Тёмный

বানপীড়িতৰ ওপৰত জঁপিয়াই পৰিল বিজেপি বিধায়কৰ গুণ্ডাবাহিনী 

NB News
Подписаться 91 тыс.
Просмотров 36 тыс.
50% 1

বানপীড়িতই আঠুৱা খোজাত খৰ্গহস্ত হ'ল বিধায়ক। বিজেপিৰ গুণ্ডাবাহিনী জঁপিয়াই পৰিল বানপীড়িতৰ ওপৰত
#nbnews #nbnewsdigital #flood #AssamFlood
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Опубликовано:

 

1 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 190   
@subhashsut2215
@subhashsut2215 2 дня назад
MLA টোক‌ হালোৱা এচাৰিয়ে কোবাব‌ লাগিছিল অধম বিজেপি।
@mohendradohutia-dj5km
@mohendradohutia-dj5km 2 дня назад
বিজেপিক ভোট দিয়া পৰিনাম। বিজেপিয়ে আঠুৱা ব্যৱহাৰ নকৰে।আঠুৱা কি বস্তু খায় নে পিন্ধে চিনি নাপাই। এইবাৰ আকৌ ২০২৬ত এই জনক ৰাইজে ভোট দিব নে!,,
@user-iz5et9bw1l
@user-iz5et9bw1l 2 дня назад
কি ব্যৱস্থা ল'ব গৃহ বিভাগে বিজেপি গোন্দাববাহিনী ওপৰত?
@manojtalukdar6647
@manojtalukdar6647 2 дня назад
মুখ্য মন্ত্ৰী ডাঙৰীয়া বিহিত তদন্ত কৰি এই জনাৰ ওপৰত ব্যবস্থা লওক 💯
@NirmaliDutta-js4yl
@NirmaliDutta-js4yl 2 дня назад
কংগ্ৰেছে দিয়া আঁঠুৱা আমাৰ ঘৰত এতিয়াও আছৈ।বহুত ভাল আঁঠুৱা।
@VisionsNez
@VisionsNez 2 дня назад
যিসকলে ভোট দি এজন মানুহক বিধায়ক,মন্ত্ৰী বনাই ৰাজভোগ খাবলৈ ৰাজধানীলৈ পঠায় তেনে সাধাৰণ ৰাইজ তথা নাগৰিকৰ ওপৰত এনে অত্যাচাৰ মুঠেই গ্ৰহণ যোগ্য নহয়।বিপদৰ সময়ত যদি সহায় কৰিব নোৱাৰে তেন্তে এনে বিধায়ক লাগে কিয় জনতাক!!!!
@pranabbhuyan3276
@pranabbhuyan3276 2 дня назад
খাই পেলাব লাগিছিল MALটোক
@durgeswardutta3313
@durgeswardutta3313 2 дня назад
2026 ahi ase, raije sinta koribo
@GitumoniKonwar-gh7tl
@GitumoniKonwar-gh7tl 2 дня назад
আমাৰ ৰাইজে বিজেপি বিষয়ে ধেৰ বেয়াকৈ কলেওঁ ভোট টো আকৌ বিজেপি ত হে দিয়ে।
@zeemusicassam2332
@zeemusicassam2332 2 дня назад
Toi disa laura kotha kua sudur bhai
@zeemusicassam2332
@zeemusicassam2332 2 дня назад
BJP congress ki aase indian manuhe beya set sidha kotha politics kori thake johora bure Akhamiya ik hobo hik kela
@yogiapurbanath4617
@yogiapurbanath4617 День назад
Apuni akdom thik koisea....
