Тёмный

চুপা চুপি যৌনগন্ধী নেকি ? লেখক পৰিচালক প্ৰণৱ ভৰালীৰ সৈতে বাৰ্তালাপ 

BAARTA LAAP
Подписаться 540 тыс.
Просмотров 210 тыс.
50% 1

চুপা চুপি যৌনগন্ধী নেকি ?
লেখক পৰিচালক প্ৰণৱ ভৰালীৰ সৈতে বাৰ্তালাপ
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap #chupachupi #assameseinterview

Опубликовано:

 

1 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 976   
@HrishikeshHazarika-tb4xu
@HrishikeshHazarika-tb4xu 3 месяца назад
Enkua content bonabole dom thkibo lagibo ..Salute to this man for showing us the reality of ourselves 🙏🏻
@AdityaSaikia-de1qw
@AdityaSaikia-de1qw 2 месяца назад
Ki dom lage ni bonabole
@priyankasaikia5302
@priyankasaikia5302 3 месяца назад
বহুত কথা মনত পেলাই দিছে এই webseries খনে,,,,ময়ো একে লগে ৯টা খণ্ড চাইছো,,,,একো বেয়া দৃশ্য নাই ছবি খনত,,,অকল sex ৰ কথা নাই টো,,,,তাত এইটো দেখিছোঁ যে যিটো বস্তু পাবৰ বাবে হাবিয়াস,,,,,, তেতিয়া সেই সময়খিনিত sex কি হয়টো ভাবিয়ে পোৱা নাছিল,,,, কাৰোবাৰ হাতত ধৰা,,, কাৰোবাৰ গাল খনত চুমা এটা দিয়াই চাগে ডাঙৰ কথা আছিল সেয়াই তেতিয়াৰsex আছিল,,,,,, (মই যি বুজিছো),,, আৰু চিঠিৰ মাদকতা আহ:,,,,,,, বহুত ধুনীয়া ধুনীয়া স্মৃতি মনত পৰি গৈছিল,,,,,,, ভাল লাগিছে,,,সকলো খিনি হৈ যোৱা ঘটনা ৰ ওপৰত ভিত্তি কৰিয়েই বনোৱা হৈছে,,,, আৰু উৰ্মিলা বৌ ৰ দৰে আমাৰ ওচৰতো আছে তেওঁৰ চৰিত্ৰ আচলতে বেয়া নহয়,,,বাধ্য হয়,,আনৰ মুখত সোপা দিব কেনেকৈ???ৰমা ক বেয়া ভাবিছিলো কিন্তু প্ৰকৃত প্ৰেম চাগে ৰমাই কৰিছিল,,, বহুত ভাল লাগিছে মুঠতে কবলৈ ভাষা নাই,,,,, শেষত কও,,, ম'বাইলে মোৰ জীৱনটো বৰবাদ কৰিলে 😢😢 সছাই কাৰোবাক ভাল পাইছিলো কিন্তু ম'বাইল টোৰ কাৰণে মিছা হৈ গ'ল,,ভালে থাকক সকলো,,,প্ৰনৱ ভৰালী দাৰ বাবে এটা 👍
@tulugogoi388
@tulugogoi388 3 месяца назад
Right
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
Tor jibon borbaad je xeibabe vl lagise tor.....aneo duniar 95% ai success hbo nuare life t....so, faltu life r manuhor iman brain o nathake vl bya ki bujiboloi.....beyatuku vl a lage....nije faltu hole ar belegok ki kobo 😂
@ankitarajbanshi4720
@ankitarajbanshi4720 3 месяца назад
Akdom hosa kotha koysa kintu moii akdina gutei khn saiisu bht kisumn vl bostu humai asii ❤❤❤
@priyankasaikia5302
@priyankasaikia5302 3 месяца назад
@@tulugogoi388 🥰🥰👍👍
@ritupon..official.4565
@ritupon..official.4565 3 месяца назад
Right ❤❤
@khasnurali4628
@khasnurali4628 3 месяца назад
আপুনি যিটো কথা কৈছে যে আজি কালি প্ৰেম নাই , physical need . মই আজি তিনিবছৰে প্ৰেম কৰিলোঁ ৷ বৰ্তমানেও আছে সম্পৰ্কত কিন্তু আজিৰ তাৰিখলৈকে ঘৰৰ পৰা ক’তো অকলে লৈ যোৱা নাই। তেনেস্থলত আমাৰ বাবে Physical impossible . যিয়ে সচাকৈয়ে প্ৰেম কৰে তেওঁ কেতিয়াও বিয়াৰ আগত Physical নিবিচাৰে ৷
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
Xi nijor kotha koise o ....nije tenekua babe aibor faltu series bonaise
@gaurangaburagohain7451
@gaurangaburagohain7451 3 месяца назад
Val hoise webseries khon....beleg language t translate korile aru popularity pabo ❤❤❤
@nihalpathak8514
@nihalpathak8514 3 месяца назад
কিছু বাস্তৱ কিছু কাল্পনিক, সুন্দৰ সংমিশ্ৰণৰ আধাৰত কাহিনীটো উপস্থাপন কৰা হৈছে। সহপাঠী প্ৰণৱ ভৰালী লৈ শুভেচ্ছা জনালোঁ।
@bikashborah6109
@bikashborah6109 3 месяца назад
