Тёмный

সকলোকে আনন্দ দিব পাৰিছেনে সৰ্বানন্দ সোণোৱালে 

BAARTA LAAP
Подписаться 517 тыс.
Просмотров 269 тыс.
50% 1

সকলোকে আনন্দ দিব পাৰিছেনে সৰ্বানন্দ সোণোৱালে
কোনেও নোসোধা কেইটামান প্ৰশ্নোওৰ
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapaniparashar #assamesepodcust #SarbanandaSonowal

Опубликовано:

 

9 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 914   
@mitulborah1983
@mitulborah1983 3 месяца назад
এখেত এজন সৎ আৰু সৰল মনৰ মানুহ । কাকো অপমান নকৰাকৈ বা কাৰো অন্তৰত আঘাত নকৰাকৈ যি দৰে কথাবোৰ কয়, সেই গুণৰ বাবেই সদাই মোৰ আদৰ্শ ব্যক্তি হৈ থাকিব।
@protivamahanta1076
@protivamahanta1076 3 месяца назад
সৰ্বানন্দ সোণোৱাল এজন নিকা ৰাজনীতিবিদ, অসমৰ প্ৰত্যেক জন ব্যক্তিৰ হিয়াৰ আমঠু, তেওঁৰ ব্যক্তিত্ব মোৰ ভাল লাগে।
@hemjyotideka9790
@hemjyotideka9790 3 месяца назад
আপোনাৰ সাজ-পোছাক, কথা-বতৰা, চিন্তা-ধাৰা , গহীনতা মন কৰিবলগীয়া। আপোনালৈ ধন্যবাদ।
@santimoni7949
@santimoni7949 3 месяца назад
অসমৰ এজন আদৰ্শবান পুৰুষ। বহুত ভাল লাগিল ।
@ashishsaikia7018
@ashishsaikia7018 3 месяца назад
Mihi gunda hoi sorba
@amiokachari4375
@amiokachari4375 3 месяца назад
ৰাজনীতি ক্ষেত্ৰখনত তেখেত থাকক বা নাথাকক তেখেতৰ নাম আৰু তেখেতৰ চৰিত্ৰ গঠনত প্ৰতিষ্ঠিত মই সদায় নিজৰ ককাইদেউ বুলিয়ে বিশ্বাস কৰোঁ !❤
@misiki...---0
@misiki...---0 3 месяца назад
ইমান যে ভ্দ্ৰ মানুহ।।প্ৰকৃত এজন ব্যক্তি।।
@montimahanta1977
@montimahanta1977 3 месяца назад
খুব সুন্দৰ ভাল লাগিল তেখেতৰ বক্তব্য মন মুহি যোৱা।
@nirumonichutia8169
@nirumonichutia8169 3 месяца назад
বিপৰীত পাৰ্টি হলেও যে লুৰিন জ্যোতিক ইমান শুভেশ্যা দিছে,,তেওঁৰ মনটো সঁচাই বহুত কোমল,,, শুভেশ্যা জনালোঁ আগন্তুক নিৰ্বাচনৰ,,,
@user-mh3ql6wz7l
@user-mh3ql6wz7l 3 месяца назад
ল'ৰা ৰজা সজাই আপোনাক ঠগিলে। আপুনি মহান আপোনাৰ সৰলতাৰ সুবিধা ল'লে
@anantaananta4187
@anantaananta4187 3 месяца назад
মানুহজন ভাল ❤ অৱশ্যে। বৰ সহজ সৰল ব্যক্তি সোণোৱাল sir 🙏
@hirakjyotiburagohain4307
@hirakjyotiburagohain4307 3 месяца назад
সৰ্বানন্দ সোণোৱাল,গৌৰৱ গগৈ,লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ একলগ হৈ আগবাঢ়ি যোৱাতো বিচাৰো ।
@rupprasad4861
@rupprasad4861 3 месяца назад
Sarbananda sonuwal aaru gourav gogoi log holei jathestha ❤
@RosmiSonowal
@RosmiSonowal 3 месяца назад
😊😊😊😊😊 ok
@dipubailung5822
@dipubailung5822 3 месяца назад
Tetiya HBS pani pani hoi jabo 😅
@devankursaikia2111
@devankursaikia2111 3 месяца назад
Akhilor guaranty lua2 tan
