Тёмный

শিৱসাগৰ চহৰত উত্তপ্ত পৰিস্থিতি 

DY365
Подписаться 2 млн
Просмотров 96 тыс.
50% 1

শিৱসাগৰ চহৰত উত্তপ্ত পৰিস্থিতি।মহিলা পাঞ্জা খেলুৱৈক নিৰ্যাতনৰ ঘটনাক লৈ পুনৰ উত্তাল চহৰখন। কুৰিটাতকৈ অধিক দল-সংগঠনৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে এফালৰ পৰা ভাঙি গ’ল দোকান-পোহাৰ।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 504   
@mukutborah4081
@mukutborah4081 24 дня назад
ভাল কৰিছে, শিৱসাগৰ পৰা দেখাই দিছে, অসমীয়া জাতি ইমান দূৰ্বল নহয়, লাচিত আৰু চিলাৰায় দুই জন তেজ গাত আছে। জয় আই অসম।
@7gc970
@7gc970 24 дня назад
বহুত বহুত ভাল পদক্ষেপ লৈছে শিৱসাগৰ দল সংগঠনে ।
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn 24 дня назад
Yes 👍❣️🙏
@bituponboruah4051
@bituponboruah4051 23 дня назад
Thank you
@Apna-Raju-Official
@Apna-Raju-Official 23 дня назад
Aneke हिंदू manhuwe jodi nijor nijor majote jodi kajia kore tatihole tu aru ki hobo....
@7gc970
@7gc970 23 дня назад
@@ChandanBorah-xx8fn thanks
@7gc970
@7gc970 23 дня назад
@@bituponboruah4051 welcome.
@user-jz3pi9hc1u
@user-jz3pi9hc1u 24 дня назад
বহুত সুন্দৰ সিদ্ধান্ত । বহুত বহুত ধন্যবাদ সকলো দল সংগঠন লৈ। 👍👍👍👍👍👍
@bagishffgamingbox228
@bagishffgamingbox228 24 дня назад
কিহৰ মৰোৱাৰী পতি। নাম সলনি কৰাৰ সিদ্ধান্ত লোৱটোক আমি সহাৰি জনাইছো।
@shaanali6072
@shaanali6072 24 дня назад
Assam ৰ বাঘ tiger, জয় আই অসম ❤❤❤
@binudbonia782
@binudbonia782 24 дня назад
অসম পুলিচ অসমীয়া ওপৰত জপিয়াই পৰিবৰ যায়, সৌ সিদিনা এগৰাকী যুৱতীক অনা-অসমীয়াই মাৰপিত কৰি মেডিকেলত ভটি কৰিবৰ লগা হ'ল।কিয় ভালদৰে তদন্ত কৰি দোষী কেইজনক উপযুক্ত শাস্তি নিদিলে জেলত পঠালে , জেলত দিলে কি হ'ব কাইলে বেইল লৈ ওলাই আহিবৰ। এনেকৈ বহিৰাগত উৎপাত বাহি গৈ আছে। এতিয়া যিটো পদক্ষেপ লৈছে শিৱসাগৰ দল সংগঠনে ভাল পদক্ষেপ লৈছে আমি ধন্যবাদ জনাইছোঁ। জয় আই অসম
@Khiraj112
@Khiraj112 24 дня назад
চব ভাঙি যাব লাগে ✊🏽 জয় আই অসম ❤
@Indraneel_borthakur
@Indraneel_borthakur 24 дня назад
ভাল কৰিছা। মই বাহিৰত দেখিছোঁ তেওঁলোকে অসমবাসীৰ সৈতে কেনে ব্যৱহাৰ কৰে। তেওঁলোকে কেৱল তেওঁলোকৰ লোকসকলক নিযুক্তি দিয়ে। এবাৰ মই কেন্দ্ৰীয় চৰকাৰৰ বাবে সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত হৈছিলো। তাত 5 জন প্ৰাৰ্থী আছে। 4 টা অসমী আৰু 1 জন বিহাৰী। বিহাৰী প্ৰাৰ্থীজন কেৱল Btech হোৱা স্বত্বেও উত্তৰ-পূবৰ পৰা নিৰ্বাচিত হৈছিল। যেতিয়া অসমবাসী সকলো নূন্যতম Post grad আছিল। তেওঁলোকক এনেদৰে ব্যৱহাৰ কৰা উচিত। তেওঁলোকক মৰুভূমিলৈ উভতি যাবলৈ দিয়ক। জোই আই এক্সম
