কোটি বাৰ নমস্কাৰ জনালো । কোনো দিনেই মনত নপৰাকে নেথাকে । ভাবি ভাবি পাৰ নাপাও।.... আকৌ আহিবানে ভূপেন দা ?
@mrinaldeka1512
@mrinaldeka1512 5 месяцев назад
হে মহান বিশ্ববিশ্ৰত শিল্পী তোমাৰ কালজয়ী গীতবোৰ প্রতি মুহূৰ্ত্তত আমাৰ অন্তৰত বাজি থাকে, জীৱনৰ বহুতো নিৰাশাৰ মাজতো তোমাৰ গীত শুনিলে জীয়াই থকাৰ প্ৰেৰণা পাও | হে বহুতো কালজয়ী গীতৰ ৰচেতা তোমাৰ মহান ব্যক্তিত্বই প্রতিজন অসমীয়াক আপ্লুত কৰে, বিশ্বদৰবাৰত অসমীয়াক গীত নাটেৰে প্রতিষ্ঠিত কৰা ব্যক্তিজন আপুনি আমাৰ মৰমৰ , শ্ৰদ্ধাৰ ভূপেন দা | জীৱিত অৱস্থাত আপোনাক এবাৰ লগ পাবলৈ, চুই চাবলৈ মোৰ বহুত মন আছিল, কিন্তু সেই সুযোগ মই নাপালো , সেই দুখ মোৰ ৰৈ গল | ভিডিঅ বোৰতে আপোনাক চাও, আপোনাৰ গীতবোৰ উপভোগ কৰো , বহুত মানসিক প্রশান্তি উপভোগ কৰো | আপুনি যতেই আছে শান্তিৰে থাকক, আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম, আমাক আশীর্বাদ কৰিব, যাতে জীৱনৰ এই কণ্টকময় পথত আমি আপোনাৰ আদৰ্শৰে অসমীয়া হিচাপে গৌৰৱেৰে জীয়াই থাকিব পাৰো৷
@pranabtalukdar4842
@pranabtalukdar4842 3 года назад
মহান শিল্পী, আপোনাক প্ৰণাম। আপোনাৰ এই অৱস্থাটো দেখি বহুত দুখ অনুভৱ কৰিছো। 🙏🙏🙏❤️❤️
@rajibpatar2445
@rajibpatar2445 Год назад
ভূপেন হাজৰিকাৰ দেৱ অসমীয়া জাতি প্ৰাণৰ স্বৰূপ ।অসমৰ অসমীয়া জাতি চিৰযুগমীয়া স ত্তা।
@ratnahazarika101
@ratnahazarika101 4 года назад
ভূপেন দা আপুনি আমাৰ হৃদয়ত থাকিব সদায়ে ।
@lakhmeswarborah5208
@lakhmeswarborah5208 2 месяца назад
ভূপেনদাৰ গীতত ভাগৰুৱা মোৰ মনটোৱে সাহস পাওঁ। তুমি অমৰ ভূপেন দা।
@binanmedi10
@binanmedi10 5 лет назад
Jetiya apunar gaan sunu mur jibonloi nije nubuja vhabona aahe love you bhupen day😘🙏
@科赫社區萬歲
@科赫社區萬歲 5 лет назад
কমল কটকী ছাৰ ক ভুপেন দাৰ মধুৰ বনদ্ধুত দেখি বহুত ভাল লাগিল
@bipulkalita5780
@bipulkalita5780 5 лет назад
Apunak bhal powa manuh Moi bohut log paisu. Bohute apunar git gaay, teoloke gowa xunile bohut bhal lage. Apunak iman bhaal pay je teoloke apunar kotha, git,kaam praay jaane. Moi teolokok aru apunak salute korisu. Xeibabe aapuni Amar.
