Тёмный

ডাঙৰ খবৰ 👉দুজন যুৱক যুৱতীয়ে হিমন্তৰ পত্নীৰ গোপন ভিদিঅ ভাইৰেল কৰিলে চাওঁক  

Rishu duliajan
Подписаться 91 тыс.
Просмотров 231 тыс.
50% 1

Опубликовано:

 

15 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 281   
@dineshrabha2401
@dineshrabha2401 27 дней назад
অসম চৰকাৰৰ সচা কথাবোৰ উল্লেখ কৰি চৰকাৰৰ ব্যৰ্থতা উদঙাই দিয়াৰ বাবে ধন্যবাদ !
@hiranyarajkhowa4119
@hiranyarajkhowa4119 27 дней назад
১০০% নহয় ২০০% সত্য কথা কৈছে। মামাৰ কথাই ৰাইজক আমুৱাইছে।
@amzadaliahmed1086
@amzadaliahmed1086 12 дней назад
CM sir jindabad. CM sir amar Axomr Hero........
@masrafali927
@masrafali927 12 дней назад
সুন্দৰ ,ইমান সুন্দৰ যুক্তি ।
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 27 дней назад
তোমাৰ দৰে সাহসী যুৱকক এবাৰ 🙏নজনাই নোৱাৰিলো। তোমাকেই প্ৰকৃত যুৱশক্তি বূলি কোৱা হয়।
@daina8151
@daina8151 27 дней назад
সুন্দৰ
@junbora3558
@junbora3558 Месяц назад
ভাইটি দুজন আৰু ভণ্টি জনীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া মুখ্যমন্ত্ৰীৰ শাসন কালত বিশ্ব অভিলেখ গঢ়া আটাইতকৈ ডাঙৰ দক্ষতাটো হৈছে উচ্চ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষা নপটাকৈ ছাত্ৰ -ছাত্ৰীয়ে আগতে প‌ঢ়াবোৰৰ ওপৰত ভিত্তি কৰি পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়া। প্ৰতি বছৰে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা দক্ষতা । এই দুটা তোমালোকক মনত পেলাই দিলোঁ। বাকীবোৰ তোমালোকে জানায়েচোন।
@gitikanaththakuria3082
@gitikanaththakuria3082 27 дней назад
❤❤❤❤❤❤😂❤❤❤❤❤❤❤❤😂😂❤❤😂😂😂😂😂😂❤😂😂😂😂😂😂😂😂😂😂😂
@arupdas8897
@arupdas8897 26 дней назад
Bhagawane Diye jene nibau teneke,dharjya dharak matra kiman din ulta nase bhagane baat Sai ase
@dulalchandradeka9387
@dulalchandradeka9387 26 дней назад
Sundar mantabya
@arupdas8897
@arupdas8897 25 дней назад
Lagate guiness world record jadhe madhe koribar goi bohag, jeth,ashar ,sawan mahat gas puli nurui prakritir against ji kaam karise bhagane khama nakariba
@user-it7qv8sy4c
@user-it7qv8sy4c 27 дней назад
মাননীয় অসমৰ ৰাইজ, আমি আজি সামাজিক মাধয়মৰআগত ,টি ভিৰ সন্মূখত যিমান চিঞৰি থাকিলেও সেইবোৰ ফুটুকাৰ ফেন। গতিকে আপোনালোকৰ ওলাই আহক আমিও এখন বাঙলাদেশৰ ছবি আকো।
@birinchineog.9191
@birinchineog.9191 27 дней назад
ভাল ধুলাই পৰিলে দেই দাদা।।অশেষ ধন্যবাদ আপোনাক🙏🙏
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 26 дней назад
Great👍👍👍 video.