@gobindastidar2082
@gobindastidar2082 24 дня назад
জয় আই অসম । মৰে অসম জীয়ে কোন ! জীয়ে অসম মৰে কোন ! দেশ বুলিলে নেলাগে আদেশ , শিৱসাগৰীয়া ৰাইজে দিছে সঠিক নিৰ্দেশ !! এই ধৰনৰ শ্ল'গান সমূহ অসম আন্দোলনৰ সময়ত প্ৰতিধ্বনিত হৈছিল অসমৰ আকাশে বতাহে !! অসমৰ পৰা ভাজপা চৰকাৰ খনক উৎখাত কৰিবই লাগিব । এই দলৰ চৰকাৰ থকা হেতুকে অসমীয়াৰ ওপৰত বহিৰাগতৰ অত্যাচাৰ চলিছে । জয় আই অসম ।।
@jyotiprasad-lw9gy
@jyotiprasad-lw9gy 24 дня назад
সুন্দৰ পদক্ষেপ
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 24 дня назад
Barpeta Assamese Hindu k Miya bore marise.. Tar bbe congress utkhat kriba lgvo na
@midusarma3587
@midusarma3587 24 дня назад
আপোনাৰ কমেন্ততোত এক মত
@jintucreationxyz
@jintucreationxyz 24 дня назад
মিয়া মুছলমান ৰ ক্ষেত্ৰত.. এই সকল নিমাত কিয়?
@bhaskarchetia3447
@bhaskarchetia3447 24 дня назад
সকলো একলগ হৈ বহিৰাগত বিৰুদ্ধে যুঁজ দিবৰ বাবে থলগিৰি জনগণ ওলাই আহিব লাগে।
@Nipendly199
@Nipendly199 23 дня назад
বহিৰাগত মানে কাক কাক ক'ব বিচাৰিছে আপুনি
@BidyutHandique-nia448TP5
@BidyutHandique-nia448TP5 23 дня назад
​@@Nipendly199যিবিলাক অসমীয়া নহয় ।।যদি তই অসমীয়া নহয় তয়ো খেদা খাবি
@Nipendly199
@Nipendly199 23 дня назад
@@BidyutHandique-nia448TP5 হেৰা! কেলা তই নিজৰ পৰিচয় ভালকে দিব নোৱাৰিবি কেলা
@Nipendly199
@Nipendly199 23 дня назад
@@BidyutHandique-nia448TP5 হয় মই অসমীয়া নহয় তই খেদি চোৱা মোক
@manaspratimsaikia-mv6zd
@manaspratimsaikia-mv6zd 23 дня назад
Val katha koise . Ha Jon Kun pravu ? Atia laikoi bohiragota Kun jona nai ?​@@BidyutHandique-nia448TP5
@dipubora3518
@dipubora3518 24 дня назад
ঠিকেই কৰিছে নহ'লে ইহতৰ উতপাট বাঢ়ি যাব
@Mojahar677
@Mojahar677 24 дня назад
এফালৰপৰা ভাঙি যোৱা আমিও আছো। জয় আই অসম❤❤❤
@pradipkumarmedhi4256
@pradipkumarmedhi4256 24 дня назад
yes
@Bidyadhar29
@Bidyadhar29 24 дня назад
Great job.
@jintucreationxyz
@jintucreationxyz 23 дня назад
@@Mojahar677 বাপেৰৰ সম্পত্তি,, নেকি tur?