@amalroy9629
@amalroy9629 4 года назад
আপনার অনুষ্ঠান কোলকাতায় দেখতে পেয়ে ছিলাম ইনডোরে এক লাখ লোক হয়েছি ল অনেক দিন আগে
@bhadrakantadas6101
@bhadrakantadas6101 3 года назад
মহা পুৰুষ এইজন
@sangitabarman1235
@sangitabarman1235 5 лет назад
বহু ত ভাল লাগিল ।আজি তোমাৰ গান শুনি ।🙏🙏🙏🙏
@nirmolaroy6206
@nirmolaroy6206 6 лет назад
সচাকৈয়ে বহু আবেগিক হৈ গলো অনুস্থানতো চাই ।
@mamonihazarika2847
@mamonihazarika2847 5 лет назад
Val lagil
@dhantimedhi2021
@dhantimedhi2021 4 года назад
অনুষ্ঠান টো চাই আজি পুনৰ চকু পানী টুকিলো।
@bhadrakantadas6101
@bhadrakantadas6101 3 года назад
All songs of bhupenda is evergreen which likes all
@dipamonidekasvlogs6154
@dipamonidekasvlogs6154 6 лет назад
ভূপেনদা তুমি এতিয়াও জীয়াই আছা আমাৰ মাজত ৷ আৰু সদায় থাকিবা ৷
@padmonathhaloi9365
@padmonathhaloi9365 4 года назад
U r always maestro
@kumarluhit786
@kumarluhit786 5 лет назад
ভূপেনদা আপোনাক অশেষ শ্ৰদ্ধা জনাইছো ।আপোনালৈ বহুত মনত পৰিছে।আপোনাৰ গীতে মন প্ৰাণ টানি ধৰে অ'😢😧😢😢
@amulyasarma4057
@amulyasarma4057 4 месяца назад
A singers like Bhupen Hazarika never borne in this World
@AnjanSarma5
@AnjanSarma5 6 лет назад
ভূপেনদা, আজিও আপুনি হৃদয়ত সজীৱ হৈ আছে, চিৰকাল থাকিব।
@srisimantadas4655
@srisimantadas4655 3 года назад
Best siger assam bhupan baa
@sumdas4603
@sumdas4603 6 лет назад
ভূপেন দা আপোনি আমাৰ, মাজত এতিয়াও জিয়াই আছা, আপোনাৰ, গানত মই বহুত ৰশ, পাওঁ
@babatuchatia7631
@babatuchatia7631 3 года назад
আপোনাক একোৱে তোলনা কৰিব নোৱাৰি, সদাই আমাৰ মাজত আছে আপোনি।
@sanskriti487s
@sanskriti487s 3 года назад
যেখানেই থাকিও,প্রনাম লহিও। 🙏🏻🙏🏻🙏🏻🙏🏻
@dheeraj8756
@dheeraj8756 5 лет назад
Emotional video... What a man he was !!! Great personality !!!
@monojitsutradhar1024
@monojitsutradhar1024 3 года назад
One of the most versatile singer writer composer director of not only of Assam but of India
@gogonamusic6986
@gogonamusic6986 6 лет назад
Apunak bohut mis koru vupenda.apuni juwar pisot Bihur monso khon ajikali bea hoi gol.bihur vittit aku ganei sunibole nipuwa holu vupenda. We mis u vupenda. Apuni akou amar asomotei jonmo louk vupenda akou bisaru aami apunak.
@sikhadas3047
@sikhadas3047 6 лет назад
বৰ দুখ লাগিল ভূপেন দাৰ দুখ দেখি
@joiaaiaxam9006
@joiaaiaxam9006 4 года назад
Bhupen da tumi hodaie amar mone prene thakiba....... Tumak hotobar namaskar koru.......
@navikashyap7932
@navikashyap7932 6 лет назад
Love you Bhupen da..... The legend.... Great soul of Assam.... You are immortal.... Will live deep inside of hearts of every real Assamese
@amitnath8347
@amitnath8347 6 лет назад
navi Kashyap dear dada Dr. Bhupan da is the LEGEND Singer nd. SOUL of those people's who loves, like nd beautiful SINGER'S of the WORLD. Western people's also KNOWS our LEGENT SINGER DR. BHUPAN HAZARIKA
@sagarhazarika9081
@sagarhazarika9081 4 года назад
হৃদয়ত সদাই জিয়াই থাকিব
@runumeeborah4417
@runumeeborah4417 3 года назад
সৰুতেই লগ পাইছিলো ভুপেনদাক বহনা হাইস্কুলত এখন মঞ্চ ত আমি নাটক কৰিছিলো,থিতাতে ৰচি গীত গোৱা দেখিছিলো, ভুপেন দাৰ কন্ঠ শব্দ ই অন্ত ৰ জোঁকাৰি যায, জীয়াই থাকক তেখেতৰ অবদান অসমী্য়াৰ জাতিত জিলিকি থাকক ভোতাতৰাহৈ আকাশত স্মৃতি হৈৰব আমাৰ অন্তৰত ধন্যবাদ ,,,,,,,,,,,,,
@mohankonwar909
@mohankonwar909 2 года назад
@@amitnath8347 lkulllkjbgfds
@binagogoi6395
@binagogoi6395 2 года назад
ভূপেনদা ! আজি আকৌ কান্দিলোঁ আপোনাক দেখি ।আপোনাক কোনেও নাপাহৰে ।
@paragcbairagi8895
@paragcbairagi8895 2 года назад
Jay Guru Shreemanta Shankardev ! Jay Guru Shreemanta Shankardev !! Jay Guru Shreemanta Shankardev !!! [[[ Dhanyabad Bhupenda ]]]