@thedevogramstory7483
@thedevogramstory7483 2 месяца назад
Hska sarba da plz hemanta ari bjp pora gusi ahok... Nhla apubak political murder kora plan kora hoisa.... Plz lurin akhil gourab apuni akelog houk plzz
@user-sd5vm7sg2m
@user-sd5vm7sg2m 3 месяца назад
U can watch Lurin jyoti interview too wid Chakra daa... difference i found between these two politician is sarbada has no negativity..not a single negative word uttered on Lurin Jyoti...Love u sarbada❤❤
@digenmili4904
@digenmili4904 3 месяца назад
Exactly
@ilovetravelandfood7597
@ilovetravelandfood7597 3 месяца назад
আছুৰ পৰা আজিলৈকে দেখা গৈছে টেতু ফালি জাতীয়তাবাদ দেখুৱা ব্যক্তি সৰ্বা দেব নহয়। সদায় ভদ্ৰ ভাবে সকলোকে সন্মান জনাই হে তেওঁ ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰে। কাৰো পৰিয়ালক কেন্দ্ৰ কৰি কথা নকয় । সৰল সহজ এজন ব্যক্তি সৰ্বা ডাঙৰীয়া । সকলোৰে আনন্দ সৰ্বান্দ।❤❤❤❤️
@purnanandagam5501
@purnanandagam5501 3 месяца назад
স্বচ্ছ নিকা ৰাজনীতিৰ তেখেত এজন অন্যতম ব্যক্তি সৰ্বানন্দ সোণোৱাল
@nanditadutta6770
@nanditadutta6770 3 месяца назад
যথেষ্ট ভাল লাগিল তেখেতৰ কথাবোৰ শুনি।
@mukutadevi302
@mukutadevi302 3 месяца назад
বহুত ভাল লাগিল। তেখেতৰ কথা শুনি আৱেগিক হৈ গৈছোঁ। বহুত বহুত ভাল লাগিল।
@AmirHussain-vd4lo
@AmirHussain-vd4lo 3 месяца назад
পৃথিৱীৰ ভিতৰত মোৰ আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক নেতা ।
@rimadeka9509
@rimadeka9509 2 месяца назад
Sir আপোনাৰ কথাত মই একমত পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰিয় নেতা আজীৱন আপুনিয়ে থাকিব।।❤❤
@EtiVr-hk2lj
@EtiVr-hk2lj 3 месяца назад
সৰ্বানন্দ সোনোৱাল সঁচাকৈ প্ৰকৃত ৰাজনীতিবিধ নেতা। সহজ সৰলাতা মনৰ ব্যক্তিত্বৰ বাবে মই শ্ৰদ্ধা কৰোঁ।
@pawankumarchaurasiya9865
@pawankumarchaurasiya9865 3 месяца назад
Great personality❤.....He is my fav politician ❤....Long Live Sarbananda Sonowal
@life.zindabad
@life.zindabad 3 месяца назад
সহজ সৰল ব্যক্তিত্ব, নম্ৰ ভদ্ৰ অমায়িক ব্যৱহাৰৰ কাৰনে ৰাজনৈতিক ক্ষেত্ৰত জিলিকি আছে....।
@ankurdas012
@ankurdas012 3 месяца назад
কোনে কোনে এওঁৰ সহজ সৰল স্বভাৱৰ কাৰণে এখেতক ভাল পায় 😎🤠
@anantanath6453
@anantanath6453 3 месяца назад
Selfish hoi apuni sir caa anile
@jugeswarphukan9726
@jugeswarphukan9726 3 месяца назад
Self is manuhak Ku neo.bhalnapai
@user-sd5vm7sg2m
@user-sd5vm7sg2m 3 месяца назад
​@@jugeswarphukan9726Lurin r mitha matot Pori postabo apuni Sai thakok...