@rokibulhussain7286
@rokibulhussain7286 Месяц назад
Very good
@chandraprovaborahsaikia5601
@chandraprovaborahsaikia5601 26 дней назад
বহুত ভাল লাগিছে দেই। মজা দিছে।
@tileswarigogoidas5947
@tileswarigogoidas5947 6 дней назад
অতি সুন্দৰ কথা কৈছে। আপোনাক বহুত বহুত ধন্যবাদ জনালো। যোৰহাট
@arabindadeka5896
@arabindadeka5896 27 дней назад
100% right katha koise
@renuborah6005
@renuborah6005 26 дней назад
Very good👍
@EffiNawab
@EffiNawab 27 дней назад
ভোটটো আকৌ বিজেপিতে দিব ।বিজেপিৰ মন্ত্ৰীৰ মুৰত মগজু আছে নাই নেজানো । তেওঁ পত্নীৰ কাৰণে মাটি লৈইছে । পাছত শুই বহি খাব ।
@suhrabali9052
@suhrabali9052 Месяц назад
School ত 113 জন Stuudent থকা Scool ত এজনীয়া শিক্ষক ৷এয়াই Devlopment .
@BipulPegu-kb6pb
@BipulPegu-kb6pb 27 дней назад
Verry good Bother and syster❤
@user-hr3zj9ke6m
@user-hr3zj9ke6m Месяц назад
Great
@DevoramPegu-s1b
@DevoramPegu-s1b 26 дней назад
মুখ্যমন্ত্রী হিমন্তৰ চিঞৰৰ আঁৰত লুকাই আছে ৰাজকোষৰ ধন ব্যক্তিগত স্বাৰ্থত হস্তগত কৰা। মন্ত্ৰী এজনেই কেৱল মুখ্যমন্ত্রী। বামুন জন ইমানেই লুভীয়া, অসমৰ ৰাইজে ভৱিষ্যতে মৰক বা জীয়ক যিমান পাৰে ধন লুঠিব লাগে, তাৰ একো দায়িত্ব নাই।অসমৰ ৰাজকোষৰ এতিয়া নিৰাপত্তা নাই। অসম বন্ধ কত যাব সেয়া খাটাং। ধন্যবাদ ডাঙৰীয়া
@diptisaikia1334
@diptisaikia1334 28 дней назад
100℅ Really
@abdulmotalebchoudhury1106
@abdulmotalebchoudhury1106 16 дней назад
বহুত বহুত ধন্যবাদ তোমাক, নিভীক সাংবাদিক সকলোক আমি জনগণে সদায় শ্ৰোদ্বাৰ আসনত উপবিষ্ট কৰো। বৰ্তমান চৰকাৰ খনে, চালেবেৰে কোৱোয়া কাৰ্য, আৰু হাল এৰি শিয়াল খেদা কাৰ্যত লিপ্তহৈ, মূল সমস্যাৰ পৰা ফালৰি কাতি, আমাক বুব্বক সজোৱাৰ নিকৃষ্ট প্ৰচেষ্টা চলাইছে।
@birenkurmi8464
@birenkurmi8464 23 дня назад
তোমাৰ এই বোৰ কথা চৰকাৰ আৰু জনসাধাৰণ লোকসকল বিবেচনাৰ প্ৰোযোজন
@user-gr6pt5bx9m
@user-gr6pt5bx9m 23 дня назад
অতি সুন্দৰ বিশ্লেষণ ।
@rajatgogoi1241
@rajatgogoi1241 27 дней назад
Very good.