@SouravJyoti-tb2un
@SouravJyoti-tb2un 23 дня назад
​@@jintucreationxyznhoi public r property...public a vangibo
@Mojahar677
@Mojahar677 23 дня назад
@@jintucreationxyz অসমীয়া ছোৱালী জনি মাৰোৱাৰি ৰ বাপেকৰ সম্পত্তি আছিল নেকি???
@ansumaangogoi1994
@ansumaangogoi1994 24 дня назад
আমাৰ অসমীয়া পৰা পুলিচ এ পইছা নাপাই যে, মাৰোৱাৰী কিতাৰ পৰা মোটা ধন পাব। সেইকাৰণে অসমীয়াই অসমীয়াক বাধা দিবলৈ ভই নকৰে। জয় আই অসম।
@khoni267
@khoni267 22 дня назад
তেওঁ লোকৰ লৰা ছোৱালী ও যে এদিন ভুক্ত ভগী হব পাৰে । সেইটো নাভাবে
@ThevedicGamer
@ThevedicGamer 24 дня назад
Big salute Sibsagar dol hogonthon bur, big salute, Axom khn okol Axomiya thakibo bahiragoto manuhr dadagiri Nosolibo , Joi Aai Axom !!!
@ChayanikaChangmaiofficial
@ChayanikaChangmaiofficial 23 дня назад
আমাৰ শিৱসাগৰ ৰাইজক ধন্যবাদ জনাইছোঁ। জয় আই অসম 🙏🙏🙏🙏
@bagishffgamingbox228
@bagishffgamingbox228 24 дня назад
জয় আই অসম। এনে অনা অসমীয়াক কেতিয়াও হাত হাৰি যাব দিব নালাগে।
@babughosh3863
@babughosh3863 24 дня назад
Barpetat dekhiche nahoy
@PujaDass-t9d
@PujaDass-t9d 23 дня назад
বহুত ভাল লাগিছে। শিৱসাগৰ দল সংগঠন। এতিয়াও অসমীয়া লোক সকল আছে ইমান দুৰ্বল নহয়
@sankardevroy3683
@sankardevroy3683 24 дня назад
Right kotha 100% . জয় আই অসম।
@Bidyadhar29
@Bidyadhar29 24 дня назад
Right
@seemaborah101
@seemaborah101 24 дня назад
অনা অসমীয়াই অসমতে থাকি অসমীয়াক কেৱল শাৰিৰীক মানসিক ভাবেই নিৰ্যাতন কৰাই নহয়,ব্যৱসায় বানিজ্য আৰু খিলঞ্জিয়াৰ ভূমি, খেতিৰ মাটি ,ভেটিৰ মাটি উচান নিয়াই সৰ্বহাৰা কৰাৰ চক্ৰান্ত কৰি আহিছে।সকলো অসমীয়াই প্ৰতিহত কৰা উচিত।
@dilipnath7240
@dilipnath7240 24 дня назад
Joy Aai Asom❤
@Bidyadhar29
@Bidyadhar29 24 дня назад
Zindabad Lachit Sena,Zindabad AASU.