@papudasinfo
@papudasinfo 3 месяца назад
Xohoj xorol ? Caa kar time't anile . Bahirole manuh ulabo pora naisle ,police'r bet'r kubot kiman pongu hol
@allvideos6213
@allvideos6213 3 месяца назад
xanto xisto moha......
@pinkiscreativity2810
@pinkiscreativity2810 3 месяца назад
ভাল লগা এজন ব্যক্তি ইমান সহজ সৰল
@hemkantaborah7434
@hemkantaborah7434 3 месяца назад
সৰ্বানন্দ সোণোৱালেই বিজেপিক প্ৰথম অসমত প্ৰতিষ্ঠা কৰিলে। পিছত তেখেতেই প্ৰতাৰণাৰ বলি হ'ল।
@ManoranjanPegu-ss3dh
@ManoranjanPegu-ss3dh 3 месяца назад
potaronar boli nhoi ai2 tak koi hohoj horol.congressor dore dol tyag korile nhoi jana
@deepjyotitalukdar3470
@deepjyotitalukdar3470 3 месяца назад
​@@ManoranjanPegu-ss3dh agp
@user-jr1oe9tg2p
@user-jr1oe9tg2p 3 месяца назад
অগপৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সৰ্ব্বানন্দই ইউদিফকক লৈ আজি ৰাজনীতি কৰি আছে ।নিলজ্য এইজনা।
@shyamkumarboro1154
@shyamkumarboro1154 3 месяца назад
E😢😮🎉​@@ManoranjanPegu-ss3dh
@juliphukon4304
@juliphukon4304 3 месяца назад
@bkgogoi8636
@bkgogoi8636 3 месяца назад
অকৌ এবাৰ সোনোৱাল চৰকাৰ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏🙏🙏
@rajkumardoley5315
@rajkumardoley5315 3 месяца назад
Knowledge, commonsense , wisdom,man of value, honesty, integrity,........all are with our sarba sir, stay same as today always.
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 3 месяца назад
Lurin ata dhurandhar dagabaj lompot sur dokait gunda
@balenboro8709
@balenboro8709 3 месяца назад
He has saved the Assamese people / Nation by defeating" IMDT Act in Supreme court. His speech is like God which expresses spritua,l Intelectua l,physical, tolerent thought.Long live Sorbananda Sonowal.
@priyankahazarika7810
@priyankahazarika7810 3 месяца назад
সৰ্বা দা ভাৰতবৰ্ষৰ এজন ডাঙৰ নেতা হওঁক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ,.
@bulukantadutta8912
@bulukantadutta8912 3 месяца назад
অসমৰ এজন অতি সহজ সৰল ভদ্ৰ ব্যক্তি ।তেখেত কদীৰ্ঘদিন কুশলে ভগৱানে ৰাখক ।
@user-uq1eo1kt9b
@user-uq1eo1kt9b 3 месяца назад
আনে যি মন্তব্য নকৰে মই নাজানো কিন্তু কোনো দিন ৰাজনৈতিক জীৱনত কালিমা তথা দুৰ্নীতি নথকা এই নিকা মানুহজনৰ ব্যক্তিত্ব মোৰ বাবে বৰ প্ৰিয়।১৯৮৩ চনত কেৱল অসমৰ বাবে ভয়াৱহ আইএমডিটি আইন জাপি দিয়া হৈছিল৷ ন্যায়ালয়ত গৈ এই ক’লা আইনখনক প্ৰত্যাহ৩ান জনাইছিল সোণোৱাল চাৰে।প্ৰায় ছবছৰকাল অসমৰ ৰাইজৰ সহযোগত এই বৈষম্যমূলক আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাই ইয়াক বাতিল কৰাবলৈ সক্ষম হৈছিল। তাৰোপৰি বিৰোধী হিচাপে লুৰিণ গগৈয়ে যিমান সোণোৱাল চাৰৰ পিতৃ মাতৃ ক ধৰি ও কথা কৈছে কিন্তু এইজন লোকে কেতিয়াও তেঁওৰ ওপৰত বেয়া মন্তব্য নাইকৰা। ইয়াৰ পৰাই প্ৰমাণ পায় যে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।কোন জয় হয় নাজানো কিন্তু মোৰ প্ৰিয় ব্যক্তি এইজন।❤
@Rupsarma216
@Rupsarma216 3 месяца назад
@BSW27
@BSW27 3 месяца назад
Popidoley😮ration card ako dibo lage sar
@kamelgogoi4916
@kamelgogoi4916 3 месяца назад
ধন বল সকলো থকা পাচতো কিয় বিফল ?