#চক্ৰ দা যোনেই যি নকওঁক মই একেদিনাই ৯টা ইপিচড চালো ৱেবচিৰিজ খনৰ,মই এটাই কম ম'বাইল ফোনেই সকলো শেষ কৰিলে আজিকালি PCO নাইকিয়া হ'ল,চিঠিৰ আদান প্ৰদান নাইকিয়া হ'ল আনকি VCD বিলুপ্তি হৈ গ'ল,আৰু ম'বাইল ফোনেই পৰকীয় প্ৰেমৰ সৃষ্টি কৰিলে। তাৰেই এটা বাৰ্তা দিলে এই ৱেবচিৰিজ খনে🎉
@নতুনকুঁহি
@নতুনকুঁহি 3 месяца назад
Same
@dssaikia5655
@dssaikia5655 3 месяца назад
Same
@NKMedia-d6k
@NKMedia-d6k 3 месяца назад
চুপা চুপি প্ৰণব ভৰালীৰ এক অন্যতম সৃষ্টি বহুত বছৰ আগৰ পৰাই জানো প্ৰণবক ভাল ভাল কাম কৰি যাওঁক
@rashmirekhagohain8982
@rashmirekhagohain8982 3 месяца назад
বহুত ভাল লাগিল চুপা চুপি খন চাই। প্ৰনৱ ভৰালীলৈ ধন্যবাদ জনাইছোঁ। কাহিনী, অভিনয় সকলোৱেই ভাল হৈছে। কেইটামান দৃশ্য মানি ল'ব পৰা নাই যেনে পেহীয়েকৰ লগত সম্পৰ্কটো।
@ParagSarma-f2w
@ParagSarma-f2w 3 месяца назад
Supa Supi. 5 Star Out Of 5.. Pranab Bharali 🔥🔥🔥🔥🔥🔥
@NilutpalRajkhowa-r9o
@NilutpalRajkhowa-r9o 3 месяца назад
মা কছম মই ইউটিউবত কেতিয়াউ ইমান সময় কটোৱা নাছিলো চুপা চপিৰ ১ম এপিচ'ড তু ছোৱাৰ পৰা ৯টা ছিৰিজ সময় লাগিল দুদিন কিন্তু আমি দেখি অহা আমাৰ সময়ত হোৱা কাহিনি হে দাদা একো বেয়া নহয় আৰু কিছুমান কথা আপোনাৰ মূখৰ পৰা শুনি ভাল লাগিল ছেক্স নোহোৱা হ'লে আমিনো কেনেকৈ আহিলো হয় শেষৰলৈকে চাই বুজি পালো ৰাইজলৈ দিয়া মেছেজ বিলাক আশা কৰো শেষত যে কয় সেই আঁৰৰ মানুহ জনে মোৰো এটা কাহিনি আছে ম'বাইলৰ লগত বুলি সেই কাহিনি ভাগো যাতে আগবঢ়াই আমাৰ মাজলৈ বিনম্ৰ অনুৰুধ🙏 অপেখ্যা কৰিম❤
@JasmineSaikia-rx7mu
@JasmineSaikia-rx7mu 3 месяца назад
Val lagil bohut
@riyandeep9636
@riyandeep9636 3 месяца назад
কোনে কি ভাবিছে নাজানো❤ কিন্তু মই 9ta খণ্ড একেদিনাই saisu❤❤ bohut Dhuniya bohut val lagil❤❤val puwa bure like kri juwa❤❤❤
@kk-yq4qu
@kk-yq4qu 3 месяца назад
Ummm mio aka dinai saisu 😊
@junmonisonowal-rp9jl
@junmonisonowal-rp9jl 3 месяца назад
Val lagil bohut
@KarabiBaishya-mc7nj
@KarabiBaishya-mc7nj 2 месяца назад
কোনে কি ভাবিছে নাজানো কিন্তু মই ন টা খণ্ড একে দিনাই চালোঁ বহুত বহুত ভাল লাগিছে ❤❤❤
@abhimanyarabha1570
@abhimanyarabha1570 3 месяца назад
2nd session lage joldi
@mridusankardas
@mridusankardas 3 месяца назад
2025 t ahibo ai2 tymt a
@vloggingassam7782
@vloggingassam7782 3 месяца назад
এটা সাংঘাটিক ৱেব ছিৰিজ চালো অসমীয়াত। সুন্দৰ উপস্থাপন প্ৰতিটো চৰিত্ৰৰ।
@UtpalBorah-l7f
@UtpalBorah-l7f 3 месяца назад
****pls do REPLY**** Apuni j SUPA-SUPI aru BIDURBHAI ei xobdo dutar obhidhan r ortho kole... HEMKUX khn t sn, ei duta xobdoi nai. Kunkhn obhidhan sai kole, jonabo sn...hoitu moi bisaribo Jona nai
@jAjABORNorth-East
@jAjABORNorth-East 3 месяца назад
হৰ্থাৎ পেহীগৰাকীৰ কথা মনত পৰিল,ভতিজাকৰ ভাৰ্জিনিটি পেহীয়েকৰ লগত হে শেষ হ'ল। ধেৎ…😢 বাকী ভাল লাগিল❤❤
@Ishabkra
@Ishabkra 3 месяца назад
পৰিয়ালৰ লগত সম্পৰ্ক শেষ কৰিছে
@deepjyotiborah4708
@deepjyotiborah4708 3 месяца назад
​@@Ishabkraeyat poriyalor kotha kor pora ahila nu
@dhanjitsarma1182
@dhanjitsarma1182 3 месяца назад
অতীত ৰোমন্থন কৰা কাহিনী। অতি সুন্দৰ, প্ৰনৱ ভড়াঁলী লৈ শুভেচ্ছা থাকিল🎉
@pjzubeen
@pjzubeen 3 месяца назад
Supa supi bule...naam or design tutei 69 or reference di thoise....kla💀
@MrinmayChakravarty-jf4nr
@MrinmayChakravarty-jf4nr 3 месяца назад
😂😂😂spotted
@humenbhuyan4088
@humenbhuyan4088 3 месяца назад
পপিয়া
@PoragChutia-m5d
@PoragChutia-m5d 2 месяца назад
Supa supi 9ta episode salu val lagile..kintu Defence sakari kora hokle dukh paise..sobore wife tenekua nki....