@nogensaikia2441
@nogensaikia2441 27 дней назад
সেই বাবেই হিমন্ত বিশ্ব শৰ্মাই নিজেই নিজক পগলা বোলি কৈছে ।
@MadhabSaikia-kh4up
@MadhabSaikia-kh4up 27 дней назад
Good 👍🏾👍🏾👍🏾 thanks
@manuarabegum527
@manuarabegum527 3 дня назад
তোমাৰ কথা ১০০০% সঁচা ।ভগৱানে তোমাক সঁচা কথা কবলৈ আৰু সাহস দিয়ক। তোমাক ধন্যবাদ , মোৰ মানসত তুমি মছলীমৰ কাৰণে এজন দেৱদূত ।
@faridabegum4564
@faridabegum4564 28 дней назад
আপুনাৰ দৰে ১০০জন দেকাই ন আগুৱাই আহিলে হিতেন আজি অসম সুন্দর হলেহেত্ন
@dharmendrakaman1859
@dharmendrakaman1859 4 дня назад
এনেকুৱা যুক্তি বাদী যুৱক কেইজনমান ওলাই আহে তেন্তে অসম সম্পূৰ্ণ পৰা পৰিৱৰ্তন হ,ব।চেলুট তোমাক
@KrishnaKrishna-qo8nd
@KrishnaKrishna-qo8nd 19 дней назад
অতি সুন্দৰ মন্তব্য আগবঢ়াইছে।
@user-wm3gu8mk6u
@user-wm3gu8mk6u 29 дней назад
সুন্দৰ কথা কৈছে। আপোনাৰ দৰে আৰু যদি দহ জন উলাই আহে
@ayotriphukonmohan5638
@ayotriphukonmohan5638 19 дней назад
সুন্দৰ বিশ্লেষণ
@purnakantatamuli3327
@purnakantatamuli3327 26 дней назад
100./.yes
@santichetia4751
@santichetia4751 27 дней назад
Oti hundar
@lakhimisaikia1369
@lakhimisaikia1369 26 дней назад
100/ right
@narenborah2130
@narenborah2130 27 дней назад
হাই বিধি , এই বিলাক আমি কি শুনিছো বাৰু? মোডী আৰু অমিত শ্বাহে এই বিলাক শুনি ভাল পাইছেনে নাই বেয়া পাইছে । বিধায়ক আৰু সাংসদ বেছিকৈ জিকাই অনিব পৰাটোৱেই পাৰদৰ্শীতা বা একমাত্ৰ যোগ্যতা নেকি? মোডী জী বা তমিত শ্বাহো এই বিলাক কৰ্মৰ বাবে নিশ্ছয় জগৰীয়া হ'ব ।
@JaduramDas-ee2fb
@JaduramDas-ee2fb Месяц назад
Good news
@princhipriya4119
@princhipriya4119 27 дней назад
বি জে পি দলৰ সদস্য সকলে ৭০ বছৰ ৭০ বছৰৰ বাহিৰে একো চিনি নাপাই। ভাৰতবৰ্ষ এখন উন্নয়ন শীলদেশ গতিকে ২০১৪ চনলে জাতীয় কংগ্ৰেছে ইমান খিনি আগুৱাই নিলে পিছৰ খিনি শাসনত দল টোৱে কৰক । হিন্দু মুচলমান কৰি থাকিব নালাগে। এতিয়া মুচলমান সকলক নাদিৰ চাহ বা বাবৰৰ ৰাজ্য বা দেশলে খেদি পঠাব নোৱাৰি ।
@mohammedahad293
@mohammedahad293 21 день назад
এওঁলোকৰ সম্পূৰ্ণ সম্পত্তি দুঃখীয়া অসমীয়া মানুহৰ মাজত বিতৰণ কৰা হওক।
@arupdas8897
@arupdas8897 26 дней назад
Very nice home work done, good leader's of future in the world making
@ripunjoygohain8164
@ripunjoygohain8164 26 дней назад
God bless you my brave boy to information about Land wife of CM (Riniki). Well done keep it up.
@dwijenkhanikar7582
@dwijenkhanikar7582 23 дня назад
সুন্দৰ কথা কৈছা। এতিয়া প্ৰায় বিলাক সাংবাদিকেই বিজেপিৰ ভৰি পানী খাই জীয়াই আছে।
@user-hr3zj9ke6m
@user-hr3zj9ke6m Месяц назад
Yes
@user-td7nq5xq6g
@user-td7nq5xq6g 2 дня назад
Very good speak boy very good boy .i am supprting for ypu.
@babitahazarika6300
@babitahazarika6300 27 дней назад
বহুত ভাল কাম কৰিছা অসমৰ কাৰণে
@NabajitaBoruah-q9n
@NabajitaBoruah-q9n 24 дня назад
কিন্তু অসমৰ মানুহে জানো বুজিব ,
@abulhussainahmed1040
@abulhussainahmed1040 16 дней назад
Keep it up
@monowarabegame9306
@monowarabegame9306 8 дней назад
Good very good news
@unexploredtour769
@unexploredtour769 21 день назад
অসমীয়া মানুহে তথপিও বিজেপিকে ভোট দিব ৷
@ChanakyaDas-uq4bh
@ChanakyaDas-uq4bh 12 дней назад
Very good bhai aneky jab diyalak khub kamkay dekha jai
@bapjanali7129
@bapjanali7129 22 дня назад
This is a valuable speech. For Assam.