@bakulboruah2026
@bakulboruah2026 3 месяца назад
তুমি যোৰহাটত মাথা মাৰা ভন্টী।গৌৰৱ গগৈয়ে বোলে তোমালোকৰ মামাৰ টোপনি নাইকিয়া কৰিলে।পিয়াঁজ, মল্লহঁতে বোলে আজিকালি সপোনতো গৌৰৱক দেখা হল।তপন গগৈয়ে কেৱল কান্দিবলৈহে বাকী।বাৰু যি কি নহওক এতিয়া BJP কৰি থাকা।কিন্তু ২০২৬ ত গৌৰৱ গগৈ মূখ‍্যমন্ত্ৰী হলে তোমাক কংগ্ৰেছৰ মিটিংত আগশাৰীত দেখা পাম বুলি আশা ৰাখিলোঁ।জয় আই অসম। অসম প্ৰথম, সদায় আৰু চিৰদিন।
@user-uq1eo1kt9b
@user-uq1eo1kt9b 3 месяца назад
প্ৰথম কথা আপোনাক আগতে ও কৈছোঁ যে বিজেপিৰ সমৰ্থনকাৰী হ'লেই দলত যোগদান কৰি সভা শুৱনি কৰিব লাগে বুলি মই নাভাবো। আৰু এটা কথা মোৰ মুৰ ঘমাবলৈ কোনো প্ৰয়োজন নাই। বিজেপিৰ কাৰ্যকালত এক টকা নিদিয়াকৈ এটা সন্মানীয় চাকৰি পাইছোঁ যেতিয়া সদায় বিজেপিৰ ওচৰত কৃতজ্ঞ হৈ ৰম। আৰু ফলাফল সময়ত সকলোৱে দেখিব। আমি ও ভোট দান কেন্দ্ৰত ডিউটি পৰিছে বাবে প্ৰশিক্ষণ লৈছোঁ আলেখ লেখ নিজে দেখিম।
@kanakbarman1387
@kanakbarman1387 3 месяца назад
Sarba Sir good politician... best wishes
@surajburagohain874
@surajburagohain874 3 месяца назад
Sunuwal sir bahut bhal manhu hoi,I like sunuwal Sir.
@birenpegu4220
@birenpegu4220 3 месяца назад
মোৰ আপোনাৰ ওপৰত কি কমেন্ট লিখিম। শব্দ বিছাৰি নাপাওঁ। এদিন আপোনাৰ চৰণ স্পৰ্শ কৰিব পৰাকৈ মোক ঈশ্বৰে শক্তি দিয়ক। Great Great সৰ্বা দা।
@jyotibaillung3044
@jyotibaillung3044 3 месяца назад
তেখেত এজন অত্যন্ত ভাল আৰু সৰল মনৰ মানুহ ,
@bhabenborah6730
@bhabenborah6730 3 месяца назад
আপোনাৰ দিনৰ পৰা বহুত উন্নতি দেখিছো আমি বিষেশ কৈ মাটিৰ পট্ৰা দিলে খিলজ্ঞিয়া মানুহক
@jeautiborah5861
@jeautiborah5861 3 месяца назад
Val lagil. Sarbananda sir zindabad.
