মেৰামতি সম্পূৰ্ণ হ’ল মাজুলীৰ যুগুনিধাৰীত আউনীআটী-কমলাবাৰী সংযোগী মথাউৰি। ৩০ ফুট দ মথাউৰিৰ ছিগা অংশ পোন্ধৰ দিনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই।
#nbnews #nbnewsdigital #majuli #embankment #ErosionControl #PijushHazarika
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
21 авг 2024