@jayantachoudhury4168
@jayantachoudhury4168 2 года назад
Love You Legend Sir, You Are Immortal For Assamese Peoples & You Will be Rememberd Forever..................You Have Created A Great History For Yourself By Contributing Towards Assamese Music As Well Indian Music,
@gurubayan8370
@gurubayan8370 3 месяца назад
আপোনাৰ কণ্ঠ যেন সদায়েই জীবিত হৈ থাকে
@ankurbhuyan1686
@ankurbhuyan1686 2 года назад
Bhupen mama akou amr mjle ghuri ahibo nuareney 😢😢
@jadumonidutta1782
@jadumonidutta1782 4 года назад
আমাৰ অসমতে আপোনাৰ পুন:জনম কামনা কৰিলো
@joyatibordoloi1212
@joyatibordoloi1212 3 года назад
You are alive in the core of our heart inspiring us to love our motherland .
@sibenray9480
@sibenray9480 4 года назад
😰😰😰😰😰😰😰😰😰এই ভিডিওখনে মোৰ চকুলো বোৱালে।সচাই ভুপেন দাৰ কথা বহুত পৰিল ।আপুনি যতেই আছা সুখত থাকা।
@sing4ever470
@sing4ever470 7 месяцев назад
Even the musicians are talented and played with emotions.
@ranusaikia6377
@ranusaikia6377 5 лет назад
Sokur pani rakhibo nuarilu bhupen da apuni amer atma ketiau apuni nuhua nhy dukh lgseatikoi kokal bihaise buli kuar pisotu gai thkbo disil babe kost koriu gai asil siro nomoysya apuni hiar amthu🙏🙏🙏🙏🙏🤝apunak akou assamte jonmo dise jen
@rishi-eq8kx
@rishi-eq8kx 4 года назад
How beautifully , intelligently and thoughtfully everyone on stage manage the heart-touching situation in the last -6 minutes shows how everyone loved Bhupen Da who was like a true 'fatherly' person, amazingly humble, to all those who worked with him in his shows.
@rishi-eq8kx
@rishi-eq8kx 4 года назад
Thanks for the upload of this video....viewers like me get to know how sensitive the greatest Assamese singer was.....who actually expressed his deep sense of accountability so thoughtfully to his audience when he could not delive r anymore after feeling unwell on stage.....the only other instance I remember seeing such a situation was with Elvis Presely in one of his last shows.
@mukundagogoi5033
@mukundagogoi5033 6 лет назад
I salute u music legend Dr. Bhupen Hazarika
@binoydas7156
@binoydas7156 5 лет назад
Axomiya jatir khuvagya apunar dore xilpi ajonak pale..apuni amar majaloi ako ghuri ahib lagib..apuni kotha di goise...
@babyadhikari7630
@babyadhikari7630 2 года назад
You are great ........ you are proud of Assam proud of India proud of world ......... Almighty God bless and peace your great soul ...
@nazmabegum899
@nazmabegum899 4 года назад
Very heart touching . It is very memorable since it is the last stage show of Bhupen Hazarika
@shubhamayduttachoudhury5900
@shubhamayduttachoudhury5900 5 лет назад
What a personality! Unique voice , unique composition touches heart ! Had opportunity to listen to him at the peak of his illustrious career, feel me lucky and blessed!
@shubhrajyotimukherjee7969
@shubhrajyotimukherjee7969 2 года назад
Great Bhupen Da voice of Indian the great composer singer in Bollywood and Tollywood the soil of Akhom matri great human being and proud of Assam ❤️🌹🙏
@babyadhikari7630
@babyadhikari7630 2 года назад
Ha Mahan shilpi apunak Sato xahasra pronam janalo .
@anantaboruah1315
@anantaboruah1315 2 года назад
আপোনাক বেয়া নেপা আপুনি মুৰ ভগৱান
@bhaskarkalita7467
@bhaskarkalita7467 3 года назад
বহুত বহুত ধন্যবাদ৷
@bhupenhazarikalifeandbiogr1272
@bhupenhazarikalifeandbiogr1272 4 года назад
This video brought tears into my eyes. How much pain he felt after failing to sing properly. You are the soul of Assam.