@madhabborah798
@madhabborah798 3 месяца назад
প্রিয় ব্যক্তি দুয়োজন ,,,, সোণোৱাল ছাৰৰ জয় লগতে সু স্বাস্থ্য কামনা কৰিলোঁ🙏💐
@pallabirabha8829
@pallabirabha8829 3 месяца назад
আপোনাক CM হিচাপে বিচাৰো❤❤
@youaremine1236
@youaremine1236 3 месяца назад
He is the one of politicians with zero haters ❤️
@user-sd5vm7sg2m
@user-sd5vm7sg2m 3 месяца назад
There is one ... He is Lurin Congresi Gogoi.
@youaremine1236
@youaremine1236 3 месяца назад
@@user-sd5vm7sg2m lol
@rimadeka9509
@rimadeka9509 2 месяца назад
He is the best person I have ever seen in my life,,I want to meet him once more
@rimadeka9509
@rimadeka9509 2 месяца назад
You saying right,,he loves people, people loves him so much ❤❤
@MadonBoruah
@MadonBoruah Месяц назад
@birnookoch
@birnookoch 3 месяца назад
Sir, sarbananda is great leader of Assam, love from meghalaya, west garo hills
@binoyhazarika6054
@binoyhazarika6054 3 месяца назад
মহান পুৰুষ হয় সৰ্বানন্দ দা ৷ এনেকুৱা বেক্তি আৰু লাগে আমাৰ অসমক ৷ তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷
@mahanandakonch5583
@mahanandakonch5583 3 месяца назад
comen likhobo najanile aku comen koribo nalage eman vul biyokti tu beketi bonai dile
@binoyhazarika6054
@binoyhazarika6054 3 месяца назад
@@mahanandakonch5583 অনুগ্ৰহ কৰি আপুনি শিকাই দিয়ক কেনেকৈ লিখিব লাগে ৷
@lomix6099
@lomix6099 3 месяца назад
Wow great bartalaap ... Aji bohut happy j Amar Sonowal sir the great visionary leader of India is on your site. Not only Assam he is leading now whole nation . Youth e bohut janibo lgiya Kotha ase tekhetr pora.He is the Pride of Assam and Northeast.
@geetadas1015
@geetadas1015 3 месяца назад
Nice to listen his respected Sri Sarbananda Sonowal speaking way. Bhal lagil program tu
@gourangaksm1805
@gourangaksm1805 3 месяца назад
ৰাজনিতী ক্ষেক্ৰত নাজানো কিন্তু বেলেক ক্ষেক্ৰত মানুহজনক বৰ ভাল লাগে বৰ সহজ সৰল ❤
@DenyDoley-qb6sf
@DenyDoley-qb6sf 2 месяца назад
সৰ্বানন্দ সোণোৱালৰ দা কাৰণে ভগৱানৰ ওচৰত দীৰ্ঘয়ূ কামনা কৰিলোঁ
@hemeswarboro8372
@hemeswarboro8372 3 месяца назад
অতি সুন্দৰ বাৰ্তালাপ। ভাল লাগিল। তেখেত জিকক।
@mintubharali952
@mintubharali952 3 месяца назад
ছাৰ আপোনাক আকৌ এবাৰ মুখ্য মন্ত্ৰী হিচাপে সকলো অসমে বিচাৰে।
@haimabatikakati4041
@haimabatikakati4041 3 месяца назад
Thanks to Chakrapani for the interview.