@rajeshhazarika1663
@rajeshhazarika1663 23 дня назад
😂AASU is totally valueless
@papukalita1164
@papukalita1164 24 дня назад
সুন্দৰ পদক্ষেপ ।দেশ বুলিলে আদেশ নালাগে । অসমত অসমীয়া গিৰি চলিব জয় আই অসম 🙏
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 24 дня назад
Dhuburi Kori dekhak ..dom kimn sam
@dhrubajyotigogoi8147
@dhrubajyotigogoi8147 24 дня назад
​@@RUPJYOTIKALITA-ez8fqতোৰ নিচিনা মানুহৰ কাৰনেই চল পাইছে বহিৰাগতই ৷
@dhrubajyotigogoi8147
@dhrubajyotigogoi8147 24 дня назад
​@@RUPJYOTIKALITA-ez8fqতোৰ নিচিনা মানুহৰ কাৰনেই চল পাইছে বহিৰাগতই ৷ থলুৱা মানুহৰ কাৰনে কিবা এটা পদক্ষেপ লৈছে দল সংগঠনে ৷ তোৰ কি গা পুৰিলে ৷
@Tridipneog-vh1xj
@Tridipneog-vh1xj 24 дня назад
Dubri tumar karone thoi diya hoise. ​@@RUPJYOTIKALITA-ez8fq
@SumitSaikia101
@SumitSaikia101 23 дня назад
@@dhrubajyotigogoi8147Right
@assammotorcar7560
@assammotorcar7560 23 дня назад
শিৱসাগৰ ৰাইজক ধ্যনবাদ জনাইছোঁ। জয় আই অসম।
@tultuldutta7753
@tultuldutta7753 24 дня назад
বদনৰ বাদে সমগ্র থলগিৰী অসমীয়া আপোনালোকৰ লগত আছো।
@jintucreationxyz
@jintucreationxyz 24 дня назад
ইহঁতেই বদন,, মিয়া মুছলমান ৰ ক্ষেত্ৰত মাত নাই..
@prasantabora365
@prasantabora365 23 дня назад
​@@jintucreationxyzঅনা অসমীয়া বুলি কোৱা হৈছে।
@HuntuSagar03
@HuntuSagar03 24 дня назад
অসমৰ মানুহে বহিৰাগত ব্যৱসায় সকলৰ পৰা বস্তু কিনা বন্ধ কৰক আৰু অসমীয়া ব্যৱসায়ী পৰা বস্তু লওক। আমাৰ আকৌ অসমীয়া ব্যসায়ী পৰা নলৈ মাৰোৱাৰী দোকান পৰা লব। এইটোৱে প্ৰতিবাদ কৰক, তেতিয়া হিহঁতি নিজে অসম এৰি পলাব লাগিব
@bipulojah1522
@bipulojah1522 24 дня назад
শিৱসাগৰ নিচিনা সকলো অসমৰ মানুহ হতচেতন হক।
@prabinhazarika9699
@prabinhazarika9699 24 дня назад
এয়া চৰকাৰে পাৰিব ,,,,কিন্তু নকৰে কাৰন পাছবছৰৰ মুৰত তেওঁ লোকক লাগিব ,,,এয়াই নিয়ম,,,
@user-kg9tf1hj2j
@user-kg9tf1hj2j 24 дня назад
জয় আই অসম
@KironDuwarah
@KironDuwarah 23 дня назад
সুন্দৰ পদক্ষেপ, বহুত ভাল হৈছে, বহুত দিনৰ আগতেই এই কাম কৰিব লাগিছিল। আমি সকলো লগত আছোঁ
@satyendradeka6343
@satyendradeka6343 24 дня назад
সকলো থলগীৰি ঐক্য জিন্দাবাদ । শিৱসাগৰে বাৰ্তা দিলে অসমীয়া জাতিক
@babitahazarika6300
@babitahazarika6300 24 дня назад
সকলোৱে একক গোট হৈ প্ৰতিবাদ কৰা উচিত
@bhaskarbora2668
@bhaskarbora2668 24 дня назад
Mojahhhhhh
@dipjyotiborah8844
@dipjyotiborah8844 24 дня назад
very good descision
@ArpanGogoi3457
@ArpanGogoi3457 24 дня назад
BJP Ona-Asomiyar party. Protyek Asomiyai BJPk boycott korok.
@কোচ_লৰা
@কোচ_লৰা 24 дня назад
Congress ok vote dibo Koya naki tohot musolman ho Goru khaoya tumi😈bjp ase dekhi axom khon ase gogoi to actually Miya hoi sudurvai
@jintucreationxyz
@jintucreationxyz 24 дня назад
Aru congress, bangladeshi miya party..
