Тёмный

যি লাগে তাকেই দিছিল একমাত্ৰ জীয়ৰীক; কিন্তু এতিয়া ‘পথৰ ভিক্ষাৰী’ হৈ পৰিল পিতৃ-মাতৃ 

NB News
Подписаться 139 тыс.
Просмотров 66 тыс.
50% 1

যি লাগে তাকেই দিছিল একমাত্ৰ জীয়ৰীক
কিন্তু এতিয়া ‘পথৰ ভিক্ষাৰী’ হৈ পৰিল পিতৃ-মাতৃ
জী-জোঁৱায়ে লুটিলে বেংকৰ লাখ লাখ টকা
এতিয়া গেৰেজত থাকে দুৰ্ভগীয়া পিতৃ-মাতৃ
আপোনাৰ দুচকু সেমেকাই তুলিব বৃদ্ধ দম্পতীৰ কাহিনীয়ে
#nbnews #nbnewsdigital #podcast
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 125   
@lakhimaphukan5596
@lakhimaphukan5596 Месяц назад
সাধাৰণ মানুহৰ মূল্য নুবুজা বিলাসী জীৱন যাত্ৰাত আজি পাঁচ টকাৰ মূল্য কিমান! সময় আৰু পৰিস্থিতিয়ে শিকাইছে। এয়াই জীৱন।
@debenkonwar8367
@debenkonwar8367 Месяц назад
সকলো চাকৰি বা অন্য কৰ্মসূত্ৰে জন্মগত ঠাইখনৰ লগত যোগসূত্ৰ নেৰিব । নিজৰ নিজৰ আত্মীয় পৰিয়াল আদিৰ লগত যোগসূত্ৰ ৰাখিবই ।নিজৰ ঘাই শিপাৰ আঁত দাল বচাই ৰাখিবই । আমি অসমীয়াবোৰে ভাল দিনবোৰত একেবাৰে আত্মীয়তা , পৰিয়াল /ভাই ককাই এইবোৰৰ আঁতৰি নিজৰ পৰিয়ালটোকে সৰ্বস্ব বুলি ভাবি লৈ সুখ চ্ছানন্দত বুৰি থাকি কাকো কূতা এগচ সহায় সাৰথিতনবঢ়াও । ভাবি লও আমিয়ে আমি । দুখ লাগে । আহক আটায়ে মিলি সহায় কৰো ।
@sarbanandagogoi6549
@sarbanandagogoi6549 Месяц назад
এই দূৰবস্থাৰ কাৰনে মাঁ-বাপেকেই জগৰিয়া।
@teenaslife9700
@teenaslife9700 Месяц назад
সঁচা কথা।
@RojoniProvaBoruah
@RojoniProvaBoruah Месяц назад
আইনে ব্যৱস্থা গ্ৰহণ কৰি ছোৱালী জনীক শাস্তি প্ৰদান কৰক। আৰু পিতৃ, মাতৃক উচিত ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালো।🙏🙏🙏🙏🙏
@dhritirekhadas2757
@dhritirekhadas2757 Месяц назад
ছোৱালীক বেছি বিলাসী কৰি ডাঙৰ কৰাটোও ঠিক হোৱা নাই ৷
@MinuDas-jz6ty
@MinuDas-jz6ty Месяц назад
😢😢😢😢😢
@jimliindrani8370
@jimliindrani8370 Месяц назад
Xaitu nkobo mur mak mur dadai iman ataysar krise..ma ahi mur logot ase....bodmas lora suwali buli kotha nai bodmas bodmase