@antammmsneevent1717
@antammmsneevent1717 3 месяца назад
What a personality .,what a behaviour…he doesn’t need to say that he is a king but his behaviour reflect it that he is the real king…who deserves the king crown 🙏
@A.D....2187
@A.D....2187 3 месяца назад
বহুত ভাল পাওঁ মানুহ জনক ❤ শুভেচ্ছা থাকিল ছাৰ
@Axomgiyananu
@Axomgiyananu 3 месяца назад
অসমৰ ৰাজনীতিত মোৰ আটাইতকৈ প্ৰিয় ব্যক্তি গৰাকী হ'ল সোণোৱাল ডাঙৰীয়া। কিন্তু দুখ লাগে যি সময়ত তেওঁ এটা বিশেষ দলৰ বেয়া দিনবোৰত সেই দলটোক একত্ৰিত কৰিছিল কিন্তু ভাল সময়ত সহজ সৰল আৰু নিকা মনৰ মানুহজনক প্ৰতাৰণা কৰিলে।
@arijitsaikia8439
@arijitsaikia8439 3 месяца назад
Khub bhal lagil interview tu sai, bohut bohut dhanyawad tumaloi
@ashimadas1936
@ashimadas1936 3 месяца назад
খুব সুন্দৰ কথোপকথন,,খুব সুন্দৰ মনৰ ব্যক্তি,,বহুত বহুত ধন্যবাদ জনালো আগুৱাই যাওঁক ,,আৰ্শীবাদ থাকিল,,🎉🎉🎉
@sanjibroy9083
@sanjibroy9083 2 месяца назад
চক্ৰপাণি পৰাশৰক ধন্যবাদ জনইছো মোৰ যিমান বোৰ প্ৰশ্ন আছিল সৰ্বানন্দ সোণোৱালক লৈ গোটেই উত্তৰ পালোঁ আপোনাৰ বাৰ্তালাপৰ জৰিয়তে। ধন্যাবাদ।
@bulbulibuli1795
@bulbulibuli1795 3 месяца назад
নিকা ৰাজনীতিবিদ।সৎ সহজ সৰল মনৰ মানুহ
@phanindradevagoswami4635
@phanindradevagoswami4635 3 месяца назад
ই যে কাষলতিৰ তলত লুকুৱাই আনি অসমবাসীৰ মূৰ চোবোৱা হিমন্তক মাননীয় মুখমন্ত্ৰী হোৱাৰ সুযোগ দি অসমৰ পৰিচয় ঘিণ লগা কৰিলে তাক কিমানে ভাবিছে,জানিছে বা সুবিধা লৈছে তাৰ হিচাৱ কিমানে ৰাখিছে?
@niponnipon7480
@niponnipon7480 3 месяца назад
Hlo
@renuboro6011
@renuboro6011 3 месяца назад
Good news. Very very good. Sarbada good man of Assam.
@rajivrabha3187
@rajivrabha3187 3 месяца назад
একাত্মাবোধেই জগতত শান্তিৰ মূল । ( গুৰুবাণী ) তেখেত এজন আধ্যাত্মিক জ্ঞান থকা লোক ।
@rimadeka9509
@rimadeka9509 2 месяца назад
এইটো video সকলোৱে share কৰিব লাগে ইমান সুন্দৰ কথাৰ interview এটা সঁচাকৈ আকৰ্ষণীয়।। পৰাশৰ ডাঙৰীয়া বহুত বহুত ধন্যবাদ আপোনাক।।
@majorchaporitalahi7546
@majorchaporitalahi7546 3 месяца назад
পৰাশৰৰ এই বাৰ্তালাপ অনুষ্ঠান মোৰ বৰ প্ৰিয় আজিৰ বাৰ্তালাপৰ প্ৰাথি জনক বহুত বহুত শুভেচ্ছা জনাইছো আমি তেখেতক বৰ ভাল পাওঁ । জয়ী হ ওক ❤❤❤ । লখিমপুৰ পানী গাঁও ।
@mamonirajkhowa674
@mamonirajkhowa674 3 месяца назад
অতি সুন্দৰ গুৰুত্ব পূৰ্ণ বাৰ্তালাপ মান নিয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত হোৱা বাৰ্তালাপ 😁👌👌👍👍👌👌👍👍
@joydevdoley6588
@joydevdoley6588 3 месяца назад
Great Man of Assam ❤❤
@peteredward9562
@peteredward9562 3 месяца назад
Ami lurin jyoti'k sini npao kintu amar sarba dak sini pao.... Great leader... Teo jika tuye bisaru aru jikiboi 🙏
@oukhymimi
@oukhymimi 3 месяца назад
ভাল লাগে মানুহ জনক 🌼❤️ তেখেতৰ সৰলতা , ভদ্ৰতা মোৰ প্ৰিয় হোৱাৰ একমাত্ৰ কাৰণ ❤️
@mithunkulitwo4720
@mithunkulitwo4720 3 месяца назад
Next CM lage apunak ❤
@dhurbadas209
@dhurbadas209 3 месяца назад
ধুনীয়া কথা কৈছে। অভিনন্দন জনালো
@prashannajyotihazarika1668
@prashannajyotihazarika1668 3 месяца назад
এজন সৎ আৰু ভদ্ৰ মানুহ❤️❤️love frm Bihpuria
@MadonBoruah
@MadonBoruah Месяц назад
Very nice
@kapilsonowal6289
@kapilsonowal6289 3 месяца назад
One of my best CM❤❤❤
@ambikasaharia1445
@ambikasaharia1445 3 месяца назад
বাৰ্তালাপ শুনি বৰ আকৃষ্ট হলো শুনি থাকিবলৈ মন গৈছে।
@tridiprajkonwar6455
@tridiprajkonwar6455 3 месяца назад
Honest ex CM. But why didn't you asked about price hike, employment and development?