@ArpanGogoi3457
@ArpanGogoi3457 24 дня назад
@@jintucreationxyz Jorhat'or manuh Miya niki jiye Gaurav Gogoi'k vote dile?
@digantadutta3324
@digantadutta3324 23 дня назад
কিবা এটা ভাল হৈছে ইয়াতো ৰাজনীতি নকৰিব,
@jintucreationxyz
@jintucreationxyz 23 дня назад
@@ArpanGogoi3457 মিয়াৰ দৰেই,, বদন!
@KamalAhmed-jd5tq
@KamalAhmed-jd5tq 24 дня назад
Soliha.jindabad
@jintucreationxyz
@jintucreationxyz 23 дня назад
@@KamalAhmed-jd5tq 😂😂😂😂😂
@dulalboruahdhemaji8070
@dulalboruahdhemaji8070 24 дня назад
Good decision all Assamt Sibsagar Dore ain korib lage
@manalishadeka6726
@manalishadeka6726 24 дня назад
জয় আই অসম
@user-wh4vw4sp9k
@user-wh4vw4sp9k 23 дня назад
অতি সুন্দৰ পদক্ষেপ সকলো ওলাই আহক জয় আই অসম।
@Bikash700-B
@Bikash700-B 24 дня назад
এয়াই উচিত সময় সিহঁতক উচিত শিক্ষা দিয়াৰ। সকলো private institute আৰু private mall etc. অসমীয়া ফলক সংযোজন থাকিব লাগে। অসমীয়া ভাষা first priority হব লাগে।
@mrignavtanmoygroup
@mrignavtanmoygroup 24 дня назад
২ টকাৰ বস্তু ২০ টকাত বিক্ৰী কৰি অসমীয়াক লুটিপুতি খাইছে বহিৰাগতই।
@bantidas2403
@bantidas2403 24 дня назад
😢 অতি দূখৰ কথা হয় অতি দুখৰ কথা হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল অসম অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় অসম আৰক্ষী আমাৰে হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত বেৱহাৰ কৰিব লাগে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ
@mindrefresh715
@mindrefresh715 24 дня назад
বহিৰাগত বেপাৰীৰ অতপালী বাহি গৈছে উচিত শিক্ষা দিয়া উচিত। এই জুই জ্বলিবই। জয় আই অসম।
@allaboutwithakashliton9226
@allaboutwithakashliton9226 24 дня назад
Jai AAI axom
@sanjibdewri1070
@sanjibdewri1070 23 дня назад
শিৱসাগৰবাসীৰ একতাক প্ৰণাম।🙏
@amritbaruah7280
@amritbaruah7280 24 дня назад
Joi aai axom..Srinkhal da zindabad
@nabajitgohain8137
@nabajitgohain8137 24 дня назад
এহেতক পিতন দিব লাগে কেলা,
@papayanath9512
@papayanath9512 23 дня назад
Joy Aai Axom Bir Lachit Sena Zindabad ❤️🙏
@parashmonibhuyan9760
@parashmonibhuyan9760 24 дня назад
বহুত ভাল কাম কৰিছে।
@Bhaskar9009
@Bhaskar9009 24 дня назад
জয় আই অসম ❤❤❤
@ritubordoloi4753
@ritubordoloi4753 23 дня назад
শিৱসাগৰৰ দল সংগঠনে বহুত সুন্দৰ পদক্ষেপ লৈছে।এই বহিৰাগত লোকসকলৰ দপদপনি চাহ বাগিছাত কৰ্মৰত বহিৰাগত পৰিচালক সকলৰ মাজত দেখা যায়। বাগানৰ উচ্চ পদস্থ বহিৰাগত লোকসকলে আমাৰ থলুৱা লোকসকলক বহুত বেয়া ব্যবহাৰ কৰা দেখা যায়। অসমত থকা বহিৰাগত পুঁজিপতিৰ মালিকানাধীন চাহ বাগিছাৰ উচ্চ পদস্থ -বিষয়াসকল বেছি ভাগেই বহিৰাগত লোকক দিয়া হয় এই বিষয়েও আমাৰ থলুৱা দল সংগঠনক চকু দিবলৈ অনুৰোধ জনালোঁ
@anupam9308
@anupam9308 23 дня назад
মজা।
@janardanbora2803
@janardanbora2803 24 дня назад
ধন্যবাদ জনাইছো জয় আই অসম 🎉🎉🎉
@AIareSlave
@AIareSlave 23 дня назад
Sobote hobo lage...okol shivshagar nohoi..bhal hoise
@mbcartoons4016
@mbcartoons4016 24 дня назад
বহুত ভাল হৈছে |
@jintucreationxyz
@jintucreationxyz 23 дня назад
@@mbcartoons4016 ghenta..