@papulborah1902
@papulborah1902 3 месяца назад
চুপা চুপি চাইছো বহুত ভাল লাগিল। ভাল লগাৰ বিশেষ কাৰণ বহুত আছে তাৰে ভিতৰত তাহানিৰ সেই নিভাচ, নিস্বাৰ্থ মৰম ভালপোৱাবোৰ বিশেষ, যিটো আজিৰ দিনত দেখিবলৈ পোৱা নাযায়। ঠিক আপোনালোকে কোৱাৰ দৰে আজি কালি ভালপোৱাই কেৱল শৰীৰক বেচিকৈ গুৰুত্ব দিয়ে। আমিও বেচি পুৰণা নহয় কিন্তু তেনেকুৱা কিছূমান সোণালী দিন আমিও পাৰ কৰি আহিছোঁ, কেতিয়াবা ভাবো আকৌ যদি ঘূৰি অহা হলে সেই দিনবোৰ যত নিজক বিচাৰি পাও, প্ৰকৃত জীৱন উপভোগ কৰিব পাৰোঁ, আজিৰ এই যান্ত্ৰিকতা তথা মানুহৰ মন বুজি নোপোৱা, প্ৰেম কি ভালপোৱা কি তাক বুজি নোপোৱা এইবোৰ যেন আমাৰ কাৰণে নাছিল। চুপা চুপি websiris খনৰ লেখক প্ৰণৱ ভৰালী ডাঙৰীয়াক এটাই অনুৰোধ কৰিব বিচাৰোঁ। আপুনি ইয়াৰ next part আকৌ আমাৰ মাজলৈ লৈ আহে যেন। সেই সোণালী দিনবোৰক প্ৰাধান্য দি ন-ৰূপত ? শেষত এটা কথাই কব খুজিম যিবোৰ মানুহে এই websiris খনত নিজক বুজি পোৱা নায়, নাই বা সেই আগৰ দিনবোৰ যত সহজ সৰল গাঁৱৰ মানুহৰ মনবোৰ দেখি পোৱা নাই, লৰালি আৰু যৌৱন কাল উপভোগ কৰি পোৱা নায় সেই সকলে websiris খন নোচোৱাই ভাল, কিয়নো তাত কেৱল আপোনালোকে ভূলবোৰ হে দেখিব ভালবোৰ নেদেখে। সদৌৰ শেষত চিঠি আৰু স্মাৰ্ট ফুনৰ মাজত পাৰ্থক্য বহুত ধন্যবাদ।
@mridulbania440
@mridulbania440 3 месяца назад
Ami atiyaw Nora Kati fild ulai cricket khelu dada ❤😅
@khanindrathakuria289
@khanindrathakuria289 3 месяца назад
আমাৰ নৱৌ দশকৰ চামটোৰ লগত প্ৰায় চৰিত্ৰ মিল আছে ❤। ভাল লাগিলে বহুত....
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
Nobou dosok nohoi o "Nabboi dosok"😂
@DummyDeka
@DummyDeka 3 месяца назад
Fotua content bonaisa uthi aha lora suwalik beya direction tu dekhai dse njna bur xikai dse...jdiu apuni koise vaal bostu khini vaal manuhe lobo ... Kuneu noloi sobei beya tu grasp koribo... That is the reality
@abhijitboruah5756
@abhijitboruah5756 3 месяца назад
মোৰ দৃষ্টিত যি গৰাকীক মাৰি পেলোৱা হল তাতে মই এটা positive দিশ দেখা পালো লগ তিনিটাই যদিও মনত বেয়া ভাব থাকিলে অ বেয়া কাম কৰিব নোৱাৰে। এয়াই নবপ্ৰজন্মই, বয়স কম মগজুই সঠিক সিধান্ত নললে
@SebikaDevi-b5k
@SebikaDevi-b5k 3 месяца назад
বৰ্তমান সময়ত তাতোকৈ অধিক চৰিত্ৰৰ স্খলন দেখা গৈছে বহ ছাত্ৰ ছাত্ৰীৰ মাজত। ডাঙৰৰ কাৰুকাৰ্যই ল'ৰা ছোৱালী ৰ মাজত কেনে প্ৰভাৱ পেলায় তাৰ উৎকৃষ্ট উদাহৰণ। বৰ্তমান সময়ত এনে বহু উৰ্মিলা ই সমাজখন কলুষিত কৰি আছে। ছাত্ৰ ছাত্ৰী জীৱনত মাক দেউতাকৰ গুৰুত্ব কিমান চিৰিজখন চালে অনুমান কৰিব পাৰি। ল'ৰা ছোৱালী ক'ত যায় কি কৰে এই ক্ষেত্ৰত মাক দেউতাকৰ সজাগ নহ'লে সমাজ খন বিপথে পৰিচালিত হ'ব। এখন চিৰিজৰ পৰা ভাল খিনি লৈ বেয়া খিনি উলিয়াই লব পাৰিলেই হ'ল।
@dimbeswardas948
@dimbeswardas948 3 месяца назад
Dhunia hoise.. manuh bur sobor soritra beya kintu kunubai dekhai dile laj pai..
@jollywoodworld7395
@jollywoodworld7395 3 месяца назад
Um ai2 xosa kotha
@wondervlogerblogger7084
@wondervlogerblogger7084 3 месяца назад
Vcd sai pehir ki hol,
@patarmaina9772
@patarmaina9772 3 месяца назад
Right
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
Sobore character beya nathake,vl manuh atiao ase prithibit
@kishorboruah5481
@kishorboruah5481 3 месяца назад
​@@wondervlogerblogger7084Pani out hol
@kabirmusicrocks2580
@kabirmusicrocks2580 3 месяца назад
সঁচা কথা টো হল, এইকেইদিন সদায় মনত চুপা চুপি ।গান দুটা ও শুনি আছোঁ সদায়।বহুত ভাল লাগিছে।❤
@Kousikkashyap
@Kousikkashyap 3 месяца назад
বৰ্তমান চৰ্চিত অসমীয়া Web Series খনত মাত্ৰ Adult Scene কেইটা দেখাই দিয়া নাই, বাকী তেনেকুৱা 80's, 90's ৰ কাহিনীৰে OTT সততে পোৱা সস্তীয়া Series বোৰৰ লগত একো পাৰ্থক্য নাই ৷ PCO, স্কুলত চিঠি দুই এটা বাদ দি নষ্টালজিক হ'বলৈ একো নাই ৷ আৰু PCO বোৰৰো এটা Standard আছিল, গ্লাছৰ বক্স আছিল Privacy ৰ বাবে ৷ বাকী গোটেই ছিৰিজটোৰ কেন্দ্ৰ হৈছে যৌনতা ৷ আমিও এইখন অসমতে ডাঙৰ হৈছোঁ, একেই গাওঁ, একেই চৰকাৰী স্কুলত পঢ়া ৷ আমি অন্ততঃ ইমান লেতেৰা পৰিবেশত ডাঙৰ হোৱা নাছিলো আৰু আমাৰ ইমান লেতেৰা মনো নাছিল নিজৰ শিক্ষয়িত্ৰী, নিজৰ পেহী মাহী, গাঁৱৰ বোৱাৰীক তেনে চকুৰে চাবলৈ ৷ যিসকলে নিজকে ছিৰিজটোত বিচাৰি পাইছে, তেওঁলোকে কোনটো চৰিত্ৰত নিজকে দেখিছে কৈ দিব চোন ৷ যদি অসমৰ 90's, early '20 ৰ পৰিবেশ এনে আছিল, তেন্তে মই থকা অসমখন বেলেগ আছিল !!