@user-lm3pt6ik8d
@user-lm3pt6ik8d 2 дня назад
জুৱাৰী নাম্বাৰ ওৱান বিধায়ক এইজন শৰ্মা
@pabinsarma2989
@pabinsarma2989 2 дня назад
অতি দুখ জনক ঘটনা,,, বেয়া কাম কৰিছে এই বিপদৰ সময়ত ৰাইজ ক সহায় কৰিব লাগে বিধায়ক জনে,,, দাদা
@sibanathburagohain7573
@sibanathburagohain7573 День назад
ৰাইজ সচেতন নহ'লে আৰু বহুতো ভূগিবলৈ সাজু থাকক। ধন্যবাদ
@darpandeka5141
@darpandeka5141 2 дня назад
কোন বিজেপ বিধায়কৰ গুণ্ডা বাহিনী ? আহক আমাৰ ওচৰলৈ তহতৰ দৰে গুণ্ডাৰ শক্তি কিমান এবাৰ চাই লও ।
@assam2006
@assam2006 2 дня назад
ব্যৱহাৰটো বিশেষ সম্প্ৰদায়ক কৰা ব্যৱহাৰ কৰাৰ দৰে কৰিছে।
@rajibbormedhi8638
@rajibbormedhi8638 2 дня назад
Good news
@user-ns8tk8ci2s
@user-ns8tk8ci2s 2 дня назад
,,,বিজেপীক ভোট দিয়া কচু
@imdadali9519
@imdadali9519 День назад
গৃহ বিভাগে এই সকলক ব্যৱষ্ঠা গ্ৰহন কৰক।
@junboro4378
@junboro4378 День назад
আঠুৱা নহই AC খুজিব লাগিছিল, ইহঁতি আঠুৱা চিনি নাপাই ।
@rakashdas9087
@rakashdas9087 2 дня назад
উত্তৰ প্ৰদেশৰ দৰে হব সাজু থাকক
@DipDas-vi8ki
@DipDas-vi8ki 2 дня назад
moja
@rationale-point3023
@rationale-point3023 День назад
ভূল আমাৰ। আমি মিঠা মিঠা কথাত পাহৰি যাওঁ বিবেচনা কৰিবলৈ যাক ভোট দিম সেই জন কিমান উপযুক্ত।২০২৬ ত উত্তৰ দিব পাৰিব লাগিব। অসমত অসমীয়াৰ দুখ বুজা, অসমীয়াৰ সৰলতা বুজা জন প্ৰতিনিধি আজি নাই। আমি বিবেকক ভোটৰ চিন্তা কৰাৰ দায়িত্ব দিব লাগিব। মূল্যবোধ পৰিৱৰ্তনৰ কাৰণে। পৰিৱৰ্ত্তন গ্ৰহণ যোগ্য হ'ব লাগিব।ই প্ৰাকৃতিক, মাটিৰ মৰম, মাটিৰ গোন্ধ যুক্ত, কৃষ্টি,সংস্কৃতি, উদাৰতা,আপোন, শ্ৰদ্ধা ভক্তি পূৰ্ণ হ'ব লাগিব।শংকৰ আজানৰ ভক্তি ধৰ্মৰ সৎ প্ৰতিবিম্ব যুক্ত হ'ব লাগিব পৰিৱৰ্ত্তন ।২০২৬ ৰ নিৰ্বাচনত আমি বিবেক ভোটাৰ হ'ম।জয় আই অসম। অ' মোৰ আপোনাৰ দেশ..... .......... ........ .......... ..........
@sushildutta8287
@sushildutta8287 День назад
শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ প্ৰতিনিধি বা কৰ্মী সকলে বানপিৰিতক সহায় নকৰে নাই কিন্তু বেয়া ব্যৱহাৰ নকৰে যেন এইয়ে আমাৰ অনুৰোধ।
@gopinathtalukdar6013
@gopinathtalukdar6013 День назад
এইয়া বৰ বৰ অসভ্যালি এই পাসন্দ গুন্দা সকলক উপযুক্ত সাষ্টী বিহাৰ ব্যবস্থা কৰিব লাগে ভবিষ্যতে এই পাসন্দ সকলক চিৰ বিদায় নিদিলে অদুৰ ভবিষ্যতে এই চেচ্ছাছাৰিতাৰ কবলত পৰিব বুলি ভাবো বিচাৰ জনগনে কৰক তাৰেই কামনাৰে
@dipkamaldeka9696
@dipkamaldeka9696 2 дня назад
থিকে আছে বি জে পি ক ভোট দি যাব ।নাও দুবিলেও টিঙাৰ পৰা ননমা সকলে অলপ পাব লাগে।
@yogiapurbanath4617
@yogiapurbanath4617 День назад
Right...