@MakhanChetia-ye8lj
@MakhanChetia-ye8lj 24 дня назад
Akhil da kot gol , very good job👍
@bhismadoley12345
@bhismadoley12345 23 дня назад
Srinkal Chaliha Zindabad....Jai Aai Axom❤❤❤ from Jorhat
@simantadip7154
@simantadip7154 24 дня назад
বৰ ভাল হৈছে, আৰক্ষীক নামানি কুকুৰৰ পোৱালি বোৰক গৰুপিতন দি খেদিব লাগে।
@user-mg4tn4es6n
@user-mg4tn4es6n 24 дня назад
সুন্দৰ পদক্ষেপ জয় আই অসম ,ভাঙি দিব লাগে মুখ ইহঁতক
@user-vi1ck2yv1n
@user-vi1ck2yv1n 23 дня назад
অতি সুন্দৰ পদক্ষেপ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@punagogoi6223
@punagogoi6223 24 дня назад
জই আই অসম
@mdvofficial9815
@mdvofficial9815 24 дня назад
শিৱসাগৰ প্ৰকৃত অসমীয়া তেজ আছে
@jintucreationxyz
@jintucreationxyz 23 дня назад
@@mdvofficial9815 😂😂😂😂😂
@pradipkumarmedhi4256
@pradipkumarmedhi4256 24 дня назад
জয় আই অসম।
@Bvlog942
@Bvlog942 23 дня назад
জয় আই অসম ✊✊ মই শিৱসাগৰৰ হয় ❤
@arupdeka6059
@arupdeka6059 24 дня назад
Right জয় আই অসম
@user-rf6ki2du8v
@user-rf6ki2du8v 24 дня назад
Bohot bohot val lagel
@bakulboruah2026
@bakulboruah2026 23 дня назад
খিলঞ্জীয়া অসমীয়াৰ জয় হওঁক।অনা অসমীয়াক অসমৰ পৰা বাহিৰ কৰি দিয়া হওঁক।জয় আই অসম।
@manalishadeka6726
@manalishadeka6726 24 дня назад
Action mode Active ❤❤
@user-vd3zv7mt8m
@user-vd3zv7mt8m 23 дня назад
Bhut val kam krise,,,,Jai aai Assam 🙏🙏🙏
@lilagogoi9865
@lilagogoi9865 24 дня назад
সুন্দৰ !জয় আই অসম !
@Bidyadhar29
@Bidyadhar29 24 дня назад
Great job.