@rinachangmai
@rinachangmai Месяц назад
Kllll 😅bg vg vy​@@MinuDas-jz6ty
@dhritirekhadas2757
@dhritirekhadas2757 15 дней назад
​@@jimliindrani8370মই তেওঁলোকৰ ছোৱালীজনীক বিলাসী কৰি ডাঙৰ কৰাটোৰ কথাহে কৈছোঁ , আনৰ ল’ৰাছোৱালীৰ কথা কোৱা নাই ৷ বাক্যটো ভালকৈ পঢ়ক ৷
@konamiborah3383
@konamiborah3383 Месяц назад
আমাৰ কোনো লৰা নাই। আমাি কোনো চৰকাৰি চাকৰিও নাপালো। তথাপিও নিজৰ জীবন বিসজ্জন দি পিতৃ মাতৃক প্ৰতিপালন কৰি মৰাৰ পাচত ২০১১ চনৰপৰা অকলশৰে আছো। ৰমন বৰ্্ুৱাৰ জীয়েক আৰু এই জনী ছোৱালীৰ মন মগজুত কি আছে।
@dhanadadevidoley8594
@dhanadadevidoley8594 Месяц назад
তেখেত সকলে নিজৰ ছোৱালী জনীৰ বাহিৰে একোকে চিনি পোৱা নাছিলে চাগৈ । পৰিয়ালৰ লগতো চাগৈ সম্পৰ্ক নাছিল সেয়ে ছোৱালী জনীক আত্ম কেন্দ্ৰীক কৰিলে। গতিকে দোষ কাৰ। এতিয়া দুখ কৰি‌লাভ নাই ‌টকা প ইছাই সকলো‌ নহয় লৰা ছোৱালীক উচিত শিক্ষা দিয়া টোহে আচল কথা । সেই কাৰণে নিজৰ পৰিয়ালৰ লগত সদায় সু সম্পৰ্ক থাকিব লাগে
@RojoniProvaBoruah
@RojoniProvaBoruah Месяц назад
অপ্ৰিয় হ'লেও সত্য। তথাপিও দুখৰ দিনত বেয়া লাগিছে।
@nabhachiyasarmah2641
@nabhachiyasarmah2641 Месяц назад
😊😊😊😊
@deboborah5858
@deboborah5858 Месяц назад
মানূহে কব নোৱৰাকৈয়ে কিছূ ভূল হৈ যায় ।
@prodipborah1782
@prodipborah1782 Месяц назад
YES
@dipabhuyan3684
@dipabhuyan3684 Месяц назад
এই ছোৱালী জনিক ধৰি আনিব নোৱাৰে নেকি পুলিচে একো কৰিব নোৱাৰে নে কেনেকোৱা ছোৱালী আপোনালোকৰ ককাই ভাই নাই নেকি যিমান ডাঙৰ চাকৰি কৰিলেও ঘৰৰ ককাই ভাই লগত এক মত হৈ থাকিব লাগে কেতিয়া কাৰ বিপদ আহে কোনেও নাজানে
@mridultalukdar7913
@mridultalukdar7913 Месяц назад
সন্তানক ইমান মৰম নকৰিব সংস্কাৰ দিয়ক
@dhritirekhadas2757
@dhritirekhadas2757 Месяц назад
ছোৱালীয়ে যেতিয়া মাকক কাপোৰ ধোৱা লিগিৰী বনাবলৈ ধৰিছিল তেতিয়াই মাকে চিন্তা কৰিৱ লাগিছিল ৷ ছোৱালীয়ে মাকৰ যতন ধৰিব লাগিছিল নে মাকে ছোৱালী নাতিনীৰ যতন ধৰিৱ লাগে ?