@bipulmorang5903
@bipulmorang5903 3 месяца назад
Bohut hundor
@amarjyotigogoi9015
@amarjyotigogoi9015 3 месяца назад
Sonowal Sir personely Manuh jon Mur kiba Val lage...😊🙏🏻
@ima-mara-6011
@ima-mara-6011 2 месяца назад
তেখেতৰ মহানুভৱতা সচাকৈয়ে আদৰণীয় ❤ ৰাজনীতিত মোৰ আটাইতকৈ ভাল লগা ব্যক্তিত্ব মানুহগৰাকীয়ে হৈছে সৰ্বানন্দ❤❤
@uttamthapa9214
@uttamthapa9214 3 месяца назад
Bartalab ekdam moja..... Bohut bhal lagil
@utpalborpatra7131
@utpalborpatra7131 3 месяца назад
মহান ।
@haimabatikakati4041
@haimabatikakati4041 3 месяца назад
Sonowal is a very good gentleman. The interview is very good. Thanks to chakrapani.
@user-ul2jc5mp3o
@user-ul2jc5mp3o 2 месяца назад
Excellent interview. It also included his feeling of spirituality. Nation is first and Assam is with the Nation ...leading...
@mrinalchandrakalita627
@mrinalchandrakalita627 3 месяца назад
এটা ভাল সাক্ষাৎকাৰ শুনাৰ সুযোগ পালো ৷
@ronline7074
@ronline7074 3 месяца назад
২০২৪ চনত চাহক লৈ ৰাজনীতি কৰাটোহে বৰ দুঃখ লাগিল। অসমৰ চাহৰ খেতিয়ক সকল বৰ বিপাঙত
@bhupendeka3730
@bhupendeka3730 3 месяца назад
Hundreb percent.joy of sarba da.
@janarddanhukai7135
@janarddanhukai7135 3 месяца назад
সাক্ষাৎ ৰাম প্ৰভু দৰ্শন কৰিলোঁ❤🎉🙏🙏
@Nareshkumar-bk2ki
@Nareshkumar-bk2ki 3 месяца назад
white and honestly honorable central minister we ate all indian proudly thanks for you sir.god bless 🙌 you political life sir with C.pani dada .🎉🎉
@Amiaxomiya56
@Amiaxomiya56 3 месяца назад
সকলোৰে আনন্দ সৰ্বানন্দ। । জয় সোনোৱাল ❤
@pranjalbezbaruah5300
@pranjalbezbaruah5300 3 месяца назад
Favourite politician ❤
@Axomi567
@Axomi567 3 месяца назад
Aapunar karone axomor manuhai miyadipatta pabole hokhyam holu. Olekh Dhanyabad aapunaloi
@dipankarbiswas3602
@dipankarbiswas3602 3 месяца назад
সচায় বহুত প্ৰেৰণা পালো
@deepdhadumia9684
@deepdhadumia9684 3 месяца назад
Bahut basi vl lagil sir ponr kotha bilk huni . love from Kuwait
@wonderfuldream5584
@wonderfuldream5584 3 месяца назад
Sarba is Great Man...