@RAJDEEP77776
@RAJDEEP77776 3 месяца назад
I agree with you but tumi xetu jodi animal r nisina film akhon hit hobo pare tente supa supi kio noware aru ami jiitiya joubon t bhori diya samayt tenekua asillu tumi abar tumar cromor history tu a proman
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
Finally,ata comment palu jitut jukti ase....👍
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
​@@RAJDEEP77776Tor aru tor dore 90% r character dhila buli sobore character dhila nohoi tu
@coldbaby09
@coldbaby09 3 месяца назад
mukha pindha bhodro luk...😅
@RAJDEEP77776
@RAJDEEP77776 3 месяца назад
​@@chandrika.rajbongshina mor soritra beya ne film khon beya just apuni ji bhabe saise setu beya baru apuni jetiya 15 bosor bayakh par hoar pisot beya pine soku goisil ba ba mon tu goisil xetu a aru
@chandanadeka8599
@chandanadeka8599 3 месяца назад
ৰূপদিগা,নান্নাট্টাৰি গাৱৰ কথা কওতে গম পালোঁ যে পৰিচালক আমাৰ ঠাইৰে ল'ৰা। ভাল লাগিল।ৱেব চিৰিজখন চাই বহুত ভাল পালোঁ
@golaptalukdar8266
@golaptalukdar8266 3 месяца назад
Pukhurar lora
@Tralukya99
@Tralukya99 3 месяца назад
Chupa chupi web series sai kune kune val paisa.....Ata ata like kora.......🎉🎉❤❤😊😊
@jeetsaikia496
@jeetsaikia496 3 месяца назад
বৰ্তমান সমাজৰ এখন জীয়া কাহিনী।।সুন্দৰ উপস্থাপন কাহিনীটোৰ লগতে সকলো চৰিত্ৰৰ। ছবিখনে মোৰ ধাৰণাত আমাক ইয়াকে বুজাইছে যে বৰ্তমান সমাজত আমি বিজ্ঞানৰ পাছত ইমানে দৌৰিছোঁ যে আমি নিজকে হেৰুৱাই পেলাইছো ,আৰু আমি যে পৃথিৱীৰ আটাইতকৈ জ্ঞানী জীৱ মানুহ যে পাহৰি পেলাইছোঁ। আমি সজাগ হবৰ হল যে বৰ্তমান সমাজখন কেনেদৰে তাৰ পৰা মুক্ত কৰিবপাৰো।।। ধন্যবাদ প্ৰণৱ দা,আগলৈও যেন আৰু আগবাঢ়ি যায়.......
@kdeka15
@kdeka15 3 месяца назад
সকলোৰে অভিনয় খুব ভাল হৈছে। সমাজৰ জিয়া কাহিনী এটা দেখুওৱাইছে।
@indranibora2081
@indranibora2081 3 месяца назад
Ki odorkari kotha koise.eikhn sobe bohi sabo paribo bule. Ki je nhy
@bhaskartalukdar9243
@bhaskartalukdar9243 3 месяца назад
ankuwa akhon web RU-vid disi jot nki agr dinar school bilak knkuwa asil lora swali knkuwa asil etc.. Outstanding bonaise next episode lge amk✊😢
@AnkurjyotiBora
@AnkurjyotiBora 3 месяца назад
Google ot 69 or meaning search kore sabo ki ulabo 😎
@kdeka15
@kdeka15 3 месяца назад
প্ৰণৱ দা'ৰ কথাখিনি বহুত ভাল লাগিল ।
@sslentertainment8442
@sslentertainment8442 3 месяца назад
কোনে কি দেখিছে কোনে কি sex কৰিছে মই এইবোৰ নাজানো, মই 1st episode চোৱাৰ পিছত গোটেই episode চাইছো ৰাতি 1:30 বজালৈকে চাইছোঁ। আৰু এতিয়ালৈ কে 2 বাৰ চালো।
@sdofficial2017
@sdofficial2017 3 месяца назад
Thike ase supa supi....next episode lage❤
@dhiman144
@dhiman144 3 месяца назад
Gutei stry 2 amar gaor kahini dore... A to Z proti2 ghotonae amar gaot hoise.... Xoru pra dekhi ahisu... Vl lgil bht... Mili goise
@NituBoruah-wo1fl
@NituBoruah-wo1fl 3 месяца назад
Urmila bow number tu ase nki
@Mamu-q9u
@Mamu-q9u 2 месяца назад
😅
@hrisikashbora8729
@hrisikashbora8729 3 месяца назад
ভাল লাগিল বহুত সুন্দৰ সকলোৰে অভিনয় বহুত সুন্দৰ সমাজত ঘটা কিছুমান সচা কাহিনী
@bituBarmandeka
@bituBarmandeka 3 месяца назад
moi biswajit,pulakesh ,bikash,ashim ,ami Bhojkuchi r asilo pranab ,pranab tumar vl houk,ai lekhini mor kintu bohu smiti sui goise,......