@hemantaborah3953
@hemantaborah3953 Месяц назад
ৰ্দু ভগীয়া পিতৃ-মাতৃ হালৰ এই অৱস্থা দেখি শুনি দুঃখ পোৱাৰ লগতে লাজো পাইছোঁ । সাত শতৰুৰ লগতো এনে নঘটক । এনে কুলাঙ্গাৰ সন্তান থকাতকৈ সন্তানহীন হোৱাও বহু গুণে শ্ৰেষ্ঠ । জী-জোৱাঁইৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰক । বিশেষকৈ অজাতি জোঁৱাই ৰোপী প্ৰৱঞ্চক টোক ৰেহাই দিব নালাগে ।
@umeshkardong6116
@umeshkardong6116 Месяц назад
সেইজনী কুলাঙ্গাৰ ছোৱালী ভৱিষ্যতে কোনোদিনেই শান্তিৰে জীৱন কটাব নোৱাৰিব। মাক দেউতাকক যিমান কষ্ট দিছে তাৰ দহ গুন কষ্ট ভূগিব লাগিব।
@rinkigogoi7455
@rinkigogoi7455 Месяц назад
এই ছোৱালী আৰু জোঁৱাই টোক খুব পিতিব লাগে,নিজ মাক দেউতাকক এনেকুৱা কেনেকৈ কৰিব পাৰে।তাই এদিন মাক দেউতাকে ভোগা দুখত কৈ দুগুণ দুখ পাওক।ভগৱানে তাইক মাফ নকৰক।help them 😢 please.. কোনে জানে কাইলৈ আমাৰ লগত কি হব লগা আছে।মানুহে মানুহক সহায় নকৰিলে কোনে কৰিব।
@dhanadadevidoley8594
@dhanadadevidoley8594 Месяц назад
তেখেত সকলে কেতিয়াবা দুখীয়াক‌ ‌সহায় কৰি পাইছিল নে কেতিয়াবা নাই পোৱা ।কাৰণ। সেয়ে অসহায় মানুহক সহায় কৰিলে লৰা ছোৱালীয়ে এইবোৰ। শিকে ।
@debojitkalita8212
@debojitkalita8212 Месяц назад
নিজৰ সন্তানক মূখত সোণৰ চামুচ দি দাঙৰ কৰাতকৈ মাক দেউতাকৰ যিমান পইচা নহওক কষ্ট খাই ডাঙৰ হব দিলে বুজি পাই।।
@himanidevi2468
@himanidevi2468 Месяц назад
কথাতে কয় বোলে মানুহৰ একালত দুখ, আৰু একালত সুখ ।ভাল কৰ্ম কৰিলে ভাল ফল , বেয়া কৰ্ম কৰিলে বেয়া ফল ।
@sikhadas7687
@sikhadas7687 Месяц назад
ছোৱালী জন্ম হে দিলে , কিন্তু শিক্ষা দিব নাজানিলে তাৰ ফল হাতে হাতে পালে , পেঞ্চন নাপায় নেকি?
@sofiaahmed5307
@sofiaahmed5307 Месяц назад
Apunaluke suwali juwaik arrest nokorai kelei.. apunaluke tu jane Jodhpurot kot thake. CM may help in the arrest of the daughter and son-in-law law.
@girinadas1026
@girinadas1026 Месяц назад
পিতৃ মাতৃ সকলে নিজৰ সন্তানক খুউব সাৱধানে লালন পালন কৰা উচিত, কিয়নো সন্তানে বংশৰ নাম যিদৰে উজলাব পাৰে ঠিক সেইদৰে বংশৰ নাম ডুবাবওঁ পাৰে! জন্মৰ লগে লগেই কোনো সন্তান ভাল বা বেয়া হৈ নাহে! বেয়া কৰে পৰিবেশ, পৰিস্থিতি শিক্ষা সংস্কাৰ শাৰীৰিক মানসিক সামাজিক আধ্যাত্মিক শিক্ষাৰ অভাৱে! শিশুৰ মগজুটো এখন বগা উকা কাগজৰ দৰে! তাত লিখিবলৈ আৰম্ভ কৰে মাতৃৰ পৰাহে! আমাৰ বৰ্তমানৰ ফল হৈছে আমি অতীতত কৰি অহা কৰ্মফল! তথাপি আপোনালোকে ন্যায় পাওঁক তাৰেই কামনা কৰিলো!