@AlauddinAhmed-wv7wm
@AlauddinAhmed-wv7wm День назад
দুখজনক ,বানত ককবকাই থকা জনতাৰ ওপৰত কৰা আক্ৰমণ অমানবীয় ।
@janardanbora2803
@janardanbora2803 14 часов назад
মাননীয় মুখ্যমন্তীয়ে দেখিছে নাই বাৰু এইবোৰক বাৰে বাৰে জিকাই অনাৰ বাবে অসংকাৰ বাসিছে গতিকে এই বোৰক বিদাই দিব হল আৰু অসমৰ পৰা
@pranjal1393
@pranjal1393 День назад
এয়াই হয় যেতিয়া মানুহে প্ৰতিনিধি চাই ভোট নিদি দল আৰু কোনোবা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ চেহেৰা চাই ভোট দিয়ে। এয়া নেতা, আৰু ভোট দি জিকাওক ইহঁত বোৰক।
@binoykalita7597
@binoykalita7597 2 дня назад
এই বান্দৰবোৰক ভুট দিয়াসকলৰ এনে দখাই হব। অমানৱীয় চৰিত্ৰৰ গৰাকীয়ে ইয়াতকৈ আৰু কি দিব জনসাধাৰণক।
@user-xw2sz7hr2w
@user-xw2sz7hr2w 2 дня назад
A val lagi gol. Bohut val hoisa dai
@user-px3gu7qs7d
@user-px3gu7qs7d День назад
দুখ লাগে ।কিন্তু নিৰ্ব্বচনৰ সময়ত এইসকল মানুহে মিঠা মিঠা কলে এইবোৰ পাহৰি বানাক্ৰান্ত সকলে তেওঁলোককে ভোট দিয়ে ।
@kalpanadeka6201
@kalpanadeka6201 День назад
আঠুৱা, কম্বল, পানী, খাদ্য নিব লাগিব নহ'লে টকা দি লে কিনি ল'ব পাৰিব।
@khagenborgohain5600
@khagenborgohain5600 День назад
আইনে কিবা কৰিবনে ? ? ভোট দিয়াৰ ফল এইয়াহে নে ? ?
@user-jn2ug6wp4k
@user-jn2ug6wp4k День назад
ভগৱান আছে, এইবোৰক উপযুক্ত শাস্তি দিব।
@durgeswardutta3313
@durgeswardutta3313 2 дня назад
Aidalok Kune MLA bonale
@nabajitdas1364
@nabajitdas1364 2 дня назад
Should avoid them forever in voting-
@timesofaxom7698
@timesofaxom7698 День назад
এতিয়া সকলো মৰাণ সংগঠন এক হব লগে। এজন অনাঅসমীয়া আমাৰ মৰাণ জাতীয় লৰা এজনক হাত লগোৱা অতি বেয়া লগা কথা ।।।
@dipulsarma7527
@dipulsarma7527 День назад
BJP ৰ মানুহক মহে নাখাই নেকি? আঠুৱা ব্যৱহাৰ নকৰে নেকি যদি নকৰে এয়া ৰামৰ কৃপা নেকি !
@jayaborah2926
@jayaborah2926 2 дня назад
কেলেই বি,জে,পি য়ে আঠুৱা নিদিয়ে ? আমাৰ সমস্তিত পৰিয়ালৰ প্ৰতিজন সদস্যক একোটাকৈ আঠুৱা দিছে। সেইটো ভাস্কৰ নহয়, ভূচুং চৰমা।😁😁😁
@SalimatDdinDdin
@SalimatDdinDdin День назад
আকৌ এবাৰ তেওঁক ভূত দি জিকাব ❤ পাৰে
@pinkusarma7526
@pinkusarma7526 2 дня назад
Vot de aaro
@arpitadutta9888
@arpitadutta9888 12 часов назад
Ahankari
@sashibhatta5198
@sashibhatta5198 День назад
নিৰ্বাচনৰ আগে আগে কংগ্ৰেছে আঁঠুৱা দিয়াৰ কথাটো বানপীড়িতৰ সন্মুখত কৈ বিধায়ক অথবা তেওঁৰ বাহিনীয়ে নিজৰ মুৰ্খামিৰ পৰিচয় দিছে ৷ বাতৰিত প্ৰকাশিত ফটোখনতে বিধায়কৰ প্ৰকৃতি সম্পৰ্কে জানিব পৰা গৈছে অৰ্থাৎ ফটোৱেই তেওঁৰ পৰিচয় দাঙি ধৰিছে ৷