@Ankurlahkar
@Ankurlahkar 3 месяца назад
Ai khon cenema ghart lagisil pranab Da.... Blockbuster ❤❤❤❤❤ best webseries
@chilliroaster13
@chilliroaster13 3 месяца назад
Love today Malayalam cinema nohoi Tamil cinema 👍🏻💀
@nilakshidevi8250
@nilakshidevi8250 3 месяца назад
To be a good and realistic film maker this type of madness is very much needed,. I have watched chupa chupi , just mind blowing... Pranab is not only mad but also bold enough to speak the reality.... Every body knows the reality... But a very few people are there who dare to speak about the reality without any hypocrisy.... Best wishes to Pranab.... Just go on making film based on life , relationship, reality.... 👍
@sofiulali5329
@sofiulali5329 3 месяца назад
বহুত ভাল লাগিল চাই। একো বেয়া পোৱা নাই।
@DeepDeori-u3r
@DeepDeori-u3r 3 месяца назад
প্ৰণৱ দা কাহিনী টোৰ বহুত ভাল লাগিল ❤ love from gogamukh ❤❤
@asomiyaporompora4627
@asomiyaporompora4627 3 месяца назад
মানুহজনৰ ব্যক্তিত্ব সঁচাই সুকীয়া ❤
@pranjalpratim2335
@pranjalpratim2335 3 месяца назад
আপুনি যেনেকৈ ভাবিৱ ঠিক তেনেকৈ এটি কাহিনীৰ সৃষ্টি হ'ব। Webseries খনত যদি আপুনি যৌনতাৰ বাহিৰে আন একো দেখা নাই তেন্তে সেইয়া আপোনাৰ ভুল কাৰণ আপুনি কেৱল তাত যৌনতাই বিচাৰি ফুৰিছিল। যদি যৌনতা বাদ দি আপুনি আন আন দিশ খিনিও নিজৰ লগত Relate কৰিলে হয়। তেন্তে; তাত নিশ্চয় কৈ অলপ সময়ৰ কাৰণে অলপ হ'লেও নিজক বিচাৰি পালে হয়।
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
What nonsense.....tat jounotar bahire ki ase????.....kahinitu starting r pora ending loike atai fuel re solaise...sex🤮...aru sobe vl paise kahini tu karon bortoman 90-95% manuhei characterless
@reagent69
@reagent69 2 месяца назад
@@chandrika.rajbongshi Tumi neet r karone porha hee.. kiman judge koriba beleg k.. eneke comment kori furile nohobo aru ketiyau NEET crack 🤣🤣🤣🤣🤣
@chandrika.rajbongshi
@chandrika.rajbongshi 2 месяца назад
@@reagent69 mor NEET dream asil...but financial condition (as my father died recently)r babe coaching koribo nuarilu...now I am studying BSC... Aru tumr nisina fotua kisumanor he kaam aibor nijor ako besi talent nai aru seriousness o nai life t (maybe u are already from a rich family/u think urself as rich),so, jikono kothat nijoke cool dekhai bhal poa....belegok down diya , kiba hoai nohoai koi joke mara....tumar nisina so called "cool" bohut dekhisu....tumi he sinta korar proyojon agoloi ki koriba...moi educational loan loi pohi asu,so moi janu moi kenekoi career bonabo lagibo ...aikhon series bohut faltu lagisil,so comment korisu kisuman but anei moi tumar nisinaburor logot mukhor khujuoti maribo nejau 🙏
@chandrika.rajbongshi
@chandrika.rajbongshi 2 месяца назад
@@reagent69 aru bro/sis, tumi mor sob comment t kio reply di asa? Gat lagise nki mor kothakhini 🥴... Tumio chupa chupir Pehisuda character t nijok bisari poa sage😂😂😂😂
@reagent69
@reagent69 2 месяца назад
@@chandrika.rajbongshi etiya deuta dhukua buli koi dila.. ab main kya hi bol sakta hoon.. I hope his soul rest in peace 🙏🏻♥️
@axomrishe5739
@axomrishe5739 3 месяца назад
Deohati amar gaon ot atiyao pothar sasi cricket aru panir dinot carrom aru gaon ore pukhurit lora bur ake loge ga dhu ...sai jodi ahiboo .. mobail tu janiba ahise majot kitu atiyau ase
@dipanrajnath8864
@dipanrajnath8864 3 месяца назад
এনেকুৱা সৃষ্টি আৰু হব লাগে । অসমৰ এখন ধুনীয়া চুটি ছবি 👌
@gameison415
@gameison415 3 месяца назад
nothing to appreciate here. just a story line which centres sexual desires. জুবিন দাৰ ভাষাত GHENTA দাল।
@AnudutiRoy
@AnudutiRoy 3 месяца назад
Ekerahe dekhisu Assamese Webseries khn❤❤ relate koribo parisu childhood k❤😢 Pranab Bharali teor Films bur 💯 💯 Acting, Characters, Direction, Story all perfect 👍🏻❤
@milimanuj8454
@milimanuj8454 2 месяца назад
শেক্সপিয়েৰে কৈছিল, "ল'ৰা কেতিয়াও ছোৱালীৰ বন্ধু হব নোৱাৰে, কাৰণ তাত আবেগ থাকে, শাৰীৰিক ইচ্ছা থাকে। "একেই কথা কৈছে আইৰিছ কবি অস্কাৰ ৱাইল্ডে। "মানুহ আৰু মানুহৰ মাজত কেৱল সম্পর্ক থকাটো অসম্ভৱ। কেৱল ইচ্ছা, দুর্বলতা, ঘৃণা বা প্রেম থাকিব পাৰে। হুমায়ন আহমেদে কৈছিল ল'ৰা আৰু ছোৱালী বন্ধু হ'ব পাৰে কিন্তু প্রেমত নিশ্চয় পৰিব। হয়তো অতি কম সময়ৰ বাবে বা ভুল সময়ত। বা বহুত দেৰি, বা চিৰদিনৰ বাবে নহয়। কিন্তু সিহঁত প্ৰেমত পৰিবই। " সচাঁকৈয়ে কেৱল ল'ৰা- ছোৱালীৰ বন্ধুত্ব অসম্ভৱ আৰু প্ৰকৃতিৰ বিৰুদ্ধে। কাৰণ কেৱল বন্ধুত্ব প্ৰকৃতিয়ে অস্তিত্ব হেৰুৱাব। চুম্বক আৰু লোহাৰ কেতিয়াও কাষত থাকিব নোৱাৰে। আকৰ্ষণ কৰিবই। যদি কোনোবাই ইয়াক এৰাই ৰাখে তেওঁ ভণ্ডামি বা ঠগ। জুইৰ কাষত মমবাতি গলি যাব। ল'ৰা-ছোৱালীয়ে বন্ধুত্ব কৰিব পাৰে কিন্তু প্রেম বা অবৈধ সম্পৰ্কত ৰূপ ল'ব পাৰে। আৰু এয়া সাধাৰণ কথা।
@karinasaikia1549
@karinasaikia1549 3 месяца назад
এগৰাকী বিশেষ ব্যক্তি আপুনি । সদায় আগুৱাই যাওক। আপোনাৰ কথাবোৰ সুকীয়া ,এক সুকীয়া মাদকতাৰে পৰিপূৰ্ণ আপোনাৰ ব্যক্তিত্ব। সচাকৈঁ বৰ সুন্দৰকৈ উপভোগ কৰিলো এই পডকাষ্টো। চক্ৰপানি ককাইদেউলৈ ধন্যবাদ থাকিল ইমান এটা ধুনীয়া পডকাষ্ট আমাৰ মাজলৈ অনাৰ বাবে।
@ConquerorJugalAssam08
@ConquerorJugalAssam08 2 месяца назад
Negative thinking doesn't matter matter by positive thinking. Waiting for 2nd session......!!!