@namitanath7898
@namitanath7898 Месяц назад
জীয়েক জনিক বিচাৰি যাব লগে।তাই কি কয় সেইটো জানিব লগে।
@DF1111DM
@DF1111DM Месяц назад
Heikarone dhan hompoti thokar homoyot manuh r ohonkar hobo nalage...ONGC t kori thakute jiyekok branded pindhai ji heh bhem marisil...etiaa ??? Assam r CM ye eibur faltu kaam koriboloi aase neki ??? Jiyeke sb hompoti faak maribo aaru Bank r loan CM ye aamar paisa re maribo ??? Nirlojjo.... jiyekor against t court case de aaru hompoti ghurai luar byobostha kor....nohole pothor bikhari hoi thaak...moi tu ketiau eiburok help nokoru...okol dukhia manuh k aaru jibo jontuk heh hohai koru... eitu tohotor kormophol...aaji relative ye kio help koriboloi ulaai ohaa nai..?? Nicchoi nijor paisa bohut thakute hihotok etokau di hohai kora nasili nohole ohankar dekhuaisili...hei babe aaji hihotor usorot haat patiboloi ego t laage na...thik hoise ji hoise tohotor logot...
@dipabhuyan3684
@dipabhuyan3684 Месяц назад
এনেকোৱা বোৱাৰী নহয় এই শাখিনীজনী ভূগ কৰিবলৈ নাপাই
@arunasenapati1099
@arunasenapati1099 Месяц назад
'ল'ৰা ছোৱালীক শিক্ষিত কৰাতকৈ সংস্কাৰি কৰিব লাগে।
@arunasenapati1099
@arunasenapati1099 Месяц назад
সকলো দুখৰ কাৰণ ছোৱালী জনীৰ মাক।
@putulchgayan
@putulchgayan Месяц назад
😂😂😂😂যি হৈছে ভালেই হৈছে । "যেইছে বোৱগে - ৱেইছে কাটোগে " Too much is bad । হাতত ক্ষমতা আৰু অধেল টকা পালে এচামে নিজৰ ককাই-ভাই আত্মীয় স্বজন সকলো পাহৰি যায় । হয়তো এই সকলোৰে অভিসম্পাত লাগি বুমেৰাঙ হৈ ঘুৰি আহি আজি দুয়োজনে ভুগিব লগা হৈছে ।😰😰😰😰😰😰😰
@mintumoniduwarah3595
@mintumoniduwarah3595 Месяц назад
মাক দেউতাকে ল'ৰা ছোৱালীক কাম শিকাব লাগে,কাম কৰিবলৈ দিব লাগে, সামাজিক হ'বলৈ শিকাব লাগে, গাঁৱৰ লগত সম্পৰ্ক ৰাখিব লাগে। human relations নিশিকালে এই অৱস্হা হয়। উপযুক্ত মানে এসোপা সুবিধা আৰু টকা পইচা দিয়াটোকে নুবুজাই। মানুহ হ'বলৈ শিকাব লাগে।
@nibeditanishikashaypkaku7441
@nibeditanishikashaypkaku7441 Месяц назад
জীয়েক r uport case diok
@umeshknwr9667
@umeshknwr9667 Месяц назад
ল'ৰা ছোৱালীক সংস্কাৰি নকৰিলে সকলোৰে এনে অবস্থাই হয় বাইদেউ ।
@dhritirekhadas2757
@dhritirekhadas2757 Месяц назад
মাক দেউতাকেও অলপ চিন্তা কৰি চলিব লাগিছিল ৷ গাৱঁত দুবিঘা মাটি কিনি বাৰী বাগিছা কৰি থাকিবলৈ ললে মানুহৰো সহযোগ পালেহেঁতেন আৰু ছোৱালীয়েও ফটকৈ সেই মাটি ভেটি লোনৰ বাবে মৰ্টগেজ দিয়াটো সহজ নহলহেঁতেন ৷ গাৱৰ মানুহে আশে পাশে কি হৈছে নহৈছে অলপ খৱৰ ৰাখে ( তাকে যেনিবা আজিকালি আধুনিক মানুহে বেয়াও পায় ) ৷ বিপদত সঁহাৰি দিয়ে ৷
@kaberimoran5496
@kaberimoran5496 Месяц назад