@janardanbora2803
@janardanbora2803 14 часов назад
আৰু ভোট দে এইবোৰক
@pabinsarma2989
@pabinsarma2989 2 дня назад
চৰকাৰে এই বানত কক বকাই থকা ৰাইজ ক সহায় কৰক অনুৰোধ জনালোঁ
@boruahhoren4850
@boruahhoren4850 День назад
এনে মানসিকতা ৰ বিধায়ক জন ধিক্কাৰ যোগ্য্।
@user-iw8kc9jq9e
@user-iw8kc9jq9e День назад
বানপীৰত লোকসকল বিশেষ জাতিৰ নেকি সেয়্ কংগ্রেছে আঠুৱা দিব বুলি কৈছে।
@ambikakrishna5793
@ambikakrishna5793 2 дня назад
এগৰাকী জনপ্ৰতিনিধিৰ যদি এনে আচৰণ হ'ব নালাগে দেই।
@user-yo9hn4md4j
@user-yo9hn4md4j День назад
বিধায়ক ঠিকেই কৈছে | কংগ্ৰেচী সংস্কৃতি লব নোৱাৰে আৰু তেজ খাব নাপালে মহ কেনেকৈ বাচিব ? একপক্ষীয় হলে নহব | সকলোৰে কথা সমানে ভাবিব লাগিব |
@boruah8390
@boruah8390 День назад
তাক আৰক্ষীয়ে দৌৰাই এনʼকাউন্টাৰ কৰিব লাগে।।
@asomiaasom6008
@asomiaasom6008 День назад
এইটোক এচাৰিৰে কোৱাই কোবাই আঠুকঢ়াই গৰুৰ দৰে নাঙল টানিব দি হালবাব লাগে ।তেতিয়াহে সিঁ মানুহৰ মুল্য বুজিব ।
@koushiksankar8490
@koushiksankar8490 День назад
Bah ki sundar action pormesware tewok kripa karak,,,,,,, (,Hori o koloi nu. Gala amak ari),,,🎉
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw День назад
আঠু কঢ়ি ক্ষমা খুজিব লাগিব।ননচেনচটো।
@timesofaxom7698
@timesofaxom7698 День назад
অসমত আসমীয়া আৰু বেয়া দিন আহি আছে । অসমত আসমীয়া কি হব।
@madhabmedhi1322
@madhabmedhi1322 День назад
এনেকুৱা নিষ্ঠুৰ মানুহক কোনে ভোট দিছিল
@babugogoigogoi
@babugogoigogoi 2 дня назад
Police station jawk aru gunda kaeitar uporat case dieok
@user-iv9lk7tn3v
@user-iv9lk7tn3v День назад
Good
@gutungdipakpegu2134
@gutungdipakpegu2134 19 часов назад
বাৰে বাৰে , এটা কথা কোৱাৰ বাবে আপোনাৰ কথা নুশুনো ।
@user-pd9wf4gz3p
@user-pd9wf4gz3p 2 дня назад
ৰাইজৰ ভোট লৈ জিকি যোৱা এই সকল নেতাক, দুৰত ৰাখিব লাগে।
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf День назад
Is it so strange
@kishoredas9171
@kishoredas9171 2 дня назад
Baaki bilake sai aasil😅😅😅😅... Eiya hol aamar khilonjiya akhomiya😅😅😅 Sab karma.... Vote disil kone enekowa manuhok....😅😅😅😅😅😅😅😅
@user-ik5to5zb1t
@user-ik5to5zb1t День назад
BJP ক ভোট দি মচলা পাইছে নহয়।
@mridulkumarborah4181
@mridulkumarborah4181 День назад
Raijor anususanar proyojan.
@amidulhoque3810
@amidulhoque3810 2 дня назад
good
@budheswarsaikia3103
@budheswarsaikia3103 2 дня назад
Vote for Bhaskar Sharma?
