Тёмный

কাহিনীটো শুনকচোন,মনৰ দুখ যন্ত্ৰণা বহু খিনি পাতলিব 

Srimanta motivator (anushilan)
Подписаться 78 тыс.
Просмотров 6 тыс.
50% 1

কাহিনীটো শুনকচোন,মনৰ দুখ যন্ত্ৰণা বহু খিনি পাতলিব#srimanta_motivator

Опубликовано:

 

17 окт 2021

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 39   
@nimnitamahanta7390
@nimnitamahanta7390 Год назад
Bohut bhal lagil 🙏🙏
@horongakolita3686
@horongakolita3686 Год назад
বৰ ভাল লাগিল কথা খিনি জানি 🙏🙏
@mamonisharma3726
@mamonisharma3726 Год назад
বৰ সুন্দৰ কাহিনী ।আজিৰ পৰা চেষ্টা কৰিম এই হেৰাই যোৱা সকলক পাহৰিবলৈ। সকলো জানো তথাপিও কিয় জানো হেৰাই যোৱা সকলক পাহৰিব নোৱাৰো।চাৰি পাঁচ বছৰৰ ভিতৰত গোটেই ঘৰখনে মোক অকলশৰীয়া কৈ এৰি গুচি গল। আজি আপোনাৰ এই কাহিনীটো ৱে বহুত বুকু খন পাতল কৰিছে,যিমান পাৰোঁ চেষ্টা কৰিম। আপোনাক ধন্যবাদ দিছো, এনেকুৱা কাহিনী পুনৰ দিয়ে যেন।
@srimantamotivatoranushilan8846
কুশলে থাকক
@kunjadutta6911
@kunjadutta6911 2 года назад
অতি সুন্দৰ কাহিনী।ভাল লাগিল।
@aradhyakalita4573
@aradhyakalita4573 2 года назад
ভাল লাগিল কাহিনীটো শুনি। সাহস পোৱা যায় এনেকুৱা কথাৰ পৰা
@aparajitagogoi2537
@aparajitagogoi2537 Год назад
আপোনাৰ এই কথা খিনিৰ পৰা নতুন কৈ জীয়াই থকাৰ সকাহ পাইছো । আমাৰ সন্তানক ২ ৯আগষ্টত হেৰুৱালো ।
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 2 года назад
ইমান সুন্দৰ কথা ক'লে......... 👏👏👏👏
@rajugogoi3968
@rajugogoi3968 2 года назад
ভাল লাগিল।
@ranjumonibora5588
@ranjumonibora5588 2 года назад
বৰ সুন্দৰ কথা ক'লে দাদা |সঁচাকৈয়ে আপোনাৰ তত্বগধুৰ কথাবিলাকে বহুত সাহস দিয়ে 🙏🙏
@minuphukan372
@minuphukan372 2 года назад
বৰ ভাল লাগিল , সুন্দৰ কাহিনী , অ' হেই কাৰনে কান্দিব নালাগে ।
@anjanagogoibordoloi9500
@anjanagogoibordoloi9500 2 года назад
অতি সুন্দৰ কাহিনী ভাল লাগিল শুনি।
@samironbhagawati4567
@samironbhagawati4567 2 года назад
এনেবোৰ কথাই মনত সাহস দিয়ে।ভাল লাগিল দাদা।
@chinmoy1839
@chinmoy1839 2 года назад
বহুত সুন্দৰ কাহিনী বৰ্ণনা কৰিলে দাদা ।
@nilufayesmin999
@nilufayesmin999 2 года назад
ভাল লাগিল ছাৰ।
@tutuborah4801
@tutuborah4801 2 года назад
বৰ সুন্দৰ কাহিনী কলে ককাইদেউ। কেতিয়াও আৰু দুখ কৰি নাথাকো।
@rehanabegum7900
@rehanabegum7900 Год назад
Apunar.kotha.khini.xuni.alop.holau.monot.xanti.paisu.moi.mur.hasbandk.harualu.akmatr.loratuk.loi.jiai.asilu.kintu.loratuku.harualu.1mat.atia.bohut.kostot.jiai.asu.29.bosor.hoisil.loratur.
@srimantamotivatoranushilan8846
কি ক'ম বাইদেউ, সকলো ঈশ্বৰৰ ইচ্ছা, আমি সময়তকৈ আগত আৰু ভাগ্যতকৈ বেছি একো নাপাওঁ, ধৈৰ্য ধৰক
@user-jy2oc9si1x
@user-jy2oc9si1x 4 месяца назад
Jমোৰ মানুহজন ধোকোৱাছয়বছৰ পিছত আমাৰ ডাঙৰ লৰা হেৰোৱালো মই নিজক শেষ কৰিবলে মন যায়
@mamonimamonigogoi9415
@mamonimamonigogoi9415 Год назад