এই দুখৰ বাবে মাক দেউতাকে নিজেই দুখি। হয়তো মৰম কি বস্তু নিহিকালে। এই দুখৰ বাবে সকলো মাক দেউতাকে দুখি।আপোনালোকে সিহঁতক দিয়া দৰে যদি কাৰোবাক দিয়া দেখিলে হ'লে তেতিয়া হ'লে এনেকুৱা দখা নহ'ল হ'লে।
@A55xyz
@A55xyz Месяц назад
দুটা লৰা ছোৱালী সমানে মৰম স্নেহৰ ভাবে তুলিব লাগে আৰু টকা হ'ল বুলিয়েই বিলাসীতা কৰিব দিব নালাগে , টকা মূল্য লৰা ছোৱালীক বুজাব লাগে অভাৱ শিকাব লাগে। আৰু আপোনালোকে শিৱসাগৰৰ পুৰণা ভেটি এৰিব নালাগিছিল স্থান এৰিলে মান এৰে। অহংকাৰী হব নালাগে একালৰ ৰজা কেতিয়া ভিক্ষাৰী হব কোনেও নাজানে সময়ৰ খেল । ল'ৰা ছোৱালীয়ে জীদ কৰিলে দুপিটন দিব লাগে।
@runuaxomiachanalvloge5064
@runuaxomiachanalvloge5064 Месяц назад
মাক তো কম বস্তু নাচিল তহতৰ নিচিনা দুখিয়া ভিক্ষ্যৰিক এক টকা এতা দিব তান পাইচিল নিজৰ লৰা ছোৱালীৰ বেলেগক চিনি নোপোৱা মানুহক মানুহ নাপাই এতিয়া লৰা ছোৱালীৰ পৰা দুখ কস্ত পোৱা কাৰনে বকি আচা এই মাত্ৰ ছোৱাৰী অহাৰ লগে লগে পাহৰি যাবি ।সেইকাৰনে ভালৰ দিনত অলপ চলপ হলেও দুখিয়া ভিক্ষ্যৰিক সহায় কৰিব লাগে।এইবিলাক ভগবানে কৰে অংহকাৰ ভাঙিবৰ কাৰনে ।এইবিলাক মানুহে দিয় দুখ নহয় !
@pranjittalukdar1094
@pranjittalukdar1094 Месяц назад
Heibilak bad diok mukh khon dekhuaok ….pakhan jiyori dekhuai mukh dhakise apunalukeu
@bornalidevi2322
@bornalidevi2322 Месяц назад
এইজনী জীয়ৰী নামত মাক দেউতাকৰ তেজপি খাবলৈ আহিল । ইয়াতাকৈ আৰু দুখৰ কথা নাই । ইমান নিষ্ঠুৰ জীয়ৰী তায়ো সাষ্টী পাব। ইয়াত কৈ। আৰু মহাপাপ নাই
@pobitraboruah9266
@pobitraboruah9266 Месяц назад
কিছুমান মাক দেউতাকে সৰুতে লৰা ছোৱালীক ইমান মূৰত তুলি লব নালাগে । বেছি মৰম কৰিলে এনেকুৱাই হয়
@mainaborah6443
@mainaborah6443 Месяц назад
তহতৰ নিচিনা কেবল নিজক চিনি পোৱা মানুক ঈশ্বৰে এনেকুৱাই কৰিব । তহতৰএইয়াই শিক্ষা।
@MonjuSonouwal
@MonjuSonouwal Месяц назад
Hii😢😢😢😢😢😢😢
@anjaliboruah5555
@anjaliboruah5555 Месяц назад
আপোনাৰ ছোৱালী জনী বেছি দিন নাই ভগৱানে এনেকুৱা কৰ্ম কেতিয়াও মানি নলয়
@Moumi.810
@Moumi.810 Месяц назад
Beya napabo kowar karone bhul maak deutakoru ase,aji bipod howar karone suwali joni r 2 gamla kapur thoi jay godhur kapur dhue suwali joni r beya gun bur raijok kobo parise kintu agote kio dhuisil kapur,suwalie ki apunalukok khuaisile neki,husband r sakori asil apunaluke suwali biya di aramot thakok kintu nai aji bipod howa karone suwali r bodnam raijor agot gabo parise agote kintu 2 gamla 2 gamla kapur dhuat apunar apotti nasil,muru maa deuta ase kintu xeibulie xoday ghorot goi toka poisa r hisap narakhu anki ajiloike mur deutay kiman dormoha paisil aru Kiman pension pay ekue najanu.beya napabo koway kintu lai maak deutakei dise..