@DharaniDDD-ns7qv
@DharaniDDD-ns7qv День назад
Aru vote di
@chinmoydas4475
@chinmoydas4475 2 дня назад
বিপদৰ সময়ত সকলো বিষয়ববীয়া আৰু দলীয় কৰ্মী লগতে প্ৰভাৱ শালী ৰাজনৈতিক নেথতাই ধৈৰ্য সহকাৰে কাম কৰা উচিত।
@chandanbora316
@chandanbora316 2 дня назад
Aru vote dibi😂😂😂
@user-hy9gv3ob2r
@user-hy9gv3ob2r 2 дня назад
ৰাইজৰ প্ৰতিনিধি ধন্য।
@dibakarsonowal5253
@dibakarsonowal5253 День назад
Public representatives should maintain restraint while dealing with the flood effected people. Mosquito curtain is must at this juncture. Hope good sense will prevail on the ruling party
@BharatGaro
@BharatGaro День назад
সময় দিব উত্তৰ ৰাজেশ।
@ronjonihazarika-nw1cu
@ronjonihazarika-nw1cu День назад
নেপালৰ পৰা আহি ইয়াত গুণ্ডা কৰিবলৈ আহিছে
@parameswarnath-ps1fb
@parameswarnath-ps1fb 2 дня назад
কি যে কৰে নহয় এইবোৰ।জনা বুজা মানুহ বোৰে এনেকুৱা কাম কৰিব নালাগে।
@mubarakali381
@mubarakali381 День назад
Bhal kotha kune vote di jikaisil nu.dhunia hoise
@binoykalita7597
@binoykalita7597 2 дня назад
বি জে,পিয়ে মহক লবিত ৰাখিছে। গতিকে সেই মহে কিছুমান মানুহক নেকামোৰে।
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf День назад
Awful and strange
@lilimai43
@lilimai43 День назад
बবিধাঅক পদ খাৰিজ কৰি দিলে হল
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf День назад
Really absurd
@santonuborah5903
@santonuborah5903 День назад
@polenmoran2877
@polenmoran2877 День назад
Arunjyoti moran kot gol
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn День назад
Vote kintu b j p kei dibi, nohoi janu?
@damayantidihingia5374
@damayantidihingia5374 12 часов назад
Moi gourub gogoi dangoriya .amer falor pora maneo live prime dangoreyak jonaboloi onurudh thakil
@satyenkakoty7148
@satyenkakoty7148 День назад
অহংকাৰেই পতন আনিব
@bipulborah2193
@bipulborah2193 2 дня назад
Hon'ble CM of Assam kly.take necy.action against MLA Bhashkar Sarma,
@prince_babu_72
@prince_babu_72 2 дня назад
Bhut dukh lgil 😢😢😢re vai ht
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru 10 часов назад
MLA k pitibo lage
@rajubgamer4135
@rajubgamer4135 День назад
Din aru rati bola kotha ase .aji din kali rati ...
@HiteshPadi
@HiteshPadi 2 дня назад
Jai shriram
@user-or3wn2gk9n
@user-or3wn2gk9n День назад
Dibrugarh MP jon kot.
@binoykalita7597
@binoykalita7597 2 дня назад
এইটোক জেগাত ভুটজলকীয়া নেহানিলে কিয়?
@AbinashDas-wf2rl
@AbinashDas-wf2rl День назад
Aru vote diak bjp
@dilipgogoi3682
@dilipgogoi3682 2 дня назад
গুনতে গালকনো শৰ্মাই লগত নিছিল কিয়?
@nabajitchangmai7907
@nabajitchangmai7907 2 дня назад
Congras athua kotha ata maonaot porisa kiman kamot disila
@PronabDeori-xt1wc
@PronabDeori-xt1wc День назад
Aru vote dibi kela
@user-vc6sq3ek9p
@user-vc6sq3ek9p День назад
😂😂😂... বেচেৰাক দোষ দি লাভ নাই... কি কৰিব... মূখ্য মন্ত্ৰীয়ে সকলো খামোচ মাৰি ধৰি আছে... কিবা এটা দিৱলৈ ওপৰৰ পৰা অৰ্ডাৰ লাগে... খঙে ৰাগে দিলে পুহি ৰখা ৰাং কুকুৰ লগায়..... বিজেপিৰ বিধায়ক আৰু বিধায়কৰ ৰাং কুকুৰ বোৰে নিজকে ভগৱান বুলি ভাবে...
@_axomia_lora_2624
@_axomia_lora_2624 День назад
এইজন ঘূণাসুতিৰ পৰা মুল সুতিলৈ অহা মানুহ।
@Rana-hg8hg
@Rana-hg8hg 2 дня назад
পহু খেদা ভেকচিন ব্যবহাৰ কৰিবৰ সময় আহি পৰিছে
@GokulChutia-q5j
@GokulChutia-q5j День назад
B J p go back
@gobinbhuyan2158
@gobinbhuyan2158 День назад
Apekha korak aru beya din ahi ase...atiyau janatar setana aha nai...
@GeetaDeori-we8hv
@GeetaDeori-we8hv 11 часов назад
Manu hisabe jiray takiboloi hiking lagib
@BijuChetia-dw8hb
@BijuChetia-dw8hb День назад
Ajon bidhayakr ane asoran hob nalage
Далее
It was like a real simulation👩🏻‍💻
00:15
Просмотров 3,3 млн
Лайфхак с колой не рабочий
00:16
Просмотров 271 тыс.