@Mnx396
@Mnx396 3 месяца назад
সেই স্কুলৰ দিনবোৰ লৈ মনত পৰি গ'ল চাই থাকোতে । ভাল লাগিল চাই । ❤❤
@Rhino-Boy-06
@Rhino-Boy-06 3 месяца назад
এইখনে উঠি অহা নৱ প্রজন্মৰ মাজত বিৰূপ প্রভাৱ পেলাইছে।। নবৌয়েকক কি দৃষ্টিৰে চাব লাগে তাক নজনা হৈছে।। ভাল দিশবোৰটো ইমান promote কৰা নাই যিমান বেয়া খিনিক গুরুত্ব দিছে।। সমাজলৈ অৱদান দিয়ক অভিশাপ নহয় যাতে উঠি অহা শিশু সকলে ভাল শিক্ষা পায়।। তেওলোকক পথভস্ত নকৰিব🙏।। আমাক মনোৰঞ্জন লাগে আগৰ জানমণি, অঞ্জনা ৰ দৰে এনেকুৱা চুপা চুপি নালাগে 🙏🏻🙏🏻
@chery354
@chery354 2 месяца назад
আজিকালিৰ নৱপ্ৰ্জন্ম যিমান চিন্তাত আগবঢ়া তেওঁলোকক বেয়া দিশটো দেখাই দিলেহে বেয়াৰ পৰা আঁ‌তৰিব।
@Rhino-Boy-06
@Rhino-Boy-06 2 месяца назад
@@chery354 নজনা কেইজনে ইয়াৰ পৰা উৎসাহ পাব 🙂।। লগতে ইয়াত দেখুওৱা ভাল দিশ কেইটাৰ বিষয়ে আলোচনা নহয় বেয়া কেইটাইহে সমাজত স্থান পাব।। বেয়া বোৰ নিদিয়া হলেও নষ্টালজিক হ'ল হয় সকলোৰে লগত উপভোগ ও কৰিব পৰা গ'ল হয়🙏🏻
@dimbeswardas948
@dimbeswardas948 3 месяца назад
Manuhk letera buli kole beya pai Kintu letera korib o arib nuware😊
@bitupanborah3922
@bitupanborah3922 3 месяца назад
bf khujibole jua jon eijonei nhy janu ? 😅
@assamese243
@assamese243 3 месяца назад
this web series is superb do not compare it with others ❤❤
@Heerock1116
@Heerock1116 3 месяца назад
Val laga naai.. Aku 1ta positive side dekha pua nogol.. Kiba 1ta message thakibo jen lagil jdi o xekhot akebare faaltu type he lagil.. Moi mor falor pora koisu. Beleg viewers a val o pabo pare.. Bt mor iman 1ta val nalagil series khn
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
I agree with you.....altu faltu series o aikhon....just duta kothar babe solise 1. Sex : New generation k acctract korise aitu di 2. Nostalgia: Old generation k olp emotional korai dise bass 😂
@Heerock1116
@Heerock1116 3 месяца назад
@@chandrika.rajbongshi hoi
@SudeshnaSutBoruah
@SudeshnaSutBoruah 3 месяца назад
Waw borhiya lagil emagination topic tu great
@surojitbarman7752
@surojitbarman7752 3 месяца назад
Chupa chupi Sai mor bhut bhal lagil. Kintu pranab bharali tomar deuta Indian (ARMY) asil neki......…...? Tomar deutar jibn kahini nek.…...? Kokakr pra xuni likhisa neki............ 😊😊😊😊😊😅😅😅😅
@SangitasVlog
@SangitasVlog 3 месяца назад
Bhut val lagil akeligot a gote episode sai hekh koriso 11 mohiya kesuwa kosot loi saiso bisonat thole xar pab sowat axubidha hob😁 bhut a val lagil aamar 90s kahini amar logt kahini to bhut mili gol😍😍 nostalgia
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
Urmila bour logot mili gol nki tumar???🙃
@pranabkrray1767
@pranabkrray1767 3 месяца назад
Teacher গৰাকী আৰু student জনৰ ভালপোৱাৰ কাহিনী ভাগ পুৰনি হিনদী চিনেমা Mera Naam Jokerৰৰ পৰা চুৰি কৰি লোৱা যেন লাগিল ।
@hirakjyotihazarika8177
@hirakjyotihazarika8177 3 месяца назад
প্ৰনৱ‌ ভৰালী আজিৰ যুগৰ শ্ৰেষ্ঠ নিদেৰ্শক
@Bidyut_123
@Bidyut_123 3 месяца назад
Moi kintu office bat di salu
@drisha3678
@drisha3678 3 месяца назад
কাহিনীটোৰ এটা চৰিত্ৰতো অলপো আদৰ্শ দেখা নাপালো, কিছুমান সমসাময়িক সমাজৰ লগত মিলিছে। কিন্তু বহু কথা একাষৰীয়া কৰি 'যৌনতা' হে বেছি প্ৰকট হৈছে। নব্বৈ দশকৰ মাদকতা বিশেষ নাপালোঁ। ( হিন্দী চিৰিয়েল এখন আছিল ' ye un dino ki baat hai' বুলি, sony chnl ত দিছিল নব্বৈ দশকৰ মাদকতা বিচাৰি পাব, চাব পাৰে)
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
0.1 % manuhe he ai kothakhini buji pabo...but baki majority a ajikali uti bhahi fure kebol.... manuhbor xokolu negative kothar proti dhal khaise, xeibabe negative burei ehotor vl lagise.... But story tut positive kotha aku dekhua nai,sex related kotha curious hoi tu aru ane type r agote ako ulua nai Assamese t,so sobe kiba nopoai poa dise,but actually Kahinitut ako message,ako xikibologa nai....