@user-yz7nm1zn7z
@user-yz7nm1zn7z 8 дней назад
Very very good
@pradipbezbaruah5786
@pradipbezbaruah5786 Месяц назад
Absulatly right
@purnakantachutia7433
@purnakantachutia7433 18 дней назад
Hundar...
@patraskandulna1668
@patraskandulna1668 23 дня назад
*যুৱ শক্তি জিন্দাৱাদ*
@bobykhound6088
@bobykhound6088 14 дней назад
Very good voig
@dhirabharalidhira4675
@dhirabharalidhira4675 27 дней назад
Salute to.u bro and sister
@abdulmozidmiah1141
@abdulmozidmiah1141 25 дней назад
Very good speech
@SanjaySutradhar-p4q
@SanjaySutradhar-p4q 16 дней назад
Good bro
@rohinimalakar9240
@rohinimalakar9240 27 дней назад
Good Good
@bandanagayan1929
@bandanagayan1929 27 дней назад
সেইতো মাটিৰ পাগল গোতেই অসমখন ৰিনিকিয়ে মোৰ বুলি কব আৰু ছমাহৰ পাছত
@ShafiaKhatun-d7o
@ShafiaKhatun-d7o 16 дней назад
Sundhar korisa
@NuralomSk-j7p
@NuralomSk-j7p 27 дней назад
Thank you brothar
@dharmendrakaman1859
@dharmendrakaman1859 22 дня назад
বিভিন্ন বিভাগৰ মন্ত্ৰীৰ কাম সমুহ ব্যক্তি এজনে কাম চলাই থাকিলে চৰকাৰ ধাৰুৱা হ'বহৈ
@lokengogoi5007
@lokengogoi5007 26 дней назад
Media aru supporters babe . Our lovely people are knowledgeable So we proud as ASSAMISE.
@pradipbezbaruah5786
@pradipbezbaruah5786 Месяц назад
দুৰ্নীতিত দক্ষ।
@dilapboruah8802
@dilapboruah8802 11 дней назад
হিমন্ত বিস্ব শৰ্মাক গাডীৰ পৰা হন্তাৰ কৰিব লাগে ।
@Ali-h7j9d
@Ali-h7j9d Месяц назад
Thank u Ali Silchar
@kiranmoydas
@kiranmoydas 25 дней назад
Excellent
@mohendradohutia-dj5km
@mohendradohutia-dj5km 4 дня назад
দক্ষ ১টকা ধাৰ লোৱা।দক্ষ ২যত তত মাটি ক্ৰয় কৰা।দক্ষ ৩ দমিনিত একছত্ৰী।দক্ষ ৪ অসমৰ সম্পদ বিক্ৰী কৰা।আৰু বহুতো আছে। হিতাধীকাৰি সৃষ্টি কৰি বয় বস্তু দাম বঢ়াই জনসাধাৰণক কুঙা কৰিলে। এনে ফটুৱা মানুহ মন্ত্ৰী হয় নে। আৰু এবাৰ শাসন কৰিব পাব লাগিলে গোটেই অসম ধঙ্খ হ'ব।
@dibakarupadhyaya8453
@dibakarupadhyaya8453 23 дня назад
Right
@masuraahmed4735
@masuraahmed4735 16 дней назад
Good 👍
@skmokilis8137
@skmokilis8137 11 дней назад
Good voice
@hiranyabaruah3085
@hiranyabaruah3085 17 дней назад
ৰাইজৰ লগতে আমিও আচৰিত হৈছো।তোমাক আমি সদায় শলাগ ললোহৈ যদিহে বিদেশী মিঞাই একে ৰাতিতে চৰ অঞ্চলত শ শ ঘৰ বনাই অবৈধ ভাৱে ভূমি দখলৰ বাতৰি এই দৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিলাহৈ।
@GiasuddinAhmed-wn4nw
@GiasuddinAhmed-wn4nw 27 дней назад
Sundar katha anedore kholakoi kowar sahos hobo lage.