@ratuldeka7832
@ratuldeka7832 Месяц назад
Good News
@user-wd1xh7fd7p
@user-wd1xh7fd7p Месяц назад
যি লাগে তাকে দি ছোৱালী জনীক মুৰত তুলিছিল।অনিলৰ পয়ছাটো
@kamalagogoi2428
@kamalagogoi2428 Месяц назад
আৰ্জিলে ফল ভুঞ্জিবলৈ পায় 🙏🙏🙏
@KrishnaDevi-qn2rt
@KrishnaDevi-qn2rt Месяц назад
Sowali joniye sarute val sanskar napale jen palu.ja hok aenar sahae lok.atiya aru daya nakarib
@mainumalakar3540
@mainumalakar3540 Месяц назад
Atiya kene mojja paise.
@pronatiboruah668
@pronatiboruah668 Месяц назад
ছোৱালী জনী ক প্ৰথমতে জেলত ভৰাই দিয়ক
@trishna1323
@trishna1323 Месяц назад
ছোৱালী জোৱাইক জেলত ভৰাব লাগে
@RuhiFerrari
@RuhiFerrari Месяц назад
ছোৱালী জনীয়ে এনেও ফল পাব। ছোৱালীৰ জীৱনৰ ভৰসা স্হল হয় ঘৰখন। বিয়া কৰোৱাটোক লগ পোৱা হৈছে কেইদিন , জন্মদাতা ক ঠগিছে দুদিনৰ চিনাকি জনৰ বাবে।সি এৰি দিলে তাইৰ নিজৰেই কি অৱস্থা হব দেখা পাব
@MonjitSaikia-k9p
@MonjitSaikia-k9p Месяц назад
ONGC sakori aasil every member ohongkari
@pobitraboruah9266
@pobitraboruah9266 Месяц назад
জীয়েকক অতি সোনকালে পসাশনে গেপটাৰ কৰিব লাগে । তেখেত লোকে কিয় পুলিচৰ কাষ চপা নাই । মাক দেউতাকে কি নিজৰ জীয়েকক লাজ দিবলৈ বেয়া পাইছে নেকি । দেশত আইন আছে নিজৰ জীয়েকক ধৰি পিটিব লাগে ।কিহৰ কাৰণে নিউজ চেনেলত কান্দি ফুৰিব লাগে । জীয়েকক মূৰত তুলি ললে এতিয়া শেষ কৰি দিলে । সেই কাৰণে ইমান লৰা ছোৱালীক লাই দিব নালাগে
@anumaborah5179
@anumaborah5179 Месяц назад
আজি দুই তিনিমাহ হ'ল তাইকি‌এনেকুৱা জেগাত আছে মানুহে বিচাৰি নাপাব তাইক ধৰি আনি উচিত বিচাৰ‌কৰি‌জেলত দিয়ক।
@mridultalukdar7913
@mridultalukdar7913 Месяц назад
অসমৰ দুজনী নাগিনী ওলাই চে
@runuaxomiachanalvloge5064
@runuaxomiachanalvloge5064 Месяц назад
নিজৰ শাহু শহুৰক নোচাৱাৰ পৰিনিতি ।
@purnimaphukan3815
@purnimaphukan3815 Месяц назад
সন্তানক অন্ধ হৈ মৰম কৰা ভুল।
@pobitraboruah9266
@pobitraboruah9266 Месяц назад
কিয় কাপোৰ ধুই থাকিব লাগে আপুনি সদায়, কেতিয়াবা গাৰ অসুখ হলে ধোঁৱা কথাটো বেলেগ ভাল অৱস্থাত ধোৱাতো আপোনাৰ ভুল । আগতে ছাগে মানুহৰ বাবে বহুত অহং কাৰি আছিল এটা সময়ত মোৰ ভাব হয় অকল নিজৰ লৰা ছোৱালীক লৈ ব্যস্ত্ত আছিল ভাই ককাই মিটু কুটুম পাহৰি পেলাইছিল
@user-wb8rn1wf3t
@user-wb8rn1wf3t Месяц назад
Honkskar Divo najanila atiya Kandi lave nai .dukhiya manuhok manuh Jan bhabisil na.