@nayanjyotisarma3796
@nayanjyotisarma3796 3 месяца назад
বহুত সুন্দৰ বনাইছে । শুভেচ্ছা জনালোঁ ।
@bharatdas8471
@bharatdas8471 3 месяца назад
Web series khn sai val palu ...kintu ajon fouji r wife k anekoi dekhua krne val nelagil ...apuni vabi sauk ai Web series ajon fouji a swar pisot tewr monot ki vab ahibo pare ...nijor wife r proti ...ajon fouji r wife k nloi blgr wife k tu lobo parile hoi ....
@vlogsofdev1827
@vlogsofdev1827 3 месяца назад
হয় কথাটো আপোনাৰ দৰে মইও গোটেইকেটা খণ্ড শেষ কৰি অলপ সময় মোবাইল চাইদত থৈ ভাৱি আছিলো একদম সচাকৈ কৈছো ।। কি অনুভৱ হৈছিল নিজৰ মাজতে বুজি নাপালো সিদিনা চোৱাৰ সময়ত ।। কি বনাইছে ❤
@ukonlineplay2253
@ukonlineplay2253 3 месяца назад
Supa supi is the worst for Assamese youth
@prachuryaborkakoty7560
@prachuryaborkakoty7560 3 месяца назад
প্ৰণৱ ভৰালীৰ উজ্জ্বল ভৱিষ্যত আছে ।। Keep Going
@AbdulWahid-mv1jh
@AbdulWahid-mv1jh Месяц назад
Part 2 r krone wait kri asu 🤩
@ammanjyotiburagohain9958
@ammanjyotiburagohain9958 3 месяца назад
Mozaaa... Bonaise
@Moonjir
@Moonjir 3 месяца назад
Urmila is inspired by Malena played by Monica Baluchi ? Isn’t it ? Great work though 👌
@Suraj-CR36
@Suraj-CR36 3 месяца назад
চুপা চুপি এখন অতি সুন্দৰ ছবি ❤❤
@mintuboruah9916
@mintuboruah9916 3 месяца назад
আপুনি মই অনুভৱ কৰিব পৰা এখন webseries. ভাল বেয়া সকলোতে থাকে কিন্তু নিজক ইয়াত কিদৰে উপস্থাপন কৰিব পাৰিছে সেইটোহে অতিকৈ প্ৰয়োজন। যদি সঁচাই বহুত বেয়া হল হয় তেন্তে মিলিয়ন view's অতিক্ৰম নকৰিলে হয়।। এনেকুৱা এখন series যত নেকি সকলোৱে নিজক বিচাৰি পোৱা অনুভৱ কৰিব পাৰি। কাৰোবাৰ ভাল আৰু কাৰোবাৰ বেয়া।।
@bikashbaishya-bl5fr
@bikashbaishya-bl5fr 3 месяца назад
46:12 aibilk bhal bostu dekhaise ne???????? .... Kisumn anekuwa scene dekhaise jibur Bollywood t o nedekhai aru ai actor / actress bure keneke kare aibur😢😢😢😢
@bishnuofficial6215
@bishnuofficial6215 3 месяца назад
Ase ase 😂#loveumadam 😂😂
@dipupathak9411
@dipupathak9411 3 месяца назад
Aitu kotha xosa koise je atia r prem xosa prem nhoi physicalness r he issa.
@dibakardas3006
@dibakardas3006 3 месяца назад
উম ধ্বংসৰ পথলৈ যোৱা গোটেই সমাজ খনক যি দেখিছোঁ এই চুপা চুপি series খনহে সংশোধন কৰিব,,,,,বেপাৰ আৰু ধন ঘটাৰ বাহিৰে আন একো মতলব নাই এই ছবি খনৰ,,,army wife এজনীৰ চৰিত্ৰ এনে ভাবে দাঙি তুলি সমাজক এনে কি বাৰ্তা দিব আহিছ কুকুৰৰ পোৱালি
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
💯
@jyotishnath4219
@jyotishnath4219 3 месяца назад
💯
@pujarajbangshi6455
@pujarajbangshi6455 3 месяца назад
Chupa chupi aru moina kalija sai bhut vlll lgil❤
@nilutpalsaikia5852
@nilutpalsaikia5852 3 месяца назад
Moina kolija 😂😂😂😂😂😂😂 ki re atleast comparison tu komse Kom bhl k korok
@pujarajbangshi6455
@pujarajbangshi6455 3 месяца назад
@@nilutpalsaikia5852 iat hahibo loga ki hol he😂🤣moi just koisu n mur vll lga web series keikhnr kotha 🤣🙏tate apuninu imn rokh pbo lge ne🤣👍
@pujarajbangshi6455
@pujarajbangshi6455 3 месяца назад
@@nilutpalsaikia5852 mur vll lgise moi kolu apunar ki problem?? Tate imn rokh loi hahil j... Mur vll lgil web series dukhn moi kolu 😂What's wrong with you again?