@user-uw8fb4rq5m
@user-uw8fb4rq5m Месяц назад
এইটো কি সাঙঘাটিক ঘটনা হলনি বাইদেউ
@JamshedAliJamshedAli-h6j
@JamshedAliJamshedAli-h6j 21 день назад
গুৱাহাটীৰ চচলত ধৰ্ণা ক্ষেত্ৰত হোৱা কিমানটা বাতৰি আজি চেটেলাইট চেনেলত পৰিৱেশন হয় ? তাৰ কাৰণ কি?
@binudas8708
@binudas8708 22 дня назад
ডিব্ৰুগড়ৰত বেছিভাগ মাতি বাগান হোতেল হস্হিতেল স্কুল সকলোৱেই তেওঁলোকৰ দখলত । আমাৰ bjpত থকা সকলে এইবিলাক দেখি ও নেদেখে নে তেখেত সকলেও কিবা পাবলৈ সক্ষম হোৱাৰ বাবেই নেকি ........?নহলে এজন সুদ্ধ মনৰ মানুহে এইসকলক কেতিয়াও পচন্দ নকৰে। আমাৰ হিয়াত bjp,,সোমাই আছিল কিন্ত্ত এখেত আহি আমাৰ এই সকলো আশা আকাঙ্খাক জলান্জলি দি অকল সম্পতিৰ বাবেই ....... ।আমি bjp কৰোতে নিজৰ মানুহজনৰ উপা্ৰ্জনৰ ধনেৰে আমি bjp ত খৰছ কৰিছিলো। এতিয়া তেখেতে গোতেই দেশৰ সকলো নিজৰ হাতলৈ নিবলৈ ধৰিছে। তেখেত সকল বিদেশলৈ যাবগৈ কিন্তু ৰাইজৰ কি হব। নে নিজৰ দেশতে ভগনীয়া হব লাগিব??????😮
@kailashbharali5604
@kailashbharali5604 27 дней назад
Hayto vai tumi akshbar stya.
@user-zh2wc4yo1j
@user-zh2wc4yo1j 9 дней назад
Aibur kotha kuatke... Axomor unnoti keneke hobo heibur sinta korok.
@user-ku8bn7sf9p
@user-ku8bn7sf9p 14 дней назад
Rigth
@pritambhuyan6755
@pritambhuyan6755 22 дня назад
Khub bhalkoi disha..
@mukutali1572
@mukutali1572 25 дней назад
হিমন্ত জিহাদ চলি আছে
@SushilaDuarah
@SushilaDuarah 24 дня назад
কৃষ্ণ
@rajibgogoi4256
@rajibgogoi4256 25 дней назад
বিজেপি অক্টোপাছ ৰ দৰে চৰকাৰ।
@pankajroybordoloi4394
@pankajroybordoloi4394 22 дня назад
এই জনীয়ে কিহৰ বাবে মুখখন দেখাই আছে?
@jyotiprasadsarma8257
@jyotiprasadsarma8257 27 дней назад
দক্ষতা বহু প্ৰকাৰৰ থাকে।
@minugogoi6205
@minugogoi6205 20 дней назад
Dibrugarh namrup UMATARA bagan aru fektory kini thoyxe
@DhingDaimari
@DhingDaimari 25 дней назад
Absolutely right bhai
@SabdulAli-fm1du
@SabdulAli-fm1du Месяц назад
Right.Tkanks
@mridulkumarborah4181
@mridulkumarborah4181 27 дней назад
Jana Sadharan jagaria,
@RupaChutia-tj1nb
@RupaChutia-tj1nb 24 дня назад
100%Right .
@amzadali9546
@amzadali9546 11 дней назад
Thanks bhaiti
@user-dm9il3us1x
@user-dm9il3us1x 23 дня назад
Very good dadaaponi akdo. Sacha katha ko ise
@hdbbjail2003
@hdbbjail2003 25 дней назад
Good. Good. Good. Good good
@PapariDeka-t2s
@PapariDeka-t2s 24 дня назад
1000%right
@kandarpa2622
@kandarpa2622 25 дней назад
The lady is100% right'
@priyabala2064
@priyabala2064 24 дня назад
Yes bro thikai koiso
@user-ok6ny8tz3h
@user-ok6ny8tz3h 25 дней назад
পগলা কুকুৰৰ কথাত গুৰুত্ব দিয়া মানুহবোৰৰ ভবিশ্বত অন্ধকাৰ
Далее