ভাল লাগিল কাহিনীটো ।মই মোৰ লৰ৷ক হেৰরাছো।
@rumibaruah1555
@rumibaruah1555 2 года назад
ভাল লাগিল দাদা
@marutimitalirongbur.9489
@marutimitalirongbur.9489 2 года назад
ধন্যবাদ দাদা।
@babitatamuliborah7986
@babitatamuliborah7986 2 года назад
অবুজ মনটোক আজিৰ পৰা যেন নতুনকৈ বুজনি দিবলৈ সক্ষম হ'ম এই সুন্দৰ ভিডিঅ টোৰ প্ৰেৰণাৰে।মনটো বুজাব নোৱাৰাকৈ চুই গ'ল ।অজস্ৰ শুভ কামনা জ্ঞাপন কৰিছোঁ ।শুভ ৰাত্রি 🌷
@lasudowarah1239
@lasudowarah1239 2 года назад
বৰ গুৰুত্বপূৰ্ণ কথা ক'লে দাদা,,
@user-jy2oc9si1x
@user-jy2oc9si1x 4 месяца назад
মই বৰ দুভগিয়া মাক মানুহজন দোকোৱা ছয় বছৰ পিছত ডাঙৰ লৰাতো হেৰোৱালো মই নিজক শেষকৰি পেলাবলে কিয় মন যায় জনাবছোন
@kiranbaruah4141
@kiranbaruah4141 Год назад
6 3D
@joyshrishutia6482
@joyshrishutia6482 2 года назад
ভাল লাগিল
@shyamalgogoi188
@shyamalgogoi188 2 года назад
val lagil🙏🙏🙏
@notengogoi3687
@notengogoi3687 Год назад
আপোন জন হেৰাই যোৱা দুখ ভুক্ত ভোগিয়েহে উপলব্ধি কৰিব পাৰে, এই বিলাক সান্তনা দিবলৈ কৰা এটা উপায়, মৃত্যুৰ পাছত মনত পেলাই দুখ কৰাৰ বাদে আন একো নাই বুলি হে ভাবোঁ,
@munmiphukon9300
@munmiphukon9300 2 года назад
এনে কাহিনীয়ে সঁচাকৈয়ে বহুত সাহস দিয়ে।
@miragogoir6966
@miragogoir6966 2 года назад
নোৱাৰিছো নিজকে বুজাবলৈ চাৰ।
@junaligogoi1783
@junaligogoi1783 2 года назад
বৰ ভাল লাগিল কথাখিনি
@jeutisaikia7865
@jeutisaikia7865 2 года назад
আপোনাৰ কাহিনী বিলাকে বহুত সাহস আৰু প্ৰেৰণা দিয়ে।বহুত ভাল লাগিল শুনি👍💞
@manikatalukdar1256
@manikatalukdar1256 Год назад
Bahut vl lagil kothakhini
@user-jy2oc9si1x
@user-jy2oc9si1x 4 месяца назад
মই বৰ দুভগিয়া মাক মানুহজন দোকোৱা ছয় বছৰ পিছত ডাঙৰ লৰাতো হেৰোৱালো মই নিজক শেষকৰি পেলাবলে কিয় মন যায় জনাবছোন
@user-jy2oc9si1x
@user-jy2oc9si1x 4 месяца назад
মই বৰ দুভগিয়া মাক মানুহজন দোকোৱা ছয় বছৰ পিছত ডাঙৰ লৰাতো হেৰোৱালো মই নিজক শেষকৰি পেলাবলে কিয় মন যায় জনাবছোন
@user-jy2oc9si1x
@user-jy2oc9si1x 4 месяца назад
মই বৰ দুভগিয়া মাক মানুহজন দোকোৱা ছয় বছৰ পিছত ডাঙৰ লৰাতো হেৰোৱালো মই নিজক শেষকৰি পেলাবলে কিয় মন যায় জনাবছোন
@user-jy2oc9si1x
@user-jy2oc9si1x 4 месяца назад
মই বৰ দুভগিয়া মাক মানুহজন দোকোৱা ছয় বছৰ পিছত ডাঙৰ লৰাতো হেৰোৱালো মই নিজক শেষকৰি পেলাবলে কিয় মন যায় জনাবছোন
@user-jy2oc9si1x
@user-jy2oc9si1x 4 месяца назад
মই বৰ দুভগিয়া মাক মানুহজন দোকোৱা ছয় বছৰ পিছত ডাঙৰ লৰাতো হেৰোৱালো মই নিজক শেষকৰি পেলাবলে কিয় মন যায় জনাবছোন
Далее
Я ПОКУПАЮ НОВУЮ ТАЧКУ - МЕЧТУ!
39:05
Crossing the Most Dangerous Crosswalk
00:24
Просмотров 11 млн
"Skills for Professional Development"
7:15
Easter talk 105
5:49
Просмотров 91
Hiyar epahi gulap || EP- 22 || 25-07-2024 ||
22:28
Просмотров 9 тыс.
Я ПОКУПАЮ НОВУЮ ТАЧКУ - МЕЧТУ!
39:05