@manabjyotiray7653
@manabjyotiray7653 3 месяца назад
Moiu vangi pati sau,xoru kotha ata kom dai,new model maruti van Khan use koribo nalagisil..baki mojjjjjjjjjaaaaa hol o.
@prodipdutta9794
@prodipdutta9794 3 месяца назад
বাকী প্ৰনৱ দা সকলো ভাল হৈছে জয়ন্ত দাই কাপোৰ হে একেযোৰ পিন্ধি থাকিলে😊
@humenbhuyan4088
@humenbhuyan4088 3 месяца назад
এনেই জংঘলত ট্ৰেইনিং কৰি অহা নাই 😅
@prodipdutta9794
@prodipdutta9794 3 месяца назад
Haha😂
@dhirudas5408
@dhirudas5408 3 месяца назад
Supa supi akhon web series hoy...vai iyat aru kimn jukti...prosno...bapre......bal....sai entertainment tu ple hol..... prottek tu kotha a ans r diba lga hoixi...bal...sob filim r a.... massage...thkpa lgbo buli kotha ase...nki...imn ne bal...dhuwa tulokhi r pat na...bal...vai...imn akhon kongkrit....duniya t alp holeo...agr kotha bur pixu....sei a bht.... Baki val lgil....❤️❤️
@nasoni_jyotika
@nasoni_jyotika 3 месяца назад
এইখনক লৈ ইমান controversy কৰা হৈছে যে 15:35 ৰঙাটাপু চোৱা নাই নেকি?? কি যে আৰু😂😂‌ controversy কৰি থকা কেইজন চাগে বিৰাট ভদ্ৰলোক 😂😂😂
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
Tor nisina chapri besi aso buliei sobei chapri nohoi tu
@xhutiada69
@xhutiada69 3 месяца назад
আজি লৈকে চোৱা বেষ্ট short film ❤
@PujaDas-xm4xg
@PujaDas-xm4xg 3 месяца назад
বহু দিনৰ মূৰত ভাল লগা কিবা এটা চালো। বহুত ভাল লাগিল। শুভেচ্ছা থাকিল। অকমান ভুল থকা যেন লাগিল..." মহাভাৰত " দিবৰ সময়ত মবাইল অহা নাছিল । বাকি "পাৰ , হাহঁ হব নেকি ... ডাইলগ টো বহুত ভাল লাগিল....❤❤❤❤
@ধেৎতেৰি07
@ধেৎতেৰি07 2 месяца назад
মবাইল অহা দেখোৱা নাই CD প্লেয়াৰ আহিছিল সেইটোহে দেখুৱাইছে ৷
@dikshadas2002
@dikshadas2002 3 месяца назад
Xosake Eikhon webseries sai bohutei val lagise... karon eikhon webseries a eitu dekhaise je ami যৌৱন কালছোৱাক kenedore onubhav korisu....karon class 9/10 r science r book t sexual r bikhoye sobtu thake ...tenekei school r lora bure houk baa suwali bure houk teuluke xeibur feel koribo pora xiki jay . যদি direct কিবা কৈ থাকো তেনেহলে ক্ষমা কৰিব 🙏। মই just মোৰ মনৰ অনুভৱখিনিয়ে কৈছোঁ।
@palashkalita7291
@palashkalita7291 3 месяца назад
সুন্দৰ অভিনয়, কাহিনী চুপা চুপিত
@goutomgogoi393
@goutomgogoi393 3 месяца назад
Apunia bf bisora jon ..nhoi jnu......😂😂😂😅😅😅
@SmoniSarma
@SmoniSarma 3 месяца назад
baki xob thikei thakil kintu teachar jone okol kotha patibo rati nahe aitu misa kotha kole.krn jun jimn okolxoriya holeo teacher jon a nikha kotha patibo loga ajon okolsoriya mohilar lgt zoroorat nopore kintu.dinr vagot sotalot bohi toh kotha pati thoka dekhuwa ni
@chandrika.rajbongshi
@chandrika.rajbongshi 3 месяца назад
Arey bhai aikhon bonaise duta bostuk kendra kori - 1. Jounota: Young generation k akorxito koriboloi 2. Nostalgia: Old generation k emotional kori views paboloi Simple kotha je brain khotuai views paise aru toka ghotise,vl beyar lgt ki motlob ehotor 😂😂😂
@hirakjyotidutta7515
@hirakjyotidutta7515 3 месяца назад
Eijonao hei bidhe hoi.... Tihut ebr ki hoisil hudhok sun... Sani mandirr galit ... Douri torini napai basa.... Porisalok
@upashaborgohain4764
@upashaborgohain4764 2 месяца назад
Bhal lagil❤
@hirakjyotikalita8078
@hirakjyotikalita8078 3 месяца назад
Chupa chupi buli ullu lite dekhai dile 🤣 ..... Kintu web series khon reall life'r logot mila vodro dekhai lav ni kuno.... 🤣 baki teacher'k vl puwa tu olap besi hol....
@travelwithdiganta
@travelwithdiganta Месяц назад
সঁচাই এজন simple আৰু unbelievable ব্যক্তি । আজি লগ পাইছিলো চান্দমাৰীত বহুত ভাল লাগিল।
@theviralmadevideostvm5062
@theviralmadevideostvm5062 3 месяца назад
Dhunia hoise pranab bhai.. Aguai jua.. Aami concept aru content buji paisu.. Negativity biyopua manhu a negative kobo a
@udeshnadevi830
@udeshnadevi830 3 месяца назад
baki vlei... kintu AKO ximan khini dekhuwa nai apuni... apuni fouji maiki saboke sei buli vbe nki...sei maiki khinik abar xudhi saok xihote kimn dayitra palibo lge...batcha,sahu sahur,ru bht...
@bijuhazarika5544
@bijuhazarika5544 3 месяца назад
2024ot eitu hoise ok..but Tumi mak hudhiba 2027 manot approx ki hobo family Kendrick hoi nathakibo Jan..urmila bowr logot ghopa ghop huwatu blurry hobo nalge dei😂😂maaku homane bohai saaba
@khaninray9490
@khaninray9490 3 месяца назад
Faltu
Далее
Khuai kan La e
21:13
Просмотров 22 тыс.