@bhaskarnandymajumdar8444
@bhaskarnandymajumdar8444 2 года назад
Absolutely. The outstanding singer not only of Assam only but for the world.See the commitment and sincerity he owed to his fans and music lovers.My Pranam to the great soul of India.
@rakentertainment2761
@rakentertainment2761 5 лет назад
সচাকৈ ভূপেন হাজৰিকাদেৱ অসমৰ এটি ভোটা তৰা হৈ ৰব সদাই ।
@kalpanadevi6122
@kalpanadevi6122 6 лет назад
moi bhupen da khube val pau teuk dekha pale bohut dhukh lage
@malayadevi5955
@malayadevi5955 3 месяца назад
অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকা। তেওঁ অবিহনে অসমীয়া সংস্কৃতিৰ ‌ভৰালখন উকা‌ হৈ‌ পৰিছে। আৰু এজন ভূপেন হাজৰিকা আবিৰ্ভাৱ হোৱাটো ভূৰুকাত হাতি ভৰোৱাৰ‌ দৰে কথা।
@biradattadas9216
@biradattadas9216 4 года назад
Please come again ,sing many songs for the Assamese people And for MASS.
@monalibaruah9652
@monalibaruah9652 4 года назад
Oww hundor sir we miss you a lot
@Balamurali8039
@Balamurali8039 3 месяца назад
🙏🌹🙏🏾🌺🙏🌟🌟🌟Thanks❤Bhupen mama❤Great one singer 🙏🏾🌺🙏🌟🌟🌟
@bhabenchkalita7727
@bhabenchkalita7727 3 года назад
Good song dr bhupen da
@madhusmitakutum5116
@madhusmitakutum5116 5 лет назад
Bhupen da apuni jotei asa....., val dore asa buli moi vbu...., krn apunor gane amk hodai jiyai rakhise.... So, amr hahirbat t hodai vale rakhok
@ares6264
@ares6264 4 года назад
Lb
@rajibborah3047
@rajibborah3047 3 года назад
কথা কৈ থাকিলে ও শুনি থাকিব পাৰি কি যে ব্যক্তিত্ব
@ramadas5839
@ramadas5839 3 года назад
Thanks for your this great initiative taken by u to be published his rare amazing songs among d people we all have to try to alive him among us through d medium of his song.
@arabindadas2621
@arabindadas2621 6 лет назад
Ami tomake bhalobasi bhupen da
@monjulaborah5355
@monjulaborah5355 2 года назад
বৰ ভাল লাগিল কিন্তু তেখেতৰ অসুস্থ দেখি মনটো সেমেকি উঠিল ৷যিহেতু এতিয়া তেখেত নাই ., সেৱা জনালো তেওঁলৈ ৷
@hemaborgohain556
@hemaborgohain556 3 года назад
ভূপেনদা আমাৰ মাজত আজিও জীয়াই আছে।
@mamatkalita5883
@mamatkalita5883 6 месяцев назад
আমাৰ চকুৰ সম্মুখতে নুনমাটিৰ বিহুৰ মঞ্চত ভূপেন হাজৰিকাদেৱ অসুস্থ হৈ পৰিছিল। বহুত দুখ পাইছিলো সিদিনা।
@ktalukdar3163
@ktalukdar3163 2 года назад
Thanks,
@surathroy4933
@surathroy4933 3 года назад
All thethanks
@biradattadas9216
@biradattadas9216 4 года назад
Thank you,thank you very much----- +++++by eating Bin go/ Congo Mad Angle.Long Live Dr Bhupen Da?! Long Live Dwipen Da!? दो-लिया , धो-लिया। ঢোলিয়া খোলিয়া দুয়োকে ধুই লোৱআ।।
Далее
Gitimalika Mp4
24:26
Просмотров 98 тыс.
Gaan akhan noi...A poem By Dr. Amarjyoti Choudhury
7:10
Return Back of Junior Bhupen Hazarika.
52:30
Просмотров 106 тыс.
Мелкий босс
2:36
Просмотров 107 тыс.
Vefa Serifova - Cennet Sayilir 2024 (Yeni Klip)
3:12
Асфальт
2:51
Просмотров 703 тыс.
Одного
3:13
Просмотров 87 тыс.