@tapanlahkar9711
@tapanlahkar9711 3 месяца назад
আপোনাৰ আদৰ্শ সদায় জীয়াই থাকিব । এখন সুস্থ নিকা সমাজ গঢ় লোৱাত ইন্ধান যোগাব । এনেও অন্ধ সমাজৰ অন্ধ বক্তিৰ বাবে কিবা কিবি। আপোনাৰ আদৰ্শ সদায় অনুভৱ কৰোঁ। আপোনাৰ সুচাস্ত আৰু দীৰ্ঘ জীবি হোৱাৰ কামনা কৰিলোঁ। চক্ৰপানি দাৰ বাৰ্তা লাপ অনুষ্ঠান টি খুব ভাল লাগে। আপোনাকো মৰম শ্ৰদ্ধা জনালোঁ।
@PushpaDevi-hg5eu
@PushpaDevi-hg5eu 3 месяца назад
Greatest. Bartalap....all. The. Best...
@tajnurali7758
@tajnurali7758 3 месяца назад
No.1 CM hoi
@hemantahazarika9855
@hemantahazarika9855 3 месяца назад
Supper.Today baartalaap program is really mind-blowing. Mr S.Sonuwal long Live.His unbelievable contribution for us. Thanks to C Porachar.
@dibyadhardeori5261
@dibyadhardeori5261 2 месяца назад
সৰ্বানন্দ সোণোৱাল এজন ধৈৰ্য্যশীল Politician. ভৱিষ্যত উজ্জল কামনা কৰিলো৷
@bhadraamsi5897
@bhadraamsi5897 3 месяца назад
আপোনালৈ শ্ৰদ্ধা জনাই ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো মহাশয়।
@suntarasonowal4273
@suntarasonowal4273 3 месяца назад
Namaskar. Sir apunak abar log pabaoi khub mon ase.mur ata nijar ghar nai jadio ata bhal mon loi jiyai asu.apuni jikiba buli akha thaki.
@pkcreation8221
@pkcreation8221 3 месяца назад
Great personality...❤❤❤
@joydevpegu4664
@joydevpegu4664 3 месяца назад
Bohut Bohut Bhal lagil Joydev Lagachu (jonai)
@user-ul2jc5mp3o
@user-ul2jc5mp3o 2 месяца назад
Wonderful deliberation. Hon'ble Minister has very clearly explained the rapidly changing vision of BHARAT under pragmatic Leadership of our PM Modiji.
@user-sx8oz4sv7r
@user-sx8oz4sv7r 3 месяца назад
Very good speechsir mayGodblessyou always sir.
@peteredward9562
@peteredward9562 3 месяца назад
Sarba da ajon bhal mnuh aru bohu vote't jikibo... Kunu horuwabo nuware.... Jai shree ram 🚩
@Sofiqul_01
@Sofiqul_01 2 месяца назад
সৰ্বানন্দ সোণোৱাল চাৰ আপুনি ধন্য। ❤❤❤❤❤ আজি এই সাক্ষাৎকাৰটো চাই গম পালো ৰাজনীতি ত আপোনাৰ দৰে ব্যক্তি ও থাকিব পাৰে । আপুনি সদায় নৱ প্ৰজন্মৰ আদৰ্শ হৈ থাকিব
@JagadishDoley-93
@JagadishDoley-93 3 месяца назад
Bht vl lagil sui sir r kotha bilake,comment nkorake thakiboi nuarilu.❤
@user-sd5vm7sg2m
@user-sd5vm7sg2m 3 месяца назад
Tea tribe r karone sobotke besi kaam kora manuhjon....Sonowal kachari karone kin2 bikhekh eku nkorile... biggest achievement APSC k reform Kori durnitimukto kora ..mama CM huar psot dekhun Rakesh Pal jail r pora ulale, investigation roi gol,panesar k u sideline Kori dle...
Далее
Parents' Breakfast Rescue Mission for Laptops
00:28
Baartalaap with Padma Shri Kailash Kher @kailashkher
40:52
Parents' Breakfast Rescue Mission for Laptops
00:28