@mampybhuyan
@mampybhuyan 24 дня назад
জয় আই অসম। অসমীয়াই নিজৰ পদক্ষেপ নিজে লওঁক
@chinmay7537
@chinmay7537 23 дня назад
জয় আই অসম🙏 নলবাৰীৰ পৰা ❤
@pradippanda3972
@pradippanda3972 23 дня назад
পুলিচ বোৰ তু বহিৰাগতৰে ৰৈশাকৱচ আৰু বিশেষ কৈ চৰকাৰ খন
@dibyajyotisaikia5053
@dibyajyotisaikia5053 23 дня назад
hokolu uli ahk joi aii axom❤
@bhaviks5213
@bhaviks5213 23 дня назад
Thik..Axomor sob manuh ulai ahibo laage
@debmk7449
@debmk7449 23 дня назад
সূন্দৰ
@DineshDinesh-bu7ri
@DineshDinesh-bu7ri 23 дня назад
Val lagise akhomiya anekoi ulai aha karone
@anilnath147
@anilnath147 24 дня назад
Full Support
@sizuka94
@sizuka94 23 дня назад
Bahut val podokhep👏👏❤
@PujaBharali-r7l
@PujaBharali-r7l 24 дня назад
জয় আই অসম।
@manaspratimsaikia-mv6zd
@manaspratimsaikia-mv6zd 23 дня назад
Good step . Jai ai axom
@user-dn7ot6yb5m
@user-dn7ot6yb5m 24 дня назад
❤❤❤Jai.ai.assam
@janardanbora2803
@janardanbora2803 24 дня назад
অন্ধ ভক্তই আজি কিবা কয় এতিয়া
@gimeabhi46
@gimeabhi46 22 дня назад
যোৰহাট town খনলৈও অলপ মন কৰিব লগা হল টাউন খনত যাবয়ে নোৱাৰি , গোটেই বিহাৰী মাৰোৱাৰী, ব্যৱসায়ী, population ত সিহঁতৰ সংখ্যাহে বেছি আৰু সিহঁতৰ দম কি চাব, আৰু জেগাবোৰো মাৰোৱাৰী পত্তী, বাবু পত্তি এইবোৰ নাম উঠাই দিব লাগে. কথাটো গুৰুত্ব সহকাৰে লয় যেন 🙏
@bgassam8070
@bgassam8070 24 дня назад
Good
@pinkuboruah2245
@pinkuboruah2245 24 дня назад
Moja nerib raij,akhil gogoi kot gol aku mata nai kiy,
@himantavlog9815
@himantavlog9815 24 дня назад
Reels bonai ase sage 😂
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 24 дня назад
অসমৰ পৌৰসভাবোৰো বনিয়িৰ হাতত এতিয়া৷ খবৰ লওঁক ভালকৈ৷
@birenburagohain8132
@birenburagohain8132 24 дня назад
অসমৰ আৰক্ষী বাহিনী যিদিও বেতন ভোগি তথাপিও আৰক্ষী বাহিনী অসমীয়াৰ পক্ষলৈ সমৰ্থ কৰিবলৈ অনুৰোধ জনালোঁ।
@AnjuDutta-bl9yn
@AnjuDutta-bl9yn 23 дня назад
Good newas
@RintuDeka391
@RintuDeka391 21 день назад
Veri Good Dicition❤
@rupalisharma8293
@rupalisharma8293 24 дня назад
Very good Jai aei assam
@user-bt1cx3pv1c
@user-bt1cx3pv1c 24 дня назад
Varry varry good deciton the assam students❤❤❤
@tablasoloplayar9043
@tablasoloplayar9043 24 дня назад
Great step...Salute to all people of Sivsagar ❤🫡
@MintuDoley-gk6vw
@MintuDoley-gk6vw 23 дня назад
Very good.
@pranjalsaikia7163
@pranjalsaikia7163 23 дня назад
Really ami All Assam t ata anekuwa protest korib lage......Rastat athu korab lage Marowari keytak
@janardanbora2803
@janardanbora2803 24 дня назад
ভাঙি পেলাই দিয়ক বেৰি গেট 😅😅😅
@Bidyadhar29
@Bidyadhar29 24 дня назад
Soliha zindabad.
@YazuddinAhmed-o4c
@YazuddinAhmed-o4c 23 дня назад
Good job please north Lakhimpur t aru tinsukia t abar support korok
@kalendas1935
@kalendas1935 23 дня назад
Jai I axom jai veer lasith sena 🙏🙏🙏🙏
@SumanKataky
@SumanKataky 23 дня назад
Akdoom hundor podokhyaap
@balinbora7788
@balinbora7788 23 дня назад
Very good step
Далее