@navanitahazarika2180
@navanitahazarika2180 Месяц назад
জী জোৱায়েক ধৰি আনি খোব মৰিয়াব লাগে।
@shyamolibania324
@shyamolibania324 Месяц назад
Son in law is cheater.
@mridulkumarsarma1679
@mridulkumarsarma1679 Месяц назад
Why you don't approach Ongc employees union
@sacreativeandcrazy953
@sacreativeandcrazy953 Месяц назад
Very sad
@user-pu7ng1oo2n
@user-pu7ng1oo2n Месяц назад
লৰাটো কি শাৰিৰীক অক্ষম নেকি?কিয় দায়িত্ব দিছিল নো
@pranitadutta1665
@pranitadutta1665 Месяц назад
মাকৰ দেউতাকৰ ভুলৰ ছবি এইখন।
@user-xq6bn4rh8s
@user-xq6bn4rh8s Месяц назад
এইজনিক ধৰি অনা নাই কিয় চৰকাৰে
@kaizadahmed9208
@kaizadahmed9208 Месяц назад
Apunalukor account r pora jetiya first time poisa uliyasil tetiya ki apunalukor mobile t SMS aha nasil nki.
@ratuldeka7832
@ratuldeka7832 Месяц назад
2takey Pitib Lagey
@rashmirekhagoswamiacharyya1493
@rashmirekhagoswamiacharyya1493 Месяц назад
Tekhet xokolor kunu relatives nai neki?
@KabitaGoswami-y1u
@KabitaGoswami-y1u Месяц назад
যেতিয়া মানুহৰ ভাল দিন চলি থাকে তেতিয়া কিছুমান দুখীয়া মানুহক বেয়া কৈ কবলৈ or ঘিন কৰিবলৈ কুণ্ঠা বোধ নকৰে,,, কিন্তু ওপৰত থকা জনে সকলো দেখি থাকে,,,, তাৰেই পৰিণাম,,,
@bmvlogs3610
@bmvlogs3610 Месяц назад
No Anser
@chanakyagogoi2500
@chanakyagogoi2500 Месяц назад
Tai ebaru mnt nporil na mak dewtakor kotha
@mrinalidas1471
@mrinalidas1471 Месяц назад
Tai tair husband r kotha mote kam korise
@PramilaDeka-oo3bl
@PramilaDeka-oo3bl Месяц назад
Okl nijr sowalik janik janile .nhb ati karnt Belge sowali Belge akon gor para ani eman kost diy ati karn lkr sowali jonik morm adr korib lage val korib lage nijr sowalik sob kota xonile aneka hoy
@malinemaline-nu7ym
@malinemaline-nu7ym Месяц назад
Eman morom kori ki pale apunar Lukor dhuk ase korbat
@nimadas2951
@nimadas2951 Месяц назад
Aru nijor gau ari flatot akole thakok tatia lora suwaliye asinaki manuhor major kot voi koriba anekuwa kam koribole karon flatot kune kak sai thakib lukor manuhe kintu nijor manuh nijor gauot lora suwaliye voi koriba khamaj akhon ase pa porial ase bli, ane abostha nohoi karu
@gakuldeka4608
@gakuldeka4608 Месяц назад
নাৰী সৱলীকৰণৰ 😂😂😂😂
@bharatidevi-cw5hg
@bharatidevi-cw5hg Месяц назад
😮gohona bilak lorar karone olopu narakhi xokolubilak kio jiekok pindhai bohut dangor vul korile
@pakhiboruah6846
@pakhiboruah6846 Месяц назад
Ji-juwaik arest koree aani... Maak deutakor pabo logaa khini ghurai diyaat hohai korelyy vaal hobo.. Atlist jiwaii thakiboly... Ghor tu ghurai diyaat hohoi korok... Jihokol abhigya luk a sai ase news tu... Pls aai maak deutak haalok hohai korok.
@Pinuri2222
@Pinuri2222 Месяц назад
Bahut vaal karile podcast tu d . Ai naagini sualijonir mukhkhan dekhuwak kiyo lukai. Help them please 😢
@bhargabpratimkashyap6260
@bhargabpratimkashyap6260 Месяц назад
Bahut xukh pale.. atiya alp vug karak
@bharatidevi-cw5hg
@bharatidevi-cw5hg Месяц назад
Jukhotke beshi morom kora karone suali joni tenekua hol
@nishantbora2113
@nishantbora2113 Месяц назад
Dim kihot poisa, taur scanner nhole AC no kot
@dksharma8150
@dksharma8150 Месяц назад
Bhai boni maa deutak sini napake lora sowali dutak loi akle thaki sanskar nidili etiya bhugi thak
@rubisharma-yb8pr
@rubisharma-yb8pr Месяц назад
Dangar sualir kapur apuni kiya dhusil tatke namgharat ba nij gharat vagabanak time diba lagisil
@bhargabpratimkashyap6260
@bhargabpratimkashyap6260 Месяц назад
Lagile hat vori nuhuwa manuhok dim...
@digantasaikia1075
@digantasaikia1075 Месяц назад
Kela assam t lora nai nke.. Biya hobole..
@chanakyagogoi2500
@chanakyagogoi2500 Месяц назад
Tai mur to ekebare Motatwe Wash kori pelala
@meenagogoi1003
@meenagogoi1003 Месяц назад
Jadi tai ane karise tenehale ane hantanak ane hastri diyak jitu ajiban Itihakh hoi roy
@user-wd1xh7fd7p
@user-wd1xh7fd7p Месяц назад
অইলৰ
@ratuldeka7832
@ratuldeka7832 Месяц назад
Aru Murat Tuli Luar Fol Pisha
@BitupankonwarKonwarBitupan
@BitupankonwarKonwarBitupan Месяц назад
Narokot thai pakka aiir
@All0049
@All0049 Месяц назад
Goruu piton dibo lage hei suali jonik----
@barshaduttabarman1436
@barshaduttabarman1436 Месяц назад
Iman oxobhyo suali. Enekua lora suali thokatkoi nothokai bhal. Bohut paap arjise tai. Faltu korobar
@GarimaChoudhury-ii9uw
@GarimaChoudhury-ii9uw Месяц назад
Swamir bhagor mati bari khini besi Khali sage xikarane aji apuni pathar bhekhari
@RinkumaniDeka-ge4sd
@RinkumaniDeka-ge4sd Месяц назад
Maak deutakar gatbhut bhul ase
@dulumoniphukon6315
@dulumoniphukon6315 Месяц назад
Lora suwalik honskar diyok bilakhi jivon nohoi,atiya kandi lav nai
@ratuldeka7832
@ratuldeka7832 Месяц назад
Kandi Lav Nai
@aruralx4434
@aruralx4434 Месяц назад
Johonik marepalab laga
@renukarayrenukaray1278
@renukarayrenukaray1278 Месяц назад
Pitri matri ku sonskarr babe aji abosta
@apurbasarmah69
@apurbasarmah69 Месяц назад
Ai moja atia kandi aku lav nai
Далее
To mahh too🫰🍅 #abirzkitchen #tomato
01:00
Просмотров 3,4 млн
Дежавю, прескевю и жамевю!
00:59